Gungun Kotha Moromor [ গুণগুণ -কথা মৰমৰ ] || Ep - 162 || 10.06.2024

  Рет қаралды 433,080

Rengoni TV

Rengoni TV

Күн бұрын

Gungun a mega serial focuses on the issues of that class of society who survives on daily earned money. The serial depicts the difficult life of Gungun and her mother Padma. Gungun a girl who has big dreams in life but is often held back due to her family’s poverty and suppression at the hands of the cruel world.
Follow Rengoni TV :-
Facebook: / rengonitv
KZbin: / rengonitv
Instagram: / rengoni.tv
Website: rengonitv.com/
#rengonitv #entertainment #story #newserial #gungun #assameseviralvideo#RENGONITV #ENTERTAINMENT#RENGONITV #ENTERTAINMENT#RENGONITV #ENTERTAINMENT

Пікірлер
@lipikaborah3898
@lipikaborah3898 8 ай бұрын
মইনাৰ কথাবোৰ ভাল লাগিল ।
@RekhaDas-k4f
@RekhaDas-k4f 8 ай бұрын
মইনা তুমি একেবাৰে সত্য কথা কৈছা। অধিৰথে সহায় নকৰিলে আজি গুণাগুণে বি দি ওৰ চকী খন নাপালেহেতেন আৰু ঘৰ বালী এৰি ফুটপাথত থাকিব লাগিল হেঁতেন ম ইনা❤❤❤❤❤❤❤❤
@dulumoniborah-hu9zk
@dulumoniborah-hu9zk 8 ай бұрын
মই না যিখিনি কথা কৈছে বহু ত ভাল লাগিছে ❤❤❤
@dulumonimahanta5001
@dulumonimahanta5001 8 ай бұрын
দুখীয়াৰ পৰা ধনী হোৱা মানুহ বোৰ এনেকুৱা ই হয় ,স্বʼথপৰ।
@nomitaborah1472
@nomitaborah1472 8 ай бұрын
Right 👍
@KangkanaRay-qt7iz
@KangkanaRay-qt7iz 8 ай бұрын
সকলোৱে এনেকুৱা নহয়
@Pinku_786
@Pinku_786 8 ай бұрын
Val kla gun gunk aru mor sab man nai
@polidutta646
@polidutta646 8 ай бұрын
Right👍
@polidutta646
@polidutta646 8 ай бұрын
Right👍
@RupalichutiyaMeshi
@RupalichutiyaMeshi 8 ай бұрын
Adirot tumi jote asa vale thaka❤❤🎉🎉
@NikunjaBorgohain-v5m
@NikunjaBorgohain-v5m 8 ай бұрын
মইনা তোমাক মই বহুত মিচ্ কৰো মইনা তোমাৰ মাক এতিয়া হে ভাল লাগিল
@himanshudeka4879
@himanshudeka4879 8 ай бұрын
মইনা কাৰণে এটা লাইক 👍👍👍
@RipdipBorthakur
@RipdipBorthakur 8 ай бұрын
Mozza dsa great 👌🙏👍
@bikashgogoi5104
@bikashgogoi5104 8 ай бұрын
নকৰোঁ যা ।
@GulapiMechchetia
@GulapiMechchetia 8 ай бұрын
Waiting...মইনাই ঠিক কথা কলে গুনগুনক
@MinaRabha-m2x
@MinaRabha-m2x 8 ай бұрын
Right
@HemantaChutia-cx4cc
@HemantaChutia-cx4cc 8 ай бұрын
Right koise
@mitalinath6601
@mitalinath6601 8 ай бұрын
Ni ako thik ni koa,adhiroth moina maak sbe gungunr dokh he dekhise,adhirothr dokh khini atiyao dekha ni dekhib sestao kra ni
@mitalinath6601
@mitalinath6601 8 ай бұрын
@@krishnamaniboro2913 সেইটো হয় অৱশ্যে
@purbidas5636
@purbidas5636 8 ай бұрын
শান্তিজনীক এতিয়াহে ভাল লাগিছে 😊😊
@Purnima-x9k
@Purnima-x9k 8 ай бұрын
পদ্মাৰ গাত সন্মানে অলপ বেছিকৈ লাগিছে নেকি বাৰু??
@bimanborah-p1o
@bimanborah-p1o 8 ай бұрын
আজি কিন্তু মইনা আৰু মাকে gungun অক মযা দিছে।এনে মজা লাগিছে আৰু দেই ।
@poripori-oq3ep
@poripori-oq3ep 8 ай бұрын
পদ্মাজনী গুণগুণতকৈও স্বাথপৰ 👍
@bogaigogoi1930
@bogaigogoi1930 8 ай бұрын
সঁচা কৈ
@RashmiSenapati-d4l
@RashmiSenapati-d4l 8 ай бұрын
Right
@RajkumarDas-dy2lc
@RajkumarDas-dy2lc 8 ай бұрын
Hdhdhhdhduxj xxx❤❤❤❤❤❤
@bhaskarboruah8795
@bhaskarboruah8795 8 ай бұрын
গুনগুনৰ লগত ফোনত কথা পতা ছোৱালী জনী কোন হয় .গুনগুনক এঘৰিয়া কৰোতে কত আছিল. এতিয়া যে বৰ বৰ কথা ।
@DEEP972
@DEEP972 8 ай бұрын
☕😂
@HemantaChutia-cx4cc
@HemantaChutia-cx4cc 8 ай бұрын
Right koise
@aamarjibonbhumika8075
@aamarjibonbhumika8075 8 ай бұрын
সচাঁ কথা এনেকুৱা আবতৰীয়া সমাজত থাকে😂
@bikashgogoi5104
@bikashgogoi5104 8 ай бұрын
তাকেই টো হাৰাম জাদি জনিয়ে এতিয়া কথা কৈছে চোৱা ।
@TDAssam
@TDAssam 8 ай бұрын
Goyta😂
@DipjyotiDas-w1c
@DipjyotiDas-w1c 8 ай бұрын
পদ্মা তহতৰ কাৰনে অধিৰথে আজি ঘৰ এৰি গুচি যাব লগা।মাক আৰু ভনীয়েক এৰি
@bikashmoran7969
@bikashmoran7969 8 ай бұрын
Adhiroth or makor kothatu bohut bhal lagil😊❤
@RupalichutiyaMeshi
@RupalichutiyaMeshi 8 ай бұрын
Moinai gungunok thike koise❤❤
@Gungunuser-ob799
@Gungunuser-ob799 8 ай бұрын
অনুৰোধ কৰিছো গুনগুন চিৰয়িৱেল খন ইমান সোনকালে শেষ নকৰিবা দেই কেতিয়া দিব কেতিয়া চাব পাম সময় টোকে বাৰে বাৰে চাই থাকো কেতিয়া চাবলৈ পাম বুলি কিমান অপেক্ষাৰে ৰই থাকো চাবলৈ 🤔 শেষ হলে কি চাম ভালেই নালাগিব মনটো বেলেগ চিৰয়িৱেল একোয়ে নাচাও বহুত বেছিয়ে ভাল পাও গুনগুন চিৰয়িৱেল খন আৰু দেওবাৰে টো নিদিয়েই সেইদিনা খন চাব নাপালে এবছৰ চাবো নোপোৱা যেন লাগে দেওবাৰ দিনটো বৰিং লাগি থাকে শেষ হলে বহুত বেয়া লাগিব মনটো 😢 বুজাব নোৱাৰিম বহুত মিছ কৰি থাকিম শেষ হলে 😢 বহুত ভাললগা গুনগুন চিৰয়িৱেল খন মোৰ 😊 গুনগুন চিৰয়িৱেলত থকা সকলোকে মোৰ ফালৰ পৰা শুভকামনা জনালো 🙏আগলৈ যেন এনেকুৱা আৰু এখন ভাললগা চিৰয়িৱেল উপহাৰ দিয়ে 😊😊
@dipokkachari6633
@dipokkachari6633 8 ай бұрын
Mojja moina tik dele
@bijulirabha-hj9bq
@bijulirabha-hj9bq 8 ай бұрын
Kunju akdom thik kothai kuise podmak kunju 👍👍👍👍maak jiyek beleg hoi gol 🤔😢moinar kothabor bohut vhal lagil ..ji kuise thike kuise tumak bohut vhal lage moina 💖💖👍👍👍👍💖❤💖❤💖❤
@junmonikalita1363
@junmonikalita1363 8 ай бұрын
মইনা কাৰণে এটা লাইক
@rrvoice27
@rrvoice27 8 ай бұрын
দৰ্শন আৰু মইনাৰ সোনকালে বিয়া খন হ'ব লাগে 👰💒
@animakathalboriaanimakat-or4ht
@animakathalboriaanimakat-or4ht 8 ай бұрын
Moina bast kola gungunok val lagil hosakoi ❤❤❤
@dipanjalibaishya3059
@dipanjalibaishya3059 8 ай бұрын
এয়া বাস্তৱ সত্য ঘাটনা
@BijumoniBoruah-xm3ng
@BijumoniBoruah-xm3ng 8 ай бұрын
দৰ্শনলৈ বেয়া লাগিল ৰাইজ
@DipjyotiDas-w1c
@DipjyotiDas-w1c 8 ай бұрын
গুনগুন ৰ মাকৰ অলপ বেছি অহংকাৰ হৈছে। আগতে এঘৰীয়া হৈ থাকোঁতে অধিৰথে সিহঁতক মনে মনে খোৱাৰ জগাৰ ধৰিছিল। আৰু সিহঁতক জীয়াই ৰাখিছিল। আৰু এতিয়া অধিৰথক পদ্মাই গুনগুনৰ জজ্ঞ নহয় বুলি কৈছে
@rinadeka2756
@rinadeka2756 8 ай бұрын
মইনাৰ সঙলাপকেইটা সুন্দৰ
@assamesemixvideo1313
@assamesemixvideo1313 8 ай бұрын
গুণ গুণ তুমি এবাৰ অধিৰথৰ ঘৰ খনৰ কথা ভাবি চাবা যত অধিৰথৰ ঘৰখনে তোমালোকৰ ঘৰখনক বহুত সহায় কৰিছিল 😢😢😢 এতিয়া বহুত বিপদত পৰিছে অধিৰথৰ ঘৰখন 😢😢😢
@anjubegum3994
@anjubegum3994 8 ай бұрын
দৰ্শনৰ কাৰণে এটা like 👇👍
@sumegogoibikashgogoi5306
@sumegogoibikashgogoi5306 8 ай бұрын
মইনা কাৰণে লাইক এটা দিয়া বৰ ভাল লাগিল কথাখিনি সুনি
@SunuGogoi-p1j
@SunuGogoi-p1j 8 ай бұрын
মইনা কাৰনে like এটা ❤
@rahulborah4054
@rahulborah4054 8 ай бұрын
আগৰ দিনত মানুহে ইনে কোৱা নাছিলি লংকালৈ গলে সকলো ৰাৱন হয়, ইয়াৰ পৰা এইটো বুজা যায় মানুহে নিজৰ অস্তিত্ব পাহৰি য যোৱাটো ভূল ❤❤❤❤❤ মানুহে কাৰোবাক সহায় কৰিলে নিচাথ ভাবে সহায় কৰি লাগে আশা লৈ নহয়
@AnjanDutta-fo5ih
@AnjanDutta-fo5ih 8 ай бұрын
গুণ গুণ অৰ মাক জনি পাগল হল😢😂😂
@Itsbishal-r1w
@Itsbishal-r1w 8 ай бұрын
Ai serial khon hekh hole bohut besi bea lagibo moi protitu khondoe sai silu 😢😢😢😢 please mandira barkakati mem please 300 khondo diok moi eikhon serial ketiau pahoribo nuwarim😢
@RanjanBoruah-d1g
@RanjanBoruah-d1g 8 ай бұрын
মইনাৰ আৰু গুনগুনৰ কথাবোৰ ভাল লাগিল❤❤
@nabajitbora7160
@nabajitbora7160 8 ай бұрын
গুণ গুণ ৰ মাক টিংঙৰ উঠিল ৷এতিয়া
@RajumoniRajumonidas
@RajumoniRajumonidas 8 ай бұрын
দৰ্শন আৰু দেউতাকে ময়নাৰ বিষয়ে কোৱা কথাখিনি ভাল লাগিল ।। আৰু ময়না হতে গুনগুনক একেবাৰে ঠিক কথাই কৈছে কিন্তু দেই । গুনগুন কিন্তু সচাকৈ সলনি হৈ পৰিল । 💗
@ranjumabegum1390
@ranjumabegum1390 8 ай бұрын
যেতিয়া কামৰ হেঁচা পৰে সলনি হোৱা যেন লাগে এ কেতিয়াবা আমাৰ বাস্তৱ ত এ হয় husband যেতিয়া ভাত কেইটা xai শুই যায় ভাবো কিয় এনেকুৱা কৰিছে পিছে কামৰ বাবে ভাগৰি যায়।।
@jintudas-xu3kp
@jintudas-xu3kp 8 ай бұрын
Moinar karone ata like❤❤❤
@AbdulJalil-hf5od
@AbdulJalil-hf5od 8 ай бұрын
গুণগুণ আৰু মাকৰ টকা, সম্মান , অহংকাৰৰে মুৰত ধৰি সেই বাবেই মানুহ চিনি নাপাই।। মইনা মজা দিছে যেনে কুকুৰ তেনে টাঙোন
@Siku-x7f
@Siku-x7f 8 ай бұрын
Gungun sarthopor hosakoi......ji tu odirote ratie dinie gungun htr karone kosto korile.....heijni gungune atia sakori pai odhirot htk opoman korile.....odhirot bya hl gungunr karone......
@kuldeepgogoi8330
@kuldeepgogoi8330 8 ай бұрын
Moinar karo na ata like❤❤
@sangitapasani2830
@sangitapasani2830 8 ай бұрын
Bhogodutta k aji dekhun belgeg jen lagise dekhibole😅😅😅😅
@utpaltayutpalray2823
@utpaltayutpalray2823 8 ай бұрын
অধিৰত মাক আৰু মাইনা ভাল লাগে
@rupjyotiborah3967
@rupjyotiborah3967 8 ай бұрын
মইনা জনী বৰ মৰম লগা ঔ
@pompigogoi6290
@pompigogoi6290 8 ай бұрын
Sobe moina ktha h koisa. Kin2 gun gunr ktha koneu nobuje. Karon adhirothe sobore agt imn apomn krise. Poristhiti sy ktha kobo lge.
@karabideka1506
@karabideka1506 8 ай бұрын
Adhirthr poriyalt gungune xhaii krar kunu drkar niii......moinai xklu smvali lobo......❤ love you moina ❤
@RrupjutiMahanta
@RrupjutiMahanta 8 ай бұрын
My favourites ❤️❤️🌺🌺
@mamonirava6122
@mamonirava6122 8 ай бұрын
সফল হোৱাটো বিচাৰিছিলো কিন্তু অহংকাৰী হোৱাটো বিচৰা নাছিলোঁ বেলেহৰ হৈছে নে নাই নাজানো কিন্তু পদ্মাৰ যে হৈছে সেইটো কিন্তু ভাল কৈ জানো 🙏 বেয়া পাই লাভ নাই 😢
@RanjanBoruah-d1g
@RanjanBoruah-d1g 8 ай бұрын
গুনগুনজনিলৈ বেয়া লাগিছে.....তাই কিমান কষ্টৰ মাজেৰে সফল হৈছে কিন্তু অধিৰতক সহায় নকৰা বাবে স্বাৰ্থপৰ হ'ল আৰু বিষয়া মুৰত উঠিছে কৈছে আৰু তাই ঠাইত গুনগুন শুদ্ধ কাৰণ অপৰাধিক কোনো সহায় নকৰে যিমান আপোনেই নহক কিয় আৰু নিজৰ আত্মসন্মান আৰু সন্মান কৈ একো হ'ব নোৱাৰে❤
@ranjumabegum1390
@ranjumabegum1390 8 ай бұрын
ঠিকেই কৈছে নতুনকৈ পোৱা চাকৰি2 এটা drugs padelar ক সহায় কৰি হেৰুৱাব নোৱাৰে নহয়।।
@nileswargogoi462
@nileswargogoi462 8 ай бұрын
Gun gun faltu suwali
@MituMoni-x7r
@MituMoni-x7r 8 ай бұрын
Moina pura jehat dse. Moja vl lagil
@DeeplimaHazarika
@DeeplimaHazarika 8 ай бұрын
Moina best❤ সকলোতকৈ
@aamarjibonbhumika8075
@aamarjibonbhumika8075 8 ай бұрын
মইনা তুমি আজি গুনগুনক বহুত সুন্দৰ কৈ মিহি মিহি কৈ কৈছা😊 আৰু তুমি কোৱা কথাৰ বাবে তোমাক চেলুট দিলো। লগতে তোমাৰ মা সলনি হোৱা বাবে ভাল লাগিছে। দুজনী ভালকৈ থাকিবা। শথতাক প্ৰশ্ৰয় দিব নালাগে। নতুন ধনীৰ ফুটনি প্দ্মা আৰু গুনগুনৰ। গৰু মাৰা বাবেহে সিহঁতৰ বাবে টকা ঘটিব গৈ বেয়া কামত ফচিছিল। সেই কথাটো সিহঁতে নুবুজে কাৰণ সিহঁতৰ সন্মান বহুত বেছি ওপৰৰ মাল দুয়ো😂😂😂 এতিয়া সৰু সুৰা কথা ভাবিবলৈ সময় নাই।
@koushikbaruah5872
@koushikbaruah5872 8 ай бұрын
Thank you Moina ba
@Kaushik632
@Kaushik632 8 ай бұрын
আৰু ৫ টা খণ্ড বাকী আছে শেষ হ'ব লৈ....শেষত যেন অধীৰথ আৰু গুণ গুণৰ বিয়া খন হয় গৈ...❤
@Gitanjali-h4i
@Gitanjali-h4i 8 ай бұрын
Kot gom pla
@RajumoniRajumonidas
@RajumoniRajumonidas 8 ай бұрын
নহয় নেকি !
@KeshobGogoi-cv6mr
@KeshobGogoi-cv6mr 8 ай бұрын
Kot gm pale aapuni 😢😢
@Mridupratik
@Mridupratik 8 ай бұрын
Nhy , Time change hbo
@Kaushik632
@Kaushik632 8 ай бұрын
@@Mridupratik kot gom ple time change hbo buli??
@JunaliDeka-f1v
@JunaliDeka-f1v 8 ай бұрын
Dorkhon r khota bur xuni bhut dhuk lagil kandia dilu 😢😢😢😢
@MoniMoni-gt9zr
@MoniMoni-gt9zr 8 ай бұрын
Moina tumi bohut val kotha koisa gun gun r dore suwali k
@RashmitaBora-up7yq
@RashmitaBora-up7yq 8 ай бұрын
নতুন ধনী অহংকাৰী 😅
@munmichetia-cg4uf
@munmichetia-cg4uf 8 ай бұрын
Moina karona 1ta like ❤
@triptidutta6428
@triptidutta6428 8 ай бұрын
গুণ গুণে এবাৰ অধিৰথৰ লগত কথা পাতি জানিব লাগিছিল প্ৰকৃততে সি কিয় এই কাম কৰিছে কাৰণ সিও নাজানে তাৰ পিছৰ কাহিণী। কিন্তু তাই সকলোৰে দৃষ্টিৰে চালে আৰু এবাৰো নভবাকে তাক অপৰাধি বুলি বিশ্বাস কৰি অলপো সহানুভুতি নেদেখুৱালে। সি বেয়া লৰা হোৱা হলে কথাতো বেলেগ আছিল। অপৰাধিক সহায় কৰাতো বেয়া কথা বুলি মানিবলৈ বাধ্য। আৰু তাইৰ কাৰণেই বেয়া মানুহৰ পাল্লাত পৰি গল নজনাকে। অপৰাধৰ টকাৰেতো তাইও ঘৰখন হেৰুৱাৰ পৰা ৰক্ষা পৰিল। তেতিয়া মাক জীয়েকে নালাগে বুলি কৱলৈ এতিয়াৰ দৰে ডম দেখুৱাব লাগিছিল।এবাৰতে মান্তি হব নালাগিছি। স্বাৰ্থপৰ। অধিৰথ গুণ গুণতকৈ ওপৰত যোৱাতো বিচাৰো। চিৰিয়েলখন ভাল লাগিছে চায়। ধন্যৱাদ ।
@barbaligirlshighschool1942
@barbaligirlshighschool1942 8 ай бұрын
বহুত ভাল লাগে ছিৰিয়েল খন। কেইবাটাও দিশ সামৰি লৈছে
@dkoch7330
@dkoch7330 8 ай бұрын
এই বিলাক ব্যৱহাৰ মানুহ অপৰাধ সংঘটিত হৈছিল। আৰু হয় থাকিব। ইমান দিন ভাল পোৱাৰ পিছত যদি এনে হয় আৰু কি?
@NikuGogoi_143
@NikuGogoi_143 8 ай бұрын
Akdom hsa ktha moina .....odhirothe hohai nkra hole aji tai emn dangr officer nhol heten...
@jubitakalita3162
@jubitakalita3162 8 ай бұрын
অলপ পানীৰ মাছ বেছি পানী পালে জপিয়াই এই সত্য
@PorishmitaBorahPorishmit-zh7ti
@PorishmitaBorahPorishmit-zh7ti 8 ай бұрын
Gungunk vl moza dile moinai,valei krile❤❤
@GodItachi621
@GodItachi621 8 ай бұрын
❤❤❤
@Pompybarchung
@Pompybarchung 8 ай бұрын
গুণ‌ গুণ serial খন চাব কাৰণে সদায় ৰৈ থাকো বহুত ভাল লাগে।।।❤❤❤
@BanamaliThengal
@BanamaliThengal 8 ай бұрын
মজা
@digantahazarika1631
@digantahazarika1631 8 ай бұрын
My favourite srrial❤❤❤
@sunilborah8325
@sunilborah8325 8 ай бұрын
গুন। গুন সমাজৰ কাৰনে। ভাল। এটা। উপদেশ বা। সঠিক গান দিয়া। হৈছে এনে। ধৰনৰ ছিৰিয়েল আমাৰ। সমাজত প্ৰয়োজন আছে আৰু লাগিব ময়। সাধাৰন মানুহ এজনে কৈছোঁ ধন্যবাদ
@sunilborah8325
@sunilborah8325 8 ай бұрын
আমি কাৰ্বি আংলং ৰ। পৰা কৈছো
@SajidAli-ou5xe
@SajidAli-ou5xe 8 ай бұрын
My favorite siryel ❤
@dipuamfiassam7749
@dipuamfiassam7749 8 ай бұрын
Love from মৰিগাঁও জিলাৰ কোন কোন আছা like comment
@manuwarahazarika3020
@manuwarahazarika3020 8 ай бұрын
Nijor nijor thait khokolu thike ase thorhapo kio janu Maina kotha khini khuni dukh lagi gol.Kinto podma kothat olop ohonkar r gundh pua Jen lagil .
@DebajitGogoi-h9l
@DebajitGogoi-h9l 8 ай бұрын
Aoiiii jiyeko hikai se suwa ooo bohut besi beya lagil
@fulendragoswami6822
@fulendragoswami6822 8 ай бұрын
Dhuniya serial xosa koi dhuniya hoise ....
@SkSajidur-xw3xs
@SkSajidur-xw3xs 8 ай бұрын
Aji khando tu Sai Val lagise gun gun r mat naikiya hoi gl j Mur br Val lagil.thanks moina
@gofacts07
@gofacts07 8 ай бұрын
ভাল লাগিল বহুত মইনা আৰু শান্তি এ মজা দিলে গুণ গুণ ক , তৈও টো শুনা নাছিলি তাৰ কথা গুণ গুণ 😂
@rinkubora6349
@rinkubora6349 8 ай бұрын
Excellent and dhunia episode.Saie bohut bhal laga xas nohok jan laga.Nice v.v.v.
@gofacts07
@gofacts07 8 ай бұрын
মইনা মজা দিলা গুণ গুণ ক মজা মজা
@manomatithakuriya3811
@manomatithakuriya3811 8 ай бұрын
Moynar babe ata like❤❤❤
@anamikadeka95
@anamikadeka95 8 ай бұрын
Darkhan ru darkhanar deutakok hajar bar salute lora hole darkhanar nisina habo lage😢😢😢
@manjulikalita1663
@manjulikalita1663 8 ай бұрын
mundrik,adhirotho,moina,darxa k Kune Kune vl pua 👇.....👍kriba
@soshikantakalita7776
@soshikantakalita7776 8 ай бұрын
Mundrik kun nu?
@dipankarphukanofficial8902
@dipankarphukanofficial8902 8 ай бұрын
Pundorik hoi sir mundri nhoi
@manjulikalita1663
@manjulikalita1663 8 ай бұрын
@@dipankarphukanofficial8902 manuh
@manjulikalita1663
@manjulikalita1663 8 ай бұрын
@@soshikantakalita7776 manuh
@Gogoimonalisa
@Gogoimonalisa 8 ай бұрын
Mundrik,?????😢
@bhaskarjyotisaikia768
@bhaskarjyotisaikia768 8 ай бұрын
Great serial ❤❤❤
@BikiNath-zs5zm
@BikiNath-zs5zm 8 ай бұрын
আজিৰ চিৰিৰেল সন চায় বহুত ভাল লাগিল ভাল লাগিল এইতু কাৰনে জে মইনা আৰু অধিৰথ দা মাকে গুন গুনক এনেকৈ কলে
@DeponteBora
@DeponteBora 8 ай бұрын
❤❤❤❤moja lagise oi gun gun da
@manomatithakuriya3811
@manomatithakuriya3811 8 ай бұрын
Moynar makor babeoata like.❤❤❤
@PradipsaikiaPradipsaikia-km3iu
@PradipsaikiaPradipsaikia-km3iu 8 ай бұрын
My Favourite❤aerial😊
@rashmirekhadutta2702
@rashmirekhadutta2702 8 ай бұрын
Moinai thik dile gungunk
@KalyanRoy-w7g
@KalyanRoy-w7g 8 ай бұрын
Moi nar kotha bora aji mn soi gol😢😂
@jesminsultana9240
@jesminsultana9240 8 ай бұрын
মইনাই কিন্তু মোৰ monr কথা তেওঁ কলে।adhirothe 40,000 আনি নিদিলে না ঘৰ থাকিলে হৈ না চাকৰি পালে হৈ।ৰাস্তাৰ ভিখাৰী হল hoi
@MoniGogoi-c5t
@MoniGogoi-c5t 8 ай бұрын
গুণগুণৰ কাৰণে এটা লাইক ❤❤❤❤❤❤❤
@NirmalHazarika-u2f
@NirmalHazarika-u2f 8 ай бұрын
ভগদত্ত কেই ছেকেণ্ডৰ বাবে উলালহি ভাল লাগে
@rituraazgogoi2356
@rituraazgogoi2356 8 ай бұрын
গুণ গুণ মাক আৰু ৰানোমণ্ডল মাজত মিল আছে পুৰা ।
@srimantabhuyan3398
@srimantabhuyan3398 8 ай бұрын
Ajir episode tu Sai besi vl lagil
@najirabegum1537
@najirabegum1537 8 ай бұрын
Bohut vl lagil sai aji ❤❤
@PromudGohain
@PromudGohain 8 ай бұрын
Moina ba l love you ♥️
@JunuDevi-s9n
@JunuDevi-s9n 8 ай бұрын
গোগোনবেচিলেবেল😢😢😢❤❤😂❤❤❤
@karobisaikia3548
@karobisaikia3548 8 ай бұрын
Gungun r logor joni bor dangkati dekib mon bajay
@rubihazarika57
@rubihazarika57 8 ай бұрын
Good job moina❤❤❤ experience 👍👍
@MadhusmitaTalukdar-dk6tk
@MadhusmitaTalukdar-dk6tk 8 ай бұрын
ভূল বুজাবুজি হোৱাৰ বাবে আজি এইটো পৰিস্থিতিৰ সন্মূখীন হৈছে 🥺
@anearu7448
@anearu7448 8 ай бұрын
মইনাৰ মাকৰ কথাবোৰ ভাল লাগিলে আজি। গুণগুণৰ মাক জনী ভাল হোৱা নাই চোন
@jitubora8575
@jitubora8575 8 ай бұрын
❤❤❤❤
@Nilim5555
@Nilim5555 8 ай бұрын
14:05 ভুক্তভুগি🥺💔
@DhanChutia12
@DhanChutia12 8 ай бұрын
Moinar babe ata like❤
The Best Band 😅 #toshleh #viralshort
00:11
Toshleh
Рет қаралды 22 МЛН
How to treat Acne💉
00:31
ISSEI / いっせい
Рет қаралды 108 МЛН
She made herself an ear of corn from his marmalade candies🌽🌽🌽
00:38
Valja & Maxim Family
Рет қаралды 18 МЛН
beharbari outpost best comedy #funnyvideo #comedy #trending
4:23
Unity in Sports
Рет қаралды 12 М.
Chaknoiya || EP-30 || 09-02-2025
17:10
Rengoni TV
Рет қаралды 51 М.