Welcome sir , programme too বৰ ভাল লাগিল ট্ৰেজেদী টো হে মনত দুঃখ পালো আগবাঢ়ি যাওক শুভ কামনা কৰিলো।
@pallabitakakotyshah14963 жыл бұрын
খুউব সুন্দৰ অনুষ্ঠান এটা উপভোগ কৰিলো .ধন্যবাদ
@किरण20212 жыл бұрын
আজি মই কিমান সুখী হয়তো ভাষাৰে কব নোৱাৰিম হয়তো কোনোবাই মোৰ কমেন্ট তো পঢ়ি হাঁহিব কিন্তু মই ভ্ৰুক্ষেপ নকৰো... প্ৰথম ধন্যবাদ আপোনালোকৰ নিওজ পৰ্টেল টোলৈ.. জ্যোতিৰ্ম্ময় দেৱনাথ ডাঙৰীয়াক ৰাইজৰ মাজলৈ উলিয়াই অনাৰ বাবে... তেঁওক দেখিছিলো পলাশবাৰীৰ বহাগী বিদায়ৰ সাংস্কৃতিক সন্ধিয়াত.. নাম দিছিল জুনিয়ৰ ভূপেন হাজৰিকা.. গীত শুনি ইমানেই আপ্লুত হৈ পৰিছিলো.. যে বন্ধু সকলোৰ মাজত আলোচনা কৰিছিলো এদিন এজন অসমৰ সুগায়ক হব পিছে কেনেকৈ ক'ত হেৰাই গল বিচাৰিয়েই নাপালো.. বহুত বিচাৰ খোচাৰ কৰিছিলো.. কিন্তু যেতিয়া মিতালী চৌধুৰী বাইদেউয়ে বুঢ়া লুইতৰ সেই বিখ্যাত গীতটি উলিয়াই অকল তেখেতৰ নাম দিলে দেখি আচৰিত হৈছিলো.. মই বহুতকে কৈছিলো সেই দিনটোৰ কথা পলাশবাৰীৰ বিহুত দেৱনাথ দাই পৰিবেশন বিখ্যাত গীতটি.. তাতেই এখন কাজিয়া হৈছিল তেঁওৰ চাগে মনত পৰিবনে নাই নাজানো.. মাত্ৰ হাৰ্মোনিয়াম গীটাৰ তবলা ঢোলক লৈ গীত গাই কলিকতাৰ পৰা অহা দল এটাক লৈ কিবা কিবি কৈছিল l আমাৰ কিশোৰ মনত জাতীয় চেতনা জগাই তুলিছিল.. তাৰ পিছত কলিকতাৰ দলটোৱে গীত পৰিবেশন নকৰিলেই.. কথাখিনি মনৰ পৰা প্ৰকাশ কৰিবলৈ পাই আজি মই বহুত সুখী.. পিছলৈ মই বহু কথাই তেঁওৰ বিষয়ে ইজনৰ পিছত সিজনক সুধি জানিবলৈ চেষ্টা কৰিছিলো l জ্যোতিৰ্ময় দা.. আপোনালৈ মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো... যদি মোৰ কথাখিনি পঢ়ে তেন্তে ঘটনাটো নিষ্চয় মনত পৰিব... দীঘলীয়া হল তাৰ বাবে সকলোৰে ওচৰত ক্ষমা বিচাৰিছোঁ.. শেষত আপুনাৰ আৰু বাইদেউৰ দীৰ্ঘায়ু কামনা কৰিলো.. কাৰণ আপোনালোক দুয়োজন এটা বিশেষ সন্মানীয় বাৰ্তা সমাজৰ আগত দেখুৱাই দিছে...
@kamakhyabaruah94572 жыл бұрын
He has a unique voice of his own. I believe he can establish himself as a Jyotirmoi Deb Nath .I request him to bring an end of all those odds and start afresh his works.Going away from the public is an injustice for him . Best wishes from the core of my heart.
@mithunpegu59354 ай бұрын
আকৌ ৰাইজৰ মাজলৈ ওলাই আহক, আমি আন্তৰিক অভিনন্দন জনাইছো ।
@labaram5664 жыл бұрын
অতীত এটা দু:স্বপ্ন-বুলি সহজ ভাবে ভাবি লৈ, জীৱনৰ বাকী থকা বাট খিনি সাহসীসতাৰে আগবাঢ়ি যাবলৈ চেষ্টা কৰক ,এয়া মোৰ ব্যক্তিগত আহ্বান ।ধন্যবাদ ।
Bahut bhal laagil..... Bhopen Da moor otikoi priya..... Because ,, axomor Homaaj aru Culture jagataloi ji awadaan Heia aajir neta aru kisumaan manuhe kot bujiba..
He is a great singer… should be brought back to singing…
@uttarabaruva34613 жыл бұрын
You have got your different identity, I request you come forward and continue singing. We are all with you. All the best.
@diptyborah81966 жыл бұрын
আকৌ ঘূৰি অহাৰ বাবে ধন্যবাদ। আমি যিহেতু শিল্পীক ভাল পাওঁ
@Tdb.kalita5 жыл бұрын
Khub xundor voice apunar but xuniboloi ktia pam
@bankimsarma63593 жыл бұрын
Kono ganei ajiloi mur hia iman sui jowanai, Bhupen Da r geetar bahire
@tulsicreations8622 жыл бұрын
Hosai ejon mohan hilpi ...jujaru hilpi teu jiyai thakok
@Its_doto4 жыл бұрын
Bhal loga bea loga aghat ai hokolubur hamayar kral grasat herai goise. Hakalu pahari jauk. Apuni mathu ajan val sangitàgya. Apuni akau olai ahak debnath dada. Amak ananda diyak sangitere.
@nitomtayung2480 Жыл бұрын
Very nice
@sailenmallikpoltumallik49983 жыл бұрын
তেখেতৰ ভূপেনদাৰ লগতে ফটোত দেখা পাওঁ ,,,,পিছে সচাকৈ দেখা পালোঁ,,,,
@gitikadevi3253 жыл бұрын
Vl lagil
@rajubasumatary82113 жыл бұрын
Outstanding singing keep it up
@faridabegum37662 жыл бұрын
বহুত বহুত সুন্দৰ🙏
@amarendranathsarma62832 жыл бұрын
Manuh bor baayae Kam ,chinta korishil , Tu dada.
@nargisnargis8445 жыл бұрын
Xokakoi bohut bhal lagile gaanbur xuni .Apunar usorot akou jam moi gaan xunim.Akou sangitor dixot akou aguai jai jen tarei kamona karilu..
@dibyajyotidas20037 жыл бұрын
Awesome 👍 👍
@junakilaskar61985 ай бұрын
ধন্য
@ramadas58393 жыл бұрын
u r the great.we are all ways ready to recognize u as junior Bhupenda we therefore request u kindly try to come again so that we shall be able get u in stage randomly. We r with u.please don't wory
@p.kumarboruah13687 жыл бұрын
Nice.....
@drngoswami.95076 жыл бұрын
Really nice
@nityadas30842 жыл бұрын
Same with Bhupenda
@dharanidhardeka84603 жыл бұрын
Aapuni agg bari jaok jouri bilauk .
@durlovjyotibhuyan92825 жыл бұрын
J. Debnath, Da. Your voice is very nice.
@durlovjyotibhuyan92825 жыл бұрын
Bor bhal lage Jyotiermoi DebNath r kontha agbahi jawak jyoti Da.
@rajubasumatary82113 жыл бұрын
Keep it up Turning point
@satyasundarofficial72866 жыл бұрын
মই সদাই আপোনাৰ কাষত আছোঁ
@gupikantahazarika21134 жыл бұрын
great jonb.👍
@rajanideka43396 жыл бұрын
Jyotirmayda aami apunar logat.
@mridulmajuli45056 жыл бұрын
Actually it is turning point. Bhuyan da, you have done a great job .
@pranabjyotikashyap77995 жыл бұрын
Nakere matile bhupen hazarika hobow nuware. Turning point mane khanghatik turning luwa point
@gyanamnath92364 жыл бұрын
Dada tulana bihin gayaki ,anannya, sumadhur .
@khagendutta36463 жыл бұрын
Nicez
@lon90x5 жыл бұрын
❤Peha❤
@bhesojbaruah87257 жыл бұрын
Junior Bhupen Hazarika আকৌ গীত গাওক🎂💐💐💐💐💐
@alimumbagamer37916 жыл бұрын
Bhesoj school
@girishkandali25502 жыл бұрын
আজি এটা পুৰণি দিন শুৱৰিছো।
@bhadrakantadas61014 жыл бұрын
Nice voice
@prashantabasu37304 жыл бұрын
Well come kokaideu 🙏🙏🙏🙏
@tapandas53094 жыл бұрын
Mr.Debnath.plz return again.
@gojenhaloi28336 ай бұрын
Dada aapuni akoahak
@pratidhwani6042 жыл бұрын
Heraijuwa atit ghuraai palu
@kaliramkuli20412 жыл бұрын
Gold is gold whatever its forms
@minatimedhi17392 жыл бұрын
শিল্পীৰ বাট ত হেঙাৰ নহব
@debajitdibyajyotidj31353 жыл бұрын
🙏🙏🙏
@jayharidas6150 Жыл бұрын
Joytirmay Devnath Dak assamiya Raije punar sangeet jagataloi ghurai aanak
@the90s46 жыл бұрын
awesome
@alimumbagamer37916 жыл бұрын
Luhit Taw e
@RajRoy-bk6wy3 жыл бұрын
তুমি সংগিতলৈ যিকোনো,,,,,ওলাই আহা
@adi199010p7 жыл бұрын
Awesome
@deepkumarnath19943 жыл бұрын
মুছলিম বিয়া পাতি তোমাৰ জীৱন শেষ
@baharulislam28946 жыл бұрын
উওম কন্ঠ
@Jaiaiiaxom1232 жыл бұрын
Junior hobdo tu kio byobohar kore.???
@pallabitadaschetry39337 жыл бұрын
apuni ako amar babe gaan gawk..val khilpir avab hoise . apuni akow gaan gawk