বাঁহগাজৰ কেঁচা খৰিচা | How to Preserve Bamboo Shoot | Ethnic Food of N.E.India

  Рет қаралды 71,121

Rupanjali Ronganoi

Rupanjali Ronganoi

Күн бұрын

Пікірлер: 131
@namitadeka8477
@namitadeka8477 3 ай бұрын
Very simple but careful preparation. Many many thanks to Rupanjali Baidew.
@RupanjaliRonganoi
@RupanjaliRonganoi 3 ай бұрын
🙏❤️
@kalpanabhuyan2372
@kalpanabhuyan2372 3 ай бұрын
ভাল লাগিল এতিয়া বনাব পাৰিম ধন্যবাদ🙏
@RupanjaliRonganoi
@RupanjaliRonganoi 3 ай бұрын
🙏
@DineshTalukdar-fc7cy
@DineshTalukdar-fc7cy Жыл бұрын
আপোনাৰ খৰিচা বনোৱা ভিডিও চালোঁ।
@RupanjaliRonganoi
@RupanjaliRonganoi Жыл бұрын
❤️
@bhupendas9350
@bhupendas9350 3 жыл бұрын
ভাল লাগিল । ধন্যবাদ। from Udalguri
@samuelkevin8998
@samuelkevin8998 3 жыл бұрын
Instablaster.
@adityaboro7302
@adityaboro7302 4 жыл бұрын
আগতে এনে কেচা খৰিচা নিমখ কেচা তেল ,পিয়াজ,জলকীয়া দি চাটনি কৰি খাইছিলো.....এতিয়া নোৱাৰোঁ বেমাৰে আগুৰি ধৰিছে....ধন্যবাদ......
@sangitasaikia3522
@sangitasaikia3522 2 жыл бұрын
Bohut val lagil so lovely nice❤
@hd6465
@hd6465 4 жыл бұрын
O,baa apuni eman sarol bhabe amak bivinna songskritir abhas diye bohut val lage.aponak log pabor mon ase vogobane apunak suswasthya di vale rakhok
@RupanjaliRonganoi
@RupanjaliRonganoi 4 жыл бұрын
❤️🙏
@shilpipriya631
@shilpipriya631 4 жыл бұрын
Val lagil video 2 sai baidew
@ranjumorang6967
@ranjumorang6967 4 жыл бұрын
Bhal lagil sai baa.
@tandraborkotoky6781
@tandraborkotoky6781 Жыл бұрын
বাঁহগাজৰ আচাৰৰ ৰেচিপি দিবছোন।আপোনাৰ ভিডিও বোৰ বৰ ভাল লাগে।
@RupanjaliRonganoi
@RupanjaliRonganoi Жыл бұрын
বাঁহগাঁজৰ আচাৰ | উপকৰন মাত্ৰ তিনিবিধ | Bamboo Shoot Pickle | Ethnic Food of North East India kzbin.info/www/bejne/Z6rCmXhvl7qXnJo
@monideepdoley5027
@monideepdoley5027 3 жыл бұрын
Val lagil
@gobindamandal944
@gobindamandal944 3 жыл бұрын
Val lagilea
@binitamahanta7567
@binitamahanta7567 Жыл бұрын
Bohut vl lagil bydew, nimakh nidile nki
@RupanjaliRonganoi
@RupanjaliRonganoi Жыл бұрын
নাই দিয়া ৷
@manitahbildar5162
@manitahbildar5162 2 жыл бұрын
Baideu bahorgajkhini panit kiman dinoloi rakhibo pari ? Moio kasor boyate thoisu dermah man hol, bortoman bhale ase. Kindly jonabosun.Apuar mattu khub vl lage.
@RupanjaliRonganoi
@RupanjaliRonganoi 2 жыл бұрын
মই এবছৰলৈকে ৰাখোঁ ৷
@meghaliroy5108
@meghaliroy5108 4 жыл бұрын
Mojja baidew
@RJHMvideoblogs
@RJHMvideoblogs 2 жыл бұрын
Bor bhal lagil ma'am
@RupanjaliRonganoi
@RupanjaliRonganoi 2 жыл бұрын
ধন্যবাদ মতামতৰ বাবে ৷ লগতে বিহুৰ শুভেচ্ছা দিলোঁ ৷
@RJHMvideoblogs
@RJHMvideoblogs 2 жыл бұрын
@@RupanjaliRonganoi 🙏🙏🙏 ketiyaba bhul bhal khini anguliai dibo buli aaxa thakil .. natun koi arambha karisu ma'am ..
@majonimajoni1546
@majonimajoni1546 4 жыл бұрын
bhal lagil baideo.
@lanimabayan6243
@lanimabayan6243 4 жыл бұрын
আপোনাৰ খৰিচা তৈয়াৰ কৰা ভিডিও চাই ভাল লাগিছে
@gitakotoky733
@gitakotoky733 2 жыл бұрын
Nice .
@RupanjaliRonganoi
@RupanjaliRonganoi 3 ай бұрын
❤️🙏
@gagankonwarkonwar7975
@gagankonwarkonwar7975 3 ай бұрын
👍👍👍
@namitanath7898
@namitanath7898 4 жыл бұрын
Baideu khorisare ki khab pari ba keneke khay plz jonab buli akha korilu.moi Bongaigaon Hoy amar epine khorisa tenekoi nakhay .apuni dekhuwa dore moi khorisa rakhisu ,keneke khab parim jonale sukhi hom.
@chandenidoleyturung3398
@chandenidoleyturung3398 4 жыл бұрын
Mozaa
@nakupatir5759
@nakupatir5759 4 жыл бұрын
Bhal hoise.
@romeshmech6088
@romeshmech6088 4 жыл бұрын
Bydew apunar video bur bor vl lgy
@pranjalborah5425
@pranjalborah5425 4 жыл бұрын
Luv from gohpur
@jayantakumarborah
@jayantakumarborah 4 жыл бұрын
Besi mojja lagibo jetia purona hobo aru ronga hobo. Duror porai gundhabo. Tholua recepie karone moi ei channel saie thakim in future
@RupanjaliRonganoi
@RupanjaliRonganoi 4 жыл бұрын
ধন্যবাদ ৷ চেনেলৰ প্ৰথম অবস্থাত হতাশ হওঁতে আপুনি বহুত প্ৰেৰণা দিছিল ৷ আজিৰ অৱস্থালৈ আহিব পাৰিলোঁ আপোনাৰদৰে সকলো সুহৃদৰ মৰম, শুভেচ্ছা আৰু আশীৰ্বাদৰ বাবেই ৷ প্ৰতিজন দৰ্শক আৰু পৰিয়ালৰ সদস্যৰ সদিচ্ছা আৰু সঁহাৰিৰ বাবেই ভিডিঅ’ কৰাৰ সাহস কৰি আছোঁ ৷ আপোনাৰ মতামত আৰু সহযোগিতাৰ বাবে ধন্যবাদ জনালোঁ ৷
@pranjalborah5425
@pranjalborah5425 4 жыл бұрын
Hi,,aunty..video tu derike salu..val lagil o..bambo shoot di gahori tel nidia vid ata pare jdi dibo ha
@RupanjaliRonganoi
@RupanjaliRonganoi 4 жыл бұрын
যোৱাবছৰৰ এটা লিংক দিছোঁ তোমাক ৷ অলপ শ্চেয়াৰ কৰি দিবা ৷ নচলিলে অ’ ! ৰং যিয়েই নহওক লাগে খাবলৈ ভাল হৈছিল ৷ kzbin.info/www/bejne/oJTJY59qp7iMq9k
@pranjalborah5425
@pranjalborah5425 4 жыл бұрын
Thanks
@gouridaimary4940
@gouridaimary4940 3 жыл бұрын
♥️
@sidheswarbailung5073
@sidheswarbailung5073 3 ай бұрын
মই আজি বনাবলৈ চেষ্টা কৰিছো
@RupanjaliRonganoi
@RupanjaliRonganoi 3 ай бұрын
নিশ্চয় ভাল হ’ব !
@newjcbchannel7457
@newjcbchannel7457 2 жыл бұрын
Very nice 👌👌
@RupanjaliRonganoi
@RupanjaliRonganoi 2 жыл бұрын
❤️
@girinbora9193
@girinbora9193 Жыл бұрын
​@@RupanjaliRonganoijU3rd,kno no b Co v hi j hi v go h pooh'😢😢 #jjjjjj jv😢mnn ❤😊😊
@Comedyassam-t7i
@Comedyassam-t7i 3 ай бұрын
Baideu pai di kiman dinoloi rakhibo pari?
@RupanjaliRonganoi
@RupanjaliRonganoi 3 ай бұрын
এবছৰ ৰাখিব পাৰি । কিন্তু কেইমাহমানৰ পিছৰপৰা ৰংটো সলনি হৈ যায় । সোৱাদ সলনি নহয় ।
@GupShupWithRidip
@GupShupWithRidip 4 жыл бұрын
Nice
@jerinapegu6623
@jerinapegu6623 3 жыл бұрын
Nice ma'am
@jayajiyanshi4141
@jayajiyanshi4141 Жыл бұрын
Baidew moi pani uporolr dhali rakhisilu 15 din mn pisot uporor khini kumol kumol hoi goise
@kalpananeog3532
@kalpananeog3532 4 жыл бұрын
ভাল লাগিল, কিন্তু আমাৰ মাঁয়ে বনাওঁতে প্ৰথমতেই কেঁচা বাঁহগাজ খিনিৰ লগত ঠেকেৰা টেঙা মিলাই থৈছিল,,,,
@jamsadali4571
@jamsadali4571 3 жыл бұрын
Baah gajor bhoja kenekoi khbo pare
@RupanjaliRonganoi
@RupanjaliRonganoi 3 жыл бұрын
লগে লগে খাবলৈ হলে বাঁহগাঁজটো কটাৰ পিছত গাঁজখিনি প্ৰথমে পানীত সিজাই টুকি লব লাগিব ৷ তাৰপিছত ভাজি খাব পাৰি ৷
@gobindamandal944
@gobindamandal944 3 жыл бұрын
Video chai borval lagil aako noton video dekhar sakhat thakilo 🙏
@padmakumariburagohain6490
@padmakumariburagohain6490 4 жыл бұрын
Bah gaj- khoricha adi bostu tu bhabile bor aasorit lage nahoine ? Bahgaaj tu kati kuti boiamot bhorai tholei dudinor pasote tenga hoi aru bohut dinoloi vl hoi thake.paanir bade eko dibo u nelage.
@RupanjaliRonganoi
@RupanjaliRonganoi 4 жыл бұрын
এয়াই বিনন্দীয়া প্ৰকৃতিৰ দান নহয় নে বাৰু ?
@silpibharali5081
@silpibharali5081 3 ай бұрын
I really enjoy your video but this time I m really surprised how you are using plastic bottle to preserve bamboo shoots . It is not a all correct . Plz don’t mind . Plastic bottles are not for any pickles, sour items etc
@runumeekalita1393
@runumeekalita1393 3 ай бұрын
মই পানী নিদিওঁ।এনেয়ে বনাও
@digantabora2508
@digantabora2508 4 жыл бұрын
বাইদেও আমাকো মাতিব বাহঁ গাজ গাহৰি লগত খাবলে
@sumitrapadi3815
@sumitrapadi3815 3 жыл бұрын
Baideu aneka k thoi 4 days manor pasot nimokh aru halodhi tel dilege mne beya hoi ge neko
@RupanjaliRonganoi
@RupanjaliRonganoi 3 жыл бұрын
বাঁহগাঁজৰ আচাৰ | ভোটজলকীয়া | Bamboo Shoot Pickle with King Chilli | Ethnic Food of N.E. India কেঁচা খৰিচা এইদৰেই খায় ৷ তেল নিমখ হালধি নিদিয়ে ৷ আচাৰৰ ভিডিঅ’ লিংক দিছোঁ ৷ সময় পালে চাই লব পাৰিবা ৷
@rishisingha253
@rishisingha253 4 жыл бұрын
Baah gaasor achar bonua video bonabo plz
@RupanjaliRonganoi
@RupanjaliRonganoi 4 жыл бұрын
এইবাৰ বাঁহগাঁজ সৰু হৈ থাকোঁতেই আনিলোঁ যে তেনেই কম হ’ল অ’ ! সহজ আচাৰৰ লিংক দিলোঁ ৷ 👇 kzbin.info/www/bejne/Z6rCmXhvl7qXnJo
@rishisingha253
@rishisingha253 4 жыл бұрын
@@RupanjaliRonganoi thank you
@hiramonichoudhury6855
@hiramonichoudhury6855 3 ай бұрын
মই বনোৱা বাঁহ গাজ খিনিৰ ওপৰ ভাগটো ক'লা হৈ গল | খাব পাৰিনে জনাবচোন
@RupanjaliRonganoi
@RupanjaliRonganoi 3 ай бұрын
পাৰিবা । ফিল্টাৰ পানী দিলেও এটা সময়ত ক’লা পৰি যায় । তেতিয়াও আমি খাওঁ । ধুই খাওঁ ।
@anamikakalita494
@anamikakalita494 4 жыл бұрын
বাইদেউ, এইবাৰ মই প্ৰথম বাঁহগাজৰ ভুতজলকীয়াৰে আচাৰ বনাইছো নাজানো কি হয়, ৰদাব পৰাইনাই বনোৱাৰ দিনৰ পৰাই বৰষুন দি আছে......
@RupanjaliRonganoi
@RupanjaliRonganoi 4 жыл бұрын
আজি তিনিদিনৰ মুৰত অলপ ৰ’দ দেখি জালুক জলকীয়া উলিয়াইছিলোহে ৷ গম পাওঁ মানে বৰষুণত তিতি শেষ ৷ 😭
@anamikakalita494
@anamikakalita494 4 жыл бұрын
@@RupanjaliRonganoi হয় দিয়ক বৰষুন তুয়ে যে কি দেখিছে জানো, একো এটা কৰিব নোৱাৰা হৈছো.....
@minagoswami6559
@minagoswami6559 4 жыл бұрын
অপৰাজিতা ফুলৰ যে চাহ খাবলৈ কৈছিল তাত মৌ দি চুগাৰ থকা মানুহে খাব পাৰি জানো জনাব চোন
@RupanjaliRonganoi
@RupanjaliRonganoi 4 жыл бұрын
ধন্যবাদ সোধাৰ কাৰণে ৷ চুগাৰ থকা মানুহে মৌ খাব পাৰে নে নাই মই নেজানো ৷
@dikshitagogoi5738
@dikshitagogoi5738 4 жыл бұрын
বাইদেউ, পানী নিদিয়া কৈও বনাব পাৰি নে?
@RupanjaliRonganoi
@RupanjaliRonganoi 4 жыл бұрын
শুকানকৈ পাৰি ৷ কিন্তু গোন্ধ আৰু সোৱাদ বেলেগ হয় ৷ ৰ’দৰ বতৰতহে পাৰি ৷
@LipiDavid
@LipiDavid 4 ай бұрын
Plastric bostu use nkoribo
@dayenadas9821
@dayenadas9821 3 ай бұрын
Pani diyar importance ase niki???
@RupanjaliRonganoi
@RupanjaliRonganoi 3 ай бұрын
পানীখিনিয়ে preserve কৰি ৰাখে ।
@preranahbaruah
@preranahbaruah 4 жыл бұрын
Gahori bonai dekhuwabo dei 😊 moi bonai thoisu bamboo shoot 😍
@RupanjaliRonganoi
@RupanjaliRonganoi 4 жыл бұрын
মতামতৰ বাবে ধন্যবাদ ৷ নতুন ভিডিঅ’ কৰি নিশ্চয় দেখুৱাম ৷ যোৱাবেলিৰ এটা ভিডিঅ’ৰ লিংক দিলোঁ ৷ বাঁহগাঁজ আৰু গাহৰি মাংস : kzbin.info/www/bejne/oJTJY59qp7iMq9k
@ranjangoswami6892
@ranjangoswami6892 Жыл бұрын
1years rakhibo lagila knaka thabo lgbo
@RupanjaliRonganoi
@RupanjaliRonganoi Жыл бұрын
ফিল্টাৰ পানীত ভৰাই এইদৰেই এবছৰলৈ আমি ৰাখো ৷ কিন্তু পিছলৈ মটীয়া বৰণৰ হৈ যায় ৷
@solongnerds1831
@solongnerds1831 2 жыл бұрын
মই এবাৰ এনকৈ খৰিছা বনাই ৰাখোতে ইমান পোক হৈছিল।কিয় বাৰু
@RupanjaliRonganoi
@RupanjaliRonganoi 2 жыл бұрын
মই নেজানিম ৷ কাৰণ আমাৰ পোক হৈ পোৱা নাই ৷ যোৱা বছৰৰ শেষ হৈছেহে ৷ আকৌ বৈয়ামত ভৰাই থৈছোঁ ৷
@kalpanadeka6201
@kalpanadeka6201 3 жыл бұрын
Nimosh din lagib ne
@RupanjaliRonganoi
@RupanjaliRonganoi 3 жыл бұрын
নেলাগে ৷
@rakhithapa8465
@rakhithapa8465 Жыл бұрын
Panit thoi dile aku nhoi neki 1 bosr loike
@RupanjaliRonganoi
@RupanjaliRonganoi Жыл бұрын
নহয় ৷ ফিল্টাৰ পানী দিলেও কেতিয়াবা কেইমাহমান যোৱাৰ পিছত গাঁজখিনি ক’লা পৰি যায় ৷ আমি ক’লা পৰি গলেও খাওঁ ৷
@ushabhuyan4264
@ushabhuyan4264 3 жыл бұрын
বেলেগ কি কি বাহৰ খাব পাৰি
@RupanjaliRonganoi
@RupanjaliRonganoi 3 жыл бұрын
সকলো বাঁহেই খাব পাৰি ৷
@FriendlyMom
@FriendlyMom 4 жыл бұрын
moi ketiyao bonai puwa nai... namoni assam t khorisa kom khuwa hoi...
@pranjalborah5425
@pranjalborah5425 4 жыл бұрын
Ami bah gaaj puthi mas di khai Bor vl pai
@artbyashini2630
@artbyashini2630 2 жыл бұрын
L
@nilimadasnkdas9618
@nilimadasnkdas9618 Жыл бұрын
পানী দিলে পচি বা ভেকুৰি নাযাব জানো ? জনাবচোন ৷ বজাৰত বাঁহগাজ দেখিছো ৷আনি ময়ো বনাম ৷
@RupanjaliRonganoi
@RupanjaliRonganoi Жыл бұрын
নেযায় ৷ ফিল্টাৰ পানী দিব লাগে ৷
@nivahandique9022
@nivahandique9022 3 жыл бұрын
পানী খিনি পিছত পেলাই দিব লাগে নে কি
@RupanjaliRonganoi
@RupanjaliRonganoi 3 жыл бұрын
নেলাগে ৷ পানীখিনিও তৰকাৰীত দিব পাৰি ৷
@tiptipoli448
@tiptipoli448 4 жыл бұрын
বাইদেউ মই ২ তা ধৰনে বনালো ১ তা পানী ধালি আনতো পানী নধলাকৌ বয়ামত থলো । কিন্তো কিছু দিনৰ পিছত ওপৰৰ খিনি ২ তা বয়ামৰে ক লা হল কাৰণ তো কি বাৰু ??? কব চোন । কি উপায়েৰে কলা নোহোৱা কৰিব পাৰি ।
@RupanjaliRonganoi
@RupanjaliRonganoi 4 жыл бұрын
পানীখিনি ফিল্টাৰ কৰা হ’ব লাগিব ৷ পানীত খৰিছাখিনি ডুবি থাকিব লাগিব ৷ পানী নঢলাকৈ কেঁচা খৰিছা মই ৰাখি পোৱা নাই ৷ গতিকে সেইটো কব নোৱাৰিম ৷ ধন্যবাদ কথাষাৰ আলোচনা কৰাৰ বাবে ৷
@dimpalkalita7059
@dimpalkalita7059 4 жыл бұрын
Mor khini besi Tenga howa ni...kio buji napalo😯
@RupanjaliRonganoi
@RupanjaliRonganoi 4 жыл бұрын
শুকান থেকেৰা পাঁচটুকুৰামান মিলাই দিলে টেঙা হ’ব ৷
@dimpalkalita7059
@dimpalkalita7059 4 жыл бұрын
Ooo ..
@padmakumariburagohain6490
@padmakumariburagohain6490 4 жыл бұрын
Aaponer xakolobur tholuwa receipe aie sai moi bor val pao.tate bah- gajor khoricha. Agote aami gaj dhekit khundi mati kaloh t thoisilu, kasuloti kothalgutir logot aanja randhisilo. Etiya aibur nakhao, kintu video t sai br vl pao.
@RupanjaliRonganoi
@RupanjaliRonganoi 4 жыл бұрын
আন্তৰিক ধন্যবাদ জনালোঁ ৷ 🙏
@aringtagogoichetia2309
@aringtagogoichetia2309 3 жыл бұрын
গাজখিনি ৰুকি লৈ হালধি সানিব পাৰে নে নোৱাৰে জনাব চোন
@RupanjaliRonganoi
@RupanjaliRonganoi 3 жыл бұрын
পাৰি ৷ গাঁজখিনি বগা হৈ থাকিলে ভাল লাগে ৷
@samikshyanath7386
@samikshyanath7386 2 ай бұрын
Nimokh dibo parine Baideu
@RupanjaliRonganoi
@RupanjaliRonganoi 2 ай бұрын
আমি নিমখ নিদিওঁ ।
@amiyachetia2017
@amiyachetia2017 3 жыл бұрын
সবেই জানে‌।
@RupanjaliRonganoi
@RupanjaliRonganoi 3 жыл бұрын
মানব সমাজৰ কাম মানুহে নেজানিলে কোনে জানিবনো ? বিহু সকলোৱে জানে তথাপি নাচে আৰু গায়, কিয় ?
@BD-sh5jz
@BD-sh5jz 4 жыл бұрын
Sisa lobo lge plastic saphor logua ,
@thejakuotsu4019
@thejakuotsu4019 2 жыл бұрын
Apuni thakara tanga nidiya naki.
@RupanjaliRonganoi
@RupanjaliRonganoi 2 жыл бұрын
থেকেৰা নিদিলেও এসপ্তাহমান পাৰ হলে নিজেই টেঙা হয় ৷
@utpalghydeka6689
@utpalghydeka6689 2 жыл бұрын
Tita kio hain.....
@RupanjaliRonganoi
@RupanjaliRonganoi 2 жыл бұрын
কিছুমান বাহগাঁজ তিতা হয় ৷
@bhaskardas7062
@bhaskardas7062 3 жыл бұрын
Kisumane pani nidie sun bottle t..olp bujai dibo sun
@RupanjaliRonganoi
@RupanjaliRonganoi 3 жыл бұрын
কেঁচা খৰিচাত পানী দিবই লাগিব ৷ শুকান খৰিচাৰ কাৰণে ৰ’দত শুকুৱাব লাগিব ৷ আচাৰৰ কাৰণেও শুকুৱাব লাগিব ৷ ভিডিঅ’টোৰ description ত কেবাটাও লিংক দিয়া আছে ৷ সময় পালে চাই লবচোন ৷ ব্যস্ততাৰ কাৰণে মই ভিডিঅ’ কৰিব পৰা নাই ৷ পুৰনি ভিডিঅ’হে পাৰিলে দুই এটা এদিটিং কৰিছোঁ ৷
@ranjuchetia9754
@ranjuchetia9754 4 жыл бұрын
Val lagil
Cool Parenting Gadget Against Mosquitos! 🦟👶 #gen
00:21
TheSoul Music Family
Рет қаралды 32 МЛН
啊?就这么水灵灵的穿上了?
00:18
一航1
Рет қаралды 77 МЛН
Хасанның өзі эфирге шықты! “Қылмыстық топқа қатысым жоқ” дейді. Талғарда не болды? Халық сене ме?
09:25
Демократиялы Қазақстан / Демократический Казахстан
Рет қаралды 347 М.
She's very CREATIVE💡💦 #camping #survival #bushcraft #outdoors #lifehack
00:26
RURAL LIFE OF ASSAMESE COMMUNITY IN ASSAM, INDIA , Part  - 111  ...
42:44
Joy in Every Bite | Village Life Cooking with Old Lovers and Guests
29:17
Village Lifeaholic
Рет қаралды 6 МЛН
Cool Parenting Gadget Against Mosquitos! 🦟👶 #gen
00:21
TheSoul Music Family
Рет қаралды 32 МЛН