এটা সাথঁৰ ! পৰেশ বৰুৱাৰ উত্তৰ 'হাবিত কাঁহে ওলাই নাহে'

  Рет қаралды 296,093

BAARTA LAAP

BAARTA LAAP

26 күн бұрын

" বিধিগত স্পষ্টীকৰণ"
এই সাক্ষাৎকাৰত অতিথিজনে দিয়া মতামত আৰু মন্তব্য সম্পূৰ্ণ তেওঁৰ নিজৰ। এই সাক্ষাৎকাৰটো কেৱল এটা অনানুষ্ঠানিক কথোপকথন । সাক্ষাৎকাৰ গ্ৰহণকাৰী বা বাৰ্তলাপে অতিথিৰ মতামত বা মন্তব্যক সমৰ্থন নকৰে।

Пікірлер: 754
@Danirojasfc6
@Danirojasfc6 24 күн бұрын
আপোনালোক আছে কাৰণেই অসম আৰু অসমীয়া জাতিটো জীয়াই আছে। জয় আই অসম। 🙏
@amarruchao4596
@amarruchao4596 24 күн бұрын
😂
@hnd8030
@hnd8030 24 күн бұрын
অসম শেষ হলেই আৰু স্বাধীন অসম কিহৰ প্ৰয়োজন?
@BhupenSahariah-er1cs
@BhupenSahariah-er1cs 23 күн бұрын
,🙏🙏🙏🙏
@dhirajbarman1845
@dhirajbarman1845 23 күн бұрын
Apuni hoito dhemaji r ghotonatu pahori gol
@sasankaborah9347
@sasankaborah9347 22 күн бұрын
Akodl vl nhoi taha ako bl dl a naja na . Axomt kiki km krila Assam or lora sowali bura job pbo. Kiki km krila Assam or farmers bur or lv hbo haibur ktha naja nai. Enj boki thakila ki lv 🥹. Okl xoru xru manoh mri ako lv nai prila mla montri ajnk dhori apuna lokr dabi janowk. Xoru xoru mnohk dhori ki lv hbo 😢
@Scientist.yt__
@Scientist.yt__ 4 күн бұрын
আমি অসমীয়া হৈ আছো আৰু সদায় থাকিম । অসমৰ কাৰণে সদায় যুঁজ দি যাম🙏🏻🙏🏻🇰🇮 জয় আই অসম ❤❤
@SumonBaruah-bb2pu
@SumonBaruah-bb2pu 2 күн бұрын
পতাকা খন , মজা দিছে ।
@BhaijanBoruah-zl5cf
@BhaijanBoruah-zl5cf 23 күн бұрын
দদাইদেউৰ দীৰ্ঘআয়ু কামনা কৰিলোঁ।।
@bkp9774
@bkp9774 Күн бұрын
কেতিয়া মৰিব এই বুঢ়া শগুন টো।
@paragsarma4374
@paragsarma4374 19 күн бұрын
ছাৰ আপোনাৰ কথাখিনি হৃদয় চুই গল । আপোনাৰ দৰে আদৰ্শশীল , জ্ঞানী গুণী , মানুহ এজন যদি অসমৰ মুখ্যমন্ত্ৰী হিচাপে পালো হয় আমাৰ দৰেই দুখীয়া নিচলা মানুহখিনিৰ কিমান যে সুবিধা হল হয়। বহুত বহুত মৰম ককাইদেউ ভগৱানে সদায় আপোনাৰ মংগল কৰক । জয় আই অসম 🙏🙏
@gingul
@gingul 21 күн бұрын
বৰদেউতা আপুনি ভালে থাকক ❤ জয় আই অসম
@korobiingti2157
@korobiingti2157 17 күн бұрын
😊
@gingul
@gingul 17 күн бұрын
@@korobiingti2157 💕
@M.G.615
@M.G.615 23 күн бұрын
পৰেশ বৰুৱা ডাঙৰীয়াই ঠিকেই কৈছে ৰাজনৈতিক নেতা বোৰৰহে উন্নয়ন হৈছে।অসমীয়া জাতি আৰু অসমীয়া মানুহৰ ব্যক্তিগত উন্নয়ন হোৱা নাই। ভাল কথা কলে---ৰাইজৰ ভোট,ৰাইজৰ টকা, ৰে এজন ৰাজনৈতিক নেতাৰ সৃষ্টি হয়,তথাপিও অসমৰ অসমীয়া সকলো ফালৰ পৰাই বঞ্চিত। ধন্যবাদ পৰেশ বৰুৱা ডাঙৰীয়া, আপোনাৰ কথা খিনিয়ে ৰাজনৈতিক নেতা বোৰৰ নিশ্চিত ভাৱে জ্ঞান ঘুৰি আহিব। প্ৰত্যেক জন ৰাজনৈতিক যিকোনো দলৰ নেতাৰ আছে বিশাল সম্প্ৰতিৰ পাহাৰ আছে ভাল কথা অনুভৱ কৰিছে। ধন্যবাদ 🙏🙏🙏
@Baanislifestyle1111
@Baanislifestyle1111 24 күн бұрын
আলফা বুলি কমেণ্ট নাই কৰা। অসমীয়া জাতিৰ অসমীয়া মানু্হ বুলি মই পৰেশ বৰুৱা চাৰক বহুত সন্মান কৰোঁ। আৰু তেওঁলোকৰ মাজৰে এজন জ্যেষ্ঠ নেতা সমাজসেৱি উপেন বৰগোহাঁই চাৰক মই লগ পাইছিলো আৰু তেখেতে মোক নিজৰ ছোৱালীৰ দৰে পঢ়া-শুনাৰ ক্ষেত্ৰত বহুত সহায় আগবঢ়াইছিল। ভবিষ্যতৰ দিন বোৰত কেনেদৰে আগুৱাই যাব লাগিব সেই বোৰ বুজাই দিছিলে । মই ভাবো প্ৰত্যেক জন মানুহৰ সদায় নিজস্ব স্বাধীনতা থাকিব লাগে
@SumonBaruah-bb2pu
@SumonBaruah-bb2pu 23 күн бұрын
ধুনীয়া মন্তব্য আগবঢ়াইছে ।
@GAHORIJUGULI-wk8oy
@GAHORIJUGULI-wk8oy 22 күн бұрын
একমত
@HGNAH0
@HGNAH0 22 күн бұрын
নিশ্চয়, ✅️
@gourangagogoi5401
@gourangagogoi5401 23 күн бұрын
এনেকুৱা আলোচনাবোৰ হ'ব লাগে। বৰুৱা ডাঙৰীয়াই ঠিক কথা কৈছে। আমাৰ মানুহবোৰে এই কথাবোৰ জানিব লাগে আৰু বিষেশকৈ নৱপ্ৰজন্মই এই কথাবোৰত গুৰুত্ব দিব লাগে আৰু জনা উচিত। সুন্দৰ পদক্ষেপ চক্ৰপাণি ককাইদেউ।
@arupbahoi6185
@arupbahoi6185 22 күн бұрын
আপোনাৰ কথাই মন চুই গল। যুক্তি পূৰ্ন কথাবোৰ । আপুনি সদায় ভালে থাকক।
@JayantaRay-qn6ku
@JayantaRay-qn6ku 23 күн бұрын
ভাল লাগিলে লুকাই থকা এনেকুৱা এটা বাস্তৱিক কাহিনী আজি অসমৰ জনগণৰ মাজত প্ৰকাশ হল
@mjchetia386
@mjchetia386 22 күн бұрын
পৰেশ ককাই আপুনি সদায় ভালে থাকক সু স্বাস্থ্যৱান হৈ। বহুত মৰম, সন্মান, শ্ৰদ্ধা জনালোঁ। জয় আই অসম।
@crazymaker7325
@crazymaker7325 19 күн бұрын
অসম খন বহুত সলনি হল বৰদেউতা। আপুনি দেখা সপোনৰ অসম খনত এটিয়া বহিঃৰাজ্যৰ দপদপনি। আপুনি ভালে থাকক। এইখন অসমক সোণৰ অসম কৰি ৰাখিব কাৰণে মোৰ দৰে বহুত নতুন প্ৰজন্মৰ গজালি মেলিছে। জয় আই অসম❤
@user-ic3lj8xy3k
@user-ic3lj8xy3k 15 күн бұрын
Jai aai axom
@hrishikeshcreation1552
@hrishikeshcreation1552 23 күн бұрын
Salute The Real hero🙏 অসমীয়া জাতিৰ ইতিহাসত সোনালী আখৰেৰে লিখা থাকিব আপোনাৰ নাম। জয় আই অসম....
@nayannath9264
@nayannath9264 23 күн бұрын
সোণৰ অসম খন গঢ়াত আপোনাৰ দৰে এজন সৎ প্ৰকৃত অসমপ্ৰেমীৰ বাবে হে সম্ভৱ। জয় আই অসম আপোনি সুস্থ হৈ থাকক মহাশয়।
@tanumoydas8327
@tanumoydas8327 18 күн бұрын
সেই কাৰণেই কও আমি আমাৰ স্বাধীন অসম লাগে। ভাৰতৰ লগত আমি থাকিব নিবিচাৰোঁ। আমাৰ কাষৰ দেশ ভাৰতবৰ্ষৰ পৰা অসমত বহুতো মানুহ প্ৰবজন কৰি আহিছে সেই কাৰণেই অসমৰ সেনাই ভাৰতৰ সেনাৰ লগত যুদ্ধ ঘোষনা কৰি দিব লাগে। Boycott India, all Indian Go back from our land of Assam .
@SumonBaruah-bb2pu
@SumonBaruah-bb2pu 17 күн бұрын
​@@tanumoydas8327 বহুত কঠিন । কোনো স্থলগীৰিয়ে সমৰ্থন নকৰে আজি ...... সেইকাৰণে অসমীয়া জাতিৰ ভৱিষ্যত অন্ধকাৰ ।
@priyalataphukan4619
@priyalataphukan4619 24 күн бұрын
আপোনালোক নোহোৱা হলে আজি অসম অসম হৈ নাথাকিল হলে দাদা ভগৱানে নিশ্চয় সহায় কৰিব 🙏🙏❤️🙏🙏
@beautidihingia7252
@beautidihingia7252 24 күн бұрын
বেলেগ ধনি হওক বা নহওঁক ৰিণিকী বাইদেউ কিন্তূ থিকেই ধনি হৈ গৈছে।।
@SumonBaruah-bb2pu
@SumonBaruah-bb2pu 23 күн бұрын
😂😂😂👍🏻👍🏻
@bhaviks5213
@bhaviks5213 23 күн бұрын
Hosa kotha...facts facts
@user-lg8ob3lx7o
@user-lg8ob3lx7o 22 күн бұрын
Fact!!
@baruahaxom4670
@baruahaxom4670 21 күн бұрын
Xsa koise
@gautamkalita4053
@gautamkalita4053 20 күн бұрын
Ako ni tew asomiya hoi ...
@ms.Rao7539
@ms.Rao7539 20 күн бұрын
পৰেশ ককাই আপুনি অসমীয়া জাতিটোৰ বাবে কৰা ত্যাগ সদাই আমাৰ বাবে অমৰ হৈ ৰব। আপোনালোকৰ বাবেই অসমীয়া জাতিটো সুৰক্ষিত হৈ আছে আজিৰ দিনত।।। আপুনি সদাই ভালে থাকক ককাই❤ জয় আই অসম🤍
@3030mana
@3030mana 23 күн бұрын
তেখেতৰ দৃঢ়তা আৰু নিস্বাৰ্থ অসমপ্ৰেম , যুগে যুগে বিৰাজমান হৈ থাকিব !!
@Contentssss
@Contentssss 21 күн бұрын
My father was a professor of history, and since childhood I have learnt all the history of assam, and Paresh uncle is historically and coronogically 100% saying the facts.
@mridulnath1556
@mridulnath1556 24 күн бұрын
অসমত বহু অনাঅসমীয়াই দপদপনী কৰি আছে। সোণৰ অসম এতিয়া নাই। অসমৰ স্বাভিমান আছে।
@SatishDaimary-wg6sl
@SatishDaimary-wg6sl 24 күн бұрын
বৰুৱা আপোনাৰ উদ্দ্যম অটুত থাকক ৷তাৰে কামনা কৰিলোঁ ম
@SumonBaruah-bb2pu
@SumonBaruah-bb2pu 2 күн бұрын
Love you.....we should unite
@PinkuNeogAllAssamFamous
@PinkuNeogAllAssamFamous 16 күн бұрын
অসমত আলফা আছে কাৰণে আজি অসমীয়া জাতিটো জীয়াই আছে💯 Thank you bro🫂♥️friend hoi lobo Val lagibo.
@ajoybarman-kl2lb
@ajoybarman-kl2lb 21 күн бұрын
বৰুৱা দদাইদেউৰ কথা বোৰ শুনি ভাল লাগিলে। জয় আই অসম।🙏
@gauravborah8184
@gauravborah8184 19 күн бұрын
জয় আই অসম ✊❤️ সদায় সুখত থাকক ককা❤️
@BRabha2
@BRabha2 21 күн бұрын
ULFAৰ এই ভিদিঅটো চাই আছো আমি ১৪ জন ল'ৰাই ওদালগুৰিৰ পৰা। ধন্যবাদ চক্ৰপানী পৰাশৰ দাদা আপুনি কোৱাধৰনে আমি আলফাত যাবলৈ সাজু হৈছো।সোনকালে গাড়ী পঠিৱাওক আপুনি ম্যানমাৰ যাবলৈ। বহুত ভাল লাগিল এইদৰে সু সম্পৰ্ক ৰখাৰ বাবে।জয় আই অসম।
@subhajit12356
@subhajit12356 17 күн бұрын
Jbo mon ase jodi direct jabi dom ase jodi toi jodi mota aiat comment t kori blgok dekhabo hunabo nlage
@mdanish6101
@mdanish6101 15 күн бұрын
❤❤❤
@JayantaBaruah-sg2pq
@JayantaBaruah-sg2pq 23 күн бұрын
আলফা আছে বুলি আজি আমি নিজকে অসমীয়া বুলি পৰিচয় দিবলৈ সাহস কৰি আছোঁ। আলফা নোহোৱা হলেই আমি বহিৰা গতৰ চাকৰ হৈ থাকিব লাগিব। জয় আই অসম
@bikramdebnath4379
@bikramdebnath4379 20 күн бұрын
কিয় ইমান ভয়াতু নেকি অসমীয়া
@pjprotim6009
@pjprotim6009 19 күн бұрын
Voiya2 nhi kin2 heruwabo voi kore ​@@bikramdebnath4379
@papudasinfo
@papudasinfo 16 күн бұрын
nijor dom aai nekt
@syntaxconsultancy2017
@syntaxconsultancy2017 9 күн бұрын
Yeh Dar hona chahiye 😂😂
@mr.skbhai1214
@mr.skbhai1214 21 күн бұрын
অসমৰ বাঁহ গৈ এতিয়া উত্তৰ প্ৰদেশ পাইছে গৈ।।।।যদি অসমত পেপাৰ মিল থাকিল হৈ।।।সেই বাঁহ আজি অসমতেই থাকি ।।। কাগজৰ ৰূপ ললে হৈ।।।।।সব বেছি আজি।।।এক ৰাতিত ৰজা।।।। সেইহে অসমৰ সম্পদ অসমত থাকি অসমৰ নিবনুৱাসকল আত্মনিৰ্ভৰশীল হব লাগে।,।।। উক্ত কথাষাৰ যদি কিবা ভুল হৈ ক্ষমা কৰিব❤❤❤ জয় আই অসম❤❤⚔️❤️🇮🇳
@Aashingfa6706
@Aashingfa6706 19 күн бұрын
Thik kotha koise..xob bikil aku nai
@dipusarma89
@dipusarma89 18 күн бұрын
সকলো থাকিও একো নাই আমাৰ, বাঁহ বাহিৰত যায় বাহিৰৰ‌ পৰা কাগজ আহে, ইমান‌ স্কুল আছে অসমত,‌ ভাবি চাওক কিমান কাগজ লাগে আমাক😢
@dipankumarnath5199
@dipankumarnath5199 18 күн бұрын
জয় আই অসম
@tutumonisaikia4522
@tutumonisaikia4522 17 күн бұрын
Jagirood papermill henu atiya tata company hobo sau baru amar assamor kimn nobonua km pai
@mr.skbhai1214
@mr.skbhai1214 17 күн бұрын
@@tutumonisaikia4522 take
@HDRMUSICALLIANCE
@HDRMUSICALLIANCE 23 күн бұрын
আপুনি সুস্থ হৈ থাকক❤❤❤ অসমৰ বাবে যুঁজি যাবলৈ ভগৱান শক্তি দিয়াক
@sofikulislam7533
@sofikulislam7533 24 күн бұрын
পৰেশ বৰুৱা ডাঙৰীয়া আপোনাৰ কথা শুনি ভাল লাগিল।আপুনি ভালে থাকক।
@mr.bidyutkumarpathak
@mr.bidyutkumarpathak 21 күн бұрын
১০০ জন IAS বিষয়াৰ সমান ১ জন মানুহ হল পৰেশ বৰুৱা (অসম)। আপোনাক হাজাৰ কৌটি প্ৰণাম।। ❤️❤️🙏🙏🙏
@banjitdas4593
@banjitdas4593 19 күн бұрын
🙏❤️
@Xoyabon
@Xoyabon 19 күн бұрын
100 জন Nhoi লাখ জন কাছ বিষয়া
@papudasinfo
@papudasinfo 16 күн бұрын
IAS officer xoman Kuntu angle't
@syntaxconsultancy2017
@syntaxconsultancy2017 9 күн бұрын
Wah 😂😂😂😂
@fcdaisyentertainment1945
@fcdaisyentertainment1945 23 күн бұрын
জল জীৱন আঁচনি নামত কিমান মাৰোৱাৰী বিহাৰী কোটি পতি হল কোনে জানে
@scaryp_gaming_9902
@scaryp_gaming_9902 23 күн бұрын
Axomot axomiya r rajotto hoboi lagibo..himane ktha...JOI AII AXOM ✊🏻❤️
@user-vu5dr3ln6f
@user-vu5dr3ln6f 21 күн бұрын
ছাৰ আপোনাৰ বিশ্লেষণ , অসমৰ প্ৰতি থকা আপোনাৰ ভালপোৱা ❤
@user-qp3kn4kx3v
@user-qp3kn4kx3v 19 күн бұрын
Joi ai axom✌️🤘moi apunak deuta hisape honman koru❤
@mridulkalita5982
@mridulkalita5982 23 күн бұрын
aibor ktha a moi vabi thaku ,ru Amar dekhor neta borok dekhi atiya mor Amar public borloi ako Val vab nohowa hoise,krn publicr krne a neta bore chance paise, full support Paresh Baruah Sir, স্বাধীন অসম আমাক লাগিবইয়ে ।
@SumonBaruah-bb2pu
@SumonBaruah-bb2pu 22 күн бұрын
সম্ভৱ হব , খালি বিশ্বাস ৰাখক । আৰু জাতিক একগোট কৰিবলৈ চেষ্টা কৰিব লাগিব ।
@tanumoydas8327
@tanumoydas8327 18 күн бұрын
সেই কাৰণেই কও আমি আমাৰ স্বাধীন অসম লাগে। ভাৰতৰ লগত আমি থাকিব নিবিচাৰোঁ। আমাৰ কাষৰ দেশ ভাৰতবৰ্ষৰ পৰা অসমত বহুতো মানুহ প্ৰবজন কৰি আহিছে সেই কাৰণেই অসমৰ সেনাই ভাৰতৰ সেনাৰ লগত যুদ্ধ ঘোষনা কৰি দিব লাগে। Boycott India, Indian Go back from our land.
@BipulMoran-km6vs
@BipulMoran-km6vs 15 күн бұрын
ককাই 🎉আপোনাৰ জন্মভুমিৰ প্ৰতি থকা জাতি প্ৰেম আৰু নিস্বাৰ্থ মৰম ভালপোৱা নিস্থাৰে আৰু সততাৰে পালন কৰি যাওক। 🎉জই আই অসম❤❤❤❤❤
@kaustavsarmah5351
@kaustavsarmah5351 22 күн бұрын
আজি অনুষ্ঠানটো আৰু এটা কাৰণে ভাল লাগিলে, কাৰণটো হ'ল প্ৰশ্নকৰ্তাজনে উত্তৰ দিবলৈ যথেষ্ট সময় দিছে আৰু মাজত ঘপককৈ বিষয়টো সলনি কৰি দিবলৈ বিচৰা নাই
@SumonBaruah-bb2pu
@SumonBaruah-bb2pu 22 күн бұрын
সঁচা কথা
@Surajgogoi-
@Surajgogoi- 23 күн бұрын
জয় আই অসম ❤❤❤❤❤❤❤আপোনাৰ সু-মঙ্গল কমনা কৰিলো❤❤❤❤
@pulakkonwar5082
@pulakkonwar5082 24 күн бұрын
নিজ দেশক/থলগিৰিক আগুৱাই যোৱাত ভাল পোৱাতো বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো জীৱিত‌ৰেই লক্ষণ যেন লাগে দেই
@radaliassame3397
@radaliassame3397 23 күн бұрын
কথাতো কিমান দুৰ সত্য হব মই নেজানো কিন্তু এনেকুৱা লাগে যেন পৰেশ বৰুৱা ককাই আছে কাৰনে হয়তো অসমীয়া অলপ হলেও সুৰক্ষিত 😢
@ASSAMESEYOUTUBE-wx2hn
@ASSAMESEYOUTUBE-wx2hn 24 күн бұрын
জয় আই অসম✊জয় আই অসম✊ জয় আই অসম✊
@dimpalgohain7614
@dimpalgohain7614 24 күн бұрын
আমি সকলোৱে কথাবিলাক বুজিব হ'ল, নহ'লে অসমত অসমীয়া ৰ অষ্টিত্ত নাইকীয়া হ'ব। সদায় আমি প্ৰতিটো কামতে বেলেগৰ তলতেই থাকিব লাগে । দেশ ৰক্ষা কৰিবলৈ আমি পৰেশ বৰুৱাৰ ওচৰলে গ'লেহে যে পাৰিম তনেকোৱা একো কথা নাই তেওঁ তাৰ পৰা চেষ্টা কৰিছে আৰু আমি ইয়াতে থাকিও বহুত কৰিব পাৰিম । সকলো কথাতে আমি বেলেগৰ তলতীয়া হৈ থাকিব লাগে, অসমৰ প্ৰায় বিলাক অফিচাৰ এ বাহিৰৰ । আমি সকলো অসমৰ মানুহ একগোট হৈ থকাটো আৱশ্যক। দেশ বুলিলে নালাগে আদেশ, জয় আই অসম ❤️❤️❤️
@SumonBaruah-bb2pu
@SumonBaruah-bb2pu 23 күн бұрын
সঁচা কথা , প্ৰত্যেক ক্ষেত্ৰতেই আগবাঢ়িবলৈ চেষ্টা কৰিব লাগিব অসমৰ খিলঞ্জীয়া জাতিএ ।
@anupamdas1823
@anupamdas1823 23 күн бұрын
বতমান অসমীয়া জাতিটোৰ দূৰ্গতি হোৱা কাৰণটো আমি নিজেই, বৰ্তমান সময়ত যি হাৰত মাৰোৱাৰী, বিহাৰীক আমাৰ কৃষিভূমি সমূহ পানীদৰত বিক্ৰী কৰিছোঁ। সচাকৈ আমাৰ হাতত ভূমি বুলিবলৈ একো নাথাকিব।
@anupamdas1823
@anupamdas1823 23 күн бұрын
জয় আই অসম।
@hydralobo1808
@hydralobo1808 21 күн бұрын
আজিৰ পৰা প্ৰায় 20 বছৰ আগত। মই মোৰ দেউতাক হেৰুৱাইছো। তেওঁ surrender কৰাৰ এবছৰ পাছত হত্যা কৰা হৈছিল। আজি লৈকে না আলফাৰ পৰা কিবা সহাৰি পাইচো না চৰকাৰৰ পৰা। পৰেশ বৰুৱা ডাঙৰীয়া যদি মোৰ comment তো আপুনি পঢ়ে যতিন তালুকদাৰ নামটো মনত কৰিবচোন ।
@Nobyakishor
@Nobyakishor 17 күн бұрын
Kune korile hotya😢
@progamers1068
@progamers1068 16 күн бұрын
​@@Nobyakishorpolice hbo
@subhradeepsinha2
@subhradeepsinha2 13 күн бұрын
​@@progamers1068ki j koi ru de.. surrender krile teo
@mgnkl
@mgnkl 10 күн бұрын
Gupta Hatya time r nki?
@aidul197
@aidul197 19 күн бұрын
আজিৰ পৰা 20 বছৰ আগতে মই মোৰ মামাক হেৰুৱালো। মামাক লৈ মা, মাহী, নানি হতে সদাই কান্দে। পৰেশ বৰুৱা ডাৱৰীয়া যদি আপুনি মোৰ কমেন্ত টো চাই কাদেৰ আলিক মনত কৰিবচন এবাৰ।
@user-vs1id9iz2t
@user-vs1id9iz2t 23 күн бұрын
মই ভাল পাওঁ বৰুৱা চাৰক❤ জয় আই অসম।
@oxomormusic4453
@oxomormusic4453 24 күн бұрын
মই এটা কথাই কওঁ আৰু জানো যে পৰেশ বৰুৱা ডাঙৰীয়া আছে কাৰনে অসমীয়া জাতি অকন মান হলেও সুৰক্ষিত হৈ আছে ❤❤❤।জয় আই অসম
@axomextra1
@axomextra1 13 сағат бұрын
সকলো অসমীয়া সজাগ হোৱা । ইজনে সিজনক সহায় কৰা । ❤
@NajrulAli-NA
@NajrulAli-NA 24 күн бұрын
Write 100% write gota khani kotha xosa. Moi akmot dangriyar kothat. Aje ha kiba patol patol lagil monto.amar jono xadharan or mont soli thoka kotha bor koi dela dangriyai salut aponak. Apuni dirgha jebi hoiok sir. Apunar sinta dhara bor write...................
@chinmoydeka5303
@chinmoydeka5303 21 күн бұрын
আপোনাৰ লগতে আপোনালোকৰ বীৰ সেনানী সকলক শতকৌটি বাৰ প্ৰনাম জনাইছো । নাজানো আৰু অসমীয়াই এই ত্যাগৰ মূল্যায়ন কিদৰে কৰে । ঈশ্বৰে আপোনালোকৰ মঙ্গল কৰক 🙏
@himantagogoi248
@himantagogoi248 20 күн бұрын
হাবিত কাহে ওলাই নাহে কথাষাৰ অলপ হুকীয়া ধাৰণা বৰণ কৰিছে দাদা । পৰেশ বৰুৱাৰ হৈতে বাৰ্তালাপ হোৱা হলে বেছি ভাল হয় বুলি ভাবোঁ। পতক্ষ ভাবে নহলেও কোনোবা এখিনিত উলফা নামৰ বাবে অসম ৰ ওজন বাঢ়ি থকাৰ উমান পাও
@Juman4
@Juman4 5 күн бұрын
জয় আই অসম ✊🏻
@himangshudeka4364
@himangshudeka4364 22 күн бұрын
১০০% সঁচা কথা Sir❤
@Anku-s5b
@Anku-s5b 12 күн бұрын
চক্ৰপাণি দা, পৰেশ অসমীয়াৰ সাক্ষাৎকাৰৰ ব্যৱস্থা কৰাৰ বাবে ধন্যবাদ
@mriduldeori-fp7cz
@mriduldeori-fp7cz 21 күн бұрын
জয় আই অসম। ✊✊✊
@anupdeka5004
@anupdeka5004 24 күн бұрын
Kokadeu bht bht moram thakil joi ai axom ❤
@greatjubairkhan3220
@greatjubairkhan3220 19 күн бұрын
এইজন অসম ত mp খেলিব লাগিছিল 🙏 পৰেশ বৰুৱা sir legend hoi ❤❤❤❤❤❤❤❤❤❤❤❤
@manikchandradas7057
@manikchandradas7057 23 күн бұрын
বহুত ধন্যবাদ বৰুৱা ডাঙৰীয়া আপোনাক ভূপেন দাৰ সলাগ লোৱাৰ কাৰণে। 🙏🙏🙏
@romeshmoran933
@romeshmoran933 17 күн бұрын
জয় আই অসম । অতি সুন্দৰ ।
@ASSAMESEYOUTUBE-wx2hn
@ASSAMESEYOUTUBE-wx2hn 24 күн бұрын
জয় আই অসম আমি আছো ❤
@kushalbaruah8438
@kushalbaruah8438 23 күн бұрын
Eyake koi. Assamiya.... good speech....God. Will help him...once upon a time by help public of ASOM...THALGIRI... THANKS OF LOTS...
@mrinal6641
@mrinal6641 20 күн бұрын
❤জয় আই অসম❤
@ParikshitDeka-z2k
@ParikshitDeka-z2k 15 күн бұрын
Axom xonor asol sobi xon dangi dhrise...val lagil...
@user-bn6kx9wo9z
@user-bn6kx9wo9z 24 күн бұрын
bohut bhal lagil. bortoman okhomot ata khub jotil bekhoi dekha dese . aetu hol jonohadharonor majot apun vab nuhua hoise. gustigoto boikhommyo, kokai vai beleg hua, gari-ghor-matir babe hingkha. aru ata bekhoi j adhunikotar rasta dekhuai manuhor mon-mogojubur ketei patol kori pelaise. dhormo dhormo kori dhormor voi dekhuai manuhok haririk, manokhik pongu bonua. kunu karu logot mil nai. sob arampryo hoise. kormo korahokol kebol hazira kora luk hoi kentu hazira kora hokolor kunuba jode toka bahil ba kanabakoi dhoni hol heu alop dinor pasotei alehua hoi pora dekha jai. kunuba boheragoto tolua seleka dusto sokroi goru bemar, sagoli bemar, kukura, gahori bemar beopai d okhomor tholua hokol jate orthonoitekvabe hobol hobo nuare aebur kori ase. manuh jemanei hikkhito hoi goise hemanei mathabur gubor humai hoktihin hoise. bekhekh dostoibbo -mur comnent khini kunu okhom varotor honghator logot hongutto nohoi. kebol okhomor poribekh poristitir bekhoi kua hoise
@dekapranjal...33k
@dekapranjal...33k 20 күн бұрын
আপোনাৰ কথাবোৰৰ যুক্তি আছে ❤
@axyarnav1557
@axyarnav1557 23 күн бұрын
Thankyou for the interview....aji he janilu teu kiman informative, how brilliant personality
@KibaJanuAhok
@KibaJanuAhok 11 күн бұрын
Apunak hodai bogobana mongol korok. Poresh da apuni nathakile aami azi baleg jatir tolot thakiluhetan❤
@dhirajmedhi2943
@dhirajmedhi2943 14 күн бұрын
আপুনি ভালে থাকক বৰদেউতা জয় আই অসম ❤
@gyandeepcreation2493
@gyandeepcreation2493 21 күн бұрын
ভালে থাকক আপুনি । জয় আই অসম ❤
@User_Lala_zx
@User_Lala_zx 16 күн бұрын
Xorur pora apunar kotha xuni ahisu aru eitu bartalap t jikhini kotha kole bohut vll lagil💯% juktipurno kotha koise apuni vale rakhok vogobane apunak ami asu apunar logot aru xodai thakim❤jai aai axom💪❤
@krishnaborah5951
@krishnaborah5951 23 күн бұрын
জয় আই অসম।🙏
@ag5541
@ag5541 23 күн бұрын
উন্নয়ন হৈছে ।অসমৰ থলুৱা সংস্কৃতি বিলুপ্তি পথেৰে আগুৱাইছে।অসমৰ অসমীয়া ভাষা বিলুপ্তি পথেৰে আগুৱাইছে।অসমৰ দুখীয়া পৰিয়াল দিনকদিনে দুখীয়া পথেৰে গতি কৰিবলৈ আগুৱাইছে।অসমৰ ৰাষ্টা-পদুলি হৈ থকাবিলাক ভাল হৈছে ।বেয়া বিলাক বেয়াতেই ধুনীয়া বোকা হৈ ৰৈছে।চৰকাৰী বিদ্যালয় বিলাক বন্ধ দিশেৰে আগবাঢ়িছে।শৈক্ষিক পৰিবেশ বিনষ্ট হৈ মদৰ গোন্ধৰে আমোল-মোলাছে।
@user-bk9vq5mj4r
@user-bk9vq5mj4r 17 күн бұрын
আপুনি ঠিকেই কৈছে দাদা 🙏 ধনী বোৰ হে ধনী হৈছে। দুখীয়া বোৰ আৰু দুখীয়া হে হৈছে। ডাঙৰীয়াই ঠিকেই কৈছে।কেতিয়াও নোৱাৰে । চৰকাৰে ধনীক হে ধন দিয়ে।🙏 সঁচা কথা কৈছে।❤❤❤ জয় আই অসম।✊✊✊
@kamalmichong9906
@kamalmichong9906 18 күн бұрын
100 percent right......joi aii axom
@sumantasadiya2067
@sumantasadiya2067 24 күн бұрын
জয়✊আই✊ অসম✊
@RahulSonowal-vp7ln
@RahulSonowal-vp7ln 14 күн бұрын
❤জয় খিলঞ্জীয়া ❤ ❤জয় আই অসম ❤
@shreeja4587
@shreeja4587 24 күн бұрын
🙏জয় আই অসম🙏
@theplaymaker868
@theplaymaker868 19 күн бұрын
বৰদেউতা আপোনাক সন্মান জনাই লগতে আপোনাৰ ‌‌শুস্বাস্থ্য কামনা কৰিছোঁ। ধন্যবাদৰে জয় এই অসম
@NarupmadahiMadahi
@NarupmadahiMadahi 23 күн бұрын
জয় আই অসম দাদা❤
@Jyotiprasad958
@Jyotiprasad958 24 күн бұрын
জয় আই অসম✊
@Ajont
@Ajont 23 күн бұрын
Hosa kotha axomia enekuwa ha hob lage dhoinobad poresh sir
@palashkalita7291
@palashkalita7291 24 күн бұрын
সুন্দৰ প্ৰগতিশীল উপস্থাপন
@rintuborah6756
@rintuborah6756 23 күн бұрын
Thankq dangriya buht dhunia kotha koise👏👏
@GopimohanNath
@GopimohanNath 24 күн бұрын
Jiy, আই অসম,যি
@bituponbora7597
@bituponbora7597 12 күн бұрын
জয় আই অসম ।
@mintutravelnfoodblogs9871
@mintutravelnfoodblogs9871 22 күн бұрын
শেষৰ কথা খিনি য়ে সকলো অসমীয়া লোকৰ চকু মেল খাব লাগে কিছুমান কথাত যুক্তি আছে ।
@motivation2.0164
@motivation2.0164 12 күн бұрын
✊🏻 জয় আই অসম ✊🏻
@amritsaikia1176
@amritsaikia1176 13 күн бұрын
Joi ai axom ♥
@daywithmetinadutta4482
@daywithmetinadutta4482 17 күн бұрын
জয় আই অসম 🙏
@ankurnath8742
@ankurnath8742 16 күн бұрын
Finally i discovered a true talk show in assam👏👏.. Joi Aai Axom..
@naja18
@naja18 18 күн бұрын
Aaami axomorr raije oti moromere axomoloi welcome korisu love u bopitai
@user-io9yh6uf2i
@user-io9yh6uf2i Күн бұрын
আপোনাক ধন্যবাদ . কিছুমান জাতিৰ দোহ আছে কোন ?
@jituborgohain9308
@jituborgohain9308 23 күн бұрын
জয়✊ আই✊ অসম✊
@protimhazarika4825
@protimhazarika4825 24 күн бұрын
Joi Aai Axom✊
@kuberbaba799
@kuberbaba799 19 күн бұрын
জয় মানে অসম খনৰ জয় । আই মানে প্রতিজন মানুহৰ মাকক আই বুলি কৈছে আৰু অসম মানে পৰেশ বৰুৱা অসম। ❤জয় আই অসম ❤ এবাৰ অসমলৈ আহিব বুলি আশা কৰিলো এবাৰ অসমখন চাই যাব ডাঙৰীয়া।
@asitblogs2868
@asitblogs2868 16 күн бұрын
Dekha pai Val lagil 🫡
@user-ti6ry5fk1u
@user-ti6ry5fk1u 23 күн бұрын
জয় আই অসম ❤️🤍
@JayantaRay-qn6ku
@JayantaRay-qn6ku 23 күн бұрын
সত্যৰ সদায় জয়
@rajusarma9691
@rajusarma9691 24 күн бұрын
সূন্দৰ পদক্ষেপ
@kangkanborah6556
@kangkanborah6556 22 күн бұрын
Podcast anekua guest anok je youtube algorithm u confusion t gusi jai😅 !! unexpected broo Joi aai axom❤
@Zoroffx2024
@Zoroffx2024 19 күн бұрын
Bohut vhal lagil video 2 sai❤❤❤❤❤
孩子多的烦恼?#火影忍者 #家庭 #佐助
00:31
火影忍者一家
Рет қаралды 48 МЛН
Пробую самое сладкое вещество во Вселенной
00:41
你们会选择哪一辆呢#short #angel #clown
00:20
Super Beauty team
Рет қаралды 32 МЛН
শৰণ ললে মুণ্ডন কৰা নহয় কিয় @jyotimoy6018
19:37
জ্যোতিময় Jyotimoy
Рет қаралды 7 М.
孩子多的烦恼?#火影忍者 #家庭 #佐助
00:31
火影忍者一家
Рет қаралды 48 МЛН