শৰণ ললে মুণ্ডন কৰা নহয় কিয়

  Рет қаралды 21,917

জ্যোতিময় Jyotimoy

জ্যোতিময় Jyotimoy

Күн бұрын

#pranjitgogoi #pranjalprotimborah #ভাগৱতপাঠ

Пікірлер: 55
@hemaprabhasaikia5321
@hemaprabhasaikia5321 19 күн бұрын
কৃষ্ণ কৃষ্ণ বাপজনা সন্ধিয়া ভক্তি ভৰাসেৱাভাগি নিবেদিলো।
@poragboruah4156
@poragboruah4156 19 күн бұрын
🙏কৃষ্ণ কৃষ্ণ🙏 জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰ দেৱ🙏
@khogeswarigogoi1902
@khogeswarigogoi1902 19 күн бұрын
কৃষ্ণ কৃষ্ণ বাপ সন্ধ্যাৰ ভক্তি ভৰা সেৱা গ্ৰহণ কৰিব কৃষ্ণ
@pallabikagohain5720
@pallabikagohain5720 19 күн бұрын
ভকত বৈষ্ণৱ হবৰ শ্ৰী চৰণত ভক্তিভাৱেৰে সেৱা জনালোঁ কৃষ্ণ কৃষ্ণ
@pallabikagohain5720
@pallabikagohain5720 19 күн бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤🪔🌹🙏
@keshabbora7742
@keshabbora7742 18 күн бұрын
কৃষ্ণ কৃষ্ণ বাপ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@dhireswarray8159
@dhireswarray8159 18 күн бұрын
Ram Ram Krishna Krishna probhu joy shree krishnay govindo Hore murari hay natho narayono nomo nomo 🙏🙏🙏🙏🙏
@junumech7558
@junumech7558 19 күн бұрын
কৃষ্ণ কৃষ্ণ বাপ সেৱা গ্ৰহণ কৰিব কৃষ্ণ সুন্দৰ ব্যাখ্যা কৃষ্ণ কৃষ্ণ বাপ,,‌, 🙏🙏👏👏 কৃষ্ণ
@gautamdas5705
@gautamdas5705 5 күн бұрын
Krishna Krishna Krishna Krishna bap
@khirodbhuyan5967
@khirodbhuyan5967 19 күн бұрын
Krishna 🙏
@gunamaidevi4570
@gunamaidevi4570 19 күн бұрын
Krishna 🙏 Krishna 🙏 Krishna 🙏 Bap sotkowti pranam janalu Krishna 🙏
@ProfullaSaikiaOfficial
@ProfullaSaikiaOfficial 16 күн бұрын
কৃষ্ণ কৃষ্ণ ৰাম কৃষ্ণ ৰাম নাৰায়ণ
@asomiaasom6008
@asomiaasom6008 15 күн бұрын
মায়া শাস্ত্ৰ ভাগৱতৰ মায়াত প্ৰভাবিত হৈ মতিভ্ৰম হৈ মায়াবী গুৰু শংকৰ মাধৱে প্ৰকৃত সনাতন বেদধৰ্মক বিকৃত কৰি ধৰ্ম আচৰণ প্ৰচাৰ কৰি গৈছে । মায়া শাস্ত্ৰ ভাগৱতৰ প্ৰভাৱত প্ৰভাবিত হৈ মায়াবী গুৰু শংকৰদেৱে প্ৰকৃত শুদ্ধ সত্য সনাতন বেদধৰ্ম কৰ্ম আচৰণ এৰুৱাই বেদবিৰোধী আচৰণীয় ভক্তি ধৰ্ম প্ৰচাৰ কৰি অসমবাসীৰ একাংশক দি যি একাংশই মায়াবী গুৰু শংকৰদেৱক গুৰু ভজি একশৰণীয়া কৃষ্ণ ভক্তি বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰিছে তেওঁলোকে বেদ পুৰাণ গীতা ভাগৱতৰ ঈশ্বৰ বিষ্ণু ৰাম কৃষ্ণৰ বিৰোধ কৰি আছে ।মায়াবী গুৰু শংকৰদেৱে নিজে প্ৰকৃত শুদ্ধ সত্য সনাতন বেদধৰ্মৰ আচৰণ বেদবিহিত কৰ্ম ভক্তি ধম আচৰণ কৰিছিল যেনে ব্ৰাহ্মণৰ দ্বাৰা বেদমন্ত্ৰ পাঠ কৰি মুৰ্তি পূজা কৰিছিল ,পিতৃ মাতৃৰ শ্ৰাদ্ধ পিণ্ড দান ব্ৰত মুণ্ডন কৰিছিল ,পবিত্ৰ তীৰ্থস্থান দৰ্শন,পবিত্ৰ তীৰ্থ জলত স্নান ,গয়াৰ বিষ্ণু পদদ পিণ্ড দান মুণ্ডন ,ব্ৰাহ্মণ্য কৰ্ম বেদমন্ত্ৰ পাঠ কৰি ঈশ্বৰভক্তি প্ৰেতকৰ্ম কৰিছিল কিন্তু শিষ্ম সকলৈক প্ৰকৃত সনাতন বেদধৰ্মৰ বেদ বিহিত কৰ্ম ভক্তি আচৰণ বাৰণ কৰি কেৱল কৃষ্ণ নাম গুণ শ্ৰৱণ কীৰ্তন কৰিবলৈ উপদেশ দিছিল ।কেবল কৃষ্ণত একশৰণ ভাগৱতী নাম ধৰ্ম কৰাৰ লগতে শংকৰদেৱৰ শিষ্য সকলে শংকৰ মাধৱ ৰচাত গীত পদ ঘোষা তাল খোল নেগাৰা চাপৰি বজাই গাই ভাগৱত কীৰ্তনঘোষা নামঘোষা গুণমালা পাঠ শ্ৰৱণ কীৰ্তন কৰি সনাতন বেদধৰ্মৰ বেদ বিহিত তপ জপ যাগ যজ্ঞ পূজা শ্ৰাদ্ধ পিণ্ড দান ব্ৰত মুণ্ডন আদি কাৰ্যক কৰ্মকাণ্ড পাপকৰ্ম বুলি আৰু বেদ পুৰাণ উপনিষদ শাস্ত্ৰক অদকাৰী জ্ঞান কৰি শিৱক দেৱ দেৱীক নিন্দা ঘৃণা অবজ্ঞা হেয়জ্ঞান তুচ্ছ-তাচ্ছিল্য অপমান কটু সমালোচনা কৰি আন গুৰু দেৱ নাম ভকতক অপমান হেয়জ্ঞান নিন্দা পৰচৰ্চা কৰা ভক্তি ধৰ্ম দি গল মায়াবী গুৰু শংকৰ মাধৱে যি প্ৰাণজিত গগৈ হতে শংকৰী সকলে তেনে আচৰণ কৰি আছে ।
@nayanjyotisandilya8864
@nayanjyotisandilya8864 11 күн бұрын
Thik koise eht r murt gyanr namt gubor axupa vorai prithibit aborjona hbole jiai ase jukti di ata kothau kobo nuare.. ehte dhormo nosto kori ase
@bishwajitphukon4188
@bishwajitphukon4188 19 күн бұрын
Krishna Krishna Krishna.
@user-zu1dk5pc9e
@user-zu1dk5pc9e 16 күн бұрын
Krishna krishna krishna bap 👌👌👌👌👌👌👌👌👌❤❤❤❤❤❤❤❤❤❤❤❤
@nayanjyotisandilya8864
@nayanjyotisandilya8864 11 күн бұрын
Jai Bhole nath, jai maa kamakya ...
@rupamsaikia4383
@rupamsaikia4383 9 күн бұрын
Joy Shri Krishna
@user-fn3hx6rf8q
@user-fn3hx6rf8q 19 күн бұрын
Krishna Krishna
@madhujyagogoi9721
@madhujyagogoi9721 19 күн бұрын
কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম
@monujda238
@monujda238 17 күн бұрын
ৰাম ৰাম কৃষ্ণ কৃষ্ণ বাপ জনাৰ চৰণত সেৱা জনাইছো
@HareshDowarah
@HareshDowarah 18 күн бұрын
Krishna, krishna, krishna Prabhu.
@ujjalbaruah81
@ujjalbaruah81 19 күн бұрын
🙏🙏🙏🙏
@ranukalita1790
@ranukalita1790 18 күн бұрын
কৃষ্ণ কৃষ্ণ ৰাম ৰাম 🙏🙏🙏🙏
@user-xd7zw9gm9r
@user-xd7zw9gm9r 19 күн бұрын
কৃষ্ণ ৰাম কৃষ্ণ ৰাম
@ritagohain2552
@ritagohain2552 19 күн бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
@swapnagogoi8702
@swapnagogoi8702 19 күн бұрын
Krishna Krishna probhu apunar choronot hoto kuti pronam jonaisu Krishna Krishna
@prahladchetia4233
@prahladchetia4233 17 күн бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ
@rinjumonisaikia6527
@rinjumonisaikia6527 17 күн бұрын
Apunar onusthanor khobor palei bht duroloikeu huniboloi jau.Karon Apunar byakha huni val pau. Kintu hepahere apunar onusthan uthaboloi juat apuni badha dile buli huni bht dukh palu Bap...... Apuni badha diya pariborte utsah dia hole vagabaneu val pale hoy .....Krishna dukh hole kshoma koribo ....
@RatulGayon
@RatulGayon 2 күн бұрын
কৃষ্ণ ।আজিলৈকে শুনি আহিছো কলিযুগত ঈশ্বৰ অৱতাৰি পূৰুষগুৰু জনাৰ নামৰ আগত ' জয় জগত গুৰু দৰে শব্দ পাইছো কিন্তু আজিলৈকে কতো মায়াবি শংকৰ মাধৱ বুলি পোৱাও নাই শুনাও নাই' যি জনে comment ত এই শব্দটো লগাছে তেখেতক ধন্যবাদ নিদি নোৱাৰিলো ।
@RumiDas-te2ul
@RumiDas-te2ul 18 күн бұрын
Krishna krishna🙏🙏🙏🙏🙏🌺
@Beridabon
@Beridabon 18 күн бұрын
Krishna
@BobitaDas-ww9pc
@BobitaDas-ww9pc 19 күн бұрын
Krishna Krishna Krishna 🙏🙏🙏
@suhaniborah2809
@suhaniborah2809 19 күн бұрын
Krishna Krishna 🙏🙏
@nomitagohain3546
@nomitagohain3546 19 күн бұрын
krishna bap krishna
@ElamoniHazarika
@ElamoniHazarika 19 күн бұрын
Krishna Krishna 🙏🙏🙏
@KhanindraTalukdar-zk5ps
@KhanindraTalukdar-zk5ps 19 күн бұрын
কৃষ্ণ কৃষ্ণ
@sunilborah9320
@sunilborah9320 4 күн бұрын
আমি,সকলোকে, সন্মান জনাই কব বিছাৰিছো যে আপোনি, আপোনাৰ নিজৰ, ধৰ্ম কম,সমাজ,ঘৰ, পৰিয়ালৰ উপৰত, সতৰ্ক হৈ,চলিব,
@manujgogoi9497
@manujgogoi9497 19 күн бұрын
Hanuman sirnjive bap
@padumkakati2938
@padumkakati2938 7 күн бұрын
সমাজ ভঙাটুকুৰা টুকুৰ কৰা কথা।
@kjeng9809
@kjeng9809 19 күн бұрын
যোগী সকলে লগুণ কিয় লব লাগে?
@TrishnaGogoi-nl2eu
@TrishnaGogoi-nl2eu 19 күн бұрын
কৰ্মত বিশ্বাস যাৰ,হিয়াত থাকনতো হৰি দূৰতে বিদূৰ হোৱনতো তাৰ।আতিশয় দূৰ হোৱনতো তাৰ।অহংকাৰ থাকনতেও, সাক্ষাৎতে কৃষ্ণক পালে , শ্ৰৱণ কীৰ্তন ধৰ্ম যাৰ।।😅😂😊 কৃষ্ণ।
@ManabDeka-sd9mz
@ManabDeka-sd9mz 4 күн бұрын
ধৰ্মক ভাগ ভগবানে কৰিছিল নে মানুহে কৰিছিল আপুনি জানে যদি কৃপা কৰি জনাঁবছোন।
@Beware_Of_Me_001
@Beware_Of_Me_001 19 күн бұрын
Hanumaan buli he janu......Hanumanto aru kuni haa bapukon😊😊😊
@surjitkamaldas5599
@surjitkamaldas5599 18 күн бұрын
Honumonto buliu kua hoi.....
@asomiaasom6008
@asomiaasom6008 15 күн бұрын
বেদ হৈছে ঈশ্বৰৰ নিজ মুখৰ বাণী জ্ঞান উপদেশ ।ঈশ্বৰৰ বাণী বেদৰ বিহিত কৰ্ম ভক্তি আচৰণ উপদেশ যদি ভুল পালন কৰিব নালাগে তেন্তে ঈশ্বৰক ভক্তি কৰি কি লাভ প্ৰাণজিত গগৈ ?ঈশ্বৰৰ বাণী জ্ঞান উপদেশ কৰ্ম ভক্তি আচৰণ যদি ভুল দুৰাচাৰ অকৰণীয় তেন্তে ঈশ্বৰ কৃষ্ণৰ নাম গুণ গোৱাও ভুল অকৰণীয় দুৰাচাৰ নহয়নে প্ৰাণজিত গগৈ ? ঈশ্বৰৰ বাণী জ্ঞান উপদেশ আজ্ঞাৰ ঈশ্বৰ ভক্তি কৰ্ম আচৰণ বেদমন্ত্ৰ পাঠ পূজা যদি অশুদ্ধ ভুল তেন্তে শংকৰ মাধৱ ৰচিত গীত পদ ঘোষা গাই কৃষ্ণ নাম গুণ গোৱা ভক্তি ধৰ্ম কেনেকৈ শুদ্ধ হয় ?তঁহতে মায়াবী গুৰু শংকৰ মাধৱৰ প্ৰভাবত পৰি যি বেদ পুৰাণ উপনিষদ গীতা তপ জপ যাগ যজ্ঞ পূজা শ্ৰাদ্ধ পিণ্ড দান ব্ৰত মুণ্ডন কাৰ্য ,ব্ৰাহ্মণ্য বেদমন্ত্ৰ পাঠ কাৰ্য দুৰাচাৰ বুলি অকৰণীয় বুলি বিৰোধ কৰি কটু সমালোচনা কৰি আছা তহঁতে ঈশ্বৰ বিষ্ণু বেদ পুৰাণ ৰাম কৃষ্ণকে বিৰোধ কৰি কটু সমালোচনা কৰা নহলনে ???বেদ সনাতন ধৰ্মৰ লোকৰ মুল ধৰ্ম গ্ৰন্থ ।বেদক আৰু বেদবিহিত ভক্তি কৰ্ম ধৰ্ম আচৰণ ত্যাগ কৰিলে শুদ্ধ সনাতন ধৰ্ম কৰা হয়নে ?বিকৃত ভ্ৰষ্ট ধৰ্ম হলনে নহল প্ৰাণজিত গগৈ ?গীতাত কৃষ্ণই বেদধৰ্ম কৰ্ম ত্যাগ কৰিব দিছে নে বেদৰ বিহিত কৰ্ম ধৰ্ম কৰিব দিছে ?মায়া শাস্ত্ৰ ভাগৱতকে একমাত্ৰ শ্ৰেষ্ঠ শুদ্ধ ধৰ্ম গ্ৰন্থ বুলি মানিলে মতিভ্ৰম হৈ বিকৃত ভক্তি ধৰ্ম আচৰণ নকৰি কি কৰিবা প্ৰাণজিত গগৈ ?
@padmaluchanbrphukan5300
@padmaluchanbrphukan5300 18 күн бұрын
HARITU PAKITI HE .
@padumkakati2938
@padumkakati2938 7 күн бұрын
অন্ন ব্ৰহ্ম অন্ন মূল অন্নৰ সমান নাই তুল মোৰ অন্ন পৰাই আমুকৰ প্ৰাণ চট ফট কৰি প্ৰাণ যায় জম ৰজাৰ বাক্য নহে অন্যথা কোন শাস্ত্ৰত আছে জানিবলৈ দি বাপ প্ৰাঞ্জিত।
@mridulgogoi3377
@mridulgogoi3377 4 күн бұрын
সন্তান জন্ম হলে শুদ্ধি সবাহ কিয় পাতে , ....
@padmaluchanbrphukan5300
@padmaluchanbrphukan5300 18 күн бұрын
BEDA PARA BHAGAWAT UTPATI .GATIKE BED KATHA KIY NEMANIM .
@padmaluchanbrphukan5300
@padmaluchanbrphukan5300 18 күн бұрын
Chuli DARI MITTU pasat ake nethake adin NASH HABA pakiti deh.
@pijush1376
@pijush1376 17 күн бұрын
Krishna 🙏
@UrmilaBorah-ck1pd
@UrmilaBorah-ck1pd 19 күн бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ
@profullaborah4487
@profullaborah4487 19 күн бұрын
Krishna
মাজুলী ২নং বৰুণ চুক গাঁও নামঘৰ part2 @jyotimoy6018
39:28
НРАВИТСЯ ЭТОТ ФОРМАТ??
00:37
МЯТНАЯ ФАНТА
Рет қаралды 7 МЛН
Iron Chin ✅ Isaih made this look too easy
00:13
Power Slap
Рет қаралды 35 МЛН
- А что в креме? - Это кАкАооо! #КондитерДети
00:24
Телеканал ПЯТНИЦА
Рет қаралды 8 МЛН
বৰপেটা হাউলী part1 @jyotimoy6018
46:00
জ্যোতিময় Jyotimoy
Рет қаралды 51 М.
কাৰ্বি আংলং|| খণ্ড -২ @jyotimoy6018
43:10
জ্যোতিময় Jyotimoy
Рет қаралды 331 М.
আইলাহাবি বৰ নামঘৰ।।ভটীয়াপাৰ@jyotimoy6018
1:37:56
জ্যোতিময় Jyotimoy
Рет қаралды 521 М.
ছাগলী চুবুৰী বনীয়া নামঘৰ তেজপুৰ @jyotimoy6018
43:38