সংঘাতৰ পৰিৱৰ্তে বুজাবুজি স্থিতিত কিয় মুখ্যমন্ত্ৰী?

  Рет қаралды 69,612

The CrossCurrent

The CrossCurrent

Күн бұрын

Пікірлер: 89
@umeshchbaishya9380
@umeshchbaishya9380 Ай бұрын
ল'ৰা ৰজাক বিশ্বাস নকৰিব
@protimadutta2890
@protimadutta2890 Ай бұрын
এইবোৰ কংস মামাৰ চাল---চলে-বলে-কৌশলে যিকোনো প্ৰকাৰে---2026 ৰ নিব্বাচন টো পাৰ কৰা ।
@adityakalita5560
@adityakalita5560 Ай бұрын
হিমন্ত হটাও ,অসম বচাও।
@Prithviraj179
@Prithviraj179 Ай бұрын
👍🏻
@satyamevajayate1274
@satyamevajayate1274 Ай бұрын
Saba he vai .aneke kole Miya hoi jbo para 2mi😂
@nitudeka-ks1sc
@nitudeka-ks1sc Ай бұрын
এতিয়াও বিশ্বাস কৰিব নোৱাৰি । তেওঁ কোন মূহুৰ্তত কি কৰে ভগবানেও নাজানে । মুঠতে নিজৰ স্বাৰ্থ সিদ্ধি হলেই হল ।
@abedakhatun7081
@abedakhatun7081 Ай бұрын
100%
@jimikantadoley5659
@jimikantadoley5659 Ай бұрын
420 Himanta hatau Assam bosau
@DilipChakraborty-j6b
@DilipChakraborty-j6b Ай бұрын
আগতে kori লওক চূণ কিয়নো তেওঁ আজি এটা কয় আৰু কালি এটা কয়
@LatuHazarika-u8m
@LatuHazarika-u8m Ай бұрын
আমাৰ ৰাইজে অৰুনোদয় পায় পাহৰিব নালাগে মূঁল্য বৃদ্ধি কথা লাইটৰ বিলৰ কথা
@BaharulIslam-sm5bx
@BaharulIslam-sm5bx Ай бұрын
ছয় নং দফা আধৰুৱাকৈ ৰাখি ২৬ ৰ নিৰ্বাচন খেলিব।
@pratimasarma1737
@pratimasarma1737 Ай бұрын
সমুখত নিৰ্বাচন। সেই কাৰণে এই বোৰ কথা উত্থাপন কৰিছে। ৰাইজে ভোল গৈ ভোট নিদিয়ে যেন।
@nitomtayung2480
@nitomtayung2480 Ай бұрын
হলেও ৰক্ষা নহব।
@monuwarabegam5708
@monuwarabegam5708 Ай бұрын
পাভ লুতি মাৰিব পাৰে বিছাখ হেৰাই গল
@abdulkadermondal4229
@abdulkadermondal4229 Ай бұрын
গুজৰাটৰ পানীৰ পাইপেদি মুছলমানৰ তেজ বয়।
@protimadutta2890
@protimadutta2890 Ай бұрын
এতিয়া গুজৰাটৰ পানীৰ পাইপেদি গাখীৰ ওলায় আৰু আমাৰ অসমত মদ ওলায় ।
@alaluddain4336
@alaluddain4336 Ай бұрын
Himanta bhagao Assam bachao andolan karo
@mrinalmedhi8346
@mrinalmedhi8346 Ай бұрын
ভোটৰ অংকত ধান্দাবাজি এই বোৰ, খিলঞ্জীয়া ৰ স্বাৰ্থত এই বোৰ নহয়।
@abedakhatun7081
@abedakhatun7081 Ай бұрын
Iyat Matra nijor chair khonor chinta, jonotar kunu profit iyat nai, Matra vote luar tips. Habodhan hauk hokolue.
@ranjitgowsami7891
@ranjitgowsami7891 Ай бұрын
গৌৰৱ গগৈ অসম পোহৰৰ ❤
@AbdulRahman-p1u5d
@AbdulRahman-p1u5d Ай бұрын
ৰ্কায্য কৰি হলেহে বুজিপোৱা যাব।নমনিয়তা বৈতৰণি পাৰহোৱাৰ আহিলা নে কি।
@AnupamBara-be9pu
@AnupamBara-be9pu Ай бұрын
মুখ্য মন্ত্ৰী জনক তেওঁৰ দলৰে মানুহে ভিতৰি ভিতৰি বিৰোধীতা কৰিছে। তেখেতে ধৰিবই পৰা নাই।নিজ দলৰ লোকৰ বাবেই তেখেত শলঠেকত পৰিব।ই খাটাং।
@gopinathtalukdar6013
@gopinathtalukdar6013 Ай бұрын
এইয়া নিৰ্বাচন বৈতৰনি পাৰ হোৱাৰ পখাখেলৰ বাদে আন একো নহয়
@BipulBora-r8g
@BipulBora-r8g Ай бұрын
অসমচৰকাৰে কেন্দ্ৰীয় গৃহমন্টালয়ৰ অবিহনে কি দৰে কাৰ্যকৰী কৰিব অসম চুক্তি ৬নংদফা !সাথৰ সাথৰ যেন লাগিছে।
@ArunKumar-kl2jw
@ArunKumar-kl2jw Ай бұрын
এইবাৰো ৰসগোল্লা বুলি গোল্লাকেই দিব।
@manujyotidihingia8652
@manujyotidihingia8652 Ай бұрын
লাভ নহব এই বাৰ হেতেন যদী কথা বোৰ অতী সোনকালে ছয় জনগোষ্ঠীৰ জনজাতী লাগে
@tulumonibordoloi7470
@tulumonibordoloi7470 Ай бұрын
পিছত বহি চিঞঁৰি কণ্ঠ ফুলাই থকা সকলৰ চিন্তা হৈছে !!! ভৱিষ্যত আকৰ্ষণীয়
@jalaluddinahmed9888
@jalaluddinahmed9888 Ай бұрын
😢😢😢
@AbdulAwal-u1m
@AbdulAwal-u1m Ай бұрын
Tezpur mental health care loi pothabo lage
@TiKha199
@TiKha199 Ай бұрын
মুখ্যমন্ত্ৰী হতাও,অসম বচাও 😅
@WhatsthehellXyz
@WhatsthehellXyz Ай бұрын
পিচুৱাবলৈ আৰম্ভ নহয় , মই ভাবো তেওঁৰ জ্ঞান বৃদ্ধি হৈছে , বুদ্ধি প্ৰাপ্তি হৈছে। অসম আৰু খিলঞ্জীয়া জনগোষ্ঠী সমূহে যি অস্তিত্বৰ সংকটত ভুগি আছে, মাটি, ভেটি, ভাষা, সংস্কৃতি হেৰুৱাব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে তাৰ পৰা মুক্তি পাবলৈ বিভিন্ন পন্থাৰে আন্দোলন কৰি হাজাৰ হাজাৰ পুৰুষ, মহিলা,ডেকা, গাভৰু ইতিমধ্যে শ্বহীদ হৈছে। আমাক আমাৰ অস্তিত্ব ৰক্ষাৰ বাবে হোৱা ঐতিহাসিক অসম চুক্তিমতে ৰক্ষণাবেক্ষণ দিব লাগে। সেয়া আমাৰ প্ৰাপ্য, আমাৰ অথিকাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম চুক্তিৰ ৬নং দফা, ন্যায়ধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদন আধাৰত আগবঢ়োৱা পৰামৰ্শৱালী আৰু ব্ৰহ্ম সমিতিয়ে খিলঞ্জীয়া জনগোষ্ঠী সমূহৰ সুৰক্ষাৰ বাবে দিয়া প্ৰস্তাব গ্ৰহণ কৰি সেইবোৰ পালন কৰিবলৈ লোৱা সিধান্ত ক আমি আদৰণি জনাইছোঁ। কুটিল ৰাজনীতি নহয় , আমাক লাগে আমাৰ অস্তিত্ব ৰক্ষাৰ স্থায়ী সমাধান। জয় আই অসম !!!
@DBorah-m94
@DBorah-m94 Ай бұрын
সকলোৱে ৰাজনীতিক প্ৰাধান্য দি কাম কৰে সেইকাৰনে আমাৰ এই অৱস্থা হৈছে।
@nuruddinahmed5315
@nuruddinahmed5315 Ай бұрын
চৰাই মৰে ৰৈ,মানুহ মৰে কৈ।
@AtulBoruah-v9p
@AtulBoruah-v9p Ай бұрын
Smart mitare bondho korok...
@nuruddinahmed5315
@nuruddinahmed5315 Ай бұрын
অসমীয়াই এদোন পাবলৈ তিনি দোন কলৈ যায় কবই নোৱাৰে।বাপেকৰ সম্পত্তি থাকিলে থাকক নাথাকিলে যি হয় হব ৰ ভাৱটো পৰিহাৰ কৰকচোন।
@SirumoniKakoti
@SirumoniKakoti Ай бұрын
Jindabad Hemanta Sir
@SaidulIslam-ih1co
@SaidulIslam-ih1co Ай бұрын
Right 😊
@juleassijargames5281
@juleassijargames5281 Ай бұрын
Good news
@jaibharat5887
@jaibharat5887 Ай бұрын
This is the only honest, real, trusted news portal
@jayantadutta1024
@jayantadutta1024 Ай бұрын
Ondho vokto hokolee baa ki koi
@birendoley7136
@birendoley7136 Ай бұрын
কাক অন্ধ ভক্ত বুলিছাহে? Bjp কৰা মানে অন্ধ ভক্ত হয়, তেন্তে কংগ্ৰেছ কৰা মানে কি বুজায়? লুণ্ঠন ৰাজৰ ভক্ত নহয় নে?
@amritborah4276
@amritborah4276 Ай бұрын
Mama Jodi জন নেতা হয় six schedule of Assam, Assam acord implement Kori দেখাৱক. BJP, congress, AGP r bormuriya বোৰৰ ক্ষমতা ক লৈ কৰা ৰাজনীতি ৰাইজে বহুত দেখিলে. কিমান দিনলৈ সাধাৰণ জনতাক lolipop di gaddi raikhya কৰিব. Election আহিলে জাতি মাটি ভেটি raikhyar কথা মনত পৰে জাতি duhi Dalal বদন বৰফুকনৰ দৰে কাম কৰা নেতা বোৰৰ. Corruption, syndicate bhumi kelengkari etc আজি ৰ দিনত কোনে কৰে ৰাইজে জানে
@crimso549
@crimso549 Ай бұрын
Dimag mai 26 chal raha hai tension ho raha hai, aur koi baat nahi😅😅😅
@aynalabedin5598
@aynalabedin5598 Ай бұрын
TUTOR সকলৰ বাবে কিবা কওক।
@mahimuddinlaskar4939
@mahimuddinlaskar4939 Ай бұрын
Lal Rosogolla
@Edu52988
@Edu52988 Ай бұрын
CM sir Jindabad.Amar manuh bilak sartha lovi .khai pat phola mauah.konew Kam koribo nuwarai sarkar aji Bjp koribo goi ase thate o Appoti.sai karone axom aji rohotola. Goise.
@arunsarma4727
@arunsarma4727 Ай бұрын
একো পিছুৱাই যোৱা নাই।এয়াও এক কৌশল।কৰিম বুলিহে কৈছে ইতিমধ্যে নকৰাৰ বাবে নতুন কৌশল উলিয়াই লব।
@sahiduzzamanbarbhuiya4013
@sahiduzzamanbarbhuiya4013 Ай бұрын
Himanta hitao assom bosao
@dibakarbarkakaty8158
@dibakarbarkakaty8158 Ай бұрын
Ji kam Himanta biswa sarmai koriba pariba asamot aruu ajan neta atialoike ulua nai alop abegik hou maje maje kisuman kotha koi kin himamantai ji koriba asamar valor babei koriba baki sab mukha pindha asamia abekig budhijibi rajnitibid ehati akol sal sai kathia he pariba Jane aji 45 basare ki kori asil himantai kintu asut asil kintu agp join kora nasil kotha bilak abar vabi saba
@arunsaikia3774
@arunsaikia3774 Ай бұрын
Vote only for OPS
@fborah8053
@fborah8053 Ай бұрын
নাঙ্গঠৰ দেশত ধুবাৰ কাম কি
@dfrgy007
@dfrgy007 Ай бұрын
Ekhete gom pai goise eibar soki gole bostatu bohibo napai buli...
@rebulali1210
@rebulali1210 Ай бұрын
26 ইলেকছন তাৰ পাছত আকৌ বেঙেনা দিব
@MizanurRahman-z7o
@MizanurRahman-z7o Ай бұрын
Anfale fps dealer belakor kotha pahoril dekhun
@KankanSharma-tb7tf
@KankanSharma-tb7tf Ай бұрын
News dibar nai Jodi kartun dekha
@TCF573
@TCF573 Ай бұрын
Jonotatykoron nokorile aibar digdar ase .. Himmur
@jiyabloggersepon3673
@jiyabloggersepon3673 Ай бұрын
😮
@iamTakla
@iamTakla Ай бұрын
Mama aponi jalowa joi..
@realityoflife2762
@realityoflife2762 Ай бұрын
Assaination???
@TCF573
@TCF573 Ай бұрын
Domi gol . Besara
@gh12138.
@gh12138. Ай бұрын
Fotua cm😢
@babulmazumder8775
@babulmazumder8775 Ай бұрын
Kio koribo nalage neki
@_i_am_animetuber2902
@_i_am_animetuber2902 Ай бұрын
Nel ael aa ge
@mukulbaruah1833
@mukulbaruah1833 Ай бұрын
Raij Fetikhap(king Cobrak) tilmaan biswakh kariba pari kintu monubadi/brahmonbadi/Jatibadi/ khampradaiktabadi sayambhu iswar bilakak tilmaan u biswakh nakoriba.
@kanaklalsutradhar6998
@kanaklalsutradhar6998 Ай бұрын
Ihotok ketiao ....bharokha korib nuari.
@ImtiajHussain-s8g
@ImtiajHussain-s8g Ай бұрын
Ki hobo
@Gkeducationtick
@Gkeducationtick Ай бұрын
Himanta jane muslim bure original indian manhu hoi
@mohanboruah9962
@mohanboruah9962 Ай бұрын
Oi Himanta toi ata moha fakidas,toi asomiak thogi thogi kiman khabi? Toi moribi khub hunkale..
@BabuKhan-nu7rp
@BabuKhan-nu7rp Ай бұрын
Pargot,kor game kot khala kobo nuwari.
@ashadulhoque260
@ashadulhoque260 Ай бұрын
Deh tu Karu bapekor nohoi
@HimangshuDutta-m6r
@HimangshuDutta-m6r Ай бұрын
Sapak konobai bishass kare jano?
@gunajitsarma5579
@gunajitsarma5579 Ай бұрын
Bura koka news portal neki aytu 😂😂
@biswajitbaruah2831
@biswajitbaruah2831 Ай бұрын
ছয় জনগোষ্ঠী কংগ্ৰেছৰ দিনত কিয় নহল আজি যে চিঞৰি আছে। ক্ষুদ্ৰ ভূঞা দালালে কিয় আগৰবোৰ নেদেখায়। Facebook ত উত্তৰ দিব নোৱাৰা ক্ষুদ্ৰ ভূঞা এটা ভয়াতুৰ, সঠিক উত্তৰ দিব নোৱাৰিলে block কৰি দিয়ে।
@nibransonowal9182
@nibransonowal9182 Ай бұрын
চাৰ আপুনি পিছুৱাই নাজাব আপুনি সঁচা ভাৱে আগবাঢ়ি যাওক মোৰ আশীৰ্বাদ আপোনাৰ সফল হুওক
@paragchoudhury-b7q
@paragchoudhury-b7q Ай бұрын
Sur sob
@BaharulIslam-xs7zg
@BaharulIslam-xs7zg Ай бұрын
Vakto Abhi v time hain jag jao
@pinkudiary2491
@pinkudiary2491 Ай бұрын
Politics soli thakibo kintu Axomor kam hoi goi ase haitu a main kotha.......... opposition party kam nai atya homoyot BJP best Khangresss ahile ako sesss. Axom goi Bangladesh hbo😢😢😢😢😢
@Hgikv
@Hgikv Ай бұрын
Faltu news
@niroddeka8957
@niroddeka8957 Ай бұрын
যি হেতু এইটো কংগ্ৰেছৰ চেনেল,,,গতিকে হিমন্তৰ কথা বাদ দি কংগ্ৰেছৰ এতিয়া কি হ'ব তাৰ নিউজ দিয়া
@debajitkonwar1407
@debajitkonwar1407 Ай бұрын
মোৰ মামাক‌ ভালেই লাগে। কিন্তু মামাই সকলোতে দপ দপাবলৈ বিছাৰে। ই কিন্তু ভাল লক্ষন মুঠেও নহয়।তাৰ বাবে মাএ সতৰ্ক হেতুকে কমেনট বেআকৈ কৰো যাতে, নিজকে বলিয়া কুকুৰৰ লগত দিতিয় বাৰৰ বাবে তুলনা নকৰে।‌ফালটুৰামিৰো সীমা নাথাকে জানো?
@JahironNessa-k2o
@JahironNessa-k2o Ай бұрын
Good news
Smart Sigma Kid #funny #sigma
00:14
CRAZY GREAPA
Рет қаралды 95 МЛН
Wait for the last one 🤣🤣 #shorts #minecraft
00:28
Cosmo Guy
Рет қаралды 22 МЛН
Каха и лужа  #непосредственнокаха
00:15
Smart Sigma Kid #funny #sigma
00:14
CRAZY GREAPA
Рет қаралды 95 МЛН