KZ
bin
Негізгі бет
Қазірдің өзінде танымал
Тікелей эфир
Ұнаған бейнелер
Қайтадан қараңыз
Жазылымдар
Кіру
Тіркелу
Ең жақсы KZbin
Фильм және анимация
Автокөліктер мен көлік құралдары
Музыка
Үй жануарлары мен аңдар
Спорт
Ойындар
Комедия
Ойын-сауық
Тәжірибелік нұсқаулар және стиль
Ғылым және технология
যোৰহাটৰ জুমনৰ কণ্ঠত বিয়া নাম, ৰৌতাৰ জুনৰ বাঁহীত মন পৰশা সুৰ।
48:46
NARAYAN KAVACH DIRGHA
16:21
The Best Band 😅 #toshleh #viralshort
00:11
Что-что Мурсдей говорит? 💭 #симбочка #симба #мурсдей
00:19
伪装成一棵树整蛊妹妹,结果妹妹当场怀疑人生竟要揍我?【两只马儿-恶搞姐妹】
00:57
Không phải tự nhiên các nước châu Phi yêu mến nước Nga. Bởi nước Nga có một TT đáng yêu #putin
00:19
সবাতোতকৈ ধুনীয়া ল'ৰাটো..... দৃষ্টিহীন বিনীত বৰাৰ ভাগৱত পাঠ।
Рет қаралды 132,443
Facebook
Twitter
Жүктеу
1
Жазылу 243 М.
TIME8 Axom
Күн бұрын
Пікірлер: 321
@chinukataki4419
10 ай бұрын
উফ।হৃদয় চুই গৈছে ।বিনীতৰ কন্ঠ বৰ ধুনীয়া ।তোমাক সহায় কৰিব ঈশ্বৰে ।আচৰিত জ্ঞান ।ভাগৱত খন মুখস্থ ।কি কম ভাষা নাই ।
@hemaprabhasaikia5321
4 ай бұрын
বাপজনা লৈ ভক্তি ভৰাসেৱাভাগি নিবেদিলো কৃষ্ণ কৃষ্ণ।
@hemantahazarika9715
11 ай бұрын
এনে অনুষ্ঠান অতিকে আৱশ্যক সাম্প্ৰতিক সমাজখনৰ বাবে, সমাজখনত বৰ বিষে আগুৰি ধৰিছে , গতিকে কিছু অমৃতৰ প্ৰয়োজন, এনে অনুষ্ঠান বোৰেই মানুহক অমৃত দিয়ে, ❤❤❤❤ কৃষ্ণ 🙏🙏
@rohiniborgohain7654
4 ай бұрын
বহুত পিয়াহত থকাৰ পাছত পিয়াহ পলোৱাই এতুপি পানী খালোঁ তেনেযেন লাগিল । কৃষ্ণ বিনিত বাপক ভগৱন্তই কৃপা কৰক প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ । কৃষ্ণ । ৰোহিনী বৰ গোহাই । চৰাইদেউ ।
@pranabjyotidutta1837
Жыл бұрын
মোৰ হ্ৰিদয় চুই গ'ল ,অনুপমদা 🙏🏿🙏🏿🙏🏿
@monjuraniraja4551
11 ай бұрын
প্ৰভূজনাৰ উওম বাখ্যা ই আমাৰ দৰে অধমক ধন্য কৰিছে কৃষ্ণ কৃষ্ণ কৃষ্ণ
@luhithandique6297
Жыл бұрын
হে কৃষ্ণ । বিনিত এজন অৱতাৰী পুৰুষ । শত কুটিসেৱা জনালোঁ
@dipranjanboruah778
Ай бұрын
কৃষ্ণ কৃষ্ণ প্ৰভূ সেই হৰি ৰাম 🙏
@sunilhazarika5148
4 ай бұрын
কৃষ্ণ কৃষ্ণ হৰি নাম।🙏🙏🙏
@krishnomoy228
Жыл бұрын
মই ঈশ্বৰৰ ওচৰত কাতৰ অনুৰোধ জনালোঁ, যে বিনিতক চকু ঘুৰাই দিয়া,,,,মৰ মন চুই গৈছে,,,
@Ankitakalita-e1s
11 ай бұрын
ভগৱানে সদায় ভালে ৰাখক তাৰে কামনা ❤
@dilipkumarsaikia4838
4 ай бұрын
কৃষ্ণ বৰা বাপ আপোনাৰ চৰণত সেৱা নিৱেদিলো। কৃষ্ণ।।
@hemangakalita3273
11 ай бұрын
Ram Krishna ram Krishna ram Krishna 🙏🙏🙏
@DimbeswarKochari
10 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏
@bakulgogoival8392
2 ай бұрын
সুমধুৰ সুমঙগল হেলাৰে শ্ৰদ্ধাৰে ল'লে নৰ মাত্ৰ তৰে ভৱকুপ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ আৰু দীঘায়ু কামনা জনালোঁ।
@DigantaBaruah-x7t
Жыл бұрын
Krishno krishno probhu ❤
@DeepikaChangmai
11 ай бұрын
বৰ সুন্দৰ আত্মা বিনীতৰ। ঈশ্বৰে ইচ্ছা পুৰন কৰক । কৃষ্ণ কৃষ্ণ
@MridulBhuyan-q6b
5 ай бұрын
কৃষ্ণ কৃষ্ণ
@sabitrigogoi9800
4 ай бұрын
কৃষ্ণ কৃষ্ণ প্ৰভু সেৱা জনালোঁ কৃপা কৰক প্ৰভু 🙏🙏🙏🙏
@kamalkalita338
Жыл бұрын
ভগৱানে তেওঁক আৰু আগুৱাই যাবলৈ শক্তি প্ৰদান কৰক , এয়ে ভগৱানৰ ওচৰত প্ৰৰ্ণাম জনালোঁ ।
@assmesvideo6000
11 ай бұрын
বহুতো আপোনাৰ প্ৰতিভা ইমান সুন্দৰ সুৰেৰে গান নাম মহা ভাগৱত গাইছে বাখ্যা কৰিলে প্ৰভূ ভগৱন্তৰ কৃপা সদাই পাব কৃষ্ণ কৃষ্ণ
@bastobkalita6328
10 ай бұрын
কৃষ্ণ কৃষ্ণ। সেৱা জনাইছোঁ
@JuriSaikia-t6t
11 ай бұрын
Krisno krisno krisno krisno probhu
@akashdihingia9943
11 ай бұрын
Krishno provhu (বাপ) 🙏
@SureshBorah-p1c
10 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ। প্ৰভূ বৰ ভাল লাগিল কৃষ্ণ কৃষ্ণ
@DhanistaBaruah
4 ай бұрын
বহুত বহুত ধুনীয়া কণ্ঠ। ভগৱান বিষ্ণুৱে এগৰাকী মহান লোক হিচাপে জন্ম দিছে।বিনীত তোমাক ধন্যবাদ।
@birengogoi9499
9 ай бұрын
লগ পোৱাৰ বহুত ইচ্ছা আছে,,ভগৱানে যেন লগ কৰাই,, কৃষ্ণ 🙏 সেৱা নিবেদিলো 🙏
@kirttanaramdas9381
11 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ। প্ৰথমতে ভগৱন্তৰ চৰণ চুই বিনিত বাপৰ দীৰঘায়ু কামনা কৰিলো। বিনীত বাপে অন্ধ সকলে পঢ়িব পৰাকৈ যিখন ভাগৱত প্ৰকাশৰ বাবে চিন্তা কৰিছে, তাত সকলোৱে সহায় আগবঢ়োৱা দৰকাৰ আছে বুলি মই ভাবো। বিনিট বাপৰ মনৰ আশা পূৰণ হওক, তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালো। কৃষ্ণ কৃষ্ণ কৃষ্ণ.......!
@ratulsaikia9242
11 ай бұрын
কৃষ্ণ কৃষ্ণ ৰাম কৃষ্ণ
@DulenSON
10 ай бұрын
বহুত সুন্দৰ। আপোনাৰ সু-স্বাস্থ্য কামনা কৰিলো। কৃষ্ণ কৃষ্ণ।
@amritbordoloi984
4 ай бұрын
হৃদয়স্পৰ্শী পাঠ, হৃদয়স্পৰ্শী ব্যাখ্যা। এনে পাঠ শ্ৰৱণ কৰিবলৈ পায় কায়,বাক্য,মন যোৰ পৰি গ'ল। প্ৰভু ভগৱন্তই তেখেতক কুশলে ৰাখক কৃষ্ণ।
@MamoniBorah-j3x
2 ай бұрын
ইয়াতে প্ৰমান যে কৃষ্ণই সকলোকে কৃপা কৰে।
@sailagogoi940
Жыл бұрын
কৃষ্ণ বাপ আপোনাক বহুত বহুত প্ৰ নাম আপুনি আৰু আগোরাই যাওক গুরো জনাই কৃপা কৰক কৃষ্ণ কৃষ্ণ।
@papukonwar4096
Жыл бұрын
কৃষ্ণ 🙏🙏🙏 ৰাম
@sandhyaphukan3560
Жыл бұрын
বহুত সুন্দৰ কণ্ঠ।।অতিকৈ ভাল লাগিল। ভগৱন্তৰ কৃপা লাভ কৰিছে।তেখেতৰ লগতে পৰিয়ালৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিলোঁ। কৃষ্ণ কৃষ্ণ 🙏🙏👍👍
@ArulHazarika
4 ай бұрын
Krishno krishno bab❤❤❤
@bobitagogoi4985
11 ай бұрын
❤🙏🙏🙏❤
@monujsaikia9184
Жыл бұрын
কবলৈ ভাষা নাই ,আপোনাক ধন্যবাদ ক'লে সেইয়া বহুত কম হয়। আচলতে অন্ধ আমি হে আপুনি নহয় কিয়নো আমি সত্যক নেদেখোঁ আৰু নাজানো আপুনি হে আমাৰ পথ প্ৰদৰ্শক হৈছে
@harensaikia204
11 ай бұрын
Anupam da apunak moi lakh kouti pranam🙏 jonaisu.kionu apuni j teok mati Ani iman hamudhur bhagawat byakha hunale
@sunilgohain1378
11 ай бұрын
Krishana very nice god bless you
@krishnabaruah4244
Жыл бұрын
ভগৱন্ত সহায় হওক আপোনাৰ, কৃষ্ণ।
@manujboruah7298
9 ай бұрын
কৃষ্ণ কৃষ্ণ আপোনাক ভগৱানে এক। ঐছইকশক্তি দিছে।
@MANOJSAIKIAEDUCATION12345
10 ай бұрын
কৃষ্ণ ৷ ইমান সুন্দৰ পাঠ আৰু ব্যাখ্যা ৷
@BabulNath-qk8dp
2 ай бұрын
Krishno.krishno
@rubulsaikia8656
Жыл бұрын
কৃষ্ণ কৃষ্ণ অতি সুন্দৰ প্ৰকাশ পাইছে ভাল লাগিল শুনি কৃষ্ণ সেৱা জনাইছোঁ সকলোলৈকে ভক্তি ভৰা সেৱা জনাইছোঁ
@utpalgogoi5787
11 ай бұрын
কৃষ্ণ কৃষ্ণ 🙏
@rahuldas1300
Жыл бұрын
কৃষ্ণ কৃষ্ণ ৰাম ৰাম
@birengogoi9499
10 ай бұрын
কৃষ্ণ 🙏 স্বয়ং ভগৱান সদৃশ আপোনি,,আপোনাক প্ৰণাম 🙏
@KhagenDas-rs5nw
11 ай бұрын
Bahut sundor.sewa jonaido.krishna krishna Bap
@awaneeshmahanta2645
10 ай бұрын
কৃষ্ণ কৃষ্ণ বহুত ভাল লাগিছে সেৱাহে ।
@mintudas4829
Жыл бұрын
বিনীত মোৰ হিয়াৰ ভকত তোমাক মই আমাৰ গৃহত পুনৰ আনিম তুমি আৰু আগুৱাই জোৱাৰ মঙ্গল কামনা কৰিলো জয় জগন্নাথ✌📸🍍
@dipubora9270
Жыл бұрын
Numabar to diba ne ki
@romenjit7549
Жыл бұрын
Very nice krishna. Krishna 🙏🙏🙏🙏🙏
@nandeswardeka950
Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ ।বহুত বহুত বহুত ভাল লাগিল কৃষ্ণ ।
@mamonidevi617
10 ай бұрын
Bor xundo Binit tumar kotha aru gan xuni Mur chokurpani ulal bhogobane tumar monor bancha puron korok d Chakrapani dada dhyanobad jonalu
@dipakborah5543
10 ай бұрын
@@mamonidevi617BOHUT. VAL. 2👌
@PrabinDas-rs7mm
6 ай бұрын
😅@@mamonidevi617
@khargeswarkalita4630
10 ай бұрын
আমাৰ গাঁৱত ও এখেত আহিছিল। ভগৱানে সদাই আৰোগ্য ৰাখক বাপ জনাক। কৃষ্ণ
@mridulraidihigia1818
3 ай бұрын
Krishna probhu joner Sri soronat kote koti pranam joi ram
@dijendutta1990
10 ай бұрын
দৃষ্টি হীন ভাবে তেওঁৰ এইধৰনে আৰু সংগ্ৰাম অব্যাহত থাকে তাকেই ঈশ্বৰৰ ওচৰত প্ৰাথনা জনালো।🙏🙏🙏।
@FoujiRupam
11 ай бұрын
Ram Krishna....
@archananath3143
11 ай бұрын
এওক লগ পাইছোঁ পুথি শুনিছোঁ 🙏🙏♥️
@BinaDas-m6t
11 ай бұрын
Jay Shri Krishna 🙏
@arupbezbaruah356
11 ай бұрын
Krishna o hari o Ram
@budhaphulkonwar3326
11 ай бұрын
We are with BINET.....
@binaphukan7334
Жыл бұрын
সুন্দৰ মনৰ গৰাকী। সুন্দৰ হৈ জিলিকি উঠা ।
@Ridipaxom
Жыл бұрын
কৃষ্ণ কৃষ্ণ ওঁম নমো ভগৱতে বাসুদেৱায়
@birinchiborgohain1224
Жыл бұрын
Krishna. Krishna. Krishna Ganeshguri
@BipulBaruah-y8s
4 ай бұрын
Krishna Krishna bab
@pradipphukan929
11 ай бұрын
Krishna 🙏🏼🙏🏼
@sasadharrajbangshi4147
Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ 🙏 প্ৰভু আপোনাক ভগৱত পাঠ বিচাৰো গান নহয়🙏ইশ্ব ৰে। ৰ কৃপা
@buddhaboruah3008
4 ай бұрын
Krishna 🌏🌏🌏❤❤❤🙏🙏🙏
@anjuchiringphukan5368
11 ай бұрын
🙏🙏🙏 কৃষ্ণ কৃষ্ণ কৃষ্ণ
@balinkataki81
Жыл бұрын
কৃষ্ণ 🙏🙏
@mamoniboruahsaikia5631
Жыл бұрын
সুন্দৰ , আপোনাৰ ব্যাখ্যা আগত শুনিছোঁ ।বৰ সুন্দৰ পাওঁ । ভগবানে কুশলে ৰাখক ।
@ManjitPa
11 ай бұрын
Good news sir
@tnath6513
Жыл бұрын
কৃষ্ণ, বাপ-- সুন্দৰ উপষ্ঠাপন অন্তৰঙ্গা ভক্তিৰ গুজ্য তম তত্ব ৰ অধিকাৰী বাপজনালৈ সেৱা নিবেদিছো-। কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ-------
@niradagogoi5905
Жыл бұрын
ইমান সুন্দৰ ভাবিৰ নোৰি নাকাকন্দিলেও চকু পানী ওলাই ভগৱানে মঙ্গল কৰক
@RituBoruah-u4c
Жыл бұрын
বিনিত দা আপোনাক ভগবানে আৰু আগবঢ়াই নিয়ে যেন।
@manojkalita4515
11 ай бұрын
Krishna krishna, Bhagabane apunar pobitra ji chinta, axa, taak xofol korok, poriyal tuk prabhu tekhtor; chaya di rakhok, heye kamina korilu 🙏🙏🙏
@mrinalmedhi8346
5 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ, প্ৰভূ আপোনাৰ শ্ৰী চৰণত ভক্তিভৰা সেৱা নিবেদিছো আৰু আপোনাৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ 🙏🙏🙏
@sewalibora7160
Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@rajibkrdas1918
Жыл бұрын
Krisna krisna, bohut vl lagil
@bhabendeka3039
4 ай бұрын
কৃষ্ণ, প্ৰভুৱে কৃপা কৰক
@rupalidutta4327
Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ ভাগৱত ব্যাখ্যা তুলনা বিহীন। ভগৱানে আপোনাক সু-স্বাস্থ্য আৰু মঙ্গলময় কৰি ৰখাৰ কামনাৰে কৃষ্ণ কৃষ্ণ।
@Nava-z9k
7 ай бұрын
Krishna Krishna
@ranjitadeori6018
11 ай бұрын
বহুত সুন্দৰ কন্ঠ ভগৱানে আপোনাৰ মঙ্গল কৰক
@khirodakonwar9585
11 ай бұрын
Khisna. বশুত ভাল লাগিল আশিবাদ থাকিল ৷ভগৱানে সহায় কৰক ৷
@mainaborah6443
10 ай бұрын
Krishna krishna pravu🙏🙏🙏🙏🙏🙏
@jagatsaikia7451
Жыл бұрын
অতি সুনৰ অনুষ্ঠান ।🙏🙏🙏
@dipankarborah1546
11 ай бұрын
কৃষ্ণ বাপ🙏অতি সুন্দৰ ভাগৱত বাখ্যা🙏কেতিয়াও আমনি নলগা এভাগী গ্ৰন্থ। যাৰ জৰিয়তে আপুনি বা মই এই সৎসাৰৰ পৰা মুক্তি পাব পাৰো🙏কৃষ্ণ🙏
@Tulikaartacademy912
7 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ তোমাৰ কি লিলা । এয়াই প্ৰভূ পৰম আত্মা পৰম ঈশ্বৰ কৃষ্ণ। আপোনাৰ চৰন কমলত কৌতি কৌতি প্ৰনাম জনালো কৃষ্ণ।।
@chinimaibora7626
4 ай бұрын
মোৰ মন চুই গল।ইমান সুন্দৰ মন সুৰ ।কৃষ্ণ , কৃষ্ণ 🙏🙏
@abanidas6895
4 ай бұрын
ধন্য বিনীত তুমি।
@kuldeephandique8527
11 ай бұрын
আমাৰ দৃষ্টি থকা সতেৰেও আমাৰ শাৰীৰ মন বুধি চিত্ৰ আৰু এই অহংকাৰী হৈ জীয়াই থকা এই সকলো বিলাক আত্মঘাতী জীৱ বুলি কব পাৰি , গতিকে সৰ্ধাৰ বিনিত বাৰালৈ ভক্তিভৰা নমস্কাৰ থাকিল , কৃষ্ণ কৃষ্ণা কৃষ্ণা
@PurabiBaishya-zx7iw
11 ай бұрын
সুন্দৰ অনুষ্ঠান চাই বহুত ভাল লাগিছে বিনিত বাপ সেৱাহে
@prasantabonia-zo4mf
4 ай бұрын
কৃষ্ণ কৃষ্ণ বাপ বহুত ভাল লাগিল ক
@bobynath4148
Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ সুন্দৰ
@harikantaphukan2784
11 ай бұрын
কৃষ্ণ প্ৰভু তেওঁৰ প্ৰতি তোমাৰ কৃপা দৃষ্টি বৰষক।
@papuboruah7406
10 ай бұрын
ৰাম হৰি হৰি ৰাম
@KomalThengalVlogs
Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ কৃষ্ণ সুন্দৰ
@HemalataGogoi
Жыл бұрын
ATI hundor krishna
@RitahazarikaRitahazarika-vu3gv
11 ай бұрын
Bohut vall lagil aru bohut dukhu lagil
@NageswarNath-ty6pg
6 ай бұрын
কৃষ্ণ কৃপাময়
@PranmoyBora-n1n
5 ай бұрын
কৃষ্ণ 🙏জয় গুৰু শঙ্কৰ
@mamilabhuuyan6391
Жыл бұрын
ভগৱানে আৰু আগুৱাই নিয়ক
@priyankabaruah2877
Жыл бұрын
Krishna 🙏
48:46
যোৰহাটৰ জুমনৰ কণ্ঠত বিয়া নাম, ৰৌতাৰ জুনৰ বাঁহীত মন পৰশা সুৰ।
DY365
Рет қаралды 1,1 МЛН
16:21
NARAYAN KAVACH DIRGHA
DGMUSIC. IN
Рет қаралды 13 МЛН
00:11
The Best Band 😅 #toshleh #viralshort
Toshleh
Рет қаралды 22 МЛН
00:19
Что-что Мурсдей говорит? 💭 #симбочка #симба #мурсдей
Симбочка Пимпочка
Рет қаралды 6 МЛН
00:57
伪装成一棵树整蛊妹妹,结果妹妹当场怀疑人生竟要揍我?【两只马儿-恶搞姐妹】
两只马儿—恶搞姐妹
Рет қаралды 44 МЛН
00:19
Không phải tự nhiên các nước châu Phi yêu mến nước Nga. Bởi nước Nga có một TT đáng yêu #putin
THẾ GIỚI 24H
Рет қаралды 10 МЛН
27:29
ভাগৱত পাঠ||Padma kakoti||Pranjit Gogoi
জ্যোতিময় Jyotimoy
Рет қаралды 412 М.
55:21
সুধাকণ্ঠৰ বাবে উচৰ্গিত মিথুন ধৰৰ কণ্ঠত শুনক ‘গভীৰ আস্থাৰ গান’
NKTV PLUS
Рет қаралды 75 М.
52:01
Licypriya gi Mingda Once again | RK Production
RK Production
Рет қаралды 408 М.
49:05
ভাগৱত পাঠ আৰু ব্যাখ্যা | শ্ৰীযুত জগত বণিয়া | Bhagawat Path Aru Bakhya | Jagat Bania | AnupomBitupon
Anupom Bitupon
Рет қаралды 1,1 МЛН
25:15
শ্ৰী বিনীত বৰা বাপৰ ভাগৱত পাঠ আৰু ব্যাখ্যা।।Binit Bora Bhagawat Path Bakha।। প্ৰথম ভাগ।।
JP Kalita
Рет қаралды 4,4 М.
1:52:32
ভাগৱত পাঠ// কিশোৰ বায়নৰ সুপুত্ৰ স্পন্দনৰ জন্ম দিনৰ উপলক্ষে// ডুমুনী// বাক্সা
Riju Pathak.
Рет қаралды 40 М.
58:26
বিশ্বাসে মিলয় হৰি Part 1 | ভাগৱত শাস্ত্ৰৰ সাৰ কথা, কিছু পাঠ আৰু আলাপ | Anjela Changmai
ND24
Рет қаралды 75 М.
47:42
জগত বণিয়া বাপ || ভাগৱত পাঠ আৰু বাখ্যা || Bhagawat Path Bakhya || Jagat Bania || Anupom Bitupon
Anupom Bitupon
Рет қаралды 1,1 МЛН
59:40
দৃষ্টিহীন বিনিত বৰাদেৱে কেনেদৰে ভাগৱত জ্ঞান লাভ কৰিলে || বিনিত বৰা @binit borah
ভক্তিৰ সাগৰ Bhaktir Sagor
Рет қаралды 22 М.
1:05:13
বিশ্বাসে মিলয় হৰি Part 20 | আজিৰ খণ্ডত দ্বিতীয় স্কন্ধৰ প্ৰথম অধ্যায়:- ভাগৱত-ধৰ্ম্মকথন
ND24
Рет қаралды 10 М.
00:11
The Best Band 😅 #toshleh #viralshort
Toshleh
Рет қаралды 22 МЛН