সদৌ অসম ভাওনা প্ৰতিযোগিতাৰ দ্বিতীয় শ্ৰেষ্ঠ দল-নহুষৰ অজগৰ প্ৰাপ্তি | Vawna Competition || Bhaona

  Рет қаралды 79,984

Anupom Bitupon

Anupom Bitupon

Күн бұрын

সদৌ অসম কৃষ্ণ সূৰ্য নাম সমাজ
শংকৰদেৱ শিল্পী সমাজ, শিৱসাগৰৰ সৌজন্যত সদৌ অসম ভাওনা প্ৰতিযোগিতা ।
স্থান-স্থায়ী ৰাসমঞ্চ, আঞ্চলিক শ্রীশ্রী শংকৰদেৱ কৃষ্টি বিকাশ সমিতি, মেৰবিল, বেতবাৰী, শিৱসাগৰ
আজিৰ নাট-নহুষৰ অজগৰ প্ৰাপ্তি
পাঞ্চজন্য নাট্য গোষ্ঠী-কমলাবৰীয়া, যোৰহাট
শিল্পীসৱলৈ আমাৰ সামাজিক প্ৰচাৰ মাধ্যমৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো ।
#AnupomBitupon #vauna #bhauna #Nohukhor_Ajagor _Prapti #bhawna_competition #vawna_competition

Пікірлер: 130
@leenaborkotoky7298
@leenaborkotoky7298 11 ай бұрын
সুন্দৰ প্ৰদৰ্শন 👌👌,সকলো অভিনয় শিল্পী,কলা কুশলীক আন্তৰিক অভিনন্দন 🎉🙏,লগতে এনেদৰে ভাওনা ভাগি উপভোগ কৰিবলৈ সুবিধা দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ।
@অনুপমবিতোপন
@অনুপমবিতোপন 11 ай бұрын
কৃষ্ণ
@dullboruah9641
@dullboruah9641 2 жыл бұрын
মই নহুোষ ৰাজনৰ অভিনয়ৰ সলাগ লৈচো আপুনি আগবাহি জাওক দাদা
@dharmeswarsaikia176
@dharmeswarsaikia176 2 жыл бұрын
Aponalukor you tube channel or video bilak hodai saw, kintu moi bor besi comant Diya nai, aponaluke Amar guru Sri manta Shankardev or apurba shristi bhaonar kola sonskriti jiyai rokhar udeshya agot rakhi vaonar video bilak apload Kori asomor raijok dekhuai bohut bhal Kam Korise, tar babe mur torofor pora akhesh dhonyabad gyapon korisu,
@অনুপমবিতোপন
@অনুপমবিতোপন 2 жыл бұрын
🙏🙏🙏🙏🙏
@vawnawithpartha4846
@vawnawithpartha4846 2 жыл бұрын
Lb
@ankitamahanta5845
@ankitamahanta5845 Жыл бұрын
@@অনুপমবিতোপন jsjdszsjjssjsjjsszjJsjjsjjSjjSSJSSSJJZJSSSSJZJJJZKSSjssjzjjjjszjsssssjsjsjzssss
@abhirajkalita6388
@abhirajkalita6388 2 жыл бұрын
ধন্যবাদ আমাৰ টিমৰ ভাওনাভাগৰ ভিডিঅ আপলোড দিয়াৰ বাবে 🙏🙏🙏
@jatinborgohain587
@jatinborgohain587 8 ай бұрын
Jai shree Krishna radhe radhe Krishna ji 💞💓💘❤❤❤❤❤❤❤
@bharatpjbhuyan7350
@bharatpjbhuyan7350 2 жыл бұрын
অতি সুন্দৰ অভিনয় সকলোৰে মোৰ দৃষ্টিত নাৰদৰ চৰিত্ৰত বৰ্তমান সময়ত অদ্বিতীয় যোৰহাটৰ মোৰ বন্ধু ৰূপজিৎ(কাকুৰ) অভিনয় অতুলনীয় সচাকৈ হৃদয় চুই গ'ল, জয় হওঁক অসম শ্ৰেষ্ঠ ভাওনা দলৰ ভিতৰত অন্যতম যোৰহাট মালৌ আলি পাঞ্চজন্য নাট্যগোষ্ঠীৰ জয় তু ভাওনা সংস্কৃতি🙏
@pranjalprotimkonwar4293
@pranjalprotimkonwar4293 2 жыл бұрын
বৰ সুন্দৰ কণ্ঠ
@bharatpjbhuyan7350
@bharatpjbhuyan7350 2 жыл бұрын
@@pranjalprotimkonwar4293 একমত
@অনুপমবিতোপন
@অনুপমবিতোপন 2 жыл бұрын
🙏🙏🙏
@kushal9881
@kushal9881 2 жыл бұрын
1St prize puwar juyigo ❤️ huvasya jonaisu team tuk ❤️
@bituponboraassam9322
@bituponboraassam9322 2 жыл бұрын
বৰ ভাল লাগিল চাই । জয় গুৰু শংকৰ 🙏
@অনুপমবিতোপন
@অনুপমবিতোপন Жыл бұрын
🙏🙏
@manasdeka6801
@manasdeka6801 11 ай бұрын
Joy guru Shanker 🙏🏾 Krishna Krishna Ram
@satyajitdas7029
@satyajitdas7029 4 ай бұрын
Nuhux Raja I xundar abhinaya korise❤❤❤
@jatinborgohain587
@jatinborgohain587 8 ай бұрын
Jai shree Krishna radhe radhe Krishna ji 💞💓💞💓💞💓💞❤❤❤❤❤❤
@madhurjyaassam6365
@madhurjyaassam6365 3 ай бұрын
Val lagil sai ❤❤
@the_mapper
@the_mapper 9 ай бұрын
Hundor ❤❤❤
@Krishnopanyang
@Krishnopanyang 2 ай бұрын
চাই বহুত ভাল লাগিল❤❤
@bhaskarchangmai2143
@bhaskarchangmai2143 2 жыл бұрын
মৎস্য অৱতাৰ চাৰিবেদ উদ্ধাৰ খন কেতিয়া কে upload কৰিব দাদা
@অনুপমবিতোপন
@অনুপমবিতোপন 2 жыл бұрын
🙏
@satyajitdas7029
@satyajitdas7029 4 ай бұрын
Xundar hoise❤❤❤❤❤🙏🏻🙏🏻🙏🏻🙏🏻 Kirshna krishna 🙏🏻🌺
@jibonhazarika4366
@jibonhazarika4366 2 жыл бұрын
মই ভাওনা সদায় চাওঁ , বৰ ভাল লাগে , আপোনালোকক ধন্য‌বাদ জনাইছো ,
@socialunity5363
@socialunity5363 2 жыл бұрын
Apupom Bitupon apunaluke val vdo post kore sau maje maje, Kintu vdo tur majote j dangor koi likhi rakhe, saboloi beya lage
@অনুপমবিতোপন
@অনুপমবিতোপন 2 жыл бұрын
ভিডিঅ' চুৰৰ উপদ্ৰৱত এইটো ব্যৱস্থা লবলৈ বাধ্য হৈছো.... ক্ষমা কৰিব । আগলৈ চেষ্টা কৰিম বিকল্প ব্যৱস্থা লবলৈ
@DHANMOINA-y4m
@DHANMOINA-y4m Жыл бұрын
Xosi acting xosai bor xundar❤
@ecogaming8348
@ecogaming8348 2 жыл бұрын
Satho bayn .monuranjn Bora And Satho hutro .. Partho Bora . Nahukhr Ajogr prapti ..Sai thka
@s.k.assamrider6671
@s.k.assamrider6671 2 жыл бұрын
দাদা কাইলৈ গোলাঘাট আহিবনে ?
@rupanjaliboruah
@rupanjaliboruah Жыл бұрын
Narod kaku da jang
@biswadeepbora659
@biswadeepbora659 2 жыл бұрын
শ্ৰীৰামচন্দ্ৰৰ বৈকুণ্ঠ যাত্ৰা ভাওনা ভাগ আপলোড কৰিবচোন
@অনুপমবিতোপন
@অনুপমবিতোপন 2 жыл бұрын
কৰিম
@Prasujya-p8c
@Prasujya-p8c 2 жыл бұрын
সূত্ৰ জন বৰ ভাল লাগিল অ' নাম টো জনাব
@parthaborah2984
@parthaborah2984 2 жыл бұрын
ধন্যবাদ, মই পার্থ প্ৰতিম বৰা
@rinkukakati7899
@rinkukakati7899 Жыл бұрын
Pdf Pam neki .
@dipuchangmai6723
@dipuchangmai6723 2 жыл бұрын
কুলাচলৰ মুক্তিলাভ ভাওনাখনি দিয়া হ'লে ভাল পালো হয় 🙏
@অনুপমবিতোপন
@অনুপমবিতোপন 2 жыл бұрын
বহুত সোনকালেই দিবলৈ চেষ্টা কৰিম
@pranjalprotimkonwar4293
@pranjalprotimkonwar4293 2 жыл бұрын
@@অনুপমবিতোপন bor hundor kahini dei
@missrashmi4252
@missrashmi4252 2 жыл бұрын
Excellent 💯👏👏👏👏
@rajibsaikia607
@rajibsaikia607 2 жыл бұрын
চকু স্থিৰ হৈ ৰয় সদায় সূত্ৰধাৰ আৰু শচি ৰ অভিনয় চাবলৈ। ইমান সুন্দৰ পৰিৱেশন সকলো সময়তে চাই থাকিলেও আমনি নালাগে।
@অনুপমবিতোপন
@অনুপমবিতোপন 2 жыл бұрын
ধন্যবাদ
@parthaborah2984
@parthaborah2984 2 жыл бұрын
ধন্যবাদ জ্ঞাপন কৰিলোঁ🥰
@assameseauntysiv......448
@assameseauntysiv......448 2 жыл бұрын
Bhawna gutai kaikhona sai bhal lagila. Hokolura obhinoi bohut hundor.. gandhari Krishna darkhon sabola napatu.. dibo sun...
@অনুপমবিতোপন
@অনুপমবিতোপন 2 жыл бұрын
Dim hunkale
@alokgive6518
@alokgive6518 2 жыл бұрын
Kot patise hoi
@অনুপমবিতোপন
@অনুপমবিতোপন 2 жыл бұрын
মেৰবিল। শিৱসাগৰ
@raktimjyotiborah1487
@raktimjyotiborah1487 2 жыл бұрын
Xokolure obhinoy xundor hoise dei joy guru Sankar
@manash_jyoti_saikia
@manash_jyoti_saikia 2 жыл бұрын
ধন্যবাদ ভাওনা ভাগি দিয়াৰ বাবে। গায়ন জোৰাও দিব লাগিছিল
@অনুপমবিতোপন
@অনুপমবিতোপন 2 жыл бұрын
🙏
@debojitvlog9433
@debojitvlog9433 2 жыл бұрын
Anupom da val lagle si
@bisnujyotisaikia3431
@bisnujyotisaikia3431 2 жыл бұрын
অতি অনুপম অতি বিতুপন। ভাল লাগিছে।
@অনুপমবিতোপন
@অনুপমবিতোপন 2 жыл бұрын
ধন্যবাদ
@dhananjaydasdhananjaydas8356
@dhananjaydasdhananjaydas8356 Жыл бұрын
নাৰদ অভিনয় ভাল লাগিলে
@অনুপমবিতোপন
@অনুপমবিতোপন Жыл бұрын
ধন্যবাদ
@Profullaassam30
@Profullaassam30 Жыл бұрын
আপোনালোকৰ কস্ত বাবে ঘৰতে ভাওনা ভাগ বহুত ভালকৈ ছাৱ পাৰিছো তাৰ বাবে বহুত বহুত ধন্যৱাদ |
@অনুপমবিতোপন
@অনুপমবিতোপন Жыл бұрын
🙏🙏🙏🙏
@hiramonibhuyan4086
@hiramonibhuyan4086 2 жыл бұрын
Mojja 😘😘
@deepjyotideka1832
@deepjyotideka1832 2 жыл бұрын
১৫ অক্টোবৰত ড্ৰিবুগড় কানৈ মহাবিদ্যালয়ত নৃহিংস মূৰাৰি কৰিব। পাৰিলে দিবচোন দাদা । চাবলৈ বৰ মন আছিল। উপস্থিত থকাৰ সুবিধা নিমিলিব। আপোনাৰ চেনেলৰ দ্বাৰা পোৱাৰ আশা কৰিলো
@অনুপমবিতোপন
@অনুপমবিতোপন 2 жыл бұрын
🙏
@satyajitdas7029
@satyajitdas7029 4 ай бұрын
Jai shree hari 🙏🏻🙏🏻🙏🏻🙏🏻
@ramenbaruah457
@ramenbaruah457 2 жыл бұрын
savitri satyaban khonotkoi val lagisae abhinoybilak
@ramenbaruah457
@ramenbaruah457 2 жыл бұрын
savitri satyaban khonotkoi val lagisae abhinoybilak
@mintugogoi5054
@mintugogoi5054 2 жыл бұрын
ভাল লাগিল।
@mainakonwar2252
@mainakonwar2252 2 жыл бұрын
ভাল লাগিল
@promilagogoi2326
@promilagogoi2326 2 жыл бұрын
কৃষ্ণ কৃষ্ণ।চকু নিটিপিয়াকৈ চালো পাই , তেওঁ হেঁপাহ নপলালে।
@অনুপমবিতোপন
@অনুপমবিতোপন 2 жыл бұрын
কৃষ্ণ
@ramenbaruah457
@ramenbaruah457 2 жыл бұрын
savitri satyaban khonotkoi val lagisae abhinoybilak
@bishwajitbora7019
@bishwajitbora7019 2 жыл бұрын
বহুত ভাল লাগিল
@গাওঁলীয়াডেকা-ঠ৭ঙ
@গাওঁলীয়াডেকা-ঠ৭ঙ 2 жыл бұрын
Pdf টো পামনি
@sankurhazarika
@sankurhazarika 2 жыл бұрын
moja
@অনুপমবিতোপন
@অনুপমবিতোপন 2 жыл бұрын
🙏
@nitombaruah5090
@nitombaruah5090 2 жыл бұрын
❤️
@hc2.0
@hc2.0 2 жыл бұрын
Tiok t hoise ni bitupon da
@mrbiki2229
@mrbiki2229 Жыл бұрын
Ainai dorai vauna Video khamu de thakiba 🙏🙏bitupon dada
@অনুপমবিতোপন
@অনুপমবিতোপন Жыл бұрын
ধন্যবাদ
@ramenbaruah457
@ramenbaruah457 2 жыл бұрын
savitri satyaban khonotkoi val lagisae abhinoybilak
@অনুপমবিতোপন
@অনুপমবিতোপন 2 жыл бұрын
ধন্যবাদ
@lakhyantaye3287
@lakhyantaye3287 2 жыл бұрын
Val lagile dada
@Jadav_Borah_NLP
@Jadav_Borah_NLP Жыл бұрын
*জয় শ্ৰী কৃষ্ণ 🙏🙏🙏*
@mainatalukdartalukdar7093
@mainatalukdartalukdar7093 Жыл бұрын
UjujjAFtth
@KDnews608
@KDnews608 Жыл бұрын
সুন্দৰ বহুত ভাল লাগিল দেই
@অনুপমবিতোপন
@অনুপমবিতোপন Жыл бұрын
ধন্যবাদ
@sidarthbora3925
@sidarthbora3925 2 жыл бұрын
Kaile khnt ahibo ne betbari
@duttaroney64
@duttaroney64 Жыл бұрын
🥰🥰🥰🥰🥰
@rintuduwarah5199
@rintuduwarah5199 2 жыл бұрын
বহুত ভাল লাগিল
@bondonaphukon6994
@bondonaphukon6994 Жыл бұрын
Hundor. ❤
@অনুপমবিতোপন
@অনুপমবিতোপন Жыл бұрын
ধন্যবাদ
@missrashmi4252
@missrashmi4252 2 жыл бұрын
Mojaaa🔥🔥🔥🔥
@amormajuli328
@amormajuli328 Жыл бұрын
Apuna lukor vedio bur bohut val
@অনুপমবিতোপন
@অনুপমবিতোপন Жыл бұрын
ধন্যবাদ
@debojitsaikia3874
@debojitsaikia3874 Жыл бұрын
Hundor 🤟
@অনুপমবিতোপন
@অনুপমবিতোপন Жыл бұрын
ধন্যবাদ
@gopalgogoi6360
@gopalgogoi6360 2 жыл бұрын
Bhut vl lagila... From bangalore
@অনুপমবিতোপন
@অনুপমবিতোপন 2 жыл бұрын
ধন্যবাদ
@dilipmousumi4822
@dilipmousumi4822 2 жыл бұрын
Bhut Bhut val lagil🙏🙏🙏🙏
@chandangogoi428
@chandangogoi428 2 жыл бұрын
hundr
@manujthengal745
@manujthengal745 2 жыл бұрын
Val lagil sai Aru recoding moja hoise
@bikash_khanikar
@bikash_khanikar 2 жыл бұрын
Hundor hoisa dai
@অনুপমবিতোপন
@অনুপমবিতোপন 2 жыл бұрын
ধন্যবাদ
@pranjalprotimkonwar4293
@pranjalprotimkonwar4293 2 жыл бұрын
ৱাহ এইবাৰ ভাওনা পাই থাকিম দুদিনমান লৈকে, মজা লাগিব।
@অনুপমবিতোপন
@অনুপমবিতোপন 2 жыл бұрын
ধন্যবাদ 🙏🙏🙏🙏
@surajitbhuyan7659
@surajitbhuyan7659 Жыл бұрын
অনুপম-বিতোপন channel ৰ নিয়মীয়া দৰ্শক।
@অনুপমবিতোপন
@অনুপমবিতোপন Жыл бұрын
🙏🙏🙏🙏
@parthajyotigogoi8627
@parthajyotigogoi8627 Жыл бұрын
নহুষ লোৱা জনৰ নামটো জনাব 🙏🏻
@bhaskarsaikia4999
@bhaskarsaikia4999 Жыл бұрын
Bhut val lagila
@অনুপমবিতোপন
@অনুপমবিতোপন Жыл бұрын
ধন্যবাদ
@LakhiBoruah7
@LakhiBoruah7 Жыл бұрын
সকলোৱে ভাল অভিনয় কৰিছে। সুন্দৰ 👍
@অনুপমবিতোপন
@অনুপমবিতোপন Жыл бұрын
🙏
@manojkalita6041
@manojkalita6041 Жыл бұрын
সুন্দৰ অভিনয় , বৰ্তমানলৈ আপলোড কৰা প্ৰতিখন ভাওনা আৰম্ভণি ৰ পৰা শেষলৈকে সম্পূৰ্ণ কৰিছোঁ , ধন্যবাদ উপভোগ কৰিবলৈ সুবিধকন দিয়াৰ বাবে 🙏🙏
@অনুপমবিতোপন
@অনুপমবিতোপন Жыл бұрын
🙏🙏
@akashgogoi8357
@akashgogoi8357 Жыл бұрын
J.
@Profullaassam30
@Profullaassam30 Жыл бұрын
🙏🙏🙏
@অনুপমবিতোপন
@অনুপমবিতোপন Жыл бұрын
🙏🙏🙏
@tarulatakalita8359
@tarulatakalita8359 2 жыл бұрын
Bhil ligil
@অনুপমবিতোপন
@অনুপমবিতোপন 2 жыл бұрын
ধন্যবাদ
@banditasaikia4576
@banditasaikia4576 2 жыл бұрын
সুন্দৰ এখন ভাওনা উপভোগ কৰিলো 🙏
@অনুপমবিতোপন
@অনুপমবিতোপন 2 жыл бұрын
ধন্যবাদ
@subhashkachari7021
@subhashkachari7021 2 жыл бұрын
বৰ সুন্দৰ লাগিল
@অনুপমবিতোপন
@অনুপমবিতোপন 2 жыл бұрын
🙏
@অনুপমবিতোপন
@অনুপমবিতোপন 2 жыл бұрын
ধন্যবাদ
@জীৱনমানেইসংগ্ৰাম-ঙ৫ঠ
@জীৱনমানেইসংগ্ৰাম-ঙ৫ঠ Жыл бұрын
kaku da mojjjaaaa👌👌👌
@অনুপমবিতোপন
@অনুপমবিতোপন Жыл бұрын
ধন্যবাদ
@mukulmonisharma356
@mukulmonisharma356 Жыл бұрын
Very nice.😃
@অনুপমবিতোপন
@অনুপমবিতোপন Жыл бұрын
ধন্যবাদ
@pradipsaikia9030
@pradipsaikia9030 Жыл бұрын
🙏🙏🙏🙏🙏
@অনুপমবিতোপন
@অনুপমবিতোপন Жыл бұрын
ধন্যবাদ
Incredible: Teacher builds airplane to teach kids behavior! #shorts
00:32
Fabiosa Stories
Рет қаралды 11 МЛН
А ВЫ ЛЮБИТЕ ШКОЛУ?? #shorts
00:20
Паша Осадчий
Рет қаралды 9 МЛН
শকুনিৰ প্ৰতিশোধ
10:09
Utpal Kakoty
Рет қаралды 259
GARWASHI SEASON 1, EPISODE 8 ORIGINAL.
1:14:10
UK ENTERTAINMENT
Рет қаралды 93 М.