Рет қаралды 2,015
সময় বাঢ়ি যোৱাৰ লগে লগে ৰূপহীহাটৰ প্ৰতিবাদস্থলীত কংগ্ৰেছ সমৰ্থকৰ ভিৰ। আৰক্ষী আৰু প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। প্ৰতিবাদৰ বাবে কোনোধৰণৰ অনুমতি নোলোৱাৰ অভিযোগ আৰক্ষীৰ। চাওক আমাৰ এক প্ৰতিবেদন।
#PratidinTime #AssamNews #Rupahihat #Congress