সন্দেহৰ আৱৰ্তত চৰকাৰৰ নিকা নিযুক্তি!

  Рет қаралды 73,189

The CrossCurrent

The CrossCurrent

Күн бұрын

Пікірлер: 453
@taradoi7957
@taradoi7957 Ай бұрын
অপ্ৰিয় সত্য যে ফটো আৰু নামটোৰ দ্বাৰাই নিজৰ অঙহী বঙহীক চিনাক্ত কৰিব পাৰিব আৰু চাকৰিত নিযুক্তি দিব পাৰিব ।আগতেটো এনেকুৱা নহয় ।গতিকে পৰীক্ষা নিকা হোৱাৰ আশা কৰি লাভ নাই ।
@bhabanitakalita4942
@bhabanitakalita4942 Ай бұрын
bag bur ৰখা ব্যৱস্থা কৰিব লাগে ইমান পইচা ভৰিব লাগে ।তাতে অহা যোৱা খৰচ ইমান দূৰত চেন্টাৰ দিয়ে।আৰু upar se pakad leaked 😢😢😢😢
@babulsaikia462
@babulsaikia462 Ай бұрын
দুই নম্বৰী কৰাৰ ৰাষ্টা তাতেই লুকাই আছে।
@shyamdutta7074
@shyamdutta7074 Ай бұрын
Point ☝️
@RupamSenapati14
@RupamSenapati14 Ай бұрын
এইটো পৰীক্ষা কেতিয়াও স্বচ্ছ নহয় । মুখ্যমন্ত্ৰীয়ে যিমান স্বচ্ছ নিকা বুলি চিঞৰি থাকিলেও নহব । মুখ্যমন্ত্ৰীয়ে নিজে স্বচ্ছ আৰু নিকা নহয় তেওঁৰ তলত কাম কৰা বোৰ হব নেকি
@barnalitalukdar4208
@barnalitalukdar4208 Ай бұрын
Right
@music-remix-editor477
@music-remix-editor477 Ай бұрын
ঠিক
@ShahidulIslam-nk7yo
@ShahidulIslam-nk7yo Ай бұрын
👍
@TCF573
@TCF573 Ай бұрын
Akdom dhunia kotha
@Secrets-uw4rt
@Secrets-uw4rt Ай бұрын
Right
@pranabbarman9255
@pranabbarman9255 Ай бұрын
100% Right analysis
@pranjithazarika2054
@pranjithazarika2054 Ай бұрын
সঠিক কথা। আগৰবাৰ পৰীক্ষাত Cut off marks কিমান নামিল কোনে কিমান পালে একো information পোৱা নগল। আৰু চৰকাৰে কৈছিল যে ১:৪ অনুপাত ত বাচনি কৰা হব। কিন্তু ফলাফল ৰ সময়ত ওলোটা হে দেখা পোৱা গ'ল। কোনো কোনো পৰীক্ষাৰ্থীয়ে ৬/৭ টা বিভাগত চাকৰি পোৱা দেখা গৈছে। আৰু এইটো কি অনুযায়ী কোন বিভাগত চাকৰি দিছে একো খবৰ নাই। যাৰ বাবে বহুত পৰীক্ষাৰ্থীয়ে লিখিত পৰীক্ষা Viva পৰীক্ষা উত্তীৰ্ণ হোৱাৰ পিছতো চাকৰি পাব সক্ষম নহ'ল। চাকৰি পোৱা পৰীক্ষাৰ্থীয়ে নো কিমান নম্বৰ পাইছে নোপোৱা পৰীক্ষাৰ্থীয়ে নো কিমান পাইছে খবৰ পোৱা নগল।
@hassi2134
@hassi2134 Ай бұрын
Jiman written pass korileo viva t jak diboloi ase hi pabo
@TCF573
@TCF573 Ай бұрын
@@pranjithazarika2054 that is the secret
@abhi_Volga
@abhi_Volga Ай бұрын
যদি apsc question paper ঘৰলৈ নিব দিয়ে, ADRE কিয় নিদিয়ে ??
@ddiscrazy5021
@ddiscrazy5021 Ай бұрын
​@@KangkanMedEd😂😂😂yeh vi thik hai
@MusicLover-xv1yp
@MusicLover-xv1yp Ай бұрын
​@@KangkanMedEd answers key tu diye no..online aru offline exam r comparison keneke koribo pare .. offline t question paper diya tu usit .. jitu maximum offline exam e follow kore .... olp Jani lole val asil
@amnztube
@amnztube Ай бұрын
Poisa loi sakori dibo je tar karone question paper nidiye.. question paper nibo dile ji xokole xokolo question right koribo tar pisot jodi pass nkre tetiya..nijor answer sheet check kori boloi sista sokale paribo..tetiya dhora khai jabo je
@riturajbharali9911
@riturajbharali9911 Ай бұрын
🙏 IIT Bombay ahigoli 😂​@@KangkanMedEd
@bijusaikia5372
@bijusaikia5372 Ай бұрын
নৃত্য নাটিকা বিহীন একাষৰীয়া থিয়েটাৰ । নোপোৱাটো খাটাং
@nitudeka-ks1sc
@nitudeka-ks1sc Ай бұрын
সকলো মেনেজ হৈ আছে । এইয়া মাথো ৰাইজক দেখাচাৰ । তেতিয়াহে বিশ্বাস হব জনতাৰ ।
@TulikaboraKkp
@TulikaboraKkp Ай бұрын
OMR sheet ত আৰু এটা লিখা হলে অধিক সুবিধা হ’ল হেতেন যে পৰীক্ষাৰ্থী গৰাকী কোন দলৰ ?
@HappyKnittingYarn-wx1pw
@HappyKnittingYarn-wx1pw Ай бұрын
কথা তাতেই এইবাৰ বি জে পি চাকৰী ।চাকৰিৰ লিষ্ট অলৰেডি হৈ গেছে । পগলা কুকূৰৰ লগত এইবোৰ নেছেল ।
@rahulpegu7971
@rahulpegu7971 Ай бұрын
😊
@ArnoldX25
@ArnoldX25 Ай бұрын
M community r asil neki
@mazidulislam8303
@mazidulislam8303 Ай бұрын
✔ ✔ ✔
@amnztube
@amnztube Ай бұрын
​@@HappyKnittingYarn-wx1pw right..jiye pabo lage tar nam already selected hoiye ase..baki aibor veko vaona
@SonDas-bt3iv
@SonDas-bt3iv Ай бұрын
Grade 3 r exam APSC এ conduct কৰিব লাগে।। SEBA ৰ প্ৰশ্নসমূহৰ কোনো মানদণ্ড নাই, কোনোদিনে নপঢ়া জনেও উত্তৰ কৰিছে।। Ata current affairs r question nai!!! কোনো ধৰণৰ বঁটা নোপোৱা অলকানন্দা গীতৰ কথা শুধে!!! Questions r এটা সুকীয়া standard থাকিব লাগে।।
@deepjyotikalita5893
@deepjyotikalita5893 Ай бұрын
​@@sahidulali6018Hobo de kukur sakari Pali he dekhim Mugal Mahatma Gandhi r katha sudhili val Pali hoi
@sahidulali6018
@sahidulali6018 Ай бұрын
@@deepjyotikalita5893 moi tu sakori nokoru .blegor gar fatil
@ChayanikaSaikia-kl8fs
@ChayanikaSaikia-kl8fs Ай бұрын
অলকানন্দাৰ question সুধিব নালাগিছিল
@deenislam9005
@deenislam9005 Ай бұрын
right
@deenislam9005
@deenislam9005 Ай бұрын
paglor dore question pepar bonaise
@nayanmunz1353
@nayanmunz1353 Ай бұрын
Mark sheet lagibo aibar.... Like the comment to vote for markshhet
@shaiburrahman5461
@shaiburrahman5461 Ай бұрын
Right question
@nilutpolaborah7631
@nilutpolaborah7631 Ай бұрын
Omr carbon copy ata thakibo lage answer booklet t jate candidate hokole pasot nijor marks count koribo pare..
@hkddigitalmedia106
@hkddigitalmedia106 Ай бұрын
Ru kiba xubidha lagibo ne...jene dhorok omr khn check korute apunak mati apunar agt check korabo lage...
@mainamaina2808
@mainamaina2808 Ай бұрын
এই চৰকাৰে চবতেই ৰাজনীতি কৰে ,,,,
@munindradas621
@munindradas621 Ай бұрын
এই চৰকাৰ খনে পৰীক্ষা এটাও সুকলমে পাতিব নোৱাৰে৷
@parandeka1
@parandeka1 Ай бұрын
Kune pare toi e kosun
@Bigbossjhvfuik
@Bigbossjhvfuik Ай бұрын
আগৰ চৰকাৰ খনে পাৰিল হেঁতেন চাগে এইটো মতে..... আগতে কিমান চাকৰি উলাইছিল সেইটোকে ক
@hkddigitalmedia106
@hkddigitalmedia106 Ай бұрын
Ajmal r sarkar lage
@hkddigitalmedia106
@hkddigitalmedia106 Ай бұрын
Tur baperok patibo de te...exam dibo kio ja tenehole
@rupamkalita2274
@rupamkalita2274 Ай бұрын
আগৰ চৰকাৰ দিনতো পৰীক্ষা দিছিলো কিন্তু আধা লিখাৰ পিছত উঠি আহিছিলো। কাৰণ মোবাইল চাই উত্তৰ কৰি আছিল। কিন্তু আজিকালি সেই পৰিবেশ নাই। আমাৰ ওচৰৰ বহু লৰা ছোৱালীয়ে যোৱাবছৰ চাকৰী পাইছে। সিহতৰ কিন্তু পইছা দিব পৰা সামৰ্থ্য নাই , চাকৰি কিন্তু পালে নিজৰ যোগ্যতাৰ ফলত। ইয়াৰ পৰা এইটো প্ৰমাণ হয় যে কিছু পৰিমানে হলেও লিগেল হৈ আছে বৰ্তমান চৰকাৰৰ চাকৰীবোৰ। আগৰ চৰকাৰবোৰে কিন্তু ১০০% দুইনম্বৰি কৰিছিল। আজিৰ পৰা ১০ বছৰ আগৰ পৰাই পৰীক্ষা দিয়াবোৰে গম পাবো এই বিষয়ে।
@ShahFaheem-iu4rl
@ShahFaheem-iu4rl Ай бұрын
100 right 👍
@ktmulitamuli2650
@ktmulitamuli2650 Ай бұрын
নাম তথা ফটো থাকিলে কেতিয়াও নিকা নিযুক্তি নহয়,2নম্বৰী হোৱাৰ পূৰ্ণ সম্ভাবনা
@afro2261
@afro2261 Ай бұрын
নাম ফটো যদি দিছে তেতিয়া হ'লে। শতকৰা একজন মুছলমানে যে চাকৰি পাব তথাপি নিশ্চয়তা নাই
@sukumuddin4327
@sukumuddin4327 Ай бұрын
Tothapeu o npai
@pcmgalaxyeducation8686
@pcmgalaxyeducation8686 Ай бұрын
​@@sukumuddin4327 hindu Mia buli kotha nai dukhiya mnu job npai
@SSCGDINASSAMESE
@SSCGDINASSAMESE Ай бұрын
এক বছৰৰ কষ্ট বেকাৰ 😢. #ADRE_RE- EXAM লাগে 😡। SSC দৰে পাতিব লগে IN A PERFECT EXAM CENTER, with metal detector Machine . নহলে কাম নাই যিমানে নিকাকৈ exam পাতক , কেতিয়াও ১০০% নিকা কৰিব নোৱাৰে & I think নিবিচাৰে.. AND CHECKING-❌ HARASSMENT - ✅
@berozgarxyz
@berozgarxyz Ай бұрын
Cctv camera nasil maximum centret 😅😂
@1AssameseEntertainment1
@1AssameseEntertainment1 Ай бұрын
Nai ako CCTV
@penpaper1543
@penpaper1543 Ай бұрын
Toh tumar mote Re exam patile ki eibar nika hbo mane? Nijei koisa nhoi buli akou bule tekhetok re exam lage 😂😂😂
@runamonidas2511
@runamonidas2511 Ай бұрын
সচাঁ, নিকা হোৱা নাই
@rajaray3024
@rajaray3024 Ай бұрын
Right kotha
@uttamcreation1593
@uttamcreation1593 Ай бұрын
ভাল বিষয় এটা আলোচনা কৰিছে।।
@bhairabbora677
@bhairabbora677 Ай бұрын
কাম নাই মোৰ চিন্তা শক্তিৰ ফালৰ পৰা মই এটা কঠা হিমন্ত মামাক কব খোজো জদি এনেকুৱা পৰীক্ষা নাপাতি ঘৰে পতি শিক্ষা গতা অৰহতা ছাই এটা এটা সৰু দাঙৰ চাকৰি দিলে হে তেতিয়া মোৰ হিচাপে বেছ হল হয় কাৰন এইতো হিমন্ত মামাৰ সিদ্ধান্ত উচিত হোবা নাই এনে কৰিলে ভোট খোজাৰ মিটিং কৰাৰ পয়োজন নহলেই হল হয় মোৰ হিচাপে
@Shiekhamin9
@Shiekhamin9 Ай бұрын
Atia direct result Qualified/disqualified na total mark na answer kay na omr copy
@upasanamunsaikia3119
@upasanamunsaikia3119 Ай бұрын
পৰীক্ষাৰ্থী চাই এই নগণ্য govt post ৰ 1000 post খালিয়ে থাকিব। বহুতে দুই তিনিটা post ত পাব। তাৰে এটাতহে join কৰিব। আৰু বহুতে আগৰ চাকৰি এৰি আকৌ বেলেগ department ত join কৰিব। বাকী আধা post পৰীক্ষা দিয়াৰ আগতে ভৰ্তি হলেই বুলি ধৰিয়ে লৈছোঁ। বাকী যিকেইটা থাকিল সেইকেইটা খোৱা কামোৰা কৰি আমিয়েই লম আৰু।
@JNBodoNews
@JNBodoNews Ай бұрын
10000% Right sir...
@mostofamdkhairulislam5870
@mostofamdkhairulislam5870 Ай бұрын
100% right kotha
@KangkanaBharali-ub2yn
@KangkanaBharali-ub2yn Ай бұрын
100%right
@anupamkalita6151
@anupamkalita6151 Ай бұрын
Re Exaam🙏🏻 vote
@haquechaudhury2399
@haquechaudhury2399 Ай бұрын
চাকৰিটো দিয়াৰ আগতে যাতে প্ৰাৰ্থীজনক চিনিব পৰা যায় তাৰ বাবেই এই ব্যৱস্থা চাগে ।😢
@AbdulHalim-k5f
@AbdulHalim-k5f Ай бұрын
Absolutely right presentation
@TanujaDeviBrahma
@TanujaDeviBrahma Ай бұрын
Exactly right 👍
@jayantadutta1024
@jayantadutta1024 Ай бұрын
Enekua news palee ondho v::::hokolor kosto hoi ooo😊
@nsv2959
@nsv2959 Ай бұрын
ফটোত টুপী আৰু দাড়ী থকাৰ অৱস্থা এইবাৰ কি হয় কবপৰা নাই😂
@NamitaBoruah-h8d
@NamitaBoruah-h8d Ай бұрын
কোনো এটা ঘটনা ঘটাৰ পিছত তদন্ত নিদেশ দিয়ে আচৰিত কাৰবাৰ । এই নিযুক্তি মেলাত চেকিংৰ নামত যে যি কাণ্ড হল কৰিবলৈ নিৰ্দেশ দিয়া জনো কম নহয়।
@newvideochannel1992
@newvideochannel1992 Ай бұрын
Very good
@dhanjitnath4013
@dhanjitnath4013 Ай бұрын
বীৰোধিবুলি কৈছে বাৰু থিক আছে মাওবাদী,আলফা নকলে হল.🙏🌹
@RRocky-zk3cz
@RRocky-zk3cz Ай бұрын
Khub xhundor boktobbo dada ..assam government zindabad
@suraj07lama
@suraj07lama Ай бұрын
thankyou! for Highlighting this issue.. I too had doubt when i received OMR sheet .. Never have I seen in any of the exam of the candidates photo and names being displayed in the OMR sheet. This is against the transparency of the candidates details and results.
@ManasDoley
@ManasDoley Ай бұрын
Good huni bhut Val lagil sir
@falna7081
@falna7081 Ай бұрын
Right speech
@zmtaha3557
@zmtaha3557 Ай бұрын
I strongly support your statement ❤
@jakirali5090
@jakirali5090 Ай бұрын
Right
@sufiachoudhury417
@sufiachoudhury417 Ай бұрын
ধন্যবাদ কথাখিনি স্পষ্টকৈ উল্লেখ কৰা বাবে
@nilimakhatun7355
@nilimakhatun7355 Ай бұрын
Good. Name mention thakibo nalage
@suhanachoudhury8434
@suhanachoudhury8434 Ай бұрын
Correct, ekdom kapod upar koriya eman bajhe kori je check korilo re , r pura question paper ta o leak korilo
@mohibulhoque5368
@mohibulhoque5368 Ай бұрын
নাম থাকিলেহে মিয়া আৰু প্ৰকৃত খিলঞ্জীয়া ৰ পৰিচয় পাব সেইমতে হে result দিব পাৰিব। Eya এটা খিলঞ্জীয়া সুৰক্ষাৰ কৌশল।
@RafiqulIslam-uz2sd
@RafiqulIslam-uz2sd Ай бұрын
Right
@PranjalBorgohain
@PranjalBorgohain Ай бұрын
ৰাতিপুৱা সদায় গোৱৰ খাও।১৪৫পাম।
@HamidulIslam-km2yc
@HamidulIslam-km2yc Ай бұрын
আমাৰ দেশৰ আটাইতকৈ ডাঙৰ পৰীক্ষা হৈছে UPSC, PCS and apsc তাতে question বোৰ নিব দিয়ে আমাক marksheet লাগে আৰু কোনে কিমান নম্বৰ পাইছে সেইটো লাগে নহয় লে আমি কেতিয়াও বিশ্বাস নকৰোঁ। যে নিযুক্তিবোৰ নিকা বাবে হয় আছে ।
@alluarjon43951M
@alluarjon43951M Ай бұрын
Right
@IndianSecularBABA
@IndianSecularBABA Ай бұрын
Right I was thinking the same.
@madhushmitamedhi1592
@madhushmitamedhi1592 Ай бұрын
মাৰ্ক্স দিবলৈ বাতৰি বজাওক, আৰু নিযুক্তি লিষ্ট লাগিব
@music-remix-editor477
@music-remix-editor477 Ай бұрын
এনে লাগিছিল যেন কিবা অপৰাধ কৰিবলৈ আহিছোঁ
@clutchgodff9611
@clutchgodff9611 Ай бұрын
Exactly Right
@bimalfc5129
@bimalfc5129 Ай бұрын
লংপেন্টৰ পেটি ডালৰ লগত পৰীক্ষাৰ কি সম্পক আছে সেইটো বুজি পোৱা নাই.....
@berozgarxyz
@berozgarxyz Ай бұрын
Aitu baru swb examte allow nhoi. Karon e metal olp thoka ja
@mazidulislam8303
@mazidulislam8303 Ай бұрын
ভিতৰত গৈ যদি মাৰা মাৰি কৰা সেই কাৰণে ৰাখি দিছে । 🤣😂
@DMusical-jj6fv
@DMusical-jj6fv Ай бұрын
Moi belt pindhi goisilo but mok sowai nai
@mintugogoi2017
@mintugogoi2017 Ай бұрын
এইবিলাক মানৱতাৰ বাহিৰত ।
@jimidas7050
@jimidas7050 Ай бұрын
Ekdm thik kotha... Sbte kheli meli checking r namot haraxasti manoxik oxanti... Ek prokar xaririk nirjaton.. ru na prosno na uttor .... Ki Mura poriksa pate.... Tate ru suwali burok a doxi xojowa bur nijei sage soritrohin nirlojjj
@samsulali4266
@samsulali4266 Ай бұрын
Cm sirক ধন্যবাদ জনাম যদিহে omr ৰ নকল কপি‌ candidate এ পায় আৰু Q.paperখন পায়।
@yoyo-wx6ev
@yoyo-wx6ev Ай бұрын
photo dia takile ejonor jegat beleg ejone exam dibole najai..karon admit tu edit koribo pari..next roll no. dia thakile omr fillup korute roll no. bhul nhy jar karne sobor result ahe..witheld nhy..aru kunubay sur korar hole photo nalage..roll no. chai ha koribo paribo.. question anibole nidiye karon question t booklet no. likha take jar karne bhul nhy...
@dulalgogoi3674
@dulalgogoi3674 Ай бұрын
Good news
@StudyshipwithDT
@StudyshipwithDT Ай бұрын
Right..all these things are pre-planned
@amnztube
@amnztube Ай бұрын
Aibor kandor pora buji powa jay je..ji xokole job pabo lage..xi hote already poisa di booking kori thoise kijani..
@penpaper1543
@penpaper1543 Ай бұрын
Enkua mindset tumr loi ene u exam crack krbo nuara
@RRocky-zk3cz
@RRocky-zk3cz Ай бұрын
Good speech dada
@UpenDeka-t9r
@UpenDeka-t9r Ай бұрын
Very good 👍👍👍 Right
@AbdusSalam-bl3gh
@AbdusSalam-bl3gh Ай бұрын
💯 ryt
@kishorkalita6417
@kishorkalita6417 Ай бұрын
Mama...question paper candidate k nibo dyok...ans key dyok aru kune kimn score paise dyok aru result dyar time t kune kune paise roll number bor result sheet t xokoloe sabo para k rajohua krok..online selected candidate list upload krok...tetiya he buji pam kimn nika nijukti..
@muzammilhaque6852
@muzammilhaque6852 Ай бұрын
100% Right
@sumonkalita4353
@sumonkalita4353 Ай бұрын
চব চৰকাৰৰ ৰাজনীতি। আমাক লৈও ৰাজনীতি । চিস্ অসম চৰকাৰ
@Info7info
@Info7info Ай бұрын
100 r majot 10 jonok dibo akdom nikake ...aru repoter pothai dibo je khbr loi aha ....aru ihotei kob exam akdom nikake hoise ...sobei bhabibo thikei asei buli....aru next time r karone prepare koribo kebol strict checking r bahire baki ata step o thik nohoi 1.Omr sheet t nam aru photo 2.question paper anibo nidiya 3.marks public nokora 4.merit list public nokora 5.cut of mark nidiya
@parijatboiragi6264
@parijatboiragi6264 Ай бұрын
আচৰিত হৈছিলোঁ omr ত যেতিয়া নাম আৰু ফটো আছিল। তথাপিও পৰীক্ষা হল। এনেকৈ হলে পৰীক্ষা নিৰীক্ষকৰ যদি সম্পৰ্কীয় কোনোবাই দিছে তেন্তে তেওঁ চাকৰি পোৱাটো খাটাং
@TCF573
@TCF573 Ай бұрын
Heitu hubidhar babei dise
@MridummousamNath
@MridummousamNath Ай бұрын
Right 👍
@SoniaGanok
@SoniaGanok Ай бұрын
আমাৰ লগত বন্দামি কৰিছে ADRE পৰীক্ষাই তাৰ মানে বোজা গৈছে , আমাৰ student ৰ লগত নাটক আৰম্ভ হৈছে, পানীৰ বটল নিব দিয়া নাই 😢
@nurzamal9365
@nurzamal9365 Ай бұрын
Right ❤
@EhsanPrince2019
@EhsanPrince2019 Ай бұрын
Right....hindu muslim ....
@durlovborah6270
@durlovborah6270 Ай бұрын
OMR শ্বীট কম্পিউটাৰত চেক কৰে, নিৰীক্ষকে নকৰে।
@numalkhaklary6775
@numalkhaklary6775 Ай бұрын
True
@dianuddinahmed5046
@dianuddinahmed5046 Ай бұрын
WHY CANDIDATES NAME IN OMR SHEETS ?? THAT MEANS EXAM IS NOT TRANSPARENT, CHANCES OF MANIPULATION OF RESULTS WILL BE THEIR ?
@giasuddinahmed9756
@giasuddinahmed9756 Ай бұрын
OMR sheet ত নাম আৰু ফটো দিয়া থাকিলে লুঙিৰ ছানাক ছাটাই কৰাত সুবিধা হব !
@rebajittalukdar7488
@rebajittalukdar7488 Ай бұрын
Exam is totally gone wrong. Its time to unite and appeal for rexam
@JR_MANOJ_143
@JR_MANOJ_143 Ай бұрын
Paper leak নহ'লেও, Photo চাই চাই job দিব পাৰিব যিমানেই High Security ৰ মাজেদি পাৰ হৈ exam দিলেও। Meaningless strick কৰিছে। Central ৰ exam দিলো কিন্তু OMR ত photo দেখা নাপালো, shoes খুলি check নকৰিলে। Assam Gov. Job ৰ exam দিব গলো, just underwear খুলি check কৰিব ৰৈ গ'ল। লোৱা আপোনালোকে job🫡.
@RofiqulIslam-w9p
@RofiqulIslam-w9p Ай бұрын
Good reported
@mdoley5126
@mdoley5126 Ай бұрын
নিকা নিযুক্তি কিমান সচাঁ result দিয়োতে নম্বৰ সমুহ লগতে দিলেহে নিকা নিযুক্তি সচাঁ মিচাটো উলাব।
@pujaboruah8760
@pujaboruah8760 Ай бұрын
এই পৰীক্ষাত চৰকাৰৰ দুৰ্নীতি অতি স্পষ্ট কৈ দেখা পোৱা গৈছে।
@dipshikhaneog6504
@dipshikhaneog6504 Ай бұрын
Re exam hobo lage
@HappyKnittingYarn-wx1pw
@HappyKnittingYarn-wx1pw Ай бұрын
হয় হয় মামাক বহুত টকাৰ দৰকাৰ ।
@sultanaparbin65
@sultanaparbin65 Ай бұрын
Right sir
@minipictures3784
@minipictures3784 Ай бұрын
কষ্টবোৰ এনেই গল ?? গ্ৰেড৩ পৰীক্ষা টোত আশা এটা আছিল
@Latif433
@Latif433 Ай бұрын
Marksheet ত কোনো কিমান নম্বৰ পালে আগৰবাৰ উল্লেখ কৰা নাছিল মই ভাবো এইবাৰ উল্লেখ কৰিব তেতিয়াহে সকলোৰে সন্দেহ নোহোৱা হ'ব
@Him-l3z
@Him-l3z Ай бұрын
Like for #re-exam
@manashsaikia2991
@manashsaikia2991 Ай бұрын
Exam ako huwa tu usit hbo . Karon kisumnor kosto enei othole jabo
@penpaper1543
@penpaper1543 Ай бұрын
Ru june 1 bsr kosto kri val marks paise ehtr ki hbo ne okol nijr tu ha bhbisa atya...
@GauravKumar-wd4fd
@GauravKumar-wd4fd Ай бұрын
Question paper with the respective serial number should be cross checked.. if it has any marking with pen. Then there are possibilities of leaking the paper before exam. And the question with the serial number alloted to the candidate was present or absent needs to be cross checked
@rehenabegum1947
@rehenabegum1947 Ай бұрын
100right
@ushakakati7452
@ushakakati7452 Ай бұрын
100% Write Ami Kiman Mark Pam Number To Dib Laga
@milanray8776
@milanray8776 Ай бұрын
আজিকালি ফটোসহ অ এম আৰ ছিট সকলো পৰীক্ষাতে থাকে। মই বহু নিযুক্তি পৰীক্ষা দিলোঁ।3 বাৰ টেট ‌দিলো তাতেও ফটোসহ অ এম আৰ পাইছোঁ।অযোথা বিতৰ্ক কৰি ৰাইজ আৰু নিউজ চেনেলবোৰে কি পায়?যাৰ মানসিক শক্তি বেছি,যিয়ে পঢ়া-শুনা কৰি পৰীক্ষাত বহে তেওঁলোক চাকৰি নিযুক্তি পাবই। এনেদৰে কিছুমান নিউজ কৰা হয় মানে পৰীক্ষাত মোবাইল,নকল, যন্ত্ৰ সকলো নিব দিব লাগিছিল নেকি?
@assamboy2718
@assamboy2718 Ай бұрын
Cheeking krileo alp privacy sai check kribo lgisl
@Jaduram-o7p
@Jaduram-o7p Ай бұрын
পৰীক্ষা নিকা এনেকৈয়েহে হব ৫০ , ৫২ , ৫৪,৫৬,বছৰীয়া লোকে চাকৰি পাব খাবার। যদি নিকা পৰীক্ষা পাতিছে তেনেহলে পৰীক্ষাথীয়ে কিমান লাভ কৰে তালিকা ৰাজহুৱা কৰিবনে? নকৰে তেনেহলে গোপন খেলখন তাতে লুকাই আছে।
@BankingApplication
@BankingApplication Ай бұрын
News tu val lagise ami xojag hbo lge ami xui asu ami kunu burbok nhou njanu buli
@ElimaRehan
@ElimaRehan Ай бұрын
Qsn paper candidate puwatu hihotor adhikar hoi
@dadul172
@dadul172 Ай бұрын
Aagteo Irrigation t dsilo vbisilo sakori to pam kintu nhol, aibrr r bbe bad e dsilo Interview db .Vbislo mama e aibar durniti hb nidie ...aibbe Ai bar akou exam dsilo aibar o val hoise .Kintu atya gom palo Ghenta dal o moi sakori napao ru ..Already book hoise e Dolor Neta brr o bhakat brk to dibo e sakori ,
@RunumaSonowal
@RunumaSonowal Ай бұрын
Sakori bilak kinto upojukto parthiye napai . Checking to namothe viva t list change hoy Jai
@gaganthakuria8884
@gaganthakuria8884 Ай бұрын
100%
@hobiburrahman2376
@hobiburrahman2376 Ай бұрын
Utpal ❤
@deepjyotihrishikesh
@deepjyotihrishikesh Ай бұрын
ফটো দিব লাগিছিল নেকি।তেতিয়া হলে scandal হব চাগে। Omr sheet ফটো দিব নালাগে
@fanofzg
@fanofzg Ай бұрын
নিকৃষ্ট ৰাজনীতি কেতিয়াও গ্ৰহণযোগ্য নহয়। চামচা সকলে ওকালতি কৰিব ধৰিছে।
Players vs Pitch 🤯
00:26
LE FOOT EN VIDÉO
Рет қаралды 120 МЛН
бабл ти гель для душа // Eva mash
01:00
EVA mash
Рет қаралды 8 МЛН
They Chose Kindness Over Abuse in Their Team #shorts
00:20
I migliori trucchetti di Fabiosa
Рет қаралды 12 МЛН
Trick-or-Treating in a Rush. Part 2
00:37
Daniel LaBelle
Рет қаралды 43 МЛН
Players vs Pitch 🤯
00:26
LE FOOT EN VIDÉO
Рет қаралды 120 МЛН