Bobow moi baru bohut xoru suwali kintu apunar video moi xodai sau eman vl lage aru xosa kotha a kou apuni tar majot Just ata kotha kobo jau apuni apunar motei solouk abur kisuman manuh thakei aru...muru mon ase apunar lgt video bonabo najanu ketiya lg paw kintu xopun ata ase apunak lg pabo kisuman manuh salman khan akshay kumar lg koribo bisare hehotor babe exadet hoi thake kintu moi apunar le mur karone apuni a hehotor dore manub bohut dangr popular ❤xodai valei thakok❤❤😊
@KalpanaHindiVlogs6 ай бұрын
Kolija❤❤❤❤❤❤❤
@kalpanadikudailyvlogs70326 ай бұрын
Log pam দেই ❤❤
@maya-bora-0.26 ай бұрын
@@kalpanadikudailyvlogs7032 ❤️
@rajminahmedvlogassam6 ай бұрын
Axa kru anti apunar nisena ajoni xahu ma sobore life t any qua hoi ru ata kota xahu jni jene qua ye nhok buwari jni u jde vl hoitoh life tu dhuniya ke par hoi jai n moi jonat apuni jenequa apunar buwari jne u tenequa n ami u sesta korim apunar lukor nisena ata vl life paboloi
@kalpanadikudailyvlogs70326 ай бұрын
Tq❤️❤️
@bhaskarkumar66906 ай бұрын
মা আপুনি ভালদৰে থাকিব । আপোনাক বেয়া পোৱা মানুহ বা আপোনাৰ কিবা বেয়া কৰিব বিচৰা মানুহো বহুত আছে , সেইয়া আপোনাৰ ভিডিঅবোৰৰ পৰাই গম পাই আছোঁ । আপোনাৰ এটা ভিডিঅট যিমানেই বেয়া কমেন্ট নাহক কিয় , একো কথা নাই । সেই বেয়া কমেন্ট কৰা কেইটাই আপোনাক একো কৰিব নোৱাৰে । সিহঁতবোৰে সকলোকে তেনেকে বেয়া কমেন্ট কৰিয়ে ফুৰে । বেয়া কমেন্ট কৰিলেও কিন্তু সিহঁতবোৰে আপোনাৰ লাভ হে কৰি আছে । Views টো বঢ়াই আছে । কিন্তু এই ফোন কৰি ধমকি দিয়া বা আপোনাৰ নামত ভিডিঅ বনোৱা এইবোৰক ভয় লাগে । ইহঁতে কিবা অঘটন ঘটাব পাৰে বুলি ভাব হয় । মা আপুনি কোৱাৰ কাৰণে একদমে বেয়া নাপাব যে আপুনি যিমান পাৰে বিতৰ্ক বোৰৰ পৰা দূৰত থাকিব । বিতৰ্ক বোৰৰ মাজত সোমাই , মানুহৰ কাৰণে সত্যটো আনিবলৈ চেষ্টা কৰোঁতে আপোনাৰ হে বিপদ হব । যিটো মই কেতিয়াও নিবিচাৰোঁ । এই কথাষাৰ আপোনাক কবলৈ মোৰ মায়ে মোক কোনোবা দিনাই কৈছিল । মইহে কিবা এটা ভাবি কোৱা নাছিলোঁ । আপুনি যেনেকৈ আমি হাঁহি থকাটো বিচাৰে , আমিও ঠিক তেনেকে আপুনি সদায় হাঁহি ফুৰ্তি কৰি থকাটো বিচাৰোঁ । আনে যাতে কেতিয়াও আপোনাক একে অনিষ্ট নকৰে , মই সেইয়াই বিচাৰোঁ । দিন যুগ একেবাৰে বেয়া হৈ গৈছে । বৰ ভয় লাগে মা । ভগৱানে সদায় আপোনালোকক সুৰক্ষিত কৰি ৰাখক 😢😢😢🙏🙏🙏