সৰুপথাৰ।।

  Рет қаралды 246,836

জ্যোতিময় Jyotimoy

জ্যোতিময় Jyotimoy

Күн бұрын

Пікірлер: 194
@budhimandoley984
@budhimandoley984 Жыл бұрын
ভগৱান প্ৰণাম
@jibonchetia4157
@jibonchetia4157 10 ай бұрын
আমাৰ পৰম মৰমৰ গুৰুদেৱ কৃষ্ণ কৃষ্ণ ৰাম ৰাম আপোনাৰ এই মহান চৰৱণ কীৰ্ত্তন শুনিবলে এই অধমক সেৱা নিবেদন কৰিলো । আৰু আপোনাৰ এই মহান চৰ্ৱণ কীৰ্ত্তন কেনেদৰে শুনিলে আপুনি এই আভাজনক আদৰি লব পাৰিব এইবাৰ দয়া কৰক চোন হে গুৰুদেউ
@renubhuyan6311
@renubhuyan6311 10 ай бұрын
কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏 বাপ জনা , আপোনাৰ মধুৰ বচনৰে বৰ সুন্দৰ বিচাৰ , শুনি সুখী হলোঁ।
@UrmilaBorah-ck1pd
@UrmilaBorah-ck1pd Жыл бұрын
Krishna krishna
@brojengogoikrisnakrisna7975
@brojengogoikrisnakrisna7975 Жыл бұрын
Krishna Krishna bap hewa janalu
@lakhimaikonch3119
@lakhimaikonch3119 Жыл бұрын
Krishna Krishna Krishna Krishna pravu.
@manasdeka6801
@manasdeka6801 Жыл бұрын
Joy guru Shanker 🙏🙏🙏 Krishna Krishna Ram Krishna
@Mdf_______bobita
@Mdf_______bobita Жыл бұрын
bout Val lagil
@saponpatangia7233
@saponpatangia7233 Жыл бұрын
KRISHNA❤
@minatimech4993
@minatimech4993 Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ
@Umesh1234-o4i
@Umesh1234-o4i Жыл бұрын
কৃষ্ণ কৃষ্ণ প্ৰভু🙏🙏🙏🙏
@JaniGogoi-h9w
@JaniGogoi-h9w 7 ай бұрын
শ্ৰী কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏
@purnimadas7779
@purnimadas7779 Жыл бұрын
Val lagil xuni 🙏🙏🙏🙏krishna probhu krishna🙏🙏krishna🙏🙏🙏🙏
@nabajyotidas6117
@nabajyotidas6117 Жыл бұрын
Bap krishna ohari Oram pranam janalo pravu krishna
@mintugogoi6588
@mintugogoi6588 Жыл бұрын
Krishna krishna krishna
@khogeswarigogoi1902
@khogeswarigogoi1902 Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ সন্ধ্যাৰ ভক্তি ভৰা সেৱা আপোনালৈ আগবঢ়ালোঁ কৃষ্ণ
@dutiramgogoi2064
@dutiramgogoi2064 Жыл бұрын
Itiu😢😮😮bk
@ratongogoi1443
@ratongogoi1443 Жыл бұрын
বৰ সুন্দৰ ব্যাখা কৰিলে বাপজনাই ।সকলোকে নমস্কাৰ।🙏🙏 ।কৃষ্ণ কৃষ্ণ ।
@jeetakotoky876
@jeetakotoky876 Жыл бұрын
Joi jagot guru shri months sangordaba.
@manjuladeka6598
@manjuladeka6598 Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ ! বৰ সুন্দৰ ব্যাখ্যা । আপোনাক লগতে অধ্যয়ন-চক্ৰ ভাগিত উপস্থিত থকা বাপ-ঁআই সমস্ত জনা শ্ৰীচৰণত আমাৰ শতকৌতি প্ৰনাম জনালোঁ । কৃষ্ণ
@bashantadas1542
@bashantadas1542 Жыл бұрын
Krishna krishna baap jai jai shree krishna krishna tomar saranat sata coti pranam coti coti pranam
@krishnaborah5841
@krishnaborah5841 Жыл бұрын
Bohut vl kotha koise... moiu aibur kotha kobole pale vl pau... amr somajot jat kul aibur sai thake... biya nidiye ... kin2 ji Jon vokote aibur koi .... Sosa vokot nhoi.... kio amr somajot aibur ase njnuuu.... mnuh e ako koi ....o ram anekua lora le gol... ki j kom somaj khn
@mousumisonowalbora6696
@mousumisonowalbora6696 Жыл бұрын
Bohut val lagil krishna krishna
@binitaborah9125
@binitaborah9125 Жыл бұрын
কৃষ্ণ কৃষ্ণ🙏... পাৱে পৰিহৰি🙏
@junumech7558
@junumech7558 Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ সেৱা নিবেদিলে কৃষ্ণ কৃষ্ণ
@nanghunpha
@nanghunpha Жыл бұрын
সত্য কৰ্ম ধর্ম সকলো জাতিৰ কাৰণে একে ।ধর্ম এক ঈশ্বৰ এক ।গতিকে কাকো নিন্দ্ৰা কৰিব নেপায় ।ভাগৱত ভাগি লৈ থকা গুণবান সন্মানিত জ্ঞানৰ ভঁৰাল লৈ সকলোকে বুজায় দিছে ।নমস্কাৰ কৰিছোঁ ।
@bollywoodsongo7583
@bollywoodsongo7583 Жыл бұрын
Kishono kishono bap jona ❤❤❤❤bhut val lajil ❤❤❤❤
@akhilburagohain381
@akhilburagohain381 Жыл бұрын
Krishna Krishna Krishna bap
@Ridipaxom
@Ridipaxom Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ সেৱা ভাগি নিবেদিলো ।জয় গুৰু শঙ্কৰ
@maaprabhabatimusic4049
@maaprabhabatimusic4049 Жыл бұрын
বৰ সুন্দৰ উপস্থাপন ৷ ভাগৱতে বাসুদেৱায় নমঃ 🙏🙏
@jibanjyotiborah4127
@jibanjyotiborah4127 21 күн бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ
@munindragogoi2586
@munindragogoi2586 Жыл бұрын
হৰেকৃষ্ণ হৰে কৃষ্ণ কৃষ্ণ কৃষ্ণ হৰে হৰে ।
@Request_motivation
@Request_motivation 14 күн бұрын
কৃষ্ণ বাপ প্ৰণাম আপোনাৰ চৰণত 🪔🪔🪔🪔🙏🙏🙏🙏
@kalpananath3301
@kalpananath3301 Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ সেৱা জনালোঁ !
@pollabihazarika3110
@pollabihazarika3110 Жыл бұрын
কৃষ্ণ কৃষ্ণ প্ৰভু জনা নমস্কাৰ জনালো,🙏। প্ৰভু আপোনাৰ নম্বৰত্তু দিব চোন,। কৃষ্ণ 🙏
@BhuyankrishnaMuruli90-yn7nu
@BhuyankrishnaMuruli90-yn7nu Жыл бұрын
কৃষ্ণ কৃষ্ণ পৰম বান্ধৱী।
@arotidas3291
@arotidas3291 Жыл бұрын
কৃষ্ণ বাপ 👏 অতি সুন্দৰ ব্যাখ্যা সেৱা জনালোঁ কৃষ্ণ কৃষ্ণ
@Narendrasaikia556
@Narendrasaikia556 9 ай бұрын
Ramkrisnaramkrisnaramkrisnaramkrisnaramkrisna❤❤❤❤❤
@NilimaDeka-dx5xs
@NilimaDeka-dx5xs Жыл бұрын
Bout Val lagil
@hironakhyogogoi-uc1qb
@hironakhyogogoi-uc1qb Жыл бұрын
Krishna Krishna porvu🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@rumigogoi8881
@rumigogoi8881 Жыл бұрын
কৃষ্ণ সমস্ত জনৰ শ্রী চৰণত ভক্তি ভৰা সেৱা নিবেদিলো কৃষ্ণ🙏🙏
@riyanpalash1679
@riyanpalash1679 Жыл бұрын
Jai guru sankar... Hundor apunar baikhya huni totha bhut keita nojona kotha janilu.....🙏
@hemaprabhasaikia5321
@hemaprabhasaikia5321 Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ সন্ধিয়া ভক্তি ভৰা সেৱা গ্ৰহণ কৰিব কৃষ্ণ।
@TileswarDas-fc4pk
@TileswarDas-fc4pk 4 ай бұрын
কৃষ্ণ কৃষ্ণ ৰাম ৰাম 🙏🙏🙏
@brajendas3458
@brajendas3458 6 ай бұрын
কৃষ্ণ গুৰু কৃষ্ণ গুৰু
@PriyankaBordoloi-tv4on
@PriyankaBordoloi-tv4on 11 ай бұрын
Hhhhhh
@keshabbora7742
@keshabbora7742 Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ আই সকল আপোনালোকৰ চৰণ পঙ্কজত ভক্তি ভৰা সেৱা জানাইছো
@kabitadas61
@kabitadas61 Жыл бұрын
কৃষ্ণ কৃষ্ণ প্ৰভু শত কোটি প্ৰণাম নিবেদিলো আপোনাৰ চৰণত ।কৃষ্ণ
@nssodiya713
@nssodiya713 Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু 🙏🙏
@nripenburagohain
@nripenburagohain Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ ভগৱানে আপোনাক আৰু কৃপা কৰক!
@lachitnath1548
@lachitnath1548 Жыл бұрын
Krishna Krishna bap 🙏
@binakumarigogoiborah8407
@binakumarigogoiborah8407 Жыл бұрын
কৃষ্ণ 🙏🏻🙏🏻🙏🏻🙏🏻
@mixassampalash5720
@mixassampalash5720 Жыл бұрын
Apunar kathabur huni bor hundor lagil
@hemodharborah2834
@hemodharborah2834 Жыл бұрын
কৃষ্ণ কৃষ্ণ এইশুদ্ধ অৰ্ন আমি সকলোৱে গ্ৰহণ কৰিলে আমাৰ সমাজ খননিশ্চয় শুদ্ধহব
@bishnu495
@bishnu495 Жыл бұрын
Bahut val lagil krishna
@jadugogoi6693
@jadugogoi6693 Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপবৰ সুন্দৰ কথা
@shantiray5047
@shantiray5047 Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ ভক্তিভৰা সেৱা জনালো 🙏
@pujamorang9515
@pujamorang9515 Жыл бұрын
Joy guru ,👋👋👋👋👋👋👋👋👋🙏🙏🙏🙏🙏🙏🙏
@pallabigogoi6444
@pallabigogoi6444 Жыл бұрын
কৃষ্ণ কৃষ্ণ 🙏
@rameshchandradas3725
@rameshchandradas3725 Жыл бұрын
সুনদৰ অতি সুনদৰ বাপ🙏🙏🙏
@parashdekaparashdeka5960
@parashdekaparashdeka5960 Жыл бұрын
Val lagil xuni
@minaramborah1246
@minaramborah1246 Жыл бұрын
সুন্দৰ ব্যাখা।কৃষ্ণ কৃষ্ণ কৃষ্ণ।
@priyankaphukan6560
@priyankaphukan6560 Жыл бұрын
কৃষ্ণ কৃষ্ণ প্ৰভু আপোনাৰ হবৰ শ্ৰী সেৱা নিবেদন কৰিলোঁ।🙏🙏
@rikugogoi3759
@rikugogoi3759 Жыл бұрын
Sumitra Gogoi Krishna Krishna Krishna Iman Dhuniyakoi aamak kone bujai diba baru Parikhite paridan kara Sonar Mukutto Jarakhandha Rajar buli ai Dasseeye Aajihe gom palo Mukuttor katha moi bar sinta kari aachhilo Aaji moi 7Nomber Satyato Aaponarsabar para janiba pari Aapnaloi Koti Koti Sewa Aagbahalo Krishna pranam janalo aaponak Krishna
@rikugogoi3759
@rikugogoi3759 Жыл бұрын
Sumitra Gogoi Krishna Krishna Krishna Sewa bhagi aagbahalo Krishna
@bijanuzir8255
@bijanuzir8255 Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ,,সেৱা গ্ৰহণ কৰিব🙏🙏🙏
@entonideka5891
@entonideka5891 Жыл бұрын
কৃষ্ণ প্ৰভু বাপ কৃষ্ণ 🙏❤
@himashribarman54
@himashribarman54 Жыл бұрын
ঝসসপফফ
@DebyojyotiSaikia
@DebyojyotiSaikia 3 ай бұрын
Krishna..Bap
@rupantadewri6643
@rupantadewri6643 Жыл бұрын
Thanks
@arupgogoi5264
@arupgogoi5264 Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ 🙏🙏🙏🙏🙏🙏
@ajoynagbonshi6795
@ajoynagbonshi6795 Жыл бұрын
কৃষ্ণ কৃষ্ণ
@prasanta2522
@prasanta2522 Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤❤❤❤
@ShriLachitBordoloi-e5u
@ShriLachitBordoloi-e5u Жыл бұрын
হৰি দেও তোমাৰ ভাগৱতৰ ব্যাখ্যা ইশৰৰ বাণী শুনি আনন্দ পালোঁ ৷ এটায়ে কথা শুনিব বিছাৰিছো ভাগৱত পাঠ কৰা দিনা মাছ ভাত চলাবলৈ পাৰে নেকি ?
@KamaleswarDeka-l9k
@KamaleswarDeka-l9k Жыл бұрын
T
@HemantaHazrika-ij8wi
@HemantaHazrika-ij8wi Жыл бұрын
ভাল লাগিল বাপ
@aadarshh14
@aadarshh14 Жыл бұрын
Krisna Krisna 🙏❤
@jadabnath6830
@jadabnath6830 Жыл бұрын
কৃষ্ণ কৃষ্ণ ৰাম ৰাম জয় গুৰু শঙ্কৰ 🙏🙏🙏
@suhaniborah2809
@suhaniborah2809 Жыл бұрын
Krishna Krishna 🙏🙏
@kangkanjyotimedhi6063
@kangkanjyotimedhi6063 Жыл бұрын
Jay Shree Krishna Pravu🙏🙏🙏
@tilakgoswami2146
@tilakgoswami2146 Жыл бұрын
Bohut val lagil
@binabora-st9qr
@binabora-st9qr Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ, 🙏🙏🙏
@BiswaBora-jd2cy
@BiswaBora-jd2cy Жыл бұрын
Jay Shree Krishna 🙏🙏🙏
@RamChandra-ks1wf
@RamChandra-ks1wf Жыл бұрын
Krishno krishno krishno krishno🙏🙏🙏🙏🙏
@techtodate4986
@techtodate4986 Жыл бұрын
ঘোষা কেইভাগ ৰ অৰ্থভাঙনী,সংলাপ অতি মাৰ্জিত হৈছে‌।
@binabora5025
@binabora5025 Жыл бұрын
Krishna 🙏🙏🙏🙏🙏🙏
@pradipgogoi3182
@pradipgogoi3182 Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ।
@asomiaasom6008
@asomiaasom6008 Жыл бұрын
আপুনি ভাটৌৰ দৰে পদ ঘোষা বাক্য আওৰাই স্ববিৰোধী মন্তব্যৰে তুলুঙা সংকিৰ্ণতাৰে বৈসাদৃশ্য বিকৃত যুক্তি ব্যাখ্যাৰে বিদ্বেষমুলকভাবেগ একপক্ষীয় নিজস্বাৰ্থসিদ্ধিৰ বাবে একঈশ্বৰৰ সেৱক ঈশ্বৰৰ সেৱক অন্য পন্থাৰ আচৰণীয় ভকত বৈষ্ণৱক আৰু বিষ্ণু কৃষ্ণ হৰি নাৰায়ণ শিৱক নিন্দা উপলুঙাৰে নিজকে সৰ্বজান্তা সৰ্বজ্ঞাতা সৰ্বশ্ৰেষ্ঠ একশৰণ শংকৰী বৈষ্ণৱ ভাগৱতী জাহিৰ কৰি নিজকে সমষ্ট গীতা ভাগৱতৰ তত্ব জনা বুজা দেখাই সমাজত বিভেদ বিদ্বেষৰ বীজ বিয়পাই থকাহে দেখিছো প্ৰাণজিত বাপক । মায়াক আশ্ৰয় কৰি ভক্তি ধৰ্মতত্বযুক্ত ৰচিত ভাগৱতৰ মায়াময় পদ বাণী উপদেশ সমুহ আওৰাই নামঘোষাৰ ঘোষা আওৰাই সমাজত যি ধৰণে বেদ ধৰ্ম বেদতত্ব বেদকৰ্ম বেদবিহীত কৰ্মধৰ্মক নস্যাৎ কৰি উপলুঙা কৰি সমাজত ভকত বৈষ্ণৱৰ মাজত বিভেদৰ বীজ সিঁচি আছে । প্ৰাণজিত গগৈ বাপ আপোনাৰ ভাগৱত ব্যাখ্যাত আপুনি প্ৰকাশ কৰা মতে শংকৰী মহাপুৰুষীয়া একশৰণ ভাগৱতী বৈষ্ণৱ ধৰ্ম লৈ ঈশ্বৰ কৃষ্ণক ভজিলেহে বেকুণ্ঠক যায় মুক্তি পায় । অশংকৰী সকল বৈদিক সনাতন ভাগৱতী বৈষ্ণৱ ধৰ্মীয় কৃষ্ণ বিষ্ণু শিৱ হৰি নাৰায়ণক ভজা অন্য গুৰুৰ শিষ্য ভকত সকল বৈকুণ্ঠত নাযায় মুক্তি নাপায় হয়নে ? প্ৰাণজিত বাপ দেৱ দেৱী সকল কোন হয় ? দেৱ দেৱী স্বৰূপত মই বিশ্ব ব্ৰহ্মাণ্ডৰ আৰু নৰলোকৰ কাৰ্য কৰি আছো সকল দেৱ দেৱী স্বৰূপত মইয়ে বুলি শাস্ত্ৰত বিষ্ণুই হৰি নাৰায়ণ কৃষ্ণই কৈছে ।একঈশ্বৰৰ স্বৰূপ দেৱ দেৱীক বিষ্ণু জ্ঞান কৰি পূজিলে সকল দেৱদেৱীৰ পূজা ময়েই পাওঁ বুলি ঈশ্বৰ হৰি কৃষ্ণই কৈছে শাস্ত্ৰত আছে এতিয়া সেই ঈশ্বৰ বিষ্ণু কৃষ্ণ হৰি পাপী নেকি প্ৰাণজিত বাপ ? ঈশ্বৰ বিষ্ণু হৰি কৃষ্ণৰ দেৱ দেৱীৰ স্বৰূপক নিন্দা ঘৃণা উপলুঙা তুচ্চতাচ্চিল্য কৰি বিষ্ণু হৰি কৃষ্ণক ভজিলে কি হয় ঈশ্বৰে শাস্ত্ৰত সিদ্ধান্ত দিছে চাই লব । পাণজিত বাপ শংকৰী মহাপুৰুষীয়া একশৰণ ভাগৱতী বৈষ্ণৱ ধৰ্ম কৰি শংকৰ শংঘৰ কিমান হাজাৰ লোক বৈকুণ্ঠগামী হৈ মুক্তি পালে পৰিসংখ্যাটো জনাবচোন ?আৰু শংকৰী একশৰণীয়া বৈষ্ণৱ কিমান হাজাৰ আপোনালোক বৈকুণ্ঠত যাৱ মুক্তি পাব তাৰ পৰিসংখ্যা জনাবচোন ? সত্যত নাৰদে নাৰায়ণৰ নাম শ্ৰৱণ কীৰ্তন কৰিছিল ,ত্ৰেতাত ৰামে শিৱ পূজা দুৰ্গা পূজা কৰিছিল হনুমানে ৰাম নাম জপ কৰাছিল ঋষি সকলে তপ জপ যাগ যজ্ঞ পূজা কৰিছিল ,দ্বাপৰত কৃষ্ণই দুৰ্গা পূজা কৰি অৰ্জুনক শিৱক তপ জপ ধ্যান কৰিব উপদেশ দিছিল যুধিষ্ঠিৰে যজ্ঞ কৰিছিল আৰু অন্য ঋষি মুণি সন্ত সবে তপ জপ যাগ যজ্ঞ পূজা হোম তীৰ্থ দৰ্শন কৰিছিল এতিয়া নাৰদ ৰাম কৃষ্ণ অৰ্জুন যুধিষ্ঠিৰ ৰাৱণ আদি সৱে যুগধৰ্ম মতে যুগধৰ্ম পালন কৰিছিলনে প্ৰাণজিত বাপ ?নে তেওঁলোক অধম অজ্ঞ মুৰ্খ দুৰাচাৰী মন্দমতি আছিল আপুনি যে তত্ব নাজানি ভাটৌৰ দৰে আওৰাই থাকে ? সৌমিক মুণি কোন যুগত আছিল ?পৰীক্ষিতৰ সময়ৰ মতে দ্বাপৰ যুগ এতিয়া দ্বাপৰ যুগত যুগধৰ্ম মতে পূজাহে কৰিব লাগিছিল সৌমিক মুণিয়ে ধ্যান কৰিছে দ্বাপৰত পূজা নকৰি ধ্যান কৰা সৌমিক মুণি অজ্ঞ মুৰ্খ অজ্ঞানী দুৰাচাৰী নে প্ৰাণজিত বাপ অজ্ঞ মুৰ্খ দুৰাচাৰী ?চাৰিযুগত প্ৰকৃততে যুগধৰ্ম প্ৰযোজ্য হৈছিলনে প্ৰাণজিত বাপ ? কলি যুগতে আজিৰ পৰা পাঁচশ বছৰ আগতে পিৱ পূজা ব্ৰত কৰি পুত্ৰ পুত্ৰ পাইছিল কুসুম্বৰ ভূঞাই যি পুত্ৰৰ নাম শংকৰদেৱ আৰু সেইজনা শংকৰদেৱে চতুৰ্ভূজ বিষ্ণু মুৰ্তি পাই থাপাত থাপি মেষাদ যজ্ঞ হোম পূজা কৰিছিল বামুণীয়া পদ্ধতিৰে কুলগুৰু ব্ৰাহ্মণ ৰামৰাম গুৰুৰ হতুৱাই । ,দুবাৰ ভাৰতৰ তীৰ্থস্থান সমুহ ভ্ৰমণ কৰি দৰ্শন পূজা সেৱা তীৰ্থস্নান কৰিছিল ,গয়াতীৰ্থত পিতৃ মাতৃৰ লগতে চৌধ পুৰুষৰ শ্ৰাদ্ধ পিণ্ড দান কৰিছিল এতিয়া শংকৰদেৱ অজ্ঞ অজ্ঞানী মুৰ্খ দুৰাচাৰি আছিল নেকি নে প্ৰাণজিত গগৈ বাপ মুৰ্খ অজ্ঞ দুৰাচাৰী ? ?কোনটো শুদ্ধ প্ৰাণজিত বাপ ?নে শংকৰদেৱে মেষাদ যজ্ঞ কৰা সময় কণ তীৰ্থ ভ্ৰমণ দৰ্শন কৰি শ্ৰাদ্ধ পিণ্ড দান কৰা সময় ত্ৰেতা যুগ আছিল পিছৰ কালচোৱা কলি যুগৰ আছিল প্ৰাণজিত বাপ ? অসমত ত্ৰি ধাৰাৰ তিনিজনা মুখ্যগুৰুৰ আবিৰ্ভাৱ হৈছিল মহাপুৰুষ গুৰু হৰিদেৱ ,মহাপুৰুষ গুৰু শংকৰদেৱ আৰু মহাপুৰুষ গুৰু দেৱ দামোদৰদেৱ ।এই তিনি গুৰুৰ আদৰ্শ ধৰ্মীয় মাৰ্গ দৰ্শনেৰে তিনি পন্থাৰে অসমত বৈষ্ণৱ ধৰ্ম চলি আছে ।নৱ বৈষ্ণৱ ধৰ্মৰ নিজৰাটো হৰিদৃৱে বোৱালে ,সেই নিজৰাটো শংকৰদেৱে অলপ বহলকৈ বোৱালে আৰু গুৰু দেৱ দামোদৰদেৱৃ সেই ধৰ্মৰ নিজৰাটোৰ পাৰ ভাঙি উপচাই সমগ্ৰ অসমত বোৱাই বলিবিধানযুক্ত কলুষিত শাক্ত পূজা আতৰাই বিষ্ণু কৃষ্ণৰ উপাসক বৈষৱ কৰাইছিল বৈদিক সনাতন ভাগৱতী বৈষ্ণৱ ধৰ্মৰে ।
@jharonachetia2767
@jharonachetia2767 Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ প্ৰণিপাত গ্ৰহণ কৰিব 🙏🙏🙏
@sonwswarideka6120
@sonwswarideka6120 Жыл бұрын
কৃষ্ণ বৰ সুন্দৰ
@madhurjyagogoi6085
@madhurjyagogoi6085 Жыл бұрын
কৃষ্ণ
@jishmikonwar6032
@jishmikonwar6032 Жыл бұрын
ৰাম কৃষ্ণ প্ৰভূ
@FfSunadoley-ee3tb
@FfSunadoley-ee3tb Жыл бұрын
Krisshna
@jituhazarika4021
@jituhazarika4021 Жыл бұрын
Krishna Ram Bap
@deepasaikia1083
@deepasaikia1083 9 ай бұрын
Val lagile
@rajibsharma6751
@rajibsharma6751 Жыл бұрын
Ata kothai kaok aponaloke je mahapurus honkordeb gurudujonar dharmor adharot eman niti niom bandhi dise aibilak ki gurujonai koisil ne aponalokor honghor nija sristi.jodi gurujonai koisil spostovabe ullekh korok kot ketia ki prohongot koisil je horonasarjya thake , sah vator niom mod mangho khoa nokhoa niom. Motso tu vogobanor abotar karne khabo nelage jodi takhyak rupi vogoban bole apple r vitorot asil , prohadot apple kio di a aru khai.Niom niti kebol aponalokor hubidharthe bonale nahabo biswar hokolo manuhor babe hubidhjonok hobo lagibo.gurujonak jogotguru bole. 22:03
@sobiphukan2279
@sobiphukan2279 Жыл бұрын
🙏🙏bohut dhuniya lagise 👌🔥
@santanasaikia9625
@santanasaikia9625 Жыл бұрын
🙏🙏🙏🙏
@uttamhazarika1579
@uttamhazarika1579 Жыл бұрын
Krishna pronam bap
@atulokalita4134
@atulokalita4134 Жыл бұрын
কৃষ্ণ কৃষ্ণ। ভকত হ'বলৈ মদ খাব পাৰিব লাগিব। কিয় লিখা হৈছে বুজা নাই। Social media ত এনেকৈ লিখা ভাল লগা নাই যেন লাগিছে। ইয়াৰ অৰ্থ বুজায় দিলে ভাল লাগিব। কৃষ্ণ কৃষ্ণ
@ruprekhaboruah9783
@ruprekhaboruah9783 Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপজন।
@bhabanidhisaikia-ft4dg
@bhabanidhisaikia-ft4dg Жыл бұрын
বাপ কৃষ্ণ কৃষ্ণ আমি অভাজনে এটি জানিবৰ মন আছে , পৰীক্ষিতক ফুল এটি দিয়া বুলি শুনিছিলো আজি আমি আপেল দিয়া বুলি আপোনাৰ শ্ৰী মুখে শুনিলো আমি কি বুলি গ্ৰহণ কৰিম ,, কৃষ্ণ কৃষ্ণ আমাক কৃপা কৰিব,
@জ্যোতিময়Jyotimoy
@জ্যোতিময়Jyotimoy Жыл бұрын
কৃষ্ণ বাপ ফুল আৰু আপেলত গুৰুত্ব নিদিব ,সেৱা গ্ৰহণ কৰিব।
@anadiphukan5778
@anadiphukan5778 Жыл бұрын
কৃষ্ণ।
আখৈফুটীয়া||শিৱসাগৰ@জ্যোতিময়Jyotimoy
1:24:22
জ্যোতিময় Jyotimoy
Рет қаралды 130 М.
БАБУШКА ШАРИТ #shorts
0:16
Паша Осадчий
Рет қаралды 4,1 МЛН
Who is More Stupid? #tiktok #sigmagirl #funny
0:27
CRAZY GREAPA
Рет қаралды 10 МЛН
I'VE MADE A CUTE FLYING LOLLIPOP FOR MY KID #SHORTS
0:48
A Plus School
Рет қаралды 20 МЛН
ইকৰাণী গাঁও গোলাঘাট@জ্যোতিময়Jyotimoy
1:14:56
জ্যোতিময় Jyotimoy
Рет қаралды 52 М.
পাঠশালা।। বজালী।। বৰপেটা @জ্যোতিময়Jyotimoy
53:26
БАБУШКА ШАРИТ #shorts
0:16
Паша Осадчий
Рет қаралды 4,1 МЛН