স্বামীৰ মৃত্যুৰ😭 দিনাও ছুটিংত আছিলো, ভবাই নাছিলোঁ এনেকুৱা দিন আহিব Kashmiri saikia baruah Interview

  Рет қаралды 164,701

Shemim Ahmed ssiddiki

Shemim Ahmed ssiddiki

Күн бұрын

Пікірлер: 172
@chitrineeborah2241
@chitrineeborah2241 Жыл бұрын
Video টো চাই বহুত ভাল লাগিল ।কাশ্মিৰী বাইদেউৰ বিষয়ে বহুতো নজনা কথা জানিব পাৰিলোঁ ।ভগৱানে বাইদেউক লগতে ঘৰৰ সকলোকে কুশলে ৰাখক ।বাইদেউ দেখিবলৈ ইমান ধুনীয়া হৈ আছে ।সদায় এনেদৰেই থাকিব ।চেমিমলৈ বহুতো মৰম থাকিল ❤❤
@munmimahanta5948
@munmimahanta5948 Жыл бұрын
ভগবানে শক্তি দিয়ক আৰু আগুৱাই যাওঁক
@tksarmah2632
@tksarmah2632 Жыл бұрын
কাশ্মিৰী আমাৰ মঙ্গলদৈৰ আন এটা চিনাকি নাম। অসমৰ আন আন চহৰৰ পৰা অহা মানুহে মঙ্গলদৈ খন ধুনীয়া বুলি কোৱা বহুবাৰ শুনিছোঁ। আচলতে আমাৰ লৰালি কালৰ মঙ্গলদৈ অতি ধুনীয়া আছিল। ব্যক্তিগত সম্পৰ্ক নাথাকিলেও আমি সৱে সৱকে প্ৰায়ে চিনি পাইছিলো। মঙ্গলদৈক আনৰ ওচৰত আৰু বেছিকৈ চিনাকি কৰাই দিয়া ব্যক্তসকলৰ ভিতৰত কাশ্মীৰী শইকীয়া। এজন মঙ্গলদৈয়া হিচাবে আমি পাহাৰী শইকীয়া, সমৰেন্দ্ৰ নাৰায়ন দেৱৰ লগতে কাশ্মীৰী শইকীয়াক লৈ গৌৰৱ কৰোঁ। ভালে থাকক সকলোৰে মৰমৰ কাশ্মীৰী।
@Ryt993
@Ryt993 10 ай бұрын
So emotional❤ and innocent ❤Bahut vaal paaisilu abhinay bur sai xarute. Mur bina pehi r mukhat bahut khunisu bahut vaal lagil atiao iman duniya hoi ase
@minasaikia9189
@minasaikia9189 Жыл бұрын
বৰ ভাল লাগিল। কাশ্মীৰিক মোৰ খুউব ভাল লাগে। তেওঁৰ একটিং বেছি ভাল পাও। সদায় এনেকৈ থাকক তাৰে কামনা কৰো।,🙏🙏
@dulumonihatimuriahatimuria427
@dulumonihatimuriahatimuria427 Жыл бұрын
ভগৱানে সদায়ে বাইদেউ সহায় কৰক॥ সদায়ে এনেদৰে হাহিঁ আগুৱাই গৈ থাকক॥
@rehenabegum7612
@rehenabegum7612 Жыл бұрын
সচাকৈৱে কাশ্মীৰী বা বহুত ধুনীয়া,বৰ ভাল লাগে, ভগৱান সহায় হওক
@gouridaimary4940
@gouridaimary4940 Жыл бұрын
🙏❤️❤️❤️❤️❤️ bohu din pist kashmiri baak dekhilo,atiyao eman dhuniya joni hoi aase,val lagil, bohut val lagil
@jinuburagohain6462
@jinuburagohain6462 Жыл бұрын
সাক্ষাৎকাৰটো বহুত ভাল লাগিল।কাশ্মীৰি শ ইকীয়াৰ মুখৰ মৰমলগা হাঁহিটো ওঠত সদায় বিৰিঙি থাকক।
@dheerasaikia4664
@dheerasaikia4664 Жыл бұрын
Duiu gorakik khubei bhal lagil xosakoi Kashmiri bak aagor porai khubei bhal pao
@soonmoni6746
@soonmoni6746 Жыл бұрын
Kashmri baidew দেখি বহুত ভাল লাগিলে ❤❤❤
@monudekari2919
@monudekari2919 Жыл бұрын
সুখ-দুখ জীৱনৰ অলংকাৰ ৷ সুখে হাঁহি দিয়ে আৰু দুখে চকুলো ৷ হাঁহি আৰু চকুলোৱেইতো জীৱনৰ অলংকাৰ ৷ জীৱনক উপলব্ধি কৰাৰ সঁচাৰ কাঠী ৷ যিয়ে সুখ-দুখৰ টেঙা-মিঠা নাপায় তেওঁ আচলতে জীৱনক বুজিবলৈ সুবিধা নাপায় ৷ এই জীৱনক মানুহৰ প্ৰশংসাতকৈ সমালোচনাৰ প্ৰয়োজন ৷ কাৰণ সমালোচনাই জীৱনক সঠিক ঠিকনা দিয়ে ৷ সমালোচনাৰ বাবে কৰা সমালোচনাৰ কোনো মূল্য নাই ৷ তেনে সমালোচনাক মূল্য নিদিয়াই ভাল ৷ কাশ্মিৰী শইকীয়াৰ জীৱন সুন্দৰেৰই ৷ আমৃত্যু সুন্দৰ হৈয়ে থাকিব ৷ বাহ্যিক সুন্দৰতাতকৈ কাশ্মিৰী শইকীয়া আভ্যন্তৰীণ সুন্দৰতা অধিক সুন্দৰ যিটো বহুতৰে ক্ষেত্ৰত মহঙা ৷ কাশ্মিৰী শইকীয়াৰ সৰ্বতোপ্ৰকাৰৰ মংগল কামনা কৰিলোঁ ৷৷
@Ranu-r9z
@Ranu-r9z 7 ай бұрын
ইমান সুন্দৰ কথা কৈছে বহুত সাহস পালো ৷
@anowara.begum23
@anowara.begum23 Жыл бұрын
আমাৰ মঙলদৈৰ কাশ্মীৰী বাক দেখি ভাল লাগিল ❤❤❤❤
@putulkalita7782
@putulkalita7782 Жыл бұрын
ভিডিও টো চাই ভাল লাগিল দুয়োজনীকে ❤
@rinkigogoi7455
@rinkigogoi7455 Жыл бұрын
❤❤❤❤।উৎপল দা আৰু মুনমী ফুকন বা সাক্ষাৎ লব
@rekhaneog1101
@rekhaneog1101 7 ай бұрын
কাশ্মীৰি শইকীয়া বাইদেউ মোৰ বহুত প্ৰিয় 👌
@kalpanadas6171
@kalpanadas6171 Жыл бұрын
Kashmiri baaidewk prothome , 🙏❤moi baadewk bht bhl pau, abhinoy buro bht bht bhl lge, baaidewr jibonaloi aahi thoka din bur jen hukhere bhori pore . ❤❤🙏
@sarojinidutta5058
@sarojinidutta5058 7 ай бұрын
ভিডিঅ'টো চাই ভাল লাগিল, তেখেতৰ বহু নজনা গোপন কথা জানিলো, ভৱিষ্যত কৰিব লগীয়া কামবোৰত সফলতাৰে অগবাঢ়ক।
@asomiyalorakabyanil7069
@asomiyalorakabyanil7069 Жыл бұрын
ভগৱানে তোমাক সহায় কৰক কাশ্মিৰী বা । ❤❤
@Prantikas-Life-In-Europe
@Prantikas-Life-In-Europe Жыл бұрын
Stay connected
@Rose-ps8fj
@Rose-ps8fj Жыл бұрын
Birat dhuniya lage teuk... Devir dore❤❤❤❤❤❤
@dimbeswarkonwar7659
@dimbeswarkonwar7659 6 ай бұрын
Kashmiri শইকীয়া এগৰাকী সফল অভিনেত্ৰী
@astrologersandhyarani5039
@astrologersandhyarani5039 Жыл бұрын
অনুষ্ঠানটো বহুত ভাল লাগিল।
@ramjanaliahmed4805
@ramjanaliahmed4805 Жыл бұрын
Salute kashmiri Saikia ba
@manjubarman1855
@manjubarman1855 Жыл бұрын
অনুস্থানটো ভাল লাগিল।
@SwapnaKrishnaBora
@SwapnaKrishnaBora Жыл бұрын
Bhagawane apunak kushale rakhok ❤❤
@dipanjolidihinginya4265
@dipanjolidihinginya4265 Жыл бұрын
ভাল লাগিল বাইদেউক দেখা পায়।
@abijitboro5166
@abijitboro5166 7 ай бұрын
Man sundar hale atmao sundar hoi.jar man atma sundar teor dehar sausthab sundar hoi. God bless you & your daughter/son Kashmiri.
@sikhahatibaruah3016
@sikhahatibaruah3016 Жыл бұрын
বৰ ভাল লাগিল
@vlogs_day2day
@vlogs_day2day Жыл бұрын
Khub bhal laagil dei… Bohut bosor pisot dekhilu…stay blessed always madam
@vlogs_day2day
@vlogs_day2day Жыл бұрын
Hats off to u ma’am
@Jasminchoudhury-w7r
@Jasminchoudhury-w7r 7 ай бұрын
Bohut dhunia tekhet ❤️
@anjudeka5352
@anjudeka5352 7 ай бұрын
বৰ দুখ লাগিল কাৰণ মই ও ভূক্ত ভূগী
@bharatiborah8630
@bharatiborah8630 Жыл бұрын
কাশ্মীৰী শ ইকীয়া আপুনি আমাৰ বাবে প্ৰেৰনাৰ উৎস ঈশ্বৰ আপোনাৰ সহায়
@nizaraborah7391
@nizaraborah7391 Жыл бұрын
Akdm hema didi . khoob bhal lage baideok.
@RitamoniSaikia-vr5iu
@RitamoniSaikia-vr5iu Жыл бұрын
God bless you ba .......❤🎉
@ajantamahanta3219
@ajantamahanta3219 Жыл бұрын
কলেজীয়া জীৱনত লগপোৱা মৰম লগা কাশ্মীৰীজনী আজিও মৰমলগা হৈয়ে আছে ৷ জীৱনৰ ধুমুহাজাকে সাহসী কৰি তুলিলে ৷ জুয়ে পোৰা সোণ হৈ উজ্বলি থাকা সদায় ৷ কলেজীয়া জীৱনত লগপোৱাৰ পিছত অগ্নিস্নানৰ চুটিঙত লগপাইছিলো ঘৰত অকমানি কেচুৱা ছোৱালীজনী এৰি আহা সদ্যমাতৃত্বৰ চমকৰ সতে ৷ কেচুৱাটিৰ ফটোখন চাই মৰম কৰি থকা কাশ্মীৰীক দেখি অনুভৱ কৰিব পাৰিছিলো তেওঁ যে এগৰাকী আদৰ্শ মাতৃ হ’ব ৷ সঁচাকৈ কাশ্মীৰী তুমি এগৰাকী সাহসী মাতৃ আৰু আদৰ্শ নাৰী ৷ সদায় হাঁহি থাকিবা ৷
@PubaliBora-qh9xs
@PubaliBora-qh9xs Жыл бұрын
Emotional hoi golu. Teor sualijonir bixoye janisilu. Ahi thoka dinbur vaal houk teolukor 🙏
@devimedhi629
@devimedhi629 10 ай бұрын
কাশ্মিৰী বাক বহুত ভাল লাগে ।
@junugogoi4458
@junugogoi4458 Жыл бұрын
সছাকৈ বৰ ভাল লাগিল দোয়োগৰাকীকে
@Prantikas-Life-In-Europe
@Prantikas-Life-In-Europe Жыл бұрын
Nice video. Bhal lagil. 🙏🙏❤️❤️❤️❤️
@Binada_Das
@Binada_Das 7 ай бұрын
আমাৰ মঙ্গলদৈ ৰ ছোৱালী যে সেয়ে ধুনীয়া
@risitamusic5309
@risitamusic5309 Жыл бұрын
Kashmiri baideu k dekhi val lagil
@nilpawanrajbongshi5672
@nilpawanrajbongshi5672 Жыл бұрын
BhagawanE aponak aru bahut sakti diyok.. Vale thakok.... Apuni amar Mangaldai❤ hoi gom a powa nasilo❤.......
@technoverse2443
@technoverse2443 Жыл бұрын
❤❤❤❤priyo abhinetri mor
@prantihazarika5053
@prantihazarika5053 7 ай бұрын
কাশ্মিৰী বাক খুব ভাল পাওঁ । মোৰ প্ৰিয় অভিনেত্ৰী । ভগবানে সহায় কৰক সদায় ।
@sabitakalita7065
@sabitakalita7065 6 ай бұрын
মোৰ প্ৰিয় অভিনেত্ৰী। বহুত ভাল পাও। বাইদেউক দুদিন মান আগত মাছখোৱাৰ সাংস্কৃতিক প্ৰকল্পৰ পেক্ষাগৃহত হঠাতেই দেখা পাইছিলো।🙏🏻
@dipikasarma3380
@dipikasarma3380 Жыл бұрын
ভালে ৰাখিব ভগৱানে সদায় , আমাৰ মঙলদৈৰ কাশ্মীৰী বাক🙏🙏
@augustyaxom23
@augustyaxom23 Жыл бұрын
মহীয়সী ❤
@JintuBorah-eu8cy
@JintuBorah-eu8cy Жыл бұрын
বহুত ভাল লাগিল
@manikadevi7909
@manikadevi7909 7 ай бұрын
সাক্ষাৎকাৰটো চাই আপ্লুত হ'লোঁ।কাশ্মীৰি শইকীয়াৰ অভিনয় সঁচাকৈয়ে প্ৰশংসনীয়।তাতোকৈ আকৰ্ষণীয় তেওঁৰ ব্যক্তিত্ব।
@RupaChutia-tj1nb
@RupaChutia-tj1nb Жыл бұрын
কাশ্মিৰী শইকীয়া ; ভগৱান তোমাৰ সহায় হওঁক ।
@jurirekhaboruah7601
@jurirekhaboruah7601 Жыл бұрын
Very Very Nice❤
@krishnasaikia5193
@krishnasaikia5193 Жыл бұрын
Val lagil❤
@jsd3612
@jsd3612 11 ай бұрын
Eman dhunia ....
@kalpanabaruah8377
@kalpanabaruah8377 Жыл бұрын
😢বৰ ভাল লাগিল ।♥️
@Podumi-fw9du
@Podumi-fw9du Жыл бұрын
❤. Really baideo is so. Great
@mausumimahanta3167
@mausumimahanta3167 Жыл бұрын
Bahut val lagile ❤
@ilabora7943
@ilabora7943 Жыл бұрын
ভগৱানে সকলো প্ৰকাৰে সদাই সহায় কৰক এয়াই মোৰ কামনা । কাশ্মীৰী ৰ লগৰ নমীতা দেৱী ক মই লগপাইছিলো স্কুলত পঢ়ি থাকোঁতেই। তেতিয়া ৰে পৰা লগ পাবলৈ চাবলৈ মন যায় , কিন্তু পোৱা নাই । কেই বছৰ মান আগৰে পৰা তেলিভিচনত দেখি চাওঁ সকলো খবৰ পাওঁ (যনিব বিছাৰো) । আজি ইন্তাৰভিউটো পাই ছালো আৰু চকুৰ পানী ও টুকিলো । মই ও একে লগৰেই হম ।
@rumibhagabati4229
@rumibhagabati4229 Жыл бұрын
God Bless You Ba
@sunishakalita53
@sunishakalita53 Жыл бұрын
Ami xoru thakutei Kasmiri Saikiai news reader asil. Ma hote koisil bhalke pohrile news reader hobo pari. Sei tetiar pora priyo manuhgoraki.
@kunjalatakalita3275
@kunjalatakalita3275 7 ай бұрын
আমাৰ গৌৰৱ।ভালে থাকক ❤।
@jayantibg5041
@jayantibg5041 Жыл бұрын
Kashmri ba bohut vsl lagila .
@babuahmed4538
@babuahmed4538 Жыл бұрын
Dhuniya 👌👌
@anjalisaikia5273
@anjalisaikia5273 Жыл бұрын
Hundor
@Rose-ps8fj
@Rose-ps8fj Жыл бұрын
Figure,, face jst waw❤❤
@jibanilahari2877
@jibanilahari2877 Жыл бұрын
Assamr hamamlene i love from tangla
@srutidharadutta896
@srutidharadutta896 Жыл бұрын
ভাল লাগিল
@hiramanibhatta923
@hiramanibhatta923 Жыл бұрын
bahut besiye val lagil .duyo vale thakak. ❤❤
@Aleya997
@Aleya997 Жыл бұрын
Kashmiri baideu,apunar neturto ekkebare mur dorei.
@yumtastewithritu490
@yumtastewithritu490 Жыл бұрын
বৰ ভাল লাগিল ❤❤
@Prantikas-Life-In-Europe
@Prantikas-Life-In-Europe Жыл бұрын
Stay connected 👍
@jintibora4863
@jintibora4863 Жыл бұрын
bht bhal lagile sai
@bintimonikalita1106
@bintimonikalita1106 Жыл бұрын
Sasakai dhunia.always favorite
@aparnabhagwati6630
@aparnabhagwati6630 Жыл бұрын
Rabi Sarmar lagat howa interview to sai bar lagisil aajio khub bhal lagil ,tekhetak lag pabar man jay
@GolinBuragohain
@GolinBuragohain Жыл бұрын
😅😢
@RinkiMaina-hi3di
@RinkiMaina-hi3di 7 ай бұрын
😅uhi8😅😅​@@GolinBuragohain
@renudeka8391
@renudeka8391 Жыл бұрын
Eman dhuniya Hoi ase aateau
@miminathnaskar
@miminathnaskar Жыл бұрын
May God bless you...😊❤#kolkata
@brianborgohain9932
@brianborgohain9932 Жыл бұрын
Congratulations
@basantiboro4314
@basantiboro4314 Жыл бұрын
১০ বছৰ আগতে এহাল দম্পতি য়ে বিকলাঙ্গ সন্তানক গোৱালপাৰা জিলাৰ ধনুভাঙাৰ এখন পুলৰ তলত থৈ গৈছিল। নিউজে পোৱাৰ পিছত নিউজ লাইভত বিকলাঙ্গৰ মাতৃ সকলোকলৈ এটা অনুষ্ঠান কৰিছিল সেই অনুষ্ঠানত মৰমৰ অভিনেত্রী বাইদেউ গৰাকী আছিল আৰু তেতিয়াৰে পৰা মোৰ অন্তৰত বাইদেউ গৰাকী য়ে ঠাই পাইছিল।
@HDgaming9952
@HDgaming9952 Жыл бұрын
মানুহে যিকয় কবলৈ দিয়ক, আপুনি ভগৱানৰ আশীৰ্বাদ লৈ সাহসেৰে আগুৱাই যাওক
@darsanasaharia3577
@darsanasaharia3577 Жыл бұрын
Love from mangaldai ❤️❤️❤️
@dulumanikalita260
@dulumanikalita260 Жыл бұрын
Hoy dei, bor sundor teu
@sangeet3637
@sangeet3637 Жыл бұрын
Kashmiri Saikia, still stout a lady taking total cares of her disable daughter and carring out district level consumer forum related govt responsibility, desires to continue her star career of acting in films, serials, documentaries-----; really a great example and inspiration to on coming ones in that field. Wish her the best---
@murchanasaikia9391
@murchanasaikia9391 Жыл бұрын
RR rr
@ajitkumardas650
@ajitkumardas650 7 ай бұрын
Hoy, tai etiyao bohut dhuniya.
@monuromapator7700
@monuromapator7700 Жыл бұрын
Hosakoi bohut dukh lagil 😢😢😢
@dipabhuyan3684
@dipabhuyan3684 Жыл бұрын
ভগৱান আছে বিশ্বাখ প্ৰভূ প্ৰাথনা কৰিব পাৰে
@JintuBorah-eu8cy
@JintuBorah-eu8cy Жыл бұрын
partivha Chaudhary baydeu interview loba sun bohut val lage baydeu acting
@PallabBorah-c8d
@PallabBorah-c8d Жыл бұрын
Bahut bhal lagil
@sabikaahmed4526
@sabikaahmed4526 Жыл бұрын
Val lagil
@karabivlogs6846
@karabivlogs6846 Жыл бұрын
Hoxakoi bor dhunia baidew goraki ❤
@Prantikas-Life-In-Europe
@Prantikas-Life-In-Europe Жыл бұрын
Stay connected
@runudeka2509
@runudeka2509 Жыл бұрын
Love from tangla
@8019
@8019 Жыл бұрын
Hoi hemamalini hosake 👌
@AsmaBegum-ql8og
@AsmaBegum-ql8og Жыл бұрын
Very nice interview ❤
@saraswatikhanikar4380
@saraswatikhanikar4380 Жыл бұрын
Yes hemamalini
@minubharali7680
@minubharali7680 Жыл бұрын
Hoy2 hosakoi dhuniya
@lifeishard1373
@lifeishard1373 Жыл бұрын
So beautifull
@anukalita705
@anukalita705 Жыл бұрын
আমাৰ দৰঙীয়াৰ গৌৰৱ। ❤
@rosmitatalukdar8859
@rosmitatalukdar8859 Жыл бұрын
কাশ্মীৰী বা তোমাক ভগৱানে সহায় কৰক
@sadoriboruah8990
@sadoriboruah8990 Жыл бұрын
Saikhat kar luwa vonti kotha but aru hatitu bohut val lgil.
@Rumikurmi-ou9xy
@Rumikurmi-ou9xy Жыл бұрын
Mojja
@jyotimalibharali7047
@jyotimalibharali7047 Жыл бұрын
বাইদেউ ৰ জীৱন বৰ দুখৰ
@sumitradeka3599
@sumitradeka3599 Жыл бұрын
শ্ৰদ্ধাৰ কাশ্মীৰি শইকীয়া বাইদেউৰ সাক্ষ্যাৎকাৰটি চাই বহুত ভাল লাগিল ।❤
@anamikathakuria1464
@anamikathakuria1464 Жыл бұрын
❤❤
@arotiborthakur1942
@arotiborthakur1942 Жыл бұрын
Bor Sundar video bonaise
Every team from the Bracket Buster! Who ya got? 😏
0:53
FailArmy Shorts
Рет қаралды 13 МЛН
«Жат бауыр» телехикаясы І 26-бөлім
52:18
Qazaqstan TV / Қазақстан Ұлттық Арнасы
Рет қаралды 434 М.
Every team from the Bracket Buster! Who ya got? 😏
0:53
FailArmy Shorts
Рет қаралды 13 МЛН