SI Junmoni ৰ মৃত্যু সন্দৰ্ভত মন্তব্য Nagaon ৰ SP Leena Doley ৰ, কি ক''লে আৰক্ষী অধীক্ষক গৰাকীয়ে

  Рет қаралды 424,117

News18 Assam/Northeast

News18 Assam/Northeast

Күн бұрын

SI Junmoni ৰ মৃত্যু সন্দৰ্ভত মন্তব্য Nagaon ৰ SP Leena Doley ৰ, কি ক''লে আৰক্ষী অধীক্ষক গৰাকীয়ে
লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
#sijunmonirabha #junmonirabhacase #sijunmonirabhanews #News18AssamNE #nagaon #leenadoley #news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia #news18assamne
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5...
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm

Пікірлер: 490
@sjhazarika5437
@sjhazarika5437 Жыл бұрын
আপুনি ভগৱানৰ বিচাৰৰ পৰা বাচি যাব পাৰিবনে ,ভাবি চাব এবাৰ
@kalitakalita1437
@kalitakalita1437 Жыл бұрын
Vogoban ase iyar fol ati sighre pabo
@As05870
@As05870 Жыл бұрын
কেতিয়াবা এই SP গৰাকী ক ভগৱানে সঁচা accident কৰি spot Dead নকৰিলে ই হল আৰু।
@jayantasaikia8252
@jayantasaikia8252 9 ай бұрын
Paribo
@dipakonwarlahkar6467
@dipakonwarlahkar6467 Жыл бұрын
ৰাতি ডকাইতৰ দৰে জোনমণিৰ ৰাভাৰ ঘৰত যোৱা কথাখিনিৰ উত্তৰ সাংবাদিকক দিয়াৰ সাহস কিয় নহল ।
@itsmystyle3820
@itsmystyle3820 Жыл бұрын
Right 👍
@akritigogoi407
@akritigogoi407 Жыл бұрын
Right
@anibro4162
@anibro4162 Жыл бұрын
Yes, it is right.
@dipjyotigogoimusical752
@dipjyotigogoimusical752 Жыл бұрын
ডকাইতৰ লগত আৰক্ষীৰো হাত আছে চাগে সেই বাবে কথা কব পৰা নাই
@kalitakalita1437
@kalitakalita1437 Жыл бұрын
Asolote ihot dokait ,jar gusi gol hihote he buji pai ,aru manuhor sokut dhula dibo noware ,tair dead hoar pisot tair ghorot ahi talasi lut kihor dorkar ,iyate buji pai manuhe kun sur aru dokhi
@হালোৱাৰপুতেকমই
@হালোৱাৰপুতেকমই Жыл бұрын
লীনা দ’লে ৰাতি জোনমনিৰ নগাঁওৰ কোৱাটাৰত কিয় গৈছিল ? তাই এতিয়া কিয় ক’ব নোৱাৰে ? Spৰ হাত আছে মই যি দেখিছোঁ ৷ টকাখিনি কি হ’ল ? কোনে নিলে ? জোন মনিৰ মাকক মূখ খুলিব কিয় মানা কৰিছিল Dsp জনে ? কেছ টো গাপ খোৱাবৰ ৰ কাৰনে Cid ক দিছে ৷ cid ক দিয়া কেইটা কেছ successful হৈছে ? এটাও হোৱা নাই ৷ কেছ টো গাপ দিবৰ কাৰনে cid ক দিছে ৷ যাতে ফুটুকাৰ ফেন একো নোলাই ৷ ইয়াকে কয় **ফুলনি মানে বাগিছা বাগিছা মানে ফুলনি** ৷
@milibaishya9931
@milibaishya9931 Жыл бұрын
সচা কথা
@babuvayxxxxboy5691
@babuvayxxxxboy5691 Жыл бұрын
Thik koisa karon garir DVR noholau Malik rati bhitorot khara koril hoi jodicivil cas hol haten ... Ru muk laj lagisae assam police jiman ase sob tokakuwa naki hosa manuh kunu nai naki nohole hadharon manuhor eman khong to ekjon khakipusak pidhar kiman khong uthibo lagisil .. kar uporot bitsakh nothoka arokhi loi dakh hudhorabole jae mani loisu hokolu police akae nohoi jikijon hosa hoi nijor kam hoitoyr uporot kore hihotor bhitoruwa team bonai cas tu nasai kio ... CID desae Delaetu Delae kiman agbarhae haetuhae lagae... Akha koru dukhi Junai hohok hasthi pabolagae
@tinkuvlogsassam151
@tinkuvlogsassam151 Жыл бұрын
Yes bro we want justice for her ## we want CBI enquiry # all rabha students union alap salu meli Sao k please hilai diyak Assam # Jai aai rabha students
@TimePass-qo7ch
@TimePass-qo7ch Жыл бұрын
Madam ok hondekh asil
@bidyadharrabha4052
@bidyadharrabha4052 3 ай бұрын
0
@amritkalita7315
@amritkalita7315 4 ай бұрын
ভগৱাৰ ওচৰত পাৰ্থনা জনাছো দুখিয়ে ওচিত শাস্তি পাওক তাৰে কামনা কৰিলো ।
@jagatsaikia7451
@jagatsaikia7451 Жыл бұрын
SP য়ে একো নোকোৱাটোৱে কি সুচায় এইটোটে প্ৰমান ? এইটো যে এটা পৰিকল্পিত মাৰদাৰ এইটো সছাঁ । মাতৃয়ে ঠিকেই কৈছে । চি আই ডি য়ে পক্ষপাতিত্ব নললেই হল ? এই পুলিচ খিনিয়ে আচল চোৰ আৰু দকাইত যিয়ে অপৰাধিক ৰক্ষনাবেক্ষন দি ধনৰ লেনদেন কৰে । ৰাভাৰ পষ্টমতেম ৰিপট সথিক মতে লব চি আই ডি য়ে। ইয়াটো ডুপ্লিকেট হোৱাৰ সম্ভাৱনা আছে ।
@VoiceBodo
@VoiceBodo Жыл бұрын
SPৰ হাত আছে । চকু ওলটাকৈ ঘুৰাই আছে ্ cameraত চকু থ'ব পৰা নাই ।
@itsmystyle3820
@itsmystyle3820 Жыл бұрын
Um
@bipulpayeng7302
@bipulpayeng7302 Жыл бұрын
Right...
@rajagogoi3165
@rajagogoi3165 Жыл бұрын
Dekhate lagise .... Sokut soku thoi kobo pora nai ....
@arunhazarika-zm6fl
@arunhazarika-zm6fl Жыл бұрын
​@@bipulpayeng7302 ❤❤
@drjatinbaruah2795
@drjatinbaruah2795 Жыл бұрын
মামাই কেছটো CBI ক নিদি CID ক দিয়াৰ অৰ্থই হ’ল জোনমনি ৰাভাৰ মৃত্যুৰ প্ৰকৃত তথ্য গাপ দি ৰখা ৷
@JLCreation777
@JLCreation777 Жыл бұрын
ভগৱানৰ পৰা ভয় খাব লাগে মানুহৰ পৰা নেখালেও😢
@kalitakalita1437
@kalitakalita1437 Жыл бұрын
Vogoban ase tu iyar protiuttar pabo
@JLCreation777
@JLCreation777 Жыл бұрын
@@kalitakalita1437 hosake deri ke holeu pabo
@nabanitabaishya
@nabanitabaishya Жыл бұрын
এইজনীৰ ওপৰত তদন্ত হব লাগে..... ৰাতি কিয় গৈছিল ডকাইতৰ নিচিনাকৈ..... সন্দেহজনক.... ৰহস্য়জনক... কথাবোৰ
@dipjyotigogoimusical752
@dipjyotigogoimusical752 Жыл бұрын
আজি কালি ডকাইত পুলিচে হয় যাবই ডকাইতৰ দৰে
@monmodhusmitasaikia4156
@monmodhusmitasaikia4156 Жыл бұрын
CID ক নহয়।CBI ক দিয়ক । তেতিয়াহে উচিত হ'ব তদন্ত। দুখীয়ে শাস্তি পাওঁক।
@navabora9489
@navabora9489 Жыл бұрын
পুলিচৰ জ্যেষ্ঠ বিষয়া হিচাবে এওঁলোকে নাজানিলে কোনে জানিব! সচাঁ কথা কবলৈ ভয় কৰিছে যেন লাগিছে
@harenpanging3275
@harenpanging3275 Жыл бұрын
😢Sp মেমৰ অভিসন্ধি যেন অনুমান হৈছে
@ranjitaray9274
@ranjitaray9274 Жыл бұрын
ঘটনাৰ লগত জৰিত লোকক ফাঁচী দিব লাগে
@sanatanrajbongshi1981
@sanatanrajbongshi1981 Жыл бұрын
আপোনাৰ অনুমতি জোনমণিয়ে লৈছিল নে নাই আপুনি নাজানে চি আই ডি য়ে জানে কি কথা কয় আপুনি, এতিয়া জোনমণিক অপৰাধী সাজিব পৰিকল্পনা কৰিছে আপোনালোকে
@atulbhumij4108
@atulbhumij4108 Жыл бұрын
নগাঁও আৰু লক্ষিমপুৰ জিলাৰ আৰক্ষী বিষয়া সকল সম্পূৰ্ণ জড়িত হৈ আছে।
@sayanikadevi-um4mm
@sayanikadevi-um4mm Жыл бұрын
দুখীয়ে শাস্তি পাব লাগে
@simplevillageboy7257
@simplevillageboy7257 Жыл бұрын
Sob mili ase. Voi khai ase sage Atiya
@gitimanath1219
@gitimanath1219 Жыл бұрын
Sur sur he lagise police jonik
@pompiray6835
@pompiray6835 Жыл бұрын
Hoio deh 🥴
@winpadmadbasumty3531
@winpadmadbasumty3531 Жыл бұрын
👍👍👍
@lifekey2272
@lifekey2272 Жыл бұрын
এই হাৰামি আছে বুনৰী,ডেৰ ফুট মান হব হে sp হেনো তাই,,,,বুনৰী তই ৰাতি কিয় গৈছিলি সিহঁতৰ কুয়াতাৰত সেইটো ক তই,,,, এই হাত আছে
@Bablu2089
@Bablu2089 Жыл бұрын
Tumi najana sage?? Upsc mne ki teket upsc pass kra!!!
@abinashbhuyan4517
@abinashbhuyan4517 Жыл бұрын
@@Bablu2089 baad diya he upsc... Tai manuh nhoi tair kothat gom pai
@hemantahaloi9968
@hemantahaloi9968 Жыл бұрын
Right bro
@hemantahaloi9968
@hemantahaloi9968 Жыл бұрын
@@Bablu2089 but ki lav hol?
@ranjandeka5737
@ranjandeka5737 Жыл бұрын
@@Bablu2089 ki boki asa a
@PutulMoran-s3o
@PutulMoran-s3o Жыл бұрын
ঘটনাৰ উচিত তদন্ত বিছাৰিলো।
@animaborboruah8016
@animaborboruah8016 Жыл бұрын
Sp বাইদেউ গাড়ীখনৰ ড্ৰাইভাৰজনক বিচাৰি পোৱা নাই নেকি?
@a2z278
@a2z278 Жыл бұрын
এখেতৰ কথাবোৰত ৰহস্য লুকাই থকা যেন লাগিছে ।
@romeo-tech-timeconverttomo5817
@romeo-tech-timeconverttomo5817 Жыл бұрын
বৰ গছৰ শিপা বহুদুৰলৈ থাকে। but we need justice..
@Hemanta12233
@Hemanta12233 Жыл бұрын
বুঢ়ি হল এইবোৰ পুলিচ বিষয়া নি। পুলিচ বিষয়া হলে পৰাশৰ বাউদেউৰ নিচিনা হব লাগে সাহসী ।
@manashprotimsaikia1984
@manashprotimsaikia1984 Жыл бұрын
Hoi neki😂
@manashprotimsaikia1984
@manashprotimsaikia1984 Жыл бұрын
Hui thakage jua deha
@manibankalitanath3648
@manibankalitanath3648 Жыл бұрын
এইজনীয়ে কিয় এতিয়া একো কব নোৱাৰে । দোভাগ ৰাতি জোনমণিৰ ঘৰত কিয় গৈছিল জখিনী জনী । টকাৰ লুভীয়া চব। যিমানেই ডাঙৰ অফিচাৰ নহওঁ কিয় আদালতৰ পৰা সাৰি আহিলেওঁ, ভগবানৰ আদালতৰ পৰা কিন্তু কোনেওঁ সাৰি যাব নোৱাৰে। এজনী সৎ পুলিচ অফিচাৰ নিধন হ'ল। এয়া দেশৰ ক্ষতি । তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক। এজনী মাকৰ বুকু উদং কৰিলে টকাই সৰ্বোচ্চ বুলি ভবা কিছুমান নৰ পিশাচে । মাক গৰাকীক ভগবানে জীয়াই থাকিবলৈ শক্তি দিয়ক।
@rejinaboro8338
@rejinaboro8338 Жыл бұрын
All staff s p should be suspension
@deepdeka7080
@deepdeka7080 Жыл бұрын
সত্যৰ সদায় জয় কথাটো জানিব
@dipantachelleng766
@dipantachelleng766 Жыл бұрын
Sp Leena doleyk dhor bohut ৰহস্য ওলাব
@deepankarpatir
@deepankarpatir Жыл бұрын
SP knew it is murder…clear from her body language…That’s why she is not commenting anything…Junmoni was under her …then why sp is not accepting that She sent junmoni to Lakhimpur for operation….
@handwork5438
@handwork5438 Жыл бұрын
তোমাৰো দিন আহিব নাভাবিবা সাৰি যাবা
@janjirboro
@janjirboro Жыл бұрын
Leena Doly involve ase.... Arrest korok hunkaale.ইহঁতৰ মতে ড্ৰাগছ চিন্দিকেট সৰবৰাহকাৰী সকলক ধৰিব নালাগে , সময়ে সময়ে পইছা পায় পকেট গৰম হৈ থাকে।JUNMONI ৰাভা নিচিনা সাহসী ছোৱালী সেইবোৰ ধৰাত EXPART আছিল । বাকী পুলিচ সকলে ধৰিলে বেয়া পাই চাগে। 100% involve আছে কোনো কথাই নাই ।
@sangitasaikia2927
@sangitasaikia2927 Жыл бұрын
Karma hits back....whoever involved in this case ..god will definetly give the result of their karma in this life ....be patience ... ...god will definetly give justice to junmoni Rabha and her family ....har har mahadev
@manoveeborpuzari8656
@manoveeborpuzari8656 Жыл бұрын
কেচ টো সন্দেহ জনক ,,,???????
@dipjyotigogoimusical752
@dipjyotigogoimusical752 Жыл бұрын
এইটো হত্যা কাণ্ড হব লাগে ভাল দৰে তদন্ত হলে ধৰা পৰিব চাগে
@susilsonowal7687
@susilsonowal7687 Жыл бұрын
ৰৌ, বৰালি জালত পৰিব বুলি বাটৰ কাইট অতৰাই লোৱা নাইটো বাইদেউ । চি আই ডিক
@dipjyotigogoimusical752
@dipjyotigogoimusical752 Жыл бұрын
দিলেই চাগে ই sp হয় তাই si হে কত নিদিব cidএ sp লগতে আছে ঘটনাটো মাদাৰে হয় কিন্তুু এক্সিডেন বুলি থৈ দিব
@bhargovgogoi2047
@bhargovgogoi2047 Жыл бұрын
SHE WAS FULLY INVOLVED IN THIS INCIDENT,,, HER BODY LANGUAGE AND HER EYES SAYS ALL 😡😡😡 SHE KNOWS.... WHO WAS LEADING.. BUT SHE DON'T WANT TO SAY😢
@rons-topic1067
@rons-topic1067 Жыл бұрын
And iman dangor plan excute koriboloi enekuwa powerful manuh thaka tu important hoi.. because truck arrange Kora driver plus Hitman etc arrange koriboloi bahut Toka and power lagey..
@BhonitaDas
@BhonitaDas Жыл бұрын
si si kije hoise asomkhon nije nijoke sininopow hol asom rokhar tole jabode
@banyashreedas1929
@banyashreedas1929 Жыл бұрын
Exactly
@putulrabhaputulrabha1020
@putulrabhaputulrabha1020 Жыл бұрын
Yes
@dipengaonkhowa1738
@dipengaonkhowa1738 Жыл бұрын
You are right bro
@firesoulpritam4416
@firesoulpritam4416 Жыл бұрын
Aku justice napae aneke soli ase hodae anek soli thakibo never ending process #Why do we even need ethics paper in CCE?
@ratulrajbongshi5177
@ratulrajbongshi5177 Жыл бұрын
Sp এ কিয় একো নকয় । একো নোকোৱাকৈ থকা মানে কি বুজায়
@anupamcivilwork6071
@anupamcivilwork6071 Жыл бұрын
Dole baidu sakori jab jen paisu😂
@BuLLeT558
@BuLLeT558 Жыл бұрын
She is an IPS kyo era gara officer nahi...hohos nohoi ulaboloi...busis
@mrlachit5399
@mrlachit5399 Жыл бұрын
Only president can dismiss IPS/IAS after reviewing their case
@KushalKrRabha
@KushalKrRabha Жыл бұрын
আটাইতকৈ ডাঙৰ প্ৰশ্নটো হৈছে যে সেইদিনা জোনমণি ৰাভাই নগাওঁ সদৰ থানা অতিক্ৰমি মাজ নিশা জখলাবন্ধাৰ ফালে কিয় যাব লগা হৈছিল ? সদৰ থানাত সকলোবোৰ তেওঁৰ জেষ্ঠ বিষয়া সকল থাকোতে অকলে গৈছিল নে লগত কাৰোবাক লৈ গৈছিল আৰু কাৰ নিৰ্দেশত যাব লগা হৈছিল ? এয়া আজিৰ তৰিখত এটা লাখটোকীয়া প্ৰশ্ন ! ইয়াৰ আচল সত্যটো CBI য়েহে ভেদ কৰিব পাৰিব যেন লাগে !
@Yadubanshi386
@Yadubanshi386 Жыл бұрын
CBI প্ৰয়োজন হ'লে Narco test কৰিব , তাইৰ তাতে মইনা বেহাৰ নুখুম অবস্থা কৰিব CBI
@jahirulislam4311
@jahirulislam4311 Жыл бұрын
আমি কাক বিশ্বাস কৰিম।
@TinkumoniTalukdar-yo2sv
@TinkumoniTalukdar-yo2sv Жыл бұрын
ঘটনাটোৰ উচিত তদন্ত হোৱাতো বিচাৰো ।
@EXAMINSIGHTSwithBarnali
@EXAMINSIGHTSwithBarnali Жыл бұрын
Tai camera t soku thoi kotha kobo pora nai. She is involved in the murder. She denied to say anything because aaji koa kotha khini kaile tair agains t jabo pare. Bhoi khai ase atia. Shame Assam Police
@drjatinbaruah2795
@drjatinbaruah2795 Жыл бұрын
CID মানে মামা ৷ মামা মানে CID.
@ankurkalita4230
@ankurkalita4230 Жыл бұрын
এইজনিয়ে Main villain যেন লাগিছে...
@pallabebaruah4020
@pallabebaruah4020 Жыл бұрын
আপুনি cid সহায় কৰক বাইদেউ জয় মা কালী জয় মা কালী জয় মা কালী
@chetiahaflong3511
@chetiahaflong3511 Жыл бұрын
truth will be come out....after CBI inquary.....
@dhirajrabha1491
@dhirajrabha1491 Жыл бұрын
বহুত ৰহস্য আছে
@nihalbahadur7816
@nihalbahadur7816 Жыл бұрын
CIDএ কৰিবলগীয়া CIDএ কৰিবই, আপোনাৰোতো এটা দায়িত্ব আছে ন' আৰক্ষী অধীক্ষক ডাঙৰীয়ানী।প্ৰশ্নবোৰৰ পোনে পোনে উত্তৰ দি দিলেই হ'ল,আমিবোৰে সজাই ল'ম ন'হয়।
@nilamanidasbabu4098
@nilamanidasbabu4098 Жыл бұрын
জোনমনীক টকাৰ কাৰনেই মৰা হৈছিল যেন অনুমান। কিয়নো জোনাকীয়ে নিজে কৈছিল টকাও গল আৰু কিবা বুলি কৈ কান্দিছিল। আৰু পুলিচে জোনমনীৰ ঘৰৰ পৰা পইছা আনিবলৈ কিয় গৈছিল। মৌৱাইলতো আৰু বেগ কলৈ গল।হাছিনা বেগম ইয়াৰ মূল মানুহ। তাই মিডোল মেন।জোনমনীক তাইয়ে পৰিকল্পিত ভাৱে ডাইভাৰজনৰ লগত লগ লাগি গাড়ীৰ পৰা নমাই মাৰ
@nilamanidasbabu4098
@nilamanidasbabu4098 Жыл бұрын
মাৰিছিল নেকি?আৰু তাৰ পাছত নগাঁও ৰ মানুহৰ চকুত ধুলি মাৰিব কাৰনেই গাড়ীখন চাৰি পাঁচ পাক মান ঘূৰাই খুন্দিয়াই ভাঙি তাত তেওঁৰ ডেডবডি ভৰাইছিল নেকি?পইছাৰ ভাগ নাপাই তাইক মাৰিছিল নেকি?এইবোৰ সকলো অপৰাধীৰ পৰিকল্পিত ৰচনা যেন অনুমান।
@bharatibarkataki7592
@bharatibarkataki7592 Жыл бұрын
ডাঙৰ ৰহস্য আছে যেন লাগিল ৷
@অসমৰলৰা-য৬গ
@অসমৰলৰা-য৬গ Жыл бұрын
কেমেৰাত চকু থৈ কিয় কথা কব পৰা নাই Superintendent mam ?
@pusparajbongshi5925
@pusparajbongshi5925 Жыл бұрын
We are all of waiting for exclusive media reports
@ranjugogoi419
@ranjugogoi419 Жыл бұрын
অসমত জোনমণিৰ ৰাভাৰ ঘটনা টো লৈ নিজকে নিজে মোৰ বৰ লাজ লাগি যাই । বাকী বিলাকৰ কথা বাদেই দিয়া। কেতিয়াবা এনে লাগে যেন মই এখন সত্যাকাৰী দেশতহে জন্ম ললো। 🤾🧟🤺🎅🤶💆👼🧙🤠😎🤓😇🤶🎅
@BhumidharNath-im7ml
@BhumidharNath-im7ml 3 ай бұрын
পুলিচে যেনেকৈ থাৰ্দ ডিগ্রী দিলেই চোৰবিলাকৰ পৰা কথা ওলাই পৰে, ঠিক তেনেকৈ লীনা দলেকো থাৰ্দ ডিগ্রী দিলেই সকলো ওলাই পৰিব। পিচে কোনে দিব থাৰ্দ ডিগ্রী? গতিকে চৰকাৰ সম্পুর্ন জৰিয়ত। এনেকুৱা পক্ষ পাতি মূলক চৰকাৰ ধংশ অনিবার্য।
@prabinmallabaruah8845
@prabinmallabaruah8845 Жыл бұрын
আমাৰ মতে ডিজিপি ডাঙৰীয়াই এবাৰ ঘটনাৰ ঠাই, আৰক্ষী অধীক্ষকৰ কাৰ্যালয় আদি পৰিদৰ্শন কৰা উচিত আছিল । লগতে সংশ্লিষ্ট বিষয়া সকলক নিজ নিজ ঠাইৰ পৰা আতৰাব লাগে ।
@assamnoobgamer9752
@assamnoobgamer9752 Жыл бұрын
সপাঢিলা বিষয়া ৰাতি জুনমনিৰ ঘৰ ৰেট কৰিব যোবা কথাটো কবৰ সাহস নহল ।ইয়াৰ চকু মুখ ভয় লগা যেন দেখা গৈছে।
@winpadmadbasumty3531
@winpadmadbasumty3531 Жыл бұрын
Rest in Peace SI Junmoni Rabha 🙏🙏🙏 We want Justice.
@xbaby7284
@xbaby7284 Жыл бұрын
9
@yabomtaba1045
@yabomtaba1045 Жыл бұрын
Justice for Junmoni.
@yoyoamitdoley7189
@yoyoamitdoley7189 Жыл бұрын
Oh my god very sad 😭🙏
@Nirumoni4336
@Nirumoni4336 Жыл бұрын
হাৰাজাধি স্বামী বখংন কাৰি দেশষ ধোৰহি মাইকি তয়য়ে জোনমনিৰ হত্যাকাৰী কিমান দিন কথা লুকুৱাই ৰাখিবি CIDৰ আইনৰ তদন্তোৰ পৰা সাৰি যাব নোৱাৰা এদিন ফাদিল'হৈ জাব তয় লীনা দলেই জোমনিৰ হত্যাকাৰী হেইদিনা তুক আমি ৰাইজে খমা নকৰোঁ হেয়েহে আমাৰ সকলো ৰাইজ ভগবানৰ ওচৰত সৰল পাৰ্থনা
@Rajivaxom
@Rajivaxom Жыл бұрын
Leena Doley r uprtu doubt hoi ase
@romabora2399
@romabora2399 Жыл бұрын
তেওঁৰ ওপৰত সন্দেহ হৈছে
@rkstudio6569
@rkstudio6569 Жыл бұрын
ই ভয় কৰিছে
@saikiamvlogr.253
@saikiamvlogr.253 Жыл бұрын
Cinema দৰে কাহিনীটো। সকলো জৰিত হৈ আছে। এতিয়া কাক নো বিশ্বাস কৰিব । কোনে এতিয়া সহায় কৰিব।
@daimarig6076
@daimarig6076 Жыл бұрын
Failure of APSC UPSC Board members in selecting such corrupt personality for such noble post of officers
@dlocalboy4892
@dlocalboy4892 Жыл бұрын
বাকীবোৰ আঘাত মানিছো। কিন্তু.. তলপেটত কিয় ইমান দুখ পালে জোনমনিয়ে??? তাইক কোনোবা কেইটামান পাখণ্ডই মিলি কেইবাবাৰো ধর্ষণ কৰিলে নেকি??? Driver seat ত থাকিলে কেনেকৈ তলপেটত দুখ পাব??? কিয় মাৰিলি অ' জোনমণিক??? চিধা ছোৱালী হোৱাৰ বাবে মাৰিলি ন তাইক ???
@rahulaxom2603
@rahulaxom2603 Жыл бұрын
Medam, mane apuni eku nokoi... Saku muda kuli.. Hauk diok, police gakhirot koi u sofa... 🙏🙏🙏
@ShantanuDas2100
@ShantanuDas2100 Жыл бұрын
এইজনিয়ে কি কৱ এইবোৰ ছৱ মিলি আছে
@mayakhan6696
@mayakhan6696 Жыл бұрын
Sp maam jonik valke jera korok
@pronabsaikia2343
@pronabsaikia2343 Жыл бұрын
We want Justice. Ghin lagise
@baleswarrabha9894
@baleswarrabha9894 Жыл бұрын
We need CBI
@basantadeka9874
@basantadeka9874 Жыл бұрын
Leena Dolly k Arrest koribo Laage.
@binapaniborah6077
@binapaniborah6077 Жыл бұрын
CBI enquiry laga
@LalitHandique-rm4wj
@LalitHandique-rm4wj 3 ай бұрын
Lina..dalea...fasi....diaba...lagea😅
@tulikagogoi852
@tulikagogoi852 Жыл бұрын
এই গৰাকীক বিচাৰৰ আওতালৈ আনিব লাগে
@romeo-tech-timeconverttomo5817
@romeo-tech-timeconverttomo5817 Жыл бұрын
Jai ho CID.. PRABHU A HE JANIBO.. 😢😢
@manjulabrahma3910
@manjulabrahma3910 Жыл бұрын
এইসকলে হৈছে দেশ ৰক্ষক এনে বোৰ দানবে দেশ কেনেদৰে ৰক্ষা কৰিব।
@abcefg4278
@abcefg4278 Жыл бұрын
ভাল দৰে বাইদেউ সুধিব লাগে
@nandeswartaye805
@nandeswartaye805 Жыл бұрын
Cid তদন্ত নালাগে CBI তদন্ত হ'ব লাগে
@digantakalita799
@digantakalita799 Жыл бұрын
Case should have been given to CBI
@hirnoypwnchibog90
@hirnoypwnchibog90 Жыл бұрын
আপোনি তাৰ বিষয়ে কমেণ্ট কৰিব নোৱাৰাৰ কাৰণ কি?
@deepdeka7080
@deepdeka7080 Жыл бұрын
জোনমণি বাইদেউৰ দৰে মানুহ এজনীক মাৰিছে কালিলৈ যে আপুনাক নামাৰিব কোনে জানে
@shantipriyasaikia-fr3sl
@shantipriyasaikia-fr3sl Жыл бұрын
Sp meem bhoikhaie thokar dare lagese
@scalper4159
@scalper4159 Жыл бұрын
Directly something is behind in this case ..that must be dragged into the light ..whoevere the culprit is , must be punished thoroughly
@bodobigrai1144
@bodobigrai1144 Жыл бұрын
100% involved
@YtBharat-i9f
@YtBharat-i9f Жыл бұрын
CBI lage amak
@sriaranyaborgohainsriaranyabor
@sriaranyaborgohainsriaranyabor Жыл бұрын
CBi তদন্ত চলাবলৈ দিয়ক লীনামণি নেওগ এই ঘটনাটোত জড়িত হৈ আছে। আৰু লীনামণিক ভাল দৰে তদন্ত চলাব লাগে এই ঘটনাৰ সকলো তথ্য ওলাই পৰিব।
@santanuchakraborty9277
@santanuchakraborty9277 Жыл бұрын
কলি যুগ
@nirmalrabha7316
@nirmalrabha7316 3 ай бұрын
লীনা দলেৰ ভাষন অতিদৰবল ,কাৰন মেডিয়াৰ আগত কথা কওঁতে জলোঙাৰ মেকুৰী ওলোৱাৰ ভয় খাইছে।
@shyambora7166
@shyambora7166 Жыл бұрын
Junmoni r mritur rohosyo ki apunaluke uliabo paribo
@toramoimorang9001
@toramoimorang9001 Жыл бұрын
Nice
@najimali2164
@najimali2164 Жыл бұрын
এজনি। পুলিচ। বেষয়া। হেৰায়। গল। তার। পিছতে। বদলি। করিলে। তার। কালত। কি। আছিল
@herandernath1297
@herandernath1297 Жыл бұрын
ঘটনাৰ উচিত বিছাৰ হোৱাতো বিছাৰিছু
@tksarmah2632
@tksarmah2632 Жыл бұрын
অসমীয়া মানুহৰ শুদ্ধ কৈ মাতৃ ভাষাটো কব নোৱাৰা আৰু ইংৰাজীত কথা কোৱাৰ দূর্বাৰ আকাংক্ষা সাক্ষাৎকাৰটোত ফুটি নুঠিল নে ?
@prayax731
@prayax731 Жыл бұрын
তাই সকলো জানে বুলি তাইৰ চকুৱেই কয়।তাইৰ ওপৰলৈ মুৰ ডাঙি কথা কোৱাৰ সাহস নহ'ল।
@hieeeee8119
@hieeeee8119 Жыл бұрын
The officers know or are involved in the whole incident. There is a God who will judge everyone in this life or in the next. My condolences to the family of Junmoni 🙂 .. Rest in peace Ma'am 🕊️
@binitasingh5597
@binitasingh5597 Жыл бұрын
আপুনি কেনেকৈ ক'ব বাইদেউ
@madhablagacheu2897
@madhablagacheu2897 Жыл бұрын
গুনে ধৰিছে
@mrlachit5399
@mrlachit5399 Жыл бұрын
Karma will hit them back. We want justice for #_Junmoni_Rabha.
VIP ACCESS
00:47
Natan por Aí
Рет қаралды 30 МЛН
Try this prank with your friends 😂 @karina-kola
00:18
Andrey Grechka
Рет қаралды 9 МЛН
The evil clown plays a prank on the angel
00:39
超人夫妇
Рет қаралды 53 МЛН
VIP ACCESS
00:47
Natan por Aí
Рет қаралды 30 МЛН