No video

SILAA | ZUBEEN GARG | Album : SILAA

  Рет қаралды 26,811,194

Dhwani Records

Dhwani Records

3 жыл бұрын

♪ DOWNLOAD/STREAM FROM THE BELOW LINKS ♪
● iTunes - itunes.apple.c...
● Spotify - open.spotify.c...
● Deezer - www.deezer.com...
● JioSaavn - www.jiosaavn.c...
● Gaana - gaana.com/song...
● Wynk - wynk.in/u/zcPe...
● Hungama - www.hungama.co...
● Amazon Music - music.amazon.i...
● FOR CALLER TUNES ●
Vodafone users dial - 53712151775
Idea users dial - 53712151775
Airtel users dial - 5432117546768
BSNL users dial - 12151775
AUDIO
Album
Silaa
Singer/Composer/Lyrics
Zubeen Garg
Music Producer
Zubeen Garg
Music Arrangement
Bablu Sibabrata Sharma
Musicians
Shantanu Baruah (Stroke)
Pritam Bodo (Keys)
Recording Studio
Studio Chikmik
Mix & Mastering
Bhupesh Saikia
Music Label
Dhwani Records
VIDEO
Cast
Zubeen Garg
Neelim Mahanta
Shreya Borthakur
Director
Bitopan Kashyap
Director of Photography
Bitul Das
Drone
Joydeep Paul
Samprit (Lakhimpur)
Editing & VFX
Debangkar Borgohain
DI & Color
Sujit Karmakar
Studio
Eye creations
Make-up
Bhaskar Dutta
Chief Assistant Director
Rahul Gautam Sharma
Art
Jyoti Shankar Bhattacharyya
Costume
Garima Saikia Garg
Costume Assistant
Thuriya Saikia
Album Art
Kowsick Borgohain
Creative Design
Khairul Bachaar
Visual Promotion
Bitopan Kashyap
Publicity
Abhinaya
Executive Producer
Rhitu Prayag Garg (Mon)
Producer
Zubeen Garg
Garima Saikia Garg
Zubeen Garg Team
Hitesh Saloi
Nandeshwar Bora
Premadhar Borpatra Gohain
Eye Creations Team
Dipankar Barman
Srawan Kumar Chetry
Sirajul Ali
Dilip Bokol
Zamal
Special thanks
Nayan Kashyap
Parikhit Das
Mridul (Sonapur)
#Silaa #ZubeenGarg

Пікірлер: 15 000
@jyotishmanmahanta8168
@jyotishmanmahanta8168 3 жыл бұрын
প্ৰভু এই ভক্তক পাগল কৰিম হে বুলি ভাবিলে নেকি ঔ 😍😍😍 কান গেলি গৈছে শুনি শুনি , তথাপিও হৃদয় ভৰা নাই ❤️ #saluteZGsalute ❤️
@rupohimon2487
@rupohimon2487 3 жыл бұрын
Plz এবাৰ চাবা চোন Jyotishman kzbin.info/www/bejne/m2G7lqN4hJKpirs
@jyotishmanmahanta8168
@jyotishmanmahanta8168 3 жыл бұрын
@@rupohimon2487 sure 🙏.....subscribe done 😌
@Jyotishman_baruah-5389
@Jyotishman_baruah-5389 6 күн бұрын
Bro tumar name aru mur nam ake jyotishman muru ake obostha kan geli goise
@AlomM16
@AlomM16 5 күн бұрын
@@rupohimon2487jjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjj
@sintubaishya9327
@sintubaishya9327 3 жыл бұрын
মই ভাৰতীয় সেনাত কৰ্মৰত বৰ্তমান । কেতিয়া কি হয় নাজানোঁ , আজি হাঁহি আছোঁ কালিলৈ পতকাৰ তলত যাব লগাওঁ হব পাৰে । ৰাতিপুৱা উঠি আগত আপোনাৰ গান শুনো দাদা ❤️ মোৰ দুজন বন্ধু আছে ,সিহঁতে অসমীয়া নাজানে কিন্তু আপোনাৰ গান শুনি থাকে 💕 বহুত অপেক্ষাৰ ফলত আজি শুনিব পাৰিলোঁ গানটো ❤️💕
@santanudeka1332
@santanudeka1332 3 жыл бұрын
Joi Hind sir.. and love u zubeen da
@Bastab__zg
@Bastab__zg 3 жыл бұрын
lots of love u bro jai hind
@bikuchetry1230
@bikuchetry1230 3 жыл бұрын
Sintu bro god bless u.zubben lovers long live.joi ai assam
@nishantaborah_
@nishantaborah_ 3 жыл бұрын
@@Bastab__zg ✊
@STARGAMING-ye6vw
@STARGAMING-ye6vw 3 жыл бұрын
Joi hin
@user-xw1dh5ss1c
@user-xw1dh5ss1c 2 жыл бұрын
এজন কালজয়ী শিল্পী হল জুবিন দা । আপোনাৰ কণ্ঠৰ যাদুত উৰি যাওঁ সঁচাই বেলেগ এখন জগতলৈ। সকলো ভাগৰ পাহৰি যাওঁ আপোনাৰ গান শুনিলে । Joi zubeen da ❣️
@anjuhussain1323
@anjuhussain1323 Жыл бұрын
66
@user-fm7gi2lc2r
@user-fm7gi2lc2r Жыл бұрын
জুবিনৰ গানটো শুনিলে মন ভৰি পৰে।
@satyajitkathar5088
@satyajitkathar5088 Жыл бұрын
Ola
@Jaanchetia-gn9js
@Jaanchetia-gn9js Ай бұрын
Ki 9c ⁸8⁰⁰​@@satyajitkathar5088
@rakeshmehato
@rakeshmehato 2 жыл бұрын
I'm born and brought up in Assam but now not in Assam since last 8years but my soul always in Tinsukia (Assam). I'm Bihari but like Assamese more than anything. jai Aai axom, Jai Hind
@pranitadas9663
@pranitadas9663 2 жыл бұрын
323E wearers were 32w32e32 we 333233222223W3 Were
@kadamali9747
@kadamali9747 2 жыл бұрын
@@pranitadas9663 lllllllllllllllll"lll"lll"l"lllllllll""ll"
@rupanjalikonwar2546
@rupanjalikonwar2546 2 жыл бұрын
@@pranitadas9663 aaa
@amongus-by2lc
@amongus-by2lc 2 жыл бұрын
Op
@assameseshortvideostatus7232
@assameseshortvideostatus7232 2 жыл бұрын
Op
@anupriyaYein
@anupriyaYein 3 жыл бұрын
জুবিন দাক লগ পোৱাৰ আশাৰে বাট চাই আছোঁ.... গাৰ নুম শিয়ৰী উঠা এটি সুমধুৰ কণ্ঠ... যাৰ সুৰত বিলীন হৈ যাও... প্ৰতিটো শব্দৰ সুৰীয়া কন্ঠত জীপাল হৈ পৰো ... কি যে বুজাব নোৱাৰা অনুভৱ... God bless you Zubeen da 🙏🏼 Love you da 💝
@rakibulislam5425
@rakibulislam5425 3 жыл бұрын
I love zb. da Amar barpeta, kayakuchi loi ahibo lage❤️❤️❤️🙏
@anupriyaYein
@anupriyaYein 3 жыл бұрын
@@rakibulislam5425 oo mur ghor sivosagor t hoi
@srisurjyapatorsurjyapator9872
@srisurjyapatorsurjyapator9872 3 жыл бұрын
ৰাতিপুৱা শুই উঠি দৌৰিব গলেও জুবিন দা গান শুনি হে দৌৰি গৈ থাকো সঁচাই দেই তেওঁ কণ্ঠ ত যাদু আছে।। দিনটোত তেওঁ গান নুশুনিলে কিবা আধৰুৱা যেন লাগে।। I love this song sila sila😘😘😘😘😘
@nirujdas9940
@nirujdas9940 3 жыл бұрын
100bar xunilo atyalaike tothapio Mon jur Pori jua nai♥️
@msh_vaii
@msh_vaii 3 жыл бұрын
Maya vora jado asa ❤️❤️❤️🙏🙏
@lil_wanye7777
@lil_wanye7777 2 жыл бұрын
মন চুই যায় এই গানটো শুনিলে জুবিন দা আপুনি অসমৰ মানুহক এটা অতি আমোদজনক বৈশিষ্ট্যপূৰ্ণ lyrics লিখি ব্যক্ত কৰাৰ বাবে অশেষ ধন্যবাদ অসমৰ মানুহৰ পৰা আপোনাক বহুত বহুত মৰম জাচিলো ❤️২৩/০৩/২০২২ ৰাতি ১০:৪৬ ভালপোৱা স্মৃতিবোৰ আকৌ এবাৰ মনত পৰি গল। Big Thank you জুবিন da
@madhabsocialist6505
@madhabsocialist6505 3 жыл бұрын
কবলৈ কোনো ভাষা নাই, জুবীন দাক কিমান ভাল পাও তাৰো কোনো সীমা নাই।জুবিন দাৰ গান বাদেই কথা কৈ থাকিলেও শুনি থকা বিধৰ অনুৰাগী, অকল মই বুলি নকওঁ মোৰ দৰে বহুত আছে এনেকুৱা অনুৰাগী । গানটো কথা একোৱে নকওঁ মুঠৰ্বত বহুত বাৰ চালোঁ হেঁপাহ নাইপলুৱা। love you zubee da. ❤❤❤❤❤❤
@msh_vaii
@msh_vaii 3 жыл бұрын
সচাকৈ জুবিন দাক মই কিমান ভাল পাওঁ কথা আখৰ আৰু ভাষাৰে বুজাব নোৱাৰো, গনতু শুণি মই কান্দি গলো, মোৰ সেৰোৱা প্ৰেমৰ কালৰ কথা মনত পৰি গ'ল, জয় জুবিন দা তুমি সদায় অমৰ 😘 তুমি আমাৰ মৰম এটা যুগৰ নাম জুবিন গাৰ্গ ❤️🙏🙏🙏🙏
@cyberanup07
@cyberanup07 3 жыл бұрын
Very true. Zubeen da is a living legend representing Assamese music today... Baton was rightly passed from Bhupen da to Zubeen
@rupamkakati8696
@rupamkakati8696 3 жыл бұрын
জুবিন দা আপোনাৰ প্ৰতিটো গানেই মোৰ প্ৰিয়। প্ৰতিটো নতুন গানলৈ অধিৰ আগ্ৰহেৰে বাট চাই থাকো। চিলা গানটো সঁচাকৈ শুব ধুনীয়া হৈছে। Love ❤️❤️❤️ u ❤️❤️❤️dada
@nabajitbarman8765
@nabajitbarman8765 3 жыл бұрын
Love youuuuuuuuuuuuuuuuu❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@royalstag7489
@royalstag7489 3 жыл бұрын
Lv u zubeen daa 🥰
@durlavmshry1312
@durlavmshry1312 2 жыл бұрын
হাইৰে হাই জুবিনদা🙈 কিনোয়ে তোমাৰ লিলা সুখটো তোমাৰ গান 😇 দুখটো তোমাৰ গান🥲 নহয় মানে কি আছে তোমাৰ কণ্ঠত😌😌 jio man jio 🤩🤩😍💕
@introvert_sanjib
@introvert_sanjib Жыл бұрын
One of the best song of Zubeen Garg ❤ এই গানটো মোৰ favourite‌ হয়।
@dipankarbaruah8161
@dipankarbaruah8161 3 жыл бұрын
আপোনাৰ নিচিনা অসমত দ্বিতীয়টো জন্মিব নোৱাৰে আৰু।।।❤️❤️❤️❤️❤️ always rock zubeen daa....🤘🤘🤘🤘🤘🤘ভগৱান😘
@tigerbriss9015
@tigerbriss9015 3 жыл бұрын
GOD🌺🌺🌺🌺😍😍😍
@manjitdeka3683
@manjitdeka3683 3 жыл бұрын
অদ্বিতীয় জুবিন দা আপুনি আমাৰ ভগৱান🙏🌍
@subhrangshudutta2896
@subhrangshudutta2896 3 жыл бұрын
Bhut val pau dada k
@freaky3660
@freaky3660 3 жыл бұрын
ভগৱান তেওঁ আমাৰ ❤️
@rbgamingff7776
@rbgamingff7776 3 ай бұрын
1:30 1:31 ​@@tigerbriss90151:38
@nayaNBhatta.24
@nayaNBhatta.24 3 жыл бұрын
#জুবিন দাৰ গান মানেই একক, অপূর্ব, ব্যতিক্ৰম, সৃজনশীল......ইত্যাদি। #চিলা গানটোৰ পৰিকল্পনা আৰু কথা ইমানেই সুন্দৰ হৈছে যে তাক প্ৰকাশ কৰিবলৈ ভাষা বিচাৰি পোৱা নাই। Love you #Zubeen bro. God bless you...🙏❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
@uditnath289
@uditnath289 Жыл бұрын
জীৱনৰ এক অনুভূতিৰ নাম জুবিন গাৰ্গ ২০২৩ কোনে কোনে শুনিলা এই গানটো এটা লাইক দি থৈ যাব 🔥❤️😊
@DEBAJIT.PATHAK
@DEBAJIT.PATHAK Жыл бұрын
মই
@rahulphukan903
@rahulphukan903 Жыл бұрын
Moi hodai hunu ru huni thakim ❤❤
@rahulphukan903
@rahulphukan903 Жыл бұрын
Zubeen da tumi ananya ❤️❤️
@zgdebajitpathak815
@zgdebajitpathak815 Жыл бұрын
আছোঁ
@priyachetia5536
@priyachetia5536 Жыл бұрын
Īii
@anuragchetri7
@anuragchetri7 2 жыл бұрын
Zubeen got a magical voice. Though I am nepali but love assamese people and its culture a lot. Guwahati is best place to live in. Freedom place. Jai aai Axom. Long live ASSAM...
@boys285
@boys285 10 ай бұрын
7
@trishnadas3539
@trishnadas3539 2 жыл бұрын
Its impossible for me to dislike any of Zubeen Garg's songs. He is the rockstar of Assam and his voice touches our soul..
@bijoykonwar2307
@bijoykonwar2307 2 жыл бұрын
Really
@rupadebnath1262
@rupadebnath1262 2 жыл бұрын
Hosakoi zubeen is best of best heart touching song bu gai dislike ami sage jibonot koribo nuwarim
@deepjyotidas3416
@deepjyotidas3416 2 жыл бұрын
😅😅😅
@deepjyotidas3416
@deepjyotidas3416 2 жыл бұрын
1
@deepjyotidas3416
@deepjyotidas3416 2 жыл бұрын
Qq
@GameWaveGuru
@GameWaveGuru 3 жыл бұрын
ধন্যবাদ জুবিন মামা, দূৰ্গা পূজাৰ ইমান ধুনীয়া এই উপহাৰটোৰ বাবে। তোমাৰ পৰিয়ালৰ কল্যাণ কামনা কৰিলোঁ মা দূৰ্গাৰ ওচৰত। 😊
@chinmoytamuli7014
@chinmoytamuli7014 3 жыл бұрын
Mjja.
@thawsengphagogoi9860
@thawsengphagogoi9860 3 жыл бұрын
যাৰ গানৰ পৰশতে লোকাই থাকে অনেক অযুত মৰম প্ৰেম ভালপোৱা সুখ দুখ হাঁহি কান্দোন।প্ৰকৃতিক ভাল পোৱা আৰু আনৰ মন জয় কৰিব পৰা এগৰাকী শিল্পী।যাৰ গান এবাৰ দুবাৰ নহয় হাজাৰবাৰ শুনিলেওঁ আমনি নালাগে।সেইগৰাকীয়েই হ'ল আমাৰ সকলোৰে মৰমৰ জুবিন দা।❤️।।।মন যায়।।।❤️
@diluwarstudio1575
@diluwarstudio1575 4 ай бұрын
2024 ot Kune Kune gaan too huni asa.. ata like kori di jaba
@chinmoydx
@chinmoydx 4 ай бұрын
Moi moi 😁
@Boys_Assam_ArRa
@Boys_Assam_ArRa 4 ай бұрын
03-04-2024 ( 1:00 PM)
@user-xc7uv5eh1n
@user-xc7uv5eh1n 2 ай бұрын
2 jun 2024
@wt._sahilzz7
@wt._sahilzz7 2 жыл бұрын
From USA ( United States of Assam ) love you zubeen da
@pragyankiransarma2782
@pragyankiransarma2782 Жыл бұрын
Nice one
@emotionassam16
@emotionassam16 Жыл бұрын
​😊
@tanbhiborsaikia1778
@tanbhiborsaikia1778 Жыл бұрын
❤❤❤❤❤
@mojamilhoque2681
@mojamilhoque2681 Жыл бұрын
😂😂😂😂😂
@Educare_K
@Educare_K 9 ай бұрын
We are from black tea
@Dipankaar_56
@Dipankaar_56 3 жыл бұрын
"মন যায়" "মায়াবিনি" আৰু "চিলা" অসমীয়া সংগীত জগতৰ ইতিহাসত সৃষ্টি হোৱা সৰ্বকালৰ শ্ৰেষ্ঠ প্ৰথম পাঁচটা গানৰ ভিতৰত অন্যতম গান হিচাপে জিলিকি ৰব .... জুবিন দা আপুনি একক আৰু অনন্য 💕❤️💕
@bithikalahan4985
@bithikalahan4985 3 жыл бұрын
সুন্দৰ কথা কৈছা ❤️❤️🌹
@krishtinakalita9415
@krishtinakalita9415 3 жыл бұрын
সঁচা অৰ্থত জুবিন দা সদায় অনন্য , ঠিকেই কৈছা 😊😊
@maineborah7695
@maineborah7695 3 жыл бұрын
আটাইকেইটা মোৰ favorite
@Dipankaar_56
@Dipankaar_56 3 жыл бұрын
@@bithikalahan4985 thanks 😊
@trishnadevi358
@trishnadevi358 3 жыл бұрын
😳
@nayanjyotisaharia7420
@nayanjyotisaharia7420 3 жыл бұрын
সুধাকন্ঠ ডঃ ভূপেন হাজৰিকাৰ পিছতে মোৰ আটাইতকৈ Fav মানুহ জুৱিন দা । সৰুৰ পৰাই তেওঁৰ গীত শুনি শুনিয়ে ডাঙৰ হৈছো
@rupohimon2487
@rupohimon2487 3 жыл бұрын
Plz এবাৰ চাবা চোন Nayanjyoti kzbin.info/www/bejne/m2G7lqN4hJKpirs
@mdh0445
@mdh0445 3 жыл бұрын
Super zbn
@Debabrai
@Debabrai 9 ай бұрын
😊😊
@manojvlogs1492
@manojvlogs1492 2 жыл бұрын
I'm nepali but i love to listen Assamese song. Zubeen Da One of the best singer in world. His voice outstanding and Fabolous.
@riyanpallabk01_
@riyanpallabk01_ 2 жыл бұрын
When I fell very nervous then I hear this song. This is not only a song but also motivation for me. কিছুমান শব্দ যেনে "ডাৱৰে পোহৰে উৰি ফুৰা চিলা" আদি শব্দই যেন হৃদয় চুই যায় লগতে গীতটি আৰু সুন্দৰ হৈ উঠে জুবিন দাৰ মধুৰ কন্ঠত ।
@babamohan6544
@babamohan6544 Жыл бұрын
L lol
@Sonj7Gour
@Sonj7Gour 6 ай бұрын
77
@rupathakuria9903
@rupathakuria9903 3 жыл бұрын
উস!!ইমান জাদু আছে এই কণ্ঠত। হিয়াৰ কোহে কোহে সোমাই যায় প্ৰতিটো শব্দ।‌হেজাৰ বাৰ শুনিলেও আৰু শুনিব মন যায়।❤️❤️❤️❤️।
@rupohimon2487
@rupohimon2487 3 жыл бұрын
Plz এবাৰ চাবা চোন Rupa kzbin.info/www/bejne/m2G7lqN4hJKpirs
@ajaysarosh4878
@ajaysarosh4878 3 жыл бұрын
.
@pronamikasaikia3140
@pronamikasaikia3140 2 жыл бұрын
হয় দে😇😇😇
@kasturiborthakur9783
@kasturiborthakur9783 3 жыл бұрын
চিলা...এটি খুব ধুনীয়া মৰমলগা মৰমৰ গান। শুনি আছো দুদিন ধৰি আমনি লগা নাই। অন্য মৰম ভালপোৱাৰ গানবোৰত প্ৰায়ে নিজৰ প্ৰিয়জনক জোন, বেলি,তৰা, আকাশ, সাগৰ,নদী, প্ৰকৃতি আদিৰ সৈতে তুলনা কৰি অন্তৰৰ প্ৰেম প্ৰকাশ কৰা হয়। কিন্তু চিলা গানটো এইখিনিতে ব্যতিক্ৰম। ইয়াত প্ৰিয়জনক নহয় নিজেই নিজক এক বেলেগ ৰূপত কল্পনা কৰি প্ৰিয়জনৰ সন্মুখত মৰম আকলুৱা ৰূপ তুলি ধৰিছে। ইয়াত মানুহজন মানুহ হৈ থকা নাই... হৈ পৰিছে এখন চিলা। নিজকে চিলাৰ ৰূপ দি খুব কোমলকৈ মৰমৰ গভীৰতা প্ৰকাশ কৰা হৈছে। মনপৰশা গানটোৰ বিশেষ দুটা লাইনে বিশেষকৈ মোৰ অন্তৰ চুই গ'ল। "চিলনীৰ জাক উৰে ময়ো তাকে খেদি যাওঁ সূতা কাটি গ'লেও তোৰেই ঘৰ পাওঁ" আৰু আনটো হ'ল "সদায় উৰিবলে মন যায় আকাশ ভেদি ভেদি মোৰ চিগি হ'লেও পৰিম আঁচলতে তোৰ" চিলা এখনৰ সূতা কাটি যোৱা, চিগি যোৱা মানেই চিলাখনৰ মৃত্যু আৰু সেই মৃত্যু পৰ্যন্ত আপোনজনৰ লগ এৰিব নিবিচৰা আশাৰ কথা গানটোৰ এই শাৰীকেইটাত বৰ গভীৰকৈ প্ৰতিফলিত হৈছে। গানটো শুনি শুনি তাকে ভাবিছো মানুহ কিমান বেছি অনুভূতিপ্ৰৱণ, কিমান বেছি কল্পনাপ্ৰৱণ হ'লে এনে গীত ৰচিব পাৰে! নিজকে চিলা সাজিব পাৰে ! এইবোৰ নিচা লগা গান.... যিমানেই শুনা হয় সিমানেই বেছি ভাল লাগি লাগি গৈ থাকে। জুবিন দাৰ বহু গানত আগতেও সেই কথা প্ৰমাণ পাইছো। মানুহজনে ইমান অসুস্থতাৰ অন্তত পুনৰ গানৰ পৃথিৱীত ৰং ছটিয়াইছে, চিলা হৈ উৰিছে, ইয়াতকৈ ভাললগা কথা আৰু একো হ'ব নোৱাৰে। তেওঁৰ গান 'ডাৱৰে-পোহৰে' উৰি থাকক
@missionmedico1155
@missionmedico1155 3 жыл бұрын
Tq ❤❤❤
@pikusaikiacoversong1606
@pikusaikiacoversong1606 3 жыл бұрын
Right 🥰
@rajudas4428
@rajudas4428 3 жыл бұрын
থিকেই কৈছে আপুনি।
@Santul_12
@Santul_12 3 жыл бұрын
Exactly
@bitoponbora965
@bitoponbora965 3 жыл бұрын
I skipped the whole text & just gave one like 🙏
@rittickdas175
@rittickdas175 2 жыл бұрын
When you play zubeen da song.. Not only u get the mental peace listening to his song but also the entire neighbors feel the same thing... He has a voice of nature.....
@Dhrubajyotida143
@Dhrubajyotida143 Ай бұрын
2024 KON KON DEKH RAHA HAI
@narendradas1261
@narendradas1261 7 күн бұрын
Me
@nilakshigoswami8919
@nilakshigoswami8919 3 жыл бұрын
চিলা আৰু চিলনীৰ প্ৰসংগ সুন্দৰকৈ উপস্থাপিত হৈছে গীতটোত.. ধন্যবাদ জুবিন দা সুন্দৰ গীত উপহাৰ দিয়া বাবে...
@DiprajTube
@DiprajTube 3 жыл бұрын
চিলা গীতটিৰ লগতে ভিডিঅ কাহিনী কিমান সুন্দৰ উপচ-স্থাপন নিজৰ ভাষাৰে বুজাব নোৱাৰা এক কাহিনী। আই লভ ইউ জুবিন দা। ইমান সুন্দৰ গীত ইমান সুন্দৰ ভিডিঅ কাহিনী আমাক উপহাৰ দিয়াৰ বাবে জুবিন দাৰ বাবে এটা লাইক
@priyajitreangbscprag
@priyajitreangbscprag Жыл бұрын
Zubin Da, is not only a singer of Assam but a pride of Assamese and Assam people. I witness this when i was in Guwahati. lots of love from Tripuri community to Assam❤
@kongkonborah7693
@kongkonborah7693 2 жыл бұрын
लव यू जुबीन दा। वह व्यक्ति जो असमिया संगीत, संस्कृति का संस्थान है। दयालु, असम के दिल की धड़कन, भारतीय जीवित किंवदंती❤
@jharnakalita7638
@jharnakalita7638 3 жыл бұрын
শব্দৰ শীৰ্ষত জুবিন গাৰ্গ ।সুৰৰ শীৰ্ষত জুবিন গাৰ্গ ।।আপুনি অসমৰ সেইটো চিলা, যিটো প্ৰতিজন অসমীয়াই চিন্তা কৰে।।। আপোনাৰ সুৰ , কন্ঠৰ দাবি ৰজা ঘৰাই ভয় কৰা নাম।। হৃদয়ৰ নতুন প্ৰেমৰ গান আপুনি ।💙💚💙
@monujgogoi6441
@monujgogoi6441 3 жыл бұрын
Akebarei hasa katha. Heibabei zubeen dar gan bur anatkoi hadai pithak hoi.
@biswajyotibora3502
@biswajyotibora3502 3 жыл бұрын
Right
@user-rt5th9fr8n
@user-rt5th9fr8n 3 жыл бұрын
Uum sosa koise 💓💓💓💓
@idulali2654
@idulali2654 3 жыл бұрын
@@monujgogoi6441 p
@reetadas5754
@reetadas5754 3 жыл бұрын
O
@Ruwat19
@Ruwat19 3 жыл бұрын
যোৱা কালি গানতো ৰিলিছ হোৱাৰ পাছৰে পৰা আজিলৈকে এটা গানকে শুনি আছো থতাপিও শুনি মন ভৰা নাই।Love you Zubeen দা ইমান সোন্দৰ গীত এটি আমাক উপহাৰ দিয়া বাবে।😘👍, যই জুবিন দা✊
@hariprasad9123
@hariprasad9123 3 жыл бұрын
বহুত দিনৰ মুৰত এনেকুৱা এটা গান উপহাৰ দিয়াৰ বাবে জুবিন দাদালৈ বহুত বহুত ধন্যবাদ |তুলনাবিহীন ভাষাৰে বুজাব নোৱাৰা প্ৰতিভা কণ্ঠ |জয় জুবিন দা |
@srimantadeka831
@srimantadeka831 3 жыл бұрын
Moiu
@bhaswatideka9697
@bhaswatideka9697 3 жыл бұрын
😘😘🥰🥰🥰😘🥰🥰😘🥰🥰
@roktimboruah402
@roktimboruah402 3 жыл бұрын
100bar man xunilu etialoike love u zubeen da🙏💓💓💓
@dhunmanideka2174
@dhunmanideka2174 3 жыл бұрын
ভিডিঅ'টো চাওক হে kzbin.info/www/bejne/eIXGiopnjrdreck kzbin.info/www/bejne/eIXGiopnjrdreck
@rajatboro1574
@rajatboro1574 11 ай бұрын
Kun kun zubeen daar karone jibon 1 din daan koribo??? Moi kin2 dim...zubeen da heart Hoi love u daa...
@a2z504
@a2z504 2 жыл бұрын
The man with a rare and sweetest voice...
@shimadevi2305
@shimadevi2305 3 жыл бұрын
জুবিন দা তোমাৰ গান শুনি বহুত বহুত ভাল পাওঁ ♥♥♥... কেতিয়াও আমনি নালাগে 💕💕💕💕
@pankajgogoi3925
@pankajgogoi3925 3 жыл бұрын
বৰষাৰে এই গুণ গুণ ৰুণুক ঝুনুক সুমধুৰ উৰিব নোৱাৰো বৰ কামোৰ🖤
@hrishikeshrajkhowa9112
@hrishikeshrajkhowa9112 3 жыл бұрын
best line
@niazchoudhury6842
@niazchoudhury6842 3 жыл бұрын
Nice
@jitendarsatramwar1763
@jitendarsatramwar1763 2 жыл бұрын
I am basically from north lakhimpur.. I know what's the power of in zubeen da voice.. just impact on heart..😘😘 love u zubeen da..
@riyaekkeriya252
@riyaekkeriya252 Жыл бұрын
Everytime i hear this song i feel like i am on air... So relaxing voice.... Like a cool breeze... Mind refreshing song... Luv u zubin dah.... Perfect💯 and perfect💯
@krishnakantalahon6167
@krishnakantalahon6167 3 жыл бұрын
জুবিন দাৰ প্ৰায় ২ বছৰীয়া পৰিকল্পনা 'চিলা' ৰ কাৰণে বহু দিনৰ পৰা অপেক্ষা কৰি আছিলো 😍😍আজি আমাক এই উপহাৰ দিলে...কি ধুনীয়া কণ্ঠ, মন পৰশা গীত 😍🔥🔥শুনিলে শুনি থাকিব মন যায় এনেকুৱা গানবোৰ...জুবিন দাৰ কাৰণে এটা লাইক প্লিজ 🙏🙏...জয় জুবিন দা, লভ ইউ জুবিন দা 😍😘😘সুখতো আপোনাৰ গান, দুখতো কেৱল আপোনাৰে গান দাদা... 😍🥰😘😘
@phenomenaltanu3496
@phenomenaltanu3496 3 жыл бұрын
Jai Zubeen daa ❤
@krishnakantalahon6167
@krishnakantalahon6167 3 жыл бұрын
@@phenomenaltanu3496 জয় হৌ🥰❤❤💪
@bristisaikia2094
@bristisaikia2094 3 жыл бұрын
প্ৰত‍্যেকতোৰ দৰে জুবিন দাৰ এইটো গীতো সংগীত জগতলৈ এক বহুমূলীয়া অৱদান... #চিলা❣️
@krishnakantalahon6167
@krishnakantalahon6167 3 жыл бұрын
@@bristisaikia2094 অহ হয় দিয়া 🥰❤❤জুবিন দাৰ গানে হৃদয়খনত বাৰুকৈয়ে চুই যায় ঔ...সদায় প্ৰিয় হৈ থাকক ❤
@dibyalahon3728
@dibyalahon3728 3 жыл бұрын
👍❤️❤️
@alimuliassam6405
@alimuliassam6405 3 жыл бұрын
জুবিন দা অন্যতম....সঁচাকৈ জন্ম হোৱাৰ দিনৰ পৰাই আজিলৈ বহুত সংগীত শুনিলোঁ,আধুনিকতাৰ মাজত সকলো সোমাই পৰিছে,যেতিয়া পৰা সংগীত শুনিব আৰু তাৰ মাজত থকা অন্তৰ্নিহিত অৰ্থ আৰু ভাব-ভঙ্গীমা উপলদ্ধি কৰিব চেষ্টা কৰিছোঁ,কিন্তু আগলৈ বহুত বহুত সংগীত শুনিলোঁ কিন্তু আমাৰ জুবিন দাৰ প্ৰতিটো গীততেই কিবা এটা অন্যতম সোৱাদ হয়তো মানৱীয়তা,প্ৰেম,মহানুভৱতাকে আদি কৰি নিৰিবলি মনৰ ছাঁত নিজকে উপলব্ধি কৰোৱাৰ চেষ্টা কৰোৱাই..শৰতৰ সন্ধ্যা সুগন্ধি সিঁচি এই "চিলা" খনেই আমাৰ মাজত জীৱনৰ ফাকুত ৰহণ তুলি এক সোণালী পৃষ্ঠা ৰচনা কৰিছে......অনাদি,সকলোৰে সুস্থতা কামনা কৰিলোঁ, জুবিনা দা ৰ গীতৰ তালিকা আৰু অৰ্থৰ প্ৰচুৰ্য্যৰ বহল ব্যাখ্যা দিয়াৰ ক্ষুদ্ৰ মতিও মোৰ নাই,জুবিন দা সদায় আমাৰ ❤.....ভাগৰুৱা আত্মাৰ শান্তি দিয়া এটি প্ৰতীক হৈ থাকিব❤❤❤❤❤❤❤❤❤❤❤❤
@athenstanti3793
@athenstanti3793 3 жыл бұрын
Lll
@athenstanti3793
@athenstanti3793 3 жыл бұрын
T
@nabadeepbhat9436
@nabadeepbhat9436 3 жыл бұрын
লিখনি খিনি বৰ প্ৰাঞ্জল হৈছে।ভাষা জ্ঞান বৰ সুন্দৰ।
@alimuliassam6405
@alimuliassam6405 3 жыл бұрын
@@nabadeepbhat9436 ধন্যবাদ দেই,লিখিবলৈ যত্ন কৰিছো ..,.
@raykailash84
@raykailash84 2 жыл бұрын
I request personally to Zubeen da to make a song in respect of Martyrdom Soldiers of Assam. Also request to suit the video graphy in Ladakh for their loving memory
@prosenjeetdas1071
@prosenjeetdas1071 Жыл бұрын
another brilliant song and a brilliant concept..
@gitanjalikalita7125
@gitanjalikalita7125 3 жыл бұрын
জুবিন দা আপোনাৰ গানৰ‌ অনুভৱেই সুকীয়া,,তাতে আকৌ‌ চিলাৰ অনুভৱ,❤️❤️ufffff❤️❤️❤️কবলৈ ভাষা নাই🔥🔥🔥
@jaanbordoloi3806
@jaanbordoloi3806 3 жыл бұрын
সেই নবৈ্ব দশকৰ জুবিন দাৰ মিঠা সুবাস কন্ঠ, আজি আকৌ এবাৰ শুনিবলৈ পালোঁ। গাৱঁৰ ল'ৰা হিচাপে এই গীতটোৱে হৃদয়ত সাজত বহাই গ'ল! জুবিন দাক ভাল পোৱা বোৰে নিশ্চয় এটা লাইক কমেন্ট দি যাব।
@lisandeka4627
@lisandeka4627 3 жыл бұрын
Joi zubeen daa
@liza_231
@liza_231 3 жыл бұрын
Joi Jubeen Dada
@dhanjitrajbongshi4998
@dhanjitrajbongshi4998 3 жыл бұрын
@@lisandeka4627 N
@dhanjitrajbongshi4998
@dhanjitrajbongshi4998 3 жыл бұрын
@Babita Das l
@dhanjitrajbongshi4998
@dhanjitrajbongshi4998 3 жыл бұрын
@Babita Das j
@indrabora13
@indrabora13 2 жыл бұрын
Zubeen Daa means a emotion😌♥️
@arrushisuvamchamua1411
@arrushisuvamchamua1411 29 күн бұрын
Assamese, Nagar t😢
@hewalidad8047
@hewalidad8047 2 жыл бұрын
মৰমৰ জুবিন দাৰ বাবে please এটা like 🥰🥰❤❤
@bora9962
@bora9962 3 жыл бұрын
শিল্পী তুমি মহান । আমাৰ মৰমৰ জুবিন দা।🤗
@sangitaborah5519
@sangitaborah5519 3 жыл бұрын
গানটো শুনি আমনি লগা নাই শুনিয়েই আছোঁ 30 বাৰ মান শুনিলো এতিয়ালৈকে। খুব সুন্দৰ হৈছে দাদা ❣️❣️❣️❣️❣️❣️❣️❣️
@thanksdas1056
@thanksdas1056 3 жыл бұрын
অইঈজধ
@thanksdas1056
@thanksdas1056 3 жыл бұрын
অঈঘধঝস
@thanksdas1056
@thanksdas1056 3 жыл бұрын
আকেজ
@user-vb5wm1cf2f
@user-vb5wm1cf2f 5 ай бұрын
Joi zubben da ❤️...... love you ❤...... 2024 tt kuna hunisa ....
@mamonipegu5427
@mamonipegu5427 2 жыл бұрын
How peaceful this song is. Love you a lot Zubeen Da
@dikuahmed7474
@dikuahmed7474 3 жыл бұрын
*_মনৰ মানুহ জুবিন দা, জুবিন দাক ওচৰৰ পৰা বহুবাৰ দেখিছো, কিন্তু দাদাক চুই চাবলে মন যায়, কেতিয়াবা যদি এইকন ভাগ্য হয় বহুত দিনৰ আশা এটা পুৰন হব। মনৰ মানুহজন ভালে থাকক সদায়, জুবিন দা আপুনি বিশ্বাস কৰা বা নকৰা মই নাজানো আপোনাৰ কথা কোনোবাই বেয়াকৈ কলে তাৰ বা তাইৰ লগত কাজিয়া লাগি যাবলে মন যায়, আপুনি ভালে থাকক, জয় জুবিন দা জয় চিলা, জয় আই অসম_* ❤❤
@dhriman7773
@dhriman7773 3 жыл бұрын
We are die hard fans of ZUBEEN daar, Jio oi zubeen daa 😘😘😘😘😘
@hiyachoudhury1597
@hiyachoudhury1597 3 жыл бұрын
Apunai kuwa kotha khini moi o akei . Akdom mil Ase Zubeen da akbar lg pali jam adin kharghuli loi 😍
@rumpiroy5176
@rumpiroy5176 3 жыл бұрын
Love you Zubeen daa
@himanshuborah6615
@himanshuborah6615 3 жыл бұрын
সচাই দাদা
@bikikumar8698
@bikikumar8698 3 жыл бұрын
Oi kukuror puwali sup thak 😆🤣khali kajiya koribo aha. Tur nunu tu kati dim moi.
@kangkanahazarikabarman
@kangkanahazarikabarman 3 жыл бұрын
যেতিয়াৰ পৰা গান শুনা আৰম্ভ কৰিছিলোঁ তেতিয়াৰ পৰা আজিলৈকে আপোনাৰ গান প্ৰিয় ❤️ প্ৰতিটো গান ইমান সৰল আৰু জীৱনৰ লগত জড়িত , খাপ খায় পৰে সকলোৰে লগত 😊 শুনি থাকিলেও হেঁপাহ নপলায় । ৰাতি শোৱাৰ আগত আপোনাৰ গানে মোক ঔষধৰ কাম কৰে ❤️😍
@kamalcreations6681
@kamalcreations6681 3 жыл бұрын
Ekmot 🙏❣️
@rupohimon2487
@rupohimon2487 3 жыл бұрын
Plz এবাৰ চাবা চোন Kangkana kzbin.info/www/bejne/m2G7lqN4hJKpirs
@dhirajdeka4840
@dhirajdeka4840 Жыл бұрын
Thank you zubeen daa you introduced childhood life
@ramagopalraokomaravolu7798
@ramagopalraokomaravolu7798 Жыл бұрын
I am from Chennai . I do not know the meaning of the song . But I enjoyed the song , which is very melodious .
@jahnusaikia9000
@jahnusaikia9000 3 жыл бұрын
জুবিনদা আমাৰ আবেগ৷ শৈশৱত, ল’ৰালিত আৰু বৰ্তমানেও জুবিনদাৰ গীতবোৰে বাৰুকৈয়ে চুই যাই৷ ধন্যবাদ ইমান সুন্দৰ সুন্দৰ গীতবোৰ আমাক উপহাৰস্ৱৰূপে দিয়াৰ বাবে৷
@deepjyotimedhi5721
@deepjyotimedhi5721 3 жыл бұрын
গানটো মুক্তি দিয়া সময়ৰ পৰা এতিয়ালৈ এইটো গানেই শুনি আছো। জয় জুবিন দা❤️❤️❤️
@ajitmahatoo491
@ajitmahatoo491 7 ай бұрын
How Peace full this song❤
@kristelaharmony5002
@kristelaharmony5002 Жыл бұрын
zubeen da's aesthetic and nostalgic voice. ... and also this MV has a very good narrative 👏 👌 👍 💙 🙌 ❤️
@nirupamcreation5178
@nirupamcreation5178 3 жыл бұрын
আশাৰে ৰৈ আছিলো 'চিলা' শীৰ্ষক এলবামটোৰ বাবে ।।জয় জুবিন দা💖💖💖
@REASONOFFACTS
@REASONOFFACTS 3 жыл бұрын
Hi neel da i like u
@intrvrt5
@intrvrt5 3 жыл бұрын
চিলা চিলা চিলা মই তোৰ আকাশৰে উৰি উৰি ফুৰো মই ডাৱৰে পোহৰে.... 🦅 চিলা চিলা চিলা মই তোৰ আকাশৰে ঘূৰি ঘূৰি ফুৰো মই মনৰ আশে পাশে.... 🦅 চিলনীৰ জাক উৰে ময়ো তাকে খেদি যাও সুতা কাটি গ'লেও তোৰেই ঘৰ পাও....❤️❤️❤️❤️. 🪁 ।।fell in Love with SILAA...❤️❤️
@jesminbegum1416
@jesminbegum1416 Жыл бұрын
সদায় উৰিবলে মন যায়,,, আকাশ ভেদি ভেডি মোৰ,, ছিগি হলেও পৰিম আচলতে তোৰ। এইখিনি lyrics বাৰে বাৰে শুনি থাকিব মন যায় । Love'you zubben da .
@babulpatel6283
@babulpatel6283 2 жыл бұрын
I am Rahul , from As40,,,, In our hostel mobile is not allowed, still I take mobile from our hostel security only for Zubeen da's song❤️❤️
@gamerskavilla9552
@gamerskavilla9552 2 жыл бұрын
😅me too bro
@mithisarboro7478
@mithisarboro7478 2 жыл бұрын
@@gamerskavilla9552 me too bro
@tikusarmah1910
@tikusarmah1910 2 жыл бұрын
@@gamerskavilla9552 😯😯😐😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄
@Mannan910
@Mannan910 3 жыл бұрын
আপোনাক ভগৱানে হাজাৰ বছৰ জীয়াই ৰাখক ।আপোনাৰ অবিহনে অসম আধৰুৱা।।অসমৰ ৰজা হৈ।।😍😍জুবীন দাক ভাল পোৱা বোৰে এটা এটা like কৰি যোৱা।।যাতে সকলোৰে মৰমৰ দাদা জন সদায় আমাৰ মাজত থাকে হিয়াৰ আমঠু হৈ।।।
@mithunpanging7167
@mithunpanging7167 3 жыл бұрын
👍👍🇮🇳🇮🇳🌈🌈
@insaneaxrockyt3330
@insaneaxrockyt3330 3 жыл бұрын
@@mithunpanging7167 ppp
@tinadas1921
@tinadas1921 3 жыл бұрын
Yes
@nipadeka7847
@nipadeka7847 3 жыл бұрын
I love this song.l u jubin da
@gubinbordoloi5666
@gubinbordoloi5666 3 жыл бұрын
Good ❤️❤️❤️
@dph1561
@dph1561 3 жыл бұрын
1992 সেই জুবিন দাক আমি চাগে কেতিয়াও নাপাম বুলি ভাবিছিলো, কিন্তু সেইটো চিলাই প্ৰমাণ দি দিলে , জুবিন দা এতিয়াও সেই তাহানিৰ জুবিনে হৈ আছে❤️
@rittickdas175
@rittickdas175 2 жыл бұрын
Zubeen da voice is next to peace of mind... Heart of Assamese Voice..
@remixerworld498
@remixerworld498 2 жыл бұрын
Zubeen দা আপোনাৰ এই গানটো সানিলে দুখ লাগি যাই। 😭😭😭
@seemaboruah5406
@seemaboruah5406 Жыл бұрын
Zubeen da mane ki kom apunak eman dhuniya geet so sweet Zubeen da
@kristinakalita8966
@kristinakalita8966 3 жыл бұрын
*বহু দিনৰ অপেক্ষাৰ অন্তত মৰমৰ দাদাৰ এলবাম "চিলা"ই💚আজি মুক্ত আকাশত উৰিবলৈ পালে❤️গীতৰ কথা সুৰ খুব সুন্দৰ দাদা💜কণ্ঠৰ কথাটো শব্দৰে বা ভাষাৰে প্ৰকাশ কৰিব নোৱাৰিম এ😊 অতুলনীয় কণ্ঠৰ অধিকাৰী দাদা আপুনি আমাৰ অসমীয়া সংগীত জগতৰ নক্ষত্ৰ হয়💚আপোনাৰ কণ্ঠত আকৌ আগৰ সেই চিৰসেউজ গান বোৰ ঘূৰাই পোৱা যেন লাগিছে* 🌼💜শেষত *জয় জুবিন দা* ❤️😘 লাভ ইউ দাদা😘 চিলা চিলা চিলা মই তোৰ অকাশৰে উৰি উৰি ফুৰো মই ডাৱৰে পোহৰে🪁💜
@jantidas4739
@jantidas4739 Жыл бұрын
Qqqeerttyuoopp
@user-rf5vx8qr7s
@user-rf5vx8qr7s 3 жыл бұрын
জুবিন দা আপোনাৰ অনুৰাগীৰ মাজত মই নগন্য,,, আপোনাৰ প্ৰতিটো গানে আলোড়ন তোলে হৃদয়ৰ একোণত। আপুনি প্ৰতিজন নৱীনৰ হৃদয়ত চিৰপ্ৰৱাহমান।মোৰ বাবে আপুনি সঁচাকৈয়ে এক অনন্য সত্তা।😍🤩🥰🥰🥰❤❤❤❤
@rachelyt5454
@rachelyt5454 11 ай бұрын
Im from Arunachal Pradesh 💗😘 N i love jubin very much....he is amazing 😍
@DinakMarak
@DinakMarak 4 ай бұрын
Zubin is the only one who touch my heart
@amarkalita7054
@amarkalita7054 3 жыл бұрын
সূতা কাটি গলেও তোৰেই ঘৰ পাওঁ ❤চিলা💕বহু দিনৰ অপেক্ষাৰ পিছত ❤❤love you BossZG❤
@BrahmaputraDevotional
@BrahmaputraDevotional 3 жыл бұрын
Really The King(Tiger) is back. If you agree with our comment, Give a like for all ZG or Zubeenian ...
@kaustovmoninath1221
@kaustovmoninath1221 3 жыл бұрын
Love You Zg #Silaa
@kangkanabharali4427
@kangkanabharali4427 3 жыл бұрын
#Silaa #ZubeenGarg #EyeCreation #ঘাতিয়াম_বাতিয়াম_KZbinr
@umiborah2381
@umiborah2381 19 күн бұрын
Who watching in 2024😅😅😅
@bishwanathbarman5004
@bishwanathbarman5004 Жыл бұрын
Zubeen da is our emotions 💖
@biswajitsonowal9754
@biswajitsonowal9754 3 жыл бұрын
অতি অপেক্ষাৰ অন্তত আমাৰ অতিকৈ মৰমৰ জুবিন দাৰ " চিলা" শীষক গীতটি আজি আমাৰ মাজত।। love you zubeen daa🥰🥰🥰
@binisvibes8291
@binisvibes8291 3 жыл бұрын
কাণ দুখন শাত পৰি গ'ল বহু দিনৰ মূৰত । লখিমপুৰৰ গৌৰৱ নীলিম মহন্তক দেখি খুউব ভাল লাগিল । যিজনে লখিমপুৰৰ বাইপাচৰ ৱালত অংকন কৰিছিল "মন যায়"বিখ্যাত জুবিন গাৰ্গৰ পেইন্টিক খন ।
@DIGANTAMORANG
@DIGANTAMORANG 3 жыл бұрын
Moio dekhisu MON JAI.
@chinmoytalukdar1714
@chinmoytalukdar1714 3 жыл бұрын
Awsome. Bhut bhl lgil aru jijon lora tekhtr hondujoya upovug kori nothoi anandita lora jon tekhet lakhimpuror buli gom pau dekhisu bhl lagil zubeen daa amr ajon anuperona hokulure babe
@gaganjyotidas7927
@gaganjyotidas7927 3 жыл бұрын
It's graffiti bro...
@dhunmanideka2174
@dhunmanideka2174 3 жыл бұрын
ভিডিঅ'টো চাওক হে kzbin.info/www/bejne/eIXGiopnjrdreck kzbin.info/www/bejne/eIXGiopnjrdreck
@binisvibes8291
@binisvibes8291 3 жыл бұрын
@@dhunmanideka2174 নিশ্চয় চাম ডিম্পু । তোমাৰ ভিডিঅ'বোৰ আমাৰ খুউব প্ৰিয়…লখিমপুৰলৈ নিমন্ত্ৰণ দিলো তোমাক ।
@sumitradebi1298
@sumitradebi1298 2 жыл бұрын
Such a Beautiful son ,eto sumodhur kontho ,sange darod. ,bar bar huniboloi mon jayy
@Sasuke-g7i
@Sasuke-g7i 2 жыл бұрын
A message to Future Generation don't let this song die ♡
@AH04786ComedyVlogs
@AH04786ComedyVlogs Жыл бұрын
Nice copy paste 😂😂😂
@amalsarma4005
@amalsarma4005 Жыл бұрын
😅😢🎉❤
@AK_comedy215
@AK_comedy215 4 ай бұрын
Right bro😢😢😢😊😊
@bharatinath3167
@bharatinath3167 3 жыл бұрын
চিলাই সচাকৈয়ে উৰুৱাই লৈ গৈছে।দূৰ দুৰনিলৈ ।সচােক কবলৈ ভাষা নাই। ভগবানে সদায় এনেদৰে ভালে কুখলে ৰাখে যেন তাকে প্ৰাৰ্থনা কৰিছো জয় জুবিন দা ধন্যবাদ।
@chaitanyapande5324
@chaitanyapande5324 3 жыл бұрын
How are you Ms Bharti
@pragyantutorial
@pragyantutorial 3 жыл бұрын
kzbin.info/www/bejne/sIGvf2mijd6SmNk Nice poem of নৱকান্ত বৰুৱা
@roushansonakalandi6194
@roushansonakalandi6194 3 жыл бұрын
Yes
@manojkaiborta1744
@manojkaiborta1744 3 жыл бұрын
দে মন জুৰ পৰি যোৱা গান বহুত ভাল লাগিল দে
@sunny.robin.mach.achargee9045
@sunny.robin.mach.achargee9045 3 жыл бұрын
Robin I Love
@BKLBOYS54
@BKLBOYS54 3 жыл бұрын
বৰষাৰে এই গুন গুন ৰুনুক জুনুক সুমধুৰ উৰিব নোৱাৰে বৰ কামোৰ … ❤❤😍 জুবিন দা 😍❤❤ অপেক্ষা মাথোঁ কিছু মূহুৰ্ত্য জুবিন দাৰ চিলা আকাশত উৰিবলৈ । আমিয়ো ৰৈ আছো সেই সুন্দৰ ক্ষণলৈ ❤❤❤❤😍😍🔥🔥😍😍❤❤❤
@diptalukdar528
@diptalukdar528 2 жыл бұрын
Jai zubeen da 🔥❤️
@fearless___gaming64
@fearless___gaming64 Жыл бұрын
Zubeen da attitude gona kill me one day I just wish he could live more then my life
@amarjyotiborah3256
@amarjyotiborah3256 3 жыл бұрын
ইমান ধুনীয়া এটা গানত dislike দিয়া নমুনা কেইটা কত জীয়াই আছে বাৰু কোন গ্ৰহৰ পৰা আহিছে বা গোবৰৰ মাথাটুলৈ । ৰো গানটো চোৱা সকলোৱে like এটা কৰি যাব পাৰে চাগে । পইচা দিব নালাগে নহয় । জুবিন দাৰ জয় মানে অনুৰাগী জয়😍😍 জুবিন দা নহয় মাথোঁ এটা নাম ই অসমীয়াৰ আৱেগ ৰো স্বাভিমানৰ এক অফুৰন্ত ভাণ্ডাৰ । lv u zubeen da ।
@krishnaray1905
@krishnaray1905 3 жыл бұрын
Take
@pritishikhakonwar9056
@pritishikhakonwar9056 3 жыл бұрын
Hoi dei
@amarjyotiborah3256
@amarjyotiborah3256 3 жыл бұрын
Sila sila sila moi... Moi mukto moi zg lover 🤘
@akkivinter5122
@akkivinter5122 3 жыл бұрын
Moi dislike korisu, karon video tu botola hoise. Sidha kotha!
@d.k.entertainment7584
@d.k.entertainment7584 3 жыл бұрын
@@akkivinter5122 mokkel g toi eta🙂
@MusicBeats_
@MusicBeats_ 3 жыл бұрын
*গৌৰৱৰ কথা এয়ে যে কমেন্ট বক্স ত গৰিষ্ঠ সংখ্যকে অসমীয়া ত কমেন্ট কৰিছে। জয় জুবিন দা। আপোনাৰ গানৰ নিভাঁজ সুৰে আমাৰ হৃদয় জুৰ পেলাই দিয়ে* ❤
@anukulbora5482
@anukulbora5482 3 жыл бұрын
হয় দাদা ❤️
@ankurdutta8483
@ankurdutta8483 3 жыл бұрын
Mojja koisa
@jyotistune3545
@jyotistune3545 3 жыл бұрын
kzbin.info/www/bejne/lWGUqGyvqrWIhsU..
@jagadeephazarika6977
@jagadeephazarika6977 3 жыл бұрын
@@ankurdutta8483 to y lovekno lol the toour
@jagadeephazarika6977
@jagadeephazarika6977 3 жыл бұрын
@@ankurdutta8483picture u like let
@CristianoRonaldo-yy8uk
@CristianoRonaldo-yy8uk 3 ай бұрын
জুবিনদাৰ এই গানটো কিমানবাৰ শুনিছোঁ তাৰ লেখ নাই ৷ তথাপিও দেখোন হেপাঁহ নপলায় ৷ অতি সুন্দৰ প্ৰকাশ আৰু গায়নশৈলী ৷
@simantakumarnathsimanta9691
@simantakumarnathsimanta9691 Жыл бұрын
Xorute u Zubin da gaan khunisilu ,atia u khuni thaku aru burha holeu Zubin da r gaan khunim..love you Zubin da ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️😘😘😘😘😘😘
@anupamabaishya5768
@anupamabaishya5768 3 жыл бұрын
দাদাৰ গান শুনিবলৈ অধীৰ আগ্ৰহেৰে বাট চাওঁ , ইমান যে ঈশ্বৰপ্ৰদত্ত কণ্ঠ শুনিলে দেহ মন জুৰ পৰি যায় , চিলা গানটো বহুত বহুত ভাল লাগিল , সচাকৈ আপুনি ধন্য । আপোনাক ভগৱানে দীৰ্ঘায়ু কৰি ৰাখক 🙏🙏🙏🙏
@newahang6
@newahang6 3 жыл бұрын
I didn’t understand lyric but i love its music, and melody. This is so so lovely. Many love from Nepal🇳🇵🇳🇵🇳🇵Good wishes ☺️
@bishnupapuofficial7812
@bishnupapuofficial7812 3 жыл бұрын
Assames Song
@nayan.j
@nayan.j 3 жыл бұрын
Love and respect from Antarctica
@insalubriousdithyramb1742
@insalubriousdithyramb1742 3 жыл бұрын
Watching from Mars. Hello humans. 👋
@handle1117
@handle1117 3 жыл бұрын
❤️
@siddharthasankarbora1318
@siddharthasankarbora1318 3 жыл бұрын
@@nayan.j zubeen Garg has recreated magic
@viplawniraula7086
@viplawniraula7086 Жыл бұрын
What a creation. Love this masterpiece. Lots of love from Nepal (now Australia).
@user-bf5bb8kq6s
@user-bf5bb8kq6s 2 жыл бұрын
জুবিন দাৰ এই গানটো মই সকলোতকৈ ভাল পাও ❤️❤️❤️❤️❤️❤️❤️জয় জুবিন দা❤️❤️❤️❤️❤️❤️❤️❤️
@mdrimon2779
@mdrimon2779 3 жыл бұрын
Dear, Zubeen garg Love from Bangladesh ❤❤🇧🇩
@dinamonipatarofficial5432
@dinamonipatarofficial5432 3 жыл бұрын
My heart 💕
@vishalvalmiki-
@vishalvalmiki- Ай бұрын
Love from Assam ❤
@ImranAli-rs5dh
@ImranAli-rs5dh Ай бұрын
Zubeen daa amader assam r king,,,,take Bangladesh theke valo pawar jonno onek onek danyabad🔥🔥
@tilumonidiksam1994
@tilumonidiksam1994 16 сағат бұрын
Vak bangladesh😂😂😂😂😂😂
@manikjyotiofficial
@manikjyotiofficial 3 жыл бұрын
প্ৰেৰণাৰ ঈশ্বৰজন।❤❤❤❤ সেইজনেই জুবিন গাৰ্গ।❤❤❤
@narayanchetry8365
@narayanchetry8365 2 ай бұрын
2024 best song 1like me ❤😂🎉
@yoyoamitdoley7189
@yoyoamitdoley7189 2 жыл бұрын
Wow super voice And My favourite singer Love you Zubeen da And very very Beautiful video song ❤️👌👌
@mayamanicreativem.d6907
@mayamanicreativem.d6907 3 жыл бұрын
মোৰ আটাইতকৈ প্রিয় কন্ঠশিল্পী জুবিন দা । 💓💓💓 দেহ-মন শাঁত পৰি যোৱা আপোনাৰ কন্ঠ । বহুত ভাল লাগিল গানটো । আপোনাৰ সু-স্বাস্থ্য তথা দীৰ্ঘায়ু কামনা কৰিলোঁ । Love you Zubeen Da 💓💓💓
@desiassameseboy4149
@desiassameseboy4149 3 жыл бұрын
Ai2 gaan atiya jiman vl lge..tatkoi besi vl lga aru hbo..jetiya gaan2 puroni hbo..ai2 a zubeen dar power..Jay Zubeen da..❤️❤️❤️❤️❤️❤️
@silpighosh6808
@silpighosh6808 2 ай бұрын
I love 💕💕💕 Zubeen da ❤❤
@_adicry_x.36_
@_adicry_x.36_ Жыл бұрын
Buhut singer ase aie prithivi t but Zubeen Garg r homan kunu nhoi ! Zubeen Garg is great. My fav ♥️♥️
POPIYA TORA || MAA || Zubeen Garg
4:17
Dhwani Records
Рет қаралды 14 МЛН
ОБЯЗАТЕЛЬНО СОВЕРШАЙТЕ ДОБРО!❤❤❤
00:45
IQ Level: 10000
00:10
Younes Zarou
Рет қаралды 13 МЛН
天使救了路飞!#天使#小丑#路飞#家庭
00:35
家庭搞笑日记
Рет қаралды 72 МЛН
Jumping off balcony pulls her tooth! 🫣🦷
01:00
Justin Flom
Рет қаралды 35 МЛН
ОБЯЗАТЕЛЬНО СОВЕРШАЙТЕ ДОБРО!❤❤❤
00:45