সিমান্ত শেখৰক ভাল লাজ দিলে নিতুমনি শইকীয়াই

  Рет қаралды 94,924

Navajit Mixture

Navajit Mixture

Күн бұрын

Пікірлер: 185
@hemkantaborah7434
@hemkantaborah7434 10 ай бұрын
যতিন বড়া আৰু সীমান্ত শেখৰ এইদুটা একে।
@asmitgogoi8739
@asmitgogoi8739 9 ай бұрын
2ui ta bodon r jaat
@prabhatphukon7200
@prabhatphukon7200 10 ай бұрын
Tumar photo khon narakhile val lagil heten
@lachitgogoi5082
@lachitgogoi5082 10 ай бұрын
hosa kotha koise, aami batorituhe sabo bisaru.
@Unknown_yt651
@Unknown_yt651 10 ай бұрын
Right 👍
@binaytalukdar6434
@binaytalukdar6434 10 ай бұрын
Copy-Right ahibo je
@ambikaborabora4551
@ambikaborabora4551 9 ай бұрын
Kotha tu moiu kom kom buli vabiai aslu
@csblg6294
@csblg6294 9 ай бұрын
Exactly👍
@devajitlahon2499
@devajitlahon2499 10 ай бұрын
সীমান্ত শেখৰে ৱাৰ্ড মেম্বাৰ খেলিলেও জয়ী হ'ব নোৱাৰে।গায়ক আৰু ৰাজনীতিক দুয়োটা দিশতে সীমান্ত শেখৰক সাধাৰণ জনতাই ভাল নাপায় সেয়া সঁচা কথা।
@kargeswarthakuria3689
@kargeswarthakuria3689 10 ай бұрын
Tumi said hole val hol hoi
@সংস্থাপন-ঠ৮য
@সংস্থাপন-ঠ৮য 9 ай бұрын
😂😂😂
@সংস্থাপন-ঠ৮য
@সংস্থাপন-ঠ৮য 9 ай бұрын
সচা কথা 😆😁😄😃😀😅😅😂😅😂😂🤣🤣😂😂😅
@Gyanhub.17
@Gyanhub.17 9 ай бұрын
💯😂
@SumonLeda
@SumonLeda 9 ай бұрын
💯 right bro
@eldrinkoch3656
@eldrinkoch3656 10 ай бұрын
অদ্ভূত যুক্তি !!! ৰাজনীতি এটা কলা নেকি ?বাঃ সীমান্ত বাঃ ....
@DebajitDAS-z5i
@DebajitDAS-z5i 9 ай бұрын
শিমান্ত শেখৰ এজন সুবিধাবাদী নেতা
@manikchandradas7057
@manikchandradas7057 10 ай бұрын
ৰাজনীতি আৰু সংগীত কি কৱ হে, অই শুন কলাকাৰে সমাজ গঢ়ে আৰু ৰাজনীতিকে সমাজ ভাগ ভাগ কৰে। 😫
@milanborah7503
@milanborah7503 9 ай бұрын
শিমান্ত শেখৰ চৰম সুবিধাবাদী ,ৰাজনীতি বিজ্ঞানৰ প্লেটো ,চক্ৰেটিচৰ পিছতে তেওঁ... কেনেকৈ ফাংচন কৰিব ,ৰাইজৰ খেদা খাব.
@DBARMAN-v6c
@DBARMAN-v6c 10 ай бұрын
দেৱজিৎ বৰাৰ চুৰ কৰা গান কেইটা হিট হৈছিল। এতিয়া নিজে গান লিখি গাই দেখুৱাওক চুপাৰ ফ্লপ হ'ব। সংগীত সন্ধীয়া,ফাংচন বোৰত ইয়াক আয়োজক সমিতিয়ে আমন্ত্ৰণ কৰিব তো লাগিব।
@kulenpatangia7598
@kulenpatangia7598 9 ай бұрын
😊
@KORUNBASUMATARY
@KORUNBASUMATARY 9 ай бұрын
আওপকীয়াকৈ সীমান্ত শইকীয়াই ৰাঘৱ চিনেমাখন বেয়া হোৱা বুলিহে প্ৰমাণ কৰিলে ।
@sunishakalita3615
@sunishakalita3615 10 ай бұрын
Thank you Nitumoni Sir
@harmohankalita2903
@harmohankalita2903 10 ай бұрын
ইয়াৰ মুৰৰ বিকৃতি ঘটিছে , সেয়েহে যা তা বকিছে পাগলৰ দৰে ।
@mrinalmedhi8346
@mrinalmedhi8346 10 ай бұрын
কিন্তু বৰ্তমান ৰাজনীতি হৈছে নিজক সেৱা কৰাৰ মাধ্যম।
@khaninsarma5522
@khaninsarma5522 10 ай бұрын
Bhal lagil but photokhon narakhiba .....
@lakhikalita8394
@lakhikalita8394 10 ай бұрын
তেমাব গান আজি কালি নঢলে
@BitulBoruahBoruah-gg5tl
@BitulBoruahBoruah-gg5tl 9 ай бұрын
Nitu Moni Da Apunak Thanks Dilu
@b.kalita1381
@b.kalita1381 9 ай бұрын
মষ্ট জিলাৰ বে এইজন
@pranabjyotisaikia7155
@pranabjyotisaikia7155 9 ай бұрын
যতীন বৰা আৰু সীমান্ত শেখৰ এটা মুদ্ৰাৰ ইপিঠি সিপিঠি।।
@SBS421
@SBS421 9 ай бұрын
গায়ক ৰাজনীতি গলে ৰাইজে আদৰি নলয় ৷ ভূপেনদা ও গৈছিল ৰাজনীতিলৈ ৷ but ৰাইজে সেইসময়ত অদৰি লোৱা নাছিলে ৷ ৰাইজে only আমাৰ অসমৰ ভূপেনদা জনক হে বুকুৰ মাজত লৈ ফুৰিব বিছাৰে ❤
@kamalapatar1465
@kamalapatar1465 10 ай бұрын
বয়স হোৱাৰ লগে লগেই ৰাজনীতি ত নামে।কৰণ বয়সৰ লগে লগে লগে গীতৰ শুৱলা মাতবোৰ নাইকিয়া হৈ যায় আৰু ৰাজনীতিৰ লেতেৰা মাতবোৰ ওলাই আহে।
@mdeka1847
@mdeka1847 10 ай бұрын
সংগীতৰ লগত ৰাজনীতি বোলা শব্দটো অনাটো উচিত নহয় ৷ কাৰণ, সংগীত বহুত ওপৰত ৷
@KoustavGogoi-f6j
@KoustavGogoi-f6j 8 ай бұрын
Simanta da gan val lage.
@rajdeepboruah7371
@rajdeepboruah7371 9 ай бұрын
Moja dile Nitumoni daai
@TarunGogoi-zt2ox
@TarunGogoi-zt2ox 7 ай бұрын
আপোনাক ৰাইজে বিশ্বাস নকৰে অ।
@mintudutta8074
@mintudutta8074 10 ай бұрын
সময়ত গম পাবা বুপাই
@binitamoran2697
@binitamoran2697 9 ай бұрын
Thank you ,Nitumoni sir ,
@bhaskarjyotisarmah1708
@bhaskarjyotisarmah1708 9 ай бұрын
Baki dhunia. Kintu Side t ulai thokar kiba bises proyujn ase?
@hiramonidas4862
@hiramonidas4862 9 ай бұрын
iyak moi bahut bhal paisilu . kintu atiya iyak moi dekhiboi nowaru.
@ramenchpatowary5693
@ramenchpatowary5693 9 ай бұрын
ৰাজনীতিত নতুন মানুহ আহিলে কি ডাঙৰ ভুল হয় ?
@jnyanendragogoi8768
@jnyanendragogoi8768 9 ай бұрын
ই চুৰকাৰ ভাই কেতি্যাৰ পৰা ৰিয়েলত হিৰৌ হ'ল
@tksarmah2632
@tksarmah2632 10 ай бұрын
সীমান্ত কেতিয়াৰ পৰা চিমান্ত হ'ল ? সীমান্ত শব্দৰ অৰ্থ কি ? ড: ভূপেন হাজৰিকা দেৱৰ "আজি কামেং সীমান্ত দেখিলোঁ" বোলা গানটো আজি কালি আমি *আজি কামেং চিমান্ত দেখিলোঁ বুলি গাম নেকি ? উচ্চাৰণ আৰু শব্দই অসমীয়া ভাষাক স্বকীয় বৈশিষ্ট্য দিছে আৰু সেইটো আমাৰ পৰিচয়। অসমীয়া ভাষাত *শ* *স* আৰু *ষ* থকা শব্দ বোৰ আন ভাষাৰ দৰে *চ* ৰ দৰে উচ্চাৰণ নহয়। উদাহৰণ স্বৰূপে আমি সদায়, সময়, সন্ধিয়া, শৰ্মা, শইকীয়া, আশা, ষাড় গৰু, ভাষা, বৰষা, বাৰিষা আদি শব্দবোৰ উচ্চাৰণ কৰোতে কেতিয়াও চদায়, চময়, চৰ্মা, চৈকীয়া, ভাচা বুলি যিহেতু উচ্চাৰণ নকৰো তেতিয়াহলে কিয় চিমান্ত, চৰ্মা, চৈকীয়া বুলি উচ্চাৰণ কৰিম ? অসমীয়া ভাষাৰ বৈশিষ্ট অসমীয়া লোকে ৰক্ষা কৰিব লাগিব। মনত ৰাখিব অসমীয়া ভাষা ৰক্ষা কৰিবলৈ বহু জনে ইতিমধ্যে জীৱন আহুতি দি থৈছে । চিৰ চেনহী মোৰ ভাষা জননী ! জয় আই অসম !
@pratimasarma1737
@pratimasarma1737 9 ай бұрын
ঠিক কৈছে। আজিকালি দেখোন অসমীয়া ভাষাৰ উচ্চাৰণ কৰোতে কিবা অদ্ভূত ৰূপ লৈছে। পাহৰি গ'ল নিজৰ মাতৃভাষা।
@AchiniBoruah
@AchiniBoruah 9 ай бұрын
এইটোটো সচা কথা কিন্তু আজিকালি মানুহে চব খিচিৰি কৰিলে । কিন্তু নিজকে বৰ বেছি জানো বুলি ভাবে ।
@prasantkasyap3922
@prasantkasyap3922 9 ай бұрын
You are smiling like a silent killer..😮
@budheswarnath6516
@budheswarnath6516 9 ай бұрын
সি টো ৰাইজৰ মাজলৈ আহিলে ফুলৰ মালা /গামোচাৰ পৰিবৰ্তে সি পাব চেন্দেল- জোতাৰ মালা , শিলগুটি দলিয়াব ফুলৰ পৰিবৰ্তে । চাল্লা ধোকেবাজ ...
@RajibSangmai-d4f
@RajibSangmai-d4f 10 ай бұрын
ধূৰন্ধৰ, আৰু , দাগ বাজ, শেষ নিশাৰ খেল ৰাডনীতি ।
@anubarman3274
@anubarman3274 9 ай бұрын
লাজ লাগে নেকি নিলাজটোৰ???
@protivabaruah1290
@protivabaruah1290 10 ай бұрын
Hubidha badi hoi
@ramenborah3207
@ramenborah3207 10 ай бұрын
ৰঙা ছাৰ্ট পিন্ধা মাল কোন আছিল ?
@binoynath9605
@binoynath9605 10 ай бұрын
সীমান্ত শেখৰৰ Body guard😅
@angsumanraja3368
@angsumanraja3368 9 ай бұрын
কান্দুলি মাছটোৱে গাওঁ পঞ্চায়তৰ ৱাড মেম্বাৰ খেলিলেও তই গু হাৰা দিবি😂
@papumedhi-pn1mb
@papumedhi-pn1mb 9 ай бұрын
কি আদৰ্শৰ কথা কয় । বিজেপিৰ বৰ্তমান আদৰ্শ বুলি একো নাই।
@AyanPatgiri
@AyanPatgiri 10 ай бұрын
সাৰিব বাই
@amitkrdeka2448
@amitkrdeka2448 9 ай бұрын
Ami kin2 apunak Bahut Bahut beya pao
@kakalibezbarua371
@kakalibezbarua371 9 ай бұрын
Val lage bohut simanta dak
@PrabitraDutta-dl1ej
@PrabitraDutta-dl1ej 10 ай бұрын
তোক অসমৰ ৰাইজে কেতিয়া ক্ষমা নকৰে তই এটা মষ্ট দগাবাজ
@NRJ19888
@NRJ19888 10 ай бұрын
Comments বোৰ হে পঢ়িব আহিলোওঁ দেই😂😂😂😂😂😂
@kamalkrishna6659
@kamalkrishna6659 9 ай бұрын
তোমাৰ ফটোখন থকা কাৰনে ভিডিঅ টো বিশেষ এটা ভাল লাগিছে 😂 সীমান্ত শেখৰ প্ৰতিদিন টাইম টো বাহিৰে কোনো এটা পৰ্টেলত বহি কথা কোৱাৰ যোগ্য নহয়, ই এটা মষ্ট সুবিধাবাদী, ই গায়ক নহয় ই ৰাজনীতি নেতা নহয় 😡😡😡
@pankajaxom8521
@pankajaxom8521 10 ай бұрын
Shekhar Tumar dore ata hubidha badi nai. Tumi ata poisa luvi
@pankajrajbongshi6271
@pankajrajbongshi6271 8 ай бұрын
aaponar foto di news tu bjale je...ki bujabo khujiche janabochon
@ArupBora-of6ff
@ArupBora-of6ff 10 ай бұрын
Nest time apunar photo nidibo please
@tankeswarsaikia7593
@tankeswarsaikia7593 10 ай бұрын
আপোনাৰ ষ্টাইলবোৰ বুজি নাপাও ৷ নিউজ চেনেলৰ ভিডিঅ এটোকোৰা কাটি আনি নিজৰ ইউটিউবত চেনেলত লগাই দিয়ে, আৰু নিজেই এফালে ওলাই থাকে ৷ নিজৰ বুলি কথা এটাও নকয় ৷ এইটো নো কি কাম হল হয় ৷ এনেকেও হয় না
@BhupaliSarma-w2y
@BhupaliSarma-w2y 9 ай бұрын
মুখেৰে মৌ বৰষা । ভিতৰৰ আচল ৰূপটো ৰাইজে দেখিলে সেইদিনাই বয়কট কৰিব ।
@lakhyeswarborah614
@lakhyeswarborah614 9 ай бұрын
এইজনো এজন শলমাৰি ভঙা সুবিধাবদী চিল্পী ।
@gourangadutta9005
@gourangadutta9005 9 ай бұрын
Sudurbhai srimanta sekhar
@ilovemybharatdesh5697
@ilovemybharatdesh5697 10 ай бұрын
Kono e je naamaate...... kenekoi jaabo.
@HITESHCHDAS
@HITESHCHDAS 5 ай бұрын
Nijar bitarka bor alop kaba neki ?
@atau-boh1166
@atau-boh1166 10 ай бұрын
3 kuti 12lakh manuh ase..blgr kotha njnuh...Moi tuk ruh Jatin Borah Atiyh j Vl nepao Haitu hxa Kotha..ru Mur lgr Kune o tuk val npai..Ru hihotr lgr bure o val npi..dutolia Manuh val nlge ..ipoatobadi Hb lgeh..cidha manuh.. Zubeen Dar dore...❤❤❤ Hap hob nlge😂😂😂
@axomiya12lora
@axomiya12lora 9 ай бұрын
ৰাজনীতি কেতিয়াও সংগীত হরনোরাৰে
@PabitraTeron-bi1xx
@PabitraTeron-bi1xx 9 ай бұрын
Himanta da, apuni singer huwatu bhal. Politics koratu apunak match nokore.
@deboramngatey9708
@deboramngatey9708 10 ай бұрын
Singers hodai singer hoi taka val. Beleg dihot gole homaje val nepai..
@axomibihugroupgolakdeka312
@axomibihugroupgolakdeka312 9 ай бұрын
Singar hisape ami simanta da sinipaw... rajnetik hisape ami sininapaw....
@anuragkashyap7195
@anuragkashyap7195 9 ай бұрын
Oh aijon hai axomia cenema nusua manuh jon nahoi janu
@Unxkalen289
@Unxkalen289 9 ай бұрын
Vala hol eaak gali dila abr shimanto a Zubeen da k kiba koishla
@ranasharma1259
@ranasharma1259 9 ай бұрын
সীমান্ত দা,, নিজক over smart বুলি নাভাবিব
@dgogoi5836
@dgogoi5836 10 ай бұрын
Rajnitit misa kotha sole kintu songit colat misa kotha nosole
@birenbharali4536
@birenbharali4536 10 ай бұрын
লাভ নাই এইবোৰ চব ভুল লাখুতি লৈ লোকৰ দুৱাৰ মুখত ৰখিয়া হব
@santoshkachari2480
@santoshkachari2480 9 ай бұрын
সীমান্ত শেখৰ তোমাক আজিৰ পৰাই বাদ দিলোঁ।
@DevaBharali-sb4nk
@DevaBharali-sb4nk 9 ай бұрын
এইজনৰ কাম নাই নেকি এনেকে বহি বহি থাকে যে 😂😂😂
@MilanGogoi-g1l
@MilanGogoi-g1l 9 ай бұрын
ফটো কপী কি ফল কৰি বলে দি থোৱা হৈছে ঘণ্টা।
@BikashMali-b9z
@BikashMali-b9z 9 ай бұрын
জদি চিনেমা খন নিমিলে গান আৰু ৰাজনেতি ও নাখাতে
@pbaruah7666
@pbaruah7666 9 ай бұрын
Gayok holei j rajniti koribo nuware buli kuwatu ajuktikor.. junei ji nokouk kunubai jodi ganatrantot biswakh kore tente kuneu rajnitik erai solibo nuware... Rajniti ase babe ganatranta jiyai ase... Vabi sabo..
@riazuddinahmed7028
@riazuddinahmed7028 10 ай бұрын
Koun school ot --- --- ! ?
@BijoyHandique-md7yg
@BijoyHandique-md7yg 10 ай бұрын
Holeu tur laj nai hosa kotha2 koi de oi dola bogori
@ChandanDas-f6p
@ChandanDas-f6p 9 ай бұрын
তোৰ ফটোখন কি কৰবা দিয়া 😂ঢক
@TCF573
@TCF573 10 ай бұрын
Faltu ata... Kotha koisa ..... Hubidhabadi . 2:23 😅😅
@niranjannath460
@niranjannath460 10 ай бұрын
এইটো টো গান চুৰ হয়।
@suneswargohain662
@suneswargohain662 5 ай бұрын
এতিয়া আৰু তোমাৰ কোনেও ভাল নেপায়
@abhijitneog4884
@abhijitneog4884 9 ай бұрын
Sidot photo khon kehor
@junkonwar4943
@junkonwar4943 10 ай бұрын
DALAL
@nirmalibora-dy6cu
@nirmalibora-dy6cu 10 ай бұрын
Dhurandhar jukti
@monuranjanphukon8553
@monuranjanphukon8553 9 ай бұрын
Daaalal eta korobar
@pranjitgogoi3057
@pranjitgogoi3057 10 ай бұрын
Logot tumr photo khon kyo
@jnyanendragogoi8768
@jnyanendragogoi8768 9 ай бұрын
চুৰকাৰ
@trishnagogoiphukan5529
@trishnagogoiphukan5529 9 ай бұрын
🙊🙉🙈 😂🤣😄
@ramenchpatowary5693
@ramenchpatowary5693 9 ай бұрын
শইকীয়াক মোৰ একদম ভাল নালাগে ।
@SuperMan-ut8tq
@SuperMan-ut8tq 9 ай бұрын
যিটো মানুহে কোনো দিনে অসমীয়া ছবি চাই নাই পোৱা সেইটো মানুহ এতিয়া জ্যোতি চিত্ৰবনৰ অধক্ষ্য 😂
@Assamesemix191
@Assamesemix191 10 ай бұрын
Osort thoka boiler chicken 🐔 r bemari photo t kon hoi red colour pindhi saku to mela khula kri ase😂
@prahaladdutta
@prahaladdutta 9 ай бұрын
Tomi ajan bava manuh
@সংস্থাপন-ঠ৮য
@সংস্থাপন-ঠ৮য 9 ай бұрын
eituk sabo nibisaro,
@dangervlogs3037
@dangervlogs3037 9 ай бұрын
Tumi to hero social media t but zero enei tmr aagor vdo ase mur taat tumi j ekdom nilaz hokolowe jane
@csblg6294
@csblg6294 9 ай бұрын
Ek kothat koboloi gole rajniti ajikali profession, aru business ei hoise, xuniboloi beya xuni, kintu eituei xaitya(apriyo)
@montukolita2438
@montukolita2438 5 ай бұрын
Simanto sekhor ajon desat drohi raije andolon koribo noware bak sadhinota kot
@jaansaikia9308
@jaansaikia9308 10 ай бұрын
Moi akow Kaxor gorakiyee News to Podhibo... E akow misik mask hee kori ase mane nu ki mane nu ki🤔🤔🤔Maneee nuuuuu....kiiiiii😀😀😀😀😀
@PuhorCreation3049
@PuhorCreation3049 10 ай бұрын
Tumi kiyo thing khai asa 😂😂😂 tumi nathakilu hoi 😅😅😅
@hemkantaborah7434
@hemkantaborah7434 10 ай бұрын
Simanta Sekhor is now a outdated singer.
@thejknath6017
@thejknath6017 9 ай бұрын
Mate kio ai gela mogojor manuhkhinik ehotor gasat goru uthuwa kotha bur huni samoy nostho hoi manuhor ,,,Dhanybad
@jayantasaikia8543
@jayantasaikia8543 10 ай бұрын
Nonsense ! Kot laj diya dekhila. Nitumoniye hundor questions korisil.
@sadanandapegu1647
@sadanandapegu1647 9 ай бұрын
তোমাৰ বেলেগ ভি ডি অ বনাবলৈ নাই নেকি!অকল নিতুৰ ভি ডি অ বনাই যে কিয়?লোকক গালি দিয়াটো শুনি ভাল লাগে নেকি!
@csblg6294
@csblg6294 9 ай бұрын
Gan r logot rajniti k kio xangur khuaise, gaan tu xampurna eta separate bastu, eta kola(art) kot rajniti, kot xangeet... Kihor lgt ki rijaisr apuni Mr. Simanta Shekhar
@nayanjyotikalita8376
@nayanjyotikalita8376 9 ай бұрын
Tur photo khn a bor kamur dse...ghoriyal jen pai
@whhehehhshshehe-hi7kn
@whhehehhshshehe-hi7kn 6 ай бұрын
tak hudib lagisile tar likha pra huna kiman hi ajon usso hikhito guarob gogoik tusso tasilo krisil
@rekhadewri6567
@rekhadewri6567 9 ай бұрын
নিতুমনি toy ata কংগ্ৰেছ গো খোৱা এটা কুকুৰ.
@doley-gr9kg
@doley-gr9kg 10 ай бұрын
সন্মানসূচক আপুনি শব্দ ব্যবহাৰ কৰা উচিত।
@tksarmah2632
@tksarmah2632 10 ай бұрын
ৰাজহুৱা ভাৱে কাৰোবাক সম্বোধন কৰিলে আপুনি বুলি সম্বোধন কৰা উচিত। আপুনি বা মই তেওঁক ভাল নাপাব পাৰোঁ কিন্তু ৰাজহুৱা মঞ্চত আমাৰ ব্যক্তিগত ভাল পোৱা , বেয়া পোৱাৰ ওপৰত সম্বোধন নিৰ্ভৰ নকৰিব। সীমান্ত শেখৰক এতিয়া ময়ো ভাল নাপাওঁ।
@AbulHussain-dl6og
@AbulHussain-dl6og 10 ай бұрын
​@@tksarmah2632boyoxot xoru je...Simantoi sage beta puwa nai....
Всё пошло не по плану 😮
00:36
Miracle
Рет қаралды 4,9 МЛН
Seja Gentil com os Pequenos Animais 😿
00:20
Los Wagners
Рет қаралды 66 МЛН
Cool Parenting Gadget Against Mosquitos! 🦟👶 #gen
00:21
TheSoul Music Family
Рет қаралды 33 МЛН
কৃষ্ণমণি চুতীয়া আৰু পত্নী
51:38