Sirumoni 2023 Tumie Grahila l Manash Bhagawati l Nahid Afrin

  Рет қаралды 425,812

Manash Bhagawati

Manash Bhagawati

Жыл бұрын

Lyrics/Tune/Music - Manash Bhagawati
Singer - Nahid Affrin & Manash Bhagawati
Music Arranger - Manash Bhagawati
Video Director - Manash Bhagawati
Drama Director - Dipak Das
Camera & Drone - Trishul Bhagawati
Studio - Dreams
Flute - Poromeshor Bosumotary
Khol - Rajib Bhuyan
Tabla - Raja Borah
Dhokal - Naba
Keyboard - Deepkesh Borgohain
Percussion - Shekhar Jyoti Goswami

Пікірлер: 466
@dipjyotidas9898
@dipjyotidas9898 Жыл бұрын
।।জয় গুৰু শঙ্কৰ ।। কৃষ্ণ 🙏 জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ
@rajudeka94
@rajudeka94 Жыл бұрын
আপোনাৰ গীতবোৰে হৃদয় ভেদি যায়। বহু বছৰৰ পাছত পুনৰ শিৰোমণি,,,, অনুপম, সদায় এনে গীত আশা কৰোঁ।
@binudkonwar1612
@binudkonwar1612 Жыл бұрын
নাহিদক এবাৰ দেখুৱা হেতেন আৰু অলপ ভাল লাগিল হয় ।।।বাকী বহুত ভাল হৈছে আৰু তাতকৈ নামৰ আগত হোৱা কথোপকথন খিনি বহুত বেছি গুৰুত্ব পূৰ্ণ কথা কলে।।।
@assamtaekwndocollection6789
@assamtaekwndocollection6789 4 ай бұрын
Nahidok tehetor molobi hokole dekhile fatua jari kori dibo..😮
@muninmbcreation7720
@muninmbcreation7720 Жыл бұрын
শুনি দেহ মন শাত পৰি গ'ল দাদা,কি যে অপূৰ্ব উপহাৰ🙏❤️
@mukutlukhurakhon1411
@mukutlukhurakhon1411 11 ай бұрын
hundar Hundar Hundar Anedharanor geetey montuk Adhik hundortar prati bahai atekey nokoleu hobo,,,,,, aapunahobey gaaijauksun bhagawaney nishoy bhabishyatey tor ,,,adarkor hobo,,,,, yei kamonerei,,,,,,,
@tirthajyotigogoi9942
@tirthajyotigogoi9942 Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🏼 ভক্তিমূলক গীতে আমাক মনবোৰ স্থিৰ কৰে বেয়া বোৰ মনৰ পৰা আঁতৰাই
@bhaijandoley4483
@bhaijandoley4483 Жыл бұрын
কৃষ্ণ কৃষ্ণ 🙏🙏🙏🫂🌏🌏🌏💝🙏🙏
@polashrajkhowa3310
@polashrajkhowa3310 Жыл бұрын
শিৰোমনি জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ শ্ৰী চৰণত শত সহস্ৰ প্ৰণাম🙏🙏🙏জয় জগত গুৰু শ্ৰীমন্ত শংকৰদেৱ ৰ জয়!!
@mukutlukhurakhon1411
@mukutlukhurakhon1411 Ай бұрын
কৃশন্ কৃশন্, সুন্দৰ অতি গুৰুত্বপূর্ণ ভূমিকা লৈ গোৱা বাবেই নেকি শুনিবলৈ অতিকৈ শুৱলা আৰু সুমধুৰ হৈছে ভৱিষ্যতে ও এনে ভক্তি মূলক গীত শুনাব বুলি খুবেই আশা কৰিলোঁ,,
@BharatiBarman-us2fh
@BharatiBarman-us2fh Жыл бұрын
Keiba baru xunilu ,pise hepah he polua nai sun. Xunile xuniye thakibor mon . Duyure kantho xasai hriday sparxi. Agaoloi aru notu notun xunar aaxaa thakil . Ishware duyuke mangale rakhok. Aaxirbaad xadai thakibo duyu loike💕
@sumitradeka3599
@sumitradeka3599 11 ай бұрын
Manash da aru Nahid bhoni apunalukor konthot ane dhornor Bhoktimulk bohut geet huniboloi pam buli akhare bat sai rolu. KRISHNA KRISHNA 🙏🙏🙏🙏🙏 Joy Guru SANGKARDEV 🙏🙏🙏
@monuranjansaikia7905
@monuranjansaikia7905 Жыл бұрын
ভাবিছিলো আপুনি সংগীত জগতৰ পৰা আঁতৰি গল,আজি ইমান বছৰৰ পিছত ৰাইজক সুন্দৰ গান উপহাৰ দিছে, শিৰোমণি আমাৰ হৃদয়ত আছে ,নেৰিব, ধন্যবাদ মানস দা
@hiranyarajkhowa4119
@hiranyarajkhowa4119 10 ай бұрын
Bohut bohut dhunia hoise. Xuvokamona jonaloo
@anubhavusb
@anubhavusb Жыл бұрын
অত্যন্ত ভাল পালোঁ দেই দাদা, আগুৱাই যাওক আমাৰ মৰম, আশীৰ্বাদ সদায় এনেকৈয়ে থাকিব❤️
@dibakar424
@dibakar424 Жыл бұрын
Xosakoi bor vaal lagil
@mukutlukhurakhon1411
@mukutlukhurakhon1411 5 ай бұрын
আপোনাৰ বৰ্তমান এই গীতটো শুনিলেই মনতে ভগৱান ৰ সৈতে জড়িত হৈ থকা বুলি অনুভৱ হয়, সেয়ে আপুনি গাই যাওক চোন আপোনাৰ গীতৰ সুৰ অতিকৈ সুন্দৰ হৈছে আৰু শুনিও আমনি নালাগে দিয়ক চোন বিশেষ কৈ গুৰু জনাৰ হৈ গোৱা ভক্তি মূলক গীত শুনিবলৈ পাই মনতে খুব সুখ পালো ভবিষ্যত এনেধৰণৰ ভক্তি মূলক গীত শুনিবলৈ পালে মনতে খুব সুখ পালো হেতেন সেয়ে আপুনি গাই যাওক চোন, আপোনালৈ শুভেচ্ছা জনালো আৰু আগন্তুক দিনবোৰত সকলো ঠিকেই আছেনে চাই যাওক, ইমানেই,,,,
@jayashriborah9719
@jayashriborah9719 Жыл бұрын
জয় গুৰু শংকৰ 🙏 খুবেই ভাল লাগিল।
@jitula2z
@jitula2z Жыл бұрын
Boriya hoise dei bap.aru aguai jauk.
@manuranjanchetia6867
@manuranjanchetia6867 Жыл бұрын
জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ
@user-nb8rp4ql1r
@user-nb8rp4ql1r Жыл бұрын
Coment pohi bo aha buri like ata kori jaba
@santoshbori2495
@santoshbori2495 Жыл бұрын
Bohut dinor murot hirumoni ahil Krishna Krishna
@atulokalita4134
@atulokalita4134 Жыл бұрын
কৃষ্ণ কৃষ্ণ
@BharatiBarman-us2fh
@BharatiBarman-us2fh Жыл бұрын
Oti xundar ,God Bless u Nahid.
@pankajboruah422
@pankajboruah422 9 ай бұрын
Hirumoni brihottor akhomiya jatir Hirumoni hoi thakok hodai , poth podorkhok houk asomiya jatir, heart touching video,
@nirmalsaikiaa
@nirmalsaikiaa Жыл бұрын
কৃষ্ণ
@Nijara
@Nijara Жыл бұрын
অপূৰ্ব সুন্দৰ
@bipulchetia2844
@bipulchetia2844 7 ай бұрын
কৃষ্ণ , কৃষ্ণ,কৃষ্ণ,ৰাম,ৰাম, ৰাম,❤❤
@anuragimon4654
@anuragimon4654 Жыл бұрын
Hundor
@SUMONTANATH
@SUMONTANATH Жыл бұрын
Bahut xundar vall lagil khuni...jay guru Sri Manta Sankardev 🙏🙏🙏
@jogatjyotibora2558
@jogatjyotibora2558 11 ай бұрын
Val lagise..ketia release korile dada
@palashborah2583
@palashborah2583 Жыл бұрын
Bor Val lagil..
@manuranjanchetia6867
@manuranjanchetia6867 Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
@jharonachetia2767
@jharonachetia2767 Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏 🙏 🙏 ।
@user-mp4lc9nn9j
@user-mp4lc9nn9j Жыл бұрын
খুব ভাল হৈছে ,,অন্তৰত লাগি গৈছে ,,সঁচাকৈ আমি অসমীয়া হিচাপে নিজকে গৌৰৱ কৰোঁ কিন্তু গুৰু জনক জীয়াই ৰাখিবলৈ হলে নীতি নিয়ম মানি আগ বাঢ়ি যাব লাগিব❤
@sontushsonowal7693
@sontushsonowal7693 Жыл бұрын
নাহিদ আফ্রিনৰ অতি সুন্দৰ কন্ঠৰ বাবে বেছি ভাল লাগিছে।
@protimadutta2890
@protimadutta2890 Жыл бұрын
নাহিদ ক লগত লৈ শঙ্কৰদেৱৰ গীত গাইছে ? কিছুমানৰ নাক কুচখাই যাব পায় । জয় আই অসম ।
@gogoi5064
@gogoi5064 10 ай бұрын
সুন্দৰ বৰগীত বৰভাল কথা বৰনাহিদ প্ৰভাৱিত হওক,আমি সকলোৱে গুৰুদুজনাৰ এনাজৰীত বন্ধা অসমীয়া অসম । ঈশ্বৰে আল্লাহ, তেৰে নাম,সবকো-সদমতি দে ভগৱান ।।
@bhabanidutta3680
@bhabanidutta3680 Жыл бұрын
কৃষ্ণ🙏🙏🙏
@nirumonichutia8169
@nirumonichutia8169 Жыл бұрын
Bhutei val lgil nam vagi ,,manab da lgt nahid afrinok dekha puwa hole val lagile hoi ,,,
@jodujunakakashmusical266
@jodujunakakashmusical266 4 ай бұрын
জয় জগত গুৰু শংকৰ গুৰু । কৃষ্ণ ❤❤🙏🙏🙏🙏
@abhijeetbora8331
@abhijeetbora8331 Жыл бұрын
Joi guru xonkor
@jogeswarchoudhoury5707
@jogeswarchoudhoury5707 11 ай бұрын
কৃষ্ণ জয় গুৰু সংকৰ
@dibakarsvlog1804
@dibakarsvlog1804 Жыл бұрын
অতি সুন্দৰ
@mukutlukhurakhon1411
@mukutlukhurakhon1411 6 ай бұрын
নৱবর্ষ ৰ শুভেচ্ছা জনালো আৰু আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জনালো সকলোলৈ, আপোনাৰ এই গীতটো ত বহু কথাই কয় আৰু ইয়াত আপোনাৰ বহু কথাই মনটোত দেহমন শাত পৰিগল, কিঅপূব্ উপহাৰ, সুন্দৰ উপস্থাপন তথা পৰিৱেশন চাইও ভাল লাগিল ভৱিষ্যতে ও এনে ভক্তি মূলক বৰগীত শুনিবলৈ পালে মনতে বহু আনন্দ পালোহেঁতেন,,,
@binandakonwar3929
@binandakonwar3929 11 ай бұрын
শিৰোমণি আগলৈ জিলিকি থাকক 🙏🙏🙏🙏🙏
@shrinath2906
@shrinath2906 Жыл бұрын
কৃষ্ণ 🙏
@MD-rv5zq
@MD-rv5zq 11 ай бұрын
paretkkhar kothae aku aku sirontto Hoiitto Mon sui gol, Akha koru agontuk dinoloi aru aagborhai Nibo Manash Da🙏
@sankarbora6730
@sankarbora6730 Жыл бұрын
Bht vl lgil @manash da.....super hit dada...
@BIKASHvlog1733
@BIKASHvlog1733 Жыл бұрын
Krishna....bohut dhunia lagil
@RohitRajbonshiin9tt
@RohitRajbonshiin9tt Жыл бұрын
শিৰোমনি গানতো শুনি ৱৰ ভাল লাগিল ।
@ramendas2810
@ramendas2810 Жыл бұрын
Bohut val lagil song tu suni kirshno🙏🙏🙏🙏🙏🙏🙏
@subhash02736
@subhash02736 Жыл бұрын
মোৰ ঘৰৰ নিচেই কাষতে থকা মা মালিনী থানত মানস দাক দেখা পাই বৰ ভাল লাগিল। কৃষ্ণ 🙏
@deepjyotinath3817
@deepjyotinath3817 Жыл бұрын
Manash da Val lagil Apuni Sirumoni Akou Anile j. Zubeen dak kouk Amar Axomor gaon ye vuye akou bisare Sirumoni Zubeenr kontho apunar Dara Rosito.
@pranjaldehing8083
@pranjaldehing8083 6 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ
@rekhaqeensee6848
@rekhaqeensee6848 Жыл бұрын
Bhut besi Val lagil huni sokupani ulai gol mur.bhut bhut bhut besi Val lagil dei ❤
@rjdcrylife8986
@rjdcrylife8986 Жыл бұрын
Aru aguwi juwa tare kamona korilu
@ShivanaDas-us7os
@ShivanaDas-us7os Жыл бұрын
Best dhunia lagil
@kailashkokilmusic3045
@kailashkokilmusic3045 10 ай бұрын
খুবেই সুন্দৰ হৈছে 🙏🙏🙏
@bhaswatikalita4891
@bhaswatikalita4891 Жыл бұрын
কৃষ্ণ ❤️
@padmeswarborah-yy1zr
@padmeswarborah-yy1zr 10 ай бұрын
🎉❤🎉হে প্ৰভু ওম শ্ৰী কৃষ্ণায়ে বাসুদেৱায়ে ভাগৱতেয়ে নমো নমহ:🎉❤🎉।।
@padmeswarborah-yy1zr
@padmeswarborah-yy1zr 10 ай бұрын
আগতে কমেন কৰা হৈছিল, কিন্তু কি বুলি লিখা হ'ল আজি পঢ়িবলৈ পাই অত্যন্ত দূষিত অনুভৱ হৈছে নাহিদ তুমি বা কি ভাৱিছা ইছ ইছ,, আচলতে মোৰ বন্ধু বান্ধবী বহুত বাবে লিখাৰ পিছত চাৱলৈ সময়ৰ অভাৱ হৈ পৰে।। নাহিদ তুমি আৰম্ভনি কৰা কন্ঠ আৰু সম্পূৰ্ণ কন্ঠদান অতি সুন্দৰ ভাল লাগিল শুনি দিয়া।। MAAp. মোৰ ঘৰ তোমাৰ ওচৰতে ।।
@narengogoi1887
@narengogoi1887 Жыл бұрын
🙏জয় শ্রী ৰাম কৃষ্ণ ৰাম কৃষ্ণ ।।🚩
@mrinaldas3417
@mrinaldas3417 Жыл бұрын
Nahid baa r konthoi hiya sui gol.. Aiyai sonkor ajanor dekh... Bor val lagil
@nabajitborah1431
@nabajitborah1431 Жыл бұрын
কৃষ্ণ, বহুত দিনৰ বিৰতিৰ পিছত শুনিবলৈ পালো, আপুনাৰ সৃষ্টি অপৰিসীম
@sumitradeka3599
@sumitradeka3599 21 күн бұрын
কৃষ্ণ কৃষ্ণ ৰাম ৰাম হৰি হৰি 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@sumitradeka3599
@sumitradeka3599 21 күн бұрын
মানস ভাগৱতী বাপ আৰু নাহিদ আফ্ৰিন ভনীৰ দ্বৈত কণ্ঠৰ হৰি নামটি অতি সুন্দৰ হৈছে । আগলৈ নাহিদ ভনীৰ কণ্ঠত হৰি-- নাম শুনিবলৈ পাম বুলি আশাৰে বাট চাই ৰলোঁ । হৰি --নামটিৰ সমস্ত শিল্পীবৃন্দলৈ প্ৰভূ ভগৱন্তই কৃপা বৰিষণ কৰক 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@manashjyotinath1712
@manashjyotinath1712 Жыл бұрын
First ktha khini vl lgil lgte gantu bht dhunia 😌🙏 Krishna ❤
@FatikPhukan-ts6gz
@FatikPhukan-ts6gz 6 ай бұрын
বহুত। ভাল। লাগিল
@MridulSaikiaMridulsaikia
@MridulSaikiaMridulsaikia Жыл бұрын
শিৰোমনিক জীয়াই ৰাখক❤🙏🙏
@d-ahom3346
@d-ahom3346 Жыл бұрын
সুন্দৰ হৈছে আৰু লগতে নাহিদ য়ে কণ্ঠ নিগৰাইছে 🎉
@user-cs1ce6lm2o
@user-cs1ce6lm2o 11 ай бұрын
বহুত ভাল লাগিল গীতটো শুনি আৰু বেছি ভাল লাগিল জোনাই অধিবেশনৰ কিছু অংশ ভিডিওটোত দেখা পায় মনত পৰি গল কৃষ্ণ ,, আগলৈ আৰু এনে গীত শুনিবলৈ পাম বুলি আশা কৰিলো 🙏🙏
@mohannath6515
@mohannath6515 3 ай бұрын
হৰি হৰি , হাতে কৰা কাম মুখে লোৱা নাম ৷ তেহে হ’ব জাতিৰ নাম ৷ নহলে ভেটি উচান ৷
@santanadass5999
@santanadass5999 Жыл бұрын
Krishno
@pranjaldas2037
@pranjaldas2037 Жыл бұрын
শিৰোমনি সদায় আমাৰ হিদয়ত আছে ❤❤
@indiatube3390
@indiatube3390 Жыл бұрын
⚘️গীতটি শুনি বহুত ভাল লাগিল, আত্মা ছুই গৈছে । আপোনাৰ পৰা এনেকুৱা গীত ও ভিডিও খুব সোনকালেই পাম বুলি আশা কৰিলো🌹🙏🌹
@mukutlukhurakhon1411
@mukutlukhurakhon1411 5 ай бұрын
সচাকৈ দেই দেহ, মন সকলোৱেই হাত পৰি গল, সুন্দৰ পৰিকল্পনা আৰু পৰিৱেশন চাইও ভাল লাগিল সেয়ে আপোনাক ধন্যবাদ জ্ঞাপন কৰি ছো,
@biswajitboruah3716
@biswajitboruah3716 6 ай бұрын
🙏🏵️Krishna 🏵️🙏
@mirjaBoro-bu1pw
@mirjaBoro-bu1pw Жыл бұрын
ইমান সুন্দৰ গীত নাহিদক এবাৰ দেখোৱা হয়
@mukutlukhurakhon1411
@mukutlukhurakhon1411 Ай бұрын
কৃশন্ ঃসচাকৈ কওঁ যে আপোনালোকে গাই যাওক আৰু পৰিৱেশন চাইও ভাল লাগিল ভৱিষ্যতে ও এনে ভক্তি মূলক গীত শুনাব বুলি খুবেই আশা কৰিলোঁ, ভগৱানে আপোনালোক ক কুশলে ৰাখক আৰু সংগ দি সুখেৰে ৰাখক এই মানসেৰে ই,, ইমান ভাল লাগিল যে কবলৈ গলে মই ভাষাই বিচাৰি নাপালোঁ আপোনালোকক জনাবলৈ,, জয় হওক আপোনালোকৰ,
@pradipgogoi3182
@pradipgogoi3182 Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ অতি সুন্দৰ বহুতো ভাল লাগিল।
@abinashhandique6745
@abinashhandique6745 Жыл бұрын
কৃষ্ণ, জয় গুৰু শংকৰ 🙏 বৰ ভাল লাগিল ❤️😇
@mukutlukhurakhon1411
@mukutlukhurakhon1411 6 ай бұрын
আপোনাৰ গীতে সচাকৈ হৃদয় ভেদ কৰি যায় ,,,,সুন্দৰ উপস্থাপন তথা পৰিৱেশন চাইও ভাল লাগিল ভৱিষ্যতে ও এনে ভক্তি মূলক গীত শুনিবলৈ পালে মনতে বহু আনন্দ পালোহেঁতেন জয় হওক আপোনাৰ,,,
@rushanburagohain6803
@rushanburagohain6803 10 ай бұрын
সময়ৰ আহ্বান।ভাল লাগিল।সকলোৱে বুজিবলৈ চেষ্টা কৰক।
@rupakhazarika3859
@rupakhazarika3859 Жыл бұрын
গানটো ভাল লাগিল,,, তথাপিও জুবিন দাৰ শিৰোমণি বুলি গোৱাকনেই আৰু ভাল লগাই।।❤❤
@taideducationalandentertai5275
@taideducationalandentertai5275 Жыл бұрын
so beautiful song specially Nahid sister ❤
@gogoi5064
@gogoi5064 10 ай бұрын
কৃষ্ণ সুন্দৰ বৰগীত বৰভাল কথা বৰনাহিদ প্ৰভাৱিত হওক,আমি সকলোৱে গুৰুদুজনাৰ এনাজৰীত বন্ধা অসমীয়া অসম । ঈশ্বৰে আল্লাহ , তেৰে নাম,সবকো সদমতী দে ভগৱান ।।
@ratulboruah3544
@ratulboruah3544 Жыл бұрын
Bahut hundar apunar voice2 punar hunibale palu
@rabiulislam9042
@rabiulislam9042 11 ай бұрын
বৰ ভাল পালোঁ দেই। আৰু আশা কৰিলো।
@user-ul9kn6yj8p
@user-ul9kn6yj8p Жыл бұрын
Guru janar adorkho Ami palon koribo lagibo
@HukuramkaptakHukuramkaptak
@HukuramkaptakHukuramkaptak Жыл бұрын
🙏🙏 hari krishna radhe radhe
@sankardas3222
@sankardas3222 Жыл бұрын
ৰাম কৃষ্ণ হৰি 🙏🙏🙏
@champabhuyanbhuyan7716
@champabhuyanbhuyan7716 Жыл бұрын
কৃষ্ণ 🙏🙏🙏🙏
@ritombora687
@ritombora687 Жыл бұрын
জয় গুৰু শংকৰ 🙏🙏
@polensarmah4443
@polensarmah4443 Жыл бұрын
🙏 জয় গুৰু শংকৰ 🙏
@hafijurrahman4688
@hafijurrahman4688 Жыл бұрын
Jay guru Shankar ❤❤
@biswhajyotidasbhaitidas4361
@biswhajyotidasbhaitidas4361 Жыл бұрын
সঁচাই বৰ ধুনীয়া লাগিল দাদা❤ 🙏 কৃষ্ণ 🙏
@anuragkashyapcreation8060
@anuragkashyapcreation8060 Жыл бұрын
কৃষ্ণ কৃষ্ণ মানস দা । বৰ ভাল লাগিল । 🙏🏻
@bhaskarentertainment5621
@bhaskarentertainment5621 Жыл бұрын
বৰ সুন্দৰ,, বৰ ভাল লাগিল শুনি,, কৃষ্ণ 🙏🙏
@luckydas2045
@luckydas2045 Жыл бұрын
ৰাম কৃষ্ণ🙏🙏🙏 বহুত ভাল লাগিল মানস খুড়া
@borahda8933
@borahda8933 Жыл бұрын
Manash da apuni bohut din Sirumoni album or pra durt asil atya akw. Bonawk. Bohut vll pab raije
@nabajyotisaikia5849
@nabajyotisaikia5849 Жыл бұрын
বহুত ভাল লাগিল,আপোনাৰ সকলো দিহানাম নাম ভাল লাগে,এনেকৈ আৰু সুন্দৰ সুন্দৰ গীত আপোনাৰ কণ্ঠত শুনিবলৈ পাম বুলি আশা কৰিলো
@manalishadas6187
@manalishadas6187 Жыл бұрын
কৃষ্ণ কৃষ্ণ 🙏🙏🙏
@17Hirumoni
@17Hirumoni Күн бұрын
Hari Krishna ❤☺️🪈🌟🔥🙏✨
@aymanplayer904
@aymanplayer904 10 ай бұрын
Bohoot bhal lagil ❤❤❤
Bhagawanta Kot
9:50
Achurjya Borpatra Official
Рет қаралды 1,3 МЛН
Sigma Kid Hair #funny #sigma #comedy
00:33
CRAZY GREAPA
Рет қаралды 37 МЛН
Inside Out 2: Who is the strongest? Joy vs Envy vs Anger #shorts #animation
00:22
guru tumi (SIRUMONI)||MANASH BHAGAWATI||
9:28
Manash Bhagawati
Рет қаралды 1 МЛН
Minoti korisu dada ||Sirumoni|| ||Manash Bhagawati||
7:56
Manash Bhagawati
Рет қаралды 207 М.
NARAYAN KAVACH DIRGHA
16:21
DGMUSIC. IN
Рет қаралды 12 МЛН
(o guru shankar) SIRUMONI 2020 ||MANASH BHAGAWATI|| (Video song)
6:15
Manash Bhagawati
Рет қаралды 205 М.
Жандос ҚАРЖАУБАЙ - Ауылымды сағындым (official video) 2024
4:25
Munisa Rizayeva - Aka makasi (Official Music Video)
6:18
Munisa Rizayeva
Рет қаралды 12 МЛН
Taxi
3:06
Sadraddin - Topic
Рет қаралды 152 М.
Stray Kids "Chk Chk Boom" M/V
3:26
JYP Entertainment
Рет қаралды 61 МЛН
R-ONE - SENSIZ / СЕНСІЗ (Official Audio)
2:51
R-ONE MUSIC
Рет қаралды 37 М.
Erkesh Khasen -  Bir qyz bar M|V
2:43
Еркеш Хасен
Рет қаралды 976 М.