স্মাৰ্ট মিটাৰক লৈ তৰ্কযুদ্ধত লিপ্ত হ'ল KMSSৰ নেতা!

  Рет қаралды 250,464

NorthEast Now

NorthEast Now

Күн бұрын

Пікірлер: 1 200
@binoykalita7597
@binoykalita7597 2 ай бұрын
স্মাট মিটাৰ সংষ্ঠাপন কৰি জনতাৰ ধন হৰলুকি কৰিচে। জনসাধাৰণ সজাগ হব লাগিব।
@Jahiduraktar
@Jahiduraktar 2 ай бұрын
Dada amar iyat 11 toka unit loi sun
@anilrotia3110
@anilrotia3110 2 ай бұрын
Hosa kotha koise dada amr eyato ake
@SanjayKumar-td9um
@SanjayKumar-td9um 2 ай бұрын
আকৌ বিজেপিক ভোট দিবৰ হল ৷ উপনিৰ্বাচন আহি আছে ৷
@SriArunjyotiDeka
@SriArunjyotiDeka 2 ай бұрын
চৰকাৰে একমাত্ৰ জগৰীয়া কাৰণ বন্ধ কৰিব দিব লাগে
@dipankarbora2081
@dipankarbora2081 2 ай бұрын
স্মাৰ্ট মিটাৰ নামত সাধাৰণ জনতাক টুপী পিন্ধাই আছে বিশেষকৈ গাঁৱলীয়া সাধাৰণ মানুহক
@Rahul-e2x7z
@Rahul-e2x7z 2 ай бұрын
দাদা আপোনাক চেলুট মাৰিচু দাদা আপোনাক বহুত বহুত ধন্যবাদ জনালো অসমৰ সকলো ৰাইজ একেলগে ওলাই আহক এই দাদা জনৰ লগত দাদা জনক বহুত, বহুত ধন্যবাদ জনালো দাদা আপোনাক 100 বাৰ চেলুট মাৰিচু
@PRASANTADEURI-g7u
@PRASANTADEURI-g7u 2 ай бұрын
Right
@jahnobibharali3896
@jahnobibharali3896 2 ай бұрын
100%right
@dipokgogoi202
@dipokgogoi202 2 ай бұрын
একেবাৰেই সুদ্ধ, অসমৰ সকলো ঠাইত এনেকুৱাই হৈছে ।মামাৰ ধ্বংস পথৰ ভেলকি বাজি
@gitumanibarman6536
@gitumanibarman6536 2 ай бұрын
Smart mitar bandha korok kmss jinda bad
@mohiruddin1328
@mohiruddin1328 2 ай бұрын
Right Sir
@bobigogoi9961
@bobigogoi9961 2 ай бұрын
ৰাইজৰ হৈ মাত মতা বাবে ধন্যবাদ।স্মাৰ্ট মিতাবোৰ ভাঙি পেলাওঁক।
@SultanMahmud-fb5vt
@SultanMahmud-fb5vt 2 ай бұрын
I salute this person. He works for everyone. Thankyou p
@AsaduzZaman-lt9yi
@AsaduzZaman-lt9yi 2 ай бұрын
KMSS জিন্দাবাদ । স্মাৰ্ট মিটাৰে আমাক জলা-কলা খুওৱাইছে ।
@PRASANTADEURI-g7u
@PRASANTADEURI-g7u 2 ай бұрын
Right
@madhurtopnoh9713
@madhurtopnoh9713 2 ай бұрын
Smart meter nalage amak
@BijoypeguBijoyPegu-t3y
@BijoypeguBijoyPegu-t3y 2 ай бұрын
Good
@pranabdas7014
@pranabdas7014 2 ай бұрын
Smart meter boycott kribo lage
@debenhandique9958
@debenhandique9958 2 ай бұрын
সুন্দৰ বিবেচনা ভাল প্ৰশ্নৰ কৰিছে।
@hemantakumarborooah1104
@hemantakumarborooah1104 2 ай бұрын
এইবোৰেই চৰকাৰৰ টেটুচেপাঁ , স্মাৰ্ট মিটাৰৰ নামত গোটেই অসমখন গিলিপেলাইছে ৷
@user.debajit
@user.debajit 2 ай бұрын
বিজেপি চৰকাৰ মানে পুজিপতিৰ চৰকাৰ ৷ বিজেপি থকালৈ দুখীয়া দৰিদ্ৰই শান্তিত থাকিব নোৱাৰে
@NurulIslam-rd4yb
@NurulIslam-rd4yb Ай бұрын
Yes
@tapasmali813
@tapasmali813 2 ай бұрын
ইয়াৰ বিৰুদ্ধে বিৰোধী পাৰ্টি তথা সংগঠনবোৰে সংঘবদ্ধভাৱে প্ৰতিবাদ কৰা দৰকাৰ।
@bhupenkakati-v2v
@bhupenkakati-v2v 2 ай бұрын
এই লুণ্ঠন ৰাজৰ অন্ত কেতিয়া পৰিব। কেৱল সকলো ফালৰ পৰা লুণ্ঠন লুণ্ঠন লুণ্ঠন।
@Pratibha9269
@Pratibha9269 2 ай бұрын
ধন্যবাদ KMSS. প‌্ৰতিবাদ কৰিলেই connection কাতি দিয়ে।
@Abhinabgaming001
@Abhinabgaming001 2 ай бұрын
Full support 🔥🔥🔥
@akbarhussain3211
@akbarhussain3211 2 ай бұрын
আমাৰ অভয়াপুৰী সংমণ্ডলতো একে কাহিনী। বিজুলী বিলৰ খৰছ ১৫০% লৈ বৃদ্ধি হৈছে।
@DhaniramKonwar-u7n
@DhaniramKonwar-u7n 2 ай бұрын
ধিক্কাৰ দিছো এইখন চৰকাৰক। এই জুই সমগ্ৰ দেশতে অতি ভয়ংকৰ হোৱাৰ দিশে গতি কৰিছে।
@bimalboruah9507
@bimalboruah9507 2 ай бұрын
Hundar bhaitee neribaa ehotok . Smart mitre ye raije durbhug bhugise.
@7gc970
@7gc970 2 ай бұрын
ইস্মাট মিটাৰ বোৰ কোথা মাৰি ভাঙিব লাগে । ইস্মাট মিটাৰ নামত লুণ্ঠন কৰাটো।সত্য ।
@sarbanandarajkumar6356
@sarbanandarajkumar6356 2 ай бұрын
Sir You say Right. I Salute to You . . U are not "Ondho Vakto 'Thanks allot to U. 👌👍🏾
@kuldeepsarania8599
@kuldeepsarania8599 2 ай бұрын
এই চৰকাৰ খনে সাধাৰণ মানুহক শান্তিৰে থাকিব নিদিয়ে আৰু । এইবাৰ চৰকাৰ সলনি কৰিব লাগে ৰাইজ
@prasantasaikia8758
@prasantasaikia8758 2 ай бұрын
অসম চৰকাৰ ভিক্ষাৰীলৈ ৰূপান্তৰ হৈছে সেইকাৰণে স্মাৰ্ট মিটাৰৰ যোগেদি লুণ্ঠন কৰিছে
@PradipBarman-xk5zi
@PradipBarman-xk5zi 2 ай бұрын
bjp go back sab pablic ek hok
@MadhujyaBora-lp3fr
@MadhujyaBora-lp3fr 2 ай бұрын
আমি সকলোৱে এই মিতাৰ নলগোৱাৰ সিদ্ধান্ত ল'ব লাগে
@DineshMedhi-bc3mc
@DineshMedhi-bc3mc 2 ай бұрын
অলপ লুতিবলৈ দিয়ক, নিৰ্বাচনৰ সময়ত কমাই দিম ।
@amrithira7465
@amrithira7465 2 ай бұрын
Tumiu adin bujiba Babu........bap ka booj ki ....😂
@nibaransonowal24
@nibaransonowal24 2 ай бұрын
Tumi kamaba neki
@PinkiBoruah-fp5xp
@PinkiBoruah-fp5xp 2 ай бұрын
দাদা সত্য কথা কৈছে আমাৰ মনৰ কথা আপোনিক কৈ দিলে । ধন্যবাদ ।
@pranitabarman8587
@pranitabarman8587 2 ай бұрын
আপুনি ঠিকেই কৈছে এই মিটাৰ বিলাক ভাঙিব লাগে
@rushanburagohain6803
@rushanburagohain6803 2 ай бұрын
আকৌ এবাৰ মোদী চৰকাৰ......অনধ্ ভক্ত জিন্দাবাদ।
@dilipkurmi6716
@dilipkurmi6716 2 ай бұрын
Modi sarkar or bhul nai nohoi golaghat apdcl or problem ase
@k.kgamingvideo4229
@k.kgamingvideo4229 2 ай бұрын
​@@dilipkurmi6716 smart meter Modi Sorkar r project hoi bujila babu tumar sage age 5 bosor man hoi neki eman Xoru Powali a mobile nasai nohoi
@utpalvlog3919
@utpalvlog3919 2 ай бұрын
Only golaghatote nohoi amar charadeo district.tu akei.. smart meter loguar agot 150..200 bill asil. Atia 800, 900,1000,1100,1200..bill hoise...kaar dukh.. Sob sorkaror dukh...hadharon dukhia manuh khinik mariboi odhikar dise babehe apdcl a nijor mote anedore hadharon manuh khinik madhomaar dibo parise...iyar birudhita koriboloi hokoluke aahbaan jonaisu.
@kalita3196
@kalita3196 2 ай бұрын
Mojah dise ru dibo lge ইহঁতক
@kanikaborah3041
@kanikaborah3041 2 ай бұрын
সঁচা কথা কৈছে মামা ধৰক আৰু স্মাৰ্ট মিটাৰ বাতিল কৰিবলৈ কওঁক
@asomiaasom6008
@asomiaasom6008 2 ай бұрын
দকাইতৰ চৰকাৰৰ কাম দকাইত কৰা গতিকে বিজুলি বিলৰ নামত দকাইত চৰকাৰে জনগণক দকাইত কৰি আছে ।অখিল গগৈয়ে আগতেই বিজেপিৰ দকাইত চৰিত্ৰৰ বিষয়ে জনগণক সজাগ কৰিছিল তাৰ পিছতো বিজেপি দকাইত দলক নাচি নাচি ভোট দি চৰকাৰ পাতিছে যেতিয়া বিজেপি দকাইত দলে জনগণক দকাইত কৰিবই তাত বাবেকহীন লুভীয়া ভোটাৰৰ হৈ মাত মাতি লাভ নাই ।মৰক বিবেকহীন ভৌটাৰ অসমীয়া । এমাহত ১২৫০ টকা অৰুণোদয়ৰ লোভত বিজেপিক ভোট দি মাহত ১২০০ টকা বিজুলী বিল ,সকলো সামগ্ৰীৰ ওপৰত অত্যধিক কোৰ আৰু বৰ্ধিত মুল্য ভৰি ভৰি দেউলীয়া হওক ভালেই হৈছে বেয়া হোৱা নাই ।আৰু বৃদ্ধি হওক ।জয় দকাইত বিজেপি দল চৰকাৰ জয় ।
@PBMUSIC-kp1zr
@PBMUSIC-kp1zr 2 ай бұрын
বহুত সুন্দৰ লিখনি দেই।একেবাৰেই সত্য।
@bijusaikia5372
@bijusaikia5372 2 ай бұрын
ঘৈণীয়েকৰ আচনি কটা যায় বুলিয়েই বহু গিৰীয়েকে প্ৰতিবাদেই নকৰে । পথাৰৰ পৰা আহিহে মিটাৰ লগাই যোৱা বুলি গম পালো । ৰংচঙীয়া মিটাৰটোৱে ঘৰটো বৰ শুৱনি চৰাইছে । মনটো ভালো লাগিছে । খবৰটো মনে মনে বিয়নীক দিলো । কাকো নকবলৈ কৈছো নহলে মানুহে হিঃসা কৰিব । কৃষ্ণ প্ৰভূ বৰ কৃপা কৰিলা । কৃষ্ণ ।
@migangcpasung5114
@migangcpasung5114 2 ай бұрын
আমাৰ গাঁৱত জুলাই মাহৰ বানপানীৰ সময়ত 20 দিনলৈকে কাৰেণ্ট বন্ধ কৰি ৰাখিছিল। কিন্তু পৰিতাপৰ বিষয় কাৰেন্টৰ বিল বেছিকৈয়ে আহিল। নিশ্চয় ইয়াৰ মাজত APDCL বিভাগত বহু দালাল নীতি সোমাই আছে।
@souravtipsassamese4586
@souravtipsassamese4586 2 ай бұрын
ধন্যবাদ KMSS❤👍
@divyachetia3719
@divyachetia3719 2 ай бұрын
It is right points
@kingfishfeedindiano.1451
@kingfishfeedindiano.1451 2 ай бұрын
Kmss ৰ নিচিনা কাৰো এনে দম নাই ৰাইজৰ হকে মাত মাতিবলৈ।সব টকাৰ লুবি চাগে
@TankeswarGogoi145
@TankeswarGogoi145 2 ай бұрын
APDCL ৰ মানুহ বোৰৰ অতপালি বাঢ়িছে
@sanjibondeka781
@sanjibondeka781 2 ай бұрын
Moi apdcl r junior engineer
@Laskar_king
@Laskar_king 2 ай бұрын
​@@sanjibondeka781kiman lutise extra
@bjpatowary2780
@bjpatowary2780 2 ай бұрын
Laz lga nai kba​@@sanjibondeka781
@BijayBorah-bm5dn
@BijayBorah-bm5dn 2 ай бұрын
Kiman tej khaiso dukhiya raijor​@@sanjibondeka781
@JakirAli-qx2nq
@JakirAli-qx2nq 2 ай бұрын
​@@sanjibondeka781apuni engineer Ami ki korim raijor kotha sinta korise janu
@madhabmedhi1322
@madhabmedhi1322 2 ай бұрын
সুন্দৰ আৰু দৰকাৰী কথা কৈছে
@simantagoswami2252
@simantagoswami2252 2 ай бұрын
গোটেই অসমৰ ৰাইজ ওলাই আহিব লাগে বিজেপিক আৰু জিকাব নেলাগে ।
@PRASANTADEURI-g7u
@PRASANTADEURI-g7u 2 ай бұрын
Right
@Janmoni-d3v
@Janmoni-d3v 2 ай бұрын
কংগ্ৰেছ জিকিলে পৰিস্থিতি কি হব গম পাইছে নহয় ।
@HukhesherMohan
@HukhesherMohan 2 ай бұрын
KMSS জিন্দাবাদ স্মার্ট মিটাৰৰ জেগাত ধন লুটিছে😮
@Rana-hg8hg
@Rana-hg8hg 2 ай бұрын
জনসাধাৰণ সজাগ হবৰ হল বাংলাদেশৰ দৰেই ভেকচিন ব্যবহাৰ কৰিবলৈ
@ice-creams-are-not-real
@ice-creams-are-not-real 2 ай бұрын
Ghenta koribi, ulai oha kitaru theng vagibo😂😂😂
@raihanalam2019
@raihanalam2019 2 ай бұрын
২০২৬ ত বুটামটো টিপি বিজেক খেদিব লাগে।
@sailendrabhattacharjya9223
@sailendrabhattacharjya9223 2 ай бұрын
গোটেই লুতি আছে হেৰিৰ সময়ত লাগিব নহয় ।মোৰো একেই অবস্থা।
@Rajuroy-l8c
@Rajuroy-l8c 2 ай бұрын
We support you
@northeastnewsky-919
@northeastnewsky-919 2 ай бұрын
সুন্দৰ পদক্ষেপ।
@nayanrai5662
@nayanrai5662 2 ай бұрын
Sundar,,,, jukti ase kothar,,
@sumandeka9642
@sumandeka9642 2 ай бұрын
অতি সোনকালে ৰ্স্মাট মিটাৰ বন্ধ হব লাগে। গোটেই লুটি খাইছে অসমৰ সাধাৰণ ৰাইজক।
@AmarSarania-l3t
@AmarSarania-l3t 2 ай бұрын
একমত, এইখন চৰকাৰে স্মাৰ্ট মিটাৰৰ নামত ৰাইজৰ পৰা কোটি কোটি টকা লুণ্ঠন চলাই আছে । আৰু ফাইনৰ নামত ৰাইজৰ পৰা ৪০০টকাকৈ লব একো দৰকাৰ নাই নহয় । অন্ধভক্ত বোৰৰ কত আছ?? কিবা কোৱা তোমালোকৰ মামাক🤣
@test-ix9im
@test-ix9im 2 ай бұрын
Ki koi.... andho kaita atiau bhal certificate dibo....salki thakutai din jabo
@sonarampegu9986
@sonarampegu9986 2 ай бұрын
প্ৰলোভন দি হে চৰকাৰ গঠন কৰি তেজ শুকিয়ে।
@sonarampegu9986
@sonarampegu9986 2 ай бұрын
প্ৰলোভন দি হে চৰকাৰ গঠন কৰি ৰাইজৰ তেজ শুকিয়ে।
@nipulbora3944
@nipulbora3944 2 ай бұрын
Sabas. Beta
@manikasom3552
@manikasom3552 2 ай бұрын
বিভাগীয় কৰ্মচাৰীক দৰমহাই নুজুৰিছে বুলি ৰাইজৰ পৰা লুটিব নেকি?বৰ বেছি ঘটি লাভ নাই।সকলো এৰি এদিন পৰসংসাৰলৈ গমন কৰিব লাগিব।
@sirajulhussain3145
@sirajulhussain3145 2 ай бұрын
চোৰৰ যুক্তি ঢেৰ । স্পষ্টকৈ ইহঁত চোৰ আৰু ডকাইত ।
@modhurajc6316
@modhurajc6316 2 ай бұрын
Right sir
@Maitrayeedihingia
@Maitrayeedihingia 2 ай бұрын
একেবাৰে সঠিক কথা কৈছে। মই ১০০%একমত আপোনাৰ সৈতে । বিশেষকৈ মহিলা বাইদেউ সকলে বুজি পোৱা উচিত যে আমাৰ টকাৰেই আমাকে অৰুণোদয় ৰূপত দি আছে।
@bharotiborboruah161
@bharotiborboruah161 2 ай бұрын
Thik koise dada
@JiyarulHoque-w2x
@JiyarulHoque-w2x 2 ай бұрын
Right
@dwipenkalita7192
@dwipenkalita7192 2 ай бұрын
Smart mitre bandha haba lage.
@digicationassam1747
@digicationassam1747 2 ай бұрын
সুন্দৰ পদক্ষেপ
@DipaliGoswami611
@DipaliGoswami611 2 ай бұрын
Bahut val pratibad .amar dore dukhik aponaloke help korok.aponar kothar oti jukti ase.
@Ashokrabha-o2q
@Ashokrabha-o2q 2 ай бұрын
এই প্ৰতিচ্ছবি খুবেই ভয় লগা। এইটো কাৰণতেই বোধয়, অহা electionot বিজেপি পৰাজিত হোৱাৰ সম্ভাৱনা আছে।
@MotivationalFever-mm2ot
@MotivationalFever-mm2ot 2 ай бұрын
True.. agte 500/400 ahisl monthly.. mur 1500 ahise
@pranabneoge4526
@pranabneoge4526 2 ай бұрын
Takei o.. agotei bill ahisil 700 to 800... Last recharge korisilu 7th aug 600.. aji saisu -7 dekhaise... Mane Buji napao... Guttei din to nathaku... 600 9 days ot kenekoi
@papugogoi2837
@papugogoi2837 2 ай бұрын
​@@pranabneoge4526Raije sobe consumer court case dile val hbo buli moi vabu. Fan ekhn solaboleu voi loga hol
@Monoranjan-sf2tc
@Monoranjan-sf2tc 2 ай бұрын
গৰু পিঠন দিয়ক।
@binudas8708
@binudas8708 2 ай бұрын
সকলো এক হৈ এই পকেট কাতিপেলাবৰ সময় সমাগত।
@rajkumarpanging2166
@rajkumarpanging2166 2 ай бұрын
স্মাৰ্ট মিটাৰে সাধাৰণ পৰিয়ালক জ্বলা কলা খুৱাইছে।
@NasiruddinAhmed-dr1ue
@NasiruddinAhmed-dr1ue 2 ай бұрын
Right brother 🙏🙏🙏😊
@rahulhazarika9852
@rahulhazarika9852 Ай бұрын
বহুত ভাল কথা কৈছে।সকলো এক মত হব লাগে ৰাইজ।
@jerinanazmin5061
@jerinanazmin5061 2 ай бұрын
Bahut bahut dhanybad
@gourabdebshillong3620
@gourabdebshillong3620 2 ай бұрын
Right point
@JITENCHANDRASAIKIA-z5o
@JITENCHANDRASAIKIA-z5o 2 ай бұрын
চৰকাৰে ধন ঘটিবলৈ দায়িত্ব দিছে আৰু বিল তেওঁলোকে দি আছে
@debasishborah3097
@debasishborah3097 2 ай бұрын
Congratulations To You, Obviously Right, May God Bless You
@Handwovenclothes
@Handwovenclothes 2 ай бұрын
ইহঁতক ভালকৈ ধৰক
@hiraboruah3208
@hiraboruah3208 2 ай бұрын
একেবাৰে সঁচা কথা কৈছা, ধন্যবাদ।
@sanusharma3353
@sanusharma3353 2 ай бұрын
Right 110% ...... Kotha....
@AnjuDutta-bl9yn
@AnjuDutta-bl9yn 2 ай бұрын
Good newas
@rasidakhatun-g2r
@rasidakhatun-g2r 2 ай бұрын
KMSS jindabad
@lalitdasele7372
@lalitdasele7372 2 ай бұрын
100%Right Apuni bohut vl kotha koi se moi apunar logot ak mot❤
@sibuboruah6240
@sibuboruah6240 2 ай бұрын
Smrat Mita সকলোৱে ভাঙি পেলাব লাগে
@NiluGogoi-o3y
@NiluGogoi-o3y 2 ай бұрын
দাদা অসমৰ ছিচতেম তোৱে এনেকোৱাই ভাল দিছে
@jituborah4994
@jituborah4994 2 ай бұрын
হয় দুখীয়া মানুহৰ হতাশাত ভুগিছে ।
@jesminsultanaahmed2473
@jesminsultanaahmed2473 2 ай бұрын
সাধাৰণ জনতাৰ তেজ খাব এতিয়া, উন্নতি আৰু পৰিবৰ্তন 🙏
@BabulNath-j8d
@BabulNath-j8d 2 ай бұрын
Right❤
@satyajitphukan9790
@satyajitphukan9790 2 ай бұрын
ধন্যবাদ
@ManjuBorah-p8i
@ManjuBorah-p8i 2 ай бұрын
ইয়াৰ বিৰুদ্ধে অসমৰ জনগণে সংঘবদ্ধ হৈ বিৰোধিতা কৰিব লাগে। ৰাজহুৱা খণ্ডৰ সম্পত্তি ব্যক্তিগত খণ্ডক বিক্ৰী কৰাৰ পৰিণাম ভোগ কৰিব লগীয়া হৈছে জনসাধাৰণে। প্ৰতিবাদ কৰাৰ সময় হ'ল।kmss ধন্যবাদ।নেৰিব ইহঁতক
@JuntiBordoloi-mf2ti
@JuntiBordoloi-mf2ti 2 ай бұрын
Mojja disa bhai
@axcelcore3208
@axcelcore3208 2 ай бұрын
থিক্সে বহা ইহঁতক, মুৰ বেয়া কৰি দিছে ইহঁতে
@MohanGogoi-xq6yu
@MohanGogoi-xq6yu 2 ай бұрын
ঠিক কৈছে
@padmanathdoley3510
@padmanathdoley3510 2 ай бұрын
Thik koise, smart meter bhangi dibo lage
@KrishnaKantaNath-bo6ve
@KrishnaKantaNath-bo6ve 2 ай бұрын
ধন্যবাদ, আচাদুৰ তুমিও মিটাৰৰ দৰে হৈ উফৰাই দিয়া । আমিও অনীতি কামত পিছূৱাই নেথাকো,,,,,
@lx..mijanur
@lx..mijanur 2 ай бұрын
Good answer
@anuomborah640
@anuomborah640 2 ай бұрын
Jindabad
@AkbarAli-ju8df
@AkbarAli-ju8df 2 ай бұрын
Yes
@damudarbordoloi-
@damudarbordoloi- 2 ай бұрын
Right 👍
@hiranyamudoi1767
@hiranyamudoi1767 2 ай бұрын
Smart meter or birutdhe mat Matok Asomor manuhe
@Tarunchdeka-cb4go
@Tarunchdeka-cb4go 2 ай бұрын
স্মাৰ্ট এপিডিচিএল কৰ্ম জীৱন হয়, চেয়াৰমেন জনে শুনিলে নে, চৰকাৰে শুনায় নাই
@HarinathChangmai
@HarinathChangmai 2 ай бұрын
Kmss jindabad
@debaranjandoley8978
@debaranjandoley8978 2 ай бұрын
Bohut val lagil
@unityinindia4467
@unityinindia4467 2 ай бұрын
Modi adani hey toh mumkin hey 😅😅😅
@nayangogoi4274
@nayangogoi4274 2 ай бұрын
💯% right said bro
@ChaithanyaS-ow8ij
@ChaithanyaS-ow8ij 2 ай бұрын
বাংলা দেশৰ দৰে জাতীয় সংগঠন অসমত লাগে
@simantasaikia4369
@simantasaikia4369 2 ай бұрын
Kayo Assam khon dhkho koribole ha
@GourisankarSonowal-uh1ft
@GourisankarSonowal-uh1ft 2 ай бұрын
Amar major akankho manoh bure beya Current bill dibo mon nokore Aru jodi current katibo jai tetiya office or manoh burok beya bebohar kora dekhi bole puwa jai Tekhet Luke tetiya ki koribo Hoi nohoi hokolu a kobo sun
@gh12138.
@gh12138. 2 ай бұрын
Bjp vote di aru raij😢😢😢😢
@mohandaimari.mohandaimari.4867
@mohandaimari.mohandaimari.4867 2 ай бұрын
Thik kotha koise
@ibadurmiah3111
@ibadurmiah3111 2 ай бұрын
Krishok neta Thanks
@imraz2357
@imraz2357 Ай бұрын
ঠিক কৈছে দাদা
НАШЛА ДЕНЬГИ🙀@VERONIKAborsch
00:38
МишАня
Рет қаралды 3 МЛН
Хасанның өзі эфирге шықты! “Қылмыстық топқа қатысым жоқ” дейді. Талғарда не болды? Халық сене ме?
09:25
Демократиялы Қазақстан / Демократический Казахстан
Рет қаралды 353 М.
Shahrukh Khan romantic dance with Madhuri Dixit in award show
6:26
देवेश भैया जी
Рет қаралды 2,2 МЛН