স্মাৰ্ট মিটাৰৰ বাবে বিদ্যুৎ মাচুল বৃদ্ধিৰ অভিযোগ নস্যাৎ APDCLৰ

  Рет қаралды 52,899

NKTV PLUS

NKTV PLUS

Күн бұрын

Пікірлер: 185
@ujjalgogoi1709
@ujjalgogoi1709 Ай бұрын
বিদ্যুত ককাইদেউ সবল কণ্ঠ আগবঢ়ায়ছে ধন্যবাদ 👍
@rajkumardihingia2331
@rajkumardihingia2331 Ай бұрын
অসমত যদিহে স্মাৰ্ট মিটাৰ বাতিল নহয় ২৬লৈ অসমৰ ৰাইজে বাট নেচাবও পাৰে,,,যেনেকৈ হাতীক ঘৰচীয়া কৰিও ৰাইজে হাবিলৈ খেদিলে আৰু সেইদৰে পদুমেৰে ফুলি থকা পুখুৰীকেইটাও ৰাইজে পুতি চিন নোহোৱা কৰিব নিশ্চিত,ৰাইজৰ কথাৰ প্ৰতি মনযোগ নিদিয়া চৰকাৰৰ প্ৰয়োজন শেষ হৈছে বুলি ভাবো,,,মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ গাত সম্ভৱ মহম্মদ বিন টোঘলকৰ আত্মাই লম্ভিছে,,,,অতি অহংকাৰত ৰজাও অঘৰী হয়,গতিকে সময় থাকোতেই কথাবোৰ বিবেচনা কৰিলে ভাল.....
@PabitraSharma-u3h
@PabitraSharma-u3h Ай бұрын
২০২৬ চনৰ নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিয়া হ'ব,এইখন ৰাজতন্ত্ৰ নহয়।
@dhanti_016
@dhanti_016 Ай бұрын
Mukhe tu hakolue koi kintu hekhat uluta. Dutaka man poisa pale sab eke hoi jai 😅
@Bolin-nm6to
@Bolin-nm6to Ай бұрын
𝓟𝓸𝓹 𝓚​@@dhanti_016
@prasannagogoi9335
@prasannagogoi9335 Ай бұрын
চৰকাৰে বিভিন্ন আঁচনিৰ লগতে ফ্ৰী চাউল দি এচাম মানুহক এলেহুৱা কৰা যেন, ৰাজ্যখনৰ জনমূৰি আয় নিম্নগামী কৰা যেনহে বোধ হয়৷
@ridipbora2621
@ridipbora2621 Ай бұрын
স্মাৰ্ট মিটাৰ উত্তৰ, 2026 ত দিবৰ অসম ৰ ৰাইজে
@lakheswarborah3046
@lakheswarborah3046 Ай бұрын
এই চৰকাৰে উচিত সময়ত স্মাট মিটাৰৰ লন্ঠনৰ উত্তৰ পাব ।
@durlovgogoi5965
@durlovgogoi5965 Ай бұрын
পুৰণি মিটাৰৰ unit consume ৰ অনুযায়ী বিল পৰিশোধ কৰি থকাৰ স্বতেও ডকাইত ৰূপী "smart meter" লগোৱাৰ বাবে দাদাগিৰি, জুৰ -জুলুম কিয়? সাধাৰণ জনসাধাৰণৰ প্ৰতি এখন গণতান্ত্ৰিক চৰকাৰৰ দ্বায়িত্ব কি ? সাধাৰণ জনতাৰ টেটু চেপি টকা খোৱাটোৱে শাসনাধিষ্ঠ গাদীৰক্ষক সকলৰ নিতী নেকি ?
@afazulhoque4032
@afazulhoque4032 Ай бұрын
আজিলৈকে কোনো এজন ব্যক্তিয়ে এই মিটাৰ ভাল বুলি কোৱা শুনা নাই।
@diman6591
@diman6591 Ай бұрын
Bjp Assam etea ad solai asea kitaman manuhok poisa dea smart meter val buli koi asea 😂
@dipaksitoula
@dipaksitoula Ай бұрын
Bhal buli kaba nowari 600-700 taka ahisil atiya 6000 aahisey
@mihirbaruah3453
@mihirbaruah3453 Ай бұрын
কি কথা কব আহিছে APDCL এ? আমি ভুক্তভোগী। কিয় লগালে স্মাৰ্ট মিটাৰ? এইটো বোলে industry আদি বানিজ্যিক প্ৰতিষ্ঠানৰহে মিটাৰ। কাৰ কমিচনৰ অংক মিলাবলৈ গৈ আমাৰ দৰে সাধাৰন পৰিয়াল বোৰক এনে মাধমাৰ শোধালে? এই স্মাৰ্ট মিটাৰেই ২০২৬ত ৰজাঘৰীয়াক ডুবাব। ই খাটাং।
@SanjibAlam-r9q
@SanjibAlam-r9q Ай бұрын
26 t raije pahori jabo
@diman6591
@diman6591 Ай бұрын
​@@SanjibAlam-r9q um himanta ahe nase jabo aro sob raij pahore jabo 😂
@eyakubali336
@eyakubali336 Ай бұрын
2026. আহি আছে । উত্তৰ ৰাজ্যৰ ৰাইজে নিজেই দিব । অপেক্ষা কৰক
@natdebajit
@natdebajit Ай бұрын
ৰাজনৈতিক দলৰ মেখেলা ধোৱা কেইটাই সদাই চৰকাৰৰ গুন গান গাবৈ বেয়া পাই লাভ নাই
@khokansarkar1483
@khokansarkar1483 Ай бұрын
মোৰ ডিজিটেল মিটাৰতে চাৰিগুণ বেছি বিল আহি আছে
@MagneticShock-me5kk
@MagneticShock-me5kk Ай бұрын
স্মাৰ্ট মিটাৰ সমৰ্থনত যিমানেই যুক্তি কৰক, ইয়াৰ হিচাব ২০২৬ত দিব। এতিয়া চব মনে মনে থাকে।চাই থাকা।
@kumudbaruah2001
@kumudbaruah2001 Ай бұрын
২০১৪,২০১৬,২০১৯,২০২১ আৰু ২০২৪ ৰ নিৰ্বাচনত যেনেকুৱা ফলাফল হৈছিল ২০২৬ ত একেই হ'ব। ব্যতিক্রম একো নহয়। স্মার্ট মিটাৰ এটা অত্যাধুনিক প্রযুক্তি আৰু এই প্রযুক্তি বিৰোধী ৰ বাদে সকলো জনতাই আঁকোৱালি লৈছে। কিছুমান গনবিছিন্ন হতাশাগ্রস্ত ৰাজনৈতিক দল ৰ নেতাৰ জনপ্রিয়তাৰ বাবে কৰা বিৰোধিতা বাহিৰে অন্য কোনো ইতিবাচক পদক্ষেপ নহয়। স্মার্ট মিটাৰত যদি কিবা আসোৱাহ আছে সেয়া কাৰিকৰী ভাবে শুধৰাই সফল প্ৰয়োগ কৰক সকলোৰে উপকাৰ হ'ব।
@mahendrasaikia8622
@mahendrasaikia8622 Ай бұрын
এই নেতাৰ একো কথা শুনিবলৈ নাই মাথোঁ স্মাৰ্ট মিটাৰ গো বেক
@KunjaGogoi-s7t
@KunjaGogoi-s7t Ай бұрын
No.smart.miter
@janardonbora2795
@janardonbora2795 Ай бұрын
Smart miter বন্ধ নকৰিলে উজনিৰ পৰা বিজেপিক উৎখাত কৰা হব ২৬ ত।
@jintumili1955
@jintumili1955 Ай бұрын
নীতি শিক্ষা দি থাকিব নালাগে....মুঠতে ৰাইজক স্মাৰ্ট মিটাৰ নালাগে...ৰাইজৰ উৰ্দ্ধত গৈছে এইখন হিমন্ত চৰকাৰ.....
@FfsyGeru
@FfsyGeru Ай бұрын
এই বোৰ উওৰ পাৱ সাধাৰণ মানুহে দিব ২৬ লৈ অপেষা কৰক মাধু ়
@DhrubajitBoruah
@DhrubajitBoruah Ай бұрын
নেলাগে আছনী লাগে কম দামি বিজুুলী মীঠাতেল পেটল দিজেল আলু আদী আদী
@puronpayeng7151
@puronpayeng7151 Ай бұрын
স্মাৰ্ট মিটাৰ বন্ধ হব লাগে । বিল বেছি আহিছে
@KrishnaSingh-xn1dh
@KrishnaSingh-xn1dh Ай бұрын
কোনো মানুহ প্ৰতিবাদ কৰা নাই বিল ঠিক আছে বুলি ,কিন্তু এই মিটাৰ মানুহক আৰু দুখীয়া কৰিব ।
@madhurjyamahanta
@madhurjyamahanta Ай бұрын
'ৰাইজৰ ওপৰত বোজা জাপি দিব নালাগে' শইকীয়া ডাঙৰীয়াই ঠিকেই কৈছে ।
@sdahmed6522
@sdahmed6522 Ай бұрын
ধৰ্ম বিভাজনৰ ৰাজনীতিৰে ৰাইজক চশমা পিন্ধাই আনফালে V.I.P ষ্টাইলেৰে ৰাইজৰ মূৰত ৰামটাঙোন দি লুটি খাই আছে, এই খকোৱা,কোলাঙ্গাৰ,চোৰ বিধায়ক-মন্ত্ৰীসকলে। কিন্তু আমিবোৰে নিমাত হৈ আছো এইতো কাৰণেই যে অসম ধ্বংস হৈ যাওক, চোৰ নেতাবোৰে সম্পত্তিৰ পাহাৰ গঢ়ক, শিক্ষা আৰু স্বাস্হ্যতো Tax বৃদ্ধি কৰক, আমাৰ ইয়াত একো ক'ব লগা নাই। মাত্ৰ আমাৰ নিজৰ নিজৰ ধৰ্ম জীয়াই ৰাখিব লাগে নহয় জানো !😡
@umapatibsty9005
@umapatibsty9005 Ай бұрын
শাসন কৰাৰ চলেৰে শোষণ
@PRANJALBORUAH
@PRANJALBORUAH Ай бұрын
গুজৰাট ত বন্ধ কৰিলে স্মাৰ্ট মিটাৰ কিয় ?বি জে পি য়ে কব পাৰিব নে ???
@AkhtarHussain-gt1ze
@AkhtarHussain-gt1ze Ай бұрын
সিদ্ধাৰ্থ দাই ঠিকেই কৈছে৷
@prasannagogoi9335
@prasannagogoi9335 Ай бұрын
যিমানেই যি নকওক কিয় সাধাৰণ জনতাৰ প্ৰায় ভাগেই দিনটোত কিমান কাৰেণ্ট খৰচ কৰিছে কেতিয়াও নেচায়৷ মাত্ৰ মাহটোৰ মূৰত চাই যে কিমান বিল কম বা বেচি আহিছে৷তেনে ক্ষেত্ৰত জনতাই মিচাতে কিয় হুলস্থূল কৰিব?
@utpalgoswami1990
@utpalgoswami1990 Ай бұрын
কিয় লগাব লাগে আদানিৰ নতুন মিটাৰ ? CM য়ে কিয় জোৰ দিছে ? CM য়ে আমদানিৰ পৰা কমিছন লৈ নতুন মিটাৰৰ বেপাৰ আৰম্ভ কৰিছে নেকি ? নে বাগান কিনিবলৈ সৰহকৈ কমিছন ললে আমদানিৰ পৰা ।
@jugal69006
@jugal69006 Ай бұрын
অসমত দুখীয়া মানুহ ইমান আছে এইবিলাক কিয় লাগাব লাগে
@RanjitNath-ly4oq
@RanjitNath-ly4oq Ай бұрын
Bidyut dai right kotha koise
@digantanath3121
@digantanath3121 Ай бұрын
অভাৰ স্মাৰ্ট মিটাৰ ... ২৬ দিয়া হব উত্তৰ ... কোনোৱা এদিন কুথাৰে ভাঙিপেলাম
@dwijensarmah4370
@dwijensarmah4370 Ай бұрын
APCDL য়ে স্পষ্টীকৰণ দিলেই হব নেকি? ভুক্তভোগীৰ কথাও মানিব লাগিব! ডকাইতি কৰি থাকিলেই নহব! Helpline নংত উত্তৰ নাহে কিয়?
@tapandutta7449
@tapandutta7449 Ай бұрын
দেৱজিত গোস্বামী ডাঙৰীয়াক বি জে পি ৰ অন্ধ ভক্ত চামছাঁ যেন লাগিল,,,,,ঘেন্তা টেকনিকেল কথা কয়,,,
@anindrabora664
@anindrabora664 Ай бұрын
Smart miter হৈছে মানি ল'লো ভাল হৈছে বাৰু কিন্ত smart কাৰেণ্ট কিয় হোৱা নাই ইমান গৰমত দিনটোৰ বেছি সময় আমাৰ ফালে কাৰেণ্টতেই নাথাকে ।গতিকে মিটাৰতকৈ smart কাৰেণ্ট দিয়ক।
@TapanTamuli-uj7yh
@TapanTamuli-uj7yh Ай бұрын
হিমন্ত হতাও
@zgjahid1234
@zgjahid1234 Ай бұрын
ৰাইজৰ কথা নুশুনে কিন্তু ৰাইজৰ ভোট লাগে
@tayyeburrahman7362
@tayyeburrahman7362 Ай бұрын
অসমত ২৫ লাখ Smart meter লগালে এটাত বছৰত ৫০০০ টকা বেছিকৈ ললে চৰকাৰে বছৰত ১২৫০ কোটি ৰাইজৰ পৰা লব
@GoneshPatowary
@GoneshPatowary Ай бұрын
সাধাৰণ ৰাইজ শোধক
@ag5541
@ag5541 Ай бұрын
আমাৰ ঘৰত আগতে যি কেইটা আছিল,এতিয়াও সেই কেইটাই আছে।আগত বিল আহিছিল ১০০ৰ১৫০ টকালৈ কিন্তু এতিয়া আহিছে৭০০/ ৮০০ টকালৈ কিয়?
@kumudbaruah2001
@kumudbaruah2001 Ай бұрын
এতিয়া ফাকিবোৰ, আসোৱাহ বোৰ ধৰা পৰি গৈছে। ১০০ টকাৰ বিল অহা মিটাৰতো ফলদানি নেকি?
@TarunPayeng
@TarunPayeng Ай бұрын
Bjpye Karu kotha নুশুনে,,,,,আঁচনি দিলে মানুহে ধনী হব পাৰে নেকি
@nobgamer500
@nobgamer500 Ай бұрын
Smart mitar bondho hobo lage
@KaustubhKumarGogoi
@KaustubhKumarGogoi Ай бұрын
Siddhartha Bhattacharjee is right, a p d c l should inform the consumers before installation of smart meters, also if the load in a house exceeds permitted load even for a sometime say for 30 mins,then the smart meter displays the extra load and the a p d c l charges penalty for extra load,although the consumers pay for the units consumed during the period of using electricity when the smart meter displays extra load, this penalty system is not justified, but in this case so the smart meter is not transparent for consumers,another point is that as the post paid billing system was abolished the consumers donot have any way to know details of payment. Lastly it is unjustified because penalty should not be imposed for exceeding the permitted load temporarily for a some time,this system is not good because india is a welfare state,bjp govt should mind it.
@ridipbora2621
@ridipbora2621 Ай бұрын
APDCL OUT SOURCE কমৰ্শৰী regular কৰা পৰিবৰ্তে স্মাৰ্ট মিটাৰ আনিছে , এইবোৰে পৰিবৰ্তন
@inamulhaque6301
@inamulhaque6301 Ай бұрын
সিদ্ধেশ্বৰ ডাঙৰীয়া দেৱে থিক কথা কৈছে।
@partha0973
@partha0973 Ай бұрын
#stopsmartmeter
@PronabDeori-xt1wc
@PronabDeori-xt1wc Ай бұрын
Aiku nai 26 ot Kiba eta koribo lagibo.
@AkhtarHussain-gt1ze
@AkhtarHussain-gt1ze Ай бұрын
এতিয়া বিল বেছি আহিবলৈ ধৰিছে৷
@alekuddin7259
@alekuddin7259 Ай бұрын
Smart Miter Nalage
@dipugogoi9987
@dipugogoi9987 Ай бұрын
আগত ৰাইজৰ মাজত সজাগতা নকৰি বিদূত বিভাগৰ গাফিলতি
@maheswarhazongbalijurisoni2797
@maheswarhazongbalijurisoni2797 Ай бұрын
Smart mitre, smart manuh bore solabo paribo, baki gaon r manuh bore keneke solabo, recharge bare bare kori dokanat poisa deutei double hobo, aro atia prepaid howa karone jodi rati 10 bojat jodi recharge khek hole , ki koribo rati to andhar thakibo lagibo, ane bahut problem, so manual mitr is good for us
@prasannagogoi9335
@prasannagogoi9335 Ай бұрын
দেৱজিৎ গোস্বামীৰ মন্তব্য বোৰ গ্ৰহণযোগ্য বুলি ক’ব নোৱাৰি৷
@debajitkumarsarma2825
@debajitkumarsarma2825 Ай бұрын
Smart meter should be REPLASHED at an early date .
@krishnaprasaddeka8090
@krishnaprasaddeka8090 Ай бұрын
Yes sir it profitable for company but not for public.. stop smart meter installation.
@tapandutta7449
@tapandutta7449 Ай бұрын
ঋতুবৰণ শইকীয়া,,,,এই বি জে পি ৰ ঘেন্তা টোৱে কি যুক্তি দিছে,,,
@Digantasarmadigantasarma-u8d
@Digantasarmadigantasarma-u8d Ай бұрын
মূঠতে smart মিটাৰ আমাক নালাগে
@dsaikia8980
@dsaikia8980 Ай бұрын
স্মাৰ্ট মিটাৰে শোষণ কৰাতো কেনেধৰণৰ জনকল্যাণ ?
@shukhonmandal2057
@shukhonmandal2057 Ай бұрын
আমাৰ তিনি মাহৰ বিল এক মাহতে আহি আছে
@Labakanta-vp9sl
@Labakanta-vp9sl Ай бұрын
Smart mitare bondho korok 50/50 Lontan
@kumudbaruah2001
@kumudbaruah2001 Ай бұрын
স্মার্ট মিটাৰ লগোৱাৰ পিছত আমালৈ কোনো বিদ্যুৎ ৰ বিল অহা নাই। এতিয়া প্ৰি পেইদ হল আৰু কিমান টকা খৰচ হৈছে আৰু কিমান জমা আছে সেইটো জানিব পাৰিছো। আমি স্মার্ট মিটাৰৰ পৰা অসুবিধা পোৱা নাই।
@AnupDas-ef2cx
@AnupDas-ef2cx Ай бұрын
Amiu pua nai kisuman e hoitu pabou pare nija nija kotha.
@ridipbora2621
@ridipbora2621 Ай бұрын
ঋতুবৰণ ডাঙৰীয়া , ডিজিটেল মিটাৰ থকা অৱস্থাত , CONSUMER খিনি ৰে current miss used কৰে মানে ন আপোনাৰ মতে
@muzzkirhussain3104
@muzzkirhussain3104 Ай бұрын
একে বিল আহে যদি মিটাৰ কিয় সলনি কৰে
@budheswarsaikia3103
@budheswarsaikia3103 Ай бұрын
Esomoit ASEB asil ,APDCL kori government e lunthont bat uliale.
@DipulHazarika-f4w
@DipulHazarika-f4w Ай бұрын
ঋতুপন ডাঙৰীয়াৰ লগতে আপুনাৰলোকৰ মুখত এইযে জনকল্যান মুখি চৰকাৰ এই বাক্য শাৰী আপোনালোকৰ মুখ শুভা নোপোৱা দৰে হৈছে দেখুন ৷কিয় ?
@zgjahid1234
@zgjahid1234 Ай бұрын
ৰাইজৰ কথা নুশুনে কিও
@binaydeka9154
@binaydeka9154 Ай бұрын
Mantri b.... Darmoha beshi karishe smart mitar nalagai dukhiar gharat lagwk
@bhagyashrisaikia6740
@bhagyashrisaikia6740 Ай бұрын
Ratul Kolita thik koise
@bitupanbora5090
@bitupanbora5090 Ай бұрын
Smart Meter Bandha Karak
@GoneshPatowary
@GoneshPatowary Ай бұрын
ফালটু কিছুমানক কিয় শুধি আছে
@nabajitbora7160
@nabajitbora7160 Ай бұрын
আমাক আগৰ মিটাৰ হে লাগে
@zgjahid1234
@zgjahid1234 Ай бұрын
তাৰ কথা নুখুনিব
@AbubkkrAli-hd9eb
@AbubkkrAli-hd9eb Ай бұрын
ছার,রাইজর,কথা,কৈছে,কি,আবুল,তাবুল,কৈ,আছে
@nripenboruah32
@nripenboruah32 Ай бұрын
As it is technical matter it should solve technicaly with justification. But apdcl argument without proper technical experiement. The difference of unit consume between digital and smart meter is the main cause. Unit cost is the hike difference. Apdcl authority and Engineers known it but they are under binding. Public challenges to be proved by apdcl and engineers practically to all consumers physically. Then result which come in practicaly both public and apdcl must obey to function in future. Hence digital and smart meter to be installed for a month and unit of consumption to be recorded and do needful with black and white to the both parties. WHY APDCL HESITATE TO TAKE BOLD PROOF ?
@S.hazarika
@S.hazarika Ай бұрын
Bill bohut ahise agt 900 1000 highest atia potek mahe 3800 4000 ahe ase fal2 smrt metr.. nhba assam t sob mnuh pagol hua hua nai andulon kribole comlain kra nai ene metrk loi
@SubodhBoro-t6p
@SubodhBoro-t6p Ай бұрын
Smart meter bondho hobo lagey
@avinashmondol6244
@avinashmondol6244 Ай бұрын
Smart meter a 12 Bojai dese. Agat ahisil 250 toka 300 toka atiya ahe 900 toka 1000 toka.
@puronpayeng7151
@puronpayeng7151 Ай бұрын
মোৰ ঘৰত Menual Miter ত ৭০৭/- আহিছিল , স্মাৰ্ট মিটাৰ লগোৱাৰ প্ৰথম মাহত ১৪৫৯/- আৰু দ্বিতীয় মাহত পুনৰ ১৪৫৯/- ৰ বিল আহিছে , কাৰণ কি দুমাহৰ বিল একেই হল 😮 Menual miter থাকোঁতে যি বিলাক ঘৰত Use কৰি আছোঁ , স্মাৰ্ট মিটাৰ লগোৱাৰ পাছতো একেই Use কৰি আছোঁ । দুগুণ বেছি বিল আহিছে , কি কৰা যায় 😢😢😢
@MukulChetia-yb8jd
@MukulChetia-yb8jd Ай бұрын
Mantir namor manukita sinipuwat hohaj hoise
@RanjitNath-ly4oq
@RanjitNath-ly4oq Ай бұрын
Amar ghort agote ahisila 280 ba 250 atiya 1maht ahise 3900 moy morigaon pra koisu
@DilipKataki
@DilipKataki Ай бұрын
আপোনি কি আলবাল বকি আছে । আপোনি গাঁৱলৈ আহক ,।
@RishaBhuyan
@RishaBhuyan Ай бұрын
Ami porha Huna bad dibo lagibo karon ma papai amak porhaboi ne energy bill dibo himantra mama tumer namote porha aribo lagibo
@ATESHBASUMATARY
@ATESHBASUMATARY Ай бұрын
BJP r MLA soboi Dhoni hol ne hwibabe raijor sokupani nabuje
@TCF573
@TCF573 Ай бұрын
Manuhok boorbok bonaise neki APDCL a ???? 😂😂
@raktimbordoloi9883
@raktimbordoloi9883 Ай бұрын
Don't want smart meter..
@arabicvoice1
@arabicvoice1 Ай бұрын
100% electricity bill increased almost %100 after smart meeter set
@rxboy111
@rxboy111 Ай бұрын
aitu sudurbhai rituporn saikia kla ...smart meter gusabo lage
@BipulRay-u3v
@BipulRay-u3v Ай бұрын
Bidud. Da. Ok. Dhoynobad
@RAJURAMBARO-p3k
@RAJURAMBARO-p3k Ай бұрын
Shive saikiyar 1,13,454 tokar bill to 1,445 imant kenekoi maniley ha main real bill to asil 1,445 toka baki khini toka lutibo bisaril .ei 1,13,454 tokato real holy enekoi ari dile hoi na. enei 1 tokao kom nokore bill aru blnce eribo apdcl a impossible.
@bishaldas3964
@bishaldas3964 Ай бұрын
Hataooo himanta bachaoo assam
@pankajdass3996
@pankajdass3996 Ай бұрын
BJP go back
@Skdkkkskakad
@Skdkkkskakad Ай бұрын
Smart miter bondho hobo lage
@utpalboraa9484
@utpalboraa9484 Ай бұрын
mar o ai janak
@langkeswarbasumatary613
@langkeswarbasumatary613 Ай бұрын
Smart meter bondho hobo lage
@nobgamer500
@nobgamer500 Ай бұрын
Ak kilo watt ot 115 toka 95 per dey ahiase
@prasantasutradhar4270
@prasantasutradhar4270 Ай бұрын
আগৰ মিটাৰবোৰ কি বেয়া আছিল বাউ ??
@abdurrouf5854
@abdurrouf5854 Ай бұрын
৬০০ৰ পৰা ১৮৪০ টকা
@binaydeka9154
@binaydeka9154 Ай бұрын
Mantri b... Bil beshi hale darmaha barhai diba ami ke karim adania narendra mudik kini loishe
@timpalgogoi5251
@timpalgogoi5251 Ай бұрын
Srkar urijab thotor misa kotha Bur bujise sb manuhe
@birenpayeng2810
@birenpayeng2810 Ай бұрын
0:26
@inglishvlogs1015
@inglishvlogs1015 Ай бұрын
Smart metre hoar pisor pora bil di Bhagar lagise
@mrinalboruah2191
@mrinalboruah2191 Ай бұрын
Talk show t bha diyakti hokalar nij nij gharaa miter r logat tulana kori boktaybya rakhar tu val
Миллионер | 2 - серия
16:04
Million Show
Рет қаралды 1,9 МЛН
ЗНАЛИ? ТОЛЬКО ОАЭ 🤫
00:13
Сам себе сушист
Рет қаралды 4 МЛН
ПРЯМОЙ ЭФИР. Золотой мяч France Football 2024
4:41:06
Миллионер | 2 - серия
16:04
Million Show
Рет қаралды 1,9 МЛН