'ৰেন মৌ'ত আইচেংফাৰ স'তে সুমধুৰ কণ্ঠৰ গায়ক লক্ষী চন্দ্র

  Рет қаралды 32,306

Jaatra

Jaatra

Күн бұрын

Пікірлер: 218
@aichengfaboruah
@aichengfaboruah 6 ай бұрын
নমস্কাৰ, আপোনাসৱক জনাবলৈ পাই দুঃখিত যে, এই খণ্ডটিৰ আৰম্ভণিতেই আপোনালোকৰ মৰমৰ কণ্ঠশিল্পী লক্ষী চন্দ্রই মহান শিল্পী শ্ৰদ্ধাৰ মহম্মদ ৰফি দেৱে গোৱা জনপ্ৰিয় অসমীয়া গীত 'কোনে জানে তোমাৰ সপোন' শীৰ্ষক গীতটি গাইছিল, কিন্তু KZbin ত Upload কৰাৰ পিছত KZbin ৰ Copyright Issue ৰ বাবে গীতটিৰ কিছু অংশ অনিচ্ছাসত্বেওTrim কৰিব লগা হ'ল...! তাৰবাবে আমি অতিকৈ দুঃখিত! আশা কৰোঁ আমাৰ সম্পূর্ণ ভিডিঅ'টি চাই ভালপাব আৰু লগতে আপোনালোকৰ মতামতবোৰ জনাব... মৰম দিব বুলি আশাৰে বাট চাই ৰ'লো🙏♥️
@BornaliHazarika-lc5xe
@BornaliHazarika-lc5xe 6 ай бұрын
Bor dhuniya lagise aji apnk🫶🫶
@PronabChungkrang-es6zv
@PronabChungkrang-es6zv 5 ай бұрын
Akash pritom k anibo ba interview loi
@RomanTamuli-zc6nf
@RomanTamuli-zc6nf 6 ай бұрын
আইচেংফা বা'আপোনি সচাঁকৈ আমি ভালপোৱা ব্যক্তি সকলক আনি সকলোৰে আগত চিনাকি কৰি দিয়াৰ বাবে চৰাইদেউ সোণাৰীৰ পৰা ধন্যবাদ যনালো!মই আপোনাৰ অনুষ্ঠানৰ এজন নিয়মীয়া দৰ্শক।ভাল লাগে আগোৱাই যাওঁক আপোনাৰ 'যাত্ৰা'ৰ এই অনুষ্ঠান!আৰু আপোনি মোৰ প্ৰিয় কথন শৈলি ভাল লাগে আপোনাৰ!I love you হিয়া ভৰা মৰম যনালো!
@jayantaborgohain7642
@jayantaborgohain7642 6 ай бұрын
লক্ষীচন্দ্ৰ আমাৰ গাঁৱৰ তথা মোৰ মৰমৰ ভাইটি । আপোনালোকৰ যাত্ৰাৰ জৰিয়তে লক্ষীক দিয়া মৰমৰ বাবে অশেষ ধন্যবাদ ।
@bagadhartaid2389
@bagadhartaid2389 5 ай бұрын
আপোনাৰ ঘৰ পিছে কত হৈ? জনালে সুখি অনুভব হব মোৰ please?
@rupomchetia9459
@rupomchetia9459 5 ай бұрын
❤ আমাৰ মাহমৰাৰ গৌৰৱ ❤ Lakhi chandan da 🔥
@debahandique8522
@debahandique8522 6 ай бұрын
কিছুমান প্ৰতিভাৰ কথা মনত থাকি যায়, লক্ষ্মীচন্দ্ৰ মোৰ বাবে তেনেকুৱা । ২০০৫/৬ মানৰ কথা মই সৰু , মই আৰু মোৰ ভাইটিয়ে তেতিয়া তবলা শিকিছিলোঁ আৰু তবলা ,গান এইবিলাকৰ practical exam লগতে হৈছিল মাহমৰাৰ ভৰালী পুখুৰী নামৰ ঠাইত। মোৰ practicalor turn অহা নাছিল মইও সৰু আছিলোঁ কোনে কি গান গাইছে শুনি আছিলোঁ, তেতিয়া এটি সৰু লৰাই ইমান ধুনীয়াকৈ গান গাইছিল মোৰ তাৰ চেহেৰাটো আৰু নামটো মনত থাকি গ'ল আৰু পাছত সোণাৰি কলেজত সি গান গাইছিল আৰু মই তবলা,ঢোল, ডুলক এইবোৰ বজাই তাৰ গানত সংগত কৰিছিলোঁ। কলেজত ১ বছৰ পঢ়াৰ পাছত মই ভাৰতীয় বায়ু সেনাত নিযুক্তি পালোঁ আৰু সি নিজৰ লক্ষ্যত উপনীত হবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছিল। এতিয়া সি এজন প্ৰতিষ্ঠিত সংগীত শিল্পী, মোৰ ফালৰ পৰা বহুত শুভেচ্ছা থাকিল তালৈ আৰু আইছেংফা বাৰ অনুষ্ঠানটিলৈ। Love from Kashmir
@parishmitagogoi4273
@parishmitagogoi4273 6 ай бұрын
Lokhi Dak mati anar babe bak bohut bohut dhoinobad....aaguyai juya dada adin hofol hobai.....❤❤
@manishadeka6600
@manishadeka6600 6 ай бұрын
লক্ষী চন্দ্ৰৰ গান শুনো।বৰ আবেদন আছে তেখেতৰ কণ্ঠত।এটা কথা কও বা,লক্ষী চন্দ্ৰই "সঁ‌চাকৈ" গায় থাকোতে আপোনাৰ ফালেই ৰ লাগি চাই থাকিলো😍।ইমান ধুনীয়াকৈ হাঁ‌হিটি মাৰি নাচি নাচি গায় আছে আপুনি❤❤❤ভাল লাগিছে গোটেই episode টো।
@rajmoran8235
@rajmoran8235 7 ай бұрын
Fast comment❤❤ Lakhi Chandra dar tuke jumi jumi Sau moina......... song tu kune kune hunisa like kora
@yugaljyotiborah1867
@yugaljyotiborah1867 6 ай бұрын
লক্ষীৰ গায়কী খুব সুন্দৰ৷ আইচেংফাৰ ধুনীয়া ছোৱালীজনীৰ মাজত থকা ধুনীয়া মনটো, ধুনীয়া কথনশৈলী, বিষয়বস্তুৰ অগতানুগতি উপস্থাপন আৰু গভীৰ জ্ঞানে আমাক ’যাত্ৰা’ৰ প্ৰতি অনুৰাগ বঢ়াই তুলিছে৷নিজেও উপভোগ কৰোঁ, আনকো উপভোগ কৰিবলৈ উদগণি যোগাওঁ৷ সফলতাৰে আৰু আগবাঢ়ি যাওঁক!
@dixitgogoi4976
@dixitgogoi4976 6 ай бұрын
Awesome 👌...
@dimbeswarkonwar7659
@dimbeswarkonwar7659 5 ай бұрын
লক্ষী তোমাৰ অনুষ্ঠানটি চাই ভাল পালো।লগতে আইছেংফাৰ সাক্ষাৎ ভাল হৈছে। মাৰ্জিত হৈছে।
@TheAhomDinesty
@TheAhomDinesty 6 ай бұрын
লক্ষী চন্দ্ৰ ৰ কণ্ঠত সুকীয়া এটা মাদকতা আছে। অনুষ্ঠান টো উপভোগ কৰি কোনোবা পৃথিৱীৰ মাজত বিলীন হৈ গৈছিলো।❤❤❤ Amazing unbelievable, Bless you . বিশেষকৈ মোৰ প্ৰিয় শিল্পী জয়ন্ত হাজৰিকা দেৱৰ মায়াময় আৰু লক্ষী চন্দ্ৰ ৰ এই অনুষ্ঠানৰ শেষৰ গীতটি,, আ: কি মধুৰ। আকৌ ❤❤❤❤
@RashmiPhukon-w3x
@RashmiPhukon-w3x 6 ай бұрын
Ba., tumar" Jatra " Sai khub val lage. Lakhi amar ghar'r usorore. Derikoi holeu episode2 Sai bohut.... Val lagil.
@tanayadutta7405
@tanayadutta7405 6 ай бұрын
His voiceee😍
@ChandanDas-qv7is
@ChandanDas-qv7is 5 ай бұрын
This episode is next level ❤lakhi da gaan🔥
@bagadhartaid2389
@bagadhartaid2389 5 ай бұрын
Lakhi chandra দাদা ৰ অনুষ্ঠান আমাৰ লখিমপুৰ, ঘিলামৰা ত চালোঁ, বহুত ভাল আছিল,❤❤❤❤love from lakhimpur ghunasuti
@dipankarchutia6655
@dipankarchutia6655 6 ай бұрын
খুব প্ৰিয় গায়ক লক্ষী চন্দ্ৰ ককাই কিন্ত গিটাৰ খন নোলোৱাকৈ যোজনা টো গোৱা হ'লে বেছি ভাল লাগিলে হেঁ‌তেন । সেইদিনা মৌচম দা ক দেখিলো গিটাৰ নেলাগে বুলি হে ক'লে । খুব ভাল লাগিল মৌচম দা ক । গায়ক হ'লে মৌচম দা হঁ‌তৰ নিচিনা হ'ব লাগে । "অতিকৈ চেনেহৰ" যোজনা টোত যেতিয়া গিটাৰ খন বজাই দিলে মই পাগল হৈ গ'লো ।
@Dhiraj_Ray
@Dhiraj_Ray 6 ай бұрын
আপোনাৰ Podcast চাই বহুত ভাল লাগে বা ❤❤❤
@kanakbarman7531
@kanakbarman7531 6 ай бұрын
Mur val loga ati singer lakhi daa😊❤ apunar gan xuni bohut val lagee.. apunar ganee mon suii jaii😊😊
@DiLseGodLike-d2r
@DiLseGodLike-d2r 2 ай бұрын
Supporting LAKHI da since 2019 ( Love from Borhat) ❤ Adin Akeloge gaam 😀
@MonmiBaruah-lz5oc
@MonmiBaruah-lz5oc 6 ай бұрын
ভাল লাগিল ভিডিঅ'টো চাই। ল'ৰা জনৰ কথাবোৰ গীত বোৰৰ দৰে শান্ত সমাহিত যেন লাগিল। খুব ভাল লাগিল আৰু আগুৱাই যাওক, শুভেচ্ছা জনালোঁ। আইচেংফাৰ কথা কোৱাৰ সুৰ টো খুব ভাল লাগে ❤❤❤❤
@rituscreation5477
@rituscreation5477 6 ай бұрын
Proud of you.....lakhi....aguwai juwa....
@Mamonigogoi-l6c
@Mamonigogoi-l6c 7 ай бұрын
আশীৰ্বাদ আছে লক্ষী চন্দ্ৰলৈ পুৰনি গীতবোৰ জিপাল কৰি ৰাখা ৷তোমাৰ প্ৰতিভা ম্লান হবলৈ নিদিবা আগুৱাই যোৱা ৷ তোমালোকৰ মাহমৰালৈ মোৰ ভতিজী বিয়া হৈছে ১বছৰ হোৱা নাই ৷ তোমাৰ কথা কয়ে থাকে ৷ মই লকদাউনৰ পৰাই চিনি পাও ভিদিঅ বোৰ চাওঁ তোমাৰ ৷ডিব্ৰুগড়ৰ পৰা কৈছো দেই ৷❤❤
@ranjugogoi4117
@ranjugogoi4117 6 ай бұрын
Bohut bhal lagil ,lokhi aguai jua
@saratgogoi1703
@saratgogoi1703 6 ай бұрын
Mjaaaah Lakhi bondhuu ..baa ❤❤❤ Amar Lakhi bondhuk hubidhakon diya krone
@samujjalgogoi2538
@samujjalgogoi2538 6 ай бұрын
একে একে দুই লক্ষীদা তুমি 🔥🔥🔥
@chandranath6182
@chandranath6182 6 ай бұрын
Lokhik bhut dinor pora sine paw kintu atia khi bhut vl gai khasake bhut vl lagil aji apisode tu emn dhuniya gaise mon vl lagi gol love you baa nd lokhi
@niharikadeka1077
@niharikadeka1077 6 ай бұрын
Eman je vl lage mat ru gan bur lakhi dar..olopu vem nai eman je hohoj horol vl lage..gourob koru charaideu jilar buliu❤
@krishnagharphalia9086
@krishnagharphalia9086 6 ай бұрын
Lov from Dhemaji.....
@RohitR12474
@RohitR12474 6 ай бұрын
ভাল লাগিল। অতিথি আমাৰ একেবাৰে কাষৰে। দেখা পাই ভাল লাগিল। আইছেংফা বা লৈ অফুৰন্ত মৰম আৰু শুভ কামনা।🎉
@Story_creators.
@Story_creators. 6 ай бұрын
Lakhi da love from charaideo sonari ❤❤❤
@mridupabongogoi6432
@mridupabongogoi6432 6 ай бұрын
আপোনাৰ অনুষ্ঠান বহুত ভাল লাগে।কথনশৈলীৰ ইমান ধুনীয়া।
@rajeshbailung
@rajeshbailung 6 ай бұрын
Love from sadiya.
@raktimjyotiborah1487
@raktimjyotiborah1487 6 ай бұрын
আইছেংফা বা আপোনাৰ অনুষ্ঠানবোৰ চাই সঁচাই বৰ ভাল লাগে দেই বিশেষকৈ আপোনাৰ কথাকোৱাৰ ধৰণ টো ইমান মৰম লগা এই অনুষ্ঠানটো যেন আপুনি আগলৈও এনেদৰেই ৰাখে দেই তাকে কামনা কৰিছোঁ।
@Ayandeepmusical
@Ayandeepmusical 6 ай бұрын
আচুৰ্য দা next episode
@biturajsinger2421
@biturajsinger2421 6 ай бұрын
অনুষ্ঠান টো বহুত ভাল লাগিল। লগতে আপোনাৰ anchoring বহুত ভাল লাগে।
@susmitadoimari8832
@susmitadoimari8832 4 ай бұрын
Bht vl loga singer jon❤️ aru voice hunil a j montu blg kiba lagi Jai bht lgy
@itsmithu4949
@itsmithu4949 5 ай бұрын
Yee Ba apunar premot a porigolu pai
@purabikalita4864
@purabikalita4864 6 ай бұрын
Dadar gaan xuni mor bahut val lage aru agowai jowa akha thakil ❤ ami jate tomar falor pora dhuniya dhuniya gaan xunib pam boli akha thakil ❤
@rashmirekhasonowal7783
@rashmirekhasonowal7783 5 ай бұрын
Amr Lakhi chandra dada ❤
@AbhijitSarma-eh3rj
@AbhijitSarma-eh3rj 6 ай бұрын
47:55
@biswajyotiarandhara9402
@biswajyotiarandhara9402 6 ай бұрын
খুব ভাল লাগিল অনুষ্ঠানটি ,লক্ষী দাৰ গীত বিলাক খুবেই প্রিয় ❤
@ankitakonwar_36
@ankitakonwar_36 6 ай бұрын
Love from mahmora❤
@pallobphukon3603
@pallobphukon3603 6 ай бұрын
লক্ষীচন্দ্ৰ তোমাৰ গান শুনি বহুত ভাল পাওঁ । তোমাৰ পুৰণি বিহুবোৰ শুনিলে শুনিয়ে থাকিব মন যায় আৰু নতুন নতুন বিহু শুনিবলৈ ইচ্ছা আছে।
@wizsonowal1048
@wizsonowal1048 7 ай бұрын
Ren mo khub ata dhuniya onusthan ♥️lakhi da big frnd khub vl paw thketor gaan huni
@Mayur663
@Mayur663 6 ай бұрын
Love from dubai
@karinataid8708
@karinataid8708 6 ай бұрын
বহুত বেছি ভাল লাগিল।❤
@RashmiRekhaBorbora
@RashmiRekhaBorbora 6 ай бұрын
Tumar mat tu bohut dhunia...by the way the episode is rock.
@kanakbarman7531
@kanakbarman7531 6 ай бұрын
Dada apunar gan khuni val lage😊😊😊😊
@bhodrapegu7027
@bhodrapegu7027 6 ай бұрын
My favourite lakhi daa❤😊
@GBNAssam
@GBNAssam 6 ай бұрын
My favourite 🤗🤗💛
@RiturajSonowal-vs1ii
@RiturajSonowal-vs1ii 6 ай бұрын
Aisengfa ba ki kom apunak kobola bhkha ny lokhidak ja apuni matila Mur ja all time favourite lokhida❤❤❤ bhut bohut morom aru khitbad korisu apunk apunar ai anusthantu agbarhi jauk
@akashnayanmusical251
@akashnayanmusical251 6 ай бұрын
Favourite lakhi da ❤🎉
@himadreeborah3916
@himadreeborah3916 3 ай бұрын
Voice tu khub dhuniyakoi feel kribo pari tumr❤ Aaguwai jua 😊
@debanandaurang5230
@debanandaurang5230 4 ай бұрын
Next neel akash da Amr king🎉
@assamese243
@assamese243 6 ай бұрын
love uhhh lakhi da💝
@bhaskarmicha2135
@bhaskarmicha2135 6 ай бұрын
Emn xundar❤
@BikashGogoi-j2g
@BikashGogoi-j2g 6 ай бұрын
Dhuniya 😍👍❤
@Hiraknath-u6u
@Hiraknath-u6u 6 ай бұрын
Next episode tanmoy da❤❤❤❤ please
@PuhorCreation3049
@PuhorCreation3049 5 ай бұрын
Aichengfa ba Papon Dak matibo sun 🙏🥲🙏 Please ba
@plabanportrait759
@plabanportrait759 6 ай бұрын
Lakhi da aguwai juwa
@lolitdimpolofficial5870
@lolitdimpolofficial5870 6 ай бұрын
Big fan bro👍
@amordaw3728
@amordaw3728 6 ай бұрын
Next episode.. Neel akash..❤
@rmbproduction1926
@rmbproduction1926 4 ай бұрын
Lakhi da neel akash petlat k kunu gun a kom nhoi
@jooyoun7855
@jooyoun7855 6 ай бұрын
Borhiya...aaguwai juwa,edin jun tu paba
@mridulagogoi8277
@mridulagogoi8277 6 ай бұрын
Love from chabua
@himakshigogoi3729
@himakshigogoi3729 6 ай бұрын
Uff ki dhunia lakhi da atupi 2tupi❤
@AbhijitSarma-eh3rj
@AbhijitSarma-eh3rj 6 ай бұрын
42:02
@NilaraniDutta
@NilaraniDutta 6 ай бұрын
Love from duliajan
@RatulGogoi-y6i
@RatulGogoi-y6i 6 ай бұрын
Thank you so much baa
@souravgogoi322
@souravgogoi322 6 ай бұрын
Lakhi da ❤
@sahidulali6185
@sahidulali6185 5 ай бұрын
Acharjya daa
@lilaofficialmusicyoutube90
@lilaofficialmusicyoutube90 6 ай бұрын
Moja ❤
@koustovvbaruahh11
@koustovvbaruahh11 6 ай бұрын
Invite ACHURJYA BORPATRO ❤
@HimantaBorah-u7v
@HimantaBorah-u7v 6 ай бұрын
Aio baa❤ lakhi Chandra voice hunile huni thkbo mn ji imn gohin
@pinkumonigogoi465
@pinkumonigogoi465 6 ай бұрын
দাদা জন Bishrampur high school পঢ়া ধুনীয়া গান গাই৷school যি কোনো অনুষ্ঠান গীত পৰিৱেশন কৰে৷
@JintuBorah-eu8cy
@JintuBorah-eu8cy 6 ай бұрын
বহুত ভাল লাগিল
@nibirtanaymusical5865
@nibirtanaymusical5865 7 ай бұрын
মই office ৰ পৰা ঘৰলৈ গৈ থকা সময়চোৱাতে গোটেই অনুষ্ঠানটি চালো।কাৰণ লক্ষী চন্দ্ৰ মোৰ খুবেই প্ৰিয় আৰু প্ৰতিটো গীতেই মোৰ মন জয় কৰিছে।লক্ষী চন্দ্ৰ এজন গায়ক হোৱা বাবে বহুত বহুত ধন্যবাদ।ভগৱানে লক্ষীক সদায়েই ভালে ৰাখক।কবলৈ বহুতেই আছেই কৈ শেষ কৰিব নোৱাৰি। বা মই আপোনাৰ প্ৰতিটো অনুষ্ঠানেই চাও।ভাল পাও আপোনাৰ অনুষ্ঠান চাই।
@KalpaJyotiShyam-jk7vg
@KalpaJyotiShyam-jk7vg 6 ай бұрын
তিতাবৰৰ সুযোগ্য সন্তান বিশ্ৰুত শইকীয়া মাতিব❤।
@bikidas59
@bikidas59 6 ай бұрын
Big fan ❤
@niharikastory1481
@niharikastory1481 7 ай бұрын
আগুৱাই যোৱা লক্ষী । কলেজীয়া দিন কেইটা মনত পৰি গৈছে।
@Jonak624
@Jonak624 6 ай бұрын
পুৰণিক সন্মান জনোৱা নৱ প্ৰজন্মৰ এজন প্ৰতিভাৱান গায়ক লক্ষীচন্দ্ৰ।
@nathdaa_2.04
@nathdaa_2.04 6 ай бұрын
Love from Mangaldai❤
@jibongogoi6940
@jibongogoi6940 4 ай бұрын
সুন্দৰ l
@rupjyotidutta5720
@rupjyotidutta5720 6 ай бұрын
❤️❤️❤️
@jitikadas9400
@jitikadas9400 6 ай бұрын
Bohut bhal lagil de
@dipashreeboruah3125
@dipashreeboruah3125 7 ай бұрын
Roi asilu ❤❤❤ vl lgil Sai..❤
@chaocheng5076
@chaocheng5076 7 ай бұрын
Moi charaideo DST'r hoi bohut gourab koru karon amar charaideo pora bohut kijon ব্যক্তি apunar interview't ahise🤗❤️💫
@prashantaburagohain2266
@prashantaburagohain2266 6 ай бұрын
বাই গৰাকীক খুব ভাল লাগে আৰু লক্ষ্মী ভাইটি ক এদিন বহুতে চিনি পাব ❤❤
@PrabinDoleyvlg
@PrabinDoleyvlg 6 ай бұрын
Very very nice
@JaanSonowal-c9i
@JaanSonowal-c9i 6 ай бұрын
নৱপ্ৰজন্মৰ এজন খুৱেই ভাল লগা শিল্পী❤️
@Neel_Nilim_Music
@Neel_Nilim_Music 6 ай бұрын
Mojja lakhi da❤🙌 Ba aibar Neel dak lge😢
@bhagyajyotidutta-z9l
@bhagyajyotidutta-z9l 6 ай бұрын
@rohiniborgohain7654
@rohiniborgohain7654 6 ай бұрын
অতি সুন্দৰ অনুস্থান
@susmitadoimari8832
@susmitadoimari8832 4 ай бұрын
Hosa tmr gan hidoi sui jai🥰
@AbhijitSarma-eh3rj
@AbhijitSarma-eh3rj 6 ай бұрын
31:32
@Criminaljokey
@Criminaljokey 6 ай бұрын
Next neel akash
@AbhijitSarma-eh3rj
@AbhijitSarma-eh3rj 6 ай бұрын
1:10:07
@BIPULGOGOI
@BIPULGOGOI 7 ай бұрын
Congratulations🎉🎉🎉❤❤
@MukutNath-tu5dc
@MukutNath-tu5dc 7 ай бұрын
Uff kolija tu❤
@JadavLikson
@JadavLikson 3 ай бұрын
Thank you dada amr title tu lua babe❤
У вас там какие таланты ?😂
00:19
Карина Хафизова
Рет қаралды 16 МЛН
MY HEIGHT vs MrBEAST CREW 🙈📏
00:22
Celine Dept
Рет қаралды 101 МЛН
Всё пошло не по плану 😮
00:36
Miracle
Рет қаралды 6 МЛН
Zubeen দাৰ Studioত✨ @zubeengargmusic4594
6:24
The Brownfairy_Ankita
Рет қаралды 29 М.
Fuhchiangtea Hian Kum 1 A Daih Angem?(Ka Hlauhthawnpui Ṭan)
10:21
Manas Robin: Dikhow Noi, Junbai, Zubeen Garg, UNTOLD Stories - Assamese PODCAST - 77
59:10
Assamese PODCAST ft. Tanmoy Saikia || Episode:14 || @tanmoysaikia
1:08:41
UNTOLD by Aboyob Bhuyan
Рет қаралды 149 М.
У вас там какие таланты ?😂
00:19
Карина Хафизова
Рет қаралды 16 МЛН