Statue of unity - পৃথিবীৰ সকলোতকৈ ওখ মূৰ্ত্তি

  Рет қаралды 752,784

Dimpu's Vlogs

Dimpu's Vlogs

3 жыл бұрын

explore the world longest statue ....

Пікірлер: 1 900
@niranjanhazarika7952
@niranjanhazarika7952 3 жыл бұрын
সুন্দৰ দিম্পু পৃথিৱীৰ আটাইতকৈ ওখ মূর্ত্তিটো তুমি ইমান কষ্ট কৰি দেখুৱালা , তাৰ বাবে তোমাক ধন্যবাদ।
@bandanahazarika7662
@bandanahazarika7662 3 жыл бұрын
ধন্যবাদ Dimpu... বিশ্বৰ আটাইতকৈ ডাঙৰ statue টো আজি তোমাৰ জৰিয়তে দৰ্শন কৰিবলৈ পাই বহুত আনন্দ অনুভৱ কৰিলো।
@mkbhai8752
@mkbhai8752 3 жыл бұрын
wow ...mozza lagise de bhai jaan
@tepujina
@tepujina 3 жыл бұрын
বহুত ধুনীয়া👌👌👌ভাল লাগিল😀😀😍😍😍😍
@akash_xyz6420
@akash_xyz6420 3 жыл бұрын
সাগৰৰ পানী লুনীয়া, ডিম্পু দা ধুনীয়া ।😍 Love You Dimpu Daa ❤
@user-ds2gd9rf1r
@user-ds2gd9rf1r 3 жыл бұрын
সমূহ অসমবাসীলৈ মোৰ তৰফৰ পৰা বাপতিসাহোন হেঁপাহৰ ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষৰ আন্তৰিক ওলগ জনাইছোঁ।
@axom_satyo4881
@axom_satyo4881 3 жыл бұрын
mojja lagel sai Daba. 🌍🥰❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
@bitupan7048
@bitupan7048 3 жыл бұрын
ডিম্পু বৰুৱা এতিয়া নতুন প্ৰজন্মৰ এতি চিনাকি নাম য'ত নেকি তেওঁ এতিয়া সকলোৰে হৃদয়ত, গতিকে মাজে সময়ে দৰিদ্ৰ সীমা ৰেখাৰ তলৰ মানুহবোৰক সহায় কৰা ভিডিঅ কিছুমান বনাই নতুন প্ৰজন্মক সেই কাম কৰিবলৈ উৎসাহিত কৰিব।
@kanakrabha3239
@kanakrabha3239 3 жыл бұрын
বহুত ভাল লাগিল আপোনাৰ জৰিয়তে আজি এজন মহান ব্যক্তি এজনৰ মূৰ্তি দেখিবলৈ পালো👍👍👍
@Tushar444j
@Tushar444j 3 жыл бұрын
নেদেখা বোৰ দেখুওৱা নজনা বোৰ শিকোৱা KZbinr হিচাপে ডিম্পু দাক পাই অামি সকলোৱে গৌৰৱ কৰো.❤❤
@ankurdas6093
@ankurdas6093 3 жыл бұрын
ধন্যবাদ দিম্পুদা ,,,,ভগবানৰ ওচৰত প্ৰাথনা জনাইচো ভগবানে কূশলে ৰাখক
@madhurjyabaruah8183
@madhurjyabaruah8183 2 жыл бұрын
DIMPU...GREAT GOD...AAXHIRBAAD THAKIL BHAITI...AMAR PORA
@northeastboy1234
@northeastboy1234 3 жыл бұрын
মানুহজন অসমীয়া বুজি পালে দেখোন দিম্পু দা🤩আৰু আপোনাক বহুত বহুত ধন্যবাদ ঠাই ঘুৰি ঘূৰি দেখুওৱা বাবে আমাক আৰু আগুৱাই যোৱা তাৰে কামনা কৰোঁ দাদা।❤️❤️
@purbutor7325
@purbutor7325 3 жыл бұрын
সাগৰৰ পানী লুণীয়া দিম্পো দা ধুনীয়া ❤️❤️
@rahulkundu628
@rahulkundu628 3 жыл бұрын
Thanks boss for the wonderful video thank u so much
@MEAssam
@MEAssam 3 жыл бұрын
Thank you 😊 Dimpu daa.. Tumar video to sai mur enekua anubh hoise jen moi mobile't nohoi really dekhi asu...
@jayantahazarikaarts3475
@jayantahazarikaarts3475 3 жыл бұрын
সাগৰৰ পানী লুণীয়া দিম্পু দা আপুনি ধুনীয়া । ধন্যবাদ । আপোনাৰ বন্ধু 🤗🤗💕💕
@__surabhis_vlogs__official4965
@__surabhis_vlogs__official4965 3 жыл бұрын
ধন্যবাদ ,ইমান কষ্ট কৰি আমাক দেখুৱাইছা তোমাৰ উজ্জল ভৱিষ্যত কামনা কৰিলো
@bhobaniborgohain1721
@bhobaniborgohain1721 2 жыл бұрын
ধন্যবাদ তুমি বহুত নেদেখা ঠাই দেখুৱাইছা নজনা কথা শিকাই তোমালৈ বহুত বহুত ধন্যবাদ
@durgahazarika4711
@durgahazarika4711 3 жыл бұрын
bhal lagil..... logote.. rangali bihur huvessa jonalu❤
মৰুভুমিত যাত্ৰা - Desert safari in Dubai
11:35
UNO!
00:18
БРУНО
Рет қаралды 3,1 МЛН
Smart Sigma Kid #funny #sigma #comedy
00:40
CRAZY GREAPA
Рет қаралды 33 МЛН
7 ঘণ্টাৰ পিছত - Vaishno Devi Mandir visit 2021 by Dimpu
18:44
UNO!
00:18
БРУНО
Рет қаралды 3,1 МЛН