Story of News Portal - Facebook ৰ news channel এ কেনেকৈ টকা ঘটে - Dimpu Baruah

  Рет қаралды 259,603

Dimpu Baruah

Dimpu Baruah

4 жыл бұрын

MyNews NE Facebook
/ mynewsne
MyNews NE youtube
/ mynewsne
twitter and Instagram myNews NE
/ mynewsne
/ mynewsne
#newsportal #dimpubaruah

Пікірлер: 563
@arpanbayan7985
@arpanbayan7985 4 жыл бұрын
দিম্পু মই চিৰাং জিলাৰ পৰা কৈছোঁ তুমি বৰ সুন্দৰ প্ৰশ্ন এটা উপস্থাপন কৰিছিলা যে সাংবাদিকতা কৰিবলৈ কিমান শিক্ষিত হোৱা দৰকাৰ , বৰ দুৰ্ভাগ্য জনক যে চিৰাং জিলাৰ বিজনী চহৰৰ অন্তৰ্গত ⁷⁰% সাংবাদিক অলগদ্ধ ! কিয়নো সিহঁতৰ বেছি শতাংশ 3 বাৰ 4 বাৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত তৃতীয় বিভাগত উত্তীৰ্ণ হোৱা তাৰে কিছু পঞ্চম শ্ৰেণীলৈ পঢ়ি নাজানো কি দক্ষতাৰ বিক্তিত সাংবাদিকতা কৰাৰ সুযোগ পালে । বৰ দুখ লাগে যেতিয়া আমি তেনেকুৱা এজন বক্তিক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি মানি লব লগীয়া হয় , দুখ লাগে সিহঁতৰ লিখনি আমি পঢ়িব লগা হয় । মই ভাবো অসমত শিক্ষিত আৰু উদ্দমি লৰা ছোৱালীৰ অভাৱ নাই , সেয়ে তোমাৰ মাধ্যমেৰে মই সমস্ত বাতৰি কাকত আৰু নিউজ চেনেলৰ মূখ্য সম্পাদকলৈ অনুৰোধ 'সাংবাদিক 'শব্দটোৰ মহত্ব আৰু গভীৰতা বুজি পোৱা সকলক সুযোগ দিয়ক এই শব্দটোৰ অপমান মানে আমাৰ সংবিধানৰ অপমান ! দিম্পু তুমালৈ মৰম থাকিল আৰু আগুৱাই যোৱা l
@hemantasonowal3774
@hemantasonowal3774 4 жыл бұрын
Dimpu da moi aei2 question hodai hudhim buli vabi thaku aaji aapunar pora bina questionot answer pai golu.hosakoi bohut val lagile dada thank u so much!
@AjoriXomoi
@AjoriXomoi 4 жыл бұрын
Dimpu da, apunar video tur joriyote bohu najana kotha gom palu... Bhal lagil
@techm3651
@techm3651 4 жыл бұрын
বহুত বহুত বেছি ভাল লাগে❤❤ Dimpu da ৰ video চাই ।
@missaplina
@missaplina 4 жыл бұрын
Bhut val lagil a dimpu......thank you somuch ......👌👌👌👌👌👌👌💕💖👍👍
@alexkumarentertainment5268
@alexkumarentertainment5268 4 жыл бұрын
dimpu eman dhuniya koi bujai dila...val lagil thnkq
@OPENSKYASSAM
@OPENSKYASSAM 4 жыл бұрын
ভাল লাগিল... প্ৰণয় দা'ৰ সুন্দৰ পদক্ষেপ...
@namnjnw3402
@namnjnw3402 4 жыл бұрын
Love from sivasagar 💖
@zgkaushik1629
@zgkaushik1629 4 жыл бұрын
দিম্পু দা‌ সচাকৈ তুমাক বহুত বহুত ধন্যবাদ🙏🙏🙏
@Sadiiiik
@Sadiiiik 4 жыл бұрын
সচাকে dimpu daar ভিডিঅ' বিলাক খুব ভাল লাগে । তেওঁ সকলো কথা ভালকৈ বুজাই ক'ব পাৰে
@amitboro6576
@amitboro6576 4 жыл бұрын
Love you dimpu daa❤️❤️❤️❤️❤️❤️
@Xauusd997
@Xauusd997 4 жыл бұрын
প্ৰণয় ছাৰৰ কাৰণে এটা like
@nazmamanjil884
@nazmamanjil884 4 жыл бұрын
Waah super vedo 👌 👌
@axomiyalra5627
@axomiyalra5627 4 жыл бұрын
Dimpu da apunar pa ataa help lgai, moi ajon dukhiya ghror Lora ,mur ma papa emn hamortho nai j 12 or pasot private college ot graduation or karone pohabo paribo .... Heii hei apuni doiya Kori axomor government college khinir uprt a video ataa bonai d boo .... Akha thakil dimpu da Love from North lakhimpur ( Biswajit)
@paragsaharia2331
@paragsaharia2331 4 жыл бұрын
বৰ ধুনীয়া ভিডিঅ'।
@allsongandcomedyvideos1922
@allsongandcomedyvideos1922 4 жыл бұрын
মই এই চেনেলৰ কথা ভালকৈ নেজনিছিলো আজি দিম্পু দাৰ পৰা জানিব পাৰি বহুত ভাল লাগিল
@kakubaishya5901
@kakubaishya5901 4 жыл бұрын
বাপ্পা ঐ কি ডাঙৰ অফিচ এ 😄😁🤗
@dijupatowary3632
@dijupatowary3632 4 жыл бұрын
dada apunr moy big frnd hoy.. mr lift apuni ajn supar Hero❤️❤️❤️
@gobindradas2317
@gobindradas2317 4 жыл бұрын
ভাল topic এটা দিলা আজি ভাল লাগিল ।
@JadumaniKalita
@JadumaniKalita 4 жыл бұрын
বহুত বহুত ভাল লাগিল দিম্পু দা ভাল লাগে তোমাৰ ভিডিঅ বোৰ চাই মইও সাহস পাওঁ মোৰ ভিডিঅ বোৰ বনাবলৈ
Was ist im Eis versteckt? 🧊 Coole Winter-Gadgets von Amazon
00:37
SMOL German
Рет қаралды 37 МЛН
Happy 4th of July 😂
00:12
Pink Shirt Girl
Рет қаралды 60 МЛН
路飞被小孩吓到了#海贼王#路飞
00:41
路飞与唐舞桐
Рет қаралды 67 МЛН
Was ist im Eis versteckt? 🧊 Coole Winter-Gadgets von Amazon
00:37
SMOL German
Рет қаралды 37 МЛН