Student's mentality and SAI VIKASH Sivasagar Case - কিয় এনেকুৱা হৈ গৈছে আজিৰ ছাত্ৰ - Dimpu Baruah

  Рет қаралды 287,258

Dimpu Baruah

Dimpu Baruah

27 күн бұрын

#studentlife #motivationalvideo #assamesenews
lets talk about sai bikash case

Пікірлер: 1 200
@pankajbhaii07
@pankajbhaii07 25 күн бұрын
Moi Kedarnath loi Paidal Yatra Kori Asu nalbari tantra Sankara r pora Aji Mur 31 number din To gotike plzz hkolu Axom bakhi raij jen support Kore 🙏🙏🙏 Har Har Mahadev 🙏 Jay aai axom ✊✊my Kedarnath paidal yeatra video 👉 pankaj Bhaiiii
@jayantasaikia463
@jayantasaikia463 25 күн бұрын
Bondhu tumi bhulanathok bisari goisa ne KZbin bisari goisa
@UM-rj1wu
@UM-rj1wu 25 күн бұрын
🧐🧐🧐🧐🧐🧐
@trendy_fashion96788
@trendy_fashion96788 25 күн бұрын
Bhai iyat nak kio humaiso, rasta ja siori thak
@ShyamantakKalita
@ShyamantakKalita 25 күн бұрын
Har har mahadev ❤🔱
@marifahmed2550
@marifahmed2550 25 күн бұрын
Tate ami ki kribo lage😂
@SumonBaruah-bb2pu
@SumonBaruah-bb2pu 25 күн бұрын
ভাৰতৰ শিক্ষা ব্যৱস্থাই মানুহ তৈয়াৰ নকৰে কেৱল যন্ত্ৰ প্ৰস্তুত কৰে ।
@KoushikVlogs07
@KoushikVlogs07 25 күн бұрын
Xosakoi😢
@bishwa6672
@bishwa6672 25 күн бұрын
Reality of our education system 😢😢
@Anjalikalita2335
@Anjalikalita2335 25 күн бұрын
চৰকাৰী চাকৰী ৰ বাবে
@jondeeppatgiri5541
@jondeeppatgiri5541 25 күн бұрын
1​@@KoushikVlogs07
@bontisarmah7541
@bontisarmah7541 25 күн бұрын
অ বোপাই টো চিঞৰি বাখৰি থকাৰ লগতে খোৱা বোৱাৰো যত্ন লবা মুখখন বৰ জোঙা দেখিছো
@pranjitzubeenian1780
@pranjitzubeenian1780 25 күн бұрын
আমি পঢ়ি থাকোতে আমি ছাৰ বাইদেউ সকলক আমাৰ দৰে মানুহ হয়নে নহয় তাকে ভালকৈ ভাবি পোৱা নাছিলোঁ।ইমান ভয় খাইছিলোঁ ছাৰ বাইদেউক। এতিয়াৰ লৰা ছোৱালী ইমান স্মাৰ্ট হল যে ইমান ভয়ংকৰ কাম কৰিব পাৰে😢। আমাৰ দিনবোৰেই ভাল আছিল❤।
@モンキーD-Luffy
@モンキーD-Luffy 25 күн бұрын
Hoi😢
@VLND45
@VLND45 25 күн бұрын
🥺❤️
@SwBira
@SwBira 25 күн бұрын
হয়
@prabinkumardeka9672
@prabinkumardeka9672 25 күн бұрын
😊
@user-nd5hs4tt4s
@user-nd5hs4tt4s 24 күн бұрын
Hoi re😢 amar maths r sir ahile sob mone mone sup lgi jau voite aji kali voi a nkre 😢
@gyangunjansaikia2494
@gyangunjansaikia2494 25 күн бұрын
এই সকলোবোৰৰ কাৰণ হৈছে আধ্যাত্মিকতাৰ (self knowledge)ৰ অভাৱ ,আজিৰ প্ৰজন্মই religious scripture পঢ়িবলৈ বা নামঘৰ , মন্দিৰলৈ যাবলৈ লাজ পায় | যিবোৰ student এ anytime mobile টিপি modern দেখুৱাই সিহঁত পঢ়াৰ নামত শূণ্য,মবাইলৰ ৰঙীন পৃথিৱীখনে মানুহক illusion ৰ মাজলৈ লৈ যায় আৰু আত্ম মুগ্ধ কৰিব তোলে । 😢😢😢
@ripunjaydas546
@ripunjaydas546 25 күн бұрын
Thik koise....
@samusobor7145
@samusobor7145 25 күн бұрын
❤❤😂🎉🎉🎉😢😢joy
@dhanjitnath3395
@dhanjitnath3395 25 күн бұрын
ঠিক কৈছে আপুনি।
@r.sahariah5387
@r.sahariah5387 25 күн бұрын
এইবিলাক ভাৱিলে এনেকুৱা লাগে যেন আমি ৯০ ত জন্ম হৈ বহুত লাকী...
@Animesh-jk7sg
@Animesh-jk7sg 25 күн бұрын
কৈ থাকে নহয় ,নতুন প্ৰজন্মই কৰিব নোৱাৰা কাম একো নাই। সচাই এই ঘটনাটোৱে এইটো প্ৰমাণ কৰি দেখুৱালে 😢😢
@sketorid9843
@sketorid9843 25 күн бұрын
Aw hoi diok
@kritarthasarma5717
@kritarthasarma5717 25 күн бұрын
Lebel ase no😎😎😏😏
@Hrishi999
@Hrishi999 25 күн бұрын
😊​@@sketorid9843
@jutikachakrabartyofficial3843
@jutikachakrabartyofficial3843 25 күн бұрын
পুৰণি শিক্ষা ব্যৱস্থা আৰু বৰ্তমান শিক্ষা ব্যৱস্থা আকাশ পাতাল পাৰ্থক্য৷মোবাইলে ছাত্ৰছাত্ৰী সকলক যিদৰে অধপতনলৈ ঠেলি দিছে৷আনহাতে পিতৃমাতৃৰ ব্যস্ততাই শিশুৰ মনত এনে এটা প্ৰভাৱ পেলাইছে পিতৃমাতৃৰ অনানুষ্ঠানিকভাৱে বাৱে দিয়া শিক্ষাৰ পৰা তেওঁলোক বঞ্চিত হৈছে৷শিশুটিক নতুন যুগৰ শিক্ষাব্যৱস্থা দিয়াৰ লগতে ভদ্ৰতা,নম্ৰতা,সহনশীলতা,সন্মানকৰিবলৈ শিকাওক৷তেতিয়াহে শিশু এজন All rounder হ’ব ৷
@Dhonkulii
@Dhonkulii 23 күн бұрын
Yes,আমাৰ India ৰ eduction sistem tu বেলেগ দেশতকৈ বহুত তলত আছে । বেলেগ দেশত সেই কাৰণেই শিক্ষিত মানুহ বেছি । Eduction sistem tu holabo lage , Mane Mur mote . Tu holeu proud of our india 🇮🇳
@SaidurRahman-xk1ww
@SaidurRahman-xk1ww 25 күн бұрын
আধুনিকতাই এদিন কাল হব। 😢
@mousumiassamesegirl3132
@mousumiassamesegirl3132 25 күн бұрын
কিছু বছৰ আগতে ক্লাছ 10 মানে পঢ়াৰ প্ৰেছাৰ আছিল। কিন্তু এতিয়া ক্লাছ 1 ত পঢ়ি থাকোতে বহুত বেছি প্ৰেছাৰ পায়। দেখাক দেখি খুব কম বয়সত বহুত বেছি অযথা বোজা যেন তেঁওলোকে কঢ়িয়াই লৈ ফুৰে। বহু মাক দেউতাক সন্তানৰ ভাল চৰিত্ৰ গঠনত নহয় ভাল ৰিজাল্টৰ ওপৰত বেছি গুৰুত্ব দিয়া দেখা যায়। তাৰ ফলতো বহু লৰা ছোৱালী মানসিক চাপৰ সন্মুখীন হয়। দামী স্কুলত পঢ়ালেই নহয়। লৰা ছোৱালীয়ে বাহিৰত কি কৰি আছে নজৰ দিয়া উচিত। কেৱল মাক দেউতাকৰে নহয় সমাজ, চৰকাৰ সকলোৰে ভৱিষ্যত প্ৰজন্মক লৈ কিছুমান দায়িত্ব থকা উচিত। এতিয়াৰ ছাত্র ছাত্ৰীক মাৰা দূৰৰে কথা গালি দিবলৈ ও ভয় লাগে। শিক্ষকতা কৰি থকা সকলেহে এই কথা বুজে। অৱশ্যে বহু মাক দেউতাকে ও নিজৰ লৰা ছোৱালীক শিক্ষকে গালি দিয়া ঘটনাক লৈ শিক্ষকৰ বিৰুদ্ধে কঠোৰ হৈ নিজৰ লৰা ছোৱালীক বেয়া কৰিবলৈ সাহস দিয়ে। শেহতীয়া বাল্যকাল আৰু কৈশোৰ কাল একোটি ধুমুহাৰ কাল। এই সময়খিনিত সিহঁতৰ ভালদৰে যত্ন লব লাগে।
@b-series2790
@b-series2790 25 күн бұрын
আপোনাৰ মন্তব্যটোত বহুত যুক্তিপূৰ্ণ কথা আছে। কিন্তু কি কৰিব, অতি দ্ৰুত গতিত সামাজিক মাধ্যমৰ ব্যৱহাৰৰ ফলত আমাৰ সমাজখনে লেতেৰা হৈ গৈ আছে।
@Harsha_9t
@Harsha_9t 25 күн бұрын
Amak aru school jai amak maaribo karone complaint di ahisil.. 😂
@mousumiassamesegirl3132
@mousumiassamesegirl3132 25 күн бұрын
​@@b-series2790 হয়। কিন্তু লৰা ছোৱালীৰ হাতত কেচুৱাতে মোবাইল তুলি দিয়া সকলো অভিভাবক আৰু ঘৰৰ আন সদস্য সকলেই নহয় জানো। কৰোবাত নহয় কৰোবাত আমিও সমানে দোষী।
@mousumiassamesegirl3132
@mousumiassamesegirl3132 25 күн бұрын
​@@Harsha_9t সেইবাবেই এইবোৰ হবলৈ পাইছে। শিক্ষকতা কৰা ইমান সহজ হৈ থকা নাই এতিয়া।
@mastofaali5084
@mastofaali5084 21 күн бұрын
Right
@imnibirassam
@imnibirassam 25 күн бұрын
Kone kone mor nisina xarute sir bideuk dekhile cycle r pra nami khujkari goisi 😍😍
@bibekpathak3155
@bibekpathak3155 25 күн бұрын
moi atiya o namu😊
@BishwaDas-bu5pv
@BishwaDas-bu5pv 24 күн бұрын
Ami Tu sati lole sati u nomai diu sir baideu agot.... Xosakoi eidin but kot gol...
@DiptiRabha-h3w
@DiptiRabha-h3w 24 күн бұрын
Me😊....atia o 😊
@HridoySofficial07
@HridoySofficial07 23 күн бұрын
Moi etiya o namo❤
@anjugogoianjugogoi8711
@anjugogoianjugogoi8711 22 күн бұрын
Hai2 lora jellr pora ulai ahi ako kajia ako murder nokoribo hai2 ki garenty ase
@rkcorner5980
@rkcorner5980 25 күн бұрын
Ai video to sai khub valo lagil... Perfect video for this times...
@dimpirajbongshi7407
@dimpirajbongshi7407 25 күн бұрын
Talented boy❤🎉 always support you ❤️
@user-bi9ov4qw1f
@user-bi9ov4qw1f 25 күн бұрын
আপুনি বহুত ভাল কথা কৈছে দাদা আৰু শেষত কোৱা কথাষাৰ একদম সচা । আচলতে আমাৰ system টোৱে সথিক নহয়।
@nikha9142
@nikha9142 25 күн бұрын
Dimpu da bht khini ktha sikibo parisu apunar pra bht dhoinobad apunak❤
@avinashduarah2312
@avinashduarah2312 25 күн бұрын
Aji moi Chemistry prectical kori asu 80 page r Kaila submit koribo lage, 14 tarikh a Coaching Institute t exam asa 720 Marks r (neet r coaching) . Moi teacher k bht request korilu ja submit dudin paost korim buli kitu buji napale. Teacher a u jane ja blg r pora copy kori likhisa buli ,tau buli u lagei . Mur vul asila ja moi Agor pora likhi thakibo lagisila but moi class 12th r student. College ai jam na Coaching Institute ai jam na Ghar t ai pohim . Ata ktha buji palu aitu education system a mnuh k just robot nisina bonbo bisare and Government college houk ba specially private junior college houk taulukok bas best result lage and nijor clg t naam tu upor t jua tu lage . Amr School college t student k just pohai "freedom of speech("বাক স্বাধীনতা) r bekhoi a kitu kunu student k nijor problems bur kobola chance nidiye . Junjon teacher r le student a voi kore haijon teacher k katiya u mon r pora respect nokore . Junjon teacher r le voi nokore haijon teacher k mon r pora respect kore. Hoitu apunar school t u ankua ajon teacher asila/asa juna lora swli r lgt mrm t ktha pate and tauk apuni mon t pora respect korisila kore .
@bhaskarborah508
@bhaskarborah508 25 күн бұрын
Bro akdm xosa kotha koisa 👍🏻
@manditaakalita
@manditaakalita 24 күн бұрын
Kun clgt poha
@subhambaruah9337
@subhambaruah9337 24 күн бұрын
College join koriboi nalagisl
@avinashduarah2312
@avinashduarah2312 24 күн бұрын
@@subhambaruah9337 college t addmission nulua tu solution nohoi katiya u . Mur education r lgt problem ni education system r lgt problem.
@Byby304
@Byby304 23 күн бұрын
​@@manditaakalitackb
@lavitatalukdar5200
@lavitatalukdar5200 25 күн бұрын
সুন্দৰ উপস্থাপন 👍 মই ভাবিছোঁ VIDEO এটা পাম So ধন্যবাদ থাকিল দিম্পো তোমালৈ
@debashreeborah413
@debashreeborah413 25 күн бұрын
আজিকালি কেঁচুৱা এটাকো smartphone দেখাই হে ভাত খুৱাই। আৰু মাক দেউতাকে গর্ব কৰে এই কথাটোকে আনৰ আগত কৈ। আমাৰ ই phone চলাব জানে game নিজে download কৰি লয় ইত্যাদি। ল'ৰা ছোৱালীক শিকাব লাগে যে smartphone টোৱেই জীৱন নহয় ই মাত্র এটা যন্ত্রহে যাক আমি দৰকাৰ হলে ব্যবহাৰ কৰো । কিন্তু আজি কালি এই যন্ত্ৰটোৱেই আমাক ব্যবহাৰ কৰিবলৈ লৈছে।
@RimjhimBasumatary
@RimjhimBasumatary 25 күн бұрын
Hoi thik kotha koise horu lora suwalie mobile tipibo jane buli obhibhaboke proud feel kre ajikali
@amirahmed9088
@amirahmed9088 23 күн бұрын
​@@RimjhimBasumataryAkdm Hsa ktha
@alexmukut2820
@alexmukut2820 25 күн бұрын
ডিম্পুও বছৰে বছৰে গাড়ী সলাই সলাই ভিডিঅ' বনাই প্ৰচাৰ কৰে৷ এলটো, থাৰ, জিম্নী কাৰ, FZ বাইক, দামী স্কুটীখন, সৌ সিদিনা হিমালয়ন বাইক কিনিছে৷ এজন ২৫/২৬বছৰীয়া লৰাই ৫/৬বছৰত ৬খনকৈ গাড়ী সলাব লগা কি কাৰন আছে? লাখ লাখ টকাৰ উপহাৰ কুপনত দিয়া গাড়ীবোৰৰ বিজ্ঞাপন দি দি সৰু সৰু ছাত্ৰছাত্ৰীৰ মন মগজুবোৰ উত্ৰাৱল কৰি তুলিছে৷
@sidharth_05
@sidharth_05 25 күн бұрын
Taru solabo akhn ghr ase nhoi....apunar dore sage bekar hoi ghrt pori nathake nhoi he 🫸🫷
@rakibulislam5207
@rakibulislam5207 25 күн бұрын
Dhruv Rathe er video sabo apuni
@ayangentertainer9975
@ayangentertainer9975 25 күн бұрын
এটা সময় আছিল চাৰ বাইদেউ পাৰ হৈ গলে চাইকেলৰ পৰা নামি দিও..
@b-series2790
@b-series2790 25 күн бұрын
কিনু কবা ডাঙৰীয়া, সেই ২০১০ চনৰ কথা আজি কাহিনী হৈ ৰল,সেইবোৰ কথা আমাৰ প্ৰজন্মই হে বুজিব ।
@user-nd5hs4tt4s
@user-nd5hs4tt4s 24 күн бұрын
Khei xomoy bur ako j ketiya ghurai pam😢
@amirahmed9088
@amirahmed9088 23 күн бұрын
​@@user-nd5hs4tt4sImpossible
@VibeVendetta
@VibeVendetta 22 күн бұрын
Etia tenekua sir baideu u ny so tenkua students u ny
@dadulgogoiblog2459
@dadulgogoiblog2459 25 күн бұрын
আজি গম পালো দিম্পুৱে Bulu Filim 😅 চাইছিল😮 Thanks 👍
@dimorianrahulvlogs236
@dimorianrahulvlogs236 25 күн бұрын
আজি কালিৰ দিনত শিক্ষাৰ্থীক কেৱল আৰু কেৱল শিক্ষাৰ নামত Marksheet and Certificate হে দিয়ে। জ্ঞান প্ৰদান কৰাৰ লগতে জ্ঞান অৰ্জন কৰাৰ কথা ভাৱিবৰ বাৱে কাৰো সময় নাই। ❤❤❤❤
@b-series2790
@b-series2790 25 күн бұрын
একেবাৰে সঁচা কথা মাত্ৰ কিমান নম্বৰ পালি ? এইটো হে প্ৰশ্ন কিন্তু বাকী জ্ঞান নুসুধে।
@モンキーD-Luffy
@モンキーD-Luffy 25 күн бұрын
​Moi tu 87% paisilu hs ot. School ot porha kotha bur xosake impractical feel hoi. Communication skill aru matrix maths akow extra k porhibo loga hoise atiya
@midutaye1998
@midutaye1998 25 күн бұрын
Hoi hei karone mak bape kok ari diye anekua education thokat ke noathakai vl kihor hei bur education nu 😢
@user-xw6cc3bl6o
@user-xw6cc3bl6o 24 күн бұрын
Dimpu da apuni bohut bhal kotha kole . Aibilak kotha mur monot bohut dinore pora soli asil ki hobo ahi thoka generation r . Apuni iyar uporot video bonua r babe dhanya bad thakil. জয় হিন্দ জয় আই অসম
@hariprasadexplore810
@hariprasadexplore810 25 күн бұрын
মোৰ মনৰ কথা বোৰ কৈ দিলা তুমি,,,, মই সদায় এই বোৰকে কৈ থাকো ঘৰত।ওচৰৰ লৰা ছোৱালী বোৰৰ চিন্তা ধাৰনাবোৰ দেখি,,,,পাগল হৈ যাম ,,,,,আৰু বেয়া হব কিজানি!!!!!!@
@mrindian3972
@mrindian3972 24 күн бұрын
Vaii tumi ytbe chanaall khulaaa support korim💐
@debashishdas6121
@debashishdas6121 25 күн бұрын
Dimpu da Love from Tezpur ata like Kori dibo bohut dagor fan
@user-vi4te9en8o
@user-vi4te9en8o 25 күн бұрын
Piles to massage reply to your
@monujdas5508
@monujdas5508 25 күн бұрын
Tezpur kot bhai😮
@AbdulWazid-wc4ne
@AbdulWazid-wc4ne 25 күн бұрын
I am from Tezpur 🎉
@Alokbhai108
@Alokbhai108 25 күн бұрын
Moja
@NayanmoniDutta-gt2tg
@NayanmoniDutta-gt2tg 25 күн бұрын
Kiman dangor fan tumi?
@dimpicreation4856
@dimpicreation4856 25 күн бұрын
সঁচাকৈ বৰ দুখ লগা ঘটনা হৈছে........ মই ভাবো এই ক্ষেত্ৰত অভিভাৱকে ল'ৰা - ছোৱালীক যথেষ্ট গুৰুত্ব দিয়া উচিত । বৰ্তমান সময়ত সন্তানক অত্যাধিক মৰম কৰা তথা নিজৰ সন্তানৰ দোষবোৰ লুকুৱাই ৰখাৰ ফলত এনেবোৰ ঘটনা হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে। উদাৰণস্বৰূপে -: এজন ছাত্ৰই(সৰু) সহপাঠীৰ পৰা এডাল পেঞ্চিল চুৰি কৰি আনিলে, সেইদিনা যদি ছাত্ৰজনক অভিভাৱকে ভালদৰে নুবুজাই যে চুৰ কৰিব নালাগে...... ইত্যাদি বৰঞ্চ ইয়াৰ বিপৰীতে যদি ছাত্ৰজনৰ দোষবোৰ লুকুৱাই ৰাখিব খোজে তেন্তে সেই ছাত্ৰজনে ডাঙৰ হৈ চুৰ কৰিবলৈ হয়তো কুণ্ঠাবোধ নকৰিব । অৱশ্যে এটা কথা সঁচা যে কোনো পিতৃ - মাতৃয়ে নিজৰ সন্তানক বেয়া হ'বলৈ নিশিকাই কিন্তু কেতিয়াবা তেওঁলোকে নজনাকৈয়ে তেওঁলোকৰ কিছু আচৰণে সন্তানৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায় ।
@dipankargayon1606
@dipankargayon1606 25 күн бұрын
HOSAKE দিম্পো দা....bohut val eta video....prthibi khn thikei ase প্ৰজন্মই bya kori goi ase 😢
@debhidrajbongshi2253
@debhidrajbongshi2253 24 күн бұрын
Sorbhog r pora ata like 😊
@nayanJ31875
@nayanJ31875 25 күн бұрын
very informative video. every parents should understand this.
@ILIKETOTRAVELLIKEABIRD
@ILIKETOTRAVELLIKEABIRD 25 күн бұрын
90s generationটো ময় ভাবো ছবতকে ভগ্যবান, জ্ঞানী আৰু চিন্তাধাৰাবোৰ বহুত শক্তিশালী যাৰ কাৰণে ডাঙৰক সম্মান কৰা সৰুক মৰম কৰা শিক্ষকক সম্মান জনোৱা এইবোৰ গুণ আছে আৰু এতিয়াৰ generationটো বেলেগ এখন দুনিয়াত ব্যস্ত যিয়ে ডাঙৰ সৰু লগত ব্যৱহাৰ ঠিক নহয় শিক্ষকক সম্মান নকৰে মানে কব গলে এতিয়াৰ generation একোটা মেচিন যিয়ে মোবাইল অবিহনে চলাটো অসম্ভৱ হৈ গৈছে.. বহুত দুখ লগা হৈছে
@JagannathGayan-xu7ud
@JagannathGayan-xu7ud 25 күн бұрын
Apuni kua kotha khini xosakoi right
@モンキーD-Luffy
@モンキーD-Luffy 25 күн бұрын
90s khini xosake bohut perfect
@user-wd2gw1rb5h
@user-wd2gw1rb5h 25 күн бұрын
Akdom hosa khta koisa apuni...
@bedikadevi693
@bedikadevi693 25 күн бұрын
2000 to 2001 also 😭
@Android_gamerzz24
@Android_gamerzz24 25 күн бұрын
Moi 2000 r❤
@user-ei8pj6nz9z
@user-ei8pj6nz9z 19 күн бұрын
Thank you Dimpu da keep making videos like this....😊😊
@dreamydremazworld
@dreamydremazworld 25 күн бұрын
Such a nice video and I love your videos as tumi kiba kamor kotha e kuwa hodai.. love and support to you always! Dimpu Bhai! Love from silapathar
@Sanatbvlog
@Sanatbvlog 25 күн бұрын
Ai corona virus 🦠 porai sobor hatot mobile hoi goll hoi ne nohoi 😂
@error2317
@error2317 25 күн бұрын
Nhoi bro jodi soboke time para tetia hboi nuwaree 😒
@rupjyotidas750
@rupjyotidas750 25 күн бұрын
Moi class 8 t mobile palo corona virus 🦠 r babe, atiya 12 pohi aso...
@JiyasumanJiyasuman
@JiyasumanJiyasuman 25 күн бұрын
Ekdom right
@theas21rider89
@theas21rider89 25 күн бұрын
​@@rupjyotidas750 vaity mobile positively use krile aku problem nai
@user-cs2nd6ji7m
@user-cs2nd6ji7m 24 күн бұрын
😅
@pahi__179
@pahi__179 25 күн бұрын
Akdom hsa ktha dimpu da ...vl lgil video tu sai
@himashridas6431
@himashridas6431 25 күн бұрын
Thank you Dimpu Daa bhut vl kotha koisa
@Austomdaimari
@Austomdaimari 25 күн бұрын
Outstanding video, 100% correct koisa Brother ❤ Buhut dagor problem hoii pori se ajir dinot, 😢
@bobbyd2411
@bobbyd2411 25 күн бұрын
You are saying the truth .Luv from Digboi .
@Veerjawan-lh9mx
@Veerjawan-lh9mx 25 күн бұрын
Love from narayanpur❤ psss 2nd year student stream arts (A) Apunar kota huni bhut Val lagil Dimpu da❤❤🎉
@NiyarSarma
@NiyarSarma 25 күн бұрын
Dimpu daa xsa kba gole apunar aibilak video sai mr khub bhal lge diyok, xeikrne apuni imn popular ❤🎉🎉🎉🎉
@mrhimu22
@mrhimu22 23 күн бұрын
Oh my God ❤ eman Val lagil kotha khini ❤❤ moi vakhare bujabo nuwaru Dimpu da 😊
@polashediting12k
@polashediting12k 25 күн бұрын
4:16 4:17 4:19 excitement paisilu was epic ❤😂
@pranaydas7140
@pranaydas7140 25 күн бұрын
Video tu sai ki bujli tur dre solir ktha koisi sudur bhai 😂
@polashediting12k
@polashediting12k 25 күн бұрын
@@pranaydas7140 Mukhor vaxa apunar main 💯
@EPICURUS-f1n
@EPICURUS-f1n 25 күн бұрын
Toi ki bujli boinaksuda 😂​@@pranaydas7140
@sjs356
@sjs356 25 күн бұрын
😅
@Staytuned.creatotxiii
@Staytuned.creatotxiii 25 күн бұрын
Tur nisina tuei enwa kore boka
@rajondas8239
@rajondas8239 25 күн бұрын
Dimpu da KKHSOU or uporot ata video lage bohut education student or help hobo plzz bonai diya @Dimpu
@singlelife3603
@singlelife3603 15 күн бұрын
অতি উত্তম বিচাৰ । Very good analysis.
@psdaxomiya2774
@psdaxomiya2774 25 күн бұрын
Dimpu daar kotha bilak eman je val lage ekdom right moi support kru apunak muk jdi kotha kobo diye moiyo apunar kotha burei kolu hoi moi voba kotha bur apuniye jonai dile val lagil
@indranillplays_
@indranillplays_ 25 күн бұрын
Ami agote gom palu. Love from Siva Sagar. ❤❤
@srimantadas6008
@srimantadas6008 25 күн бұрын
Thank you Dimpu da
@rahulparasar7410
@rahulparasar7410 25 күн бұрын
Very good conversation bro.. same feeling with you..🙏
@Udai_Singh
@Udai_Singh 25 күн бұрын
Dimpuu da ajir loike tur sobse val vedio... Right kotha patsa
@DhanBorah-tc1jb
@DhanBorah-tc1jb 25 күн бұрын
Dimpu da moi gohpur or pora koisu apunar vlogs bur bohut next level 🎉🎉
@Financialtips-ef9fd
@Financialtips-ef9fd 25 күн бұрын
অসমৰ শিক্ষা ব্যৱস্থা আগৰ নিচিনা হৈ থকা নাই, বহুত কিবা কিবি পাঠ্যক্ৰমত সুমুৱাই থৈছে। যি খিনি ছাত্ৰ ছাত্ৰীৰ বুজিবলৈ কঠিন হৈ পৰিছে। বিশেষকৈ অসমীয়া সাহিত্য কিতাপ খন ধৰি লওক, আমি ছাত্ৰ অৱস্থাত থাকোতে অসমীয়া সাহিত্য খন পঢ়িবলৈ বহুত ৰসাল আছিল , কাহিনী হিচাপত আছিল ছাৰ সকলে পাঠদান কৰোঁতে ছাত্ৰ ছাত্ৰী সকলে মনোযোগদি শুনিছিল।
@JUNIORop7
@JUNIORop7 25 күн бұрын
Bohut val lagil video to sai bohut dhunia ata video bonai se✅
@SrishtiBora
@SrishtiBora 17 күн бұрын
আৰু আমি শিক্ষক সকলৰ কাৰণে নিজক উচৰ্গা কৰিবলৈ ও সাজু । আমাৰ বাবে শিক্ষক সকল ভগৱানত কৈ কম নহয়!
@barnalitalukdar6188
@barnalitalukdar6188 25 күн бұрын
Jikhon xomajot student k dekhilei mahuhe percentage sudhe, xeikhon xomajot mili soliboloi , dangorok respect koriboloi nobo prajanmoi kene koi sikibo. Manuh dekhilei ghoror vtorot xumaboi no.
@Ujh476
@Ujh476 20 күн бұрын
Thik koise,thik koise💯 😵‍💫
@user-dr7fk3ww2p
@user-dr7fk3ww2p 25 күн бұрын
Dimpu DA love from Nagaon❤❤❤
@roktimadevi8154
@roktimadevi8154 22 күн бұрын
Dhuniya aaru bohut bhal vdo dei Dimpu ❤️ Sending love from Bangaluru ❤
@dsyker2962
@dsyker2962 25 күн бұрын
Nice brother 😌 bohut dhunia kotha kola ...kiba ligel kotha Jodi khunibo pau only tumar pora
@nikhilmalah
@nikhilmalah 25 күн бұрын
Talent boy 🎉🎉🎉 always support you brother god belsed you
@SanjitKumarBrahma-wo2bz
@SanjitKumarBrahma-wo2bz 25 күн бұрын
Golden words ❤
@CK_108
@CK_108 25 күн бұрын
Bhut val bonaisa dimpu da…. Aru ata videos lage negative thinking manur uport aro kenakoi val hb negative thinking manu.. plz bonabo ❤😊
@lilylike1216
@lilylike1216 24 күн бұрын
Thank you so much for highlighting this problem ❤❤❤❤
@bornilhandique2775
@bornilhandique2775 25 күн бұрын
Thank you dimpu da
@theas06vlog90
@theas06vlog90 25 күн бұрын
Dimpu da fast comment ❤ kalaigaon pora
@Bedanta444
@Bedanta444 25 күн бұрын
Xosa kotha akdom relatable ❤❤
@bksmundaofficial6648
@bksmundaofficial6648 25 күн бұрын
Akdom moza Dimpu Da val lagile ❤
@PranjitKalita-eo9fb
@PranjitKalita-eo9fb 25 күн бұрын
Dimpu da akdom right bujai bujisu moi magor Tu hoi kintu moi kobo pora nai ❤😢
@r.kachari
@r.kachari 25 күн бұрын
Val lgil Dimpu daa❤
@NikeshChetry
@NikeshChetry 25 күн бұрын
One of the best video of dimpu da
@iammahanta
@iammahanta 25 күн бұрын
akdm Right Video ❤❤❤
@PranjitKalita-eo9fb
@PranjitKalita-eo9fb 25 күн бұрын
True lecture I am understand❤
@DipankarBorah740
@DipankarBorah740 25 күн бұрын
বৰ্তমান শিক্ষা কামৰ শিক্ষা কামৰ শিক্ষা নহয় বৰ্তমান শিক্ষাৰ উদ্দেশ্য হল চাকৰি লাভ কৰা ।😢😢
@Ts.18vlog
@Ts.18vlog 25 күн бұрын
Middle class or family hokole hokolu buji puwa jai stagle ki 😢acdom hosa kotha2 a koise dimpu da👍🙏❤️
@sismoysarma9600
@sismoysarma9600 25 күн бұрын
Dimpu da video sai bohut val lagise 😊😊
@lazyboyB2
@lazyboyB2 25 күн бұрын
Dimpu dada babe ata like❤
@E.p.Entertainment-g2y
@E.p.Entertainment-g2y 25 күн бұрын
First view from Lakhimpur 💞
@jugasvlog
@jugasvlog 2 күн бұрын
খুবেই সুন্দৰ কথা ।।✌️
@minted_with_lagoon
@minted_with_lagoon 20 күн бұрын
A very nice video dimpu daa Sone sabo lage eitu video
@ajantamahanta9584
@ajantamahanta9584 24 күн бұрын
শেষত কোৱা কথা খিনি সকলোতকৈ ভাল লাগিছে। ল'ৰা-ছোৱালীয়ে যদি বহুত ইংৰাজী শব্দ কয় সেয়া লাজৰ বিষয় গৌৰৱৰ নহয়। বেছিভাগ দায় সুমুৱাই আছে মাক-দেউতাক আৰু ঘৰৰ আন অভিভাৱকৰ ওপৰত। বাথৰুম চাফা কৰিব দিব! বাপৰে। মই বিয়া হোৱা ছোৱালী। নতুন সমাজখনত দেখিছোঁ কোনো ধৰণৰ কাম ল'ৰা-ছোৱালীক কৰিব নিদিয়ে। আনকি সিহঁতৰ নিজৰ লগত জড়িত চাফ-চিকুণ খিনিও। বিশেষকৈ নতুন মাক-দেউতাসকলৰ ওপৰত নিৰ্ভৰ ভৱিষ্যতৰ সমাজ।
@user-dv4hn8wd5k
@user-dv4hn8wd5k 25 күн бұрын
True...............🤣🤣🤣🤣👍🏻👍🏻🤍🤍🤍🤍👍🏻👍🏻🤍
@user-dl2vf3mz3f
@user-dl2vf3mz3f 25 күн бұрын
You are right dimpu da apuni mor monor kotha koi dila dimpu da ❤
@tofayelahmedmilton2081
@tofayelahmedmilton2081 25 күн бұрын
Nice dimpu da... perfect topic to speak on
@venomff5865
@venomff5865 25 күн бұрын
Bro fulfilled our childhood dream🥺😭
@indrajitrabha2628
@indrajitrabha2628 25 күн бұрын
Video tu ketiya xekh hoi gol ketiya gome napalu o...thanks dimpu da
@gitasridas6668
@gitasridas6668 25 күн бұрын
Ekdom hosa koisa,val lgil ❤ lastor kotha khini ru besi vl lgil
@ankurgogoi2536
@ankurgogoi2536 25 күн бұрын
Bohut val kotha koisy Dimpu da
@MustahidulIslam-il7zy
@MustahidulIslam-il7zy 25 күн бұрын
Apunar bohot Miss koro
@d.rgaming__94__
@d.rgaming__94__ 25 күн бұрын
Hoy Dimpu da jar ghoror xomoisya ase xi he buje xomajor logot keneke solibo lage
@dipenchetry470
@dipenchetry470 25 күн бұрын
Bohut hundar dimpu da,❤
@pdpranabdas7237
@pdpranabdas7237 25 күн бұрын
Very good information video and Thank you for your good advice ❤😊👍
@Rani-pc8qh
@Rani-pc8qh 25 күн бұрын
এইটো কলিযুগ dimpu পৃথিৱী ভাল কৰিব নোৱাৰা তুমি তুমি একেবাৰে ভুল কথা এটা কৈচা যে মানুহ ধনী হল বুলি।😂no মানুহ বিলাক so called ধনী হল। ইমানেই ধনী 😂আমাৰ মানুহ বোৰ যে tension তে বেমাৰ হব ধৰিছে
@venomff5865
@venomff5865 25 күн бұрын
No uk07 rider🤡 Harmed in this video !!
@user-to6nm8vk1d
@user-to6nm8vk1d 25 күн бұрын
And apuner video sai bohut bohut vl lagile dada moi lakhimpur ot thaku Lakhimpur ahile ata khobor dibo khali dei apunak log koribo mur bohut bohut mon ase dimpu da
@kamaluddinahmed6193
@kamaluddinahmed6193 25 күн бұрын
Yes , share this ❤❤❤
@viveshofficial3818
@viveshofficial3818 24 күн бұрын
আকৌ এবাৰ গুৰু কুলৰ শিক্ষা আৰম্ভ হব লাগে আমাক ইংৰাজৰ কুলৰ শিক্ষা নালাগে 🌍🌍 জয় শ্ৰী ৰাম 🚩🚩🚩
@ajgamingmko9138
@ajgamingmko9138 25 күн бұрын
I'm from Dhemaji ❤❤❤❤❤❤❤❤
@Arnabboruah25
@Arnabboruah25 25 күн бұрын
Same to same
@lakhyajyotigogoi1617
@lakhyajyotigogoi1617 25 күн бұрын
Bohut important topic loisa, eai kotha khini ami alusona koribo hol, manuh khini etiar pora jagibor hol, nhole edin dekh khon rokhatole jabo,,,,
@ajaykurumandi1665
@ajaykurumandi1665 25 күн бұрын
Val lagil video tu dimpu da❤❤
@pratapdeka2092
@pratapdeka2092 25 күн бұрын
Kone kone dimpu dar video wait kri thake ???....❤❤❤
@____raj__karmakar__8926
@____raj__karmakar__8926 25 күн бұрын
Moiu wait Kori thaku. . Love from DIBRUGARH
@MizanurRahman-tk9mh
@MizanurRahman-tk9mh 25 күн бұрын
Moi thaku ❤
@user-wz5nb9jv8c
@user-wz5nb9jv8c 25 күн бұрын
moi u wait kori thaku
@BhaskarPegu-o7f
@BhaskarPegu-o7f 24 күн бұрын
Peda tu wait kre
@ashok.from-assam
@ashok.from-assam 25 күн бұрын
Dimpu dar karone ata like❤
@SunuXonowal
@SunuXonowal 25 күн бұрын
Dada video tu sai bohut bujilu aru hane Kuwa video upload...... koribo hun kale🎉❤ love from sadiya 😊
@GAMINGYT-kl6jy
@GAMINGYT-kl6jy 25 күн бұрын
Mojja video boina say 🎉.
Food Cast with Ravi Sarma | Dhruva j kalita
35:27
DHRUVA J KALITA
Рет қаралды 48 М.
location: Nalbari, Owner name: Dimpu Barua 🤙6001791980   9365994634
7:12
Jagya Construction
Рет қаралды 309 М.