AAPUNI AAHIBO II SUBASANA DUTTA || AMRITA GOGOI || KAMAL LOCHAN || NEW ASSAMESE SONG 2020

  Рет қаралды 3,866,615

Subasana Dutta

Subasana Dutta

Күн бұрын

Пікірлер: 2 000
@SubasanaDutta
@SubasanaDutta 3 жыл бұрын
"Morom Lagi Jai" Video Out Now 👉 kzbin.info/www/bejne/eqvEqpVtgN6bmJY Hope you all like & enjoy it
@alimuliassam6405
@alimuliassam6405 3 жыл бұрын
.....….অভিমান........ভালপোৱাৰ এটি মিঠা অনুভূতি..... বহুত বেছি ভাল লগিছে.....গীতটি কিমান ভাল লগিছে কবই নোৱাৰোঁ .......সুবাসনা বা♥️♥️প্ৰেম♥️♥️
@satyascofficial7723
@satyascofficial7723 3 жыл бұрын
Lovely song
@mandiramazumdar4807
@mandiramazumdar4807 3 жыл бұрын
Bahut dhuniya anekoie dhuniya gaan bonai jauk. 🥰🥰🥰
@juringohain8307
@juringohain8307 3 жыл бұрын
Hoi enjoy korilu
@bikashneog1502
@bikashneog1502 3 жыл бұрын
Superhit ❤️❤️❤️
@parismitaborah5098
@parismitaborah5098 4 жыл бұрын
সুন্দৰ❤️🌺অমৃতা বা আৰু কমল লোচন দাৰ বাবে এটি লাইক❤️
@priyankakonwar9221
@priyankakonwar9221 4 жыл бұрын
Hridoy jur porua ati mitha gaan😍😍❤💞
@meghranjanstudio8198
@meghranjanstudio8198 4 жыл бұрын
A moja
@meghranjanstudio8198
@meghranjanstudio8198 4 жыл бұрын
@@priyankakonwar9221 hvvy
@jitumonigogoi5816
@jitumonigogoi5816 4 жыл бұрын
Only Indian he dekhna Pakistan wali nehi 🥰kzbin.info/www/bejne/h4SXoZqiZrmDprc🥰
@ankitaborah3072
@ankitaborah3072 4 жыл бұрын
I always love you kamal daaaa😘😘...
@BanashreeDeka-bb8nj
@BanashreeDeka-bb8nj 10 ай бұрын
2024 t. konba xuna asa ne....moi xuniye thako..my favourite song ❤
@dipsikhachetia111
@dipsikhachetia111 5 ай бұрын
Moi
@RimpuMoran-e6e
@RimpuMoran-e6e 2 ай бұрын
Moi❤
@julishaborah6350
@julishaborah6350 Ай бұрын
শুনিয়ে থাকোঁ অ❤😊
@tiwastliw8106
@tiwastliw8106 10 күн бұрын
Akha kora vabona tuma kintu ta anonda bohut dhuniwa bastob nimile
@madhusmitamedhi3881
@madhusmitamedhi3881 4 жыл бұрын
মোৰ প্ৰিয় গায়িকাৰ কণ্ঠৰে প্ৰিয় অভিনেতা আৰু প্ৰিয় অভিনেত্ৰীয়ে অভিনয় কৰা গীত বৰ সুন্দৰ হৈছে সুবাসনা বা ।
@Munnivlogs-s2l
@Munnivlogs-s2l Жыл бұрын
হাজাৰ বাৰ শুনিলেও আমনি নালাগে🌈🥹সচাকৈ বৰ প্ৰিয় ✨😊
@mintugogoi4135
@mintugogoi4135 3 жыл бұрын
প্ৰথম শুনাৰে পৰাই গীতটি খুবেই প্ৰিয় হৈ পৰিল❤️
@r.d.creator8235
@r.d.creator8235 Жыл бұрын
Muro ekdom 🔥🔥❤️❤️
@ksarma4847
@ksarma4847 4 жыл бұрын
ধুনীয়া এটা গান , হৃদয় চুই গ'ল , সুবাসনা বাৰ গান , অম্ৰৃতা বা আৰু কমল দা আছে ধুনীয়া । বহুত দিনৰ অপেক্ষা ৰে আজি সম্পূৰ্ণ হ'ল ।
@artist37
@artist37 4 жыл бұрын
Aioo,Amrita..bar... expression..bur je ..♥️♥️Iman dhuniya
@nayan.m.rgaming3602
@nayan.m.rgaming3602 3 жыл бұрын
Hello
@himadrisonowal4017
@himadrisonowal4017 3 жыл бұрын
"আপুনি"এই শব্দ টো যে আজিও আপোন মোৰ,❤️❤️❤️আৱেগ বোৰৰ আকৌ উজান উঠিল গীতটি শুনি অ,বুকুখন বিষাই প্ৰতিবাৰতে গীতটি শুনি থাকিলে বহুত💔আপুনি বুলি কোৱা,প্ৰতিজন আপোন পুৰুষে কেৱল চকুলো দিলে মোক বুকু বিষাই যোৱাকৈ,😭💔গীতটো কিন্তু সচাই ধুনীয়া আৱেগ ধৰি ৰখাত মোক সহায় কৰিব গীত টিয়ে সদায়💔
@JRBElectronics
@JRBElectronics 4 жыл бұрын
উফ্ 😍 গানৰ কথা, সুৰ ভিডিঅ'ৰ কাহিনী সকলো ধুনীয়া। ❣💖
@kabitachangmai6246
@kabitachangmai6246 4 жыл бұрын
আপুনি শব্দটো মোৰ বৰ আপোন....... সেই সময়তে এই গানটো মোৰ জীৱনৰ আলহী
@narutoshorts5545
@narutoshorts5545 3 жыл бұрын
Khisai... Ga tu ru video Tu khuni bht val lgise
@natureover7360
@natureover7360 3 жыл бұрын
😂😂😂😂
@ccismkbk4698
@ccismkbk4698 3 жыл бұрын
🧞‍♀
@chinmoyeedas7026
@chinmoyeedas7026 3 жыл бұрын
Apuni buli kbole moiu bhut vl pau....xe babe hoito gaan to bohut vl pao...
@minakshibhattacharya4938
@minakshibhattacharya4938 2 жыл бұрын
আপুনি শব্দটো মোৰো বৰ আপোন .....🤍
@sathiskumarshanmugam7679
@sathiskumarshanmugam7679 4 жыл бұрын
Hi Subasana, This is one of the sweetest song I have ever listened to. I am from TAMILNADU and I don’t understand the language. But I have replayed the song more than 100 times. Request to share the lyrics and meaning in English if possible! My best wishes to you.
@jitumoran4532
@jitumoran4532 3 жыл бұрын
This is Assamese song of Assam
@ArindamSSSSSSSS
@ArindamSSSSSSSS 3 жыл бұрын
Music has no barrier ❤️
@himadritabaruah4197
@himadritabaruah4197 3 жыл бұрын
(When u'll come..my breathing will become faster..an unknown feelings will come to my heart..don't come close to me..I'll die alive..) this is the 1st stanza... u can summarize the meaning of the whole song now..
@manujaxom7584
@manujaxom7584 2 жыл бұрын
thank you so much
@helloguys9959
@helloguys9959 2 жыл бұрын
🥰🥰love from Assam .....so happy to see Assamese songs are really growing 🥰🥰🥰
@changmaimamu5007
@changmaimamu5007 4 жыл бұрын
সুবাসনা বা আপোনাৰ মাতৰ প্ৰেমত পৰোঁ সদায় 💚💚। বহুত ভাল লাগিল গীত আৰু সকলো...👌👌👌
@l.p.production3223
@l.p.production3223 4 жыл бұрын
অপূৰ্ব...! বৰ সুন্দৰ গীত এটি শুনিলোঁ। এগৰাকী সফল গীতিকাৰৰ সুন্দৰ অনুভৱৰ কোমল শব্দ চয়নেৰে হৃদয় চুই যোৱা গীতৰ কথা শ্ৰুতিমধুৰ সুৰ আৰু সংগীতেৰে এটি অনন্য সুমধুৰ গীত। আপোনৰ সংগীতৰ প্ৰতিভাৰ লগতে অভিনয় প্ৰতিভায়ো মুগ্ধ কৰিলে... অসাধাৰণ...! আপোনাৰ সুমধুৰ মিঠা কন্ঠ আৰু সুৰীয়া গায়কীয়ে সদায়ে মুগ্ধ কৰে। লগতে গীতৰ অনুভৱ খিনিক অনন্য মাত্ৰা প্ৰদান কৰা...অভিনয় শিল্পী দুগৰাকীৰ সুন্দৰ অভিনয়েৰে দৃশ্যায়িত কৰা নেপথ্যৰ সুন্দৰ কাহিনীটোৱে হৃদয় আলোড়িত কৰিলে। গীতৰ অনুভৱৰ লগত সফল-সুন্দৰ ভাবে একাত্ম হৈ এটি সুন্দৰ গল্পৰ চিত্ৰায়ন কৰিলে...!! Videography-ও বৰ সুন্দৰ হৈছে। গীতৰ সংগীত... সম্পাদনাকে ধৰি সকলোখিনিয়ে বৰ মনোহৰা...! আমাৰ সংগীতৰ ক্ষেত্ৰখনলৈ এটি বৰ সুন্দৰ উপহাৰ দিলে। আপোনাৰ লগতে গীতিকাৰ... সংগীতকাৰ আৰু অন্যান্য সকলো শিল্পী-কলা-কুশলীলৈ আন্তৰিক অভিনন্দন যাছিলো। আগলৈকো আৰু এনে সুন্দৰ সুন্দৰ গীত আপোনাৰ সুৱদী কণ্ঠত শুনিবলৈ পাম বুলি আশা কৰিছোঁ।💐💐💐
@rashmibaruah5955
@rashmibaruah5955 4 жыл бұрын
khub xundor anuvobor ati geet....enekuwa sintare likha aiti geetei moi prothom axomia geetr album salu....dhanyabad🙏🙏🙏
@jitumonigogoi5816
@jitumonigogoi5816 4 жыл бұрын
Only Indian he dekhna Pakistan wali nehi 🥰kzbin.info/www/bejne/h4SXoZqiZrmDprc🥰
@ujjaluzir5957
@ujjaluzir5957 4 жыл бұрын
Assamese industry needs more classical base songs like this 😍
@sagarikadevi1666
@sagarikadevi1666 4 жыл бұрын
Ufff imn dhuniya.. Touched my heart.. Kamol lochon is heartbit
@Yein-14
@Yein-14 4 жыл бұрын
বহুত ভাল লাগিছে কি কম কবলৈ ভাষা নাই🥰 গাৰ নুম শিয়ৰী উঠা কন্ঠ লগত কমল দা আৰু বাৰ অভিনয় সচাকৈ বহুত ভাল লাগিছে শেষত বহুত দুখ লাগিলে🥺 Love you ba and dada All times 💓 Bhut cute voice hoi
@urmilagogoi5737
@urmilagogoi5737 4 жыл бұрын
ইমান ধুনীয়া উফ😍😍😍😍😍😍😍।।। একেৰাহে প্ৰথমৰ পৰা গানটোত সোমাই চাই যোৱাৰ পাছত যেতিয়া শেষ মুহুৰ্তটো আহে তেওঁলোকক দেখি নিজৰে কেনেকৈনো চকু পানী ওলাই আহিল উমানয়েই নাপালোঁ,বহুত বেছি ধুনীয়া হৈছে💚💚💚💚
@manshigogoi61
@manshigogoi61 4 жыл бұрын
হয় দিয়া ।।।।।। অমৃতা বা ৰ অভিনয়ে কল্পনা কো জীয়াই তোলে ।।।।।শেষৰ দৃশ্য টো ত বাৰুকৈয়ে কন্দুৱাই দিলে ।।।।।অমৃতা বা সঁচাকৈ এগৰাকী সুদক্ষ অভিনেত্ৰী লগতে কমল দা আৰু সুবাসনা বা 💕💕💕
@mrinalkantikansari4171
@mrinalkantikansari4171 4 жыл бұрын
I am from West Bengal. I can not understand your language. But feel the emotion which you produced in the video. It is super..
@jitumonigogoi5816
@jitumonigogoi5816 4 жыл бұрын
Only Indian he dekhna Pakistan wali nehi 🥰kzbin.info/www/bejne/h4SXoZqiZrmDprc🥰
@dipankerboruah8769
@dipankerboruah8769 4 жыл бұрын
Love from Assam
@sindia1996
@sindia1996 4 жыл бұрын
Love from odisha
@Akash_n43
@Akash_n43 4 жыл бұрын
@@sindia1996 Hlw vhi
@sindia1996
@sindia1996 4 жыл бұрын
@@Akash_n43 hm vaai kuho😊😊😊.
@nizaranath2661
@nizaranath2661 3 жыл бұрын
বুকু বিষাই গ'ল শেষৰখিনিত🥺🥺🥺,, সুবাসনা বায়ো ধুনীয়া অভিনয় কৰে ❤
@alimuliassam6405
@alimuliassam6405 4 жыл бұрын
সুন্দৰ কথা.....গীতটিৰ কথাই হৃদয়ত সাঁচ বহুৱালে... কিযে সুমধুৰ.... মৰম জগাই তুলিছে.........সুবাসনা বাইদেউৰ কণ্ঠৰ কথা নকওঁ .....শুৱলা,কুঁৱলীৰ স্বপ্ন সনা......তাতেই আকৌ অমৃতা বা ৰ জুতি........বহুত বহুত ভাল লাগিল....... জীৱন জীয়া মৰমেৰে❤❤❤
@Lakhya_Prajil
@Lakhya_Prajil 4 жыл бұрын
উফফ😌 3:05 বুকুখন চিৰিংকৈ মাৰিছিল, Concept-ভাষাহীন💜 Kamal Da🔥 Amrita Ba🔥 ❣️শুভকামনা❣️
@jitumonigogoi5816
@jitumonigogoi5816 4 жыл бұрын
Only Indian he dekhna Pakistan wali nehi 🥰kzbin.info/www/bejne/h4SXoZqiZrmDprc🥰
@himadrisonowal4017
@himadrisonowal4017 3 жыл бұрын
Same 💔
@assamesekstatus1366
@assamesekstatus1366 4 жыл бұрын
সুবাসনা বা অমৃতা বা আৰু কমল লোচন দাৰ বাবে এটা like 👍❤️
@poojadowerah9584
@poojadowerah9584 4 жыл бұрын
After his death she donated his heart... It's soulful and a part of humanity.... It's disheartening to see someone's loved one dying in front of her...🥺
@xenon2767
@xenon2767 3 жыл бұрын
He donate.
@ecea044gauravgogoi2
@ecea044gauravgogoi2 2 жыл бұрын
@@xenon2767 both are correct in some way.
@travelwithsaurabhh
@travelwithsaurabhh 2 жыл бұрын
Now I understand 😩
@parikshitkakoti7289
@parikshitkakoti7289 2 жыл бұрын
সেই মৰমী লগৰী কেচেটৰ পৰা এই গানটিলৈ কিমানবাৰ যে আপোনাৰ কণ্ঠৰ প্ৰেমত পৰিলো সুবাসনা বা, ক'ব নোৱাৰোঁ....😍😍😍😍😍
@maineesaikia2204
@maineesaikia2204 3 жыл бұрын
গীত টিৰ প্ৰেমত এনেকৈ পঢ়িছোঁ যে কিমান বাৰ video টো চাইছো কব নোৱাৰো।অতি সুন্দৰ গীত❤️❤️❤️love u subasana ba,and also amrita ba ,kamal da❤️
@asthaborah901
@asthaborah901 4 жыл бұрын
That's not fair, Kamal Lochan dies everywhere 🙄 actually it breaks my heart everytime getting unexpected twists like this that has become almost expected now.😭❤️
@dhireswarkalita5659
@dhireswarkalita5659 4 жыл бұрын
I'm Rajdeep kashyap 👍👍
@Avishake2.0
@Avishake2.0 4 жыл бұрын
Exactly!! Why he dies evrywhere🙂
@Panchoi111
@Panchoi111 4 жыл бұрын
Why 😟🧐
@priyankabora8976
@priyankabora8976 4 жыл бұрын
🤣🤣🤣🤣🤣.....
@jitumonigogoi5816
@jitumonigogoi5816 4 жыл бұрын
Only Indian he dekhna Pakistan wali nehi 🥰kzbin.info/www/bejne/h4SXoZqiZrmDprc🥰
@NKTrishnaOfficial
@NKTrishnaOfficial 4 жыл бұрын
ভাষাহীন। সকলো ফালৰ পৰা এটা উন্নত মানদণ্ডৰ ভিডিঅ'। সফল হৈছে আপোনালোক সকলো। আপুনি আহি শিহৰণ জগাই থৈ গ'ল।সুবাসনা বা লৈ বহুত বহুত ধন্যবাদ। ইমান সুন্দৰ কৈ গীতটোৰ জৰিয়তে সুন্দৰ বাৰ্তা দি যোৱাৰ বাবে ❤️❤️
@MisingNew
@MisingNew 4 жыл бұрын
জীবনত জীয়াই থকাতো একো একোটা অভিনয়হে মাথোন....
@nature.12843
@nature.12843 4 жыл бұрын
great video I have ever seen before in Assamese musical world❤❤❤❤❤hats off guys🙏🙏🙏🙏🙏🙏🙏🙏🙏
@Mamon51
@Mamon51 2 жыл бұрын
আপুনি শব্দটো মোৰ বহুত আপোন,,,,,মোৰ অনুভৱ,,,, মোৰ সহাৰি ,,মোৰ সাহস ,,,আৰু এই গীতটি এই সময়তেই আহিছে মোৰ জীৱনলে সুৱাসনা বাৰ কণ্ঠেৰে এটি নতুন অনুভৱেৰে ❤️❤️❤️❤️❤️❤️❤️
@Assam24x7
@Assam24x7 4 жыл бұрын
কেনেকৈ শেষ হল গমকে নেপালো😍😍😍😍❤❤❤ ভাল লাগিল সুবাসনা বা😍😍
@rdutta3688
@rdutta3688 4 жыл бұрын
সুন্দৰ কথ সুৰ তাতে আকৌ সুবাসনা বাই গোৱা । সুবাসনা বাৰ বাবে এটা লাইক 👌👌❤️👍
@SK-fk4ii
@SK-fk4ii 4 жыл бұрын
Everything is more than perfect... congratulations and thanks to the whole team
@ahalyaneog5000
@ahalyaneog5000 7 ай бұрын
Fav song❤ The lyrics just touched my heart🥺
@mousumigogoi9692
@mousumigogoi9692 3 жыл бұрын
Really heart touching song..কিমান বাৰ যে এই গীতটো শুনিছো আৰু চকুলো বোৱাইছো হিচাব নাই ।আৰু ইমান সুন্দৰ কৈ সকলোৱে অভিনয় কৰিছে সঁচাকৈ বহুত ভাল লাগিছে ।আৰু কমল লোচন দা মোৰ প্ৰিয় অভিনেতা । Love u lots 😗😘😘💞
@kalyanborah1865
@kalyanborah1865 4 жыл бұрын
Woowww wooowww speechless ❤️ সুৱাসনা বাৰ কণ্ঠ,অমৃতা বা আৰু কমল দাৰ অভিনয় 🔥🔥🔥everything is perfect 👌 ❤️ specially last moment 🔥গাৰ নোম শিয়ৰি উঠিল ❤️
@KDRongmei
@KDRongmei 2 жыл бұрын
I was in a relationship with Assamese girl 5 years back while I was in Guwahati. She is from Namrup. We break up due to some unnecessary reason. Now m settled and have one beautiful daughter but I still miss her and sometimes quietly cry. Never met anyone like her in my life. Such a calm and good. I feel like I loved her more than my wife. If I am bold enough and take the right decision at that time I wouldn't have suffered like this now. Am dying alive. This song made the memory more alive and made me cry. I only wished if I could bring back the time and be with her again..😥😥😥😥
@Sarma.k_123
@Sarma.k_123 Жыл бұрын
Plz move on brother. Otherwise indirectly u r cheating on ur current partner. I'm pretty sure that ur current partner is an amazing human being. Try to look good inside her. Nd be grateful that she is with u. We meet people, some of them leave us. It's natural. But our life is not goona stop. Plz move on bro. Nd I'm sorry if I hurt you. Lots of love to u 💜
@palashbhuyan1503
@palashbhuyan1503 3 жыл бұрын
ভাষা নাই----- সুবাসনাৰ বাবে হিট লাইক লাগে😘
@darshanatamuli5565
@darshanatamuli5565 4 жыл бұрын
Thnk u ba for the lovely song and a beautiful msg...really ba...moi jimn bar sau hunu gantu monei novore....and really ganor lyrics n ur voice is like...."sone pe suhaga"...i got goosebumps when i heard it for the very first time....luv u a lot ba.....🥰😘😘my all time fav singer😍
@jyotismitaborah9242
@jyotismitaborah9242 3 жыл бұрын
গানটো শুনিয়ে video টো কেনেকোৱা হ'ব চাবলৈ বহুত মন গৈছিল .....আৰু যেতিয়া চালো it was just ❤️.......চুই গ'ল।সুবাসনা বা ❤️..,..কমললোচন-অমৃতা,,,perfect combination ❤️
@kishorebaruah5350
@kishorebaruah5350 3 жыл бұрын
Thik koiise aapuniii...moi u gf or caller tune t xuniii lge lge yaale aahisu...☺️
@jyotismitaborah9242
@jyotismitaborah9242 3 жыл бұрын
@@kishorebaruah5350 atchaaa......🙂 xunibo enkua gn bur ....vl lge
@kishorebaruah5350
@kishorebaruah5350 3 жыл бұрын
@@jyotismitaborah9242 nissoiiii.....🙏
@mallikadas7640
@mallikadas7640 2 жыл бұрын
বৰ ভাল লাগিল বা গানটো । বহু শুভকামনা থাকিল আপোনালৈ । বৰ ভাল লাগে আপোনাৰ গানবোৰ । আপুনি শব্দটো মোৰো বৰ আপোন আৰু আদৰৰ । সেই বিশেষ আপুনি জন মোৰো অতিকে আদৰৰ আৰু শ্ৰদ্ধাৰ। যাক মই মোৰ নিজৰ মাজত লৈ কঢ়িয়াই ফুৰো কোনেও নজনাকৈ ।
@pranjitporakhmusical1400
@pranjitporakhmusical1400 4 жыл бұрын
বহুতেই ধুনীয়া তাতে সুবাসনা বাই গোৱা ।
@alimuliassam6405
@alimuliassam6405 3 жыл бұрын
.....….অভিমান........ভালপোৱাৰ এটি মিঠা অনুভূতি..... বহুত বেছি ভাল লগিছে.....গীতটি কিমান ভাল লগিছে কবই নোৱাৰোঁ .......সুবাসনা বা♥️♥️প্ৰেম♥️♥️
@puspadutta2098
@puspadutta2098 5 ай бұрын
হঠাৎ তেওঁ লৈ মনত পৰে "আপুনি"❤❤
@TheNeal92
@TheNeal92 4 жыл бұрын
Sokupani ulai gol.. Aru Gaan tu xosake bht Val lagil.. Baa tumar Voice xosake ki Sweetness aase.. Tones of LOVE to all of You ❤️❤️❤️🙌🏻🙌🏻🙌🏻
@iukumonisaikia2570
@iukumonisaikia2570 4 жыл бұрын
Bohut val lagil
@AbinashKalita_ABI
@AbinashKalita_ABI 4 жыл бұрын
কবলৈ ভাষা নাই❤️❤️ 👍👍👍কলিজা শাত পৰি গৈছে।।
@simideka6899
@simideka6899 4 жыл бұрын
উউউউউফফফফফ ,,,অভিমানবোৰ, মৰমবোৰ যেন বাঢ়ি গ'ল।।। গীত টো শুনি।।।।😘😘💚💚👌👌🔥🔥👍🏻👍🏻🙏🏽🙏🏽
@prafullanarah6227
@prafullanarah6227 4 жыл бұрын
Nic
@PriyankushBoraOfficial
@PriyankushBoraOfficial 4 жыл бұрын
Subasana Dutta - One of the BEST Female Singers in Assam❤❤❤... Like if you agree👍
@evergreenmajuli8555
@evergreenmajuli8555 4 жыл бұрын
বহুত সুন্দৰ❤❤❤কমল দা ক সদায় সপোনত দেখো😪 love you kamal da❤
@krishnamoninath6178
@krishnamoninath6178 4 жыл бұрын
বহুত ভাল লাগিল সঁচাকৈ সুবাখনা বা এ গোৱা কাৰনে অাৰু মোৰ কাৰণে বহুত জনপ্ৰিয় সু্বাখনা বা।❤️❤️❤️❤️❤️❤️❤️
@pranjanakashyap9642
@pranjanakashyap9642 4 жыл бұрын
সুবাসনা বা,, not সুবাখনা 🤐🤐🤐
@snigdhasaikia2785
@snigdhasaikia2785 4 жыл бұрын
সুন্দৰ বা...অন্তৰ চুই গ'ল.....❤❤❤💖💕💞💞💞💕💖❤
@mousumlason13
@mousumlason13 4 жыл бұрын
4:14 ki hundor scene. my Eyes full of tears and the concept wow. subasana baa r voice 🤗 eman dhunia. Suvrat Da eman dhunia direction and edit korise. ur Awesome bro😊
@dipankarchangmaiaxom1299
@dipankarchangmaiaxom1299 4 жыл бұрын
গানৰ শব্দ বোৰ উফ😍😍# ‌সুৰ
@paporineog2225
@paporineog2225 4 жыл бұрын
A very strong msg about organ donation and a beautiful song too.👍
@THC_45
@THC_45 4 жыл бұрын
Maina tumi jui 🔥🔥🔥🔥... Dhunia lagil hosakoi...
@SantoshMohanPhukan
@SantoshMohanPhukan 4 жыл бұрын
Kamal Lochan is A Sansational Star of Assam at this point of time. his simplicity nd the way he perform in any project and His Dedication that he showing towards any project , These are things that makes him famous and Valuable in this This industry! Rising star Of Assam! and The song is Just beautiful! Again Subasana dutt's song is always সুৱাস অনা গান💓
@bindassgirl5515
@bindassgirl5515 4 жыл бұрын
Right👌
@debajyotinath4812
@debajyotinath4812 4 жыл бұрын
কমল দা আৰু অমৃতা বা দুয়োজনে মোৰ প্ৰিয় 😍💕💕
@Dayaredmi
@Dayaredmi 4 жыл бұрын
Same bro
@banashreedas7363
@banashreedas7363 4 жыл бұрын
Same bro
@gyanjyotisvlogs7015
@gyanjyotisvlogs7015 3 жыл бұрын
Ufff xuni hepah napali ki xur, ki katha, ki abhinoy ufff thank you so much subasana baa love dis song love you ❤️❤️❤️❤️❤️❤️❤️
@ajantamazumdar1110
@ajantamazumdar1110 4 жыл бұрын
Tears comes out........ 😢😢😢😢 Awesome creation subasana baa
@kashmiriscreation6929
@kashmiriscreation6929 4 жыл бұрын
অৱশেষত আপুনি অহাৰ বাবে দেহা মন জুৰ পৰি গ'ল।সুন্দৰ সংগীত,সুন্দৰ অভিনয়।♥♥
@jupitaradeka8227
@jupitaradeka8227 4 жыл бұрын
বহুত ধুনীয়া লাগিল বা ।❤️💛
@taralidas6281
@taralidas6281 4 жыл бұрын
Concept like waoo...and mostly voice of Subasana baa...always fav. on every seconds...❤
@ruhi2237
@ruhi2237 4 жыл бұрын
Wahhhh.....ki hundor❤️❤️❤️❤️❤️❤️❤️
@anideka1283
@anideka1283 3 жыл бұрын
হৃদয় চুই যোৱা এটি খুব সুন্দৰ গান,,কমল দা আৰু অমৃতাবাৰ অভিনয়ে গানটিৰ পৰিপূৰ্ণতা আনিছে,, আশা ৰাখিছোঁ আপোনালোকৰ পৰা আৰু,,,দুয়োজন অভিনেতাই মোৰ বৰ প্ৰিয়,,অভিনন্দন জনালোঁ।
@jyotiroy2082
@jyotiroy2082 4 жыл бұрын
If millions of likes is what it's take be the most viewed video of the year , I would have liked it till infinity If I could😊🤟
@sweetyborah8098
@sweetyborah8098 4 жыл бұрын
Everything is just Beautiful Subhasana baa Ur voice just so Sweet..,,eman Xundor lyrics,song Nd videography..❤️❤️❤️🎶🎶❤️❤️
@sikhamusic3696
@sikhamusic3696 3 жыл бұрын
বুকুখন হাত পৰি যায়...আপোনাৰ প্ৰতিটো গান মোৰ প্ৰিয় তথাপিও এইটো গানে মোৰ অন্তৰত বেলেগ এটা স্থান পাইছে...বা আপোনাৰ সুৰ বিশ্বত‌ জিলিকি পৰক❤
@jayantakalita7412
@jayantakalita7412 4 жыл бұрын
সুন্দৰ কথা,অভিনয় সকলো খিনিয়ে....fullon package..😍..Subasna Baa 2mr voict..mitha ..mitha loga Anuvob bor Hoxakoiye ..Aparup..💗
@ProbitaBarman-i7q
@ProbitaBarman-i7q 7 ай бұрын
Uff Ki madhurr kontho ,lgte priyo Amrita baa❤
@manikakalita4185
@manikakalita4185 4 жыл бұрын
Bahut val lagil sai baa ❤️
@biswachangmai905
@biswachangmai905 4 жыл бұрын
This is Why I'm fan of Suvrat da 🙏🙏, And Great work by TEAM, a solo man can't do it without a team
@PremaTamuli
@PremaTamuli 4 жыл бұрын
My heart is broken 💔💔💔💔 হৃদয় খন একেবাৰে গলি গল অ ❣️💖
@yamilazi3847
@yamilazi3847 3 жыл бұрын
Song of the day ❤️❤️just love it 😍 wokeup at 2 am hearing this song ❤️ love the concept,acting of actor,actress superbbb and singer voice just fantastic 😍❤️❤️❤️Lots of love from Yami , Arunachal Artist ❤️
@nitumonisaikia5304
@nitumonisaikia5304 4 жыл бұрын
hundor hoi sa baa.... tumak aru nilakishi baa k bohut val lage ♥️♥️♥️♥️🌹🌹🌹🌹♥️♥️♥️♥️♥️♥️🌹🌹🌹🌹♥️♥️♥️🌹🌹🌹♥️♥️♥️🌹🌹🌹🥀🥀🥀🥀♥️♥️♥️🌹🌹🌹
@gayatreedevi1620
@gayatreedevi1620 4 жыл бұрын
Now I'm practicing to call him "Apuni "😍😍😍
@bhaswatideka9697
@bhaswatideka9697 4 жыл бұрын
❤❤
@dulumoniroy1752
@dulumoniroy1752 4 жыл бұрын
Oti hundor lgise bcz current fav Kamal da❤
@rajkanyahz7447
@rajkanyahz7447 4 жыл бұрын
Bohut val lagise ba gan tu😘😘😘
@Brishti_Ramdhenu
@Brishti_Ramdhenu 2 жыл бұрын
গানৰ ভাষাই অভিনয়ে কিমান বাৰ যে হৃদয় চুইছে , কিমান বাৰ যে চকুলো সেমেকিছে তাৰ হিচাপ নাই❤❤❤
@sayasmritasaikia4584
@sayasmritasaikia4584 2 жыл бұрын
Speechless... Everything is super perfect.. Just cried at last
@arbitachakraborty1637
@arbitachakraborty1637 4 жыл бұрын
Lovely and meaningful song. The videography is excellent. The concept is fabulous and is shown in the best way possible. Just love it... So happy to see our Assamese music reaching heights. Congratulations to the entire team on creating such a wonderful piece! 👌👌👌
@dharmendradeka8073
@dharmendradeka8073 3 жыл бұрын
Subasana Dutta is a most excellent , mind blowing singer in our Assam , Her singing style is very sweet , so I recommend her a good singer in her future life.
@manalishadas2421
@manalishadas2421 4 жыл бұрын
ৰৈ আছো বা 😍
@kishurbaruah5814
@kishurbaruah5814 3 жыл бұрын
খুব সুন্দৰ উপস্থাপন.... Great story n songs
@probitrasaikia3792
@probitrasaikia3792 3 жыл бұрын
কিমান বাৰ শুনিছোঁ নাজানো! হেঁপাহ পলুৱাই নাই। ইমান মিঠা গীত.... বাৰে বাৰে প্ৰেমত পৰিবলৈ মন যায়।
@barasharajkumari3038
@barasharajkumari3038 4 жыл бұрын
What a content! 😍 and kamal daa ❤ big heart love him thoroughly💚💚💚
@palc4771
@palc4771 4 жыл бұрын
I see this song thousands times.. Kintu hepah a nopolai xuni thakileo.. ❤❤❤
@souvikrajkhuwa1349
@souvikrajkhuwa1349 4 жыл бұрын
Just love the way how story ended ❤💕❤
@foryou99517
@foryou99517 3 жыл бұрын
গান টোৰ লগত music টো বহুত মৰম লগা । আৰু acting কি কম acting বহুত দুনীয়া । অশেষ ধন্যবাদ থাকিল ইমান ভাল লগা video দিয়াৰ বাবে ।
@uttamhaloi5090
@uttamhaloi5090 4 жыл бұрын
Bor dhuniya hoise gutei khini... Sameer 👌
@rajibbodoland1420
@rajibbodoland1420 4 жыл бұрын
সুবাসনা বাৰ কি যে সুৰীয়া মাত ,❤💚💙ওফ'''' হৃদয়ৰ কোনোবা এটা কোনত বিন্ধি দিলে মোৰ। #সুবাসনা বা মোৰ অতিকৈ মৰমৰ আৰু আদৰৰ প্ৰিয় গায়িকা হয়,, আৰু... আপোনাৰ ??
@kmdreamjanmoni2560
@kmdreamjanmoni2560 4 жыл бұрын
Mur o
@nishaboro3317
@nishaboro3317 3 жыл бұрын
Bohut bohut val lage gaan to khuni ❤️❤️❤️❤️
@MousumiDas-hg9be
@MousumiDas-hg9be 4 жыл бұрын
সুবাসনা বা ৰ কন্ঠৰ কথাটো কবই নালাগে । গীতটিৰ প্ৰেমত পৰি ৰলো । ভিডিঅটি অন্য ভিডিঅ তকৈ কিছু ব্যতিক্ৰম লাগিলে, অভিনয়ো বৰ সুন্দৰ । নকৈ থাকিব নোৱাৰি । শেষৰফাললৈ শিহৰণ দি গলগৈ । সচাঁই মন পৰশিলে 😍😍 আৰু ইম্মান ধুনীয়া, ভাললগা গানবোৰ উপহাৰ পাই থাকিবলৈ আশাহে মাথোঁ ।
@assam30second85
@assam30second85 4 жыл бұрын
Hidoy sui gol ai gaantie,ki je khundor khobodor khomahar..kisu modhur onubhutir khanmisronere rasit 😌😌😌
@nilotpalborah2653
@nilotpalborah2653 4 жыл бұрын
হৃদয় চুই গল সুৱাসনা বা! ভিডিঅ গীত সুৰ কণ্ঠ সকলোৰে প্ৰেমত পৰিলো ৷
@bangringgameplay2697
@bangringgameplay2697 4 жыл бұрын
Last part is just waoo waoo waoo what a unic,amazing,heart tuching... Love with concept ♥️♥️♥️
@animekingmk5048
@animekingmk5048 Жыл бұрын
হাজাৰ বাৰ শুনিলেও মন নভৰা গান এইটো❤❤ love you সুবাসনা বা ❤❤
@nikkibasu2232
@nikkibasu2232 4 жыл бұрын
বহুত বহুত বহুত ভাল লাগিছে💖💖💖💖💖💖💖
@bishwadeepbaruah3293
@bishwadeepbaruah3293 4 жыл бұрын
Wow...khub dhuniya👌👌👌
@Barasha_saikia
@Barasha_saikia 4 жыл бұрын
Bohut dhunia sakalubur ,love you Amrita
Увеличили моцареллу для @Lorenzo.bagnati
00:48
Кушать Хочу
Рет қаралды 8 МЛН
When Cucumbers Meet PVC Pipe The Results Are Wild! 🤭
00:44
Crafty Buddy
Рет қаралды 59 МЛН
ТЫ В ДЕТСТВЕ КОГДА ВЫПАЛ ЗУБ😂#shorts
00:59
BATEK_OFFICIAL
Рет қаралды 4,6 МЛН
O MURE JAAN || RAKESH REEYAN || GANESH GOGOI || MEGHALI BOROKHA || PRANOY DUTTA
5:34
RAKESH REEYAN MUSICAL🎵
Рет қаралды 29 МЛН
SUI DIYANA | DEEPLINA DEKA | EXCLUSIVE SINGLE |2018
4:10
Deeplina R Deka
Рет қаралды 22 МЛН
Увеличили моцареллу для @Lorenzo.bagnati
00:48
Кушать Хочу
Рет қаралды 8 МЛН