সুভদ্ৰা হৰণ | Subhadra Haran | BIREN DAS | NAGARA NAAM

  Рет қаралды 19,932

ASSAM VIDEO

ASSAM VIDEO

Күн бұрын

#nagaranaam​ #devotionalsong​ #birendas​ #subhadraharan
Subhadra Haran
Assamese Nagara Naam
সুভদ্ৰা হৰণ
বীৰেণ দাস (পাঠক)
পৰিকল্পনা - টংকেশ্বৰ বৈশ্য
ললিত কলিতা
For Video recording call : 7002445789
নাগাৰা - অনিল কলিতা (পাঠক)
কৰুণা কলিতা
নয়নমণি কলিতা
যুৰি তাল - উৎপল কলিতা
ভোৰতাল - গুৰুচৰণ কলিতা (পাঠক)
হেমন্ত দাস (পাঠক)
নৃপেন দাস (পাঠক)
ভূৱনেশ্বৰ কলিতা
পালি - মহেন্দ্ৰ কলিতা
নৱ ডেকা
বিনোদ কলিতা
ফুলেন নাথ
নবজিৎ কলিতা
ৰবেন দাস
দ্বীপেন দাস
দিগন্ত দাস
ৰমেন বৰ্মণ
দীপাংকৰ পাঠক
প্ৰাঞ্জল কলিতা
ভাস্কৰ জ্যোতি দাস
সুলভ বৈশ্য
নৰোত্তম ডেকা
বিশেষ কৃতজ্ঞতা -
অৰূপ চন্দ্ৰ কলিতা (সভাপতি)
হেমন্ত ৰাজবংশী (প্ৰাঃ সভাপতি)
ৰজনী দাস (সম্পাদক, মহানগৰ সমিতি, নাগাৰা নাম সংঘ)
শুভাকাংক্ষী -
সুভাষ বৰ্মণ
পৱন বৈশ্য
জিন্তু ডেকা
ডালিমী বৈশ্য
তৰুলতা বৈশ্য
বিভাৰাণী ৰয়
অৱলা ঠাকুৰীয়া দাস
নিবেদিতা ৰয়
কল্পনা কলিতা
হিৰণ্য ঠাকুৰীয়া
অংক্ষিতা কলিতা
ৰীমা দাস
দৃশ্যগ্ৰহণ
চিদা বৰা
বাবুলা
ৰাজু
পোহৰ
গোবিন্দ
বিপুল
সম্পাদনা
অপূৰ্ব বৰ্মণ
জিতু ৰায়
প্ৰযোজনা আৰু পৰিচালনা - বীৰেণ দাস (পাঠক)

Пікірлер: 18
@khyatimaldeka2644
@khyatimaldeka2644 27 күн бұрын
অতি সুন্দৰ হৈছে আপোনাক বহুত ধন্যবাদ🙏🙏
@pranjitdeka656
@pranjitdeka656 Жыл бұрын
Jay shree Ram
@pushpadas5208
@pushpadas5208 3 жыл бұрын
সুন্দৰ হৈছে
@Lana-jx9ve
@Lana-jx9ve 3 жыл бұрын
How beautiful nagara nam
@jeetgamaer7767
@jeetgamaer7767 3 жыл бұрын
পুৰণি নাম, শুনি বহুত ভাল লাগিল।এনে পুৰণি নাম আৰু আছে যদি পাৰিলে দিবচোন।
@hargobindasarma100
@hargobindasarma100 3 жыл бұрын
নামৰ ৰসটো পালো‌।এইয়াহে নাম। বঢ়িয়া ।আৰু এনে নাম পাম বুলি আশা থাকিল ।
@sanahigogoi381
@sanahigogoi381 3 жыл бұрын
কৃষ্ণ কৃষ্ণ বাপজনা বহ্নত সুন্দৰহৈছে
@kamakhyasarma5926
@kamakhyasarma5926 2 жыл бұрын
Qx
@dharmendrabaishya636
@dharmendrabaishya636 3 жыл бұрын
সুন্দৰ হৈছে , শিৱ পাৰ্বতী ৰ বিয়া নামতো দিৱ চোন বেয়া নাপায় যদি
@nabajitkalita8469
@nabajitkalita8469 3 жыл бұрын
Xundar
@achyutbarman2729
@achyutbarman2729 2 жыл бұрын
সুন্দৰ
@pranjitdeka656
@pranjitdeka656 3 жыл бұрын
Vl lgil
@assameseculturenagaranaam5555
@assameseculturenagaranaam5555 3 жыл бұрын
নামটো আৰু উঠিব লাগিছিল। পাঠকেই নামটো পেলাই ৰাখিছে। "দাদা তুমি নকৰা শংশয়" -------দিহাটোৰ শেষত ও--ও--ও ৰাগটো নাটানাৰ বাবে দিহাটো অসম্পূৰ্ণ হৈ থাকিল। প্ৰকৃত ৰস পোৱাৰ নগ'ল। তথাপিও পুৰণি সুৰতে গাবলৈ বিচাৰাৰ বাবে ধন্যবাদ।
@birendas6194
@birendas6194 3 жыл бұрын
সমূহ ভক্তপ্ৰাণ ৰাইজৰ আশীষ শিৰত লৈ (পাঞ্জাবাৰী) বাঘৰবৰি নাগাৰা নাম দলৰ তৰফৰ পৰা এটি ক্ষুদ্ৰ প্ৰচেষ্টা আপোনাসৱলৈ বুলি আগবঢ়োৱা হৈছে ৷ আশাকৰোঁ, সকলোৱে নাম ভাগ আদৰি ল’ব আৰু ভৱিষ্যতে আগবাঢ়ি যাবলৈ প্ৰেৰণা যোগাব ৷ এইখিনিতে ৰঙিয়া, চাংসাৰি পানীটেমা অঞ্চলৰ লগতে কামৰূপ মহানগৰ নাগাৰা নাম সংঘৰ সহযোগী নামধৰ্মী বাপসকলে আমাৰ এই সমগ্ৰ প্ৰচেষ্টাত বিশেষভাৱে যোগোৱা অৰিহণাৰ বাবে আমি তেখেত সকলৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ’ম ৷ অৱশেষত আপোনালোকৰ বহুমূলীয়া পৰামৰ্শ কামনা কৰিলো ৷ ধন্যবাদ ৷
@sikhamazumder6130
@sikhamazumder6130 3 жыл бұрын
Val lagil sai...
PRANK😂 rate Mark’s kick 1-10 🤕
00:14
Diana Belitskay
Рет қаралды 7 МЛН
When u fight over the armrest
00:41
Adam W
Рет қаралды 24 МЛН
2 MAGIC SECRETS @denismagicshow @roman_magic
00:32
MasomkaMagic
Рет қаралды 33 МЛН
amazing#devil #lilith #funny #shorts
00:15
Devil Lilith
Рет қаралды 18 МЛН
Nagara Naam Surabhi Das// জৰাসন্ধৰ জন্ম //7576052078
1:12:21
PRANK😂 rate Mark’s kick 1-10 🤕
00:14
Diana Belitskay
Рет қаралды 7 МЛН