নেপায় দেই ইমান সহজ সৰল ছোৱালীজনীৰ ফিলিংছৰ লগত খেলিবলৈ। তাই চাগে সঁচা বুলিয়ে ভাবিছিল। তাতে ভিডিঅ' যদি তাইক চিনি পোৱা মানুহে বা ঘৰৰ মানুহে চাইছে যদি😥
@antisocial_072 жыл бұрын
Right
@priyamjyotigogoi88522 жыл бұрын
সঁচাকৈ।।।।
@fatimakhan96482 жыл бұрын
Ummm 😟
@munnoob30062 жыл бұрын
Napai dei anei anei khalibo suwli logt
@nabajitdihingia18372 жыл бұрын
Sobo ra ghr aaa Kai nhoi .... dada Luke suwali ajoni logt olp base hoi se tate gali u di sa apuni anakuya vedio Ami nibisaru dada, apunar vonti logt korela apuni janu sai thakibi
@কৃষ্ণমনি2 жыл бұрын
বহুত বেয়া কৰিছে কিন্তু কাৰোবাৰ হৃদয়ক লৈ খেলা কৰি।এজনী ছোৱালী নিজৰ বিয়াক লৈ,নিজৰ স্বামী জনক লৈ কিমান কি সপোন থাকে, কিমান কি আশা থাকে তাক অলপ বুজিব লাগিছিল।ছোৱালী জনীৰ মই যদি কিবা সম্পৰ্কীয় হলোঁ হয়,আপোনাৰ ওপৰত মই কেচ কৰিলোঁ হয়।আপুনি অপৰাধ কৰিছে এইটো।
@parthabahi Жыл бұрын
Thk koi sa
@Speedy2923 Жыл бұрын
Accha
@Nirban697 Жыл бұрын
Arey vai ki dhemali(prank) Mane u Buji nupua niki taku okomn xomoyor karone he prank korise tat a eman khong koribologia ki kotha aitu ata xadharon prank he