শ্ৰীমন্ত শংকৰদেৱ সংঘই সমাজখন ভাগ ভাগ কৰি দিলে..//নিজে সংঘৰ হলেও কবলৈ বাধ্য 😏//সমাৰোহত এইবোৰহে হয়

  Рет қаралды 61,967

sukanya saikia

sukanya saikia

Күн бұрын

Пікірлер: 268
@nityanandkalita59
@nityanandkalita59 2 жыл бұрын
গুৰুজনাৰ জয়ন্তীত চাকি বন্তি জ্বলাই পদুলী মুখত তেতিয়া কীট পতংগ নমৰে নেকি কাতি বিহুত জলালেহে মৰে এই টো কি নিয়ম?মানে তেওঁলোকে কৰিলে পাপ নহয় আমি কৰিলেহে পাপ। সুন্দৰ নিদৰ্শন ।
@sunilkonwar3376
@sunilkonwar3376 2 жыл бұрын
আপোনালোকৰ সংঘৰ কিমান জন সভ্য ই জীৱহিংসা নকৰাৰ বাবে সুশৰীৰে বৈকুণ্ঠ লৈ গৈছে ৷
@Anuraganurag778
@Anuraganurag778 2 жыл бұрын
সকলো ঠিকেই আছে কিন্তু সংঘৰ বাহিৰৰ মানুহ এঘৰলে আন্তৰিকতাৰে মাতিলে তেখেতৰ ঘৰলৈ গৈ তাত তামোল এখন খালেই যে এঘৰীয়া কৰে সেইটো কি সেইটো মানুহ নিন্দা নহয় নেকি?
@rupkantapathori9666
@rupkantapathori9666 2 жыл бұрын
সংঘত শৰণ দলেই মা দেউতাৰ ককাই ভাইৰ হাতেৰে খাব নোৱাৰে মিতিৰ কুতুমৰ হাতেৰে খাব নেপায় ।আচৰিত কথা এই যে অন্যান্য ধৰ্মাৱলম্বী লোকে ভগৱন্ত‌ সেৱাৰ নামত গোটেই দিনটো বহি নেথাকে।কৰ্ম ‌ই ধৰ্ম বুলি তেওঁলোকে জানে।
@sitarampegu5276
@sitarampegu5276 2 жыл бұрын
তেনেহ'লে খোজ কাঢ়োতেও জীৱ মৰি যায় সেয়া কি অপৰাধ নহয়নে
@putulnath1715
@putulnath1715 2 жыл бұрын
যত ৰাজনীতি থাকিব বিভক্ত হবই।
@abhijitgohain9218
@abhijitgohain9218 2 жыл бұрын
Ahumm hoi. Hango hongho nohi. Hongo hongho manuhey akw namaney sab khai deye ghahori law Pani.. pura deye...
@abonisaikia8845
@abonisaikia8845 2 жыл бұрын
জীৱ হিংসা কৰিব নালাগে শুদ্ধ কথা। কিন্ত আপুনি নিজে মাছ মাংস কণী খাই নে নাখায় সেইটো নজনালে। যদি খাই আপুনি প্ৰাণী হিংসা কৰে নে নকৰে
@amiyachetia2017
@amiyachetia2017 2 жыл бұрын
নিজৰ নিজৰ নীতি-নিয়ম মানুহে পালন কৰিব।তাক বাধা দিবলৈ সঙঘ কোন। শঙ্কৰ দেৱৰ বাহিৰেও বহু মহাপুৰুষ আছে। শঙ্কৰদেৱে ভাগ ভাগ হে কৰিলে।
@upendrasarma2625
@upendrasarma2625 2 жыл бұрын
চাৰ জগদীশ চন্দ্ৰ বসুৱেও কৈছিল যে উদ্ভিদৰো প্ৰাণ আছে। এতিয়া পাচলি,শাক,ফল মূল এইবোৰ কেনেকৈ খাব ---জীব হত্যা হ'ব যে!কাতি বিহু পালন কৰাত বাধা(শলা বিতৰ্ক), গাহৰি, মুৰ্গী আদিৰ বিতৰ্ক, কাৰোবাৰ বিয়া পদ্ধতিৰ ওপৰত আক্ৰমণ, কামাখ্যা দেৱীৰ প্ৰসঙ্গ --কৃষ্ণ কৃষ্ণ, মাক-দেউতাকৰ সকামৰ পদ্ধতি (চুলি খুৰুৱা আদি),বাঘবোৰ কিয় সঙ্ ৰক্ষণ কৰিব লাগে,,,,,, বতাহ খাই জীয়াই থাকিব লাগিব,,,, উদ্ভিদ খাদ্য হিচাপে ব্যৱহাৰ কৰা মানে ---জীব হত্যা হ'ব,,,,,
@caborah5874
@caborah5874 2 жыл бұрын
কি লাভ হৈছে শংক সঘত হুমাই । গাহৰি পুহিব নোৱাৰে চুৰ কৰি গাহৰি খাব পাৰে । সেই বিলাক পাপ নহয় নি । মানুহক ভাগ ভাগ কৰা বাহিৰে আৰু কি দাল কৰি ।
@dibyajyotidutta2870
@dibyajyotidutta2870 2 жыл бұрын
হাঁহ কুকুৰা,গাহৰি বা যিয়েই নহক কিয়, খাবলৈ ভাল পূহিবলে কিয় বেয়া? দিনক দিনে নিবনুৱা সংখ্যা বাঢ়ি আহিছে যদি এইবিলাক নকৰে কি কৰিব ?নহলে অসমীয়া লৰা ছোৱালীক সংস্থাপন দিয়ক, শংকৰদেৱ সংঘই আৰু শঙ্কৰদেৱে জাটিটোক এক হবলৈ কৈ থৈ গৈছে। বৰ্তমান সময়ত অসমত অসমীয়া জাতি অস্তিত্ব সংকটত, বৰ্তমান সময়ত অসমীয়া জাতিটোক কেনেকৈ আগুৱাই নিব পাৰি তাক লৈ আলোচনা কৰক। বছৰি অধিবেশনৰ নামত এখন মেলা পাতে কোটি টকা উৰাই দিয়ে, যদি তাক নকৰি যিটো টকা সংগ্ৰহ হয় সেই টকা খিনিয়ে এখন হস্পিতাল বনক এখন বিশ্ববিদ্যালয় স্থাপন কৰক ।তেতিয়া জাতিটো আগুৱাই যাব নহলে কত হব।বৰ্তমান সময়ত ধৰ্মৰ নামত গুৰামী হোৱাৰ কাৰণে এইবিলাক হৈছে। এইটো নহয় যে ধৰ্ম চৰ্চা কৰিব নালাগিব চৰ্চা কৰিব লাগিব ,আৰু শঙ্কৰদেৱে টো সংবিধান বনাই থৈ যোৱা নাছিল ।এই বিলাক সংবিধান হওঁক বা নিয়ম হওঁক যিহেই নহওঁক কিয় ,অসমীয়া জাতি একতা খুব কম নাই বুলি কলেও বেয়া নহয়। আৰু অসমীয়া জাতি নিছিনা খেছেৰা জাতি নাই আমাৰ অসমীয়া মানুহ খিনিৰ খোৱা কামোৰা লাগি থাকোতেই যাব।
@amiyamazudermazumder5301
@amiyamazudermazumder5301 2 жыл бұрын
Kothabur huni bohut Val lagil.youngstars must be spitual.
@keshabgogoi2063
@keshabgogoi2063 2 жыл бұрын
বিহু আমাৰ জাতীয় উৎসৱ,বিহুত এগছি বন্তি প্ৰজ্বলন কৰিলে দুখনিয় নহয় যেন লাগে।
@dhrubajyotinath7397
@dhrubajyotinath7397 2 жыл бұрын
হয়।
@malashreedutta6270
@malashreedutta6270 2 жыл бұрын
Hoi de,apuni thike koise
@pujaphukan175
@pujaphukan175 2 жыл бұрын
কৃষ্ণ জয় গুৰু শংকৰ।
@purbakantabarman431
@purbakantabarman431 2 жыл бұрын
এতিয়া নামঘোষাত শংকৰ সংঘ ই লিখিব শ্ৰীমন্ত শ্ংকৰে পাৰ ভাঙি দিলা ৰ ঠাইত পাৰ বান্ধি দিলা বহে হিন্দু ত্বৰ বাবেহে বুলি ,আৰ,এছ,এছ আমাৰ স্বামী হে কৃষ্ণ ।
@টুটুমনিঅসম
@টুটুমনিঅসম 2 жыл бұрын
মাংস খাব পাৰে কিন্তু কুকুৰা, হাঁহ কিয় পালন কৰিব নোৱাৰে সেইটো শংকৰ সংঘৰ কেনেকুৱা আদৰ্শ।
@manjitborah191
@manjitborah191 2 жыл бұрын
Moi ata kotha buji napau...ji jona Gurudev e Assom,t hokoluke ek kori dharma pratitha korisil...hei jona Amar Guru jonar adokhok ajir natun kisuman Sankar hanghor mohan pondit,e gutei jatituke hekh kori pelabo bisarise, Amar Guru jonai Brahman Gukhi Dore mohan ponditok hatra pratitha kori teulukok bohuai sil, ajir kisumane teulukok ninda korise...Gutei jaituke adin hekh kori pelabo aei hokole adin....
@uttamdas-fn6dx
@uttamdas-fn6dx 2 жыл бұрын
গুৰু জনায় সংঘ স্থাপন কৰিছিলে নে সত্ৰ স্থাপন কৰিছিল জনাবো হা
@rupomjyotiborah1468
@rupomjyotiborah1468 2 жыл бұрын
বিহুত পথাৰত চাকি দিলে পুক মাৰিব ভাল কথা কৈছে এনেই চাকি এগজ জ্বলালে নমৰে
@bishwavai3331
@bishwavai3331 2 жыл бұрын
জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰ দেৱ ,জয় একশৰন হৰিনাম ধৰ্ম, জয় শ্ৰীমন্ত শঙ্কৰ দেৱ সঙ্ঘ ।জয় জয় জয়।
@senswasvlog2795
@senswasvlog2795 2 жыл бұрын
আমিয়ো শ্রীমন্ত শঙ্কৰ দের সংঘৰ সংঙ্গী হয় কথাবোৰ শুনি ভাল লাগিল....
@dhritirekhadas2757
@dhritirekhadas2757 2 жыл бұрын
সংঘৰ সকলো মানুহে নিৰামিষ খায় জানো ? প্ৰাচীন কালৰপৰা মানুহে অভিজ্ঞতাৰ পৰাই কিছুমান ৰীতিনীতি আৰম্ভ কৰিছিল ৷ গতিকে অভিজ্ঞতালব্ধ ৰীতিবোৰৰ মাজত বিজ্ঞান সোমাই থাকে ৷ আমাৰ ভাৰতত হাজাৰ হাজাৰ বছৰ আগতে জন্মা ঋষিমুনিসকলে কিন্তুসকলে কিন্তু বহুতো ভাল কথা লিখি গৈছে ৷
@upasanalikhok5658
@upasanalikhok5658 2 жыл бұрын
Joi guru sankar ba. Bohut bea lagisa amar sankar hanghai haru hobo logia hol.
@sukanyasaikia
@sukanyasaikia 2 жыл бұрын
তাকে। বেয়া লাগিলে দেখি
@KPS296
@KPS296 2 жыл бұрын
Aponk bhut besi vl lage aru Baisnab k o bhut besi vl lage....aponalokr biyar video diboson...aru aponk bou buli a koisu ....beya napabo....
@kharkhuaokhomia5949
@kharkhuaokhomia5949 2 жыл бұрын
কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম!কথাখিনি বৰ তাৎপৰ্যপূৰ্ণ ।ভাল লাগিল ।মাজুলীত ৰাস এটা ডাঙৰ উৎসব।ঠায়ে ঠায়ে খানাপাৰাত নৈশ বাছলৈ যাত্ৰী নিবৰ কাৰণে যেনেকৈ তনাআজোৰা কৰে প্ৰায় তেনেকুৱাও হয় ।গড়মূৰ সত্ৰৰ ৰাস খন চাব পাৰে ।ইয়াৰ বৃন্দাবনৰ দৃশ্যপট প্ৰাকৃতিক ভাৱে গছ গছনী ৰুই আকৰ্ষণীয়কৈ তৈয়াৰ কৰি লোৱা ।
@neelakshihandique7728
@neelakshihandique7728 2 жыл бұрын
আমিও শ্ৰীমন্ত শংকৰদেৱ সংঙ্ঘৰ সঙ্গী বা। গৌৰৱ অনুভৱ কৰো এই অনুষ্ঠানৰ সঙ্গী হৈ। আমাৰো প্ৰতিযোগীতাসমূহ চলি আছে!
@rashmirekhaboruahdas6053
@rashmirekhaboruahdas6053 2 жыл бұрын
জয় জগত গুৰু শ্ৰীমন্ত শংকৰ। কৃষ্ণ। 🙏🙏
@subhamjyotiborah5179
@subhamjyotiborah5179 2 жыл бұрын
🙏 জয় গুৰু শঙ্কৰ 🙏 জয় শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ 🙏 কৃষ্ণ কৃষ্ণ
@7gc970
@7gc970 2 жыл бұрын
আনৰ ধম নিন্দা কৰা সকল মহা পাপী সকলো মানুহ সমান উচচ নিচ থাকিব নেলাগে । গাৰ অখুখ হলে কুকুৰা মাংস খাব লাগে শংকৰ সংঘৰ মটে মৰিলেও খাব নেলাগে । সেই ধম মানি লব নোৱাৰি ।
@prodipgogoi7520
@prodipgogoi7520 2 жыл бұрын
শঙ্কৰদেৱ সঙ্ঘৰ সঙবিধানখন শঙ্কৰদেৱৰ আইগাপৰ ভক্তি হয় নে নহয়,?,1930চনত শঙ্কৰদেৱ সঙ্ঘৰ জন্ম হৈছিল সাতজন ভকতে খোলিছিল শঙ্কৰদেৱৰ আইগাপৰ মাধৱদেৱে এই ধৰ্ম প্ৰচাৰ কৰিছিল তাৰ পাছত মথুৰা দাস বুঢ়া আতাই আইগা পাইছিল কিন্তু শঙ্কৰদেৱ সঙ্ঘৰ জন্ম ও শঙবিধান নীজে বনুৱা নীবাচন s system ধৰ্ম টো লগ লাগি গৈছে যে জিকিলে পদাধিকাৰwe should respect of our nobles Constitution of India want to solved unemployment problem and development of country বহোত কথা আছে শঙ্কৰসঙঘ ত।
@dimbeswarkonwar7659
@dimbeswarkonwar7659 2 жыл бұрын
ঠাই বিশেষে গাহৰি কুকুৰা পুঁহি আছে ।সকলো ঠাইতে সমান হব লাগে । সকলোৱে যদি সংঘৰ নিয়ম মানি কুকুৰা গাহৰি ব্যৱসায় নকৰে এই বৱসায় আনৰ হাতলৈ নাযাবনে ।ভণ্টিৰ কথাবোৰ ভাল লাগিছে । মই কিন্তু কৰ্মৰ যোগেদিহে ধৰ্ম বিচাৰো ।
@arupchutia2247
@arupchutia2247 2 жыл бұрын
Gahari kukura puhi thakile nahab atiya akhamiyai nagar chahar bilakar kapu kani juata chendel gari motar Mane akhan chaharat gahari kukura an bybakhay kinikarib lage
@axomiyabuwaripinkisvlog
@axomiyabuwaripinkisvlog 2 жыл бұрын
খুব সুন্দৰকৈ কথাখিনি ক'লে ভাল লাগিল। আমিওঁ শ্ৰীমন্ত শংকৰ দেৱ শংঘৰ একান্ত সংগী হয়, কৃষ্ণ🙏 ভাল লাগিল ভিডিঅটো। জয় শ্ৰীমন্ত শংকৰ দেৱ সংঘ🙏
@deepshikhaRajbongshi
@deepshikhaRajbongshi 2 жыл бұрын
জয় গুৰু শঙ্কৰ। আমিও শ্ৰীমন্ত শংকৰদেৱ সংঘৰ হয়। বঢ়াপো আঞ্চলিক। ভাল লাগিল চায়।
@gagantalukdar3201
@gagantalukdar3201 2 жыл бұрын
একশৰণ নামধৰ্ম ৰ ঠাইত সঙঘ কিয় দৰকাৰ হল ।
@binandadeka111
@binandadeka111 2 жыл бұрын
কাতি বিহুত চাকি জ্বলাব নিদিয়ে এই কথাটো মইও বহুত বেয়া পাওঁ।সৰুতে পঢ়া কাতি বিহুৰ বিষয়ে জনা কথাবোৰ আজি লৰা ছোৱালীক শিকাব নোৱাৰোঁ ।তুলসী তলত চাকি দিব নিদিয়ে, আনকি দীপাৱলী ত light ও জ্বলাব নিদিয়ে, যিখীনত লোৰাছোৱালী অলপ ফুৰ্তি পাই।মোৰ মতে চাকি জ্বলালে জানো আমি বেলেগ দেৱ দেৱীক পূজা কৰা বুজাই ।ভাল পাওঁ কিছুমান নিয়ম কিন্তু কিছুমান নিয়মে অলপ অতিষ্ঠ ও কৰে।
@sukanyasaikia
@sukanyasaikia 2 жыл бұрын
Moi vabi ontoror pora buji pale okol saki jolale aku nohoi .aibar diwalitu moi saki jolaisu
@binandadeka111
@binandadeka111 2 жыл бұрын
@@sukanyasaikia অ তাকে আমাৰ নিদিয়ে
@mousumeekonwar8935
@mousumeekonwar8935 2 жыл бұрын
আমাৰ শংকৰদেৱ সংঘ নিয়ম বোৰ বিজ্ঞান সম্মত তুলসী গছ ঘৰৰ আগত ৰুব লাগে তেতিয়া বতাহ ঘৰৰ ভিতৰত সোমাই বীজাণু নাশ কৰে চাকি জ্বলাই দিলে গছ জোপাৰ পৰা বেয়া বতাহ আহে গছ জোপা পুৰি যায় সেইবাবে চাকি জ্বলাব নালাগে। আমাৰ ইয়াত এদিন পাঠত আলোচনা হৈছিল। আৰু গছ জোপাক পূজা কৰা হয় তুলসীৰ তলত চাকি জ্বলালে। আমি গছক পূজা নকৰোঁ।
@bishwavai3331
@bishwavai3331 2 жыл бұрын
Right
@papunath3087
@papunath3087 2 жыл бұрын
Xei karne apunalukk musalman xakale saport kre ,,,aji he gm plu
@rajiblborah7544
@rajiblborah7544 2 жыл бұрын
কৃষ্ণ। গৌৰৱ কৰা কথাষাৰত মুগ্ধ হলোঁ।
@abhinababora462
@abhinababora462 2 жыл бұрын
বৰ্তমান জনজাতীয় আত্ম পৰিচয় বনাম শংকৰ সংঘৰ অসমীয়াকৰ প্ৰক্ৰিয়া। মই ১০০% ৰ ১০% চুতীয়া বা আহোম বাকী ৯০% অসমীয়া হিচাপে গৌৰৱ কৰো। সেই বাবে শ%কৰ শ%ঘৰ নীতি আদৰ্শ ভাল পাওঁ।
@monjitborah1336
@monjitborah1336 2 жыл бұрын
Shankar dev r tithi ba namgharat jolua sakit puk porua puri nomore neki???????
@bikromdas1250
@bikromdas1250 2 жыл бұрын
Jb majulit....morom pabo khodai...majulir manuhor pora....love you ba....
@familyholder4309
@familyholder4309 2 жыл бұрын
Manuhr bikax dhormo nololaw hoi jai, India t top levelt anakua bahut manuh asa
@sadnandabora3844
@sadnandabora3844 2 жыл бұрын
-জয় গুৰু শংকৰ -পৰম কৃপালু ইশ্বৰ কৃষ্ণৰ একান্ত সেৱক আই গৰাকী আৰু বাপ জনা প্ৰনাম জনালো । সময় উপযোগী এই ভি ডি অ ভাগ দেখিশুনি কৃতাৰ্থ হ'লো । মইও গুৰু দু জনাৰ একান্ত সেৱক হৈ আছো । কমেও মোৰ গাঁও খনত ১০০ঘৰ শংকৰ সংঘৰ সঙী আছে ।সমষ্যা কেতিয়াবা ২আ মাৰো হয় কিন্তু সমাধানৰ দিশ ওলিয়াই সমাধান কৰা হয় । কাতি বিহুত পদুলিৰ মুৰত কোনোৱে বন্তি জলাই কোনোৱে নজলাই এই লৈ বিতৰ্ক নহয় -কিয়নো বিহুৰ দিনা পুৱাই গুৰু সেৱা নিজৰ গুৰু গৃহত কৰোৱেই ছোন ।তাৰ পিছত গাঁৱৰ নামঘৰতো গুৰুৱে চিনাকী কৰি যোৱা ইশ্চৰৰ নামত আগন্তুক পথাৰৰ আই লক্ষিমীক সজতনে ৰাখিবলে প্ৰাৰ্থনা জনাও ৱেই ছোন । এতিয়া আহো গাহৰি আৰু কুকুৰা পালনৰ সপক্ষে বা বিপক্ষে দুৱাষাৰ বকব্য লে ।গুৰু দুজনাৰ লিখনী নামঘোষা ভাগ আৰু ভাগৱতত কোনো ঠাইত জিৱ হিংশা প্ৰাণী হত্যাৰে মানৱক এই বৃত্তিত নিৰ্বত্তীত হ'বলে কোৱানাই কাৰণ টো হ'ল ধনৰ লালসাত সেই বৰাহ ৰূপী অৱতাৰি কৃষ্ণ ভগৱন্তক বিহুৰ দিনা পুৱতি নিশা কুঠাৰে এদল মানুহে বেঢ়ি লৈ হত্যা কৰি ধন সংগ্ৰহ কৰাতো আমাৰ জানো উচিত মানৱীয়তা ??উঃ কিযে প্ৰান কাতৰ আৰ্তনাদ । এইবোৰে আমাৰ হৃদয় খন ভাঙী চুৰমাৰ কৰি দিয়ে । শংকৰ দেৱ সংঘৰ সঙী হিচাবে গাহৰী পালনৰ পক্ষপাত এই বোৰ কাৰণতে নহও । শেষত কও শংকৰ শংঘৰ সেৱক সকলে বিৰ্তক হিংসা কপততা পৰধৰ্ম নিন্দা পৰৰ্চচ্ছা সমুলি ভাল নেপাই এই ষাৰ মই গুৰু জনাৰ আদৰ্শৰ পৰাহে কৈছো । অসমীয়া জাতি বুলিবলে নাইকীয়া হোৱাৰ পথত দেখিছো ।এনে সময়ত জতিৰ মাজত এনে বিদ্ৰোহৰ ওক-মুকনীয়ে কাৰোবাৰ লাভহ'ব বুলি নেভাবো । ।
@uttamdas-fn6dx
@uttamdas-fn6dx 2 жыл бұрын
মৎস্যৰূপে অৱতাৰ ভৈলা প্ৰথমত কিন্তু বাপ আমি কি কৰি আছো
@dr.purushotamthakur5999
@dr.purushotamthakur5999 Жыл бұрын
Veshnab ata dharma nohoi hindu dharma ( sanatan) dharma rei ata bhag aru veshnab , shyba,rudra,Aditya, aibur sanatan dharm r ata ata part Sanatan dharma swadhin hoi apuni junjon devor puja koribo mon teure koribo pare Jodi kunubai and korat badha diye tatiya badha diutar he paap lagibo Har har mahadev 🙏🌻😊
@dhritirekhadas2757
@dhritirekhadas2757 2 жыл бұрын
শ্ৰীৰামচন্দ্ৰ আৰু শ্ৰীকৃষ্ণ সকলো ভাৰতীয়ৰ সাকাৰ উপাস্য আৰু সেয়া হাজাৰ বছৰ আগৰে পৰাই চলি আহিছে ৷ শংকৰগুৰুৱে কিন্তু সেই দুজনাকেই ভক্তি কৰিবলৈ কৈছে ৷ এখেতসকল কিন্তু নিৰাকাৰ নহয় , সাকাৰহে ৷ ( নিৰাকাৰ ৰূপৰ কিন্তু ভাওনা নাটক ইত্যাদিও সম্ভৱ নহয় )
@anupamkalita5640
@anupamkalita5640 2 жыл бұрын
Krishna akar aru nirakar duitai hoi
@KPS296
@KPS296 2 жыл бұрын
Amio sankar xnghr hoi....
@sanjumusa6890
@sanjumusa6890 2 жыл бұрын
মদে , গাহৰি য়ে খাই কে লা,? সিহঁতৰ হে বেছি ধৰ্ম,??
@promodmahanta6390
@promodmahanta6390 2 жыл бұрын
Hongho bilak ye Assamese traditional culture destroy korise
@sanjibsaikia6978
@sanjibsaikia6978 2 жыл бұрын
Moi suali sur kori ona hola val asil. Beya pati anilu suali aku niom niti nai.
@akshaydas3990
@akshaydas3990 2 жыл бұрын
"শংকৰ সংঘই ভাগ ভাগ কৰিলে সমাজখন"vlogটোৰ শিৰোনামটোহে কিবা অবুজ সাঁথৰ হৈ থাকিলে।
@abhiyanassamassam1204
@abhiyanassamassam1204 2 жыл бұрын
Good ,🙏🙏🙏🙏
@pushpadhardeka6071
@pushpadhardeka6071 2 жыл бұрын
Assamia samaj jijan gurui akata kari goisil. Aaji Sankar Shanghai do bhag karile. Ai Shangha assamat bandha Kariba lage.
@jonaruborgoyary436
@jonaruborgoyary436 2 жыл бұрын
Ek dev ek xeo _ r niti-adashyare chali thakile Nilachal paharar Ma Kamakhya Devi_e ek xarania xakalak xudai neribo dei koi dilu kintu.
@shymantakoch1305
@shymantakoch1305 2 жыл бұрын
Mou sankardev Sangha ajan sebok,aigoraki video aji 1st salu moi and suscrib Kari dilu,aru gourob anubhob karisu agaraki sanghar aik ytubt pai,logote bapjanaleu sewa jasilu ,thank you so much, love from marigaon ,joy guru shankar
@pujagogoiofficial6948
@pujagogoiofficial6948 2 жыл бұрын
মনে মনে জিঅ মাৰিব পাৰে। মদ পানী খাব পাৰে।
@hemchandradas2350
@hemchandradas2350 2 жыл бұрын
-/+ দুয়োটা আছে স্বাভাৱিক । সহোদৰ ঘৰত একেজন পিতৃৰ স্ৰাধ্বৰ‌ প্ৰসাদ গ্ৰহন কৰিব নাপায় , অৰ্থাৎ তেওঁও এজন শংকৰি ধৰ্মৰ আন এটা পন্থাৰ । তেতিয়া কি তেওঁৰ অন্তৰত আঘাত নিদিয়ে নে ?
@debajitkonwar1407
@debajitkonwar1407 2 жыл бұрын
Photuwa sangha pora Ahom bilak ulai ahibo lage, Ahom bilakor ki janu sut khore khai, Nijor dhorma yeta toka pasotu dolar bogori dore but bisar kori thoka nalayak dhorma burar pasot lagi thake.
@bilahkonwar5865
@bilahkonwar5865 2 жыл бұрын
আপোনালোকৰ সভাত গলে ভাল পাই সঙ্ঘৰ ভকতে আনৰ সভাত ভাগনলয় এইয়া কি আদৰ্শ
@jongogoi6663
@jongogoi6663 2 жыл бұрын
শ্ৰীমন্ত শঙ্কৰদেৱ সঙঘৰ সভাত হৰি বা ভগৱান বিষ্ণুক হে আৰধনা কৰা হয়, বেলেগ ৰ সভাত হৰিৰ লগতে বহুত দেৱ-দেৱী ৰ নামলৈ সেৱা-ভক্তি কৰে সেইকাৰণে ভাগ নলয় । অৱশ্যে আৰু কাৰণ নথকা নহয়।
@rajiblborah7544
@rajiblborah7544 2 жыл бұрын
কৃষ্ণ। শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘই শঙ্কৰ গুৰুৰ আদৰ্শ পালন কৰি ' এক দেৱ এক সেৱ , এক বিনে নাহি কেও 'ব্যৱস্থা অনুসৰি চলে , বহু দেৱতাৰ সভা নাপাতেও নাযায়ো।
@rajiblborah7544
@rajiblborah7544 2 жыл бұрын
কেও শব্দটি কেৱ হব দেই ।
@dhritirekhadas2757
@dhritirekhadas2757 2 жыл бұрын
গুৰুজনাইতো তেখেতৰ নামত কোনো সংঘ খুলিবলৈ কোৱা নাছিল ৷ নৱম -দশম শতিকাৰপৰা ভাৰতৰ দাক্ষিণাত্যৰ পৰা সমগ্ৰ ভাৰতলৈ ভক্তিবাদৰ যি ভক্তিৰস বিয়পি পৰিছিল গুৰুজনাই সেয়া আমাৰ পূৱদিশলৈ বোৱাই আনি সমাজখনক একতাৰ ডোলেৰে বান্ধিৱ বিচাৰিছিল ৷ গতিকে সমাজখন একেলগে যুগৰ লগত খাপ খাই আগবাঢ়ি যাব লাগে ৷ ৰীতিনীতি বাধানিষেধ ইত্যাদি আৰোপ কৰি ভাগ ভাগ হলে উন্নতি হব জানোঁ ? আমি অৱশ্যে সংঘৰ সদস্য নহওঁ ৷ মই জনাত আমাৰ নামনিৰ বেছিভাগ মানুহ আগৰ হাজাৰ বছৰ পুৰণি পৰম্পৰা মানি চলি আহিছে কিন্তু আমি শংকৰগুৰুক সম্পূৰ্ণ শ্ৰদ্ধা কৰোঁ ৷ আমি সাকাৰ প্ৰকৃতিৰ উপাসক ৷ আমাৰ বাবে আমাৰ দৃষ্টিত ধৰা দিয়া সূৰ্য্য , অগ্নি , বায়ু , পানী , বৃক্ষ , প্ৰাণী সকলো উপাস্য ৷ আমাৰ বাবে যত জীৱ , তত শিৱ ৷ আমাৰ উপাস্যক আমি আমাৰ কল্পনাৰে অধিক দৃষ্টিনন্দন ৰূপ দি ভাল পাওঁ ৷ অকল ভাৰত নহয় সমগ্ৰ দক্ষিণ পূৱ এচিয়াতে এসময়ত শিৱ আদি আৰাধ্য আছিল ৷ আমি আমাৰ হাজাৰ হাজাৰ বছৰ পুৰণা ৰীতিনীতিতে চলি আছোঁ কিন্তু আনৰ ভালটোত অংশগ্ৰহণ কৰিবলৈ আপত্তি নকৰোঁ ৷ কেতিয়াবা শনা পাওঁ সংঘৰ মানুহে ৰীতিনীতিৰ পাৰ্থক্যৰ বাবেই একেখন সমাজৰ মানুহৰ লগতো মিলামিছা কৰিবলৈ বেয়া পায় ৷ তেখেতসকলে অকল সংঘৰ মানুহৰ লগতহে মিলামিছা ৰাখিবলৈ বিচাৰে ৷ খোৱাবোৱাও আনৰ হাতেৰে কৰিব নিবিচাৰে বুলি শুনা পাওঁ ৷ সংঘৰ নহলে আপোন মানুহৰ বিয়াবাৰুলৈয়ো নাযায় ৷ একতাই যদি নাই , উন্নতিয়ে যদি নাই , যদি প্ৰগতি নাই তেনেহলে কিহৰ বাবে ৰীতিনীতি , কিহৰ বাবে ধৰ্মকৰ্ম ?
@Pslv3kb
@Pslv3kb 2 жыл бұрын
Dhitirekha das apuni thikei koise
@susantadutta7698
@susantadutta7698 2 жыл бұрын
সমাজ
@rajashreechangmai3518
@rajashreechangmai3518 2 жыл бұрын
মই শংকৰ সংঘৰ নহয়,কিন্তু সঙ্ঘৰ আদৰ্শবোৰ ভাল লাগে,অধিবেশন ত ভকত সেৱাৰ যিটো আৰ্হি খুব ভাল লাগে, আৰু কলি যুগত হৰিনাম ললেহে শান্তি পাব।
@papunath3087
@papunath3087 2 жыл бұрын
Koli jug ki axamate Sali ase nki ,,,axamar sangkari dharma manuh bure xantit ase nki ,,,baki bur axantit ase ,,axamar bahirat sini pai ne sangkardebak
@axomiyasangskritikjogot
@axomiyasangskritikjogot 2 жыл бұрын
সুন্দৰ বক্তব্য 🙏🙏🙏🌹
@arunpathak2120
@arunpathak2120 2 жыл бұрын
বিহু আৰু ধৰ্ম দুয়োটা এক কৰিব নালাগে বুলি ভাবিছোঁ। কৃষ্ণ।
@suprabhatassamgobindatrave1541
@suprabhatassamgobindatrave1541 2 жыл бұрын
Ekdom hosa. Ai bur karone brisingkhol sristi hoi ase homajot.
@bobitaboruah8527
@bobitaboruah8527 2 жыл бұрын
Jibilake honkho kio kajia lage eri die .heibilak k ata ? Mur hokam, biya eibilak j mash mankho dibo nuware dile egharia kore . heibilak k koisu teoluke ghrt Ani mash mankho khabo pare raijok khuwabo nuware heitu ki khata .jodi raijok nukhuwai nije khabo nalage .aru honghar manuhe anahonghar hokam nakhai kio tenekuwa kiba niyam ase niki .nije honghar manuhr lgt biya hoi gom paisu etia nije vukto vugi heikarone hudhilu jona hokale jonabo buli akha thakil🙏🙏🙏🙏🙏
@RAHULRoy-ue2jd
@RAHULRoy-ue2jd 2 жыл бұрын
Sankar dev bohu gyani guni aru mohan bidwan asil buli vabi asilo apunar kothar pora ajihe gom palu je Sankar dev amar dorai sadharan thek gondir manuh asil ami asolote gotai axom bakhiye teok hiyar amothu hisape grohon korisilu kintu aji clear hol je teok iman samman diyar kuno dorkar nai teo kebol sonkori khinir babehe asil gotei axom bakhir nohoi thanks for clearification
@nabanaba3106
@nabanaba3106 2 жыл бұрын
Over korise
@bandanahazarika3961
@bandanahazarika3961 2 жыл бұрын
jibo puhibo napai maribo lagibo buli kintu kini ani mankha kabo pare.lara suwalik khaboloi hikai.khuwatu bondha karibo lage ne puhatu..
@pareshdeka6040
@pareshdeka6040 2 жыл бұрын
শঙ্কৰদেৱ সঙ্ঘৰ নীতি নিয়ম বহুত বেছি ভাল লাগে,যি সকলে নিজৰ যাতি নীতি-নিয়ম এৰি ব নোৱাৰে সেই সকলে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘত সোমাব নালাগে,
@krishnagowala8647
@krishnagowala8647 2 жыл бұрын
জয় গুৰু শঙ্কৰ ,,vall lagil vedeo tu baa
@ramakantagogoi7067
@ramakantagogoi7067 2 жыл бұрын
Aapuna lukor manuhe mas buli nakhai je je buli khai proman lagebo niku.
@rajibdeka7749
@rajibdeka7749 2 жыл бұрын
Khab pare puhiba nuware ...
@ritupongogoi4412
@ritupongogoi4412 2 жыл бұрын
Kisuman besi hoise......
@BipulBorboruah
@BipulBorboruah 10 ай бұрын
Bap Janai. Saythik. Koi Janab. Pata. Nai. Karan. Bihu. Ba. Any. Jiye. Hok. Ak. Soroniya. Banti. Safai. Agasi
@karinakoch4480
@karinakoch4480 2 жыл бұрын
Aji amr sankar guru k njor vogoban hisape mona babe .. Sankar xangor t khumua babe .. Aji amk gaonr manhu bure eghoria kri thoise .. Aji ami gaont thakiu .. Gaonr vauna function akhon sabo nuara holu .. Ami mane sankar guru k njor vogoban hisape mana babe ... Amr xikhito gaon r manhu bure ankua kori thoise .. Mr koka aiyta khokam t u eta gaonr manhu nahil .. Ami gaont thakiu .. Belegor manhu mati kam patibo logia hoise .. Amk ankua kri thoise amr gaonr bamunia raizz khokole .. Krishnoo joi guru xongkor 🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻
@pratimabordoloi7295
@pratimabordoloi7295 2 жыл бұрын
Sanghor manuhe gharot jiva mari mas maonkh khai ne nakhai kouksun faltu jukti diba nalage
@gauravjyotiarts8697
@gauravjyotiarts8697 2 жыл бұрын
manuh goi chandra palegoi.aru amar esame eibur loi e besto.kot aru axom khon unnoti hobo
@sunilgoswami5751
@sunilgoswami5751 2 жыл бұрын
manuh Jane Abul tabul koi ase. bigyan ki take teo najane! bisesena gyanam jayate iti bigyanam.eksaran ki nijei najane.hingsa ki jiba hatyatoei neki. mahilajanie thikei dharise.
@barnalidas7784
@barnalidas7784 2 жыл бұрын
Krishna Krishna Krishna 🙏🙏🙏🙏
@sangitaanuraghazarika7347
@sangitaanuraghazarika7347 2 жыл бұрын
Ami sanghor hoi 🙏🙏
@bijoydas5841
@bijoydas5841 Жыл бұрын
Aponalokor mukhor kotha bilak bor. Mitha kintu soritro bilake ba kenekua . So I suspected
@aristasvlog
@aristasvlog 2 жыл бұрын
Hosa kotha Sukanya Baa…Moiu kisuman kotha bhal napao😒 mur karne sob dharma homan hoi…hekarne moi Sai Babak khub manu🙏🏻🙏🏻🙏🏻teur karne sob bhogowan same🙏🏻
@familyholder4309
@familyholder4309 2 жыл бұрын
Tohotr kisumn sankari dhormor manuh blk chutya hoi ek number kawal gyan debo aha belagok aru parila ninda deu deu a kria thaka,mur lgr Tu Sankari dhormor manuh hoi, modo khai gahorio khai.
@muninoza4944
@muninoza4944 2 жыл бұрын
বৰ সুন্দৰ লাগিল দেই তোমালোকৰ অনুষ্ঠান ভাগি কৃষ্ণ।
@familyholder4309
@familyholder4309 2 жыл бұрын
Manuhok aghoria kra tu ekabaari thik nohoi aru manuha jee awaz uthaisa haitu aghoria krar karona sankari dhormor uprt khng uthisa., aru sankari dhormor manuh khini jatia gahori khwa manuhr ghrt najai haitua indirectly ninda kraw hoi aghoria krau hoi
@moudutta4517
@moudutta4517 2 жыл бұрын
Moi xonkor xonghor manuhor lgte biya hoise jdiu maa ghr khn xonkor xonghor nhy..kintu ata ktha bea paleo kom xonkor xonghor kisumn niyom val nlge ..diwali t saki egos lgabo nidiye,puja t jua bondho,nijor maa deuta dhukaleo hokam khbo nuare,biya khbo nuare aru bht niyom ase aru jibur val nlge mur..nijor maa deuta t koi dhormo knkoi dangr hbo pare? bki aitu khetrot emn gyan ni mur..kimn hosa misa njnu..jdi hosa hoi nijor maa deuta dhukale kio thakibo nidiye bujai dibo sn🙏
@deepgogoi7923
@deepgogoi7923 2 жыл бұрын
Moi ata kothai kom simonto honkor hongho mur mote ata businesr porisoi.simonto honkor hongho akhini manuhe business korise honko hongho ata businesr ata porisoi hoi.
@dipakkumarray3864
@dipakkumarray3864 2 жыл бұрын
🙏🙏❤️👍
@ajantaborah6687
@ajantaborah6687 2 жыл бұрын
🙏
@rebasaikia7452
@rebasaikia7452 2 жыл бұрын
Sankar Sangha zindabad
@bikromdas1250
@bikromdas1250 2 жыл бұрын
Dada koi...ba vl kotha koixe....💯💯💯👍👍ba
@anamikamohan1618
@anamikamohan1618 2 жыл бұрын
Jibshinkha koriba nelage thik aase hangar manuhe potharot haal bawnte kesu kumoti morene nomore
@purnimahandique7135
@purnimahandique7135 2 жыл бұрын
আপোনাৰ মতে কাতি বিহুত চাকি জলাব নাপাই নেকি
@sukanyasaikia
@sukanyasaikia 2 жыл бұрын
Video tu sale buji pabo 😊bihu amar hokolutkoi apun ❤️aru ami saki jolau
@purnimahandique7135
@purnimahandique7135 2 жыл бұрын
মোর ঘৰ ডিব্রুগড়ত ।আপোনাৰ ভিডিও বিলাক চাই লাগে👌👌কমেট প্রথম করিলো🙏🙏বৈষ্ঠৱ বেছি ভাল লাগে😘😘।মোরো এটা লরা আছে পাচ বছর হৈছে।
@hiranyaphukon6815
@hiranyaphukon6815 2 жыл бұрын
Kotha khini Jani Val lagil
@hiranyaphukon6815
@hiranyaphukon6815 2 жыл бұрын
Sukanya ba apunak sub dia ase bohut dinor pora bak dibo dei pls
@buleegogoi6422
@buleegogoi6422 2 жыл бұрын
ভাল লাগিল কথা বোৰ জানি
@sumpiharshitasvlog2080
@sumpiharshitasvlog2080 2 жыл бұрын
Val lagil kotha khini ,amiu honk kor honghor hoi ,love frm sivsagr bokota nemuguri
@monikamech3401
@monikamech3401 2 жыл бұрын
কথাখিনি ইমান সহজ আৰু সুন্দৰকৈ বুজাই দিয়াৰ বাবে ধন্যবাদ । আমিও শঙ্কৰদেৱ সংঘৰ সঙ্গী ।
@jppatar2036
@jppatar2036 2 жыл бұрын
Manxa khabaloi pare puhibohe nuare
@rajukumarboruah4466
@rajukumarboruah4466 2 жыл бұрын
HONGSTAPON DIYOK .TENTE. NIBONUA HOKOLOK..ENEI LEACTURE MARI NEWS CHANELOT ULLAI .AAMAR EKU LAAB NAI . AAMI KI KORIM KAAM .
@পাপুকৰ্মকাৰ
@পাপুকৰ্মকাৰ 2 жыл бұрын
কৃষ্ণ বাপ আই আপোনাসৱৰ শ্ৰীচৰনত ভক্তি ভৰা সেৱা জনালোঁ জয় গুৰু শঙ্কৰ শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ জয় জয় এক শৰণ হৰি নাম ধৰ্ম জয়
@jadavgogoi4008
@jadavgogoi4008 2 жыл бұрын
কৃষ্ণ বাপ আই দুযো জনলৈ সেৱা নিবেদিলো কৃষ্ণ কৃষ্ণ কৃষ্ণ।
@Munu8453
@Munu8453 2 жыл бұрын
Hosa kotha dai baa
@mridullsonowal6835
@mridullsonowal6835 2 жыл бұрын
Tohote chainna loi jage chainat buji pabi
@jetukibhakat9311
@jetukibhakat9311 2 жыл бұрын
আমিও শংকৰদেৱ সংঘৰ সংগী হয়।
@Momanjali
@Momanjali 2 жыл бұрын
আমি অধিবেশনৰ বাবে সাজু হৈছো । আহিব লগ পাম
pigmentation removal treatment at home
1:01
sukanya saikia
Рет қаралды 435
Quando eu quero Sushi (sem desperdiçar) 🍣
00:26
Los Wagners
Рет қаралды 15 МЛН
人是不能做到吗?#火影忍者 #家人  #佐助
00:20
火影忍者一家
Рет қаралды 20 МЛН
Mom Hack for Cooking Solo with a Little One! 🍳👶
00:15
5-Minute Crafts HOUSE
Рет қаралды 23 МЛН