‘সুনীল গগৈ জীয়াই আছে’। সুনীল গগৈৰ পত্নীক আশ্বস্ত কৰিলে সংযুক্তা পৰাশৰে

  Рет қаралды 13,535

Pratidin Time

Pratidin Time

Күн бұрын

‘সুনীল গগৈ জীয়াই আছে’। সুনীল গগৈৰ পত্নীক আশ্বস্ত কৰিলে সংযুক্তা পৰাশৰে।সুনীল গগৈৰ পত্নীক বগা সাজ নিপিন্ধিবলৈ ক’লে পৰাশৰে। চাওক ঢকুৱাখনাৰ পৰা আমাৰ সংবাদদাতাৰ এক প্ৰতিবেদন।
#PratidinTime #assam #AssamNews #sunilgogoi

Пікірлер: 10
@simakalita1347
@simakalita1347 2 ай бұрын
Serial khon Sai moja loga hoise...
@minakshiborgohain7378
@minakshiborgohain7378 2 ай бұрын
সংযুক্তা পৰাশৰ ‌এগৰাকী সুদক্ষ মহিলা IPS বিষয়া হোৱাৰ সমান্তৰাল কৈ বৰ্তমান lGP CID ৰ দায়িত্বত আছে তেওঁ এগৰাকী দক্ষ সাহসী মহিলা প্ৰসাশনিক বিষয়া যিহেতু তেওঁৰ মন্তব্য অৰ্থবহ আৰু নিশ্চিত ভাৱে অতি সোনকালেই ‌কাহিনীৰ পৰ্দা ‌ আতঁৰাই এটা সিদ্ধান্ত দিব‌ । অনুসন্ধানৰ ‌‌ খাতিৰত হয়তো সকলো খিনি ‌‌ কব পৰা নাযায় সেই সকলোৱে অপেক্ষা কৰা উচিত ‌‌ এগৰাকী অভিজ্ঞ দায়িত্বশীল বিষয়া‌ৰ ওপৰত আস্থা আৰু বিশ্বাস থকাতো জৰুৰী ।
@hemantaborgohain4493
@hemantaborgohain4493 2 ай бұрын
ওপৰৱালাৰ কথামতে কৰিলে ⭕⭕⭕
@RanjitDeka-b9i
@RanjitDeka-b9i 2 ай бұрын
কিমান আৰু নাটক চাম? এইটোৱে হওক অন্তিম দৃশ্য |
@SumitaBegum-jo7jh
@SumitaBegum-jo7jh 2 ай бұрын
হয় পুলিচে আৰু cid ছব জানে নেজাণিলে ইমান ইমান ইমান ,,,,অনুমান কেনেকে কৰিলে যে সুনীল গগৈয়ে আনক মাৰি নিজে মৰাৰ ৰূপ নাটক ৰচিছিল এক মাত্ৰ ভিমাৰ টকাৰ লুভত কিন্তু পৰি তাপৰ বিষয় জাহাংগীৰ হুচেইনৰ ডেটবডি ছমজাই দিলে সুনীলৰ পৰিয়ালক ।
@minakshiborgohain7378
@minakshiborgohain7378 2 ай бұрын
প্ৰকাণ্ড ঢ়ৌ আৰু ধুমুহাৰ আগতে সাগৰৰ বক্ষ শান্ত হৈ থাকে কিন্তু......!!
@bhaskarjthakuria5538
@bhaskarjthakuria5538 2 ай бұрын
পৰিয়ালক 3rd degree দিব লাগে !!সিহতে সব জানে
@SubashSharma-tl8xq
@SubashSharma-tl8xq 2 ай бұрын
News bilakor natok
@gaganborah8907
@gaganborah8907 2 ай бұрын
Kiman todonto hobo aru,, 😫😫
@puspadhardowarah1932
@puspadhardowarah1932 2 ай бұрын
যদি সুনীল জীবিত আছে;তেন্তে ই অতি ৰহস্য;ইয়াৰ"আৰত কোনো ৰাজনীতিৰ লোকো জড়িত থাকিব পাৰে।
Synyptas 4 | Жігіттер сынып қалды| 3 Bolim
19:27
SHAPALAQ 6 серия / 3 часть #aminkavitaminka #aminak #aminokka #расулшоу
00:59
Аминка Витаминка
Рет қаралды 2,6 МЛН
小天使和小丑太会演了!#小丑#天使#家庭#搞笑
00:25
家庭搞笑日记
Рет қаралды 46 МЛН
When Royal Guards Fight Back!
8:08
Fighting Spirit
Рет қаралды 5 МЛН
Shahrukh Khan romantic dance with Madhuri Dixit in award show
6:26
देवेश भैया जी
Рет қаралды 1,7 МЛН