চিৰসেউজ গীত।গীতৰ মাজেদি সমাজ পৰিবৰ্তনত অৰিহনা যোগোৱা শিল্পী সকলৰ ভিতৰত সূৰ্য দাস অন্যতম। মূখা পিন্ধা ভণ্ড মানুহৰ মূখা খুলি দিব খোজা,ঠগ প্ৰৱঞ্চনাৰ হাতোৰা ভাঙি দিব বিচৰা এই গৰাকী মহান শিল্পীয়ে অসমক বহু দিলে, বহু শিকালে। আমি অসমীয়া ই সেইবোৰৰ উচিত মূল্যায়ন কৰাৰ সময় সমাগত।
@lakhirajmedhi95442 жыл бұрын
আন্তৰিক ধন্যবাদ ও শুভ দুপৰীয়া জনালোঁ সুন্দৰ মন্তব্যৰ বাবে 🙏
@smritirekhaboramainu71594 жыл бұрын
Ae git tu moi 4 years holl besari asu kintu pua naselu aje palu bor vall moi gantu.aru kesator nam koisu keset tur nam.holl natun diganta.plz jody pare amak natun diganta kestur gan deboloi sesta koribo.