অতি সুন্দৰ , গানটো শুনি গাৰ লোম শিয়ঁৰি উঠিল সচাকৈ মহন , চাংবোন , মপলং অৰ্থাৎ (মহন , দেউধাই , বাইলুং) আমি হলো টাইলুং টাইখাম আমাৰ এখন সুকীয়া আসন আছে , আমি তাহানি জয়ধ্বজ সিংহ দিনত ৰজা প্ৰজা সকলোৱে হিন্দু ধৰ্ম গ্ৰহণ কৰিলে কিন্তু আমাৰ মহুঙ চাংবোন মপলং সকলে হিন্দু ধৰ্ম গ্ৰহণ নকৰিলে তেতিয়াৰ পৰাই আমি তিনি ফৈদ এঘৰৰীয়া , তাহানি হেৰাই যাব ধৰা আমাৰ ভাষা সংস্কৃতি পৰম্পৰা পুনৰ আমি ঘূৰাই পাবলৈ সক্ষম হৈছো , আমাৰ বংশৰ পৰিয়াল 40 ঘৰমান আছো তাৰে ৮ ঘৰ নাই অহা ৩২ ঘৰ মান আহিলো আৰু বৰগোঁহাই ৫ ঘৰ মান মিলি এখন জ্ঞাতি লগতে এখন শাখা খুলি এটি বাঁহেৰে নিৰ্মিত ৰেন ও নিৰ্মাণ কৰিলো , এতিয়া আমাৰ সকলো ৰীতি নীতি পৰম্পৰা টাইটে কৰো ।
@thelifevlogzs7211 Жыл бұрын
আমাৰ বিলাকে পিঠি দিলে ৷ মই মোমাই তামুলী বৰবৰুৱা পৰিয়ালৰ মানুহ আমাৰ বংশৰ পৰাই আহোমৰ ১৬৭১ বিখ্যাত সেনাপতি ৷ আমি এতিয়া ভাষাটো নেজানো শিকিব বিচাৰোঁ ৷ ইয়াত প্ৰচলন নাই ৷ From Tinsukia, kakopather
@nangdebajyotiphukon4310Ай бұрын
❤❤
@oneworldonevoicesg5302 жыл бұрын
বহুত সুন্দৰ আৰু অৰ্থৱহ
@aninditabaruah44572 жыл бұрын
সুন্দৰ হৈছে।
@pulengogoi54752 жыл бұрын
সুন্দৰ ❤️
@n.g.education36952 жыл бұрын
Oti khundor.
@nangsengkukoi60882 жыл бұрын
মানচাও নবেন মহনৰ আমাৰ জাতিৰ প্ৰতি বহুত অৱদান আছে।
@pranayankumarbora6787 Жыл бұрын
Suni bor val lage
@gyanbhai72752 жыл бұрын
Goooi
@RubulGogoi-yv7gl10 ай бұрын
🕉💙🙏🏻
@jamkhamgogoi81962 жыл бұрын
Excellent.
@babyrajkhowa8578 Жыл бұрын
Nice❤
@HemantaPhukan-xp7nx6 ай бұрын
Gan tu honing mur bhal lage
@pranjitlahonbiki6158 Жыл бұрын
❤❤❤❤
@puspadhardowarah1932 Жыл бұрын
অশেষ ধন্যবাদ।
@mulanboruah57152 жыл бұрын
Tanglai kruptang
@riturajgogoi8532 жыл бұрын
Tanglai boi kom
@hemantaphukan62855 ай бұрын
Moi ,prakitik bhal pau.moi sakari karu jadiu khati karu.akal sakari kari nijar pariyal tuk puhi le nahi hamajaru kam kartu he prokit manuh. Hemanta. Assam