পাকঘৰত কি বস্তু থাকিলে হঠাৎ অহা আলহী বা নিজৰ পৰিয়ালক ১৫ মিনিটতে তেল নিদিয়াকৈ এনে কেক বনাব দিব পাৰি

  Рет қаралды 146,825

Taru Phukan

Taru Phukan

Ай бұрын

#Riceflourcake #Nooil #noegg #Taruphukan
#আহিব মোৰ চেনেললৈ |সহজ ৰেচিপি পাব |মাথো আপোনালোকৰ বাবে …কোনো জটিলতা নাই
Ingredients-
Rice flour -1/2 bowl
sugar -11/2 tbsp
baking powder
baking soda} 1/2 tbsp
liquid milk-

Пікірлер: 459
@rashmikonwar122
@rashmikonwar122 Ай бұрын
আপোনাৰ ৰেচিপি বোৰ বহুত ভাল লাগে।ঘৰত থকা কেইটামান বস্তুৱেই ইমান ধুনীয়া কৈ বনাই আৰু আপোনাৰ কথাবোৰ বহুত ভাল লাগে
@TaruPhukan
@TaruPhukan Ай бұрын
কুশল কামনা কৰা লগতে মৰম সহ ধন্যবাদ ❤️
@jonalijona3620
@jonalijona3620 Ай бұрын
mo sapat koriba
@SaralaDeka-vy6cj
@SaralaDeka-vy6cj Ай бұрын
2w2t2​@@TaruPhukan
@rajashreethakuria2894
@rajashreethakuria2894 Ай бұрын
আপোনাৰ মনটো যেনেকুৱা সুন্দৰ, তেনেদৰে আপুনি বনোৱা প্রতি টো বস্তু নেই সুন্দৰ ❤
@TaruPhukan
@TaruPhukan Ай бұрын
মৰম সহ ধন্যবাদ ❤️
@nirmalidevi7389
@nirmalidevi7389 3 күн бұрын
বহু ধুনীয়া লাগিছে বা মই বনাই খাম
@TaruPhukan
@TaruPhukan 3 күн бұрын
নিশ্চয়…মৰম সহ ধন্যবাদ ❤️
@hemalatadevi6210
@hemalatadevi6210 Ай бұрын
বহুত দিনৰ বিৰতিৰ অন্তত আপোনাৰ প্ৰত্যাবৰ্তনে মনত আনন্দ দিছে । ৰেচিপি বোৰৰ সহজ-সৰল বাখ্যাৰ বাবে আপুনি অনন্য।
@TaruPhukan
@TaruPhukan Ай бұрын
কুশল কামনা কৰা লগতে মৰম সহ ধন্যবাদ ❤️
@sumusfoodgallery5423
@sumusfoodgallery5423 Ай бұрын
বহুত ধুনীয়া ৰেচিপী বাইদেউ। বহুত ভাল লাগিল ❤👍
@TaruPhukan
@TaruPhukan Ай бұрын
মৰম সহ ধন্যবাদ ❤️
@user-ev2ul2nw5e
@user-ev2ul2nw5e Ай бұрын
বহুত ধুনীয়া হৈছে ৷ সকলোৱে বনাবলৈ সুবিধা হব ৷
@TaruPhukan
@TaruPhukan Ай бұрын
মৰম সহ ধন্যবাদ ❤️
@pompibaruag1244
@pompibaruag1244 Ай бұрын
Xosai bahut vl lgil
@TaruPhukan
@TaruPhukan Ай бұрын
মৰম সহ ধন্যবাদ
@nanditasharma1810
@nanditasharma1810 Ай бұрын
বৰ সুন্দৰ হৈছে বাইদেউ। আজি আবেলি চাহৰ লগত চেষ্টা কৰিম😊
@TaruPhukan
@TaruPhukan Ай бұрын
নিশ্চয়…মৰম সহ ধন্যবাদ ❤️
@nanditasharma1810
@nanditasharma1810 Ай бұрын
@@TaruPhukan bonalu baidew .khub Val hol.thank you 🙏❤️
@bontidevi1211
@bontidevi1211 Ай бұрын
সহজতে বনাব পৰা পিঠাগুৰিৰ কেকটো ৷ বৰ ভাল লাগিল দেখি
@TaruPhukan
@TaruPhukan Ай бұрын
মৰম সহ ধন্যবাদ ❤️
@porinitaburagohain982
@porinitaburagohain982 Ай бұрын
ইমান সহজ উপায় সময়ো কম লাগে বনাবলৈ বস্তু ও বেছি নালাগে ।লগতে স্বাস্থ্যৰ উপযোগী । বাইদেউ বহুত বহুত ধন্যবাদ আপোনাক। ❤❤❤
@TaruPhukan
@TaruPhukan Ай бұрын
মৰম সহ ধন্যবাদ ❤️
@RehenaBegum-ic5gx
@RehenaBegum-ic5gx Ай бұрын
Baidaw racipe 2 Sai bohut bhal lagelay❤
@TaruPhukan
@TaruPhukan Ай бұрын
মৰম সহ ধন্যবাদ ❤️
@purobeegogoi1343
@purobeegogoi1343 Ай бұрын
Bohut bhal lagil recipe tu, dhanyavaad baideo
@TaruPhukan
@TaruPhukan Ай бұрын
মৰম সহ ধন্যবাদ ❤️
@kabitagogoi1385
@kabitagogoi1385 Ай бұрын
সুন্দৰ ,সহজ ৰেচিপি ।বনাব লাগিব তৰু বা
@TaruPhukan
@TaruPhukan Ай бұрын
মৰম সহ ধন্যবাদ ❤️
@DipaliRay-tt6nc
@DipaliRay-tt6nc Ай бұрын
Bhal recipe dile baido thanks 👍👍❤❤
@TaruPhukan
@TaruPhukan Ай бұрын
মৰম সহ ধন্যবাদ ❤️
@nbassam-hg9rq
@nbassam-hg9rq Ай бұрын
Nice sharing ba ❤❤ bhut hundar video agbohala, hundar podhotire Hundar ru testy recipe postut krila vllgil dai ❤️❤️ Big like Full support
@santanudutta55
@santanudutta55 Ай бұрын
মজা বন্ধু
@TaruPhukan
@TaruPhukan Ай бұрын
ধন্যবাদ দুয়োলৈ
@santanudutta55
@santanudutta55 Ай бұрын
@@TaruPhukan muru channel to video sabo olp hohai dibo
@bornaligogoi2618
@bornaligogoi2618 Ай бұрын
Khub hundor recipe,lorar tifin t dibo parim thanks baidau
@TaruPhukan
@TaruPhukan Ай бұрын
মৰম সহ ধন্যবাদ ❤️
@madhuhandique7633
@madhuhandique7633 Ай бұрын
খুব সুন্দৰ। ভাল লাগিল। নিশ্চয় বনাই খাম।
@TaruPhukan
@TaruPhukan Ай бұрын
মৰম সহ ধন্যবাদ ❤️
@mrinalitamuli1502
@mrinalitamuli1502 Ай бұрын
ভাল লাগিল সহজে বনাব পৰা ৰেচিপী
@TaruPhukan
@TaruPhukan Ай бұрын
মৰম সহ ধন্যবাদ ❤️
@GitanjaliBhuyan-bt2fh
@GitanjaliBhuyan-bt2fh 16 күн бұрын
বহুত ধন্যবাদ সুন্দৰ ৰেছেপি এটা দিয়া বাবে বাইদেউ
@TaruPhukan
@TaruPhukan 14 күн бұрын
Welcome ❤️🌹
@manjudutta2337
@manjudutta2337 Ай бұрын
Bor xundor recipe ..bonai kham
@TaruPhukan
@TaruPhukan Ай бұрын
নিশ্চয়…মৰম সহ ধন্যবাদ ❤️
@malobikamahanta7453
@malobikamahanta7453 Ай бұрын
Sundor ..sadai kushole thakok Baidew.🙏🙏
@TaruPhukan
@TaruPhukan Ай бұрын
মৰম সহ ধন্যবাদ ❤️
@pollymahanta7508
@pollymahanta7508 Ай бұрын
Bohut val lagil Bidew
@TaruPhukan
@TaruPhukan Ай бұрын
মৰম সহ ধন্যবাদ ❤️
@kusumsaikia1536
@kusumsaikia1536 Ай бұрын
বৰ সহজ আৰু সুন্দৰ বাইদেউ। ভাল লাগিল।
@TaruPhukan
@TaruPhukan Ай бұрын
মৰম সহ ধন্যবাদ ❤️
@champagogoi3913
@champagogoi3913 Ай бұрын
ইমান সুন্দৰ সহজ ৰেচিপি ভাল লাগিল বাইদেউ 💕
@TaruPhukan
@TaruPhukan Ай бұрын
মৰম সহ ধন্যবাদ ❤️
@pronotihazarika4648
@pronotihazarika4648 Ай бұрын
Bor dhunia lagil sai . Ekebsre simple . Khaboloi u sage bor vl lagibo . Moiu sure bonai kham dei baidew . Thankyou so much . Love from jorhat . ❤❤
@TaruPhukan
@TaruPhukan Ай бұрын
নিশ্চয়…মৰম সহ ধন্যবাদ ❤️
@shayaangamingvlog8162
@shayaangamingvlog8162 Ай бұрын
ইমান ধুনীয়া ৰেচিপি।বহুত ভাল লাগিল।❤❤❤
@TaruPhukan
@TaruPhukan Ай бұрын
মৰম সহ ধন্যবাদ ❤️
@hemalatadutta6360
@hemalatadutta6360 Ай бұрын
Bahut val hoise moi aji banam
@TaruPhukan
@TaruPhukan Ай бұрын
মৰম সহ ধন্যবাদ
@gargichoudhury9509
@gargichoudhury9509 27 күн бұрын
Bohut val lagil recipe tu❤
@TaruPhukan
@TaruPhukan 27 күн бұрын
Thank you
@MrinaliniBoro
@MrinaliniBoro Ай бұрын
Bor dhuniya hoise baideo.. try korim❤
@TaruPhukan
@TaruPhukan Ай бұрын
নিশ্চয়…মৰম সহ ধন্যবাদ ❤️
@pompihazarika33
@pompihazarika33 Ай бұрын
BHut bhal lagil baidew akbare hohoj hoi
@TaruPhukan
@TaruPhukan Ай бұрын
Thank you
@debitadeori7133
@debitadeori7133 Ай бұрын
Hundor ❤❤👌👌
@TaruPhukan
@TaruPhukan Ай бұрын
Thank you
@animakapathak1790
@animakapathak1790 Ай бұрын
বৰ ধুনীয়া হৈছে cake tu
@TaruPhukan
@TaruPhukan Ай бұрын
মৰম সহ ধন্যবাদ ❤️
@BinaGohain-un2ot
@BinaGohain-un2ot Ай бұрын
Bht vl lagil dhonyobad jonalu
@TaruPhukan
@TaruPhukan Ай бұрын
Thank you
@sangitagogoi658
@sangitagogoi658 Ай бұрын
Hundor recipe 😊
@TaruPhukan
@TaruPhukan Ай бұрын
সুপ্ৰভাত সহ ধন্যবাদ
@kananbaruah2855
@kananbaruah2855 26 күн бұрын
অতি সুন্দৰ ৰেচিপি
@TaruPhukan
@TaruPhukan 25 күн бұрын
Thanks a lot ❤️
@renukaborah4123
@renukaborah4123 Ай бұрын
Bohut val lagil bidew
@TaruPhukan
@TaruPhukan Ай бұрын
Thank you
@Babita-nq9gm
@Babita-nq9gm 4 күн бұрын
ভাল লাগিল❤
@TaruPhukan
@TaruPhukan 3 күн бұрын
মৰম সহ ধন্যবাদ ❤️
@parveenbegum6484
@parveenbegum6484 Ай бұрын
Bor xundar👌👌👌
@TaruPhukan
@TaruPhukan Ай бұрын
মৰম সহ ধন্যবাদ ❤️
@nirupoma80
@nirupoma80 Ай бұрын
Bor dhunia like done
@TaruPhukan
@TaruPhukan Ай бұрын
Thank you
@jayantibg5041
@jayantibg5041 Ай бұрын
Val lagila baideo.bonai sam
@TaruPhukan
@TaruPhukan Ай бұрын
নিশ্চয়…গৰম দিনৰ সহজ ৰেচিপি
@mirabaruah3510
@mirabaruah3510 Ай бұрын
Bohut dhuniya hoise 😊
@TaruPhukan
@TaruPhukan Ай бұрын
মৰম সহ ধন্যবাদ ❤️
@manabendrakherkatary7936
@manabendrakherkatary7936 Ай бұрын
Bohut sundar hoise.
@TaruPhukan
@TaruPhukan Ай бұрын
মৰম সহ ধন্যবাদ ❤️
@rekhagogoi9098
@rekhagogoi9098 Ай бұрын
Bohut dhunia lagil mam apunar video 👌♥️ logote ata hohoj recipe bonaboloi hikai dela❤♥️♥️♥️ anekuwa video aru dibo buli akha thakil 🙏
@TaruPhukan
@TaruPhukan Ай бұрын
মৰম সহ ধন্যবাদ ❤️
@assamesevloggermousumi
@assamesevloggermousumi 29 күн бұрын
Khub xundor recipe
@TaruPhukan
@TaruPhukan 29 күн бұрын
মৰম সহ ধন্যবাদ ❤️
@pranabmedhi3935
@pranabmedhi3935 Ай бұрын
বহুত ধুনীয়া হৈছে
@TaruPhukan
@TaruPhukan Ай бұрын
মৰম সহ ধন্যবাদ ❤️
@chumkibora638
@chumkibora638 Ай бұрын
Bor bhal lgil, try krm baideu
@TaruPhukan
@TaruPhukan Ай бұрын
নিশ্চয়…মৰম সহ ধন্যবাদ ❤️
@amiyamazudermazumder5301
@amiyamazudermazumder5301 Ай бұрын
বহুত ভাল লাগিল।
@TaruPhukan
@TaruPhukan Ай бұрын
সুপ্ৰভাত সহ ধন্যবাদ
@user-rv6mg4wv9w
@user-rv6mg4wv9w Ай бұрын
Val lagil video to sai
@TaruPhukan
@TaruPhukan Ай бұрын
মৰম সহ ধন্যবাদ ❤️
@ranjusarmah4890
@ranjusarmah4890 Ай бұрын
Bor dhunia recipe
@TaruPhukan
@TaruPhukan Ай бұрын
মৰম সহ ধন্যবাদ ❤️
@minatorydas5856
@minatorydas5856 Ай бұрын
Bor dhunia bonaise baideu.
@TaruPhukan
@TaruPhukan Ай бұрын
ধন্যবাদ
@queendas9546
@queendas9546 Ай бұрын
Oti xundor hoise moi bnable sesta korim
@TaruPhukan
@TaruPhukan Ай бұрын
নিশ্চয়…মৰম সহ ধন্যবাদ ❤️
@santanudutta55
@santanudutta55 Ай бұрын
ভাল লাগিল আপোনাৰ ভিদিঅটো চাই মাতটো বহুত ধুনিয়া আপোনাৰ আজি প্ৰথম চালো বহুত ভাল লাগিল !
@TaruPhukan
@TaruPhukan Ай бұрын
মৰম সহ ধন্যবাদ ❤️
@madhumitatamuliphukan9429
@madhumitatamuliphukan9429 Ай бұрын
Bor dhunia hoise baidew..Bahudìnor pisat apunak dekhi val lagil..
@TaruPhukan
@TaruPhukan Ай бұрын
মৰম সহ ধন্যবাদ ❤️
@nibeditagogoi674
@nibeditagogoi674 Ай бұрын
বহু দিনৰ মূৰত দেখিবলৈ পালো। বৰ সহজ আৰু সুন্দৰ এটা কেক তৈয়াৰ কৰি দেখুৱালে।
@TaruPhukan
@TaruPhukan Ай бұрын
মৰম সহ ধন্যবাদ ❤️
@lalitasonowal947
@lalitasonowal947 Ай бұрын
বৰ সুন্দৰ হৈছে
@TaruPhukan
@TaruPhukan Ай бұрын
মৰম সহ ধন্যবাদ ❤️
@rinaburagohain7062
@rinaburagohain7062 Ай бұрын
Bohut vall lagel bideo
@TaruPhukan
@TaruPhukan Ай бұрын
মৰম সহ ধন্যবাদ ❤️
@barnalihazarika918
@barnalihazarika918 Ай бұрын
Apuni akou KZbin ot ahar babe bohut val lagise dekhi Thankyou and god bless you and your family ♥️
@TaruPhukan
@TaruPhukan Ай бұрын
মৰম সহ ধন্যবাদ…তোমাৰ কুশল কামনা কৰিলো
@pallavidehingia6207
@pallavidehingia6207 Ай бұрын
সুন্দৰ ৰেচিপি বাইদেউ 🥰
@TaruPhukan
@TaruPhukan Ай бұрын
মৰম সহ ধন্যবাদ
@jeetgamingchannel4880
@jeetgamingchannel4880 Ай бұрын
Val lagil video tu sai ❤
@TaruPhukan
@TaruPhukan Ай бұрын
মৰম সহ ধন্যবাদ ❤️
@Barbiekashyap161
@Barbiekashyap161 Ай бұрын
আপোনাৰ ৰেচিপি বোৰ বহুত ভাল লাগে ❤❤❤❤
@TaruPhukan
@TaruPhukan Ай бұрын
মৰম সহ ধন্যবাদ ❤️
@richanmajumdarrollno4042
@richanmajumdarrollno4042 Ай бұрын
আপোনাৰ video চাই ভাল লাগে বাইদেউ।দি থাকিব ধন্যবাদ❤
@TaruPhukan
@TaruPhukan Ай бұрын
মৰম সহ ধন্যবাদ ❤️
@lakshmipriyadutta1091
@lakshmipriyadutta1091 Ай бұрын
ভাল লাগিল বনাই খাব লাগিব,ধন্যবাদ বাইদেউ শিকাই দিয়া বাবে❤❤
@TaruPhukan
@TaruPhukan Ай бұрын
মৰম সহ ধন্যবাদ ❤️
@makeupartist.zeemon
@makeupartist.zeemon Ай бұрын
বহুত ভাল লাগিলে চাই, video বোৰ দি থাকিবচোন দেই
@TaruPhukan
@TaruPhukan Ай бұрын
মৰম সহ ধন্যবাদ ❤️
@pinakibhuyan3550
@pinakibhuyan3550 Ай бұрын
বৰ ধুনীয়া হৈছে৷
@TaruPhukan
@TaruPhukan Ай бұрын
মৰম সহ ধন্যবাদ ❤️
@nanditadeuri
@nanditadeuri Ай бұрын
Nice vlg baidew 💓🍒🥰🎈 vhal lagil sai ❤❤❤
@TaruPhukan
@TaruPhukan Ай бұрын
মৰম সহ ধন্যবাদ ❤️
@MonikaChetia-ls1km
@MonikaChetia-ls1km Ай бұрын
ভাল লাগিল ৰেচিপি টো ❤
@TaruPhukan
@TaruPhukan Ай бұрын
মৰম সহ ধন্যবাদ ❤️
@trishnaregon8620
@trishnaregon8620 Ай бұрын
বহুত দিনৰ পিছত আপোনাৰ ৰেচিপি পালোঁ।ভাল লাগে : আপোনাৰ সহজ আৰু ঘৰুৱা বস্তুৰে বনাব পৰা ৰেচিপি
@TaruPhukan
@TaruPhukan Ай бұрын
মৰম সহ ধন্যবাদ ❤️
@allinonewithminu5270
@allinonewithminu5270 Ай бұрын
Bhut val lagil baidew❤❤❤
@TaruPhukan
@TaruPhukan Ай бұрын
মৰম সহ ধন্যবাদ
@siddharth12399
@siddharth12399 Ай бұрын
Bor dhunia baidew❤❤
@TaruPhukan
@TaruPhukan Ай бұрын
মৰম সহ ধন্যবাদ ❤️
@tutumonitalukdar6808
@tutumonitalukdar6808 Ай бұрын
বহুত ধুনীয়া হৈছে বনাই খাব লাগিব ❤
@TaruPhukan
@TaruPhukan Ай бұрын
নিশ্চয়…মৰম সহ ধন্যবাদ ❤️
@maitusonowal2418
@maitusonowal2418 Ай бұрын
Baa bohut val lagil
@TaruPhukan
@TaruPhukan Ай бұрын
মৰম সহ ধন্যবাদ ❤️
@bibhasonowal6095
@bibhasonowal6095 Ай бұрын
One of my favourite youtuber ❤❤❤
@TaruPhukan
@TaruPhukan Ай бұрын
মৰম সহ ধন্যবাদ ❤️
@maramibaruah-fw8dm
@maramibaruah-fw8dm Ай бұрын
Bor duniya hoise bonai sm bidew
@TaruPhukan
@TaruPhukan Ай бұрын
নিশ্চয়…মৰম সহ ধন্যবাদ ❤️
@rumabhagawati4247
@rumabhagawati4247 Ай бұрын
বৰ ধুনীয়া হৈছে বাইদেউ ময়ো আপোনাৰ ৰেচিপিবোৰ চাই কিনে বনাই থাকু ভাল লাগে
@TaruPhukan
@TaruPhukan Ай бұрын
মৰম সহ ধন্যবাদ ❤️
@rumisrasoiandvlog4346
@rumisrasoiandvlog4346 Ай бұрын
বা বহুত ভাল লাগিল
@TaruPhukan
@TaruPhukan Ай бұрын
মৰম সহ ধন্যবাদ ❤️
@kohinurphukan8677
@kohinurphukan8677 Ай бұрын
Bonai kham bor bhal lagil
@TaruPhukan
@TaruPhukan Ай бұрын
মৰম সহ ধন্যবাদ ❤️
@user-kp7gd6bt6q
@user-kp7gd6bt6q Ай бұрын
Bht val lagil ❤❤❤❤
@TaruPhukan
@TaruPhukan Ай бұрын
মৰম সহ ধন্যবাদ ❤️
@rumisarmah7360
@rumisarmah7360 Ай бұрын
Bohut vl lagile ❤❤❤
@TaruPhukan
@TaruPhukan Ай бұрын
মৰম সহ ধন্যবাদ ❤️
@jummydutta8114
@jummydutta8114 Ай бұрын
APUNI HODAI PERFECT BAIDO....BONAISILU VAL HOI.
@TaruPhukan
@TaruPhukan Ай бұрын
মৰম সহ ধন্যবাদ ❤️
@user-ib7ow4nv2m
@user-ib7ow4nv2m Ай бұрын
Xundor recipi
@TaruPhukan
@TaruPhukan Ай бұрын
মৰম সহ ধন্যবাদ ❤️
@bharatibaishya6939
@bharatibaishya6939 Ай бұрын
বৰ ভাল লাগিল। ধন্যবাদ
@TaruPhukan
@TaruPhukan Ай бұрын
মৰম সহ ধন্যবাদ ❤️
@bonditaboruah-zr8kj
@bonditaboruah-zr8kj Ай бұрын
Bohut dhunia lagise
@TaruPhukan
@TaruPhukan Ай бұрын
মৰম সহ ধন্যবাদ ❤️
@mallikakalita3324
@mallikakalita3324 Ай бұрын
আপোনাৰ ৰেচিপি বোৰ চাই বৰ ভাল লাগে বাইদেউ। ইমান সহজতেই বনাই দেখাই। আপোনাৰ হাতত সোৱাদ ল'বলৈ এদিন যাব লাগিব।
@TaruPhukan
@TaruPhukan Ай бұрын
আহিবা আহিবা…মৰম সহ ধন্যবাদ ❤️
@mousumidadhara5133
@mousumidadhara5133 Ай бұрын
বহুত ভাল লাগিল বাইদেউ ।
@TaruPhukan
@TaruPhukan Ай бұрын
মৰম সহ ধন্যবাদ ❤️
@user-fm8hs3jj8m
@user-fm8hs3jj8m Ай бұрын
Very nice and unique
@TaruPhukan
@TaruPhukan Ай бұрын
মৰম সহ ধন্যবাদ ❤️
@user-pt2yv5qv6b
@user-pt2yv5qv6b Ай бұрын
আপোনাৰ ঘৰুৱা ৰেচিপি বোৰ ভাল লগে
@TaruPhukan
@TaruPhukan Ай бұрын
মৰম সহ ধন্যবাদ ❤️
@purabigogoi344
@purabigogoi344 Ай бұрын
সুন্দৰ হৈছে ।
@TaruPhukan
@TaruPhukan Ай бұрын
মৰম সহ ধন্যবাদ ❤️
@atharwavedashrut9758
@atharwavedashrut9758 Ай бұрын
সুন্দৰ হৈছে
@TaruPhukan
@TaruPhukan Ай бұрын
মৰম সহ ধন্যবাদ ❤️
@abhijitgogoi9427
@abhijitgogoi9427 Ай бұрын
ভাল লাগিল বাইদো, আৰু video বনাব 👍🏻
@TaruPhukan
@TaruPhukan Ай бұрын
মৰম সহ ধন্যবাদ ❤️
@monjushreebora1101
@monjushreebora1101 Ай бұрын
Bor bhal lagil baidew enekoi a aru di jabo♥️🙏
@TaruPhukan
@TaruPhukan Ай бұрын
নিশ্চয়…মৰম সহ ধন্যবাদ ❤️
@laxmirajkhowa9822
@laxmirajkhowa9822 Ай бұрын
বাইদেউ বহুত ধুনীয়া হৈছে বনাব লাগিব❤
@TaruPhukan
@TaruPhukan Ай бұрын
নিশ্চয় …মৰম সহ ধন্যবাদ ❤️
@priyasenskitchen6611
@priyasenskitchen6611 Ай бұрын
Apunar recipe akou dekhi bhal lagil baideu
@TaruPhukan
@TaruPhukan Ай бұрын
Priya ❤️❤️
@user-wi5bl5uh9x
@user-wi5bl5uh9x Ай бұрын
Apunar recipe bur bor val lage
@TaruPhukan
@TaruPhukan Ай бұрын
মৰম সহ ধন্যবাদ ❤️
@ranudevimorang9103
@ranudevimorang9103 Ай бұрын
ৰেচিপিটো ভাল লাগিল ৷
@TaruPhukan
@TaruPhukan Ай бұрын
মৰম সহ ধন্যবাদ ❤️
@purnimaramchiary607
@purnimaramchiary607 Ай бұрын
Baideo bohut dinor murot apunak dekhi bohot vhal lagise regular de thakibo baideo bohut vhal lage apunar bonua bilak sai
@TaruPhukan
@TaruPhukan Ай бұрын
চেষ্টা কৰিম…মৰম সহ ধন্যবাদ ❤️
@mamaniroy12345
@mamaniroy12345 Ай бұрын
খুব ভাল লাগিল বাইদেউ🙏
@TaruPhukan
@TaruPhukan Ай бұрын
মৰম সহ ধন্যবাদ ❤️
@ranjanasaikia2831
@ranjanasaikia2831 Ай бұрын
Val lagil .
@TaruPhukan
@TaruPhukan Ай бұрын
মৰম সহ ধন্যবাদ ❤️
@shinysonowal48
@shinysonowal48 Ай бұрын
Val lagil ba bonai sam😍
@TaruPhukan
@TaruPhukan Ай бұрын
মৰম সহ ধন্যবাদ ❤️
@bijudeka27314
@bijudeka27314 Ай бұрын
O bor vl lagil sai
@TaruPhukan
@TaruPhukan Ай бұрын
মৰম সহ ধন্যবাদ ❤️
@prasantagoswami1477
@prasantagoswami1477 Ай бұрын
ভাল idea.
@TaruPhukan
@TaruPhukan Ай бұрын
মৰম সহ ধন্যবাদ ❤️
Smart Sigma Kid #funny #sigma #comedy
00:26
CRAZY GREAPA
Рет қаралды 19 МЛН
HAPPY BIRTHDAY @mozabrick 🎉 #cat #funny
00:36
SOFIADELMONSTRO
Рет қаралды 18 МЛН
Spot The Fake Animal For $10,000
00:40
MrBeast
Рет қаралды 163 МЛН
টকন পিঠা বনালো (thokhon phitha)
10:54
Dipti Daimary
Рет қаралды 18 М.
Nico operated on the turtle!#nico #dog #funny #smartnico #cute
0:28
Nico_thepomeranian
Рет қаралды 21 МЛН
two poor dogs #trending #funny #viral #dog
0:23
Békeo
Рет қаралды 6 МЛН
СОБАКИ ГОЛОДАЮТ ИЗ-ЗА ЛЕРЫ 🥲
1:00
HOOOTDOGS
Рет қаралды 2,8 МЛН