Teok News | আকৌ অনিশ্চয়তাত উজনিৰ ইটা ভাটাৰ ব্যৱসায় | N18V

  Рет қаралды 87,630

News18 Assam/Northeast

News18 Assam/Northeast

Күн бұрын

Пікірлер: 426
@abdussattar142
@abdussattar142 Ай бұрын
৩০ টা সংগঠনৰ বহুতো সদস্য আছে সকলো একেলগে মিলি কামত লাগিলেই হল আৰু
@fakaruddinahmed3785
@fakaruddinahmed3785 Ай бұрын
শৃংখল চলিহাক লেবাৰ যোগান ধৰিব দিয়ক।
@khairulhussain5699
@khairulhussain5699 Ай бұрын
নামনিৰ পৰা যাতে কোনো শ্ৰমিক উজনিলৈ নাযায় যেতিয়ালৈকে আপোনালোকক চৰকাৰ তথা প্ৰশাসনে সুৰক্ষা নিদিয়ে। ধন্যবাদ 🙏
@abanikantaadhikary7060
@abanikantaadhikary7060 Ай бұрын
৩০টা সংগঠনে শ্ৰমিক যোগান ধৰিম বুলি কৈছিল
@samadulislam3351
@samadulislam3351 Ай бұрын
Right
@afazulhoque4032
@afazulhoque4032 Ай бұрын
হিন্দু বাংলাদেশীক লগাই দিয়ক।
@zecky3054
@zecky3054 Ай бұрын
লাজ নথকা বোৰে উজনি অসমলৈ আহিবৰ কাৰণে নিউজ বজাইছে । মদাৰু কেইটাক লগাই দিয়ক ইটা ভাটাত
@NorenKardong
@NorenKardong Ай бұрын
যি মানুহৰ দ্বাৰা ইটা বনুৱা যায়, এই মানুহবিলাক মিয়া মানুহ ।গতিকে তেওঁলোকক যি দল সংগটনে বাংলাদেশী বুলি খেদিলে তেখেত সকলক শ্ৰমিক যোগান দিবলৈ কব লাগে।
@Qari_ajmol-fg9no
@Qari_ajmol-fg9no Ай бұрын
😂😂😂
@dsentertainment9545
@dsentertainment9545 Ай бұрын
Nuniya party anok
@KD-dj1iq
@KD-dj1iq Ай бұрын
Sriynkhol chalihak kamot logabo lageaa
@peaceentertainment534
@peaceentertainment534 Ай бұрын
Right
@subhasishchutian8801
@subhasishchutian8801 Ай бұрын
@@NorenKardong অকল মিয়াই নবনায়, আদিবাসী, চাহ জনগোষ্ঠীৰ আৰু অসমীয়াও বনায়,,
@abanikantaadhikary7060
@abanikantaadhikary7060 Ай бұрын
কিহৰ বাবে বাধা প্ৰদান কৰিছে,এই কথা খিনি শোধক আৰু কোনে খেদি পঠিয়াইছিল
@samadg5388
@samadg5388 Ай бұрын
Correct
@aminulislam6521
@aminulislam6521 Ай бұрын
এতিয়া উজনিত 30 সংগঠনক কক শ্ৰমিক আনি দিবলে
@jdintegratedfarm6990
@jdintegratedfarm6990 Ай бұрын
চিন্তা নকৰিব আম্বানী ইটা আহি আছে। আমাৰ মানুহে এইবিলাক কৰিব নালাগে ফিৰি চাউলৰ ভাত খাই শুই থাকক।হাই মামা কিনো তোমাৰ লিলা
@khairulhussain5699
@khairulhussain5699 Ай бұрын
অসমীয়া খিলঞ্জীয়া ভুমি পুত্ৰই কাম কৰিব আৰু তেওলোকক আহ্বান জনালো 😅
@latifali9650
@latifali9650 Ай бұрын
Gariya moyu but kattar hindu ye amak আগ কটা বুলিয়ে কয়
@SURENBorah-z8j
@SURENBorah-z8j Ай бұрын
মুখ্যমন্ত্ৰীৰ য়েই ইতা মূল্য বৃদ্ধিৰ কৰিবলৈ এই বোৰ কৰি আছে
@habibtanbir7003
@habibtanbir7003 Ай бұрын
Miyai Delhi, Karnataka, Kerela etc state borot jai kam korok ujoniloi najabo
@amishsky
@amishsky Ай бұрын
লাচিত সেনা কত গল ধৰী আনি কাম কৰাব লাগে ডাঙৰ ডাঙৰ কথা কোৱা অসিংখল চলিহা,👍👍👍
@nmvcvlogsandtech165
@nmvcvlogsandtech165 Ай бұрын
Right 👍
@peaceentertainment534
@peaceentertainment534 Ай бұрын
Right
@BenudharBorah-ie2dn
@BenudharBorah-ie2dn Ай бұрын
Itai nelage, tothapi bangla Desi aahibo dibo nelage.
@Ahmed-funny
@Ahmed-funny Ай бұрын
​@@BenudharBorah-ie2dn Jongolot thak going kela
@njyotinjyoti7541
@njyotinjyoti7541 Ай бұрын
লাচিত সেনা শৃংখল চলিহা কোটি পতি বনিল কিয় কাম কৰিব মামাই বনাই দিলে।
@imdadali9519
@imdadali9519 Ай бұрын
সমস্যাবোৰ নিজেই সৃষ্টি কৰি ললে।
@Moasdfg
@Moasdfg Ай бұрын
কত গল ৩০ টা সংগঠন?
@babulsaikia462
@babulsaikia462 Ай бұрын
য'ত মানুহৰ সু-ৰক্ষা নাই তাত কিয় যাব? মুখ্যমন্ত্ৰীয়ে ও দায়িত্ব ল'ব নোৱাৰে।
@abdulhoque2530
@abdulhoque2530 Ай бұрын
😂😂😂
@nmvcvlogsandtech165
@nmvcvlogsandtech165 Ай бұрын
Right 👍
@sarifuddin1368
@sarifuddin1368 Ай бұрын
Right
@SharifAslamAslam
@SharifAslamAslam Ай бұрын
Right​@@sarifuddin1368
@jalilmir8501
@jalilmir8501 Ай бұрын
Right
@swapankumarsarma6840
@swapankumarsarma6840 Ай бұрын
30টা সংগঠনে লেবাৰ কৰ পৰা যোগান ধৰিব। আমিবোৰে শাৰিৰীক শ্ৰম কৰিব নোৱাৰো নহয। ।ইটা ভাটাৰ শ্ৰমিক আমাৰ নাই। বিনামূল্যে পোৱা চাউল খোৱা শ্ৰমিক আমাৰ ঢেৰ আছে।
@AnowerHossain-vx6hc
@AnowerHossain-vx6hc Ай бұрын
মিঞা নিলাজ আছে,যাব।
@ZiarulHussain-mj7fw
@ZiarulHussain-mj7fw Ай бұрын
উজনিৰ সংগঠন সমূহক কাম কৰিবলৈ দিয়ক
@bhaskarsharma2300
@bhaskarsharma2300 Ай бұрын
মুখ্য মন্ত্ৰীয়ে কি কৰিব? শৃংখল চলিহাক লেবাৰ আনি দিবলৈ কব লাগে
@monwarbarlaskar1793
@monwarbarlaskar1793 Ай бұрын
তাৰ কাৰণে বৃশিংহল চলিহা জগৰীয়া হবো লাগে
@fajlurrahman4605
@fajlurrahman4605 Ай бұрын
CM sire nije koise miya উজনিত jabo nuaribo , সেই কাৰণেহে বাধা দিছে
@subhasishchutian8801
@subhasishchutian8801 Ай бұрын
ভাল হৈছে কয়লা টকা মাৰি মাৰি বহু লৰাৰ তেজ খালি
@bkp9774
@bkp9774 Ай бұрын
তপা টো ছালফা নেকি ।
@subhansaikia3952
@subhansaikia3952 Ай бұрын
আছলতে ইয়াত ৰাজনীতিৰ হাতোৰা লাগিছে ।
@gaurangahazarika2750
@gaurangahazarika2750 Ай бұрын
Bohut bhal hoise👌👌👌
@rajlk1706
@rajlk1706 Ай бұрын
ভাল কথা উজনিৰ মানুহে এতিয়া ইটাকে ধৰি কিছুমান সামগ্ৰী অধিক দামত ক্ৰয় কৰিব লাগিব লোকচান উজনিৰ ৰাইজৰে হব শৃংখল চলিহাৰ নহয় দে
@hassangulaf9597
@hassangulaf9597 Ай бұрын
Solihar nohoy sorkaror nohoy jonotay bughibo kheya
@nogengogoi6835
@nogengogoi6835 Ай бұрын
মূৰ্খ কিছু মান লোকৰ কাৰণে অসমৰ অৰ্থনীতি শেষ হব গৈছে।
@TarifulIslam-q7h
@TarifulIslam-q7h Ай бұрын
কোনো মিঞা শ্রমিক জাতে নাযায়
@ubaidulislam9275
@ubaidulislam9275 Ай бұрын
যি জন মিয়া উজনিলৈ কাম কৰিবলৈ যাব।তেওঁ মানুহৰ জন্ম নহয়😡
@subhasishchutian8801
@subhasishchutian8801 Ай бұрын
@@ubaidulislam9275 এনেও গাহৰি গাহৰিহে লাগে
@rimi2096
@rimi2096 Ай бұрын
​@@subhasishchutian8801iman letera bostu khua kiyo jak gali hipase use kora hoy
@joonahmed5741
@joonahmed5741 Ай бұрын
সেই গাহৰি আকৌ খা তহতে মানে কি গাহৰি বেয়া নেকি 😂 যদি বেয়া তেতিয়া হ'লে কিয় খাও চুদুৰ ভাই হত তহতৰ মুখত মুতিব লাগিব .​@@subhasishchutian8801
@parbinsultana2251
@parbinsultana2251 Ай бұрын
Tohotihe gu khua gahori bilak khaou Miya ye nakhai johora sutmaroni gu khua
@Ahmed-funny
@Ahmed-funny Ай бұрын
​@@subhasishchutian8801 Chotmarani gu khai din par koro. Bikhari
@sofikulislam7533
@sofikulislam7533 Ай бұрын
আন্দোলন,সংগঠন কৰা সকলৰ কোনো কাম বন নাই, চান্দা তুলি ইফালে সিফালে ঘূৰি ফূৰে,ইহতে বিজনিজ কৰাৰ বেদনা, টেনচন কি বুজি পাব ।
@studyzone641
@studyzone641 Ай бұрын
Kam atai pare ehote heitu hol chnda .mane bikhaa kori kahleu val lage hijra bure atleast kam kori khai eikeitai fokotia khwa aku dal koribo nuare 😊ru business tu bhutt dur baperor toka ase dukan akhn khuli debo bsss du din colabo bss tr fail
@saliqueahmed7029
@saliqueahmed7029 Ай бұрын
Hindu muslim kore kore Assam ses
@chitrakumarhazarika6622
@chitrakumarhazarika6622 Ай бұрын
শ্ৰমিক নাই। চৰকাৰে বিহিত ব্যৱস্থা লওক।
@amulyadas7103
@amulyadas7103 Ай бұрын
চাহ জনগোষ্ঠীৰ লোকবিলাকে ইটা ভাটাৰ কাম নাজানে নেকি?
@AsharuddinAhmed-i6v
@AsharuddinAhmed-i6v Ай бұрын
মই আপোনাক সমমান সহকাৰে জনাও যে শৃঙ্খল আৰু ৩০ টা সংগঠনৰ দাৰাই ইটা বনাও যি দেখা গল অসমত ভাল সংগঠন নাই সকলোৱে এতিয়া গুন্ডা ৰ দলত যোগ দিছে অসমৰ সংগঠন বোৰৰ লাজ থাকিব লাগিছিল কাৰন জি জন চান্দ বাজিয়ে নিজ মুখেৰে কয় ইমান দিন চান্দালৈ আছিলো এতিয়া গুন্ডা টেক্স লম হায় ৰে অসমৰ যুবচাম একে বাৰে মূখ্য মন্ত্রী বনাই দিয়ক না এই চান্দা তোলাটোক কাৰন শৃংখল চলিহাৰ নিচিনা উপযুক্ত নেতা আৰু অসমত জন্ম নহয়। জয় আই অসম
@AHMEDALI-wg4rw
@AHMEDALI-wg4rw Ай бұрын
কটী মাৰা দি খা কেলা ইমান দিনে মিঞাৰ আধাৰ,পান, ভোটৰ নাছিল নেকি,ইয়াক লৈ ইমান দিনে কিয় মুখেৰে এইবোৰ কথা ওলোৱা নাছিল এই উজনিৰ কেইটাৰ।
@BILLO_RANI_
@BILLO_RANI_ Ай бұрын
30 ta dal hongothon logai diya kamot 😂😂
@khalidabegum6978
@khalidabegum6978 Ай бұрын
Thik koisa
@renubegum3639
@renubegum3639 Ай бұрын
Takeitu axomiya netabor golei hol vatar Kam kribo
@AkbarKhan-qp4ju
@AkbarKhan-qp4ju Ай бұрын
Haaa.😂😂
@mojammilhoque744
@mojammilhoque744 Ай бұрын
সাংবাদিক জন এজন গৰু হয় । তেখেতে বিশেষ সংগঠনৰ কথা কৈ আছে কিন্তু লাচিত সেনা এই সংগঠন কথা নকয় কিয়।
@mainamaina2808
@mainamaina2808 Ай бұрын
ইহতে অকল ফটা লেকচাৰ মাৰিবহে জানে ,,, কাম কৰি খাব নোৱাৰে ,,,,অকল দেলালী আৰু ফকতিয়া লাগে ,,,তহতৰ অকাদ ওলাই পৰিল,,,
@asanulhoque3442
@asanulhoque3442 Ай бұрын
সংগঠন বিলাকৰ দোষ নাই চৰকাৰ হে দোষী। চৰকাৰে বিভেদ কামী নীতি গ্ৰহণ কৰিছে নহ'লে সংগঠন বিলাকে ইমান হুলস্থুল নকৰিলে হয়
@rofiqulislam5596
@rofiqulislam5596 Ай бұрын
মই BJP বিৰোধী নহওঁ কিন্তু ফালতু মানুহক মূখ্যমন্ত্ৰী পাতিলে এনেকুৱা হবই।আমি মুছলমান মানুহ কেতিয়াও মূখ্যমন্ত্ৰী হোৱাৰ আশা নকৰো কিন্তু উজনী অসমৰ মানুহে সেইফালৰ কোনোবা এজনক মূখ্যমন্ত্ৰী পাতক।উজনী অসমৰ মানুহৰ ওপৰত মুছলমানৰ আস্থা আছে
@NurulIslam-rd4yb
@NurulIslam-rd4yb Ай бұрын
Hoy
@BaharulIslam-zt6ns
@BaharulIslam-zt6ns Ай бұрын
Right
@sunandaborah8177
@sunandaborah8177 Ай бұрын
দুভাগ্য জনক ।
@Moasdfg
@Moasdfg Ай бұрын
বিশৃঙ্খল ৰ পৰা বনুৱা বিচৰা। মুছলমানক কিয় লাগে ?
@NazrulIslam-hp3jh
@NazrulIslam-hp3jh Ай бұрын
শৃংখল চলিহাৰ বাপেকক কামত লগালেই হল। শৃংখলেও মদ এৰি,চান্দাৰ ধান্দা এৰি দি হাতেৰে কিবা কৰ এতিয়া।
@brojenborchetia5764
@brojenborchetia5764 Ай бұрын
প্ৰশাসনৰ ফালৰ পৰা জীৱনৰ নিৰাপত্তা মিঞা সকলক প্ৰদান কৰক।
@gmentertainment3686
@gmentertainment3686 Ай бұрын
চান্দা তুলি খোৱা ৩০টা সংগঠনৰ সদস্য সকলক কাণত দৰি কামত লগাই দিলেই হ'ল। উজনি অসমৰ পৰা খেদা মিঞা সকলৰ ভিতৰত এজন বাংলাদেশী দেখাই দিয়ক। মানুহ খিনি ভাৰতীয় নাগৰিক এজন বাংলাদেশীও তাতে নাছিল। ইয়াৰ পিছতো কাম কৰা দুখীয়া মানুহ খিনিক মাৰি পিটি অপমান কৰি খেদি দিলে। এজন মানুহ নোলাল মানুহ খিনিৰ হৈ মাত মাতিবলৈ। এজনেও নকলে এই সকল ভাৰতীয় নাগৰিক।
@Piku461
@Piku461 Ай бұрын
Right❤❤
@asanulhoque3442
@asanulhoque3442 Ай бұрын
উজনিৰ সংগঠন বিলাকে শ্ৰমিক যোগান ধৰিব নহ'লে সিহঁতক কামত লগাই দিয়ক। চিন্তা কিহৰ
@sarifuddin1368
@sarifuddin1368 Ай бұрын
Good step
@shahjahanali9788
@shahjahanali9788 Ай бұрын
যিহেতু উজনিৰ ৩০ টা সংগঠনে মিয়ি শ্ৰমিক উজনিত বন্ধ কৰিছে গতিকে মিয়া শ্ৰমিক উজনিত যাৱ নালাগে । আৰু যদি মিয়া শ্ৰমিক লাগে উজনিৰ ৩০ টা সংঠনে স্থিতি স্পষ্ট কৰক
@GhanashyamSarma-h7g
@GhanashyamSarma-h7g Ай бұрын
Development, development and development
@pranabozah4917
@pranabozah4917 Ай бұрын
আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰক ৷
@mainamaina2808
@mainamaina2808 Ай бұрын
এইবাৰ ধান পথাৰতে গজালি মেলিব,,,, 😅😅😅
@birendoley7136
@birendoley7136 Ай бұрын
অসমীয়া বোৰ কি হল?ইটা ভাটাত অসমীয়াই শ্ৰম কৰিব নোৱাৰি নেকি?নে ইটা ভাটাৰ মালিকে কম প ইচাৰে মিঞাক খটোৱাই।
@ManikIslam-o1h
@ManikIslam-o1h Ай бұрын
সংগঠক কৈ সিহঁতৰ সদস্যক দি কাম চলাই যাওক । সিহত দায়িত্ব শীতল কাম ভাল ফলাফল পাব ।
@underliton5572
@underliton5572 Ай бұрын
উজনি অসমত দল সংগঠনে যিবোৰ কৰি আছে আমেৰিকা, ৰাছিয়া, ছৌদি আৰব, ডুবাই,কৰা নাই বা বা😅
@gunakantabaruah6243
@gunakantabaruah6243 Ай бұрын
অসমীয়া বিৱসায়ী যদি লোকচানৰ সন্মুখীন হৈছে তাত ৰাইজে অনুভৱ কৰিছে। যিহেতু এই উদ্যোগটোৰ শ্ৰমিক মিয়া সম্প্ৰদায়ৰ হয়।মিয়াই গোজেই গজালি হ'ব যাতে নোৱাৰে তাৰ আইনী বিৱসঠাৰ সহায় লৈ শ্ৰমজীবি লোকক অভয় দান কৰক। পৰিচয় পত্ৰৰ চৰকাৰী কৰন কৰক। নহ'লে মেচিন ইটা বনাই হ'লেও আগ বাঢ়ি যাৱক। ৰাজনীতিৰ পৰা বিৰত থাকক।
@mrutpal009
@mrutpal009 Ай бұрын
তেওঁলোকে নিজৰ কথাহে চিন্তা কৰি আছে নিজৰ জাতিটো কথা চিন্তা কৰা নাই মিয়া নালাগে আসমীয়া মানুহ লগাক
@dilwaratozvideos4143
@dilwaratozvideos4143 Ай бұрын
Logaok pblm nai
@munuvolg862
@munuvolg862 Ай бұрын
আমাৰ ইয়াত মানুহে কাম বিচাৰি হাবাথুৰি খাই ফুৰিছে। প্ৰতি দিনাই ধেমাজি তিনিআলিৰ মাজ মজিয়াত ৰাতিপুৱা ৮ বজাত ভাতৰ টিফিন লৈ কাম কৰা মানুহ ৰৈ থাকে। কেতিয়াবা কাম নেপায় ঘৰলৈ ঘূৰি আহে। এইবোৰ সকলো খিলঞ্জীয়া হয়।
@dartagnanlabuschagne913
@dartagnanlabuschagne913 Ай бұрын
ইটা ভাটাত কাম কৰিব নোৱাৰে। বহুত কষ্ট আছে
@SalimatDdinDdin
@SalimatDdinDdin Ай бұрын
উজনিত বহুতো দ'ল আছে তেওঁ লোকক আপোনাৰ লোকে কামত লগাই দিয়ক একো নহয় অসমীয়া ডেকা লৰা কিয় কাম কৰিব নোৱাৰিব পাৰিব
@AshadulAslam-t3q
@AshadulAslam-t3q Ай бұрын
Ok.dada
@vhatiali355
@vhatiali355 Ай бұрын
👍👍👍
@PranjitBoro-j3z
@PranjitBoro-j3z Ай бұрын
Nogaor itta dam bahibo aru atiya
@AbhijitPatiri
@AbhijitPatiri Ай бұрын
ইটা ভাটা মালীকৰ কি অসুবিধা এটা ইটাৰ দাম 30টকা হ'লে আপঝনালোকৰ লাভ উজনি অসমৰ ৰাইজৰ একো অসুবিধা নহয়। আপুনি কিয়ৰ চিন্তা কৰি আছে। শৃংখল চলিহাক আৰু অসমৰ মুখ্যমন্ত্ৰীক কামত লগালে হ'ল। আপুনালোকৰ দ্বায়ীন্ব ল'ব পাৰিব জানো 30টা সংগঠনে আৰু মুখ্যমন্ত্ৰীয়ে একে ৰাতিতে আহি হত্যা কৰি শেষ কৰে । মোৰ ফালৰপৰাও নহাটো কামনা কৰো।অসম এদিন তেজ বহিব নালাগে গোষ্ঠীগত সংঘৰ্ষত অসম বৰ অসম হৈ শান্তিৰে থকাটো বিচাৰো।
@abdullahansari7240
@abdullahansari7240 Ай бұрын
সাংবাদিকৰ পিছফালে নিলা লংগী পিন্ধা মানুহ জন কোন।
@fulchanali5718
@fulchanali5718 Ай бұрын
❤❤
@khayrulislam3130
@khayrulislam3130 Ай бұрын
Jay Sri Ram kowa khini kot gol etia Khilinjia axomiya khini kam korok problem solved hoi jabo
@mojiburrahman3873
@mojiburrahman3873 Ай бұрын
যি সকল ক বীৰ লাচিত সেনাই পিতন দিছিল সেই কেইটাৰ আধাৰ তথা ভোটাৰ ID নাছিল নেকি? শ্ৰমিকৰ বাবে বীৰ লাচিত সেনাৰ লগত যোগাযোগ কৰিবলৈ বিবৃতি দিছে দেখোন। CM আৰু শৃংখল চলিহাৰ সুৰ এক।তেওঁলোকে কথা উঠাই নলয়।কিয়নো এক কথাৰ মানুহ।
@SofiyakhatanSofiyakhatan
@SofiyakhatanSofiyakhatan Ай бұрын
Bad Diya he tohotor lecture
@shortlife05
@shortlife05 Ай бұрын
কিহৰ অখ্যাত সংগঠন? ক্ষমা খুজিব লাগিব।
@BaharulIslam-zt6ns
@BaharulIslam-zt6ns Ай бұрын
@jeherulislam6886
@jeherulislam6886 Ай бұрын
Soliha k kamot logai diok
@sirajulhoque8087
@sirajulhoque8087 Ай бұрын
বিশেষ সম্পদায়ে কষ্ট কৰি দি নিম্নমানৰ মুজুৰি পায়। ওপৰতে এচামে লাভ খায়।
@shortlife05
@shortlife05 Ай бұрын
সাম্পাদিক জন কিয় বাৰেবাৰে অখ্যাত সংগঠন বুলি কৈ আছে। সংখ্যালঘুৰ সংগঠন বুলি কোৱাতেলাজ লাগে নেকি?
@educationpointofnandini5845
@educationpointofnandini5845 Ай бұрын
মিয়াই ইটা বনায়। কিন্তু কিয় জানেনে? কাৰণ মিয়াৰ জনসংখ্যা বেছি, মিয়া অশিক্ষিত, মিয়া দুখীয়া। এইবোৰ কাৰণতে মিয়াই অত্যন্ত কষ্টকৰ কামবিলাক কৰে। আৰু এওঁলোকে কাম কৰে বাবেই আমি অলপ সস্তাত ইটা পাবলৈ সক্ষম হৈছো। সস্তীয়া শ্ৰমিকৰে ঘৰ বনাব পৰিছোঁ। সংবিধানৰ নামত শপত খোৱা মুখ্যমন্ত্ৰীয়ে কেনেকৈ আমুকক আমুকত যাবলৈ নিদিওঁ বুলি কব পাৰে? যিহেতু ভাৰতীয় সংবিধানৰ স্বাধীনতাৰ অধিকাৰৰ অন্তৰ্গত এটি অধিকাৰ হ'ল যিকোনো ব্যক্তিয়ে ভাৰতৰ যিকোনো ঠাইত শান্তিপূৰ্ণভাবে সহাৱস্থান কৰিব পাৰিব। এজাক বাঙালীক CAAৰ বৰপীৰা এজাক বাঙালীক লেই লেই চেই ছেই
@bimansaikia4305
@bimansaikia4305 Ай бұрын
নহলে এই বাংলা দেশী সমস্যা অতিতটো সামাধা হোৱা নাই বৰ্তমানেও হোৱা নাই ভবিষ্যতে ও হব যে ন দি কৈ দিব নোৱাৰি।
@awalassam5288
@awalassam5288 Ай бұрын
Very good
@aliakbarsheikh7720
@aliakbarsheikh7720 Ай бұрын
৩০টা সংগঠনৰ যদি ৩জন কৈ সদস্য কাম কৰিলে মিঞা না লাগে।
@reyanahmed889
@reyanahmed889 Ай бұрын
So nice 👍👍👍
@aminulislam9335
@aminulislam9335 Ай бұрын
বিহাৰিক মাৰিলে বিহাৰী নাযায় মিয়াক মাৰিলে মিয়া যাব জানো।।। নিৰাপত্তা নাথাকিলে কেনেকৈ যাব
@JakirHussain-nh7ho
@JakirHussain-nh7ho Ай бұрын
থলুৱাক খেদি বহিৰাগতক ইটা ভাতা বোৰ গতাব বিছাৰিচে। চাৰ কাৰ আৰু
@fulchanali4135
@fulchanali4135 Ай бұрын
মুখ্যমন্ত্ৰী ক নহয়, শৃংখল চলিহাক হে কব লাগে
@Saddam-im1pl
@Saddam-im1pl Ай бұрын
30 সংগঠন আপোনালোকে উজনিত মিয়া দেখিলেই কোবাব
@caborah5874
@caborah5874 Ай бұрын
বাকি ভুটাৰ মালীকে বিহাৰি আনিব পাৰে । তহতি আনিব পৰা নাই কেলে ।
@rahmaniyapharma
@rahmaniyapharma Ай бұрын
অসমীয়া 30 সংগঠনে ক্ষমা খুজিব লাগিব।
@prahaladdaskumar4123
@prahaladdaskumar4123 Ай бұрын
ভিক জাক ইটা বনিওক ?
@rafizuddin3921
@rafizuddin3921 Ай бұрын
32 টা সংগঠন আছে দেখোন সকলোতো ধনি নহয় একেলগে লাগিলেই হয়।
@YeakoubAli-u8f
@YeakoubAli-u8f Ай бұрын
শৃংখল আৰু চিতুক লগ ধৰক লেভাৰ পাব, নামনিৰ মানুহ লাজ থাকিলে উজনি লৈ নাযাই,
@AbulKasem-bd3zp
@AbulKasem-bd3zp Ай бұрын
Srigkhol solhai kam korok
@fiiihii234
@fiiihii234 Ай бұрын
শৃংখল চলিহাক কামক লগাই দিয়ক।
@bollywoodtop90
@bollywoodtop90 Ай бұрын
মিয়া সকল উজনি অসমত যাব নালাগে। কাৰণ মিয়া সকল তাৰ ইটা ভাটাৰ কথা চিন্তা কৰিব নালাগে । মিয়া সকল নিজৰ চিন্তা কৰিব লাগে।মৰি যাওঁক ইটা ভাটা মিয়া সকলৰ ক্ষতি নহয়
@lohitbora374
@lohitbora374 Ай бұрын
মাটিৰ ৰ ইটা বন্ধ কৰিবৰ হল ইটা ভাটা খৰি কৈয়লা আদিৰ পৰা বনাব পাৰি বৰ্তমান গ্লোবেল ৱাৰ্মিং ? এতিয়া ঘৰতে চিমেণ্ট ইটা ঘৰতে ওচৰৰ শ্ৰমিক ২/৪ তা লগাই বনাব পাৰে ?গোটেই বছৰ যদি বনাই তেনে কিমান প্ৰডাকচন হব ? খৰি কৈলা জ্বলাই ৭ মাহ চলাই polliuson কিমান হব কি কম আৰু😢
@pranabkhakhalary539
@pranabkhakhalary539 Ай бұрын
মিয়া নাই তাতে কি হ'ল আমাৰ খিলঞ্জীয়াৰ নেতা সকলক জনাওক কিমান বনুৱা লাগে!
@cuteassam1208
@cuteassam1208 Ай бұрын
Ahh nice 😊
@AbulKasem-bd3zp
@AbulKasem-bd3zp Ай бұрын
Good 👍
@SohidulIslam-oi6nj
@SohidulIslam-oi6nj Ай бұрын
Good
@Gausuddin-y3q
@Gausuddin-y3q Ай бұрын
লেবাৰ অবিহনে কোনেও ধনী হ'ব নোৱাৰে সেই বাবেই লেবাৰক মৰম কৰিব লাগে অকৰা বিলাকে এই কথা বুজি নাপায়।
@suhailmehdi1838
@suhailmehdi1838 Ай бұрын
মিঞা লৈ অকল ৰাজনীতি হৈছে।
@mamun2681
@mamun2681 Ай бұрын
Lowar assam r pa atya eta supply dibo lage highest rate t😂
@amishsky
@amishsky Ай бұрын
Lasit Hena kot gol dori Ani Kam korabo lage
@Doku_tr
@Doku_tr Ай бұрын
💯😂
@bkp9774
@bkp9774 Ай бұрын
খিলিং খালাং চলিহাৰ বাপেকক লগাই দিয়ক কেলা ।
@nmvcvlogsandtech165
@nmvcvlogsandtech165 Ай бұрын
Right 👍
@mahtabali3097
@mahtabali3097 Ай бұрын
মামাই কৈছিল নামনিৰ মানুহ উজনিলৈ কিয় যাব ।
Миллионер | 3 - серия
36:09
Million Show
Рет қаралды 986 М.
They Chose Kindness Over Abuse in Their Team #shorts
00:20
I migliori trucchetti di Fabiosa
Рет қаралды 12 МЛН
Из какого города смотришь? 😃
00:34
МЯТНАЯ ФАНТА
Рет қаралды 1,9 МЛН
СОБАКА ВЕРНУЛА ТАБАЛАПКИ😱#shorts
00:25
INNA SERG
Рет қаралды 3,8 МЛН
Миллионер | 3 - серия
36:09
Million Show
Рет қаралды 986 М.