Рет қаралды 164,838
The CrossCurrent
ৰাজনৈতিক ভৱিষ্যতক লৈ সদায় সংবেদনশীল হিমন্ত বিশ্ব শৰ্মা ৷ কেৱল প্ৰশাসনীয় নহয় , ৰাজনৈতিক কৰ্তৃত্ব লাগে হিমন্ত বিশ্ব শৰ্মাক ৷ সৰ্বানন্দ সোণোৱালৰ ৰাজনৈতিক উত্থানে শংকিত কৰিছে নেকি হিমন্ত বিশ্ব শৰ্মাক ৷ চাওক POLITICS OF THE DAY ত