তিয়হৰ উপযুক্ত প্ৰতিপালন কেনেকৈ কৰা হয়?(How To Properly Nurture Cucumber Plant)

  Рет қаралды 2,230

Borah's Kitchen Garden

Borah's Kitchen Garden

3 ай бұрын

Пікірлер: 23
@user-kl6dq8vu3o
@user-kl6dq8vu3o 3 ай бұрын
Bhal lagil
@borahskitchengarden2487
@borahskitchengarden2487 3 ай бұрын
বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ।
@sabitatailoringcooking8918
@sabitatailoringcooking8918 3 ай бұрын
Ati Sundar
@borahskitchengarden2487
@borahskitchengarden2487 3 ай бұрын
ধন্যবাদ।
@sachindraphukan9993
@sachindraphukan9993 3 ай бұрын
মহোদয় কেঁচা গোৱৰ দিব পাৰিম নে। ময়ো ঘৰুৱা ভাৱে কৰিছোঁ । আপোনাৰ ভিডিঅ' চাই উপকৃত হৈছোঁ
@borahskitchengarden2487
@borahskitchengarden2487 2 ай бұрын
খুউব ভাল কথা। দিব পাৰি। কিন্তু গছৰ গুৰিত নলগাকৈ অলপ দূৰৈত দিব লাগিব। ধন্যবাদ।
@bharartidoley9044
@bharartidoley9044 3 ай бұрын
Botta sika guti kiyo hukan hoi hey bikoye video ata bona Bo xun parile plz 🙏
@borahskitchengarden2487
@borahskitchengarden2487 3 ай бұрын
কি কৈছে,একো বুজি পোৱা নাই। ভালদৰে বুজাই ক'ব। ধন্যবাদ।
@RJHMvideoblogs
@RJHMvideoblogs 3 ай бұрын
Amar gharat tiyah lagisei..kintu patbur olp boga Boga dag Parise. gharua pratikar kiba asene?
@borahskitchengarden2487
@borahskitchengarden2487 3 ай бұрын
জেকা লাগিব নালাগে।গুৰিত মৰা গোবৰ বেছিকৈ দিলে ভাল।লগত ছাইও দিব পাৰি।১০০গ্ৰাম মান খলিহৈ ৩/৪দিন তিয়াই থৈ সেই খিনিৰ লগত ১৫ লিটাৰ মান পানী মিহলাই সপ্তাহত এবাৰকৈ গছৰ গুৰিত ১লিটাৰ মানকৈ দিব। লগতে ৫ml নিমতেল ১লিটাৰ পানীৰ লগত মিহলাই ১০দিনৰ অন্তৰত গছৰ পাতত spray কৰি দিব। ধন্যবাদ।
@RJHMvideoblogs
@RJHMvideoblogs 3 ай бұрын
@@borahskitchengarden2487 Nissai tenekua karim. Dhanyawad 🙏
@jaydeeplahon7017
@jaydeeplahon7017 3 ай бұрын
আমাৰ ঘৰত মাছৰ বাকছত তিয়হৰ পুলি লগাইছো ;কিন্তু ফুলবোৰ সৰি পৰিছে এটাও ৰোৱা নাই ৷ইয়াৰ ঘৰুৱা প্ৰতিকাৰ আছে নেকি লগতে জিকা গছবোৰৰপাত বোৰ হালধীয়া হৈ মৰহী যোৱাৰ লগতে কলি বোৰ শুকাই সৰি গৈছে ?কিয় এনেকুৱা হৈছে ? জনাবলৈ নাপাহৰিব ৷
@monalishakutumkutum2296
@monalishakutumkutum2296 3 ай бұрын
গুটি কোন টো দিছে জনাব
@borahskitchengarden2487
@borahskitchengarden2487 3 ай бұрын
Hybrid জাতৰ গুটি। ধন্যবাদ।
@dhrubajyotikalita8255
@dhrubajyotikalita8255 3 ай бұрын
দাদা জলকীয়াৰ প্ৰতিপালনৰ ওপৰত ভিদিও বোনাৱ!মোৰ জলকীয়া বোৰ পাত মুচোৰা বেমাৰ হৈছে।
@borahskitchengarden2487
@borahskitchengarden2487 Ай бұрын
জলকীয়াৰ বিষয়ে video দিয়া হৈছে। ধন্যবাদ।
@SD-ff1wc
@SD-ff1wc 3 ай бұрын
দাদা নদীৰ পাৰৰ ক’লা বালি চহীয়া মাটি পাচলি খেতিৰ বাবে উপযোগী হয় নে নহয় জনাবচোন
@borahskitchengarden2487
@borahskitchengarden2487 3 ай бұрын
নদীৰ পাৰৰ পলসুৱা মাটি সকলো খেতিৰ বাবে উপযোগী। ধন্যবাদ।
@dhrubajyotikalita8255
@dhrubajyotikalita8255 3 ай бұрын
দাদা জলকীয়াৰ প্ৰতিপালনৰ ওপৰত ভিদিও বোনাৱ!মোৰ জলকীয়া বোৰ পাত মুচোৰা বেমাৰ হৈছে।
@borahskitchengarden2487
@borahskitchengarden2487 3 ай бұрын
জলকীয়াৰ বিষয়ে মোৰ দুই তিনিটা video আছে। সেই বোৰ চাব পাৰে। পাছলৈ আৰু দিয়া হ'ব।এই বেমাৰটো নহওঁতেই chillicon,admireবা indofil ঔষধ টো ব্যৱহাৰ কৰিব লাগে।chlicon 2mg 1লিটাৰ পানীত,admire 2mg 1লিটাৰ পানীত,indofil 5mg 1লিটাৰ পানীত মিলাই পাতত ভালকৈ spray কৰিব লাগে। ইয়াৰ যিকোনো এবিধ 9/10দিনৰ অন্তৰত ব্যৱহাৰ কৰিব লাগে। ধন্যবাদ।
@borahskitchengarden2487
@borahskitchengarden2487 3 ай бұрын
Chillicon টো chilliron হ'ব।
These Are The BEST CUCUMBERS I've EVER Grown! 3 Incredible Cucumber Varieties
12:55
The Millennial Gardener
Рет қаралды 114 М.
I'm Excited To see If Kelly Can Meet This Challenge!
00:16
Mini Katana
Рет қаралды 28 МЛН
Smart Sigma Kid #funny #sigma #comedy
00:40
CRAZY GREAPA
Рет қаралды 32 МЛН
How I grew a garden of super-fruitful cucumbers
24:08
Terrace Garden
Рет қаралды 305 М.
I'm Excited To see If Kelly Can Meet This Challenge!
00:16
Mini Katana
Рет қаралды 28 МЛН