TIME8ৰ ষ্টুডিঅ'ত দিনহাজিৰা কৰা পিতৃৰ কন্যা ৰুকচানা পাৰবীনৰ কণ্ঠত ইটোৰ পিছত সিটো গীত।

  Рет қаралды 222,529

TIME8 News

TIME8 News

Күн бұрын

TIME8ত দিনহাজিৰা কৰা পিতৃৰ কন্যা ৰুকচানা পাৰবীনৰ কণ্ঠত ইটোৰ পিছত সিটো গীত। আৰ্থিক সমস্যাৰে সৈতে সহবাস কৰা ৰুকচানাৰ সংগীতৰ নাই কোনো আনুষ্ঠানিক শিক্ষা। আছে মাথোঁ আমছুয়ে উপহাৰ দিয়া এখন হাৰমনিয়াম। ইয়াৰ পিছতো শিল্পীগৰাকীৰ কণ্ঠত প্ৰাণ পাই উঠিছে লোকগীত, বিহুৰ পৰা আধুনিক সকলোধৰণৰ গীত। ৰুকচানাৰ যাদুকৰী কণ্ঠই নিশ্চিতভাৱে মোহিত আপোনাক।

Пікірлер: 496
@pabitradeka4991
@pabitradeka4991 2 жыл бұрын
বৰ সৰল ছোৱালী । তুমি বহু দূৰ আগুৱাই যোৱা মাইনা শুভকামনা যাচিলোঁ ।।
@devimedhi629
@devimedhi629 2 жыл бұрын
বৰ মৰম লগা ছোৱালী দে ।কণ্ঠ অতি সুন্দৰ ।আগবাঢ়ি যোৱা ৰুকচানা তোমালৈ আমাৰ আশীষ থাকিল ।
@jitenlahkar4485
@jitenlahkar4485 2 жыл бұрын
কৃষ্ণ কৃষ্ণ অতি সুন্দৰ। এওঁলোক অসম আৰু অসমীয়াৰ গৌৰৱ। আমাৰ চৰকাৰে এই প্ৰতিভা সমুহ দেখিছেনে ? এওঁ লোকৰদৰে প্ৰতিভা সমুহক চৰকাৰে আগুৱাই যোৱাত সহায় কৰিবনে!ৰুকচানা তুমি আগুৱাই যোৱা। আশীৰ্বাদ থাকিল। কৃষ্ণ।
@dipamahanta7208
@dipamahanta7208 2 жыл бұрын
সুন্দৰ কণ্ঠ, ভগৱানে তোমাক আগোৱাই যোৱাত সহায় কৰক ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো☺
@dipanjalichetia455
@dipanjalichetia455 2 жыл бұрын
অতি সুন্দৰ কণ্ঠ আগবাঢ়ি যোৱা ।
@ZERO_motivation
@ZERO_motivation 2 жыл бұрын
সঁচাই বহুত ভাল লাগিল ভিডিওটি চাই । সঁচাই বহুত বহুত বেছি । ইমানেই ভাল লাগিল ভাষাৰে প্ৰকাশ কৰিব নোৱাৰিম । সঁচাই মনোমুগ্ধকৰ, অতুলনীয়, অপ্ৰসংশনীয় । প্ৰসংশাৰ ভাষা নাই,,,,❤️❤️❤️❤️❤️❤️❤️❤️
@AminulHoque-hd3nz
@AminulHoque-hd3nz Жыл бұрын
Baria
@swapnalisarmah7081
@swapnalisarmah7081 2 жыл бұрын
বৰ সুমধুৰ কণ্ঠ❤️আগুৱাই যোৱা ভন্টি শুভকামনা থাকিল👍ভগৱানে আৰু শক্তি দিয়ক তোমাক❤️
@pdgaming2128
@pdgaming2128 2 жыл бұрын
Hosa bohut vll gaisa...
@gunowatisonowalgunowatison7289
@gunowatisonowalgunowatison7289 2 жыл бұрын
veri veri swit song goog belive you
@hamen03soft
@hamen03soft 2 жыл бұрын
True
@ratneswarboro2434
@ratneswarboro2434 2 жыл бұрын
@@pdgaming2128 very good quality
@sathehara8000
@sathehara8000 2 жыл бұрын
😢😢😢
@nuruddinahmed2609
@nuruddinahmed2609 2 жыл бұрын
শুৱলা কণ্ঠৰ লগতে অসাধাৰণ উচ্চাৰণ.যিটো গায়ক গায়িকাৰ কাৰণে অতি জৰুৰি.শুভেচ্ছা জনালো আগবাঢ়ি যোৱা.
@munnabhaiaxom
@munnabhaiaxom 2 жыл бұрын
সুমধুৰ কন্ঠ🎶 💕❤️ আগুৱাই যোৱা ভৱিষ্যতে ভাল গায়িকা হৱা তাকে কামনা কৰিলো
@dalimdas7793
@dalimdas7793 2 жыл бұрын
যি মূলা বাঢ়ে তাৰ দুপাততে চিন ।কেইটাম আখৰ লিখি তোমাক প্ৰসংখ্যা কৰিলে কম কৰা হব ।ঈশ্বৰক প্ৰাৰ্থনা জনাইছো ,তুমি আগবাঢ়ি যোৱা ।
@rajiplx6428
@rajiplx6428 2 жыл бұрын
মোৰ মনৰ কথা কৈছে দাদা
@skazizurrahman6272
@skazizurrahman6272 2 жыл бұрын
Right koise bro
@parveenvideo3336
@parveenvideo3336 2 жыл бұрын
Right
@birendrabarman8491
@birendrabarman8491 2 жыл бұрын
Good bles you rupshana
@rabiabegum8211
@rabiabegum8211 2 жыл бұрын
Very nice song
@sushilchandraray1482
@sushilchandraray1482 2 жыл бұрын
ৰুকছানা পাৰভীন তোমাক প্ৰাণঢালি আৰ্শীবাদ দিলো । তোমাৰ সুমধুৰ কণ্ঠৰ গীতবোৰ শুনি বৰ ভাল লাগিল । ঈশ্বৰে তোমাৰ মনৰ আশা পূৰণ কৰক ।
@tapanbordoloi8661
@tapanbordoloi8661 2 жыл бұрын
অভিনন্দন ৰুকচানা। ঈশ্বৰে তোমাৰ মনোবাঞ্চা পূৰণ কৰক।
@eeshankalita377
@eeshankalita377 2 жыл бұрын
ভগৱানে তোমাক চকু মেলি চাওক । তাৰেই কামনাৰে । আৰু আগবাঢ়ি যোৱা । তোমাৰ কাৰণে ভগৱান সদায় আছে । শেষত ধন্যবাদ থাকিল । Happy New year to you .
@anowarkhan6527
@anowarkhan6527 2 жыл бұрын
সচাকৈয়ে বহুত ভাল কন্ঠ।এই অনুষ্ঠানত বাদ্য যন্ত্ৰ হ'ব লাগিছিল। তেতিয়া যে আৰু কিমান ভাল লাগিল হৈ।
@utpaltalukdar9976
@utpaltalukdar9976 2 жыл бұрын
সুমধুৰ কণ্ঠ ভনী সফল হোৱা আশীৰ্বাদ থাকিল ৷
@jinateronpi1960
@jinateronpi1960 2 жыл бұрын
9th 98ws8
@jonaphukonbaruah9121
@jonaphukonbaruah9121 2 жыл бұрын
তোমাৰ সপোন পূৰণ হওক 🙏🏼 হিয়া উজাৰি আশীষ শুভেচ্ছা জনাইছোঁ তোমালৈ দেই ❤️
@binudbey4905
@binudbey4905 2 жыл бұрын
আমাৰ অসমত talentৰ কোনো অভাৱ নাই মাথোঁ সহায় প্ৰয়োজন ।
@rajeshwarsonowal9971
@rajeshwarsonowal9971 2 жыл бұрын
What a beautiful voice. God bless you..go ahead .praises
@SHOOTINGKILLERSENTERTAINMENT
@SHOOTINGKILLERSENTERTAINMENT 2 жыл бұрын
উফ... কি সুন্দৰ কণ্ঠ! মই বাকৰূদ্ধ হৈ গৈছো। অন্তৰৰ সকলো উজাৰি ভগৱানৰ ওছৰত প্ৰাৰ্থনা কৰিছো, যাতে তোমাৰ আশা পুৰ্ণ হয়।
@sameswarrabha2835
@sameswarrabha2835 2 жыл бұрын
ধুনীয়া কণ্ঠ দে বৰহীয়া ৰুকচনা
@nilakantadoley6342
@nilakantadoley6342 2 жыл бұрын
আওঁ সিমান ধুনীয়া কণ্ঠ । বিহু গীতটো বহুত ভাল লাগিল ।
@madhurjyamohonchutia9453
@madhurjyamohonchutia9453 2 жыл бұрын
কণ্ঠ বহুত সুন্দৰ আৰু গানৰ শব্দ উচ্চাৰণ বৰ ধুনীয়া ।
@angitarajbongshi6006
@angitarajbongshi6006 2 жыл бұрын
সুন্দৰ কন্ঠ ভনী 😘 আৰু আগুৱাই যোৱা, শুভ কামনা থাকিল তোমালৈ
@darkwarrior1608
@darkwarrior1608 2 жыл бұрын
Aibar bihu function t rupsonak matok..kiba ata hohae hbo❤️❤️
@jekismani
@jekismani 2 жыл бұрын
বৰ সুন্দৰ কণ্ঠ, Function ত 3/4 লাখ টকা দি গান উপভোগ কৰাতকৈ এনেকুৱা গায়িকাৰ কণ্ঠত সুন্দৰ গান শুনিবলৈ পোৱা যায়। আশীৰ্বাদ আছে আৰু বহুত আগুৱাই যোৱা তুমি কিন্তু অহংকাৰী নহবা।
@AkashzotiRay
@AkashzotiRay 2 жыл бұрын
বহুত সুন্দৰ কণ্ঠ ! মই সঁচাকৈ বহুত আপ্লুত হৈছোঁ ! প্ৰথম এনেকুৱা মিঠা voice শুনিছোঁ !
@abduljalil716
@abduljalil716 2 жыл бұрын
অসমত এনে বহু প্ৰতিভা আছে যিয়ে সুযোগৰ অভাৱত মৰহি যায়। এনে প্ৰতিভাক চৰকাৰে সহায় কৰা উচিত।
@akmulhussain1336
@akmulhussain1336 2 жыл бұрын
Waw..such a sweet voice 😍
@hpkentertainment1311
@hpkentertainment1311 2 жыл бұрын
অসাধাৰণ প্ৰতিভা 🙏🙏 God bless Her ❤️
@sanjibpegu5834
@sanjibpegu5834 2 жыл бұрын
অনন্য অৱদান সু কন্ঠৰ অধিকাৰী ছোৱালী জনীৰ। বহু বহু মৰম আৰু শুভকামনা যাচিলো তুমি বহু দূৰ আগুৱাই যোৱা।
@abusahid5482
@abusahid5482 2 жыл бұрын
শৰ্মা ডাঙৰীয়াই যেন এই ছোৱালী জনীক আগুৱাই যোৱা যাবলৈ সুব্যৱস্থা কৰি দিয়ে তাৰ বাবে আশা কৰিছিলোঁ। লগতে মইনা জনীৰ উজ্বল ভৱিষ্যত কামনা কৰিলোঁ।
@rabijyotirahang7481
@rabijyotirahang7481 2 жыл бұрын
বৰ সুন্দৰ এটি মিঠাকণ্ঠ
@ashokdas8961
@ashokdas8961 2 жыл бұрын
Awesome, Excelemt ,heart touching voice,Best of luck for your future journey...অভিনন্দন জনালোঁ, সমুধুৰ কণ্ঠ তোমাৰ ভৱিষ্যত উজ্বল কামনা কৰিলো..All rounder perfomance...vry nice
@sujithazarika169
@sujithazarika169 2 жыл бұрын
Bohut dhuniya gaise...tumi bohut dur agbarhi juwa takei kamona korisu.....
@HARSHITASSAM
@HARSHITASSAM 2 жыл бұрын
Hosakoie bor hundor kontho. Kobole vakha nai. Tumi agbarhi jua aru hofol hua vonti. 👍👍👌👌
@asrafulali6756
@asrafulali6756 2 жыл бұрын
¹
@lulingvideo9624
@lulingvideo9624 2 жыл бұрын
অতি সুন্দৰ কন্ঠ ভন্তি, আগুৱাই যোৱা তুমি শুভেচ্ছা থাকিল বহুত
@skazizurrahman6272
@skazizurrahman6272 2 жыл бұрын
Beautiful voice Rukshana parbin aguyai juya tare kamona korilu
@dipankarmahapatra4691
@dipankarmahapatra4691 2 жыл бұрын
তোমাৰ কণ্ঠ বহুত সুমধুৰ।তুমি আগুৱাই যোৱা ।
@bhupendas3078
@bhupendas3078 2 жыл бұрын
So melody voice, we pray the Almighty God for safe & success.Assam Government should take necessary incentive pl. .
@Tafiquhusainjannn
@Tafiquhusainjannn 2 жыл бұрын
Shundor . bohut dhuniya . . dhuniya lagisey. Time8 salute
@chowsukumarnamchoom8553
@chowsukumarnamchoom8553 2 жыл бұрын
Sweet voice Miss Ruksana Parbeen, one day you will become a great singer that I can say. Keep it up.
@juwenaahmed4321
@juwenaahmed4321 2 жыл бұрын
Duniya bonti... So sweet ... Aagbrhi jwa
@bituaxam7723
@bituaxam7723 2 жыл бұрын
Time8 dhayabad jonaixu eman hundar pothivak ulliyai anar babe bohut vall lagil? vontir Voice so sweet 👌👌tumi aru aguwai juwa
@raki276
@raki276 2 жыл бұрын
আপোনালোকৰ অনুষ্ঠানৰ শ্ৰেষ্ঠ শিল্পী
@sarataxom1651
@sarataxom1651 2 жыл бұрын
জন্ম স্বত্ব কন্ঠ ভন্টি জনীৰ বিপিন চাউদাঙৰ গানটো ছোৱালী জনীৰ কন্ঠত স্পষ্ট প্ৰকাশ কৰিছে যিটো বিপিন দাৰ কণ্ঠত মোৰ ব্যক্তিগত ভাৱে ভাল নালাগে কিন্তু ছোৱালী জনীৰ কন্ঠত গানটো শুনি বিৰাট ভাল লাগিল
@imanali5427
@imanali5427 2 жыл бұрын
Eshtejecoddabarpauna
@siproduction7027
@siproduction7027 2 жыл бұрын
Very good sister
@lakhyahiragohain2011
@lakhyahiragohain2011 2 жыл бұрын
বৰ সুন্দৰ সুৰীয়া কন্ঠ তোমাৰ 🥰 আগুৱাই যোৱা তুমি 🥰 আশীৰ্বাদ কৰিলো। ভগৱানে সদায় কুশলে ৰাখক আৰু সহায় কৰক। শুভেচ্ছা জনালোঁ 🥰
@mrmajuli8736
@mrmajuli8736 2 жыл бұрын
সুন্দৰ হৈছে । আশা ও ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰো তুমি যে সফল হোৱা।
@prafullagoswami9622
@prafullagoswami9622 2 жыл бұрын
সুন্দৰ সুৰ ভৱিষ্যত উজ্জ্বল কামনাৰে আসিবাদ থাকিল ৷
@mh-nn7jt
@mh-nn7jt 2 жыл бұрын
ভাষাৰে প্ৰকাশ কৰিব নোৱাৰা তোমাৰ সুমধুৰ কণ্ঠ । জীৱনত তুমি বহু দূৰ আগুৱাই যোৱা ।
@ranjudeka4818
@ranjudeka4818 2 жыл бұрын
বৰ ধুনীয়া গাইছে ,তুমি বহুত আগুৱাই যোৱা তাৰে কামনা কৰো
@babuneelvlogs7352
@babuneelvlogs7352 2 жыл бұрын
ভৱিষ্যত উজ্জ্বল কামনা কৰিলো ভন্টি জনী সঁচাই বৰ ধুনীয়া গাইছে
@pbtablaclass956
@pbtablaclass956 2 жыл бұрын
ভগৱানে তোমাক সুন্দৰ কণ্ঠ দিছে মাইনা ৷ তোমাৰ সপোন বোৰ পূৰ্ণ হওক।
@junubegum5256
@junubegum5256 2 жыл бұрын
অতি সুন্দৰ আগবাঢ়ি যোৱা
@kailashchsarma619
@kailashchsarma619 2 жыл бұрын
ৰুকচানা অসমৰ এটি সম্ভাবনাপূৰ্ণ সম্পদ, যাক অসম চৰকাৰৰ কৃপাদৃষ্টি আৰু সঠিক পথ নিৰ্দেশনাৰ প্ৰয়োজন । ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অসমৰ নাম উজ্বলোৱা প্ৰায়খিনি প্ৰতিভাবান শিল্পী, ক্ৰীড়াবিদেই ৰুকচানাহঁতৰ দৰে দূৰ্বল আৰ্থিক অৱস্থাৰ পৰা ওলাই অহা । জন্মগত ভাৱে লাভ কৰা ঐশ্বৰিক কণ্ঠশক্তিৰে সকলোকে মোহিত কৰা ৰুকচানাৰ 'ইণ্ডিয়ান আইডল'ত প্ৰতিভা সাব্যস্ত কৰিবৰ বাবে দেখা সপোন বাস্তৱত ৰূপায়িত হওক- তাৰবাবে আমাৰ ফালৰ পৰা হিয়াভৰা শুভেচ্ছা আৰু আশীৰ্বাদ থাকিল ॥
@jahidmusicndvideos8782
@jahidmusicndvideos8782 2 жыл бұрын
Why it's hidden from the long time.... Unbelievable voice go ahead
@firuzuddin9961
@firuzuddin9961 2 жыл бұрын
Excellent singing without music 🎵🎵👍👍
@minhajurrahman8323
@minhajurrahman8323 2 жыл бұрын
অতুলনীয় সুমধুৰ কণ্ঠ | উজ্জল ভৱিষ্যত কামনা কৰিলোঁ | জীৱনত অতি উচ্চ শিখৰলৈ আগবাঢ়ি যোৱা |
@jakirhussain878
@jakirhussain878 2 жыл бұрын
Ruksanar logote Ritusmin dadako dhanyabad jonalo. very nice voice.
@alokboruah7775
@alokboruah7775 2 жыл бұрын
অতি সুন্দৰ গায়ীকা এগৰাকী পাইছো .....আদৰনি জনাইছো ......
@mylife-eg7rh
@mylife-eg7rh 2 жыл бұрын
Xosai really.
@mhoque1224
@mhoque1224 2 жыл бұрын
বৰ ধুনীয়া দেই তোমাৰ সুৰ আগুয়া যোৱা ভন্টী.
@mauchumidas1734
@mauchumidas1734 2 жыл бұрын
Xundor voice...God bless you
@jaminurhoque9670
@jaminurhoque9670 2 жыл бұрын
Congratulations sister
@bhesojbaruah6265
@bhesojbaruah6265 2 жыл бұрын
প্ৰচুৰ সম্ভাৱনাৰ আকৰ তুমি ৰুকচানা ! সাধনা চলাই যোৱা , তোমাৰ সাধনাৰে তুমি নিশ্চয়কৈ সফলতা লাভ কৰিবা। হিয়াভৰা শুভেচ্ছা, আশীৰ্বাদ , আন্তৰিক অভিনন্দন তোমালৈ ।
@anisudzaman5332
@anisudzaman5332 2 жыл бұрын
dhuniya
@achyutsaikia2955
@achyutsaikia2955 2 жыл бұрын
Khub hundor
@domborugogoi971
@domborugogoi971 2 жыл бұрын
Sweet voice she has a good future abhbhut hoisu thank you time eight for give her this good afortunity
@AyubAliOfficial221
@AyubAliOfficial221 2 жыл бұрын
Nice song ❤️❤️❤️❤️
@dipankarbaishya333
@dipankarbaishya333 2 жыл бұрын
Nighat duty 10 bar koi saisu bhut xundor hoise tumi aru aguyai jowa 🙏🙏🙏
@litonsvlogs.2530
@litonsvlogs.2530 2 жыл бұрын
Aguwai juwa sister tare kamona korilo
@jodumonigogoigogoi7592
@jodumonigogoigogoi7592 2 жыл бұрын
Vanti 2mi aru ag bahi jua 2mak vagabany akhibad karak🙏🙏
@rifatwhatsappstatus9263
@rifatwhatsappstatus9263 2 жыл бұрын
আল্লাহ অৰ ওচৰত দুৱা কৰোঁ যাতে তুমি Bollywood অত গান গোৱা আৰু অসমৰ নাম কৰা god bless you 🤲
@AnowarHussain-gq7hu
@AnowarHussain-gq7hu 2 жыл бұрын
Lovely Voice 👌👌
@n.musiccompany9670
@n.musiccompany9670 2 жыл бұрын
বৰধুনীয়া কণ্ঠ ও আগুৱাই যোৱা দোয়া থাকিল
@akmajumdar4511
@akmajumdar4511 2 жыл бұрын
Super, awesome and so sweet voice...
@basantagogoi6325
@basantagogoi6325 2 жыл бұрын
সুন্দৰ কণ্ঠ, আগুৱাই যোৱা
@banrasulhoque9680
@banrasulhoque9680 2 жыл бұрын
Nice voice Rukshana god bless you
@meherjaan1
@meherjaan1 2 жыл бұрын
Sweet voice
@phulankonwar9264
@phulankonwar9264 2 жыл бұрын
Naturel Voice
@khafijulhoque5529
@khafijulhoque5529 3 ай бұрын
Ki kom koboloi vakha nai vonti, aguwai juwa ashirbad thakil hiya ujari koisho.God bless you ❤️❤️❤️
@MunnaBhai-sp7ph
@MunnaBhai-sp7ph 2 жыл бұрын
Amar ghrt ahisel morigaon.....so...bht val... and... cute... Dr ruksana.. parben......//)))aaguway juwa.... .🙏
@abdulahmed554
@abdulahmed554 2 жыл бұрын
Tumar sur tu bor dhunia God bless you 😘😘
@HABIBUR_RAHMAN_2002
@HABIBUR_RAHMAN_2002 2 жыл бұрын
God bless you Rukshana parbin. God gifted talent your ♥️
@padmasaikia4296
@padmasaikia4296 2 жыл бұрын
Mojaa vonti aaguwai juwa nice singar hoba dey
@Bhaskarnath143
@Bhaskarnath143 2 жыл бұрын
VERRY NICE SONG
@ibrahimali2085
@ibrahimali2085 2 жыл бұрын
Best of luck Rukhsana....god bless you 💕
@jaharr4206
@jaharr4206 2 жыл бұрын
Good ... excellent......may God bless you.... you can become a good singer.....yes right now you are a good singer.
@MOSTAFAKAMAL_PARA
@MOSTAFAKAMAL_PARA 2 жыл бұрын
WonderfulVoice Allah Bless Your Singer Dream Sister ♥️🙏🙏
@hananmoivalpaoabdul6365
@hananmoivalpaoabdul6365 2 жыл бұрын
Very good bhut Val lagil huni
@army.boysss5590
@army.boysss5590 2 жыл бұрын
Congratulations ......sitar
@rajibgogoi2215
@rajibgogoi2215 2 жыл бұрын
সুন্দৰ কন্ঠ ভন্টি
@rahimakhatun6638
@rahimakhatun6638 2 жыл бұрын
Very good voice Moinar.,
@mausumidutta6463
@mausumidutta6463 2 жыл бұрын
Keep it up sister. Fabulous singing.god bless you.
@desimukulmotivation
@desimukulmotivation 2 жыл бұрын
Bohut Bohut Dhuniya...
@anjankumardeka3457
@anjankumardeka3457 2 жыл бұрын
yes...go ahead
@lakheswardas4212
@lakheswardas4212 2 жыл бұрын
Bohut dhunia
@sumitraphukan6916
@sumitraphukan6916 2 жыл бұрын
Bor hundor val lagil
@motlebhussainmondal880
@motlebhussainmondal880 2 жыл бұрын
Proud of Assam. Go ahead Ruksana. God bless you.
@Krishna-kz3jf
@Krishna-kz3jf 2 жыл бұрын
Hundor hoise aguwai juwa
@sabinayasminbiswanath6999
@sabinayasminbiswanath6999 Жыл бұрын
সুন্দৰ নিদৰ্শন দাঙি ধৰিছা
@shanidullovemoromi
@shanidullovemoromi 8 ай бұрын
Well done Time8.....salute
@inamulhoquechowdhury9672
@inamulhoquechowdhury9672 2 жыл бұрын
সুমধুৰ কণ্ঠ আগুৱাই যোৱা তাকে কামনা কৰিলোঁ।
@Rajuvlog649
@Rajuvlog649 2 жыл бұрын
Bhal lagil Assamese gaan tu huni
Girl, dig gently, or it will leak out soon.#funny #cute #comedy
00:17
Funny daughter's daily life
Рет қаралды 66 МЛН
ПРИКОЛЫ НАД БРАТОМ #shorts
00:23
Паша Осадчий
Рет қаралды 6 МЛН
Angry Sigma Dog 🤣🤣 Aayush #momson #memes #funny #comedy
00:16
ASquare Crew
Рет қаралды 51 МЛН