কল্পতৰু - পুৰণি গীতৰ সমাহাৰ || Old Assamese song || Best old assamese song LIVE nonstop

  Рет қаралды 1,021,666

Times Guwahati News

Times Guwahati News

Күн бұрын

Пікірлер: 776
@rashmiborah1103
@rashmiborah1103 6 ай бұрын
কল্পতৰু অনুষ্ঠান শুনি শ্ৰোতাসকলৰ ইমান সুন্দৰ সুন্দৰ কমেণ্টতে ভৰি পৰা দেখি আপ্লুত হলো সঁচাকৈয়ে এই গীতিকাৰ, সুৰকাৰ, তথা শ্ৰদ্ধাৰ শিল্পীৰ সকললৈ জনালোঁ কোটি প্ৰনাম আমাৰ মাজত আৰু প্ৰতি শ্ৰোতা ৰাইজৰ অন্তৰে,অন্তৰে সজীৱ হৈ থাকিব আৰু এই গীত সমূহ বৰ্তমানৰ গীত সমূহৰ লগত কোনো পাৰ্টিৰ নাপাই এই শিল্পী গীতিকাৰ, সুৰকাৰ, শিল্পী সকল চন্দ্ৰ, সূৰ্য, পৃথিৱী থকালৈকে থাকিব প্ৰজন্মৰই,প্ৰজন্মই শুনিব বহুত ভাল লাগিল শুনি ডিব্ৰুগড় অনাতাঁৰ কেন্দ্রৰ জৰিয়তে প্ৰায় ৰেডিঅত শুনি থাকোঁ 🙏🙏🙏🙏
@monikakakati3907
@monikakakati3907 4 ай бұрын
ai gitbur khuni dangor halu montu val lagi jai ari aha dinburoloi monat pora
@JogeshChoudhury-hw1dc
@JogeshChoudhury-hw1dc 4 ай бұрын
❤❤❤
@rajenchutia4918
@rajenchutia4918 2 ай бұрын
❤❤❤🎉
@nayanjyotikalita1215
@nayanjyotikalita1215 Ай бұрын
মোৰ ল'ৰাটোক সদায় শুনিব লাগে হিয়াৰ মৰম।
@bhabanandanath9184
@bhabanandanath9184 Жыл бұрын
পুৰণি দিনৰ চিৰ সেউজ গীত বোৰ " কল্পতৰু"ত শুনিবলৈ পাই নথৈ আনন্দিত হলো। আপোনাৰ সুন্দৰ উপস্থাপনে সোণত সুৱগা চৰালে সুন্দৰ শ্ৰুতিমধুৰ বোৰক। আপোনাৰ প্ৰচেষ্টাৰ শলাগ লৈছো। আপোনালৈ অশেষ আন্তৰিক ধন্যবাদ তথা অভিনন্দনৰ শৰাই নিবেদিলো।
@putulnath1715
@putulnath1715 Жыл бұрын
প্ৰথমে এই গীতবোৰৰ গায়াক সকললৈ শ্ৰদ্ধাৰে সেৱা জনালোঁ । হাঁহি থাকক আৰু আনকো হাঁহি বলৈ শক্তি দিয়ক ।এওঁলোক হৈছে আমাৰ অসমীয়াৰ আয়ুস ৰেখা।
@nivagogoi5779
@nivagogoi5779 Жыл бұрын
বহুত ভাল লাগিল।কল্পতৰু মোৰ বৰ প্ৰিয় অনুস্থান আছিল।আজি বহু বছৰৰ পাছত শুনিবলৈ পাই বৰ ভাল লাগিল।
@pankaj88440
@pankaj88440 2 ай бұрын
সেই যে সুৰীয়া ঘোষনাৰে ধৰা দিয়ে অসীম কুমাৰ কাজী, প্ৰৱাল শৰ্মা, চন্দ্ৰিমা শৰ্মা !! মন মগজুত আজিও ক্ৰিয়া কৰে অহৰহ !!
@jyotikamallsvlog
@jyotikamallsvlog Жыл бұрын
মই class 1বা 2 ত আছিলো চাগে । মনটো কিবা এটা ভাল লাগি গ'ল । হয়তো সেই সময়তেই দেউতাই এটা ৰেডিঅ' আনিছিল। তেতিয়া আমাৰ ঘৰত এইটোৱে একমাত্ৰ মনোৰঞ্জনৰ আহিলা আছিল , T.V. আহিছিল যদিও আমাৰ ঘৰত নাছিল; আনকি মোবাইল এটাও নাছিল। মই খুব গান শুনি ভাল পাইছিলো মা দেউতাই বেলেগ অনুষ্ঠানৰ লগতে যেতিয়া যুৱবাণী , মইনা মেল , কল্পতৰু আদি অনুষ্ঠান বোৰ লগাইছিল মই বহুত স্ফূতি পাইছিলো । আৰু যিমান পাৰোঁ volume টো বঢ়াই দিছিলোঁ, নিজেটো শুনিছিলো এ লগতে আনে শুনক বুলি volume টো বঢ়াই ৰাখো ; কাৰণ আজিৰ পৰা ১৫-২০ বছৰ আগতে music system বুলি গাঁৱত বিশেষ একো আহিলা নাছিল । আজি মোৰ recommend videoত এই videoটি আহিল , নিজকে যেন সেই ১৫-২০ বছৰ আগত আবিষ্কাৰ কৰিছো তেনে অনুভৱ হ'ল। অশেষ ধন্যবাদ ❤️ হয়টো বহুতেই ভাবে আজিৰ দিনত এই অনুষ্ঠানবোৰৰ আদৰ আমি নৱ প্ৰজন্মই নকৰো । মোৰ কিন্তু আজিও এই গান আৰু অনুষ্ঠান বোৰৰ ওপৰত এক বিশেষ দুৰ্বলতা আছে । পুনৰ বাৰ ধন্যবাদ 🙏
@Moksharaj7
@Moksharaj7 7 ай бұрын
অনুষ্ঠানটোৱে অতীতৰ স্মৃতি জীপাল কৰিলে। তাৰবাবে আপোনালোকক বহুত ধন্যবাদ জনালোঁ
@jayashreegohain883
@jayashreegohain883 7 ай бұрын
সুন্দৰ দিনবোৰ লৈ মনত পৰি যায়! পুৰণি গীতবোৰৰ কথা সুৰ আৰু কণ্ঠ বৰ ভাল লগা
@XYANKEEZULU
@XYANKEEZULU 6 ай бұрын
👍
@junalidutta1692
@junalidutta1692 7 ай бұрын
Siro xeuj geet xamuh aamar xodai Priya 🎉🎉🎉
@AnilDutta-ps1fl
@AnilDutta-ps1fl 8 ай бұрын
Frantastic ...
@dipjyotihazarika2879
@dipjyotihazarika2879 Жыл бұрын
Old is gold. Bahut bhal lagil huni. Nostalgic hoi golu. Dhanyabad. 🙏🏻
@debabaruah2056
@debabaruah2056 Жыл бұрын
Tremendous
@dhrubajyotisarma1845
@dhrubajyotisarma1845 Жыл бұрын
পুৰণি গীতবোৰ শুনিলে নষ্টালজিক হৈ পৰোঁ‌।সচাঁ‌কৈয়ে OLD is GOLD.
@Hunter-x1t1n
@Hunter-x1t1n 7 ай бұрын
Dada khub dhunia apuni bhogoban
@khagennath4597
@khagennath4597 Жыл бұрын
অনুষ্ঠান টো ভাল লাগিছে।পুৰণা দিনৰ ৰেডিঅ ত কল্পতৰু অনুষ্ঠান শুনি থকা যেন লাগিছে। অনুষ্ঠান টি লৈ welcome
@jayantapratimakalita1129
@jayantapratimakalita1129 Жыл бұрын
Bahut bhal lagil . Agaloi o anekuwa anuthan sunibo pam buli akha karilu
@gungunborgohain2141
@gungunborgohain2141 Жыл бұрын
ধন্যবাদ কল্পতৰু," বৰ্ণালী"ও সংযোগ কৰিবছোন
@kalpanaborah7100
@kalpanaborah7100 Жыл бұрын
অনুষ্ঠানটো শুনি সঁচাকৈ বহুত ভাল লাগিল ধন্যবাদ
@dhrubajyotisarma1845
@dhrubajyotisarma1845 Жыл бұрын
অনুষ্ঠানটো শ্ৰুতিমধুৰ হৈছে।আগলৈকো এনে অনুষ্ঠানৰ বাবে আশা থাকিল।
@saijuddinahmad2734
@saijuddinahmad2734 Жыл бұрын
29:09 29:10
@saijuddinahmad2734
@saijuddinahmad2734 Жыл бұрын
😊😊😊
@PutumoniHazarika-s8v
@PutumoniHazarika-s8v Жыл бұрын
পুৰণি গীত কেইটি শুনি ‌ভাল লাগিল। আগলৈও শুনাব বুলি আশা কৰিলো।
@badanchutia8428
@badanchutia8428 Жыл бұрын
50।বচৰ।আগৰ।জিবনতি।জেনলাগিচে।।পুৰনিগিতলৈ।ধন্যবাদ ।
@aleeborgohain7439
@aleeborgohain7439 5 ай бұрын
Agor dinbur monot pori goise .redio t hunar dore lagise thanks
@prabindeka5498
@prabindeka5498 Жыл бұрын
আপোনালোকৰ অনুষ্ঠান সচাই বহু ভাল লগা। আগলৈকে নিশ্চয় সুনিব পাম লগতে এই স্মৃতিত পৰিণত হব গীত বোৰ সংৰক্ষণ কৰাৰ চেষ্টাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।
@ramadas5839
@ramadas5839 6 ай бұрын
Thanks for your this great initiative taken by u .God bless you.
@akashchoudhary2638
@akashchoudhary2638 10 ай бұрын
বহু দিনৰ পিছত মধুময় কিবা শুনিলো, অতীত সেই জীপাল গীত কেইটাৰ বাবে ধন্যবাদ ।
@MaimonMechanical
@MaimonMechanical 11 ай бұрын
Buhut Bhal Lagise Puroni Gaan Bilak Huni Kintu Time stamp Lagisile sob Ganor description'ot
@gkgogoi
@gkgogoi Жыл бұрын
Bohut val lagil
@syedalberuni2360
@syedalberuni2360 Жыл бұрын
এনে ধৰণৰ পুৰণা গীত শুনি সচাকে আপ্লুত হলো।পাৰিলে পুৰণি তৰমাই ছবি খনৰ গীত কেইটা শুনোৱা ব বুলি আশাৰে ৰলো।
@jogannathdutta8000
@jogannathdutta8000 4 ай бұрын
Bor val lagil .samai mamsab or gitow sunabson
@himanibanikya8168
@himanibanikya8168 Жыл бұрын
এই বোৰৰ বাহিৰে বহুত পুৰনি গীত আছে বেলেগ বেলেগ দি থাকিব❤❤❤❤❤❤🙏🙏🙏
@promeswarronghang8646
@promeswarronghang8646 Жыл бұрын
Nice.. Keep it up and go on.
@bikashsaikia1890
@bikashsaikia1890 5 ай бұрын
এই অনুষ্ঠান বিলাক আজিও ৰাখি থোৱা কাৰণে, বহুত বহুত ধন্যবাদ 🙏,, অলপ সময় কাৰণে ম‌ই সৰু কালৰ দিনলৈ মনত পৰিছে, তাহানিৰ ৰেডিঅ'অনুষ্ঠান বিলাক খুব মন দি সুনিছিলো ,❤ মিঠা মিঠা সুৰ ,মনটো জিপাল কৰি দিলে
@monujgogoi6111
@monujgogoi6111 Жыл бұрын
Old is Gold এইদৰেই দি থাকিব।শুভেচ্ছা থাকিল।ধন্যবাদ।
@GitaDeka-qq1tt
@GitaDeka-qq1tt Жыл бұрын
এটা সুন্দৰ দিন মনলৈ আহে লগতে সময়ৰ সংকেত পাইচিলো সকলো সময়তে ,অতীতলৈ বহুত মনত পৰে
@safrajblor7791
@safrajblor7791 9 ай бұрын
বহুত ভাল লাগিল ৷আগতে কল্পতৰো মানে ৰেদিয়তো আগত বািজবই ৷
@mrinalchandrakalita627
@mrinalchandrakalita627 4 ай бұрын
কল্পতৰুৰ জীতবোৰ শুনি সৰুকালৰ কথাবোৰ মনত পৰি যায় ৷ মনটো নষ্টালজিক হৈ উঠেদ ৷
@rahulsaikia
@rahulsaikia 4 ай бұрын
শৈশৱতে শুনা গান বোৰ শুনি যিতো মাদকতা পোৱা যায়।।।কি সুন্দৰ লিখনি/সুৰ/কণ্ঠদান/মিউজিক ❤❤❤❤আৰু আজিকালি?????
@prematullah
@prematullah Жыл бұрын
উফ..........ভাল লাগিল পুৱাই পুৱাই।
@dulhazarika2005
@dulhazarika2005 4 ай бұрын
কিছু মোৰ জন্ম আগৰ আৰু কিছু মোৰ জন্ম ৰ পিছৰ সৰু কালত স্কুল যোৱা সময়ত ৰেডিঅত বাজি থকা শুনিছিলো কিবা কিবি বহুত মনত পৰি গল ।অলপ নাচিও দিলো ফূৰ্তিটে সচাই বহুত ভাল লাগিল। নদি মাথো বয় গানটো আগতে প্ৰায়ে আমি গুনগুনাইছিলো মাজতে পাহৰিছিলো আকৈ আজি আপোনাৰ অনুষ্ঠানৰ জৰিয়তে আজি পুনৰ এবাৰ গুনগুনালো ।পাৰে যদি এই গানবোৰ ইন্সটাগ্ৰামত দিব চোন।ধন্যবাদ।
@chanadra
@chanadra 2 күн бұрын
বৰ ভাল লাগিছে কল্পতৰু অনুষ্ঠান টি শুনি। ধন্যবাদ আপোনাসৱলৈ।
@satyendrarabha9824
@satyendrarabha9824 3 ай бұрын
অনুস্থানত বিজয় ভুঞাৰ কণ্ঠত গাতো শুনি ভাল লাগিল,পিছে বৰ্তমান তেওঁ গান গায় নে নাই কব নোৱাৰিলো।কলেজ দিনত এই গানটি চিঞৰি চিঞৰি গাইছিলো।
@gitaroy5852
@gitaroy5852 Жыл бұрын
পূৰনি গীতবোৰ শুনি মনটো বৰ ভাল লাগিল।এই ধুনিয়া গীতবোৰৰ নিচিনা আৰু কেতিয়াও অইন গীত নহব ❤❤❤❤❤
@learningphilosophy1462
@learningphilosophy1462 Жыл бұрын
বৰ ভাল লাগিল।পুৰণি গীতবোৰ যেনেকৈ আছিল তেনেকৈয়ে শুনিব পালেহে শান্তি পোৱা যায়।ৰহদৈ ও এয়া নিৰ্মলা নদীৰ ঘাট ---আদি গীতবোৰ লগ লগাই আৰু নতুন কৈ কল্পতৰু অনুষ্ঠান কৰিব বুলি আশা কৰিলোঁ।
@bornalijrt
@bornalijrt Жыл бұрын
চিৰসেউজীয়া এই গীতসমূহ আমাৰ সদায়েই প্ৰিয়। এই গীতসমূহ youtube ত সাঁচিৰখাৰ বাবে অনেক ধন্যৱাদ ❤❤
@harshvardhan2544
@harshvardhan2544 6 ай бұрын
Melodious voice ❤️❤️
@jibonsaikia6268
@jibonsaikia6268 Жыл бұрын
কল্পতৰু অনুষ্ঠান টি শুনি শৈশৱলৈ ঘূৰি গলো ।সচাই মনোমোহা পুৰণি গীত সমূহ। এই অনুষ্ঠানটি জীয়াই ৰখা লগতে পুৰণি গায়ক/গায়িকা সকলৰ স্মৃতি ৰোমন্থন কৰা সকললৈ আন্তৰিক শুভেচ্ছা যাচিলোঁ ধন্যবাদ 🙏।
@ashalatarabha1100
@ashalatarabha1100 Жыл бұрын
বহুত ঝুনিয়া লাগিল মনটো...আগতে য়ে কিমান চিঠি লিখিছিলো তাৰ হিচাপ নাই...আকৌ শুনিবলৈ ৰৈ থাকিম
@m.rankurgamer3313
@m.rankurgamer3313 Жыл бұрын
অতি সুন্দৰ লাগিছে সদাই পাম বুলি আশা কৰিলো 🙏
@Basantakumarnath-n5d
@Basantakumarnath-n5d 7 ай бұрын
ভাল লাগিল মোৰ। এনেকুৱা পুৰণি দিনৰ গীত শুনিবৰ বাবে অধিক আগ্ৰহৰে বাট চাই থাকিলো।
@AH_songeet_sarita
@AH_songeet_sarita 6 ай бұрын
Borbhal loga geet bor hunoR karone dhninyabad jonalo
@rekharajbongshi2941
@rekharajbongshi2941 Жыл бұрын
Bohut bhal lagil horu kaloloi monot pori nijoke pahori juwa Jen lagil. All the best.❤
@prabinkumarbaro3382
@prabinkumarbaro3382 Жыл бұрын
আৰু তেনকৈয়ে আমাৰ মনক অতীতৰ খেই অমৰ গীতবোৰ খুনাই জিপাল কৰী ৰাখিব l বহুত বহুত ধনযবাদ l প্ৰবীণ কুমাৰ বৰো l ৰঙিয়া l
@mominulhoque2255
@mominulhoque2255 Жыл бұрын
banan bor suddokoi likhib de
@mainubhuyan6457
@mainubhuyan6457 Жыл бұрын
বহুত ভাল লাগিল । কল্পতৰু অনুস্থান টো দিয়াৰো অধীৰ হেপাহৰে বাট চাই ৰৈছিলো
@KrishnaNirala-m3x
@KrishnaNirala-m3x Жыл бұрын
Old is gold. বৰ প্ৰিয় অনুষ্ঠান আছিল কল্পতৰু l ধন্যবাদ থাকিল।
@SiddharthaRay7
@SiddharthaRay7 Жыл бұрын
feeling nostalgic
@amallaskar3537
@amallaskar3537 Жыл бұрын
এই অনুষ্ঠান শুনি মই বহুত ভাল পাওঁ এনেকৈ আৰু ভাল ভাল পুৰণি গান বোৰ শুনাই থাকিবলৈ মোৰ ফালৰ পৰা অনুৰোধ 🙏🙏🙏|
@aparajitaphukan1371
@aparajitaphukan1371 Жыл бұрын
Bohut besi bhal lagil , xodai enedore huniboloi aakhare roi aasu .God bless you .
@muniramunda-no7wt
@muniramunda-no7wt Жыл бұрын
Horute school ot gaisilu khub val lagise I miss horu kal
@MihiramSaikia-y5z
@MihiramSaikia-y5z Жыл бұрын
ধন্যবাদ জনাইছো অতিতশিল্পীকজীয়াইৰখাৰবাবে
@anantaborgohain3971
@anantaborgohain3971 Жыл бұрын
পুৰণি গীতবোৰ শুনিলে মনটো ভাল ও লাগে আৰু বেয়াও লাগে। বেছিকৈ বেয়াহে লাগে। দুখ লাগে। অতীতৰ সোণালী দিনবোৰৰ কথা মনত পৰে। যিহেতু বৰ্তমানকলৈ মুঠেই সুখী হ'ব পৰা নাই। যি কি নহওক এই অনুষ্ঠানটো ভাল লাগিছে। পুৰণি গীতবোৰে বেছিকৈ মোক বেছিকৈ টানে। "আকাশৰ ৰংবোৰ হেঙুলীয়া --------"। কিবা বেলেগ ধৰণৰ ভাল লাগে।
@DelwarHussain-e8x
@DelwarHussain-e8x 7 ай бұрын
অনুষ্ঠানটোয়ে অতীতক মনত পেলাই দিলে। গীতবোৰ শুনি বহুত ভাল লাগিল। আগলৈও শুনিবলৈ পাম বুলি আশা ৰাখিলো।
@deepagogoi4212
@deepagogoi4212 Жыл бұрын
অতি সুন্দৰ ।এনেদৰেই আগলৈও অসমীয়া গীত দি থাকিব বুলি আশা ৰাখিলোঁ।
@HiyaRabha-on1wh
@HiyaRabha-on1wh Жыл бұрын
Duniya, aagole jen xunible pam
@baharali8785
@baharali8785 Жыл бұрын
Old is gold. Good step.
@bipuldutta8171
@bipuldutta8171 Жыл бұрын
Bor val lagil. Bohu dinonoloi monot pori goise. Congratulations.
@gitalibasumatary
@gitalibasumatary Жыл бұрын
সোনালী শৈশৱলৈ মনত পৰি গ'ল। বহুত ভাল লাগিল😊
@Panell-Sell
@Panell-Sell 3 ай бұрын
বহুত বহুত ভাল লাগিল।
@nabajyotinath7974
@nabajyotinath7974 Жыл бұрын
Val laga purani gitbur Aksha koru agalayu Xunai jan
@jatindekaassam5382
@jatindekaassam5382 Жыл бұрын
Khub Hundor puroni git huni upluto holu. 👌👌👌👌👌👌👌👌👌
@kanakchunkrang7273
@kanakchunkrang7273 Жыл бұрын
বহুত ভাল লাগিল ! প্ৰচাৰক সকললৈ ধন্যবাদ জনালো !
@apurbabaishya7485
@apurbabaishya7485 9 күн бұрын
চিৰ সেউজ অসমীয়া গীত বোৰ আজিও সমানেই অন্তৰত ঝংকাৰ তোলে, deh- মন সিহৰিত কৰি তোলে, অশেষ ধন্যবাদ আপোনালোকক ।❤
@amulyasarma4057
@amulyasarma4057 5 ай бұрын
Most enjoyable and favourite program of A I R since my childhood. This program should continue in future Thanks lot's. ❤
@hemantadeka2337
@hemantadeka2337 Жыл бұрын
শুনি ভাল লগা গোটেইকেইটা গীতৰ postটোৰ বাবে অশেষ ধন্যবাদ।
@bikironphukan777
@bikironphukan777 Жыл бұрын
Very good
@dukheswarideka709
@dukheswarideka709 Жыл бұрын
অতি সুন্দৰ,পুৰণি গীতবোৰে পুৰণি স্মৃতিবোৰ সজাগ কৰি তোলে ।মোৰ বিনম্ৰ অনুৰোধ যেন এই অনুষ্ঠানটি চিৰ যুগমীয়া হওঁক।ধন্যবাদ ।
@RISHI_EDITZ-0
@RISHI_EDITZ-0 7 ай бұрын
চিৰসেউজ গীতবোৰে সদায়ে অন্তৰ চুই যায় ❤।
@amritsonowal3747
@amritsonowal3747 Жыл бұрын
Vl lgi jaii
@opno3778
@opno3778 Жыл бұрын
Bohut borhiya lagil.anekoi.puroni.get xudai xuniboloi paw thank u
@kartickbarooah755
@kartickbarooah755 Жыл бұрын
আপোনালোকৰ এই মহৎ প্ৰচেষ্টাৰ শলাগ ললোঁ ৷ শ্ৰোতা সকলৰ অফুৰন্ত সঁহাৰি আপোনালোকে যে লাভ কৰিব তাত কোনো সন্দেহৰ অৱকাশ থাকিব নোৱাৰে ৷
@PANKAJSHARMA-px3tl
@PANKAJSHARMA-px3tl Жыл бұрын
Really fantastic to create the refreshing the old memories
@medinitalukdar4873
@medinitalukdar4873 Жыл бұрын
❤️❤️❤️❤️👍👍👍👍👍👍বাঃবাঃ কি সুন্দৰ অনুস্থান ... বৰ ভাল লাগিল দেই
@alukratan1138
@alukratan1138 Жыл бұрын
ভাল লাগিল কিন্ত্ত হাতখ পুৰনা দিনৰ দেখিব পোৱা হলে আৰু ভাল লাগিল হয়..। নখৰ নেলপলিছ সেই সময়ত ওলোৱাই নাছিল.😁👌👍🙏
@rupenkakati185
@rupenkakati185 Жыл бұрын
অনুষ্ঠানটো খুবেই ভাল লাগিল 🙏
@rubulhussain2840
@rubulhussain2840 Жыл бұрын
এই বোৰেই হল আচল গীত
@Groun-dboy
@Groun-dboy 8 ай бұрын
Bus journey headphone (Clgr project r karne Mirza pora Tezpurt loi jwte... Aibur gaan xuni xuni goi asuu....Hosake bohut vl lgil)
@TimesGuwahati
@TimesGuwahati 8 ай бұрын
thank
@hazaratahmed2415
@hazaratahmed2415 4 ай бұрын
তাহানিৰ কাঠৰ frame ৰ Radio ৰ কথা মনত পেলাই দিছে। কলপতৰু অনুষ্ঠানটো আগুৱাই লৈ যাব বুলি আশা কৰিলো।
@TimesGuwahati
@TimesGuwahati 4 ай бұрын
kzbin.info/www/bejne/ioCpZqKJbtGkerc
@khirodborah1862
@khirodborah1862 Жыл бұрын
Bahut bhal lagil thankyou
@brajenbaruah2407
@brajenbaruah2407 Жыл бұрын
Nices nices...💯💯💯💯🙏🙏🙏🙏
@KaifKhan-qg4xr
@KaifKhan-qg4xr Жыл бұрын
বহুত বহুত ধুনীয়া গীতবোৰ
@rajeswarbasumatary7984
@rajeswarbasumatary7984 Жыл бұрын
পুৰণি গীত বোৰ মজায় বেলেগ শুনিলে শুনি বলৈ মন জাই😮
@rajatpaul4526
@rajatpaul4526 Жыл бұрын
বহু দিনৰ মূৰত আজি এই গীতবোৰ শুনা পাই বিৰাট আনন্দ পালো। ধন্যবাদ থাকিল।
@hemantarajkonwar146
@hemantarajkonwar146 Жыл бұрын
"ধন্যবাদ জনাবলৈ ভাষা নাই ।"
@harshvardhan2544
@harshvardhan2544 6 ай бұрын
Old is gold 😍❤️❤️ God bless you, always be happy 🎈🎉🎊😇😊💞 From Assam 🚩🇮🇳 जय श्री राम 🙏🙏
@pradipdoley6949
@pradipdoley6949 Жыл бұрын
অতি প্ৰশংসনীয় প্ৰচেষ্টা ।এনেয়ে নকয় নহয় OLD IS GOLD
@dilipkumarmech2084
@dilipkumarmech2084 Жыл бұрын
বৰ সুন্দৰ হৈছে । আগলৈ এনে গীত শুনিবলৈ পাম বুলি আশা ৰাখিলোঁ ।
@narenborah8344
@narenborah8344 Жыл бұрын
Bahut Val lagil purni kalptur agr Katha mant parise
@kironbordoloi3680
@kironbordoloi3680 Жыл бұрын
পুৰণি গানবোৰ শুনিবলৈ বৰ সুন্দৰ।
@amarjyotidutta8932
@amarjyotidutta8932 Жыл бұрын
নষ্টালজিক হৈ আনন্দ অনুভৱ কৰিছোঁ‌ !
@monudevi6911
@monudevi6911 Жыл бұрын
আপোনালোকৰ অনুষ্ঠানৰ জৰিযতে পুৰণি গীত সমুহ শুনিব পাই ভাল লাগিল।আগলৈও এই অনুষ্ঠানটো চলি থাকিব বুলি আশা ৰাখিলো।
@rupjyotidevi5416
@rupjyotidevi5416 Жыл бұрын
Evergreen songs..really awesome...thanks
@AnuprobhaRaydas-fx4nb
@AnuprobhaRaydas-fx4nb Жыл бұрын
সচাকৈ অপূৰ্ব এই গীতবোৰ।আইদেউৰ বুলনি অনুষ্ঠানটোও আগবঢ়াচোন।ধন্যবাদ
@akonchandrasaikia732
@akonchandrasaikia732 Жыл бұрын
Old is gold very nice l remember my past life & recalled my romantic memories lot of thanka.
小蚂蚁会选到什么呢!#火影忍者 #佐助 #家庭
00:47
火影忍者一家
Рет қаралды 123 МЛН
Osman Kalyoncu Sonu Üzücü Saddest Videos Dream Engine 262 #shorts
00:20
Это было очень близко...
00:10
Аришнев
Рет қаралды 6 МЛН
REAL 3D brush can draw grass Life Hack #shorts #lifehacks
00:42
MrMaximus
Рет қаралды 12 МЛН
Jayanta Hazarika Best Assamese Songs
16:58
Rj Box
Рет қаралды 871 М.
Assamese Radio Song3
21:55
BISWAJIT
Рет қаралды 164 М.
小蚂蚁会选到什么呢!#火影忍者 #佐助 #家庭
00:47
火影忍者一家
Рет қаралды 123 МЛН