তিনিচুকীয়াত বিদ্ৰোহী বিজেপি নেতাৰ ৰুদ্ধদ্বাৰ বৈঠক...

  Рет қаралды 25,031

Pratidin Time

Pratidin Time

Күн бұрын

Пікірлер: 39
@bakulboruah2026
@bakulboruah2026 2 ай бұрын
মইও এসময়ত BJP ত আছিলোঁ।এতিয়া গৌৰৱ গগৈৰ এজন একান্ত অনুৰাগী।
@anatagogoi7868
@anatagogoi7868 2 ай бұрын
অতি ভাল কাম কৰিছে , কাৰণ এই সকলে বহুতো কষ্টৰে এই দলটো গঠন কৰিছিল !
@imdadali9519
@imdadali9519 2 ай бұрын
পঢ়িবলৈ পাইছিলো সদায় জেষ্ঠ জনক সন্মান কৰিৱ লাগে।কিন্তু বওমান যুগত চোন তাৰ বিপৰীত।
@gobindastidar2082
@gobindastidar2082 2 ай бұрын
হে প্ৰভু! অসমৰ পৰা ভা জ পা চৰকাৰ খন সোনকালে উৎসাত কৰা ।।
@bibekbhatta254
@bibekbhatta254 2 ай бұрын
মই ১৯৯০চনৰ পৰাই বিজেপিৰ সমৰ্থক। বৰ্তমানৰ নবিজেপিৰ কাম কাজ গ্ৰহণ যোগ্য নহয়। এওঁ লোকে অসমৰ ৰাইজক শোষণ কৰি নিজৰ ভৰাল টনকীয়াল কৰিছে। মূখ্য উদ্দেশ্য ধৰ্মৰ নামত ভাগ ভাগ কৰি ফাকিবাজ কথাকৈ ৰাইজক জুৰুলা কৰা।মুঠতে শাসনৰ নামত উদভন্দালি কৰি থকা যেন অনুভব হৈছে সেয়ে এওঁলোকৰ পৰা পৰিত্ৰাণ দিয়ক।
@rawandreal99
@rawandreal99 2 ай бұрын
গৌৰৱ গগৈৰ লগত যোগ দিয়ক।
@tamjidahmed5119
@tamjidahmed5119 2 ай бұрын
AJPত আহক
@puspadhardowarah1932
@puspadhardowarah1932 2 ай бұрын
উজনিৰ বিদ্ৰোহী বিজেপি সকলো নেতা-কৰ্মীলৈ বহু বহু ধন্যবাদ থাকিল। মোৰ"মত হল মানুহে কাহানিও আঠুকাঢ়ি জীয়াই থাকিব নাপায়।আঠুকাঢ়ি জীয়াই থকা সকলৰ স্থান সদায় নৰকত।দুৰ্নীতিৰ বিৰুদ্ধে মাত মতা টো নৈতিক অধিকাৰ।
@BabaPatir-fq7hy
@BabaPatir-fq7hy 2 ай бұрын
Right decision.
@njvideos5029
@njvideos5029 2 ай бұрын
গোপন বৈঠক কেনেকে হ’ল ৷ ফাদিল কৰিলেই দেখোন সকলোবোৰ
@nurmohammad1808
@nurmohammad1808 2 ай бұрын
ৰাজেন গোহাঁই এজন স্বাৰ্থলোভী,খকুৱা।
@jayantabhattacharyya4469
@jayantabhattacharyya4469 2 ай бұрын
নীতি আদৰ্শ থকা মানুহে সন্মান নিবিচাৰে।আৰু আন দলত যাম বুলি কেতিয়াও কব নোৱাৰে।
@DilipChaudhury-qi9ge
@DilipChaudhury-qi9ge 2 ай бұрын
BJP দলৰ ডাঙৰ নেতাক সন্মান দিয়াৰ কোনো নিয়ম নাই যেনে advani, Joshi , আদি বয়ষীয়া নেতাক মোদী কোম্পানী এ কোনো সন্মান দিয়া নাই গতিকে এই নিয়ম আগৰ পৰাই আছে
@গেৰচনভদীয়া
@গেৰচনভদীয়া 2 ай бұрын
Well done
@bishnuprasaddeka8800
@bishnuprasaddeka8800 2 ай бұрын
Join ajp.
@gh12138.
@gh12138. 2 ай бұрын
Bjp vangibo🙏
@rambalram2610
@rambalram2610 2 ай бұрын
অতি উত্তম পদক্ষেপ.... জুকৰ মুখত চূণ দিব জানিব লাগিব...😮😮😮 কেৱল এজন মানুহ আৰু তেওঁৰ সাংগো পাংগুই সকলো সা সুবিধা লুটি পুতি খাইছে....!!! বিভক্ত তথা পুৰণি বিজেপি গোট টোৰ দাবী হব লাগে এই কংগ্ৰেছৰ পৰা অহা নতুন বিজেপি যি সকল বিজেপিত আহি উঠি ৰজা বহি ৰজা হৈছে সিহঁতৰ তুৰন্তে পাখি কাটি পেলোৱা...😮😮😮 আৰু দলত পুৰণি বিজেপিৰ দিহা পৰামৰ্শক অগ্ৰাধিকাৰ দিয়া..!! কৰ পাবত গজা দুপলিকেট বিজেপি কিছুমান আহি দলটোক জন মানস ৰ আগত হেয় প্ৰতিপন্ন কৰালে.... কোনেও বিজেপি ক আজি কালি শ্ৰদ্ধাৰ চকুৰে নাছাই.... সমস্ত চুৰ বোৰ আহি ইয়াত ভিৰ কৰিছেহি..😮😮😮
@bhasmazumdar9801
@bhasmazumdar9801 2 ай бұрын
সাত বিজেপি কৰা ব্যক্তি সকল হেমন্ত বিশ্বা গদ্দৰৰ লগত নাথাকে বৰ্তমান হেমন্ত বাহিনী দৰকাৰ হল লুণ্ঠন চৰকাৰ দাদাল চৰকাৰ মিচলীয় চৰকাৰ এই।Gundaraj চৰকাৰৰ লগত সাত নিষ্টা বান।মানুহ থাকিব নোৱাৰে
@akhildeka9696
@akhildeka9696 2 ай бұрын
যাব পাৰে।একো লাভ নহব।
@basisthaacharya6590
@basisthaacharya6590 2 ай бұрын
বৈঠকৰ সময়ত দুৱাৰ বন্ধ কৰি থোৱাৰ কাৰণ হৈছে সেই সময়ত সভাগৃহত বাতানুকুল পৰিবেশ আছিল। 😂😂😂
@krishnaroy3955
@krishnaroy3955 2 ай бұрын
Khabar pale aru bohut Purani kormi gole hai lagte bohut2
@গেৰচনভদীয়া
@গেৰচনভদীয়া 2 ай бұрын
জ্বলি যা bjp
@m.ksaikia4229
@m.ksaikia4229 2 ай бұрын
0ooooooooo
@MonjitBoruah-ds9mv
@MonjitBoruah-ds9mv 2 ай бұрын
Good
@mixtvne6684
@mixtvne6684 2 ай бұрын
Baliloi ji baan...
@dipankarkalita6515
@dipankarkalita6515 2 ай бұрын
Hukuni mamai bjp borbad koribo
@navamahanta1333
@navamahanta1333 2 ай бұрын
Natun purani buli kunu katha nai. Sanman ajuri anibo nuari. Sanman raije dibo. Sakalu katha dalar mojiyat alochana karak.
@DragonAssam-y9e
@DragonAssam-y9e 2 ай бұрын
😂😂😂
@sikharbaruah8939
@sikharbaruah8939 2 ай бұрын
Governor also from lower assam
@ramakantakalita3292
@ramakantakalita3292 2 ай бұрын
Aie bore faltu news.
@sweetchildhood3479
@sweetchildhood3479 2 ай бұрын
Kam nai tohat je asele tatay thjekele hoy.
@Boost550
@Boost550 2 ай бұрын
Zimbabwe cricket r uprt alusona korar Dore hoise. Tak loi enke gu ulua ke siyori ki pai? Tatke normal social problems aru issue bur t maat matok.
@TapanTamuli-uj7yh
@TapanTamuli-uj7yh 2 ай бұрын
Assam CM BJP Sarkar very Kam nai 2026-00000000000000000000000000000000😂😂😂😂😂😂😂😢😢😢😢😅😅😅😂😂😂😂😂😂😂
@JibeswarRajbongshi-fm3vi
@JibeswarRajbongshi-fm3vi 2 ай бұрын
সকলোকেই গাদীৰ সোৱাদ লাগে ।
@hirakjyotitalukdar1518
@hirakjyotitalukdar1518 2 ай бұрын
Mama CM thaka loike....ai bilak kori eko lav nai.....2026 t mama i sarkar koribo....Rajan gohai not a factor........ faltu news
@rawandreal99
@rawandreal99 2 ай бұрын
গৌৰৱ VS মামা
@nathnancy4428
@nathnancy4428 2 ай бұрын
​@@rawandreal99sarkar karu poittik sampatti nohoy, 26 t akow ahib..dhui naam najanu. Sarkar raijehe bonai, 26 raije udvandalir Uttar raije dib. Gourab Gogoi jindabad
@mousm6612
@mousm6612 2 ай бұрын
Kt aru kiman tax logabo..smart meter t bi Diya deri he 400 Toka fine..bike r helmet aru aan ojuhatot fine...eiburei ekhpn sorkarr Kam neki...eibar bjp nesel
Will A Basketball Boat Hold My Weight?
00:30
MrBeast
Рет қаралды 92 МЛН
Synyptas 4 | Арамызда бір сатқын бар ! | 4 Bolim
17:24
Friends make memories together part 2  | Trà Đặng #short #bestfriend #bff #tiktok
00:18
Will A Basketball Boat Hold My Weight?
00:30
MrBeast
Рет қаралды 92 МЛН