Рет қаралды 640
প্ৰিয় দৰ্শক, আপোনালোকৰ মৰম আৰু আশীৰ্বাদত আমাৰ চুটি ছবি আত্মগ্লানিয়ে পাঁচ লাখতকৈও অধিক দৰ্শকৰ সমাদৰ বুটলিবলৈ সক্ষম হৈছে।
যাৰ বাবে আপোনালোকৰ ওচৰত আমি চিৰকৃতজ্ঞ। আপোনালোকক ধন্যবাদ আমি আজি ভাষা বিছাৰি পোৱা নাই। আশা কৰোঁ আমাৰ চেনেলটো আপোনালোকে সদায় এনেদৰে মৰমৰ চকুৰে চাই যাব। দৰ্শকৰ অবিহনে আমাৰ আশা আৰু কষ্ট মূল্যহীন । দৰ্শকৰ মনোৰঞ্জন তথা সমাজৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি আমি কাম কৰিবলৈ সদায় যত্নপৰ।
ধন্যবাদ 🙏#jdproduction
• ANUHUSONAR BEDONA || অ...
• মাহী আই || এক সত্য কাহ...
Thanks for watching.