Tumi Biyar Nixar ( তুমি বিয়াৰ নিশাৰ ) - by Bhupen Hazarika.

  Рет қаралды 344,722

Assamese Old Songs অসমীয়া পুৰণি গীত

Assamese Old Songs অসমীয়া পুৰণি গীত

Күн бұрын

Пікірлер: 113
@heritageprijush9764
@heritageprijush9764 2 жыл бұрын
এখন মঞ্চৰ এখন সংস্কৃতিৰ সন্ধ্যাত ভূপেন দাই গীত গাইছিল, সেই সংস্কৃতিৰ সন্ধ্যাত ঢোল বুজাইছিল প্ৰখ্যাত ঢোলৰ যাদুকৰ প্ৰয়াত মঘাই ওজা দেবে। অনুষ্ঠান শেষ হোৱাৰ পাছত সকলো ঘৰা ঘৰী গল। আনকি কৃতিৰ সদস্য সকলো। ঢোলৰ মাতেৰে সকলোকে যোগোৱা মঘাই ওজা দেৱ কিন্তু সেই মঞ্চৰ পাছফালে থকা সেউজ কক্ষতে এখন ডেস্কত শুই থাকিল। বন্ধু হেমেন ডেকা ৰ ঘৰত নিশাৰ ভাত খাবলৈ নিমন্ত্ৰণ দিয়াত ভূপেন দা অনুষ্ঠানৰ পৰা বাহিৰে বাহিৰে তালৈ গৈছিল। ভাতৰ পাতত বহোঁতেই মঘাই ওজাৰ কথা ওলোৱা ভূপেন দাৰ ওজা দিবলৈ মনত পৰিল আৰু আধা ভাত খায়েই ওজা দেৱ ক্লিগলবুলি বিচাৰি গল অনুষ্ঠান হোৱা জেগালৈ। দেখা যে ওজা দেৱ এখন দেক্সত ঢোল দুটা সাৱটি চুই আছে। এফালে কিনকিনিয়া বৰষুণ আছে। এজন যাদুকৰী শিল্পীক এনেদৰে দেখি ভূপেন দাৰ বুকুত শোকে খুন্দা মাৰি ধৰিছিল। ওজা দেৱক তেওঁৰ গাড়ীত বঢ়াই বন্ধুৰ গৰলৈ নি তিনিও একে লগে ভাত খালে । তেতিয়া ভূপেন দি কৈছিল... যেনেকৈ বিয়াৰ নিশা বিচনাত যেনেকৈ ৰজনীগন্ধা ফুল লগোৱা হয় মাথো এটি নিশাৰ বাবে আৰু ৰাতিপুৱা সেই ফুল পেলাই দিয়া হয়। ঠিকে তেনেদৰেই এক দু-ব্যৱহাৰ কৰা হৈছিল ঢোলৰ যাদুকৰ গৰাকীৰ লগত। নিশাটোৰ বাবেহে যেন তেওঁক ফ্ৰকৰ আছিল আৰু অনুষ্ঠান শেষ হোৱাৰ পাছত তেওঁৰ কাম নাছিল। এই চিন্তা লয়েই সেই নিশাৰ শোক ব্যক্ত কৰি এই গীতটি ভূপেনদাই লিখিছিল.... তুমি বিয়াৰ নিশাৰ শয়ন-পাটীত এপাহি ৰজনীগন্ধা…! তোমাৰ মূল্য এনিশাৰ । তুমি বিয়াৰ নিশাৰ শয়ন-পাটীত এপাহি ৰজনীগন্ধা…! ধন্যবাদ...
@debashishgogoi7199
@debashishgogoi7199 2 жыл бұрын
moi aji news papert pohibole paisilu...apuni kot pale story tu pohibole? Hosakoiye dukh lagil pohi...
@rupamgogoi2082
@rupamgogoi2082 2 жыл бұрын
🙂
@Unknownbasstester
@Unknownbasstester 2 жыл бұрын
Dukhei lgil
@chitrachoudhury6883
@chitrachoudhury6883 2 жыл бұрын
Dukh lagil
@sujituzir3493
@sujituzir3493 Жыл бұрын
Kathatu huni...manat aghat lagil.... sristir r t je bahut rahasha aru dhuk ase ai gantut aji he gam palu....Bhupen Dai anei ako nilikhe....🙏🙏 Legend
@ranjitdeka6510
@ranjitdeka6510 3 жыл бұрын
অতুলনীয়!
@nayannilabh5976
@nayannilabh5976 4 ай бұрын
উফ সঁচাই শব্দহীন..কোনোবাই এনেকুৱা গানো ৰচনা কৰিব পাৰে..সৰু থাকোতে যেতিয়া মা আৰু দেউতাই ভূপেন দাৰ নামত পাগল আছিল তেতিয়া অনুভৱ কৰিব পৰা নাছিলোঁ..কিন্তু এতিয়া তেওঁৰ গান শুনি এনেকুৱা লাগে..এনে শব্দ আৰু সুৰ ঈশ্বৰ প্ৰদত্ত মানুহৰ মানুহৰ বাবে হে সম্ভৱ❤❤❤❤
@ramdhenu5399
@ramdhenu5399 3 жыл бұрын
বাস্তৱতা ভূপেনদাৰ মহৎ গানৰ অন্য তম বিষয়বস্তু। শুনি শুনিও আমনি নেলাগে।
@poetry_pulse2705
@poetry_pulse2705 9 ай бұрын
সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ সংগীতশিল্পী🙏🙏🙏
@dndeb3576
@dndeb3576 3 жыл бұрын
চিৰ যুগমীয়া গীত মোৰ অতি প্ৰিয় ১৯৮৩ চন মই তেতিয়া মাজুলীৰ কমলাবাৰীত ডিব্ৰুগড় ৰেডিঅ' চেণ্টাৰত সন্ধিয়া ৭:১৫ বজাত প্ৰায়ে শুনিছিলো।
@JyotimaRabha-u3w
@JyotimaRabha-u3w Жыл бұрын
Ai gaanto xuni xuni hepah nopolay .bare bare xuni thakibo mon jay❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤.
@dipankardas-mx7ws
@dipankardas-mx7ws 3 жыл бұрын
Rajanigandha #Moghai Ojha..... Bhupen Da , hope all such Rajanigandhas are valued and respected.
@subhaasomsubhaasom7181
@subhaasomsubhaasom7181 Жыл бұрын
....................... কেৱল কাৰ্পেট নহয় মঞ্চৰ তলত শুই আছিল মঘাই ওজা । সেই সময়ত কাৰ্পেটৰ প্ৰচলন নাছিল ।শোৱাৰ কাৰণ অনুষ্ঠান কৰাৰ পিছত তেওঁক মাননি দিয়া নাছিল । পিছত ডঃ ভূপেন হাজৰিকাই মঘাই ওজাক বিছাৰি ৰাতি ২ বজাত মঞ্চ পালেহি । তেওঁ ওজাক লগত লৈ চাৰ্কিট হাউছলৈ উভটি আহিল ।সেইদিনা নিশা সুধাকণ্ঠই লিখিলে বিখ্যাত গীতটোৰ প্ৰথম কলি " তুমি বিয়াৰ নিশাৰ ...." সেইটো আছিল ১৯৭৮ চন ৷ মঘাই ওজাৰ ঘটনাটোৰ দিনা ভূপেনদাই গানটোৰ স্হায়ীটোহে লিখিছিল ৷ গানটো সম্পৃৰ্ণ কৰিছিল কলকাতাত --১ আগষ্টত ৷ উৎস : গৌতম শৰ্মা
@ajaypatowary5703
@ajaypatowary5703 5 ай бұрын
Ai kathakhr Dr Bhupen Hazarika dev r ati sakhatkart koisil
@hemantagoswami3903
@hemantagoswami3903 2 жыл бұрын
মালিয়ে তোমাক চিঙাৰ পিছত কিয় কৰা হাহাকাৰ। এই শাৰীতো অনন্য।
@labanyadharbaniah5251
@labanyadharbaniah5251 9 ай бұрын
নেপথ্যৰ কাহিনী শুনিলে মন ভাগি যায় আৰু মঘাই ওজাক বিচাৰি গীতিকাৰৰ মনে হাহাকাৰ কৰি বিহুতলীলৈ বিচাৰি যোৱাৰ কাহিনী।
@mridulabaruah5979
@mridulabaruah5979 6 ай бұрын
kzbin.info/www/bejne/gJ3MgqV5bthmpdEsi=uPutP088Q7KnnbIf
@dipaliborthakur3814
@dipaliborthakur3814 2 ай бұрын
কিযে সুন্দৰ গীত ।মহান শিল্পী গৰাকীলৈ প্ৰণাম ।🙏🙏 ।
@khaninsarma8540
@khaninsarma8540 3 жыл бұрын
অতিকৈ সুন্দৰ | শুনি থাকিলে ও হেপাহ নপলায় |
@hemenkalita3070
@hemenkalita3070 2 жыл бұрын
Bhupen Da,aamar majot sadai jiliki thakiba ❤️
@brajaray4932
@brajaray4932 2 жыл бұрын
@@hemenkalita3070 lapaahp
@joymati5363
@joymati5363 3 жыл бұрын
মোৰ অতি প্ৰিয় এই গীতটি। বহুদিনৰ মূৰত শুনি খুউব ভাল লাগিল।
@hemantanath5556
@hemantanath5556 3 жыл бұрын
চিৰযুগমীয়া গীত।
@AshokKumar-zj6dc
@AshokKumar-zj6dc 3 жыл бұрын
বৰ সুন্দৰ
@mayasarmah4109
@mayasarmah4109 2 ай бұрын
সুধাকণ্ঠৰ ,সুধাকণ্ঠৰ লগতে আছিল 😊এখন দৰদী অন্তৰ । সেয়ে তেওঁ আনৰ বাবে কান্দিব পাৰিছিল ।
@nirendrachandrarabha2099
@nirendrachandrarabha2099 3 жыл бұрын
বলিষ্ঠ কথা । মন জুৰোৱা সুৰ ।
@dhanmonikalitavlogs6283
@dhanmonikalitavlogs6283 Жыл бұрын
সচাকৈ হৃদয় চুই গৈছে আপোনাৰ গীত শুনি🙏🙏🙏 ভূপেন দা
@aratideka1768
@aratideka1768 3 жыл бұрын
চিৰযুগমীয়া গীত
@bhadrakantadas6101
@bhadrakantadas6101 2 жыл бұрын
ভূপেন দা তোমাক আমি মিছ কৰা নাই ।তুমি সদায় গীত গাই আছা আমাৰ বাবে।
@jonmonimahanta1520
@jonmonimahanta1520 5 жыл бұрын
বহুত ধুনীয়া লাগে এই গানটো
@mr.bairagi9342
@mr.bairagi9342 3 жыл бұрын
মোৰ জীৱনত গাবলৈ খুব কঠিন পোৱা গানৰ ভিতৰত অন্যতম 💚 really legendary 🌈
@jyotimalabordoloi8745
@jyotimalabordoloi8745 4 жыл бұрын
কি সুন্দৰ গীত!
@JisooKim-jz6lk
@JisooKim-jz6lk 3 жыл бұрын
Shosai Bhupen da kisuman tiruter kopalot muillo anisharei thake
@goutamkalita2048
@goutamkalita2048 2 жыл бұрын
অতি সুন্দৰ ৰোমাণ্টিক গীত
@minaramsaikia3737
@minaramsaikia3737 3 жыл бұрын
মোৰ অতিকৈ প্ৰিয় গীত ।ভূপেন হাজৰিকা দেৱলৈ সশ্ৰদ্ধ প্ৰণাম
@umeshchandradutta9187
@umeshchandradutta9187 3 жыл бұрын
Heart throbbing song.Ever green.
@manjularxadhukothaarukobit3697
@manjularxadhukothaarukobit3697 2 жыл бұрын
অতুলনীয় আৰু অতিকৈ প্ৰিয় গীত এইটি👏👏
@rupomray8162
@rupomray8162 3 жыл бұрын
সচাঁই অপুৰ্ব ।
@akashiduttabhuyan2723
@akashiduttabhuyan2723 3 жыл бұрын
Fantastic 👌👌
@hirakdeka6082
@hirakdeka6082 5 жыл бұрын
সচাকৈ মধুৰ ।
@assameseoldsongs3806
@assameseoldsongs3806 5 жыл бұрын
ধন্যবাদ ।
@molinabegum3725
@molinabegum3725 5 жыл бұрын
Best comment 🎖️🎖️🎖️🎖️👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌😁😁😁😁😁😁😃
@archanadas9870
@archanadas9870 3 ай бұрын
বৰ ধুনীয়া গীত
@gitanjalibarman8100
@gitanjalibarman8100 2 ай бұрын
বৰ সুমধুৰ
@kulenkalita1341
@kulenkalita1341 3 жыл бұрын
কিযে মিঠা গীত পৃথিৱীত কতোৱে পাবলৈ নাই ।
@lakhijan2366
@lakhijan2366 Ай бұрын
Beautiful ❤
@samarhaz
@samarhaz 3 ай бұрын
ভূপেন দাৰ গানবোৰৰ ইংৰাজী অনুবাদ হোৱা হ'লে নবেল বঁ‌টা পালেহেঁতেন আৰু বিশ্বই অসমীয়াক হাঁ‌হিলেহেতেন এনে এগৰাকী মণিষীক জীৱিত অৱস্থাত একো সন্মান নিদিলে💔
@jituloying9352
@jituloying9352 3 жыл бұрын
অতি সুন্দৰ মোৰ বাবে৷
@binudutta5605
@binudutta5605 4 ай бұрын
Very Nice Song👌👌👌👍👍👍🙏🙏🙏♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️
@jayjithaloi9021
@jayjithaloi9021 2 жыл бұрын
really fantastic
@janmonidevi3192
@janmonidevi3192 Жыл бұрын
Very nice
@assamyoutuberlover4863
@assamyoutuberlover4863 5 жыл бұрын
👌siro jugomiya geet
@chitradas4893
@chitradas4893 Жыл бұрын
Val lagil
@nabadas2528
@nabadas2528 2 жыл бұрын
অপূৰ্ব
@bsthingzz2628
@bsthingzz2628 3 жыл бұрын
মোৰ অতি প্ৰিয় গীত
@rahulborah4015
@rahulborah4015 2 жыл бұрын
Oo hoi ne 🙂😘
@rahulborah4015
@rahulborah4015 2 жыл бұрын
Oi tumer lnstagram asa ni 🙂
@rahulborah4015
@rahulborah4015 2 жыл бұрын
Muk folla kore dia pls
@rahulborah4015
@rahulborah4015 2 жыл бұрын
huntar___46
@ashimadas76
@ashimadas76 2 ай бұрын
নাৰী হৈ কিয় জন্ম হলো,,????? কেতিয়াবা দুখ কৰি নিজক প্ৰশ্ন কৰো,,বৰ দুখ লাগে,,
@mahendranathsarma8549
@mahendranathsarma8549 2 жыл бұрын
চিৰযুগমীয়া..........
@prabinsutradhar5692
@prabinsutradhar5692 2 ай бұрын
মোৰ অ তি প্ৰিয় গীত,
@phanindradevagoswami4635
@phanindradevagoswami4635 3 жыл бұрын
এই গীতটোত মই বৰ্তমানৰ হিমন্তসদৃশ ৰাজ নীতিক আৰু ভোটাৰৰ মাজৰ সম্পৰ্কৰ কথাকে গালে যেন পাওঁ।
@mukulsahariah5048
@mukulsahariah5048 2 жыл бұрын
Jake take likhi comment dibo nalage
@digantapathak5328
@digantapathak5328 2 жыл бұрын
অতি প্ৰিয়
@janmonidevi3192
@janmonidevi3192 Жыл бұрын
Nice
@rupamonidas277
@rupamonidas277 2 жыл бұрын
Uffff ki gan🥰🥰🥰
@jyotimalabordoloi8745
@jyotimalabordoloi8745 4 жыл бұрын
প্রিয় গীত
@ritabarman2143
@ritabarman2143 3 жыл бұрын
Mor ati bhal laga ei ganti
@binoddeka2947
@binoddeka2947 Жыл бұрын
কাৰু সৈতে তুলনা কৰিব একেবাৰে নোৱাৰি
@Rokcybhai-v7i
@Rokcybhai-v7i 3 жыл бұрын
BHAL DORE HUNOK RU ANUDHABON KOROK KI KOBOLOI BISARISE ..........
@Mr.Brojen321
@Mr.Brojen321 Жыл бұрын
Very nice❤️❤️🙏🙏👍👍
@heeramanimedhi7053
@heeramanimedhi7053 3 жыл бұрын
প্ৰিয় গীত
@MoromDeuri
@MoromDeuri 13 күн бұрын
❤😊😊😊😊
@biswajyotidey4257
@biswajyotidey4257 3 жыл бұрын
Old is Gold
@nehabhagawati5140
@nehabhagawati5140 3 жыл бұрын
Nice Songs
@Jigyash_
@Jigyash_ 3 жыл бұрын
Sjrkwwhspqfejegrbdbskwfergrhotrgdbdlddcrnrleldhdgrhrgtggtvtvtvtvtvtvrbskvrnelwbevrbdksknwvwvekorjhegwvenelekbebwkekejrn ehejlekeenvvfs me ekdnrbr be ejrgdke a ejrgdke energetic ejrgdke rjrkhdberk
@jayantakumarnath6373
@jayantakumarnath6373 7 ай бұрын
This song was sung by famous Gazal singer the grate Gulam Ali saab by his own gazal style which was also very nice
@gautamojah4534
@gautamojah4534 3 жыл бұрын
মঘাই ওজা
@bodheswarideka2232
@bodheswarideka2232 4 жыл бұрын
Nice song
@medinitalukdar4873
@medinitalukdar4873 3 жыл бұрын
My heart this songs
@arotiborah2733
@arotiborah2733 3 жыл бұрын
👌🙏
@purnimashrivastava2942
@purnimashrivastava2942 2 жыл бұрын
Usha Mangeshkar didi also sung tthis song that too is nice
@kousikmusicalinstruments3664
@kousikmusicalinstruments3664 2 жыл бұрын
I like it ❤️❤️❤️❤️❤️❤️ you
@chandamikadeka84
@chandamikadeka84 3 жыл бұрын
❤❤
@rajkumarbaruah8388
@rajkumarbaruah8388 2 жыл бұрын
সংগীত গায়কৰ সহায়কহে । গায়কৰ গীতক চেৰ পেলাই যাব নালাগে । ভূপেন হাজৰিকাদেৱৰ গীতত সেয়া পাওঁ । আজিকালি সংগীতৰ অত্যাচাৰত মঞ্চৰ ওচৰলৈ যাবই নোৱাৰি ।
@ankankishor
@ankankishor 3 жыл бұрын
Miss you Bhupen Mama
@moinulislam9934
@moinulislam9934 2 жыл бұрын
জবাব নাই । গান তোৰ
@JashimUddin-cl2pm
@JashimUddin-cl2pm 2 жыл бұрын
𝐓𝐮𝐫 𝐦𝐚𝐧𝐞 𝐤𝐢
@junakilaskar6198
@junakilaskar6198 11 ай бұрын
🙏🙏
@narjiahassan562
@narjiahassan562 5 ай бұрын
গীতটিৰ অৰ্থটি কি মই বুজিপোৱা নাই
@myth_pat8084
@myth_pat8084 2 жыл бұрын
❤️💕
@Tapan-g4m
@Tapan-g4m 2 ай бұрын
, উত্তৰ দিব নোৱাৰি
@parameswarkalita3610
@parameswarkalita3610 5 жыл бұрын
Bhutan hazrak
@rajnishdeka4256
@rajnishdeka4256 3 жыл бұрын
Bhupen Hazarika
@tarunray6215
@tarunray6215 3 жыл бұрын
এই গানটো কৰাকে দিয়ে জেন
@ajaypatowary7153
@ajaypatowary7153 4 жыл бұрын
Enam amrit kantha jen xuni xuni hepa napali
@mandeepkuch5159
@mandeepkuch5159 3 жыл бұрын
Atuloniyo
@Tapan-g4m
@Tapan-g4m 2 ай бұрын
No any answer
@anjaliraychoudhury7253
@anjaliraychoudhury7253 2 жыл бұрын
DARTY SONG 🎵 🏴‍☠️🏃🏃‍♀️👁🩲👈👓🪡🎯👎👎👎
@manabendranath2117
@manabendranath2117 Жыл бұрын
Pagol nki
@amarjitraja1153
@amarjitraja1153 3 жыл бұрын
Dislike dia keita kor beh
@tonmoypratimgogoi3717
@tonmoypratimgogoi3717 2 жыл бұрын
Nice song
@s_ardx8630
@s_ardx8630 Жыл бұрын
প্ৰিয় গীত
Xoishobote Dhemalite ( শৈশৱতে ধেমালিতে ) - by Bhupen Hazarika.
5:14
Assamese Old Songs অসমীয়া পুৰণি গীত
Рет қаралды 84 М.
Sheetare Semeka Raati | Assamese Song | Bhupen Hazarika
6:52
Saregama Regional
Рет қаралды 386 М.
Mom Hack for Cooking Solo with a Little One! 🍳👶
00:15
5-Minute Crafts HOUSE
Рет қаралды 23 МЛН
Quilt Challenge, No Skills, Just Luck#Funnyfamily #Partygames #Funny
00:32
Family Games Media
Рет қаралды 55 МЛН
Ki Bisari Ore Jibon ( কি বিচাৰি ওৰে জীৱন ) - by Bhupen Hazarika.
4:59
Assamese Old Songs অসমীয়া পুৰণি গীত
Рет қаралды 84 М.
Jayanta Hazarika Best Assamese Songs
16:58
Rj Box
Рет қаралды 907 М.
Pawe Pori Hori (পাৱে পৰি হৰি) - by Bhupen Hazarika.
4:33
Assamese Old Songs অসমীয়া পুৰণি গীত
Рет қаралды 937 М.
Bhupen Hazarika golden collection | 5 song | ভূপেন হাজৰিকাৰ গীত | Assamese song Jukebox
18:12
সংস্কৃতিৰ দিগন্ত Culture's Horizon
Рет қаралды 61 М.
Mom Hack for Cooking Solo with a Little One! 🍳👶
00:15
5-Minute Crafts HOUSE
Рет қаралды 23 МЛН