Рет қаралды 340,924
শ্ৰীশ্ৰী শঙ্কৰদেৱ বিৰচিত বৰগীত
ধ্ৰুং: উদ্ধৱ বন্ধু মধুপুৰী ৰহল মুৰাৰু ।
কাহে নাহেৰি ৰহব অৱ জীৱন,
বন ভয়ো ভৱন হামাৰু ।।
পদ: যাহে বিয়োগ আগি অঙ্গ
তাৱয় তিল একু ৰহয়ে না পাৰি ।
সোহি ব্ৰজ-সুৰ দূৰ গয়ো গোবিন্দ
দিশ-দশ দিৱসে আন্ধাৰি ।।
ভয়ো মৰণ ওহি সোহি হৰি চৰণকু
বিছুৰি ৰহয়ে না পাই ।
দেখত কালিন্দী গিৰি বিৰিন্দাবন
তনু মন দহয়ে সদাই ।।
ব্ৰজ-জন জীৱন বাহুৰি নাহি
আৱত হামাকু কৰথ অনাথা।
গোপিনী প্ৰেম পৰশি নীৰ ঝুৰয়
শঙ্কৰ কহু গুণগাথা ।।
-----:::------
কণ্ঠ- ৰূপা দত্ত