USTM ৰ বিৰুদ্ধে হিমন্তই ৰুদ্ৰমূৰ্তি ধাৰণ কৰি হঠাৎ নৰম হোৱাৰ আঁৰত কি?

  Рет қаралды 25,939

NorthEast Now

NorthEast Now

Күн бұрын

🛑অৱশেষত তেওঁ যেন নেগুৰ পেলালে!
🛑USTM ৰ বিৰুদ্ধে হিমন্তই ৰুদ্ৰমূৰ্তি ধাৰণ কৰি হঠাৎ নৰম হোৱাৰ আঁৰত কি?
🛑অৱশেষত ফেঁচাটোৰ দৰে অৱস্থা হ’ল মুখ্যমন্ত্ৰীৰ!
🛑মেঘালয়ে দেখুওৱা ৰঙা চকুৰ বাবেই ভয়ত সুৰ সলালে নেকি হিমন্তবিশ্বই?___________________________________
Like, share and subscribe our channel.
Follow us on:
Facebook - nenownews/
Twitter - NENowNews/
Instagram - northeast.now

Пікірлер: 76
@nirmalpegu2841
@nirmalpegu2841 26 күн бұрын
লেখাম নাইকিয়া পগলা কুকুৰৰ অবস্থা ছিঃ সচাকে বৰ নিৰলজ ব্যক্তি হয় ৷
@azizurrohman
@azizurrohman 26 күн бұрын
USTM Free promotion হল
@protimadutta2890
@protimadutta2890 26 күн бұрын
ইয়াকে কয় গোৰ মাৰি গঙ্গাত পেলোৱা ।
@protimadutta2890
@protimadutta2890 26 күн бұрын
হিমন্তৰ নামৰ আগত থকা Dr টো অতি সোনকালে কাটি দিব লাগে--
@misbaullaskar7059
@misbaullaskar7059 21 күн бұрын
​@@protimadutta2890😂😂
@user-qo5kx1gx2w
@user-qo5kx1gx2w 26 күн бұрын
পগলা কুকুৰে অলপ সময়ৰ ভাৱেহে ত্ৰাসৰ কাৰণ হয়।মানুহৰ পৰা শুচৰ্ষা নাপায় সোনকালে মৰে।
@raihanalam2019
@raihanalam2019 26 күн бұрын
😂😂
@djrock5500
@djrock5500 26 күн бұрын
অতি চতুৰ গলাই ফাঁচী। এইজনা তেনে দশা হৈছে।
@hndekari8011
@hndekari8011 26 күн бұрын
মুখ্যমন্ত্ৰীৰ কথাৰ কিবা মূল্য আছে বুলি এতিয়া অন্ততঃ অসমৰ জনসাধাৰণে বিশ্বাস নকৰে ৷ Civic Sense যদি চৰকাৰৰে নাই; জধেমধে উৰণীয়া সেতু নিৰ্মাণ কৰি; জলাশয় পুতি ওখ ওখ দালান সাজি সেউজীয়া পাহাৰ কাটি বৃক্ষহীন কৰি চৰকাৰে কি civic sense-ৰ শিক্ষা দিব খোজে মুখ্যমন্ত্ৰী মহোদয়ে ? চৰকাৰে কৰা ভুলকেতো কৰিছে জনসাধাৰণে ৷ নগৰ উন্নয়নৰ বিভাগ আছে ৷ জাবৰ-জোঁথৰ নিষ্কাশনৰ সুব্যৱস্থা নাই ৷ যি আছে সেয়াও নিয়মিত আৰু কাৰ্যক্ষম দেখা নাযায় ৷ হাজিৰা নোপোৱা শ্ৰমিকে উচিত পাৰিশ্ৰমিক নাপাই জনসাধাৰণৰ পৰাই মাহিলি ৫০ টকাকৈ পাৰিশ্ৰমিক সংগ্ৰহ কৰাৰ নজিৰো আছে ৷ এনেবোৰ আওকণীয়া ব্যৱস্থাৰ বাবেই বহু লোকে য’তে ত’তে জাবৰ পেলোৱা পৰিলক্ষিত হয় ৷ অথচ; ডিঙিৰ সিৰ ফুলাই চৰকাৰী পক্ষই নগৰ উন্নয়নৰ ঢাক-ঢোল বজায় অহোৰাত্ৰি ৷৷
@user-hy9gv3ob2r
@user-hy9gv3ob2r 26 күн бұрын
শিল শাকো আৰু দিপৰ বিলত সিংঘালক আট্টালিকা কেইটামান ৰ্নিমান কৰিবলৈ দিয়ক তেতিয়াহে মহানগৰৰ কৃতিমবানপানী ৰোধ হব।
@guptasarmah8949
@guptasarmah8949 26 күн бұрын
পগলা কুকুৰে এনেও নেজ পেলায়েই ঘূৰা ফুৰা কৰে। গতিকে বেলেগ কি বাকী থাকে নেজ পেলাবলৈ।
@user-fr3uo9mu3s
@user-fr3uo9mu3s 26 күн бұрын
Eh jodi pogola kukur hoi tetiyahole apuni ki hoi bhai
@debangamoran7459
@debangamoran7459 25 күн бұрын
Tur nisinaa mumaai pokor selekaa 1500 tokiya nhoi..aku lav nai mumai pokor seleki ..kiba pua akhnat gdi seleki ase lav nai aku nidi a thtok​@@user-fr3uo9mu3s
@guptasarmah8949
@guptasarmah8949 21 күн бұрын
@@user-fr3uo9mu3s পাগলা কুকুৰৰ বুলি মই কোৱা নাই। গতিকে ভাবি চিন্তি কথা ক'লে ভাল। যাক আমি ৰাজ্যৰ মুখ্যমন্ত্রীৰ দৰে অতি সন্মানীয় তথা উচ্চ আসমত অধিষ্ঠিত কৰা হৈছে, তেনে এজন মানুহে যেতিয়া নিজকে পগলা কুকুৰৰ আখ্যা দিব পাৰে, তাতকৈ আমাৰ বাবে কি লজ্জাৰ বিষয় হ'ব পৰে। অসমৰ জনসাধাৰণক অপমান কৰাই নহয়, মুখ্যমন্ত্রীৰ আসন খনো কলঙ্কিত কৰিছে। গতিকে তেনে মানুহক লৈ উকালতি কৰাৰ যুক্তি আছে বুলি মই নাভাবো । অৱশ্যে অন্ধভক্তৰ কথা সুকিয়া ।
@bulengogoi4723
@bulengogoi4723 26 күн бұрын
আমি শুনি আছিলোঁ ৰুদ্ৰমুৰ্তি ধাৰণ কৰা ডাইনেমিক মুখ্যমন্ত্ৰীক USTM ৰ অধ্যক্ষই লগ পাৱৰ বাবে ফোন কৰিছে আৰু ভয়ত কপি আছে ৷ এতিয়া আকৌ শেনটো হৈ কেনেকৈ ফেচাটো হব পাৰে অ’ 😁😁
@amnztube
@amnztube 25 күн бұрын
Aru vote di Next CM bonale hol Axmo k Bishor vitorot 1 number bonai dibo
@purbakantabarman431
@purbakantabarman431 26 күн бұрын
লাজ নাইকীয়া!
@AhammadHussain-x1o
@AhammadHussain-x1o 22 күн бұрын
হঠাৎ বিতৰ্ক কিয় ? I hope শিক্ষা বিভাগ উন্নত হলে কিছুমান দুৰ্নীতি যুক্ত নেতা সকলৰ দেশ এৰিব লগা হয়। যেনেকুৱা আমি ইতিমধ্য সীমান্ত দেশ এখনত দেখিবলৈ পালোঁ ।
@hbentertainer4352
@hbentertainer4352 25 күн бұрын
এইগৰাকীয়ে মুখ্যমন্ত্ৰীৰ আসনৰ গৰিমা শেষ কৰিলে ।
@TataAig-iy2bd
@TataAig-iy2bd 26 күн бұрын
Most faltu chief minister forever
@dwijenroy6125
@dwijenroy6125 25 күн бұрын
We know.. Lots of difference between Himanta ( cm) & Haque sir... U S T M is different.. All India recognition to USTM.. All must remember that.
@JiyarulHoque-w2x
@JiyarulHoque-w2x 26 күн бұрын
মামা বেলেগ ধৰণৰ মানুহ
@DineshMedhi-bc3mc
@DineshMedhi-bc3mc 24 күн бұрын
কথাৰ সিন্ধু মঠি অমৃত শুহি খোৱা ভণ্ড
@utpalgoswami1990
@utpalgoswami1990 23 күн бұрын
কিমান টকা ল'লে বাৰু ? এনেই মনে মনে থাকিল নে ? পাগল কুকুৰে কিয় নাকামূৰিলে বাৰু ?
@rahulaxom2603
@rahulaxom2603 26 күн бұрын
Besera.... 😂😂😂😂
@MaheshYadav-nr6kd
@MaheshYadav-nr6kd 23 күн бұрын
First silsako is reason for flood in city now USTM is ????
@user-ei7ib2xs5j
@user-ei7ib2xs5j 19 күн бұрын
😊😊
@tuleswargharphalia3866
@tuleswargharphalia3866 26 күн бұрын
C.M.always tries to make the people fulish so he gradually sinking in the ocean of fulishness.
@rakeshkalita3494
@rakeshkalita3494 24 күн бұрын
অংক মিলিল মানে মামাৰ
@FarukAbdullah-nt4su
@FarukAbdullah-nt4su 19 күн бұрын
Himanta is in big problem 😂😂
@bubulboruah6267
@bubulboruah6267 26 күн бұрын
লাজ লগা নাই
@debenkonwar8367
@debenkonwar8367 26 күн бұрын
হাগিলো জেঙত লাগিল ঠেঙত ভৈয়াইৰ ।
@Ulta_Pulta208
@Ulta_Pulta208 25 күн бұрын
নলাৰ মুখত ঘৰ বনোৱাৰ পাৰমিচন কোনে দিয়ে
@BenudharBorah-ie2dn
@BenudharBorah-ie2dn 25 күн бұрын
Negur palab loga hol.
@gh12138.
@gh12138. 26 күн бұрын
Fotua cm😢
@tarunborgohain1752
@tarunborgohain1752 25 күн бұрын
Ronga Pani, Kola Pani, this matter never solved. Stop hill cutting, dismantle the big building, apartments etc etc, keep sufficient place for drain, provide big and deep drain, systematicallyVT work for drain cleaning from where the drain start and accordingly cover the drains with concrete slabs tightly so that cannot open till end. Avoid garbage with any plastic items throwing/felling.
@Bimal-hv7sh
@Bimal-hv7sh 26 күн бұрын
Mama ki xuniloo !
@maroufahmed3959
@maroufahmed3959 23 күн бұрын
Karon tu hol protech group
@NitulDutta-wk3pv
@NitulDutta-wk3pv 26 күн бұрын
Faltu cm hoi
@tapandas5309
@tapandas5309 24 күн бұрын
etiya laj kot rakhiva.. he he he ccc
@BikramKalita-t1q
@BikramKalita-t1q 25 күн бұрын
Yak pitiboo lagyy sobb jonotai ulai ahiii ,E bohut morut uthisyyy
@dipikaphukan7387
@dipikaphukan7387 25 күн бұрын
হিমন্তৰ‌‌ নেগুৰ মানে মূখ্যমন্ত্ৰীৰ নেগুৰ ! !
@tarunborgohain1752
@tarunborgohain1752 25 күн бұрын
Not read the V T.
@rakashdas9087
@rakashdas9087 25 күн бұрын
কি মানুহ পালো আমাৰ কপাল বেয়া নিতি নিয়ম কি হল পৌৰ আইন কি হল
@tapandas5309
@tapandas5309 24 күн бұрын
etiya macca gate ayodhya hoi gol neki?
@mdtahirahmed3214
@mdtahirahmed3214 26 күн бұрын
Apni beizzati Kara lia, ab bol raha hai tik hai, pahle bolna chahiye,apni galti man lena chahiye tha
@anilhazarika9323
@anilhazarika9323 26 күн бұрын
Voi kore suburia. Rajya loi.
@Bimal-hv7sh
@Bimal-hv7sh 26 күн бұрын
Mama Rukmini gaon'r RCC bridge't thiyo hoi pub dixot salei gom pabo
@Abdulrazak-so2jq
@Abdulrazak-so2jq 26 күн бұрын
তেওঁৰ নেগুৰ আছে বুলি আজিহে জানিলো ।
@user-do6ow3jz3d
@user-do6ow3jz3d 26 күн бұрын
Lajpat nalage ne
@user-gz5gw2dp5h
@user-gz5gw2dp5h 21 күн бұрын
Jukor mukhot sun,kola khar, logale kune.
@manasdoloi1990
@manasdoloi1990 26 күн бұрын
Assam t koi meghalayar besihe problem hobo
@user-do6ow3jz3d
@user-do6ow3jz3d 26 күн бұрын
Pani Dhola mekuri Holi kio atiya
@abinashkalita6415
@abinashkalita6415 26 күн бұрын
Silxako bil rakhise ne apunar baruwa namor manuhjone
@muksidulhoquehoque7824
@muksidulhoquehoque7824 20 күн бұрын
Nonsense cm...kuthar kno value nai.raati sage maal khai hui
@muramatafamily6521
@muramatafamily6521 21 күн бұрын
At every opportunity this man is lowering his status by resorting to his "Nonsense Jihad". There's a limit of spewing venomous comments and hateful utterances. This man seems to be in a marathon race to cross all the limits. His recent USTM related comments are most deplorable. A dome on top of any magnificent building adds to its grandeur and beauty. If he is ignorant, he should look at the dome of Victoria Memorial in Kolkata, the dome on the Vidhana Soudha in Bangalore, the dome on the North block of the Secretariat building in New Delhi and many such architecturally varied domes on major edifices in India and abroad. But this narrow minded man finds an uncanny resemblance of Mecca in the dome of USTM. An utterly shameless man, to say the least !!
@mantudeka6951
@mantudeka6951 26 күн бұрын
Ahok barixa cutok dhan roiza bhinihi khaiza bhat.
@dipankarkhargharia9952
@dipankarkhargharia9952 26 күн бұрын
kele U S T M JEHAD HOL TOL PROL KI GAISE NIJE NAJNE
@attemptsexam6538
@attemptsexam6538 21 күн бұрын
Lol CM
@Rahul-xu6oq
@Rahul-xu6oq 26 күн бұрын
Beseraa Nijr School khon solaa nai dukhot e ji ti bokise 😂
@allexamsidea6943
@allexamsidea6943 21 күн бұрын
😂😂😂
@manabjyotidas963
@manabjyotidas963 26 күн бұрын
Gotei coment bor porhi anekuwa lagise je aitu konoba ata rajnoitik dolor tv cenel& portel Jen lagise , jot coment kra bor o hei dol tor a manuh
@biswajitsahu2177
@biswajitsahu2177 26 күн бұрын
😂
@gunakantabaruah6243
@gunakantabaruah6243 26 күн бұрын
USTM অসমৰ সম্পত্তি নহয়। ইমান দৰদ।নিজ মুখ্যমন্ত্ৰীক নিচিনা হ'ল এই চেনেলটো।আজি অতনু ভুয়য়াৰ প্ৰতিবেদন চাওক কি অভিসন্ধি অসমৰ বিৰুদ্ধে হৈছে। চকু মেলি থাকি বাতৰি দিব।মুদি মুদি কাৰোবাৰ বহতীয়া নহ'ব।
@NazrulIslam-hp3jh
@NazrulIslam-hp3jh 26 күн бұрын
অতনু ভুঞা আজি কালি ফুটনু হৈ চৰকাৰৰ গোলামী কৰি আছে।
@pankajdeka166
@pankajdeka166 25 күн бұрын
mama......bakh hoy.set 2 nes pelab boka suda kotha kua
@rebulali1210
@rebulali1210 26 күн бұрын
😂😂😂😂
He bought this so I can drive too🥹😭 #tiktok #elsarca
00:22
Elsa Arca
Рет қаралды 46 МЛН
Cute
00:16
Oyuncak Avı
Рет қаралды 3,6 МЛН
王子原来是假正经#艾莎
00:39
在逃的公主
Рет қаралды 26 МЛН
小丑在游泳池做什么#short #angel #clown
00:13
Super Beauty team
Рет қаралды 32 МЛН
He bought this so I can drive too🥹😭 #tiktok #elsarca
00:22
Elsa Arca
Рет қаралды 46 МЛН