UXAAHOR TAAN • উশাহ • ANURAG BARUA | HIRU PABAN | INDRANIL GAYAN • Nocturne Music | Design Store

  Рет қаралды 500,888

NOCTURNE • MUSIC

NOCTURNE • MUSIC

Күн бұрын

Пікірлер: 1 700
@nmhp111
@nmhp111 5 ай бұрын
আমাৰ এই গীতটিক ইমান মৰম দিয়াৰ বাবে বহুত বহুত ধন্যবাদ!! আমি কৃতজ্ঞতাবদ্ধ ❤ We are overwhelmed by the love we have received from you! We are grateful! Keep your blessings coming.... ❤️ We'll try to do better .... - উশাহ
@dreamdiary8012
@dreamdiary8012 4 ай бұрын
Jio Saavan t ase neki gaan tu ?
@manashfluteofficial
@manashfluteofficial 4 ай бұрын
Ufff 🥹❤️ki dhuniya o ❤️
@manashfluteofficial
@manashfluteofficial 4 ай бұрын
Ufff ❤️🥹ki dhuniya
@kakalikalita579
@kakalikalita579 4 ай бұрын
শব্দহীন হৈ পৰিছো।কৰুণ যদিও কিবা যেন এক মিঠা অনুভৱ ।
@itsmdofficial3983
@itsmdofficial3983 4 ай бұрын
Muk o aber gaan gabo duba ne
@Wisdom_870
@Wisdom_870 2 ай бұрын
What a song 😍 I've never heard any song in this genre in Assamese. Now I can proudly say that Assamese music is in safe hands ❤❤
@Decodezone13
@Decodezone13 2 ай бұрын
True 👌🏻👌🏻🥰
@konmoinacreation8894
@konmoinacreation8894 Жыл бұрын
নতুন প্ৰজন্মৰ এনে সৃষ্টিত ভাগৰুৱা কলিজাই ঠন ধৰি উঠে।শুনি শুনি বুকুৰ ভৰাল টকীয়াল কৰিবলৈ মন যায় এনে যাদুকৰী শব্দ শিল্পৰ অপূৰ্ব সুৰ লয় তালৰ মেহফিলত। বাস্তবিক জীৱনৰ চৰম সত্যতাক ইমান নিখুঁতভাৱে গীতটোত তুলি ধৰিছে অভিভূত হৈছোঁ।এই যাত্ৰা সুদূৰ প্ৰয়াসী হওক। অসমীয়া সংগীতক এনে নতুন পৰীক্ষা-নিৰীক্ষাৰ মাজৰে জনমানসৰ মাজলৈ লৈ অনাৰ যি অভিনৱ কৌশল ই সঁচাকৈয়ে যুগান্তকাৰী সূচনা।
@nmhp111
@nmhp111 Жыл бұрын
বহুত বহুত ধন্যবাদ ❤️
@user-qy7vw8ke8c
@user-qy7vw8ke8c 3 ай бұрын
❤❤
@nspnsp6212
@nspnsp6212 Ай бұрын
Uff ki gaan ..kaibr xunilu ..hisap a nai ..tr pistu amoni loga nai ...❤❤
@nangsikhamonigogoi9554
@nangsikhamonigogoi9554 Жыл бұрын
Uffff❤🥺 চকুৰে নেদেখাকৈ, চকুলে নোচোৱাকৈ এই যে পাৰ হৈ আহিছো 🥺🥀 লিখোতে বৰ কষ্ট হৈছিল চাগে 🥺।
@user-of9bg6do1m
@user-of9bg6do1m 7 ай бұрын
ভৱিষ্যতে এইটো এটা কিংবদ্তীত পৰিণত হব❤
@Xyz-n5x
@Xyz-n5x Жыл бұрын
যাৰ নেকি pure music taste আছ এইটো গান সিহঁতৰ বাবে। উফফ ❣️
@RinkuRiyan905
@RinkuRiyan905 2 ай бұрын
❤Yes
@KULDEEPSUMANMUSICAL
@KULDEEPSUMANMUSICAL 4 ай бұрын
বৰ সুন্দৰ গায়কী তোমাৰ । অসমীয়া সংগীত এয়াহে । এতিয়া আৰু চিন্তা নাই ।ভৱিষ্যতে অসমীয়া সংগীতৰ ভাল দিন নিশ্চিত । তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ।
@nabajitbora7176
@nabajitbora7176 Жыл бұрын
অন্যতকৈ কিছু পৃথক আৰু কিছু ব্যতিক্ৰমী । এনে গীত আগতে মই শুনা নাই । গীতৰ কথা, সুৰ তথা গায়িকী অনন্য । বিশেষকৈ গীতটিত নিগৰা যাদুকৰী কন্ঠয়ে অন্য এক মাত্ৰা প্ৰদান কৰিছে । গীতটোৰ সৈতে জড়িত প্ৰতিজন শিল্পীকে ধন্যবাদ জনাইছোঁ শ্ৰোতাক এনে এটি গীত উপহাৰ দিয়াৰ বাবে 🙏🙏
@nmhp111
@nmhp111 Жыл бұрын
Thank YOU so much ❤️❤️
@AdityaBoruah-uf1gu
@AdityaBoruah-uf1gu 9 ай бұрын
Hosakoi ❤❤❤❤
@uniquevlog11k54
@uniquevlog11k54 29 күн бұрын
4.27 minutes kenekoi par hoi jai gom a napau aru hunibo mon jai........ Ki lyrics ooo uffffff😢 soulful 🎶songs🎵🎧
@surajchetia9988
@surajchetia9988 Жыл бұрын
Mon sui gol ❤
@gohinsutradhar8909
@gohinsutradhar8909 5 ай бұрын
আজি শুনিছোঁ। কি কম ভাষা নাই কবলে ইমান ধুনীয়া গীত ❤
@janmoninath2122
@janmoninath2122 Жыл бұрын
ইমান ধুনীয়া কথা,কন্ঠ,সুৰ একদম সুৰীয়া সমাহাৰ। বাৰে বাৰে শুনিছোঁ,শুনি আমনি নলগা সৃষ্টি।❤
@thekaaju
@thekaaju Жыл бұрын
Thank You so much from team "Uxaah" 🙏
@NAB2405
@NAB2405 Жыл бұрын
এই যে ৩ মাহ পাৰহৈ যোৱাৰ পিছত গীতটো সম্পূৰ্ণৰূপে শুনা আৰু অতদিনে গানটোৰ পৰা আঁতৰত থকাৰ অস্বস্তি খিনিৰ লগত যুঁজকৰা সময়খিনি বৰ কষ্টকৰ, সাধাৰণ যেন লগা এটা সৰু শব্দৰ ইমান অসাধাৰণ অৰ্থই শ্ৰোতাবন্ধুৰ মন কাঢ়িছে, ঘৰৰ পৰা দূৰৈত পৰিস্থিতি সুত্রে আঁতৰি থকা লোকসকলৰ হৃদয়ৰ এটা চুকত শোক এটাই খুন্দিয়াই গৈছে,, ইয়াত লিখা "হাত " শব্দটোৱেও মায়ে খুৱাই দিয়া ভাত কেইটালৈ মনত পেলাই, প্ৰিয়জনৰ সহযোগৰ কথা সোঁৱৰাই, আকৌ দেউতাৰ মৰম বোৰৰ কথা সোঁৱৰাই... বৰ ধুনীয়া লাগিল হৃদয়ত সযতনে সাঁচি থ'লো, শুভকামনা সকলোলৈ ✨🍂🖤
@kaushikbaruah9522
@kaushikbaruah9522 Жыл бұрын
কিছুমান গান কেৱল গান হৈ নাথাকে, হৈ পৰে এজন মানুহ। আমাক বুকুত সাৱটি লৈ নিচুকাব পৰা মানুহ। এই গীতটোও ঠিক তেনেকুৱাই। শুভকামনা হীৰু ❤️ এনেকৈ আৱৰি ৰাখা সদায়।
@nmhp111
@nmhp111 Жыл бұрын
বহুত বহুত ধন্যবাদ, কৌশিক ❤️❤️
@taraligoswami8643
@taraligoswami8643 28 күн бұрын
Imn dhuniya gan tu xsake❤️ outstanding😌kiba ata vl lgi gol
@binitaphukan994
@binitaphukan994 5 ай бұрын
আপোনজনক হেৰুৱাই গোটেই গানটোত নিজকে বিচাৰি পালো। চুই গল
@purabivlogs9590
@purabivlogs9590 Ай бұрын
Kene masterpiece 🥺❤ Valpua manuh ajnor ovabot dedicated korib nuwariluu 🥹
@AnuragGogoi-dm4jy
@AnuragGogoi-dm4jy Жыл бұрын
ইমান সুন্দৰ গীতৰ ধাৰা আৰম্ভ হৈছে ! বাৰে বাৰে শুনিছোঁ , সোঁতত উটি নোযোৱা এই ধাৰাটোক গায়কে ধৰি ৰাখক ৷ আপ্লুত হৈছোঁ , শুভকামনা জনাইছোঁ
@chiranjibgaming613
@chiranjibgaming613 2 ай бұрын
Uff ki likhoni indranil gyan daaa aije aku nukuwakoi dugalot ata khadhu likhisu bor val lagil deii 😢😢❤❤❤❤❤
@borosaborah888
@borosaborah888 Жыл бұрын
উফ্....কেনে ধুনীয়া গীত❤❤❤ বাৰে বাৰে শুনিও হেঁপাহ পলুৱা নাই। বহুত বছৰৰ পিছত এনেকুৱা মনটোক শান্তি দিয়া কণ্ঠ শুনা যেন লাগিছে ।শব্দৰ গাঁঠনি এনেই ধুনীয়া হৈছে....তাতে কণ্ঠটোত প্ৰাণ পাই শুৱগা চৰাইছে!ধুনীয়াতকৈও বহুত বেছি ধুনীয়া হৈছে গানটো....বুজাবলে ভাষা নাই সঁচাকৈ কিমান ধুনীয়া হৈছে!! Drums ৰ entry টোযে....কেনেকুৱা এটা perfect time ত হৈছে.....তাৰ বাবে কিবা এটা বেলেগ স্তৰ পাই গৈছে গানটো । Animation এ গানটোক আন এক উচ্চ স্তৰলৈ লৈ গৈছে । 'হাহাকাৰ' শব্দটোৱে সঁচাকৈ হাহাকাৰ লগাই দিছে! মন মগজু শাঁত পৰি গৈছে । আৰু এনেকুৱা গীত শুনিবলৈ পাম বুলি আশা ৰাখিছোঁ আপোনালোকৰ পৰা❤❤❤❤❤
@nmhp111
@nmhp111 Жыл бұрын
বহুত বহুত ধন্যবাদ! এইয়াই আমাৰ সাহস! Thank Youuu ❤️ আৰু হয়... উশাহ এটি album... এইটো তাৰ প্ৰথম গীত... আৰু চাৰিটা গীতৰ কাম চলি আছে.... Please do consider subscribing our channel if you enjoyed our work ❤️❤️
@borosaborah888
@borosaborah888 Жыл бұрын
Eagerly waiting for the other songs of the Album😍😍😍😍😍😍 Already subscribed and shared. Best wishes to the whole team❤❤❤
@anuragbarua0102
@anuragbarua0102 Жыл бұрын
Thank you so much ❤❤❤
@user-qf1dg9ix4t
@user-qf1dg9ix4t 28 күн бұрын
ইখন হাতেৰে সিখন হাতক চুই চাবলৈ হাহাকাৰ কৰিছোঁ 🥺❤️
@GreatManofAssam
@GreatManofAssam Жыл бұрын
এই যে বাৰে বাৰে কাগজ নোহোৱাকৈ চিঠি এখন লিখিছোঁ ❤❤❤ উফ: ইমান ধুনীয়া গান শুনিবলৈ পাই ধন্য হৈছো ❤❤❤🥰🥰🥰
@pratimaadhikari6862
@pratimaadhikari6862 Ай бұрын
পাগল হৈ যাম আৰু এইটো কে শুনি শুনি। Fainted 😭
@melophile30
@melophile30 7 ай бұрын
Can't believe. Such a masterpiece creation 😍 speechless ❤ l have already failed to count on how many times I've listened to this masterpiece ❤
@abinashsaikia7704
@abinashsaikia7704 Жыл бұрын
Ufffff big fan. Kot asile dada ooo aji paisu gaan tu...kiman baar hunila buli nuxudhibo hisap ny...best play back singer ❤❤❤
@arupkalita644
@arupkalita644 Жыл бұрын
Uff ককাইদেউ কি কম শুই উঠি wp ৰ status pai youtube t ahi golu কাণত headphone লৈ বহুত বাৰ শুনিছোঁ ৰাতিপুৱাই বহুত ধুনীয়া গান এটা শুনিবলৈ পালোঁ
@sankarjoytibhorali5600
@sankarjoytibhorali5600 2 ай бұрын
হাজাৰ বাৰ মান শুনিছো৷ শুনিয়েই থাকো থাকিম৷ ৷ বাৰে বাৰে কমেণ্ট এটা লিখিম বুলি ৰৈ যাওঁ প্ৰতিবাৰেই ৷ কি লিখিম৷ আতুলীয়া অপুৰ্ব .....৷
@jyotikadekamusicworld3003
@jyotikadekamusicworld3003 Жыл бұрын
একেবাৰে হিয়া শাঁত পৰি গৈছে গায়কৰ কণ্ঠ, সুৰ, মিউজিক৷ কথাখিনিয়ে অন্তৰ চুই গৈছে ৷ অতি সুন্দৰ ৷ হাৰমনিয়ামৰ ব্যৱহাৰে গীতটি আৰু অধিক সুন্দৰ কৰি তুলিছে ৷ বৰ ধুনীয়া বজাইছে👌
@pronabjyotikalita829
@pronabjyotikalita829 Ай бұрын
কি সুন্দৰ গীত অ'❤ মন প্ৰাণ চুই গৈছে ❤ হিচাপ নাই কিমান বাৰ শুনিছো তথাপিও শুনি থাকিব মন গৈছে ❤ বহুত বহুত ধন্যবাদ এনে এটি অপূৰ্ব গীত উপহাৰ দিয়া বাবে ❤❤ ইখন হাতে সিখন হাতক চুই চাবলৈ হাহাকাৰ কৰিছো❤❤ উফ পাগল কৰি দিছা❤❤❤❤❤❤
@amritadeka9043
@amritadeka9043 Жыл бұрын
বহুত ভাল লাগিল। "উশাহৰ টান" যেন বুকুৰ মাজত কঢ়িয়াই ফুৰা অথচ অব্যক্ত এটি বাঙ্ময় সাধুকথা... সুৰ আৰু শব্দৰ যাদুকৰী সংমিশ্ৰণত ইমান সুন্দৰকৈ জী উঠিছে সেই নোকোৱা অনুভৱৰ কথা...👌👌
@nmhp111
@nmhp111 Жыл бұрын
অশেষ ধন্যবাদ ❤️
@karishmasvlog6467
@karishmasvlog6467 16 күн бұрын
Xdai huni thkileu Amoni nologa eti Geet ❤️❤️👌
@SharatGogoiOfficial
@SharatGogoiOfficial Жыл бұрын
Kisu dhuniya ♥️
@chandramanath6163
@chandramanath6163 Жыл бұрын
@damuphukon5058
@damuphukon5058 Жыл бұрын
masterpiece ❤️ sharat gogoi next song ktya
@user-wh3in9mu6i
@user-wh3in9mu6i 10 ай бұрын
Zubeen papon and anurag
@streetvox1480
@streetvox1480 11 ай бұрын
Pure axomiya geet aru future of assamese music ..ketiau proud kori xekh nohobo..moi buji pua nai ki hobdore proxongkha korim nai mur usorot eku nai....❤❤❤ love you all of the team of this song.
@nmhp111
@nmhp111 11 ай бұрын
Thank You so much ❣️ means a lot to us.... And don't forget to listen to our other works... They are available in this channel 💐
@nayanjyotiii15
@nayanjyotiii15 Жыл бұрын
গীতৰ কথাবিলাক কিয় ইমান আচৰিত , সকলো কথাই মিলি যায় নিজৰ জীৱনৰ লগত ❤❤❤
@thekaaju
@thekaaju Жыл бұрын
@hirumonisarmah6898
@hirumonisarmah6898 8 ай бұрын
Indranil dada ❤
@samudrakumarphukan5259
@samudrakumarphukan5259 Жыл бұрын
ইমান সুন্দৰ গান ....love you dada. কিবা এখন অচিন দেশলে গুছি গ'লো গানটো শুনি...😘❤❤❤
@thekaaju
@thekaaju Жыл бұрын
Thank You ❤ from team "UXAAH"
@bondanaborah7798
@bondanaborah7798 4 ай бұрын
উফ্ কিবা এক বেলেগ শান্তি আছে, প্ৰতিটো শব্দক অনুভৱ কৰিছোঁ।
@Byasacademy
@Byasacademy 3 ай бұрын
@NivaraniRaniChetia-uz9lu
@NivaraniRaniChetia-uz9lu 2 ай бұрын
কি যে আচৰিত গীত। গীতৰ কথা সুৰ আৰু কণ্ঠদান আৰু অনুভৱ লগতে পুৰণি বাদ্য কেই পদৰ মুখ্য সংমিশ্ৰণ। বৰ্তমান সময়ৰ গীত বোৰ বৰকৈ শুনা নহ‌য়। কিন্তু তোমাৰ এই গীতটো প্ৰথম শুনাৰ পৰা এতিয়ালৈকে কিমান বাৰ যে শুনিছো বুজাব নোৱাৰিম।আৰু অনুৰাগ নামটো মোৰ বৰ প্ৰিয় কাৰণ মোৰ একমাত্ৰ পুত্ৰ অনুৰাগ। তোমাৰ গীতৰে মই কথা নোহোৱা চুটি ছবি এখন বনোৱাৰ কথা ভাবি আছো বাবে তোমাৰ অনুমতি বিচাৰি ছো লগতে যদি তোমাক যোগাযোগ কৰিব পৰা নম্বৰ টো দিয়া নিশ্চয় কৃতাৰ্থ হম।
@Aditiyatech
@Aditiyatech Ай бұрын
ধুনীয়া লাগিছে হেঁপাহ নপলাই অ ❤❤
@Aditiyatech
@Aditiyatech 29 күн бұрын
আৰু দিব দাদা ভাল লাগিল
@donsonowal9588
@donsonowal9588 Жыл бұрын
Bare bare hunisu.. Atiau huniai asu... Eman j dhuniya gan.. Waooo....
@tulumonikonwar9724
@tulumonikonwar9724 Жыл бұрын
আপোনালোকৰ দাদা বহুত ডাঙৰ এগৰাকী অনুৰাগী ❤️ ভাল গানবোৰ ভাল মানুহৰ লগতে থাকক দিওঁক এনেকে 😚 আৰু আগুৱাই গৈ থাকক । বহুত ভাল পাওঁ আপোনাক 🙌 গানটোৰ লগত জড়িত প্ৰত্যকজন ব্যক্তিলৈ মৰম ❤️ আৰু শুভকামনা জনাইছোঁ ধেমাজিৰ পৰা।
@thekaaju
@thekaaju Жыл бұрын
আপোনালৈও "উশাহ" ৰ টীমৰ তৰফৰ পৰা অশেষ ধন্যবাদ 🙏
@DPD2729
@DPD2729 Ай бұрын
Lyrics and composition and voice❤.....aibur song viral kio nohoi...ajihe hunilu 1st...what a song🔥
@palashjyotibora2175
@palashjyotibora2175 Жыл бұрын
অবিশ্বাস্য!!! অসমীয়া সংগীতত এটি অপূৰ্ব, অনন্য সংযোজন৷ কথা, কণ্ঠ, সুৰ, সংগীতৰ মায়াজালত মন্ত্ৰমুগ্ধ হৈ ৰ’লো৷ অন্তৰাত্মাক প্ৰশান্তি দি গ’ল৷ ❤❤❤
@guddigogoi2855
@guddigogoi2855 4 ай бұрын
হৃদয় চুই গৈছে ...বাৰে বাৰে শুনিও যেন আমনি লগা নাই ...😭❤
@NDASBYKAKI
@NDASBYKAKI Жыл бұрын
এইটো এটা কেৱল গীতৰ কথাই নহয়।অসান্ত মন সান্ত কৰা গীত❤️💕
@nmhp111
@nmhp111 Жыл бұрын
Thank You 💓
@nikumonisonowal5680
@nikumonisonowal5680 Жыл бұрын
Uffff geet r pratitu xobdo aru konthoi hriday sui goise💙💙❤❤💙💙. Geet tu bisari bisari pagol hoi goisilu.
@Manashi-
@Manashi- Жыл бұрын
শব্দ বোৰ ইমান ধুনীয়া । কণ্ঠটোত কি ধুনীয়াকৈ প্ৰাণ পাইছে।ভাল লাগিছে❤
@nmhp111
@nmhp111 Жыл бұрын
Bohut bohut dhonyobad ❤️
@didrikshahandique7087
@didrikshahandique7087 7 ай бұрын
This song became my addiction now a days❤ why these lyrics are so soothing 😭❤
@sangitachetia2977
@sangitachetia2977 Жыл бұрын
Aahhhh ki j kotha ,hur, music...ufff .........
@parthachetia1513
@parthachetia1513 8 күн бұрын
Ufffff ....kisu dhunia 👌🏻❤❤❤
@Bhagyashree__077
@Bhagyashree__077 Жыл бұрын
উফ্!কন্ঠয়ে হৃদয় জিকিছে🥺❤ গানটোৰ মাজৰ এফাঁকি আজি শুনিছিলো কাৰোবাৰ Status ত কিমান যে বিছাৰিছো সকলোতে নাপাওঁ হে নাপাওঁ,কিমান বাৰ যে Search কৰিছো মাজৰ যি অকণমান শুনিছিলো ঠিক নাই,অৱশেষত পালো🥺❤
@biswajitnath731
@biswajitnath731 5 ай бұрын
Bor dhuniya lagise. Aanotke bohut beleg gaan tu❤
@simashreetalukdar3095
@simashreetalukdar3095 Жыл бұрын
Uff..ki gaan o aitu... Hridoy sui goise❤️
@nmhp111
@nmhp111 Жыл бұрын
💓
@bhargovgogoi3916
@bhargovgogoi3916 Жыл бұрын
@@nmhp111 apunr no 2 diok sun dada...ganr bikhoe alp janibo bisarisilu
@BarshaSaikia-ys7ih
@BarshaSaikia-ys7ih Жыл бұрын
ইমান ধুনীয়া গান,বাৰে বাৰে শুনিলেও আমনি নালাগে❤🌼দিনটোত কিমান বাৰ শুনো হিচাপ নাই।
@parishmitahazarika9319
@parishmitahazarika9319 Жыл бұрын
Kenekua dhunia omg 😍😍🥰🥰 emaan besi bhal lagile huni
@nmhp111
@nmhp111 Жыл бұрын
Thank You, Pari ❤️❤️
@Heemuu0
@Heemuu0 5 ай бұрын
Ajiu ei gaan tu amoni ba purona jen anubhav nhoi othosa notun aru kiba ata vhal lagi jai hridoi sui jai ,, masterpieace❤😊
@jhulanjyoti5122
@jhulanjyoti5122 Жыл бұрын
গীতৰ কথা কেইটা, গায়কী ,সুৰ ,সংগীত ব্যৱস্থাপনা অনুপম। ধুনীয়া# লাকু দা
@Mr.dipu123
@Mr.dipu123 2 ай бұрын
গানটো শুনাতকৈ বুজিবলৈ হলে বহুত কিবা কিবি আছে। মই চুই যোৱা এটি গীত।❤ শুনিলে আমনি নলগা এটি গীত।❤️👍
@trailokyakashyap5147
@trailokyakashyap5147 Жыл бұрын
বহুত সুখী । কেনে পালোঁ বুজাই কবলৈ কেতিয়াবা শব্দ নাথাকে
@bablugohain547
@bablugohain547 10 ай бұрын
Humodhur uff ❤️ hokulure babe nohoi ene gan limited personr babehe thanks emn dhunia gan eta upohar diyar babe❤
@dhrubajyotipatra5515
@dhrubajyotipatra5515 Жыл бұрын
গীতৰ কথা ,সুৰ,কণ্ঠ,সংগীত....কি কম অপূৰ্ব সমাহাৰ....মন চুই গ'ল....সুন্দৰ❤
@ChirajBoruah
@ChirajBoruah 5 ай бұрын
Apunar gan huni mntu je korbat kunuba khinit bikhai jai .... Eman hundr ata ganr hur ru kotha hunim buli voba nasilu ... Apuni jui dada ❤
@bidyutsaikiachannel1682
@bidyutsaikiachannel1682 Жыл бұрын
Bht সুন্দৰ....what a lyrics...mojja lgil শুনি
@user-gy3nk4ds2t
@user-gy3nk4ds2t 4 ай бұрын
ইমান ধুনীয়া ইমান মৰম উফ সচাই বৰ ধুনীয়া ❤️miss u paa সচাঁই চুই চাব হাঁহাকাৰ কৰিছো গানটো শুনি😔❤️
@nripankarbairagi-gu4rs
@nripankarbairagi-gu4rs Жыл бұрын
Excellent.bhal lagil.sundar.mantu bhal lagil gantu suni.lakue dhunia likhisa.good singing.
@maina8366
@maina8366 Жыл бұрын
ফুটনি মাৰি কোৱা নাই মই ভাল গানৰ পাগলা হয় । হাজাৰ গান শুনিছো বিভিন্ন ভাষাৰ গান শুনাৰ অভ্যাস আছে। কিন্তু এইটো গান কি বনাইছে ৰে What a composition. I'm obsessed with this song .I felt The line '' ইখন হাতেৰে সিখন হাতক চুই চাবলে হাহাকাৰ কৰিছো''❤️ but Composition my God কি ক'ম। এটা কথা কওঁ‌ শুব কমেই পাব অসমীয়া গানত এইটো অনুভৱ ''pure composition''. #composition
@thekaaju
@thekaaju Жыл бұрын
‘উশাহ’ এলবামৰ টীমৰ তৰফৰ পৰা আপোনালৈ অশেষ ধন্যবাদ 🙏
@salmanasrin1391
@salmanasrin1391 Жыл бұрын
Uff❤❤❤ from starting to ending ❤... Goosebumps hoi goise, lyrics, music.. axomiya gaan etat kiba jen notun xuad❤❤ xundor👌
@nmhp111
@nmhp111 Жыл бұрын
❤️❤️
@anuragbarua0102
@anuragbarua0102 Жыл бұрын
❤❤ thankyou so much
@dipankarprotimofficial5078
@dipankarprotimofficial5078 Жыл бұрын
​@@anuragbarua0102 ভাষা নাই।। কিমান বাৰ শুনিছোঁ হিচাপ নাই ❤
@monjudevi1576
@monjudevi1576 11 ай бұрын
হৃদয়ৰ স্পন্দন বিৰৰ লগত গানৰ তাল বোৰ বাজি উঠিছে ❤ বাৰে বাৰে শুনি আমনি নলগা এটি গীত ❤ ধেমাজি মাছখোৱাৰ পৰা মৰম জাছিলো ❤
@swopnamkashyap
@swopnamkashyap 5 ай бұрын
Uff হৃদয় চুই গৈছে ❤❤ইমান সুন্দৰ লিখনি সুন্দৰ কন্ঠ সুন্দৰ সংগীত ব্যৱস্থাপনা❤❤ ধন্যবাদ ইমান ধুনিয়া গীত এটা উপহাৰ দিয়াৰ বাবে 😊😊
@BCG0009
@BCG0009 Ай бұрын
আই অ। ক'তে মৰো!! বুকু খন ভৰি পৰিল ❤❤
@JutimalaBuragohain
@JutimalaBuragohain Жыл бұрын
বহুত ধুনীয়া, বহুত দিনৰ পিছত এটি মন চুই যোৱা গীত 🤍
@nmhp111
@nmhp111 Жыл бұрын
Thank Youuu so much ❤️.... We are admirers of your works too ☺️ thanks for giving us a ear... Please feel free to share amongst your friends ❤️
@anuragbarua0102
@anuragbarua0102 Жыл бұрын
Thankyou so much baa❤❤ means a lot❤❤
@mridujyotisonowal7125
@mridujyotisonowal7125 7 ай бұрын
মনৰ শান্তি। ইমান নিখুঁতভাবে শব্দবোৰ সজাইছে❤❤❤
@sharodeehandique3021
@sharodeehandique3021 Жыл бұрын
সুন্দৰ.....বহুদিনৰ পাছত এটা মন চুই যোৱা গীত শুনিলো💓
@nmhp111
@nmhp111 Жыл бұрын
অশেষ ধন্যবাদ 💗
@nanditamedhi4639
@nanditamedhi4639 Жыл бұрын
Kiman dinor pora bisri asu gaan tu aji plu ..bht dhunia❤️❤️❤️
@kalpajyothazarika6644
@kalpajyothazarika6644 11 ай бұрын
Masterpiece...💗হয়তো শব্দৰে ব্যক্ত কৰিব পৰা নাই ধুনীয়া গীতটি....Loop ত শুনি আছোঁ ...💗
@dixitdas45
@dixitdas45 11 ай бұрын
Suggested by One and Only Dixitdas 😂❤
@axomomgaming6147
@axomomgaming6147 Жыл бұрын
অনুৰাগ দা।।। আপোনাক লাগে তোমাৰ voice 🔥🔥🔥🔥🔥 এতিয়া লৈকে 100 বাৰ উপৰত হুনিলো গান তো হেপাহ পলুৱা নাই,,,❤❤❤
@thekaaju
@thekaaju Жыл бұрын
Thank You from team "UXAAH" ❤
@akashnilgogoi905
@akashnilgogoi905 3 ай бұрын
গান টো শুনো হে শেষ হৈ যায়,,,কেতিয়া শেষ হয় গম এ নাপাওঁ গোটেই দিন ৰাতি শুনি থাকিলেও আমনি নালাগে ইমান সুন্দৰ গীত ইমান ধুনীয়া কথা সুৰ সংগীত শুনিলে শুনি থাকিব এ মন যায়,,,,, আগলৈ আৰু এনেধৰণৰ গীত শুনিবলৈ পাম বুলি আশা কৰি আছো❤❤
@ahomaxom8416
@ahomaxom8416 Жыл бұрын
ভাল লাগিল।। আশা কৰোঁ এনেকুৱা অন্তৰ চুই যোৱা গান আগন্তুক দিনত শুনিব পাম বুলি।। মাৰ্ঘেৰিটা ♥️
@leaferrorgamingofficial5910
@leaferrorgamingofficial5910 Жыл бұрын
শব্দ বোৰে মনে , প্ৰাণে চুই গৈছে ❣️❣️❣️😌😌❤️❤️
@Kharkhuavlogger
@Kharkhuavlogger Жыл бұрын
উফ কি যে গান। কেনেকুৱা এটা যে সাংঘাটিক ধুনীয়া সংমিশ্ৰণ। মন চুই গল।
@luhitchutia9525
@luhitchutia9525 9 ай бұрын
মনৰ প্ৰশান্তি। বিজতৰীয়া কিছুমান সুৰত অভ্যস্ত আমাৰ সংস্কৃতিত নতুনত্বৰ সংযোজন। হাতত চাহ কাপ লৈ শুনি আছো আৰু শুনি যাম.....
@unknownshorts3291
@unknownshorts3291 18 күн бұрын
Ki lyrics likhisa bro mind blowing ❤❤❤
@ConfusedJapaneseMaples-by8lv
@ConfusedJapaneseMaples-by8lv 7 ай бұрын
Gutei dintu xunilu , xomy palei xunisu . Asorit ke mon sui goise geet tu .❤❤❤❤❤
@bidyutkonwar6062
@bidyutkonwar6062 Жыл бұрын
ভাষাৰে বুজাব নোৱাৰিম।।এটা সুন্দৰ গীত উপহাৰ দিয়া বাবে।।
@nmhp111
@nmhp111 Жыл бұрын
Dhonyobad ❤️
@shilpishikhaburagohain2750
@shilpishikhaburagohain2750 Жыл бұрын
উফ্ ! শব্দবোৰে চুই গৈছে 💗 কিমান যে শান্তি গীতটিত .....
@nmhp111
@nmhp111 Жыл бұрын
❤️❤️
@DimpalMedhi-bq7nt
@DimpalMedhi-bq7nt 29 күн бұрын
Xosai ai gaan tui hidoi sui goise jiman xunu hapa a napolai 😢😢😢
@koushikborah6291
@koushikborah6291 10 ай бұрын
Eii gan tu xunile xosakoi beleg ekhon duniat thoka Jen Lage . Jot ase kebol xanti . I am proud of you brother (singer).💌🔥💓💓💓💕💞
@prayagsaikia5013
@prayagsaikia5013 Жыл бұрын
এই শুনিলো উশাহৰ টান সুৰীয়া কবিতাত প্ৰেমৰ উমান উপচি পৰিল দিল দৰিয়া অনাবিল অনুভৱে পৰশা ♥ হিয়া অম্লান হৈ ৰওক ইন্দ্ৰনীল তোমালোকৰ গান অভিনন্দন : প্ৰয়াগ শইকীয়া:
@nmhp111
@nmhp111 Жыл бұрын
Thank You so much 🙏😊
@ShyamantikaBorah
@ShyamantikaBorah 2 ай бұрын
Omg kolija sui goise ke bar je xunisu aru voice tu je o maa eman xuola wow..
@salmanasrin1391
@salmanasrin1391 Жыл бұрын
Akou ebar xunisu dei.. ratir play list t add hboi mane.. kiba ek xanti lagil xuni,and voice tu👌👌
@nmhp111
@nmhp111 Жыл бұрын
Thank you ❤️💗
@anuragbarua0102
@anuragbarua0102 Жыл бұрын
Means a lot ❤❤
@tribenibhuyan3710
@tribenibhuyan3710 3 ай бұрын
Njnu ki ase gaantur majot,ebr hunar pst bare bare mon goise hunible,aje ejon bondhu e huni sabole dile,teu nukua hole khub eta dhunia gaan hoitu moi hunai nohol htn,thanks emn dhunia eta gaanor upohar amak diar babe❤
@himasmitabora2260
@himasmitabora2260 Жыл бұрын
Bohut besi bhal lgise gaan2❤
@nmhp111
@nmhp111 Жыл бұрын
Bohut bohut dhonyobad ❤️
@heifoodies3602
@heifoodies3602 9 ай бұрын
এই গানটোত আবেগটো অলপ সুকীয়া.....কেতিয়াও শব্দৰ ৰূপ নোলোৱা মোৰ মনৰ ভাববোৰ চকুপানী হৈ যায় এই গানটো শুনিলে.....I often heard this song in the background while talking to him on the phone.. but....... Now I play this and cry...…(Bu)
@namitatsk1146
@namitatsk1146 4 ай бұрын
কি ধুনিয়া গান অ❤️❤️কিমান বাৰ যে শুনিলোঁ হিচাপ নাই আজি❤️❤️
@bhargovsharma1766
@bhargovsharma1766 4 ай бұрын
Ixot rati tu hunisa gute story tu koi 🥺
@anamikasaikia9066
@anamikasaikia9066 5 ай бұрын
হৃদয় চুই যোৱা এটি গীত। বাৰে বাৰে শুনিয়ো যে আমনি লগা নাই।
@tribujjalprakash5442
@tribujjalprakash5442 Жыл бұрын
Khub xundor lagil. Wishing for many more
@nmhp111
@nmhp111 Жыл бұрын
❤️❤️
@nabasankargogoi3077
@nabasankargogoi3077 3 ай бұрын
Uffff 🔥🔥🔥🔥 Ki Kom oo vakha ni 😘😘😘😘 Emn duniya bapree baa😱🤗🤗🤗
@manashchakravarty3603
@manashchakravarty3603 Жыл бұрын
খুব ধুনীয়া গান, খুব ভাল কাম!! quality work!!!best wishes to the team ❤️
@nmhp111
@nmhp111 Жыл бұрын
Thank you so much 🥰
@arindamartgallery1671
@arindamartgallery1671 9 ай бұрын
Hridoi Sui goise and lyrics bur ufff ❤
@gitashreesaikia4632
@gitashreesaikia4632 Жыл бұрын
গীতৰ কথা , সুৰে হৃদয় - মন জোঁকাৰি গ'ল । কি সুন্দৰ !!! কোলাহলৰ মাজতো হৈ থকা এই অৰ্থৱহ শিল্পই জীয়াই থাকিবলৈ প্ৰেৰণা দিয়ে । এনেকুৱা ভাল সংগীত আপোনালোকৰ পৰা পুনৰ আশা কৰিলোঁ ।
Kaar Uxaah
4:55
Release - Topic
Рет қаралды 85 М.
大家都拉出了什么#小丑 #shorts
00:35
好人小丑
Рет қаралды 82 МЛН
escape in roblox in real life
00:13
Kan Andrey
Рет қаралды 18 МЛН
Magic or …? 😱 reveal video on profile 🫢
00:14
Andrey Grechka
Рет қаралды 62 МЛН
МЕБЕЛЬ ВЫДАСТ СОТРУДНИКАМ ПОЛИЦИИ ТАБЕЛЬНУЮ МЕБЕЛЬ
00:20
BONORIYA GAAN | Raj Veer | Assamese music video
4:57
Rajveer Music
Рет қаралды 196 М.
TOR SAHAR (Letter 2) Project Postbox
4:21
Rupam Bhuyan
Рет қаралды 141 М.
Bonoriya Gaan
4:39
Rajveer - Topic
Рет қаралды 87 М.
Kar Agomon
4:57
Shankuraj Konwar
Рет қаралды 1,9 МЛН
Matilei nami oha junak | Assamese Modern Song | Deuka | Tarali Sarma | Windsongs
10:19
大家都拉出了什么#小丑 #shorts
00:35
好人小丑
Рет қаралды 82 МЛН