তোমাৰ গান যেতিয়াই আমাৰ ঘৰত বাজে,তেতিয়াই মোক ঘৰত সকলোৱে চিঞৰি কয়, ঐ তোৰ বাৰ গান বাজিছে। সঁচাকে বা দিনটোত এবাৰ তোমাৰ গান শুনিলে হে চোন মোৰ মনটোৱে শান্তি পায়। যতেই তোমাৰ গান বাজে তাতেই থমকি ৰওঁ,তোমাৰ গানৰ সুৰত সোমাই পৰো।
@chinmoyeegoswami27193 жыл бұрын
মেম, এদিন আপুনি এটি সাক্ষাৎকাৰত কথা প্ৰসংগত কৈছিল যে আপোনাৰ গান চবেই নুশুনে, হয়তো ১০ জনৰ ২ জনে শুনে। কোনে শুনে বা কোনে নুশুনে তাক লৈ একো ক'বলৈ নাযাওঁ। কিন্তু আপুনি সেই ২ জনৰ বাবে গান কৰিবই লাগিব... আপোনাৰ এই ধৰণৰ গানবোৰৰ বাবেই আমি ৰৈ থাকোঁ।
@himadreedeka61383 жыл бұрын
মই শুনো তেখেতৰ গান
@ranjitasworld18103 жыл бұрын
Bohut val paw tarali ma'am r gaan...❤️❤️
@bikashsaikia53503 жыл бұрын
মনৰ কথা কৈছে।
@malayakalita68303 жыл бұрын
Mnr kotha❤
@mintudarshan71363 жыл бұрын
সেই দুজনৰ ভিতৰত অন্যতম এজন মই
@bhoratdas3882 Жыл бұрын
তৰালী বাৰ এই গীতটো মই 300 বাৰৰ ওপৰত শুনিছোঁ কিন্তু প্ৰত্যেক বাৰতে কিবা নতুন সোৱাদ পাওঁ, বিশেষকৈ অন্তৰাটো উফ....গোসাঁনী মা নমস্কাৰ ।
@ChandanaDas-c1g Жыл бұрын
আজিৰ ল'ৰা ছোৱালীয়ে আপোনাৰ গান শুনে মানে বা আপুনি সঁচাকৈয়ে এগৰাকী সংগীতৰ সফল সাধক❤🥰
I still remember, 3rd November 2017. I was hosting you on behalf of my workplace at our annual function. Apuni green room ot mur logot bohi thakute muk koisile, "Amar manuhe bhal gaan xodai xunibo. Instant fame ot koi monot roi juwa gaan or besi dorkar". Apunar Mukoli r pora Henguliya loi, Ahiba Tumi r pora Matilei Nami oha Junak oloi, protyek tu gaan ei monot roi juwa. You'll always be the finest and best of today's time, and in the near future Tarali ba.
@projecthalfpastnine40992 жыл бұрын
আপোনাৰ ১০জনৰ ভিতৰত থকা ২জনৰ মই এজন 😌🌿💚
@GitikaMoran-u4m4 ай бұрын
আৰু আনজন হৈছে মই
@projecthalfpastnine40994 ай бұрын
@@GitikaMoran-u4m আপোনাৰ প্ৰিয় কোনটো;?
@mohansapkota35622 ай бұрын
😊😊😊😊😊😊😊😊😊p😊p😊
@mohansapkota35622 ай бұрын
😊
@chitrahazarika18352 жыл бұрын
আমি বিহু অনুষ্ঠানৰ বিভিন্ন শিল্পীৰ গান শুনি ঘৰলৈ ওভতি যাওঁতে যিবোৰ গান আমি গুণ গুণাও বা বিচনাত পৰি গানবোৰ মনত পেলাও সেইবোৰেহে প্ৰকৃত গীত । এই গীতবোৰৰ ভিতৰত আপোনাৰ গীতবোৰ অন্যতম ।
@itsok96162 жыл бұрын
আপোনাৰ প্ৰতিটো গানেই অন্তৰত ঝংকাৰ তোলে......... আপোনাক অশেষ ধন্যবাদ..... যি গানৰ কথা বুজি পায় সি আপোনাৰ গান শুনিবই তৰা বা।
চকুপানী ওলাই গ'ল বা। কি সুন্দৰ অভিনয় ধৰিবই নোৱাৰি এইটো যে কেৱল অভিনয় একেবাৰে real যেন আৰু। আবেগিক হৈ গৈছো গানটোৰ অৰ্থবোৰৰ বাবে....
@dweeppatgiri92672 жыл бұрын
বাইদেউ, আপোনাৰ গীতবোৰ যিমান ধুনীয়া আপোনাৰ অন্তৰখনো সিমানেই ধুনীয়া যেন মোৰ অনুভৱ হয় ! হেঙুলীয়া, আহিবা তুমি, অনুৰাগ আদি গীতবোৰ মই এশবাৰ মান কৈ শুনিছো । প্ৰেম মানেই বিবাহ অথবা মিলন নহয় । প্ৰেম এক অনুভূতি । শৰীৰ চুব পৰা নহয়, হৃদয় চুব পৰাটোহে প্ৰেম । গীতটোত তাকেই বুজাইছে চাগে !! বাইদেউৰ অন্য এটা অনুপম সৃষ্টী । ❤
@santonuborpatraaJ22273 жыл бұрын
I literally cried. 😭😭❤️ Lyrics , composition & the concept was amazing...🙂
@nabasmitadas37863 жыл бұрын
হৃদয়স্পর্শী ❤ বহুত মৰম আপোনালৈ বা ❤❤
@beinganu30023 жыл бұрын
ভাষাৰে বুজাব নোৱাৰা এক অনন্য অনুভূতি
@niranjangogoi53303 жыл бұрын
তৰালি বা.... কি সুন্দৰ হৈছে, গীতটো। বহুত দিন আপোনাৰ গান ওলোৱা নাছিল যে? আপোনাৰ গান বহুত ভাল লাগে শুনি... নিয়মীয়াকৈ গান বোৰ গাব চোন... এই গীতটো কিমান বাৰ যে শুনিছোঁ, হেঁপাহ পলুৱাই নাই শুনি
My all time favourite Assamese singer. Loads and loads of love at Tarali Baa
@bhabeshbarmanugt42323 жыл бұрын
I listened to it last morning and here I am again for the second day. It's really amazing to hear such a beautiful lyrics and tone. Please update the song.
@uttamkumarroy25832 жыл бұрын
অতি সুন্দৰ । হৃদয়স্পৰ্শী। আপোনাৰ গীতৰ প্ৰতিটো ভি.ডি.অ.ই শ্ৰোতাৰ মনত দোলা দি যায়। প্ৰতিটো গীতৰ মাজত বিচাৰি পাওঁ এক সুকীয়া সত্বা।
@samargaurav3 жыл бұрын
ভাষা নাই ব্যাখ্যা কৰিবলৈ , ইমান বেছি সুন্দৰ , আপুনি গোৱা গানবোৰ আপোনাৰ মনৰ দৰেই সুন্দৰ , এনেকুৱা গান আপোনাৰ বাহিৰে আন কোনেও সৃষ্টি কৰিব নোৱাৰে।
@nilakshisaikia62453 жыл бұрын
বা কি ক’ম ভাষা নাই❤️বহুত ডাঙৰ অনুৰাগী আপোনাৰ,জীৱনত এবাৰ ইচ্ছা আছে আপোনাৰ লগত কাম কৰাৰ❤️
@angadsavapandit9203 жыл бұрын
Ma'am your voice takes me to a different place😍
@kishorekangkan43432 жыл бұрын
Now 1.57 am. I just listen “মাতিলেই নামি অহা জোনাক” Wow , such a beautiful song ever I heard. Love u baa. ❤️❤️