চাৰ , আমাৰ ঘৰ খনৰ মূল দুৱাৰ দক্ষিণ ফালে আছে । পূব ফালে গোহালি আৰু ভৰাঁল আছে । পশ্চিম দিশে পিছ দুৱাৰ আছে। ঘৰ লৈ পইচা আহে কিন্তু লগে লগে যোৱা বাট মুকলি হয় । ঘৰৰ মানুহ বোৰ মত অমিল হয় , বিশেষ কৈ দাদা দেউতাৰ মাজত হয় । যিটো কামত হাত দিয়ে সেইটো অসফল হয় । উপায় এটা দিয়ক যিটোৱে আমাৰ সমস্যা সমাধান হয় 🙏
@podmadas28233 жыл бұрын
ধন্যবাদ
@nupurchoudhury39033 жыл бұрын
Dhanyabad sir
@baneswarbaro31693 жыл бұрын
Realy so good .I had seen
@Learnology8813 жыл бұрын
Apunar kothabur huni voi lagise..
@akhildutta89883 жыл бұрын
Very Useful
@aswinikalita75303 жыл бұрын
বহুত বহুত ধন্যবাদ ।মোৰ ঘৰৰ উত্তৰ দিশে মূল প্ৰবেশ দুৱৰ আছে ।কিন্তু দক্ষিণ দিশত এখন দুৱাৰ আছে ।অৱশ্যে সেই পথেৰে ওলোৱা বা ঘৰৰ ভিতৰত প্ৰবেশ কৰা নহয়।আকৌ দক্ষিণ পূৱ কোণত কুৱা আৰু দমকল আৰু দক্ষিণ পশ্চিম কোণত টয়লেট আছে ,অৱশ্যে টয়লেট এতিয়ালৈ ব্যৱহাৰহোৱা নাই ।অনুগ্ৰহ কৰি গোটেই কথাখিনি সবিশেষ জনাবচোন ।কিবা প্ৰতিকাৰৰ প্ৰয়োজন থাকিলে সেইটোও জনাব ।
@prasantakonwar85303 жыл бұрын
১০০% সচা
@prajwalitasarmah7388 Жыл бұрын
সচাকৈ মোৰ ঘৰৰ পানী দক্ষিণ দিশত আছে আৰু মোৰ হাজবেন্ড ন মাহ আগতে এক্সিডেন্টত ঢুকাল মাত্ৰ ৫৪ বছৰ বয়সতে।।এতিয়া মই ঘৰ বনাম মোৰ ঘৰৰ মূখ্য দুৱাৰ খন দক্ষিণ ফালে হ'ব।।মূল গেট খন পশ্চিম ফালে।।আপোনাৰ লগত কেনেকৈ যোগাযোগ কৰিম জনাব।।।
@paporiborthakur17383 жыл бұрын
Akdom thik koise
@binitahandique82983 жыл бұрын
মোৰ ঘৰৰ লগত কথা টো মিল আছে ।মোৰ ছোৱালী তিনি জনী । টকা খৰচ বেছি হয় ।উপায় এটা দিয়ক মোৰ ভয় হৈছে ।