No video

What is the reason behind doctors tendering resignation across Assam? Pressure or something else?

  Рет қаралды 11,600

Prag News

Prag News

Күн бұрын

What is the reason behind doctors tendering resignation across Assam? Pressure or something else?
Watch the full clip to know more about this story.
#pragnews #doctors #resignation #assam #assamgovt #himantabiswasarma
Follow Prag News:
Facebook: / pragnewsassam
Twitter: / pragnews
Instagram: / pragnewsofficial
Visit: www.pragnews.com

Пікірлер: 16
@mrmajuli8736
@mrmajuli8736 Ай бұрын
চিকিৎসা বিভাগ বোৰ এতিয়া মানৱ সেৱা নহয় । চিকিৎসাৰ বিভাগ এতিয়া কোন বনেগা কৌৰপতি উদ্যোগ। সেইহে চিকিৎসক সকল এতিয়া মানৱ সেৱা লগত থকাতকৈ নাৰ্চিংহোমৰ লগত জড়িত হৈ কৌৰ পতি হোৱাৰ সপোন অধিক।
@samimahmed357
@samimahmed357 Ай бұрын
চৰকাৰী হস্পিটালত অপাৰেশ্যন কৰি পায় ২০০০ টকা আৰু প্ৰাইভেট ত অপাৰেশ্যন কৰি পায় ৬০০০০ আৰু কিবা কিবি গতিকে বাদ নিদি ব নে😢
@jadavgogoi944
@jadavgogoi944 Ай бұрын
চৰকাৰী চিকিৎসক সকলৰ দা-দৰমহা , সা-সুবিধা ব্যক্তিগত চিকিৎসালয়তকৈ বহু পৰিমাণে কম, মন্ত্ৰী,এম‌এল‌এ সকলে চিকিৎসক সকলকো নিজৰ তলতীয়া কৰ্মচাৰী হিচাপে গণ্য কৰি তেওঁ লোকৰ আদেশ - নিৰ্দেশ অমান্য কৰিলে নিজ খেয়াল-খুচি অনুসৰি নিয়োগ -বদলি আদিৰে হাৰাশাস্তি কৰা বুলিও বহুতে হয়তো অনুভৱ কৰে যেন লাগে। গতিকে তেওঁ লোকে নিজৰ সুবিধা মতে ব্যক্তিগত ভাৱে চিকিৎসা সেৱা অথবা ব্যক্তিগত চিকিৎসালয়ত নিয়োজিত হ'বলৈকে অধিক স্বাচন্দ্য অনুভৱ কৰে যেন লাগে।
@DP-oe8bs
@DP-oe8bs Ай бұрын
Poisa kom Government Hospital t..Private Hospital t poisa besi
@chukafaphukan7521
@chukafaphukan7521 Ай бұрын
Money matters..... Beleg eku nohoi.....
@abhimobile111
@abhimobile111 Ай бұрын
Doctor hole. Nejor bapek maa. K sini nepai,,,,,
@vandyavlogs
@vandyavlogs Ай бұрын
চৰকাৰৰ ভুল সিদ্ধান্ত তথা ওপৰঞ্চি হেঁচা চিকিত্সকৰ ওপৰত ।
@ice-creams-are-not-real
@ice-creams-are-not-real Ай бұрын
পদত্যাগ পত্ৰ গ্ৰহণ কৰাৰ সময়ত পদত্যাগী চিকিৎসকৰ চিকিৎসাৰ অনুজ্ঞাপত্ৰ বাতিল এখনি পত্ৰও প্ৰদান কৰিব লাগে, বেমাৰ চাইহে দৰৱ দিব লাগিব।
@karabibordoloi4550
@karabibordoloi4550 Ай бұрын
Ami NHM bure Eman kom dormohat kam kori asu, oti nogonyo salary. 😢
@xman3897
@xman3897 Ай бұрын
Sob department tote podtyag koribo
@ukg6074
@ukg6074 Ай бұрын
Many applied for Voluntary Retirement from Service in other departments also. Many already took VRS from other deptts. Even top bureaucrats and top police officials leaving Assam on central deputation and opted for VRS.
@user-sh4eo7te9x
@user-sh4eo7te9x Ай бұрын
শিক্ষকেও এনে পদক্ষেপ ললে কি হ'ব
@abhimobile111
@abhimobile111 Ай бұрын
Techer y tution korele poisa napai
@pratimasarma1737
@pratimasarma1737 Ай бұрын
শিক্ষকৰ দৰমহা কম,টিউচন কৰিব লাগে।তেহে অলপ সকাহ পায়।​@@abhimobile111
@BISHWAJITDUTTABABA-gw5te
@BISHWAJITDUTTABABA-gw5te Ай бұрын
SCRIPTED JOKE 😂😂
@anupamvlogs1552
@anupamvlogs1552 Ай бұрын
😂😂
English or Spanish 🤣
00:16
GL Show
Рет қаралды 7 МЛН
wow so cute 🥰
00:20
dednahype
Рет қаралды 30 МЛН
what will you choose? #tiktok
00:14
Анастасия Тарасова
Рет қаралды 3,5 МЛН
Why Do Bohra Muslims Love Hindus?
11:59
Nikita Thakur
Рет қаралды 1,9 МЛН
English or Spanish 🤣
00:16
GL Show
Рет қаралды 7 МЛН