Рет қаралды 17,731
২০১১ চনৰ ৫ নৱেম্বৰত মহাপ্ৰয়াণ ঘটিছিল সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ। সুধাকণ্ঠৰ মহাপ্ৰয়াণৰ পিছত তেখেতৰ দীৰ্ঘদিনৰ সংগী বিশিষ্ট চলচ্চিত্ৰ পৰিচালক কল্পনা লাজমীয়ে নিউজ লাইভৰ চীফ মেনেজিং এডিটৰ ছৈয়দ জাৰিৰ হুছেইনক কি কৈছিল শুনো আহক।
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for latest update of news: newslivetv.org/