Рет қаралды 385
এজন বডীবিল্ডাৰ হবলৈ বহুত সময় লাগে, ধৈৰ্য্যৰ চৰমসীমাৰ গৰাকী হ'ব লাগিব, তেতিয়া সফল হ'ব পাৰিব। বডীবিল্ডিং এনেকুৱা এটা খেল যিটো খেলত বহুত টকাৰ প্ৰয়োজন, যাৰ বাবে আপুনি সাৱলম্বীও হ'ব লাগিব।।। Discipline, consistency, hardwork এই তিনিটা প্ৰধান বৈশিষ্ট্য।।।বাকী কষ্ট কৰিলে সফল হোৱাটো খাটাং, চৰকাৰৰৰ পৰাও সহায় কৰিব লাগে।🙏
#tribalbodybuilder
#arunachalpradesh
#assambodybuilder
#kirantayeng
#fitnessideas