XASIPAT || সাঁচিপাত || ACHURJYA BORPATRA || XASIPAT || 2019

  Рет қаралды 3,117,163

Achurjya Borpatra Official

Achurjya Borpatra Official

Күн бұрын

Пікірлер: 891
@putumaibora9829
@putumaibora9829 Жыл бұрын
বসন্ত পৰশ পাই লুইতৰ নতুন নতুন ধাৰাৰ বোয়াই। সাগৰলৈ কহুৱা খাগৰি প্ৰাণ পাই উঠে সেউজীয়া প্ৰকৃতি সৌন্দৰ্য কৰি প্ৰভাতি কেতেকী ফুলৰ সুগন্ধি সুবাস মধূৰ ক্ষনত নিয়ৰ টোপাল যেন গোলাপৰ ‌ পাহিত পলাসে সেন্দুৰী ৰহন সানে আকাশত পাতে জোনাকি মেল। নমাই আনে দুবৰিৰ মুকুতা ভাল পাওঁ জান কৃষ্ণচুৰা ৰঙিল। ফাকু খেলি তুমি আহিবা ৰঙিল জিৱনৰ। সোনালি সপোন গছৰ বিৰিখত কোমল কুঁহি আৰত কেতেকী জনি হিয়া ভঙা মাত বিৰিখে বিলিয়ে কপৌ ফুলে আৰু কি জানা মোৰ ‌ আঙলী য়ে বোলোৱা ‌মৰমৰ ‌ পৰশ পদুমৰ পাহি যেন ‌ হৃদয় মুখত এটা মধুৰ মিঠা হাঁহি শুনা চুন তুমি বাৰু মোক কিমান ভাল পোৱা পুৱতি নিশা শেৱালী ফুল চুন তল ভৰি ভৰি সৰিব ধৰিছে আলাসতে জানা ❤❤ ইতি তোমাৰ বন্ধু পিয়ে আশা কৰোঁ মোৰ হৃদয়ৰ মৰমৰ। ভাষা বোৰ আদৰেৰে ৰাখিবা বন্ধু
@sarangadas3691
@sarangadas3691 6 сағат бұрын
আচুৰ্যৰ কন্থত আৰু প্ৰাণ পাই উঠিছে নামভাগ,অতি সুন্দৰ হৈছে।আৰু আগুৱাই যোৱা।🙏🙏🙏🙏🙏🙏🙏🙏
@pritimech66
@pritimech66 3 жыл бұрын
Acharujya Dada tomar horinam to bohot mojja lagil😊☺👍👌👌
@shirumonihazarika5306
@shirumonihazarika5306 Жыл бұрын
Iman dhunia lagise Achurjyo da, anekey aru gy jaok dihanaam, raij e hosake khub val pyse aapunar dihanaam bur
@nayanbarman4277
@nayanbarman4277 Жыл бұрын
অতি সোন্দৰ মন প্ৰান ভৰি গৈছে😊😊😊😊
@sanjibxyz3964
@sanjibxyz3964 5 жыл бұрын
Bhut vl lagise dada ..zubeen daa pist apuner gaanr lgte Naam khuni bhut vl lge .
@gamersyt182
@gamersyt182 4 жыл бұрын
বৰপাত্ৰ দা সূন্দৰ হৈছে
@desixkalakar9635
@desixkalakar9635 3 жыл бұрын
Priyo manuhor... Priyo konthor... Priyo xumodhur hori naam xuniboloi ple jogotor badha xsai bohu dur t jen lge🙂 love you dada.... AB gohain ❤
@birajprotimborah3847
@birajprotimborah3847 5 жыл бұрын
কৃষ্ণ।। জয় গুৰু শংকৰ।। মন প্ৰাণ জুৰাই পেলাইছে।।
@Suryja-21
@Suryja-21 3 ай бұрын
সুন্দৰ 🙏। এনেদৰে আৰু🙏 হৰিনাম 🙏শুনিবলৈ ❤️‍🩹পাম বুলি আশা💕 থাকিল । 🤍 Best👍 achurjya da !!❤️‍🩹💕
@padmeswarborah-yy1zr
@padmeswarborah-yy1zr 5 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ ৰাম ৰাম ৰাম হৰি হৰি হৰি ❤❤❤❤❤
@dipjyotihazarika1839
@dipjyotihazarika1839 4 жыл бұрын
Bohut dhuniya❤❤ Val loga nam eitu mur🙂🙂 Joy Guru Sankar🙏🙏
@rupanjaldutta1162
@rupanjaldutta1162 5 жыл бұрын
আপোনাৰ সুন্দৰ কণ্ঠত মধুময় হৰি নাম শুনি বৰ ভাল লাগিল। ভগৱন্তই কৃপা কৰক আপোনাক আৰু আগুৱাই যাওঁক আপুনি। আৰু এনেদৰে আপোনাৰ সুন্দৰ কণ্ঠত হৰিৰ গুণনাম প্ৰকাশ কৰি সকলোৰে হৃদয়ত ৰমনামৰ নিজৰা বোৱাই দিয়ক।কৃষ্ণ , জয় গুৰু শংকৰ।
@djvlogs8876
@djvlogs8876 5 жыл бұрын
কৃষ্ণ,, কৃষ্ণ,, আচুৰ্য ককাইদেউ,,,,🙏🙏সুন্দৰ হৈছে🙏👍😍
@geetimalikagogoi6442
@geetimalikagogoi6442 3 жыл бұрын
Hi
@djvlogs8876
@djvlogs8876 3 жыл бұрын
@@geetimalikagogoi6442 hello kouk
@horiphukon1102
@horiphukon1102 2 жыл бұрын
Ijji okie ií
@putumaibora9829
@putumaibora9829 Жыл бұрын
বাটৰ। ভিক্ষাৰী ম ই লাগেনে মোৰ হিয়া প্ৰথম। প্ৰেমৰ হৃদয় নিয়া অধৰ ভৰা মোৰ উতলা কৰা নিদিওঁ দিয়া হৰিণ চাৱনি দেৱতাক তোৰ পুজিবৰ বেলা ফুলকে তোলো নিজান মনৰ বনতো মোৰ হাহি উঠে জানা ফুলৰ আৱেগ আকুল আৰু আশা বোৰ বাজে মোৰ প্ৰাণত ইতি তোমাৰ মৰমৰ বন্ধু প্ৰিয়ে মোৰ চিঠিৰ ভাজে ডাজে তোমালৈ পঠোৱা অযুত মধুৰ। কল্প না ❤❤
@saneeshasathyan7984
@saneeshasathyan7984 2 жыл бұрын
bhut vl dei mjaaa hoise
@bobitasaikia570
@bobitasaikia570 3 жыл бұрын
Moi hori nam huni aru loi bor val pau. Dhuniya lagil huni mon biyakul hoigol ....... Joy guru honkorguru 🙏🙏🙏🙏 krishno ,krishno ,krishno
@joyasarmah5388
@joyasarmah5388 4 жыл бұрын
Jay guru Shankar and madhav deb. Mon tu kiba ata bhal lagi goise ai gan tu xuni. Mojja achurjay da. Keep it up
@minakshiborgohain6448
@minakshiborgohain6448 2 жыл бұрын
মন চুই গৈছে ।
@n.lakhimpurjhandique1302
@n.lakhimpurjhandique1302 2 жыл бұрын
Uffff .. সুন্দৰ হৰিনাম
@admultital4926
@admultital4926 5 жыл бұрын
Dhunia hyse kokaideo❤.... Krishna 🙏🙏❤
@RohitSharma-x1k6e
@RohitSharma-x1k6e 8 ай бұрын
জয় গুৰু শংকৰ 🙏♥️💗
@ditimonigogoi6024
@ditimonigogoi6024 5 жыл бұрын
Achurjyar nijor eta xukia kontho ase...jitu kunu singeror logot nimile...Tekhetor kontho mur khub priyo... jubeenr pasote bhokti geet tu teur konthot praan pai uthise.......bohut dhuniya...golar kaazbur...
@pasantagogoi5463
@pasantagogoi5463 2 жыл бұрын
১০০বাৰতকৈ বেছি শুনিছো কিন্তুু কম শুনা নাই কৃষ্ণ কৃষ্ণ কৃষ্ণ
@king__of__war
@king__of__war Жыл бұрын
5:28
@swarnalatadas3980
@swarnalatadas3980 4 ай бұрын
Moiu 🙏
@Saikia848
@Saikia848 5 жыл бұрын
বহুত ভাল লাগিল আচু দা ।
@abhijitdas5243
@abhijitdas5243 3 жыл бұрын
সুন্দৰ হৈছে
@priyanujsaikia8755
@priyanujsaikia8755 5 жыл бұрын
জাৰণ,,এইবোৰ লগে,,,জয় জয়।
@ADutta-f5l
@ADutta-f5l 2 ай бұрын
Moi ejon Bengali lora but this song literally give me ghosboom...xoru r pa axomiya manuh r lgt dangr hua bihu not just a festival its our emotion❤❤
@rituraj1295
@rituraj1295 5 жыл бұрын
O da da mojja ru bohut bohut bhal gan.....❤💙💚💛💜💓💕💖💗💘💝💞💟👍👍👍👍👍👍👍
@hiyabarman3266
@hiyabarman3266 3 жыл бұрын
Bahut dhuniya hoisA...
@sanjibboruah8537
@sanjibboruah8537 4 ай бұрын
Ratipuwa huni bhut Val Lage achurjya da
@atulkrishnapathak8836
@atulkrishnapathak8836 4 жыл бұрын
মোৰ এগৰাকী প্ৰিয় শিল্পী🙏এক ব্যতিক্ৰম কণ্ঠৰ অধিকাৰী তেওঁ....প্ৰভাততে আচুৰ্যৰ ভক্তিমূলক গীত শুনি আপ্লুত হৈ পৰো..মন-প্ৰাণ দিনটোৰ বাবে জীপাল হৈ উঠে...অভিনন্দন আপোনালৈ👌
@monjitborah2869
@monjitborah2869 4 жыл бұрын
Dhanyabad dada muru khub priyo achurjya daa
@polashboruah2851
@polashboruah2851 Жыл бұрын
গুৰুজনাৰ সুমধুৰ গীত আমাৰ গৌৰৱ, সুন্দৰ 🙏🙏🙏🙏
@assameseboysagarbora9176
@assameseboysagarbora9176 5 жыл бұрын
ভাল লাগিল আচুৰ্য দা
@aysutbhuyan1133
@aysutbhuyan1133 4 жыл бұрын
Ioi
@abnomda8012
@abnomda8012 4 жыл бұрын
Acharujya da mojja gaisa vakti gaan tuu 🙏🙏🙏🙏
@chandanmedhi7970
@chandanmedhi7970 5 жыл бұрын
Dada bohut val lagise....apuni aii thaluwa tukarii geet bur jiyai rakhar babae...aruu amii aaa jiyai rakhibo lagibo...nahaale adin xekh hoi jabo
@minakshihazarika4582
@minakshihazarika4582 4 жыл бұрын
Hosa kotha
@pronabjyotiduarah2601
@pronabjyotiduarah2601 5 жыл бұрын
Mjaa lagil huni achurjya daa
@debojitnath5242
@debojitnath5242 3 жыл бұрын
মানস ভাগৱতী দেৱ🙏🙏 লগতে আচুৰ্য্য দা কন্ঠত হে ভাল লাগে।❤❤
@revotubez
@revotubez 3 жыл бұрын
kzbin.info/www/bejne/bmXYfmiPbb2ojtU
@mousamff9129
@mousamff9129 4 жыл бұрын
Bohut vall hoisa mon profullow hoi gai
@bhakatibhandar-6378
@bhakatibhandar-6378 4 жыл бұрын
মোৰে জীৱ ধন গোপীনাথ প্ৰাণ গোপীনাথ পশিলো শৰণে। মোৰ প্ৰাণ মন মজিয়া ৰহোক তোমাৰ চৰণে।।
@voiceforce1496
@voiceforce1496 5 жыл бұрын
অপেক্ষাত আছিলোঁ আচুৰ্য দা । শেষত পাই গলো । 💞❤️💕💞❤️😘😘
@saujeehazarika971
@saujeehazarika971 4 жыл бұрын
Ufdt
@saujeehazarika971
@saujeehazarika971 4 жыл бұрын
Ryo
@priyankagayan9698
@priyankagayan9698 5 жыл бұрын
Dhunia hoise achurjya daa.......krishna
@Suman-p7k9y
@Suman-p7k9y 5 ай бұрын
🎉🎉ঢুনিয়া হৈছে 🎤🎤🎤🎤
@aniket1219
@aniket1219 2 жыл бұрын
Joi guru.. 🙏♥
@BharatKhanikar
@BharatKhanikar Ай бұрын
Eman duniya Hur too hunile huni takib mon Jai 🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰 Ati hundor dada mon pan vori goisa dada❤❤ Jay shree krishna 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🥰🥰
@prabinbordoloi1449
@prabinbordoloi1449 5 ай бұрын
বহুত ভাল লাগিল 🎉🎉
@DikshaborodoloiBordoloi
@DikshaborodoloiBordoloi 3 ай бұрын
Hori namtu xuni bule bhut vl lgile mntu ❤😊
@pritysaikia256
@pritysaikia256 4 жыл бұрын
🙂🙂🙂🙂বৰ ধুনিয়া হৈছে ।
@kalpanakurmi6000
@kalpanakurmi6000 Жыл бұрын
iman dhunia kontho❤❤❤❤❤❤
@subhasde8571
@subhasde8571 4 жыл бұрын
ধুনীয়া লাগিছে acharujya দা ৰাম ৰাম
@JanmoniGogoi-ww7xz
@JanmoniGogoi-ww7xz 3 ай бұрын
Val lagil ❤️❤️🙏🙏🙏🙏
@dipudas6760
@dipudas6760 Жыл бұрын
হিদয় চুই যায় ঔ🙏🙏 বান্ধব কৃষ্ণ
@MANASHJYOTIBORAH
@MANASHJYOTIBORAH 5 жыл бұрын
বহুত ভাল লাগিল
@ashamorom5335
@ashamorom5335 6 ай бұрын
Harinam suit kore apunar voice't.....😍
@pranjitgogoi8713
@pranjitgogoi8713 5 жыл бұрын
Achurjyo da mur best hoi...bohut hukh palu huni..ratipuai din2r krne bohut vl lgi goll...
@hirakvlogs4328
@hirakvlogs4328 Жыл бұрын
আপোনাৰ হৰি নাম হোনিলে মাককছম মন প্ৰান ভৰি যায়
@JinamoniJinamoni-jh4xf
@JinamoniJinamoni-jh4xf 2 ай бұрын
Bhut val lagil xuni 🙏🙏
@nibashdutta6599
@nibashdutta6599 5 жыл бұрын
Anakua Gaan khubai proyojon Amar homajot ajikali singer bure akol romantic geet he gai kin2 apuni dekhai dle j apuni anot ke pithok ,hebabai apuni hit dada.
@joykantaphukan8505
@joykantaphukan8505 5 жыл бұрын
সঁচাই ভাল লাগে আপোনাৰ সুমধুৰ কণ্ঠেৰে নিগৰি অহা প্রতেকটো গীতেই।
@revotubez
@revotubez 3 жыл бұрын
kzbin.info/www/bejne/bmXYfmiPbb2ojtU
@আকাশগগৈ-য৩জ
@আকাশগগৈ-য৩জ 4 жыл бұрын
আপোনাৰ সৃষ্টি সমূহৰ প্ৰতি অগাধ সন্মান কৰো । আৰু তাতেই হৈছে হৰি নাম । এনে দৰে আগলৈকে হৰিনাম শুনিবলৈ পাম বুলি আশা ৰাখিলোঁ 🙏🙏
@bubulmainadas9251
@bubulmainadas9251 3 жыл бұрын
Poppy
@bubulmainadas9251
@bubulmainadas9251 3 жыл бұрын
Ppppppppppppp0ppppppppppp🐈🐈
@bubulmainadas9251
@bubulmainadas9251 3 жыл бұрын
Ppppppppppppppppppppppppp
@bubulmainadas9251
@bubulmainadas9251 3 жыл бұрын
0pp>p
@bubulmainadas9251
@bubulmainadas9251 3 жыл бұрын
🐱🐶🐶≧ω≦point 💩 ppooopoppp8ooopo
@amrithazarika9636
@amrithazarika9636 4 жыл бұрын
100 bar hunileu amani nologa (naam vaag) apunar konthot xuniboloi pai bht lagil kokaideu agoloiu anedore gaai jaok bht lge huni🥰🥰
@mousumigogoi6678
@mousumigogoi6678 3 жыл бұрын
Dhuniya hoisa dada🙏🙏🙏🙏🙏
@nayanmonibordoloi8786
@nayanmonibordoloi8786 4 жыл бұрын
বহুত ভাল লাগিছে আচূয দা । আগলৈকে যাতে এনেকুৱা হৰিনাম শুনি থাকো ।
@sanjoyborah2687
@sanjoyborah2687 4 жыл бұрын
Nice
@kisurajkonwarofficeal
@kisurajkonwarofficeal 3 жыл бұрын
সৰুপথাৰৰ ♥️আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো আপোনাৰ গান বোৰ বহুত ভাল লাগে
@MRINMOY_ff
@MRINMOY_ff 9 ай бұрын
❤.......................... Bhut dhunia hoise❤❤
@RishikeshGogoi-if2dv
@RishikeshGogoi-if2dv 5 ай бұрын
Hundor👍👏
@Assamboyz56
@Assamboyz56 Жыл бұрын
Bhut dhuniya
@niturajgogoi8131
@niturajgogoi8131 3 жыл бұрын
আৰু পাৰিলে হৰিনাম গাব 🙏🙏🙏
@songitabora9675
@songitabora9675 4 жыл бұрын
বহুত ভাল লাগিল আচূয দা
@sumusut7198
@sumusut7198 3 жыл бұрын
Nice
@bijitbordoloi6764
@bijitbordoloi6764 5 жыл бұрын
Nice Achurjya daa😍
@PadmadasPadmadas-l4i
@PadmadasPadmadas-l4i 7 ай бұрын
Achurjya da bohut dhuniya❤❤
@ProbitraBora-lj5zo
@ProbitraBora-lj5zo 3 ай бұрын
Qwertyuiopasdfghjklzxcvbnm😊❤😂🎉😢😮😅😊
@rajubaruah7186
@rajubaruah7186 5 жыл бұрын
খুব সুন্দৰ ককাই 👏
@assam..youtuber6834
@assam..youtuber6834 5 жыл бұрын
Bor dhuniya lagila,,, Achurjya da vokti got to huni 👍👍👍👍
@DigantaBora-y8h
@DigantaBora-y8h Жыл бұрын
Ki xundar kantha,mon sat pori jai❤
@birajgogoi3412
@birajgogoi3412 3 жыл бұрын
Moja Achurjya daa
@rongmonnath2036
@rongmonnath2036 5 жыл бұрын
সুন্দৰ দাদা । গান কেইটা সঁচাই বৰ সুন্দৰ হৈছে।
@ritomkalita470
@ritomkalita470 5 жыл бұрын
অতি সুন্দৰ হৈছে 🙏🙏🙏👍👍❤️
@statusn.p
@statusn.p Жыл бұрын
Bahut dhuniya hoise
@assameseallchannel4886
@assameseallchannel4886 5 жыл бұрын
সুন্দৰ মনটো’ সাত পৰি গ’ল ৷
@nomichetia8253
@nomichetia8253 Жыл бұрын
..h😊😅
@jyotishmanborah9574
@jyotishmanborah9574 5 жыл бұрын
Bohut val lagil achurjya dada. Apuni ai prodokheptu neribo kintu. Dhonyabad
@protivaboruah2840
@protivaboruah2840 5 жыл бұрын
Val lagil achurjya da ... bohut dhuniya
@upendas9487
@upendas9487 3 жыл бұрын
ব‌হুত বহুত ভাল লাগিছে‌ সচাই মনত আধ্যাত্মিক ভাবৰ উদয় হৈছে Thanks এনে কুনেকুৱা গিত উপহাৰ দিয়া বা বে
@putumaibora9829
@putumaibora9829 Жыл бұрын
ঐ সৰিয়হ ফুলীয়া তোৰ বৰণীয়া বৰ সুন্দৰ মোৰ কেতেকী চানেকী য়ে বুকুজুৰি ভাহি থাকে ককালটি মোৰ আহি গোন্ধ তে নাকতে লগাই কিঞ্চিত থৰ লাগি মোলৈ চাই যিমাহে গভীৰ হৃদয় আৰু ক'ত যে জিৱনৰ মধুৰ বিশালতা ইতি তোমাৰ মৰমৰ বন্ধু প্ৰিয়ে মোৰ চিঠিৰ ভাজতে অযুত মধুৰ কল্পনা বন্ধু চিৰ দিনলৈ লিখিছোঁ ❤❤
@arupbahoi6185
@arupbahoi6185 5 жыл бұрын
Bohut Bhal lagil huni
@kakulkalita2434
@kakulkalita2434 Жыл бұрын
So melodious song. ❤❤❤❤jai guru sankar🙏🙏🙏🙏
@navamallikabora8301
@navamallikabora8301 4 ай бұрын
Hundor❤
@uttamcreation1593
@uttamcreation1593 2 жыл бұрын
সু প্ৰভাত 😊❤️❤️🙏ভাল লাগিল
@eusufaliofficial2123
@eusufaliofficial2123 5 жыл бұрын
Bohut Bohut hundor geet ...enekua gaan Hunile ..bohut besi Val lage ..♥️♥️♥️😘😍😍🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥
@purabihazarika7906
@purabihazarika7906 3 жыл бұрын
কৃষ্ণ কৃপা কৰা প্রভূ🙏🙏🙏
@bandanabordoloi4397
@bandanabordoloi4397 2 жыл бұрын
Bohut dhuniwa gala o🙏
@phukan2285
@phukan2285 7 ай бұрын
Moja❤❤❤❤❤❤❤❤❤
@dhrubajyotibora714
@dhrubajyotibora714 5 жыл бұрын
মই আপোনাৰ গীত শুনি বহুত ভাল পাওঁ৷৷ সচাই বহুত বহুত ভাল লাগিছে৷৷আধ্যাত্মিকতা বিৰাজমান৷৷ কৃষ্ণ হে বুলিলো
@zangkhalifa1593
@zangkhalifa1593 5 жыл бұрын
Tqq
@kushalhatibaruah1397
@kushalhatibaruah1397 4 жыл бұрын
Dhruba Jyoti Bora
@dibyajyotigogoi1346
@dibyajyotigogoi1346 2 жыл бұрын
Kokai Hundor hoise🙏🙏👌👌👌❤❤
@Sarang289
@Sarang289 5 жыл бұрын
Notun rupot apunr konthot notun gaan huni bor vl lagil Achurjya daa....🤗🤗
@mahendradas3116
@mahendradas3116 4 жыл бұрын
সুন্দৰ কৃষ্ণ-কৃষ্ণ হে ভগৱান ।
@Koushiikkk
@Koushiikkk Жыл бұрын
শংকৰে জানো ভাগৱত লিখিছিল? 🤔 Achurjya Da❤
@jahnabineog6012
@jahnabineog6012 4 жыл бұрын
Birat hundor hoise huni val lage.
@smritinishabora4373
@smritinishabora4373 5 жыл бұрын
Moza bro.krishno🙏❤
@UmeshChangmai-mb9cm
@UmeshChangmai-mb9cm 2 ай бұрын
Pobu amar isor hei pobu❤❤❤
@shyambhuyan5136
@shyambhuyan5136 5 жыл бұрын
মন প্ৰফুল্লিত হৈ পৰে আচূয দা খুব ভাল হৈছে৷ আৰু আগুবাই যোবা
@basantagogoi8697
@basantagogoi8697 5 жыл бұрын
বহুত ভাল লাগিল শুনি ..... কৃষ্ণ
@nitunirob5834
@nitunirob5834 3 жыл бұрын
ঢোল পৰিবেখ‌আংং
Леон киллер и Оля Полякова 😹
00:42
Канал Смеха
Рет қаралды 4,7 МЛН
JOGOT GURU || জগত  গুৰু || ACHURJYA BORPATRA || XASIPAT || 2019
7:17
Achurjya Borpatra Official
Рет қаралды 3,7 МЛН
Bhagawanta Kot
9:50
Achurjya Borpatra Official
Рет қаралды 1,7 МЛН
BRINDABON By Neel Akash || Ujjwal Aarong || Janmoni Phukon
7:13
Neel Akash Das
Рет қаралды 270 М.
Gokulote Bokul Phule
7:06
Achurjya Borpatra Official
Рет қаралды 1 МЛН
Xasipat (Title Song) - Achurjya Borpatra | Xasipat | 2019
7:14
Dhwani Records
Рет қаралды 125 М.