উ*লং*গ বাবাৰ বিতৰ্কক লৈ এইবাৰ মুখ খুলিলে হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই

  Рет қаралды 33,997

NB News

NB News

Күн бұрын

উ*লং*গ বাবাক ভণ্ড বুলি কবলৈ আপোনালোক কোন? আপোনালোকেৰ চকু আৰু মানসিকতা অশ্লীল। আপোনালোকে ধৰ্ম আৰু সংস্কৃতি ৰক্ষাৰ বাবে কি কৰিছে? উ*লং*গ বাবাৰ বিতৰ্কক লৈ এইবাৰ মুখ খুলিলে হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই
Facebook: / nbnewstv
#NBnews
#NBtv
#NBnewsassam
#NBnewstv
#Satellitechannel
#NBNews

Пікірлер: 218
@namratadutta1840
@namratadutta1840 8 күн бұрын
সত্ত্যৰঞ্জন বৰা তইও লেনগটা হৈ ঘুৰিবি তুৰ মা দেউতাৰ আগত অাৰু তোৰ লৰা ছোৱালীৰ আগত
@SabitaSaikia-rn6fn
@SabitaSaikia-rn6fn 8 күн бұрын
সত্যৰঞ্জনে নিজে নাঙ্গঠ হৈ অসম ত্যাগ কৰক,অন্যথা অসমত বৈষ্ণৱ হৈ থাকি নিজৰ সংস্কৃতি ৰক্ষা কৰক।
@Devakanta-g9z
@Devakanta-g9z 8 күн бұрын
সি নাঙঠেই।এটা মিছলীয়া ভণ্ড।
@GyandeepLagachu
@GyandeepLagachu 8 күн бұрын
কুকুৰ সত্যৰঞ্জন , তোমাৰ মা, ভনিৰ আগত বাবাক দেখুৱাই দিয়া,,,
@dharamabarbarua
@dharamabarbarua 8 күн бұрын
সত্য ৰঞ্জন বৰা গুৰমি চেলা , চকু বেয়া মন বেয়া কব আহি ছ তয়। তোৰ যদি চকু , মন ভাল তেনে হলে তোৰ মা , ভনী হতক দেখাই দে , লাজ নাইকীয়া , ধৰ্ম জ্ঞান দিব আহি ছ
@rajivmacaire9011
@rajivmacaire9011 8 күн бұрын
নিজৰ লৰা ছোৱালী লগত লৈ তুমি উলংগ বাবাৰ আশীৰ্বাদ লোৱা Mr,satya
@aparajitatamuli7273
@aparajitatamuli7273 8 күн бұрын
❤আমাৰ গুৰু শঙ্কৰদেৱৰ আদৰ্শ বহুত উৰ্দ্ধত,আন বিলাকক আমাৰ ইমান জনিবলৈপ্ৰয়োজন নাই, বাটে পথে নঙথা কৰাইপদপথত যাত্ৰা কৰিব,হিমালয় ত গৈ ,বা কেৱল জৈন ধৰ্মালম্বী লোক সকলৰ মাজৰ আনে নেদেখাকৈ জি কৰে কৰি থাকক,এনে অপস নস্কৃতি অসমত যাতে আৰু দেখা পোৱা নাযায়,❤কৃষ্ণ❤
@SouravlittleVlogs
@SouravlittleVlogs 8 күн бұрын
সত্য ৰঞ্জন তোৰ মা ভনি দেখুওৱা দিবি
@VV-kx1op
@VV-kx1op 8 күн бұрын
Thik koisa
@VV-kx1op
@VV-kx1op 8 күн бұрын
Thik koisa
@LohitChangmai-i7q
@LohitChangmai-i7q 8 күн бұрын
উলংগ বা বাাক ভণ্ড বুলি কবলৈ আমি অসমীয়া! তই কোন বে?
@Choudhury1474
@Choudhury1474 8 күн бұрын
এওয়ো এক ভন্দ
@BabulHazarika-w3o
@BabulHazarika-w3o 8 күн бұрын
সত্যৰঞ্জন বৰা তই নিজে উলংগ হৈ প্ৰচাৰ কৰি থাক
@satyajitkumargogoi358
@satyajitkumargogoi358 8 күн бұрын
সত্যৰঞ্জন বৰা আমাৰ ধৰ্ম গুৰু হৈছে শ্ৰীমন্ত শঙ্কৰ দেৱ,আমি সকলো ধৰ্মকে সন্মান কৰো,সেই বুলি পদপথত উলঙ্গ বাবাই অসমৰ চাৰিসীমাৰ ভিতৰত ধৰ্ম যাত্ৰা কৰাটো সমৰ্থন নকৰো। যিটো অসমীয়া সমাজৰ পৰিপণ্ঠি।আপোনি সৰ্মথন কৰে সেইটো আপোনাৰ কথা কিন্তুু অসমীয়া সমাজৰ ৯৯'৯৯% সমৰ্থন নকৰে। আপুনি যে কলে সেই বাবা সকলে -৬০ ° চে.গ্ৰেড তাপমাত্ৰাটো উলঙ্গ হৈ থাকে, কথাষাৰ কিয় ভূল কৈ কৈছে,আমাক মূৰ্খ নসজাৱ।
@XoubhagyaRanjan-c2s
@XoubhagyaRanjan-c2s 2 күн бұрын
😂😂 -৬০ ° চে. গ্ৰেড অট উলংগ বাবা , পলাই পতংগ দিব ।
@kamelgogoi4916
@kamelgogoi4916 8 күн бұрын
সত্যৰণজ বাৰ ভাৰাহাম্য হেৰাইছে নেকী ?
@taradoi7957
@taradoi7957 7 күн бұрын
যি কম সঁচা কম--------- সত্যৰঞ্জন বৰাই ধম'ৰ বিষয়ে কি জানে ?
@m.rnisankashyap2278
@m.rnisankashyap2278 8 күн бұрын
সত্য ৰঞ্জন বৰা তোক লগ পালে কানতলিয় চৰ দুটা মাৰিলো হ'ল । অসমৰ কাৰণে তয় কি দাল কৰিছ
@Kapilmedhi-w1e
@Kapilmedhi-w1e 7 күн бұрын
সত্যৰজ্ঞন এটা পাগল | ইয়াকো লেংটা কৰি অসমৰ পৰা খেদিব লাগে |
@shyamalsarmah5470
@shyamalsarmah5470 4 күн бұрын
Mojja. More LANGTA baba should come to Assam and stay at SatyaRanjans place
@dhanjitnath4013
@dhanjitnath4013 7 күн бұрын
এয়া হৈছে আগজাননী কিছুদিন পিছত সাধাৰন নাগৰিকো এনেদৰে ঘুৰি ফুৰিব কাৰন মানুহৰ বিবেক,মন ,মগজু কাম নকৰা হব.সেইবাবে আইনে ইয়াৰ বিৰোধীতা কৰিলে জেল দিব.এয়াও এক আচনি হব পাৰে.🙏🌹
@PrafullaBorah-ji2qq
@PrafullaBorah-ji2qq 8 күн бұрын
S R B pagal
@binoykalita7597
@binoykalita7597 7 күн бұрын
সত্য ৰঞ্জন বৰা তোৰ লজ্জা নাই। ধৰ্মৰ নামত উল্ংগ হোৱা মানে এই সকল ভগৱান নেকি? সত্যৰঞ্জন তোকো লেংটা কৰিব লাগিব।
@HarishNeog
@HarishNeog 5 күн бұрын
হয় আপুনি ঠিকেই কৈছে ।
@paramanandabhuyan3702
@paramanandabhuyan3702 5 күн бұрын
ধৰ্ম প্ৰচাৰ কৰক উলংগ হৈ প্ৰচাৰ নকৰিলে হয় অসমত এইবিলাক ভাল নেদেখি
@DipakDoley-z3v
@DipakDoley-z3v 8 күн бұрын
কলি যুগ মা দেউতা লৰা ছোৱালি ভনি আপোনাৰ ঘৰত আনি সহ পৰিয়ালৃ সেৱা কৰিৱ।ঈশ্বৰ পাৱ হলে বস্ত্ৰ হীন নহয়।বস্ত্ৰ হীন আৱেগ নাই।
@RoshidulIslam-g7r
@RoshidulIslam-g7r 6 күн бұрын
বঙালী বিলাক অসমীয়াৰ বাবে ভাল নহয় অসমীয়া মানুহে এতিয়া নুবুজিলেও এদিন বুজিব যেনেকোৱা অসত্য ৰঞ্জন বৰা হৈছে বংঙালী সিহতে বাংলাদেশৰ পৰা আহিছে অসমৰ পৰিৱেশ বেয়া কৰিব । এতিয়াও চিন্তা কৰাৰ প্ৰয়োজন আছে
@tayyeburrahman7362
@tayyeburrahman7362 8 күн бұрын
এই ভণ্ডটোক লৈ কিয় আলোচনা কৰে |
@PradipDas-b1e
@PradipDas-b1e 8 күн бұрын
আপোনাৰ ঘৰত কিয় ঠাই দিয়া নাই
@phanidharthakuria588
@phanidharthakuria588 6 күн бұрын
সত্য ৰঞ্জন বরা লৈ নমস্কাৰ জনালো
@NorenKardong
@NorenKardong 7 күн бұрын
সত্যৰঞ্জন বৰা অসমীয়া নহয়।অসমীয়া হোৱা হলে up ধৰ্ম নললেহেঁতেন। শংকৰ দেৱৰ আদৰ্শ ভেয়া নেকি? শংকৰ দেৱৰ ধৰ্মৰ পৰা পালৰি কাতি ধৰ্মৰ কথা শিকাই? নীলাজ শিয়াল!
@abcassociates2283
@abcassociates2283 8 күн бұрын
Aito ata pagol
@RofiqulIslam-p2c
@RofiqulIslam-p2c 8 күн бұрын
Satya ranjan ata moha pagol.
@Mainudevi-v4p
@Mainudevi-v4p 7 күн бұрын
মই আগতো লিখিছো বাবাজনৰ দুষ নাই তেওঁক লৈ বেপাৰ কৰা সকলহে ভনড।এই অসমত থকা চৰকাৰ খনে অসমীয়া সঙসকৃতি নাজানে নেকি?
@krishnabarman5395
@krishnabarman5395 8 күн бұрын
Yea Afrika. Ehi
@abcassociates2283
@abcassociates2283 8 күн бұрын
Satya bora pagol
@SabitaSaikia-rn6fn
@SabitaSaikia-rn6fn 8 күн бұрын
গুৰু দুজনাক বাদ দি সত্যৰঞ্জন কোন ধৰ্মৰ মানুহ?নাংগঠ সংস্কৃতি বিশ্বত কত আছে নাজানো?কিন্তু ভাৰতত আছে , এইয়াও এই ধৰ্মৰ নামত আন এক অন্ধ বিশ্বাস।ইমানবোৰ উপাখ্যানত কৰবাত উলঙ্গ তপশ্বীয়ে ভগৱানক তপস্যা কৰাৰ নিদৰ্শন আছে নেকি?****পৱিত্ৰ sign art.
@shyamolikabora2924
@shyamolikabora2924 8 күн бұрын
সতয় ৰঞ্জন বৰা তুমি জধা মুৰখ প্ৰথম। সতয় ৰণজন তুমি উলঙ কি কলে মাইনাছ _৬০ ত ই কি কৈছ তই ভনদ
@dilenphukan6760
@dilenphukan6760 7 күн бұрын
অসমৰ মানুহ বিলাক লাহে লাহে দুখীয়া হৈ আহিছে। সেই বাবে সকলো মানুহ বিলাকে লাহে লাহে কাপোৰ পিন্ধিবলৈ এৰিব লাগে।
@Prashanta-t7e
@Prashanta-t7e 7 күн бұрын
এইটো সকলোতে মাত মাতে চচিয়াল মেডিয়াত মুখ খন দেখাবলৈকে এনেকৈ কথা কৈ থাকে।মিতিৰৰ মানু্হ,ঘৰৰ manuahe দেখিলেই কাম শেষ।।ছাগলীৰ দৰে বকি গলেই ,সকলো কথা সকলোৱে যে মানি লব, সেইটো নহব।।bujisa ছাগলী বৰা।।
@bimalsaha4166
@bimalsaha4166 7 күн бұрын
শাস্ত্ৰ নপৰাকৈ কোনো ঋষি মুনিৰ সমন্ধে কোনো ধৰণৰ বাক্ বান নকৰাই ভাল বুলি ভাবোঁ ধন্যবাদ ।
@travellife662
@travellife662 8 күн бұрын
Toi lengta hoi ghuribi
@MohidulIslam-xj5ug
@MohidulIslam-xj5ug 8 күн бұрын
Satya ranjan Bora ata moha pagol
@ManikRajbongshi-ko7rp
@ManikRajbongshi-ko7rp 8 күн бұрын
কলিৰ ,,,, বা বা
@SensuwaBapu
@SensuwaBapu 7 күн бұрын
উলংগ অসমত প্ৰবেশ নিষিদ্ধ কৰিব লাগে কোন গীগম্ব কাৰণ এই বিলাক হাবিত পঠাব লাগে
@DibyajyotiBaruah-lz2mm
@DibyajyotiBaruah-lz2mm 6 күн бұрын
এইবোৰক লৈ কোনোবা কোনোবা বোৰ জনপ্ৰিয় হৈ পৰিছে ৷ আগতে চিনি নোপোৱা মানুহবোৰ এতিয়া ৰাইজে চিনি পাইছে ৷ মাত্ৰ কেইজনমান টিভি বা সামাজিক মাধ্যমত চিনাকি মুখহৈ পৰিছে ৷ আৰু একো নাই ৷
@imdadali9519
@imdadali9519 8 күн бұрын
তোৰ কথা কোনে শুনিৱ।
@abcassociates2283
@abcassociates2283 8 күн бұрын
S bora ata pagol
@abubokkarsiddique1925
@abubokkarsiddique1925 5 күн бұрын
সত্যাৰনজন বৰা হিনূূ সকলৰো শত্ৰু
@abcassociates2283
@abcassociates2283 8 күн бұрын
Satya bora ata pagol ai pagol tok kiyo TV t dekhai thakey
@nivadevi1196
@nivadevi1196 8 күн бұрын
Pagol nilaj ma voni agot ?
@birajdas8481
@birajdas8481 6 күн бұрын
সত্য ৰঞ্জণ ক নাঙঠ কৰি ৰাজপথত ঘুৰাব লাগে । এইটো মহা পাপী ।
@venomxgaming100
@venomxgaming100 3 күн бұрын
লেঙেঠা সংস্কৃতি কোন খন সমাজৰ বুজাই দিব নে সত্যৰঞ্জনে ?
@RamenDas-q9l
@RamenDas-q9l 6 күн бұрын
সকলোৱে উলঙ্গ হ ও আৰু ধৰ্ম ৰক্ষা কৰো।
@IblStudio459
@IblStudio459 6 күн бұрын
তয়ো লেংটা হৈ পাগলৰ দৰে ঘূৰি থাক ঐ ৰঞ্জন😂 সেয়া আকৌ কি ধৰ্ম যিটো নেকি লেংটা হৈ ৰক্ষা কৰিব লগা হৈছে ??
@binabora5025
@binabora5025 7 күн бұрын
Axomot joy guru Sankar krishna krishna krishna
@sumansutradhar2310
@sumansutradhar2310 5 күн бұрын
সচাঁ কথা কৈছে সত্যৰঞ্জণ বৰাই...
@SatyaBorah-l8j
@SatyaBorah-l8j 3 күн бұрын
জৈন ধৰ্মৰ মাৰুৱাৰি কেইটাৰ পৰা কিবা‌ এটা পালে এওঁ।
@RofiqulIslam-p2c
@RofiqulIslam-p2c 8 күн бұрын
Join culture go back
@jaychankarboro4439
@jaychankarboro4439 7 күн бұрын
Why naked show in the town?
@opvideo7029
@opvideo7029 7 күн бұрын
কোন শাস্ত্রীয় বিধান । শ্রী মদ ভাগবত ১৬/২১ দেখক ।
@khalilurrahman847
@khalilurrahman847 5 күн бұрын
আদিম যুগতো মানুহে গছৰ পাত আৰু বাকলিৰে লজ্জা ধাকিছিল। কিন্তু ছি‌ ছি আজিৰ সভ্য যুগটো এনে পৰম্পৰা মানিব যোৱা বোৰ সঁচাই পাগল হব লাগিব। যেনে অসত্য ৰঞ্জন বৰা। তয়ো নাঙথ বাবা হৈ তোৰ ঘৰৰ পৰা ওলাই আহ কুকুৰ।
@diponkonwar7243
@diponkonwar7243 4 күн бұрын
সত্যৰঞ্জন আপুনিও এবাৰ নাঙঠ হৈ ৰাজপথৰ ঘূৰকচোন চাও
@samudrahazarika110
@samudrahazarika110 4 күн бұрын
সত্য নামৰ এই তথাকথিত 420 টোক বেছি প্ৰচাৰ কৰিছে মেডিয়ায়ে।
@swapankumarsarma6840
@swapankumarsarma6840 3 күн бұрын
উলংগ বাবাক ভাল চাৰ্টিফিকেট দিবলৈ তুমি কোন?তোমাক কোনে অধিকাৰ দিলে অসমক প্ৰতিনিধিত্ব কৰি বক্তব্য দিবলৈ বাপু সত্য ৰনজন?
@shazarika1184
@shazarika1184 8 күн бұрын
Dhoroma r Namot Vondami eibur
@ArupSonowal-r7h
@ArupSonowal-r7h 5 күн бұрын
S R Bora Tur Gharat Ni Lengata Babak Hewa Kargoi.Tur Baper ,Mar,Mar Bai Bhani Hakal Gharat Lengatakoi Thake Na?? Thanda,Garamar Katha Koi Ki Kaba Bisarise??Ahamat Lengataburak Pagal kai..Toi Pagal...
@BinuKalita-d8r
@BinuKalita-d8r 8 күн бұрын
্Good analysis . Thanks.
@jahangirislam2933
@jahangirislam2933 6 күн бұрын
সত্যৰঞ্জন নিজে উলংগ হৈ নুঘূৰে কিয় ।
@taruntalukdar2776
@taruntalukdar2776 4 күн бұрын
মিডিয়া সমাজে পাগলটো বাহিৰ কৰি দিব লাগে।
@BinandaBabu
@BinandaBabu 8 күн бұрын
Toi u langta hoi ghur oo bupai.kio kapur pindhi aso hann
@ahidulshek2607
@ahidulshek2607 4 күн бұрын
ভগবানক অপমান কৰীছে লেংটাহৈ
@HulungLang
@HulungLang 6 күн бұрын
Good
@dhkpatir1483
@dhkpatir1483 6 күн бұрын
এই সত্যৰঞ্জনক যত দেখে তাতে চেন্ডেলৰে কোৱাব লাগে |
@bmazumder9654
@bmazumder9654 8 күн бұрын
Satya ranjanak ulanga kari dibo lagey
@Immantu
@Immantu 7 күн бұрын
অ কাকা চত্যৰঞ্জন নহয় সত্যৰঞ্জন হে
@LoybarAli
@LoybarAli 7 күн бұрын
ই লেঙতা চাই চাই ভাল পাই ।পৰদা কৰা মানুহক বেয়া পাই আচল বস্তূবোৰ দেখা নাপাই যে।
@nabajyotiray931
@nabajyotiray931 8 күн бұрын
তেতিয়াহলে তইও লেংটা হৈ নুগুৰা কিয়
@aminulhoque594
@aminulhoque594 8 күн бұрын
Toi ulonga nohoi kio
@sanjedagulshan1578
@sanjedagulshan1578 7 күн бұрын
Honaton 😂😂😂
@abcassociates2283
@abcassociates2283 8 күн бұрын
Ai pagol tok kiyo TV chanel matey
@darshanandhereverythingbhu7996
@darshanandhereverythingbhu7996 8 күн бұрын
Digambar rajpatht pradarshn kiya,
@bheeshmarabha
@bheeshmarabha 5 күн бұрын
উলংগ,বাবা,অসমত,নচলে
@rinkushivam8759
@rinkushivam8759 6 күн бұрын
সত্যৰঞ্জণ বৰা এটা পাগল তেখেতক পাগলা ফাটেকত থৱ লাগে।
@Diganta-fh1bf
@Diganta-fh1bf 8 күн бұрын
শাস্ত্ৰ নপঢ়া মানুহে এই বোৰ বুজি নাপায়।
@mridulasonowal8626
@mridulasonowal8626 3 күн бұрын
উলংগ বাবাক ভণ্ড নকয় কি কয় । 3:46
@dipankarkhargharia9952
@dipankarkhargharia9952 7 күн бұрын
এই বৰা বোলাতো লাঙতা হৈ ঘুৰা তেতিযা তোৰ ল'ৰা ছোৱালী কি কব আগত কাপোৰ এখন দুজন ল'ৰাই ধৰি গৈ থাকিব লাগে
@KhagenchBaro-l6q
@KhagenchBaro-l6q 8 күн бұрын
Thanks borah sir
@ShorifuzZaman-p1q
@ShorifuzZaman-p1q 5 күн бұрын
অই হত্বৰাজ তই লেঙটা মানুহ 😂
@santonudas624
@santonudas624 8 күн бұрын
Ami boisnob dhormo palon koru ki. Amargurujona to bohut uporot
@BirenRai-xr2xk
@BirenRai-xr2xk 4 күн бұрын
AkDamHasaKatha❤
@LataArandhara
@LataArandhara 4 күн бұрын
ভণ্ডবাবাক আনি বেপাৰ কৰিছ ত ই ।
@NandeswarDasNDad
@NandeswarDasNDad 5 күн бұрын
বৰা নে ই এটা গাধ ঘোৰা ।
@satyajitborsaikia5407
@satyajitborsaikia5407 8 күн бұрын
Asram ,Bobey Deol
@SushilKonwar-l3c
@SushilKonwar-l3c 3 күн бұрын
এই কুকুৰটোক নাঙঠ কৰি সমদল কৰিব লাগে, কুকুৰ শংকৰ মাধৱ কথা ক বালৰ কথা কৈছ
@asrafulbulbul8128
@asrafulbulbul8128 7 күн бұрын
পাগলে নকয় নো কি আৰু ছাগলীয়ে নাখায় নো কি।
@lakhantanti5784
@lakhantanti5784 8 күн бұрын
June june lengta baba bhal pai nij nijor ghoro le loi hewa korok ,,rastat dekha pale nijor bai bhonti lohot laj lage
@Twostars-0
@Twostars-0 4 күн бұрын
ইধুলনধৰ
@BirenRai-xr2xk
@BirenRai-xr2xk 4 күн бұрын
BhalKathaKoise❤
@bubulali1282
@bubulali1282 5 күн бұрын
চেনেল বিলাকে মানুহ নাপাই আৰু শুধিব
@MohanGogoi-xq6yu
@MohanGogoi-xq6yu 8 күн бұрын
Right
@dibakarloying2746
@dibakarloying2746 7 күн бұрын
উলগং জনক জংঘলত থৈ আহিব লাগে
@tsuki1865
@tsuki1865 8 күн бұрын
Hoi
@UTPALPEGU-i4v
@UTPALPEGU-i4v 8 күн бұрын
Set baba
@aminulhoque594
@aminulhoque594 8 күн бұрын
Toi bhut jano je
Cheerleader Transformation That Left Everyone Speechless! #shorts
00:27
Fabiosa Best Lifehacks
Рет қаралды 16 МЛН
СИНИЙ ИНЕЙ УЖЕ ВЫШЕЛ!❄️
01:01
DO$HIK
Рет қаралды 3,3 МЛН