যাত্ৰা with আইচেংফা | Life Journey of Eminent Singer Manjyotsna Mahanta | ৰেন মৌ | JAATRA

  Рет қаралды 25,410

Jaatra

Jaatra

Күн бұрын

Welcome to Jaatra, your ultimate destination for entertainment and inspiration! We are thrilled to introduce you to a brand new chapter called "Ren-Mou." At Ren-Mou, we embark on a captivating journey as we invite renowned film celebrities, celebrated individuals from various fields, and budding talents.
The term "Ren-Mou" holds a special meaning. Derived from the enchanting language of Tai-Ahom, it signifies "New Home." As we delve into this exciting series, Aichengfa Boruah, the charming host of our house, presents a captivating solo show that is sure to keep you hooked. We also feature incredible celebrity interviews that offer a glimpse into their lives and experiences.
Thank you so much for visiting our channel. If you haven't done so already, don't forget to hit that subscribe button to stay up-to-date with all the amazing content. Also press the bell icon to stay updated with our latest uploads.
Credits -
Host and Concept - Aichengfa Boruah
Direction & Audio Production - Xulfi
Video Edit - Dipankar Saharia
Camera - Jintu Kumar, Chandan Sonowal, Ravi
Make-Up - Binita Das

Пікірлер: 147
@diptiburagohain746
@diptiburagohain746 10 күн бұрын
ধুনীয়া কিতাপ এখন পঢ়িথকাযেন লাগিছে মোৰ । দুই গৰাকীলৈকে অফুৰন্ত শুভকামনা যাছিলো
@parthaborah2984
@parthaborah2984 7 күн бұрын
আমনি নলগা এটি অনুষ্ঠান,আৰু শুনিম শুনিম লাগি থাকিল.....ধন্যবাদ আচেংফা বা....প্রিয় মানুহগৰাকী এবাৰ ওচৰৰ পৰা পোৱাৰ দৰে লাগিল।বাইদেউৰ জীৱনটো তেখেতৰ নামটোৰ দৰে হওঁক, তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ।এবাৰ বাইদেউক লগ পোৱাৰ খুব হেঁপাহ আছে।🙏🏻🙏🏻🙏🏻
@uttamkumarroy2583
@uttamkumarroy2583 4 күн бұрын
ভাষ নাই ক'বলৈ। এনে এটি সুন্দৰ অনুস্হান উপভোগ কৰিব পাৰি নিজকে ধন্য মানিছো। চিৰসেউজ কন্ঠৰ গৰাকী শ্ৰদ্ধাৰ মনজ্যোৎস্না মহন্ত বাইদেউৰ সু-স্বাস্থ্য কামনা কৰিলোঁ।লগতে "যাত্ৰা"যাত্ৰা সুদূৰ প্ৰসাৰী হ‌ওঁক🙏👌
@tulikagogoi6467
@tulikagogoi6467 5 күн бұрын
Nice video 👍
@GitanjaliDevi-d1p
@GitanjaliDevi-d1p 4 күн бұрын
মই হেৰাই গ'লো অ' আইচেংফা । কি অনুভৱ বুকুৰে উজাই গ'ল বুজাব নোৱাৰিম । মনজ্যোৎস্না বাইদেউক বহুত ভালপাওঁ । বহুত বেছি ভালপাওঁ তেখেতৰ প্ৰতিটো গীত । বাইদেউলৈ আন্তৰিক শ্ৰদ্ধা আৰু হিয়াভৰা শুভকামনা যাঁচিলো । আশা কৰিলোঁ আগলৈ তেখেতৰ অনন্য কণ্ঠেৰে আমাক আৰু গীত উপহাৰ দি যাওক । লগতে তোমালৈও বহুত বহুত মৰম আৰু শুভকামনা জনাইছোঁ । যাত্ৰা সুদূৰপ্ৰসাৰী হওক । যাত্ৰা অবিৰত হওক । যাত্ৰা মধুৰ হওক।
@pragyasaikia5261
@pragyasaikia5261 4 күн бұрын
🙏💗 অতিকৈ প্ৰিয় শিল্পীৰ বৰ ধুনীয়া অনুষ্ঠান। অতিকৈ প্ৰিয় শ্ৰদ্ধাৰ দুয়োগৰাকী শিল্পীলৈ আন্তৰিক ধন্যবাদ জনালোঁ।
@rebatmahanta9590
@rebatmahanta9590 5 күн бұрын
বৰ ভাল লাগিল ।আইছেংফা বালৈ অনেক ধন্যবাদ জ্ঞাপন কৰিলো ।যাত্ৰাৰ উত্তৰোন্নতি কামনা কৰিলো ।
@geetasreethakur9232
@geetasreethakur9232 5 күн бұрын
বৰ উপভোগ কৰিলো । মনজ্যোৎস্না মহন্তক সৰুৰে পৰা দেখিছিলো, লগ পাইছিলো স্কুলত আমাতকৈ তলত আছিল। কি সুন্দৰ এটা personality. বৰ ভাল লাগিল, মৰম লাগি গ'ল। সুস্বাস্থ্যৰে থাকি ভাল কাম বোৰ আগলৈও কৰি যাওক। বহুত মৰম, শুভেচ্ছা থাকিল
@nilanjanmahanta7240
@nilanjanmahanta7240 5 күн бұрын
সৰুৰে পৰা ভালপোৱা মানুহবোৰৰ পৰা আতৰি থকাৰ মন যায় , যাতে থুনুকা মনটোৱে সেই আবেদন খিনি হেৰুৱাই নেপেলাই ৷ কিন্ত মনজ্যোস্না বাইদেউক এবাৰ ওচৰৰ পৰা লগ পাবলৈ বৰ মন গৈছে ৷ ধন্যবাদ আইচেংফা বা আৰু যাত্ৰা ৷
@gauravsaikia12
@gauravsaikia12 10 күн бұрын
প্ৰিয় শিল্পীগৰাকী ❤ । বহুত বেছি ভাল লাগিল । আইচেংফা বাৰ প্ৰশ্নবোৰ কি ধুনীয়া !
@tribenibayan115
@tribenibayan115 6 күн бұрын
বহুত ভাল লাগিল ❤
@swarnabhajani6884
@swarnabhajani6884 11 күн бұрын
তেওঁ‌ৰ শক্তিশালী, আৱেদনময় কণ্ঠই মুগ্ধ কৰে । গীতসমূহ অৰ্থপূৰ্ণ। অযুত শুভেচ্ছা জনালোঁ‌।
@ManjuPhukon-nc9cn
@ManjuPhukon-nc9cn 7 күн бұрын
অতি মনপৰশা অনুস্থান টি ।দুয়ো গৰাকী মোৰ বহুত প্ৰিয় শিল্পী ।কথোপকথন বৰ সুন্দৰ আৰু চিৰন্তন সত্য বাৰ্তা ৰে সমৃদ্ধ ।আগলৈও এনে কথা বাৰ্তা আশা ৰাখিছো ।দুয়ো গৰাকী ৰ সুস্থ জীৱন আৰু দীঘায়ু কামনা কৰিছো ভগবানৰ ওচৰত ।শুভেচ্ছা জ্ঞাপন কৰিছোঁ গোলাঘাট ৰ পৰা ।
@anulekhasarma2122
@anulekhasarma2122 7 күн бұрын
বাইদেউ ❤। আপোনাৰ ওচৰতে বহি কথাবোৰ শুনি থকা যেন লাগিছে । সদায় ভালে থাকক ❤
@kangkanamazumdar4547
@kangkanamazumdar4547 9 күн бұрын
খুব ভাল লাগিল বা অনুষ্ঠানটি চাই❤ এদিন তৰালী শৰ্মা বাক আপোনাৰ অনুষ্ঠানৰ মাধ্যমেৰে চাবলৈ পাম বুলি আশা থাকিল।
@dipjyotidutta3333
@dipjyotidutta3333 6 күн бұрын
Especially like manjyoshna mahanta ma'am
@sangitaborah4923
@sangitaborah4923 7 күн бұрын
বাইদেউ লৈ বহুত মৰম আৰু শুভ কামনা
@manishadeka6600
@manishadeka6600 11 күн бұрын
মন বেয়া লাগিলেই অকলে হেডফোন লৈ মনোজ্যোৎশ্না বাইদেউৰ গান শুনো,কান্দো😘😘😘😘
@mikumonisarmah7293
@mikumonisarmah7293 7 күн бұрын
ইমান যে ভাল লগা কথাবোৰ বাইদেউ, ❤🙏
@hemisaikia2290
@hemisaikia2290 8 күн бұрын
বহুত ভাল লাগিল। ঘৰত কাম কৰি থকা অৱস্থাত সদায়েই বাইদেউৰ গানৰ শুনো । বাইদেউৰ সু-স্বাস্থ্য কামনা কৰিলো 🌺🌺
@provadeka6199
@provadeka6199 5 күн бұрын
খুব ভাল লাগিল।
@gitumanichoudhury8332
@gitumanichoudhury8332 6 күн бұрын
অতি সুন্দৰ অনুষ্ঠান মোৰ প্ৰিয় শিল্গী ভাল লাগিল দেখি , বাইদেউ সদায় সু-স্বাস্থ্য হৈ থাকক তাৰেই কামনা কৰিলোঁ 🙏❤️
@geetmusicals4538
@geetmusicals4538 4 күн бұрын
অতি সুন্দৰ 💐💖🙏
@malatiborah5205
@malatiborah5205 7 күн бұрын
Salute to Monjyotsna Madam 🙏🙏
@r.hazarika9231
@r.hazarika9231 10 күн бұрын
মোৰ অতিকৈ প্ৰিয় শিল্পী গৰাকীক তোমাৰ যাত্ৰালৈ আমন্ত্ৰণ কৰি তেখেতৰ বৰ্ণিল জীৱনৰ কাহিনী জানিবলৈ পোৱাৰ বাবে তোমালৈ হৃদয়ৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ লগতে বাইদেউৰ সু-স্বাস্থ্য বৰ্তাই ৰাখি আমাক সুন্দৰ সুন্দৰ গীত উপহাৰ দি থাকিব তাৰেই কামনা কৰিলোঁ , এটা জটিল ৰোগক জয় কৰা বাইদেউ এগৰাকী সঁচাকৈয়ে সাহসী যুদ্ধা, তেখেতৰ মনোবল দেখি অভিভূত হৈছোঁ। বাইদেউ মোৰ চিৰ নমস্য 🙏❤️❤️❤️
@DaisyRaniPatirDoley
@DaisyRaniPatirDoley 10 күн бұрын
অতি মৰমৰ শিল্পী মনজ্যোস্না মহন্ত বাইদেউ যেন সদায় সংগীতৰ আকাশত উজ্জ্বলি থাকক!❤❤
@btalukdar7418
@btalukdar7418 8 күн бұрын
খুব সুন্দৰ ❤️
@swagataphukan9150
@swagataphukan9150 10 күн бұрын
ইমান সুন্দৰ এটি অনুষ্ঠান চাই সুখী হলো ।
@ilabora7943
@ilabora7943 8 күн бұрын
বহুত বহুত সুন্দৰ অনস্থান এটা চাবলৈ পালোঁ । মনজোস্না মহন্ত বাইদেউক সুস্থ কৈ দখিবলৈ পাই বৰ ভাল লাগিল। দুয়ো গৰাকী ৰে মঙ্গল কামনা কৰিলোঁ ।
@purabisaikia8188
@purabisaikia8188 9 күн бұрын
বহুত ভাল লাগিল বা।যাত্ৰাৰ যাত্ৰা সদায় এইদৰে অব্যাহত থাকক।❤
@anakshidas5609
@anakshidas5609 9 күн бұрын
জিৰণি লৈ বহু মৰম ও শুভেচ্ছা জনালোঁ। যাত্ৰাৰএই অনুষ্ঠানটি খুউব সুন্দৰ হৈছে। যোৱা সন্ধিয়া অনুষ্ঠানটি চাই এটি সুন্দৰ সময় পাৰ কৰিলো। মনটো এতিয়াও ভাল লাগি আছে। আইচেংফালৈ বহু বহু ধন্যবাদ ।
@ajantapathak192
@ajantapathak192 10 күн бұрын
মনজ্যোৎস্না বাইদেউ ৰ গীত মোৰ বহুত ভাল লাগে❤❤❤।আগলৈ গাই যাব বুলি আশা ৰাখিলোঁ লগতে আপোনাৰ সু-স্বাস্থ্য কামনা কৰিলো ❤❤❤❤।
@rekhabharali2816
@rekhabharali2816 10 күн бұрын
Bohut bhal lagil anusthanti .agoloio jen ene xundor anusthan dekha pao .❤❤❤❤❤❤
@gitanjalikalitachoudhury6555
@gitanjalikalitachoudhury6555 10 күн бұрын
শিল্পী গৰাকীয়ে খুব মূল্যবান কথা কৈছে, আজিৰ গায়ক গায়িকা সকলোৱে অনুকৰণ কৰা উচিত। তেখেতৰ শাৰীৰিক, মানসিক দিশৰ উন্নতি হওক।
@JaanSonowal-c9i
@JaanSonowal-c9i 3 күн бұрын
বাইদেউলৈ শ্ৰদ্ধা আৰু তেখেতৰ নামটোৰ দ'ৰেই সদায় তেখেত জোনাক হৈ থাকক অনাগত দিলনৈ তাৰেই কামনা...👏 লগতে আপুনিও সদায় কুশলে থাকক...❤ অ বা তৰালি শৰ্মা বাইদেউ আৰু এঞ্জেলা চাংমাই বাইদেউক মাতিবছোন এদিন।
@preetirekhadutta9609
@preetirekhadutta9609 11 күн бұрын
মন ভৰি গ’ল বাইদেউ সদায় মোৰ বাবে প্ৰিয় কণ্ঠশিল্পী আৰু প্ৰিয় নাৰী🙏 সদায় কুশলে আৰু সুস্বাস্থ্যৰে ৰাখক ভগৱানে। এনেধৰণৰ ব্যক্তিক আপোনাৰ যাত্ৰাৰ আসনখনলৈ অনাৰ বাবে আপুনিও ধন্যবাদৰ পাত্ৰ আইচেংফা বা..
@babikadas2345
@babikadas2345 10 күн бұрын
অনুষ্ঠানটি বহুত ভাল লাগিল। ❤❤❤
@LeenuBuragohain
@LeenuBuragohain 9 күн бұрын
Mur egoraki bor moromr sangeet shilpi. Khub bhalo lagil. Dhanyavaad, 2 u gorakiloi...... ❤
@sabitakalita7065
@sabitakalita7065 8 күн бұрын
সুন্দৰ ভিডিঅ। দুয়ো গৰাকী বাইদেউক নমস্কাৰ আৰু ধন্যবাদ জনালো।
@nituborah3067
@nituborah3067 7 күн бұрын
One of my favorite teacher always ❤
@BinaBorgohain-p7d
@BinaBorgohain-p7d 9 күн бұрын
Khub val lagil..❤..duigoraki mur ati priyo..bhale thakok hodai
@voiceoflmp
@voiceoflmp 8 күн бұрын
সুন্দৰ অনুস্থান। বাইদেউলৈ শ্রদ্ধা জনালো।
@DiptiBorah-ip5ci
@DiptiBorah-ip5ci 5 күн бұрын
Nice video❤❤❤
@bijusharma4606
@bijusharma4606 6 күн бұрын
Xundor
@manishadeka6600
@manishadeka6600 11 күн бұрын
waoooo🥰🥰🥰মই ইমান দিনে বিছাৰি ফুৰা মানুহগৰাকী🙏🙏।সৰ্বকালৰ প্ৰিয় শিল্পী❤️❤️❤️❤️
@majnurchoudhury6810
@majnurchoudhury6810 9 күн бұрын
Aiyoiii dehiii ❤😊 eman dhuniya....apunar xokolu episode sau ...bor val lage...ketyaba jodi xomvob hoi anuradha sharma borpujari baideuk matibosun abar.
@trishnanajir8971
@trishnanajir8971 8 күн бұрын
ইমান ধুনীয়া ব্যক্তিত্ব🤗
@sabitakalita7065
@sabitakalita7065 8 күн бұрын
বাইদেউৰ কথাবোৰে শক্তি আৰু সাহসিকতাৰ প্ৰমাণিত কৰিলে। 🙏🏻
@parthapratimgyanudoydas204
@parthapratimgyanudoydas204 11 күн бұрын
বাইদেউৰ এনে এটা অনুষ্ঠানৰ বাবে বহুত ভাল ভাল youtube channel ত অপেক্ষাৰত আছিলোঁ। আৰু যাত্ৰাত অৱশেষত দেখা পালোঁ। বহুত বহুত ধন্যবাদ🙏❤️❤️❤️
@rupalidevi6047
@rupalidevi6047 8 күн бұрын
খুব ভাল লাগিল❤❤
@bhumijashivam8105
@bhumijashivam8105 9 күн бұрын
One of my favourite teacher of my life ❤ Thank you for inviting her
@nishamaniborah9776
@nishamaniborah9776 11 күн бұрын
খুবেই সুন্দৰ অনুষ্ঠান। তোমাৰ যাত্ৰা অব্যাহত থাকক! 👍👍👍
@dhanjitrajbongshi8209
@dhanjitrajbongshi8209 10 күн бұрын
যাত্ৰা এইবাবেই মোৰ অতি প্ৰিয় , কিয়নো ম‌ই ভালপোৱা মানুহবোৰ ইয়াৰ অতিথি হিচাপে আহি থাকে,
@NabaJyotiDeka-er5jp
@NabaJyotiDeka-er5jp 8 күн бұрын
বৰ ভাল লাগিল অনুষ্ঠানটি ।
@ripanborah8163
@ripanborah8163 10 күн бұрын
বাইদেউ ভালে থাকক ! এতিয়াৰ তথাকথিত গায়ক‌ সকলে অনুষ্ঠানটো চাব লাগে। কিবা অলপ শিকিব...আজিৰ গীতৰ কথাই কি শুনিবা নে উচ্চাৰণে কি শুনিবা । গীত এটি সম্পূৰ্ণ কৈ শুনিব মন নাযায় । এনেকোৱা সাক্ষাৎকাৰ আৰু হ'ব লাগে । আইচেংফা বা পুলক বেৰ্নাজী‌ ছাৰকো মাতিবচোন এদিন ।
@dhrubajyotidutta3159
@dhrubajyotidutta3159 7 күн бұрын
বহুত ভাল লাগিল অনুষ্ঠানটি চায় ।
@bipuldeka6869
@bipuldeka6869 10 күн бұрын
Bohut vaal lagil.
@bapujidutta6936
@bapujidutta6936 8 күн бұрын
অনুস্হানটি চাই মন ভৰি গল
@sangitasaikia51
@sangitasaikia51 10 күн бұрын
Bohut bhal lagil ❤
@kalpanakataky9092
@kalpanakataky9092 7 күн бұрын
খুব ভাল লাগিল. কথা বতৰা খিনিত নিজেই ভাগ লৈ থকা যেন লাগিল. আৰু এদিন মাতিব তেখেতক .মন আছে আৰু জানিবলৈ
@anamikahazarika4825
@anamikahazarika4825 10 күн бұрын
মোৰ বহুত ভাল পোৱা শিল্পী গৰাকী , দুয়ো লৈকে বহুত শুভ কামনা যাচিলো ❤️
@reenadoley1541
@reenadoley1541 8 күн бұрын
বৰ সুন্দৰ অনুস্থান ।
@Bijoylakhipathak
@Bijoylakhipathak 10 күн бұрын
বহুত বহুত ভাল লাগিল ।
@pritilatakalita9219
@pritilatakalita9219 11 күн бұрын
বৰ ভাল লাগিল সঁচাকৈ❤
@archanasarmah9460
@archanasarmah9460 9 күн бұрын
খুবেই ভাল লাগিল
@himanibanikya8168
@himanibanikya8168 7 күн бұрын
Golden voies❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@sundeephazarika3595
@sundeephazarika3595 10 күн бұрын
কথাবোৰ বৰ ভাল লাগিল।তেখেত সদায় ভালে থাকক
@maitreyeeboiragi8519
@maitreyeeboiragi8519 8 күн бұрын
মই এইকেইদিন মনজোৎস্না মহন্ত বাইদেউৰ বিষয়ে ইউটিউবত বিচাৰি আছিলো৷আজি চাই ধন্য হ’লো৷দুয়োগৰাকীলৈ অযুত মৰম আৰু স্নেহ
@ArunaBorgohain-x8v
@ArunaBorgohain-x8v 10 күн бұрын
বাইদেউ আপোনাক বহুত দিনৰ পিছত ঘৰতে লগ পোৱা যেন লাগিছে। 👋
@Comment_Man_Of_Assam
@Comment_Man_Of_Assam 11 күн бұрын
Nice Video Baa ❤❤
@chayaentertainment9392
@chayaentertainment9392 7 күн бұрын
মোৰ অন্যতম প্ৰিয় শিল্পী গৰাকী ❤️
@boraxomsubhrajitbailung1289
@boraxomsubhrajitbailung1289 9 күн бұрын
সুন্দৰ❤
@sabita3055
@sabita3055 11 күн бұрын
বহুত ভাল লাগিল মঙ্গল কামনা কৰিলো
@monalishaboruah331
@monalishaboruah331 10 күн бұрын
মোৰ শিক্ষয়িত্ৰী আছিল বাইদেউ সন্দিকৈ মহাবিদ্যালয়ত ! তেওঁৰ কথাবোৰেই কবিতা কবিতা লাগিছিল আমাৰ ! সন্মোহিত হৈ শুনি আছিলোঁ তেওঁৰ কথাবোৰ
@sewalikalitaaxomiyasowali5001
@sewalikalitaaxomiyasowali5001 9 күн бұрын
কিমান প্ৰিয় তেওঁ ❤
@runumibaruah4082
@runumibaruah4082 11 күн бұрын
প্ৰিয় শিল্পী গৰাকীৰ গীত, কথাই বৰ আনন্দিত কৰিলে।। বাইদেউ সদায় কুশলে থাকক । 🙏
@AlimpyshreyamGogoi
@AlimpyshreyamGogoi 11 күн бұрын
"শিল্পীৰ জীৱনত বহুতো নেদেখা সংগ্ৰাম থাকে" কথাষাৰ❤
@binadeka5317
@binadeka5317 9 күн бұрын
বহুত ভাল লাগিল।
@BarnaliDas-bv1lo
@BarnaliDas-bv1lo 11 күн бұрын
প্ৰণাম, মৰম, শুভকামনা নেদেখা জনৰ ওচৰত বাইদেউলৈ❤।
@himajyotisarma2197
@himajyotisarma2197 10 күн бұрын
প্ৰিয় শিল্পী ❤
@ritamonimohanboruah8094
@ritamonimohanboruah8094 7 күн бұрын
Bar Sundar kathupakatha❤
@simantagogoiart6715
@simantagogoiart6715 8 күн бұрын
প্ৰিয় ❤
@JyotiSaikia-uz1qr
@JyotiSaikia-uz1qr 11 күн бұрын
Bohut sundor...❤
@pritirekhagogoi5652
@pritirekhagogoi5652 11 күн бұрын
ইমান যে প্ৰিয় ❤
@biswajitmallabujarbaruah7021
@biswajitmallabujarbaruah7021 7 күн бұрын
You are lovely singer and teachers
@LalitaChoudhury-zn5hl
@LalitaChoudhury-zn5hl 10 күн бұрын
Bar anusthan to chai bahut bhal lagil tar babe bahut dhanyabad
@ankitadutta2286
@ankitadutta2286 11 күн бұрын
মৰমৰ দুয়োজনী বা❤️
@nabamahanta3791
@nabamahanta3791 11 күн бұрын
বৰ ভাল লাগিল
@malamanibaruah3524
@malamanibaruah3524 8 күн бұрын
Fantastic voice Jironi tumar.
@padminikonwar34
@padminikonwar34 10 күн бұрын
Aishengfa apluta halu anusthanti sai .monjyotsna tumar songeet t madokota bisari pau hridoy shui jai mor bhantihomo tumi.tumar huswaisthya kamona korilo.
@ranamedhi3484
@ranamedhi3484 10 күн бұрын
Very nice podcust and your beautiful voice , Thanks
@with8553
@with8553 8 күн бұрын
Love you ma'am ❤❤
@himanibanikya8168
@himanibanikya8168 7 күн бұрын
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@paparideka4076
@paparideka4076 9 күн бұрын
মোৰ অতি প্ৰিয় শিল্পী গৰাকী 🙏🙏🙏 সৰুৰে পৰা এখেতৰ গান বোৰ শুনি সচাঁকৈয়ে বহুত ভাল পাওঁ।।
@junemonimahanta5291
@junemonimahanta5291 9 күн бұрын
মোৰ প্ৰিয় শিল্পী গৰাকী ❤️❤️ ভগৱানে কুশলে ৰাখক 🙏
@_mou_vlogs_
@_mou_vlogs_ 9 күн бұрын
Val lagil vdo tu sai
@dibyajyotisaikia7345
@dibyajyotisaikia7345 9 күн бұрын
Monojoshna ba k mur bollywood r bikhyat gayika Risha Sharma r dare lage.. Tekhetor konthoi jidare ga r noom xiyorai tule thik tenedare ekhetor konthoyeo xiharan kori tule duyugoraki ei xangeet jogotor noikhyatra...Anedare jiliki thakok amr hridayot atia aru onagototo dinato...Tekhetor dirghayu kamona korilo... Bohu dinr pora asha asil Tekhetok ai anusthan tut dekhar aji xei asha puran hol..ekmatra ba apunar babe....😊..apunar prashna xodhar xoili r logote ussaran (pronunciation)khub dhunia.. jitue onusthan tu bht besi dhunia aru xokolore upobhogya kori tulise.. Asomiya onusthant oxomiya xobdor byobohar ei besi hobo lage,jitu apuni lokhya rakhise arombhonir porai..aagoloi vl vl xakhyatkar asha korilo..
@udeshnaray4817
@udeshnaray4817 11 күн бұрын
আপোনাৰ অনুষ্ঠান চাই সঁচাই বৰ ভাল পাও ❤❤❤❤ বা
@mamonidevi617
@mamonidevi617 10 күн бұрын
Kiman j bhal lagil koboloi bhakha nai 2 gorakike dhanaybad jonalu❤❤
@arotisarmah2794
@arotisarmah2794 9 күн бұрын
ব। বহুতো ভাল লাগিল
진짜✅ 아님 가짜❌???
0:21
승비니 Seungbini
Рет қаралды 10 МЛН
요즘유행 찍는법
0:34
오마이비키 OMV
Рет қаралды 12 МЛН
Calm Wind: Listen To This Music When You Miss The Forest
3:08:19
Soothing Relaxation
Рет қаралды 13 МЛН
كيف تنجح العلاقات مع ياسر الحزيمي | بودكاست فنجان
3:03:09
The life Of Imam Abu Hanifah by Sh. Omar Suleiman
3:52:53
Shah Inam
Рет қаралды 456 М.